No video

4907 শিক্ষকৰ দৰমহা Hold কৰাৰ নিৰ্দেশ // Shiksha Setu ত দিয়া নাছিল Attendence //

  Рет қаралды 20,098

Nalini Kanta Deka

Nalini Kanta Deka

Күн бұрын

Пікірлер: 24
@b.b7426
@b.b7426 Ай бұрын
Shiksha setu app open নহয়েই 8.30 বজাত গৈ স্কুল পায় attendance দিবলৈ 10.00 বজালৈ attendance দিম app open হব হব বুলি ৰৈ থাকিব লাগে ক্লাচ লাগিলে যি হয় হৈ থাকক। আগত নিজে আহি স্কুলে স্কুলে বেচি নহয় 15 দিন মান কৈ প্ৰতিখন স্কুলত পৰীক্ষা কৰি চাওক তাৰ পাছত দৰমহা কাতক বুজি পাব a/c room ৰ পাৰ বুজি নাপায়।ঊৱ
@Amm23008
@Amm23008 Ай бұрын
Yes yes
@dhrubakalita5337
@dhrubakalita5337 Ай бұрын
কিবা এটা নিৰ্দেশনা ওলালেই যে টেপটেপাই ভিডিঅ বনাই দিয়া , শিক্ষকসকল মূৰ্খ নেকি যে ইংৰাজী বুজি নাপায় ! এইখন নিৰ্দেশনা সকলোৱে দেখিছে আৰু বুজিও পাইছে কিন্তু তইহে যা তা কৈ মানুহক বিভ্ৰান্ত কৰি আছা ।
@KaLamanav
@KaLamanav Ай бұрын
মইতো বহু যোৱা বছৰৰে পৰা কৈ আছোঁ ই পইচা লোভি।ইয়াক view's লগত মটলব আছে।
@prabhatsirsenglishclass2423
@prabhatsirsenglishclass2423 Ай бұрын
Aponi kiba khobor dibo nuare okol English notice tu Assamese.ot anubad koribkoi diye....iman sikhok hokole buji pai sir
@barbaligirlshighschool1942
@barbaligirlshighschool1942 Ай бұрын
লিষ্টখন উলিয়াই দিয়াৰ আগতে কি কাৰণে অনুপস্হিত হৈছে জানি ল'ব লাগে। চৰকাৰী ভাৱে ছুটিত থকা সকলে কেনেকৈ বিদ্যালয় ত উপস্থিতি দিব
@nabajyotidutta4503
@nabajyotidutta4503 Ай бұрын
‘কোঁৱৰ’ হেৰ 😂
@sanjoykhanal5511
@sanjoykhanal5511 Ай бұрын
Long time Diya nai kale kiman long time aru teacher name publish Kari diba Lage
@pabitrapegu2
@pabitrapegu2 Ай бұрын
21-02-2024 তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা order ওলাইছিলে যে যিসকল শিক্ষকৰ ROPত অন্তৰ্ভুক্ত হয় সেই সকল শিক্ষকৰ shisha setu তattenfrnce দিয়াটো বাধ্যতামূলক, কিন্তু Tutor সকলৰটো একোৱেই নাই liste ত ওলাইছে কি কথা। 3:23
@dibakarmedhi3883
@dibakarmedhi3883 Ай бұрын
English pronunciation বোৰ শুদ্ধকৈ কৰিব মহাশয়।
@MaineeMainee-wx6ns
@MaineeMainee-wx6ns Ай бұрын
May be এওঁ সমগ্ৰ শিক্ষাৰ জনসংযোগ বিষয়া।😂
@user-xy4gt6hm9v
@user-xy4gt6hm9v Ай бұрын
শিক্ষাসেতূ ডেকা 😂😂😂😂😂
@sandikaipegu1220
@sandikaipegu1220 Ай бұрын
আপুনি ভাল বুলি কব লাগিছিল ছাৰ৷
@kabitabhuyan545
@kabitabhuyan545 Ай бұрын
বয়ো জেষ্ঠ tutor সকলক ট্ৰেইনিং দি❤ teacher কৰক ।
@hemswargiari3451
@hemswargiari3451 Ай бұрын
চাৰ বাইদেউ সকল, চিন্তা নাই। আমাৰ ৰাতুল চাৰ আচে নহয়!
@prabankumarbasumatary7809
@prabankumarbasumatary7809 Ай бұрын
Barpeta dist?
@debajithandique8202
@debajithandique8202 Ай бұрын
Out time nidile pay hold karibane ki
@lakhimiacreativemind
@lakhimiacreativemind Ай бұрын
নাৰায়ণ কোঁৱৰ...কনৱাৰ নহয়
@kiranmili9318
@kiranmili9318 Ай бұрын
ছাৰ, তালিকাখন প্ৰকাশ কৰকচোন ।
@dhirajnath4286
@dhirajnath4286 Ай бұрын
Sob B.ed deputation aru maternity leave t thoka teacher
@sanjoydebnath7682
@sanjoydebnath7682 Ай бұрын
Sir Order copy tu dibo(PDF)
@DIPANKARDAS-pe6it
@DIPANKARDAS-pe6it Ай бұрын
Beleg kiba lhbr diya kr
@rubuldas8187
@rubuldas8187 Ай бұрын
Phne no diyak air
Whoa
01:00
Justin Flom
Рет қаралды 46 МЛН
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 532 М.
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 3,8 МЛН
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 46 МЛН