No video

২৫ বছৰ পূৰ্বেই অসমীয়াই মোক বুজা হ'লে আজি গৌৰৱান্বিত হ'লহেঁতেন ভাৰত : ডাঃ ধনীৰাম বৰুৱা

  Рет қаралды 152,017

NKTV PLUS

NKTV PLUS

Күн бұрын

২৫ বছৰ পূৰ্বেই অসমীয়াই মোক বুজা হ'লে আজি গৌৰৱান্বিত হ'লহেঁতেন ভাৰত : ডাঃ ধনীৰাম বৰুৱা

Пікірлер: 351
@bikironphukan777
@bikironphukan777 2 жыл бұрын
মানুহ জন শাৰীৰিক ভাৱে সুস্হ হৈ থাকোতেই যদি অসমীয়াই চিনিলে হেতেন ঐ ! ! মই স্বীকাৰ কৰিৱলে বাধ্য আমি অসমীয়া বোৰে হীৰাক সন্মান নকৰো । 🙏🙏🙏🙏😥😥😥😥😥
@madhusmritabaruahbarbora7493
@madhusmritabaruahbarbora7493 2 жыл бұрын
সঁচাকৈ ।তেখেতলৈ শত কৌটি প্ৰণাম।
@chandragogoi460
@chandragogoi460 2 жыл бұрын
ভগবানে আপোনাক কৃপা দৃষ্টি সদায়েই ৰাখক তাকেই কামনা কৰিছো
@usermridul41
@usermridul41 2 жыл бұрын
ধন্যবাদ অনুপম দা,আপুনি এজন মহান ব্যক্তিক দেখুৱালে ,আশা ৰাখিম আকৌ দেখুৱাব ,লগতে যোগাযোগ কৰাত সহায় হোৱাকৈ ব্যৱস্থা কৰি থকা ঠাইৰ কথা কব ।
@Reshabofficialchannel
@Reshabofficialchannel 2 жыл бұрын
চৰকাৰে এনেবোৰ লোকক উন্নত সুৰক্ষা প্ৰদান কৰা উচিত | তাৰ সমান্তৰালকৈ এনেকোৱা লোকক অহৰহ চৰকাৰে পৰ্যাপ্ত পৰিমানে সহায় কৰা উচিত
@lushakadutta3057
@lushakadutta3057 2 жыл бұрын
He is Jewel of Assam. We should proud of him. Still have time.Before his death central government/state government should awarded him for his innovation/ for his successful research works. Bad luck he born in Assam. Assames people doesn't know the value of Dr. Dhani Ram Boruah. We pray to God for his longevity with a good health.
@sharatmaina4918
@sharatmaina4918 2 жыл бұрын
ভাল লাগিল, তেখেতক ভগৱানে কুশলে ৰাখক...
@rebotchiring3931
@rebotchiring3931 2 жыл бұрын
আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।।। ।🙏🙏🙏
@trithathengal1177
@trithathengal1177 2 жыл бұрын
ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো আপুনি আৰু নতুন নতুন আৱিষ্কাৰ কৰী‌ জাওক
@dibakarbora93
@dibakarbora93 2 жыл бұрын
He is the best doctor and scientist of medicine of India but He is neglected by govt. Of India also assam govt. He is a son of a cultivator of Jagial gaon of nagaon district.He knows all works.I pray to god for long live him.
@dualchandradutta8079
@dualchandradutta8079 2 жыл бұрын
@
@tamannanessa598
@tamannanessa598 2 жыл бұрын
Yes truly
@mamonipator7640
@mamonipator7640 2 жыл бұрын
Iman dangor doctor atiai jodi xanmanito nokore, mrityu r pisot koribo ne ki...... Mane xatyatar mulyabudh nai jen lagise.....
@kimarupohi5210
@kimarupohi5210 2 жыл бұрын
ভগৱানে আপোনাক আৰু ১০০ বছৰ জীয়াই থাকক
@bikironphukan777
@bikironphukan777 2 жыл бұрын
Hey Ram ...,.🙏🙏🙏🙏🙏🙏 mani goisu... অসমীয়াই অসমীয়াক নিচিনিলে কোনো দিন ঐ কোনো দিন 😥😥😥😥😥 অসমীয়া আমি বৰ বুৰ্বক ।😥😥😥🙏🙏🙏🙏🙏🙏🙏😥😥😥
@lagendashishstatus1988
@lagendashishstatus1988 2 жыл бұрын
আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলো মহাশয়
@lukeswarpatar3186
@lukeswarpatar3186 2 жыл бұрын
অনুগ্ৰহ কৰি বৰুৱা চাৰৰ ঠিকনাটো দিব চিকিৎসা সুবিধা বাবে।
@shortandsimple5587
@shortandsimple5587 2 жыл бұрын
Guwahati to sonapur Gole baatot pabo
@durlavsonowal2600
@durlavsonowal2600 2 жыл бұрын
সঁছাকৈ আমি অসমীয়া বোৰ কেকোৰা জাতি। তেতিয়াই তেখেতৰ মূল নুবুজিলো , তেখেতে এতিয়া সন্মান পালে কিন্তু গামোছা পিন্ধাবলৈ হেতা-ওপৰা লগাব ।
@gayolialora2457
@gayolialora2457 2 жыл бұрын
সত্য সদায় জয়,, জয় আই অসম
@lazyboy.007
@lazyboy.007 2 жыл бұрын
he is brilliant Dr. কিন্তু তেখেতক বৰবাদ কৰা মানুহৰ ভিতৰত এজন নেতা আৰু এজন সাংবাদক আছিনল
@debrajbaruah6317
@debrajbaruah6317 2 жыл бұрын
HE WAS THE FIRST MAN IN THE WORLD TO REPLACE A HUMAN HEART BY A PIG HEART. SALUTE TO HIM 🙏🙏🙏🙏
@minikalita8587
@minikalita8587 2 жыл бұрын
So we all support Sir
@manjugohain6786
@manjugohain6786 2 жыл бұрын
অসম সন্তান ডাক্তৰ ধনীৰাম বৰুৱক আজিও অসম চৰকাৰে অৱহেলিত কৰি ৰখাটো অতি কৈ দুভাগ্যজনক । চৰকাৰক সুধিব বিছাৰিছো অসমত প্ৰকৃত সোণৰ মূল্য নাইনেকি ? ? বহুতো ক্ষেত্ৰত বিশ্বত খলকনি লগোৱাৰ পাছতহে সাৰ পাই ।আশা কৰিছো ভগৱানে ছাৰক ভালে ৰাখক আৰু দীঘয়ু কৰক। ছাৰ আপোনাৰ সৃষ্টিত মানৱসমাজত সন্জীসৱণী হঁওক ।
@riturajdass9427
@riturajdass9427 2 жыл бұрын
Tekhet jibito thakuntei pabo logia xonman khini dibo laage.... Salute to you Sir🙏🙏❤❤💐💐
@pranabjyotihazarika7145
@pranabjyotihazarika7145 2 жыл бұрын
বৰুৱা দেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ । আমাৰ অসমৰ মানুহ ঘপকৈ আগ বহিব নোৱাৰে কাৰণ আমি কেঁকুৰাৰ দৰে , এটা বাল্টিঙত যদি কেইটামান কেঁকুৰা জীয়াই ৰাখে দেখিব এটা যদি অকণমান উঠি ওলাব খোজে তাৰ ঠেঙত আৰু এটা ওলমি দিব । আমি বোৰ তেনেকুৱাই
@binodbora9551
@binodbora9551 2 жыл бұрын
এ হয় হয় সমপূৰ্ণ সচা কথা । অসমীয়া সকল হৈছে । পি, পু, সি, শো ।নহয় জানো । কিমধিকমতি !
@mrborah6228
@mrborah6228 2 жыл бұрын
আপোনাৰ দীৰ্ঘাআয়ু হওক
@bidyutpriyomsaikia6750
@bidyutpriyomsaikia6750 2 жыл бұрын
অসমীয়াৰ বাবে আদৰ্শ ♥️♥️♥️
@KritarthaVlog2010
@KritarthaVlog2010 2 жыл бұрын
Respected CM sir Please look into this matter He is the valuable person in Assam
@kkkassam8352
@kkkassam8352 2 жыл бұрын
অপুৰ্ব সুন্দৰ কথা ব্যাক্ষা কৰিছে । ড০ ধনীৰামচাৰ আৰু সহকাৰী বাইদেউ লৈ বহুত বহুত শুভকামনা যাছিলো ।
@titumazumdar9651
@titumazumdar9651 2 жыл бұрын
আপোনাৰ দীঘা‌য়ূ কামনা কৰিলো আপুনি ১০০ বছৰ বয়সত ও যেনে হাৰ নামানে।
@dipaligogoi8932
@dipaligogoi8932 2 жыл бұрын
অভিনন্দন চাৰ 🙏 আপোনাৰ সৃষ্টি নিৰবচিন্নভাৱে হৈ থাকক .... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@digantadeka7201
@digantadeka7201 2 жыл бұрын
অতি সুন্দৰ
@awesomeme8496
@awesomeme8496 2 жыл бұрын
Apuni aru din jiai thakok sir ❤️
@jahirulislam4311
@jahirulislam4311 2 жыл бұрын
Thanks Anupom Da এই অনুষ্ঠান কৰাৰ বাবে।
@xxazide9018
@xxazide9018 2 жыл бұрын
বহুত আদৰ্শ বান মানুহ ।ছাৰক ভালে খালে ৰাখক ভগৱানে , বহুত বহুত ধন্যবাদ ছাৰলৈ 🙏🙏🙏
@bhaskarfoxelomg9438
@bhaskarfoxelomg9438 2 жыл бұрын
জীৱন জীন্দাবাদ
@shankarsinha4405
@shankarsinha4405 2 жыл бұрын
A heart touching dilema for a an uncrowned Scientist , I had the opportunity to be in a very close association with for treatment of one of my colleague say around seven years back . I wish him & his team member - Madame Geeta & Madame Dalimi good health & success 🙏 .
@tapansarma1993
@tapansarma1993 2 жыл бұрын
Respected Anupam Sir, We are grateful to you for creating this episode on Dr D Baruah Sir🙏🙏🙏 Please make a follow up episode as awareness is extremely important as there might be life threat to him as he is an unique and brilliant scientist of it's own making a lots of envious minds, After enjoying this episode, I am really scared, please bring this issue to our honorable DGP of Assam for providing security to this Great Scientist Son of Assam 🙏🙏🙏
@nipenboriprabujaisriramki2490
@nipenboriprabujaisriramki2490 2 жыл бұрын
ডঃ বৰুৱা চাৰৰ আবিস্কাৰক অসম চৰকাৰে আজিও প্ৰাধান্য নিদিলে হয় চাৰৰ চিকিত্সা কৰা অমৰ ব্যক্তি বোৰে চাৰৰ এই মান্যতা দিছেনে ।যদিহে দিছে এই চৰ্চা অদূৰ আমেৰিকাৰ পৰা প্ৰচাৰ নহ'লে হেতেন ।যিহে নহওক চাৰ আৰু 20 বছৰ জীয়াই থাকি মানৱ জীৱনৰ কাৰণে আৰু ন ন দৰব আবিস্কাৰ কৰক সেয়েহে ভগৱানৰ ওচৰ প্ৰাৰ্থনা ।
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
বহুত ভাল লাগিলে চাই 🙏
@mriduljx8769
@mriduljx8769 2 жыл бұрын
ধন্যবাদ NK TV!! বহুত বহুত ধন্যবাদ!!!
@SubhiGohain15
@SubhiGohain15 2 жыл бұрын
Genius man of Assam...
@kishoresvlog9586
@kishoresvlog9586 2 жыл бұрын
চাৰ আপোনাক বহুত বহুত শ্ৰদ্ধা যাঁচিলো। ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক।
@jitulkalita4864
@jitulkalita4864 2 жыл бұрын
সচাকৈ চাৰ পৰাই আজি বহুত ভাল ভাল কথা শুনিলো , চাৰ দীৰঘাযু কামনা কৰিলোঁ , 🙏🙏🙏 , আৰু ভাল ভাল কাম কৰি যাওক , ধন্যবাদ চাৰ ,
@mamatakhanam5320
@mamatakhanam5320 2 жыл бұрын
best wishes sir.. god bless u.. more to go ,more to do... we are appreciated..... with regards ur influencer
@bishalkishalofficialmusic_78
@bishalkishalofficialmusic_78 2 жыл бұрын
আমাৰ সমাজত পাৰদৰ্শিতা থকা মানুহ বোৰ সদায় থাকি যায় ,যত ৰাজনৈতিক ,অৰ্থনৈতিক আদি কাৰণত আগুৱাই আহিব নোৱাৰে।কিন্ত পাৰদৰ্শিতা নথকা মানুহবোৰ সদায় আগবঢ়াই নিবলৈ ৰাজনৈতিক আদি ব্যৱস্থাৰ দ্বাৰা দুৰ্নীতিৰ প্ৰথা চলি থকা দেখা যায়,।ফলত অসম সদায় উন্নয়নৰ দিশৰ পৰা পিছ পৰি আহিছে। ছাৰৰ লগতো এনেকুৱাই হ'ল ,হৈছে ।
@goldenassam6752
@goldenassam6752 2 жыл бұрын
We are proud of you sir, God bless you,,,🙏
@a.r.sheikh3929
@a.r.sheikh3929 2 жыл бұрын
You are the best doctor of Assam congratulations sir
@legendslife3957
@legendslife3957 2 жыл бұрын
চৰকাৰে সহযোগীতা আগবঢ়ালে অসম খন আগবাঢ়ি গ'ল হেতেন । মাটিৰ মানুহ ।
@monjulahon7712
@monjulahon7712 2 жыл бұрын
প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ , ছাৰৰ কন্ঠ সুষ্ট কৰি দিয়ক ।
@chiranjibdutta5440
@chiranjibdutta5440 2 жыл бұрын
Mirakol eta,,somotkar hobo,jodihe probhu e teor kontho ghurai diye..parthona korisu🙏🙏🙏🛕🕌🕍
@monjitlahon3963
@monjitlahon3963 2 жыл бұрын
সেই সময় খিনি সঁচাই horror story ৰ নিচিনা, আছিল, আজিৰ পৰা 20 বছৰ মান আগৰ কথা আছিল নেকি, সোণাপুৰ ৰ ধানিৰাম বৰুৱা heart institute ত মানুহৰ গাত বোলে গাহৰিৰ কলিজা লগালে, news paper ট গৰম কৰি ৰাখিছিল। এতিয়াও মণত আছে।
@hiranmoychakraborty6194
@hiranmoychakraborty6194 2 жыл бұрын
Stay blessed,stay healthy..Baruah Sir
@sumisonowal5044
@sumisonowal5044 2 жыл бұрын
Val lagil sir...apunak vogobane kukhole rakhok...🙏🙏🙏
@minikalita8587
@minikalita8587 2 жыл бұрын
মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই এই বিষয়টো চালে ভাল লাগিব।
@punakondeka1785
@punakondeka1785 2 жыл бұрын
Ai cm a jailot pothaisil kela 25 bosoragot
@kushaldeka7783
@kushaldeka7783 2 жыл бұрын
মহাশয় প্ৰণাম জনালোঁ ।
@paradiseonearthdibyajyoti9352
@paradiseonearthdibyajyoti9352 2 жыл бұрын
Wah Great Dr. Dhoniram Baruah sir.
@satyajitbordoloi342
@satyajitbordoloi342 2 жыл бұрын
Salute sir aupanar ktha khini xuni bhut dhukh lagil axomiya a axomiyak xohai nkorar babe
@bonzochaoching8542
@bonzochaoching8542 2 жыл бұрын
ককাৰ দৃৰ্ঘ আয়োগ কামনা কৰিলো ভগৱানৰ ওচৰত।
@sanjibcreation..875
@sanjibcreation..875 2 жыл бұрын
Moja koka
@shradhagoswami2142
@shradhagoswami2142 2 жыл бұрын
Nijor manuhei nijor xotru buli je axomiyat eta probad ase xeitu amar manuhkhinir logot 💯% applicable hoi. Long live sir 🙏
@jeenajyotiboruah7859
@jeenajyotiboruah7859 2 жыл бұрын
U r real gem Sir 🙏
@yakuza2184
@yakuza2184 2 жыл бұрын
Now can anybody proof me the existence of gods??? He is literally a god!!!
@nirusaikia7631
@nirusaikia7631 2 жыл бұрын
তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো । আমাৰ অসম খন এনেকুৱা ই । সম্নানীয় জনে সম্নান নেপায়।
@mridupawandutta8939
@mridupawandutta8939 2 жыл бұрын
Best Doctor in the World
@elamohanburagohain4657
@elamohanburagohain4657 2 жыл бұрын
ভাল লাগিল । শ্ৰদ্ধা জনাইছোঁ তেখেতক ।
@dipentaid8685
@dipentaid8685 2 жыл бұрын
Long live sir❤️❤️❤️❤️❤️❤️
@Gymaholic428
@Gymaholic428 2 жыл бұрын
Dhaniram boruah sir assam r khompod kbo gole ❤️ sir we all Assamese people proud of you 🥺
@abhijitbora250hbz8
@abhijitbora250hbz8 2 жыл бұрын
Sir, aji he buji paisu . Proud to have A Assam son like you sir
@Leojat575
@Leojat575 2 жыл бұрын
God bless you D. Dhaniram Baruah
@sangitasaikia2927
@sangitasaikia2927 2 жыл бұрын
You are a great human being sir ❤❤
@archanabaruah6285
@archanabaruah6285 2 жыл бұрын
Great Salute Sir 👏 👍 👌
@motivateaxom3269
@motivateaxom3269 2 жыл бұрын
Sir, আমাৰ দেশৰ বীৰংগনা এইটো যে নিজৰ দেশৰ কোনো আবিষ্কাৰ বা innovation ক গুৰুত্ব নিদিয়ে। কিন্তু তাৰ বিৰোধ কৰাত প্ৰথম কাম।আৰু এটা কথা আমি এনেকৈ Sirৰ দৰে আৰু Sundar Pichai নিচিনা মহান লোকক হেৰুৱাইছে।বিদেশৰ খবৰটো prime time, exclusive বা breaking news দেখুৱাব ।
@assameducationhelp2460
@assameducationhelp2460 2 жыл бұрын
I want uno wanted him Noble prize
@silentworld3027
@silentworld3027 2 жыл бұрын
The Real legend of the assam... 🙏🙏🙏. Sarkare nkrileu NGO bure sir k help kribo pare jodi sesta kore...
@anusmitadas1992
@anusmitadas1992 2 жыл бұрын
He is super advanced.. That's why we couldn't able to understand him.. But pisoloi teor kthabilake xoitto hobo eta xomoyot... Ami kebol taxi gari loi shillong jabo janu.. Hat's off to sir..
@binabaruah491
@binabaruah491 2 жыл бұрын
আমাৰ স্বাস্থ্য মন্ত্ৰীয়ে গুৰুত্ব দিয়ক ৷
@ajaymech3033
@ajaymech3033 2 жыл бұрын
Hoi diyok gutei world Halla amar health minister aku khbr a nai ..
@gautamphukan5079
@gautamphukan5079 2 жыл бұрын
Dhoniram sir ajon doyalu manuh asil ,
@shaheenakhtar3628
@shaheenakhtar3628 2 жыл бұрын
Teor prabal sfurti dekhi bor bhal lagil .... Teok national news t dekhuabo lage ..
@riyankaushik3055
@riyankaushik3055 2 жыл бұрын
U r great sir. God bless you sir.🙏🙏🙏
@sudiptasharma1060
@sudiptasharma1060 2 жыл бұрын
ছাৰক ভালে কুশলে ৰাখক ভগৱানে...কিছুমানৰ মৰহি যোৱা মন এটাও নতুনকৈ প্ৰাণ পাব । ভালে থাকক আপুনি ।🙏
@monichetia9628
@monichetia9628 2 жыл бұрын
Thanks NK TV
@rajeevnath7218
@rajeevnath7218 2 жыл бұрын
He is a scientist and most of the scientists are not accepted by our society and so called educated peoples.becoz we have fear.we want to live with our comfort zone.i wish u good health n appreciation
@minagogoi8456
@minagogoi8456 2 жыл бұрын
আপোনাৰ সুস্বাস্থ্য আৰু দীঘ্যাযু কামনা কৰিলোঁ চাৰ।
@aakgardening1078
@aakgardening1078 2 жыл бұрын
diamond of Assam but so sad .... unable to recognise in time.... God bless you sir....
@reetadas2337
@reetadas2337 2 жыл бұрын
Best doctor 🙏🙏
@naturediscovery5640
@naturediscovery5640 2 жыл бұрын
খুব ভাল ব্যক্তি প্রনাম ছাৰ 🙏🙏🙏🙏🙏🙏🙏🙏
@mridulborgohain4873
@mridulborgohain4873 2 жыл бұрын
Great man of God
@gaonburaterang1223
@gaonburaterang1223 Жыл бұрын
Mohahoi apunar jeban dirkhayu babey eswaror uswarot prathana korelu. Namaskar.
@XYZ81868
@XYZ81868 Жыл бұрын
Dr. Dhaniram Baruah has become the CEO of being Underrated😓😓😓😔😔😔😡😡😡😭😭😭😭
@daa4448
@daa4448 2 жыл бұрын
Sir is a proud of assam
@ratuldas6959
@ratuldas6959 2 жыл бұрын
একো কথা বুজি নাপায় কাৰণেতু অসম পিছ পৰি আছে
@ASSAMMUSICAL
@ASSAMMUSICAL 2 жыл бұрын
Sir apuni bhogaban amar dukhiya manuhor babe 🙏🙏🙏🙏
@barnalibora7974
@barnalibora7974 2 жыл бұрын
Apuni aru notun Kam Kori jawk.god bless sir
@sunstarworld3595
@sunstarworld3595 2 жыл бұрын
Worlds no 1 scientists state and central government should support immediately
@harenbaruah9575
@harenbaruah9575 2 жыл бұрын
Salute to Dhaniram Baruah .
@hritizgogoi3739
@hritizgogoi3739 2 жыл бұрын
Assam Medical Association and Indian Medical Association should make sure if Nobel Prize is awarded for Xenotransplantation, Dr Dhaniram Baruah should get it.
@barnalibora7974
@barnalibora7974 2 жыл бұрын
Sir apuni aru aguai jawk god bless sir
@kongkonhazarika4494
@kongkonhazarika4494 2 жыл бұрын
You are great sir🙏🙏
@debu5531
@debu5531 2 жыл бұрын
ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো সদায মনত থাকিব
@r.s.b302
@r.s.b302 2 жыл бұрын
Good Job..Dhaniram Baruah Sir
@subhojitbiswas2327
@subhojitbiswas2327 2 жыл бұрын
Sir bhagovan apunek sustha rakok.
@dipakgogoi5084
@dipakgogoi5084 2 жыл бұрын
সঁচা কথা তেতিয়া কিছুমান বুদ্ধিজীৱীয়ে তেওঁ বিপক্ষে পেঁপাৰত বৰ বেয়াকৈ লিখিছিল।
@ajaymech3033
@ajaymech3033 2 жыл бұрын
Heibur media r manubure nasil jnu
@arunray6129
@arunray6129 2 жыл бұрын
Very very good .......
@rebochutia2585
@rebochutia2585 2 жыл бұрын
Great salute sir 🙏🙏
@arupboro9034
@arupboro9034 2 жыл бұрын
Love you sir
@aarushi3926
@aarushi3926 2 жыл бұрын
Mur ayukh apunar tat lagok apuni bohu bosor jiyai thakok sir.
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 29 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 20 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 28 МЛН
Kolkata Case | Why is India so UNSAFE For Women? | Dhruv Rathee
26:58
Dhruv Rathee
Рет қаралды 16 МЛН
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 29 МЛН