Рет қаралды 7,747
#graphiccontent
২০১৪ চনৰ এক দুপৰীয়া...বিজেপিৰ এক বিশাল জনসভা। উদাত্ত কন্ঠেৰে নৰেন্দ্ৰ মোদীৰ তৰ্জন-গর্জন তৰুণ গগৈ চৰকাৰক। ১৬ মে'ত অসমত থকা সকলো বাংলাদেশীয়ে বান্ধিব লাগিব টালি-টোপোলা।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews