৯০ উদ্ধৰ আমাৰ মাৰ্গদৰ্শক সংস্কৃত পণ্ডিত প্ৰমোদ শইকিয়া দেৱৰ অমৃতময় ভাগৱত ব্যাখ্যা

  Рет қаралды 70,516

অমৃতকথন(Lohit Handique)

অমৃতকথন(Lohit Handique)

3 ай бұрын

#অমৃতকথন লোহিত সন্দিকৈ#প্ৰাণজিৎ গগৈ#ভক্তি সাগৰ#অমিয়া নেওগ#ভাগৱত পাঠ ব্যাখ্যা

Пікірлер: 185
@user-yf2ru4cj2n
@user-yf2ru4cj2n 23 күн бұрын
কৃষ্ণ ভাগৱতৰ কিছু অমৃত বাণী শুনিলো কৃষ্ণ কৃষ্ণ।
@chandrapravadas436
@chandrapravadas436 2 ай бұрын
কৃষ্ণ 🙏 দেউতাৰ পাদ পদ্মলৈ সহস্ৰ কোটি প্ৰণাম জনালোঁ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে……জয় গুৰু শঙ্কৰ।। মাধৱ।।
@swapnagogoi8702
@swapnagogoi8702 3 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@padumkakati2938
@padumkakati2938 2 ай бұрын
ওম নমো ভাগৱত বাসুদেবায় প্ৰভু।
@user-wd2xi6gx6f
@user-wd2xi6gx6f 21 күн бұрын
Xeua jonalu, Krishna🙏🙏
@ckmedhi
@ckmedhi 21 күн бұрын
ৰাম কৃষ্ণ।
@NirumaiSaikiaNirumai
@NirumaiSaikiaNirumai 12 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ashimhazarika9150
@ashimhazarika9150 3 ай бұрын
ওঁম নমো ভাগৱতে বাসুদেৱায়ঃ 🙏🙏
@rinachutia3723
@rinachutia3723 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু , আপোনাক সেৱা জনাইছোঁ প্ৰভূ , কৃষ্ণ 🙏🙏🙏🙏 ।
@mainabordoloi2479
@mainabordoloi2479 3 ай бұрын
কৃষ্ণ,সবাই সবাৰো চৰণত ভক্তিভৰা সেৱা জনালো🙏🙏🙏
@pradipgogoi3182
@pradipgogoi3182 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আপোনাক কুশলে ৰাখক।🙏🙏🙏
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 3 ай бұрын
Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.
@user-gn3pp7zh9c
@user-gn3pp7zh9c Ай бұрын
ভাগৱত ব্যাখ্যা এনে হ'ব লাগে,,,বৰ সুন্দৰ লাগিল,,❤
@rupakonwar7299
@rupakonwar7299 22 күн бұрын
প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ভক্তিভাৱেৰে এভাগি সেৱা জনাইছো
@bakulikalita8329
@bakulikalita8329 21 күн бұрын
Krishna Krishna Krishna
@user-fn3hx6rf8q
@user-fn3hx6rf8q Ай бұрын
Krishna Ram Krishna bap
@arunpathak2120
@arunpathak2120 2 ай бұрын
আজীৱন কৃষ্ণ সঙচকৃতিৰ সৈতে জড়িত বাপজনালৈ শতকোতি প্ৰণাম। কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@bipuldas6466
@bipuldas6466 Ай бұрын
Bap, কৃষ্ণ কৃষ্ণ 🙏 ৰাম ৰাম 🙏 সেৱা জনালোঁ 🙏🙏🙏🙏🙏🙏
@jayashreegohain883
@jayashreegohain883 2 ай бұрын
ইমান সুন্দৰ অনুস্থান আগতে মই কেতিয়াও দেখা আৰু শুনা নাই। তেখেতৰ ভাগৱতৰ সহজ-সৰল ভাঙনিৰ পৰা মই বহুত নজনা কথা জানিব পাৰিছো। এনে এগৰাকী বিদগ্ধ পণ্ডিতক সেৱা জনাইছো🙏লগতে তেখেতৰ দীর্ঘায়ু কামনা কৰিছোঁ।
@poragboruah4156
@poragboruah4156 2 ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@jackergaming1983
@jackergaming1983 3 ай бұрын
❤🎉❤ krishna bap apunar saranat sewa nibedisu❤🎉❤ bina
@bijitgogoi4509
@bijitgogoi4509 Ай бұрын
🙏🙏🙏
@sabitriboruah4411
@sabitriboruah4411 2 күн бұрын
🙏
@user-rx3oq1in1g
@user-rx3oq1in1g 2 ай бұрын
ভগৱান কৃষ্ণ প্রভুয়ে আপোনাক দীর্ঘায়ু কৰক |
@kumudinisaikia1979
@kumudinisaikia1979 3 ай бұрын
কৃষ্ণ 🙏🙏🙏 সেৱা জনাইছো কৃষ্ণ 🙏
@user-ee9cm8vj3s
@user-ee9cm8vj3s 2 ай бұрын
কৃষ্ণ ❤ শইকীয়া বাপজনলৈ আমাৰ আপোনালৈ দীৰ্ঘ কামনা থাকিল কৃষ্ণ কৃষ্ণ
@ansumanbatmas9500
@ansumanbatmas9500 2 ай бұрын
ভগৱানে, আপোনাকভালেৰাখক, জয়হৰি,
@PunimKonwar
@PunimKonwar 2 ай бұрын
প্ৰভু ঈশ্বৰ আপোনাৰ অনুস্থান ভাগি শুনি আপ্লোত হলো ।আপোনালৈ সেৱা থাকিল ।
@haribaruah9280
@haribaruah9280 2 ай бұрын
অশেষ ধন্যবাদ শইকীয়াৰ দেৱ । ভাগৱতৰ বহুতো তত্ব গধূৰ বাণী শ্ৰৱণ কৰি অতি আনন্দিত হলো । এনে সাৱলীল ভাষাত বৰ্ণনা কৰা ভাগৱতৰ অমৃত কথা পাবলৈ কঠিন।
@anjalidas4572
@anjalidas4572 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভুসকল সেৱা জনালো 🙏🙏🙏
@chitrakumarhazarika6622
@chitrakumarhazarika6622 2 ай бұрын
অতি সুন্দৰ সাৱলীল প্ৰাঞ্জল ব্যাখ্যা শ্ৰদ্ধাৰ বাপজনৰ। চৰণত সেৱা জনাইছোঁ।
@DilipHandique-th7ip
@DilipHandique-th7ip 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ
@prabinsaloi7541
@prabinsaloi7541 2 ай бұрын
, কৃষ্ণ কৃষ্ণ হৰি ৰাম , সেৱা আগবঢ়ালো 👋👋
@subornaroy9303
@subornaroy9303 3 ай бұрын
Krishna krishna bap hewa nibedan karilu
@user-ob1tf6im2e
@user-ob1tf6im2e 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু পিতৃ সম ঈশ্বৰ কৃষ্ণ
@Anurag_819
@Anurag_819 3 ай бұрын
সুন্দৰ ব্যাখ্যা শ্ৰৱন কৰিলোঁ।বাপজনাক কূশলে ৰাখক ভগৱানে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।😊
@BishnuChangmai-yu1ff
@BishnuChangmai-yu1ff 2 ай бұрын
কৃষ্ণ বাপ জনা ।সুন্দৰ ৰষ ত চতুৰ যিটো জন কৃষ্ণৰ চ ৰ নে দিয়া মন পৰম সন্তোষে পিউক ৰ ষ অমৃত ।।
@abamazing450
@abamazing450 2 ай бұрын
কৃষ্ণ কৃষ্ণ কত মহাভাগ্যৰ ফলে এনেহেন ভাগৱতৰ অমৃতময় ব্যাখ্যা শুনিবলৈ পাইছো।প্ৰভু জনাৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়োকামনা কৰিলোঁ, কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ!
@kamaltalukdar5604
@kamaltalukdar5604 3 ай бұрын
কৃষ্ণ কৃঞ্চ আপোনাক চৰণত সেৱা জনাইছোঁ 🙏🙏
@AnimaSaikia-rd7qc
@AnimaSaikia-rd7qc 2 ай бұрын
কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ জনাৰ চৰনত শত কৌটি প্ৰনাম জনালো ৷
@mukheswarkonwar9754
@mukheswarkonwar9754 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
Krishna Bap Jona Apunar Saran Pankaj Hawa Nebadisu Krishna Krishna 🙏
@daisyrabha2343
@daisyrabha2343 3 ай бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥🙏🙏
@user-ry7fk2ys7t
@user-ry7fk2ys7t 2 ай бұрын
আপোনাৰ ভাগৱত ব্যাখ্যা শুনি নিজকে ধন্য মানিছো ।আপোনাক কৃতজ্ঞ তা জনাই ছো ।
@gitanjalipathak1375
@gitanjalipathak1375 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@utpaldas1065
@utpaldas1065 2 ай бұрын
PRAMUD SAIKIYA PRABHUJANAR MUKHARPARA BHAGAWATAR BYAKHYAKHINI XUNI BAHUT2 VAL LAGIL.OUM NAMAH:BHAGAWATE BASUDEBAYA.. (❤❤🙏🙏🙏🙏💗💗
@dr.lakshmikalita8857
@dr.lakshmikalita8857 2 ай бұрын
প্ৰভু ঈশ্বৰ দেউতাক সহস্ৰ প্ৰণাম জনালোঁ ।
@padmatalukdar7046
@padmatalukdar7046 2 ай бұрын
সেৱা জনালোঁ দেউতাক 🙏 সুন্দৰ ভাগৱত বাখ্যা কৰি শুনালে
@nirmajitkoch522
@nirmajitkoch522 Ай бұрын
কৃষ্ণ
@user-ly8fl7yo9v
@user-ly8fl7yo9v Ай бұрын
ককা , আপোনাক প্ৰণাম জনালোঁ। আপোনাৰ দৰে ব্যক্তি ভবিষ্যত প্ৰজন্মৰ আদৰ্শ হওক। আপোনাক ভগৱন্তে সু স্বাস্থ্য আৰু দিৰ্ঘায়ু প্ৰদান কৰক।
@user-zm8ij5wg7y
@user-zm8ij5wg7y 2 ай бұрын
প্ৰভু আপোনাৰ ব্যখ্যা শুনি আপ্লুত হলো। ঈশ্বৰে আপোনাৰ সুমংগল কৰক
@jinuchawrok9178
@jinuchawrok9178 3 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏
@munindragogoi2586
@munindragogoi2586 3 ай бұрын
কৃষ্ণ কৃষ্ণ ওমঃ নমঃ ভগবতে বাসুদেবায
@deepjyotibora5175
@deepjyotibora5175 3 ай бұрын
কৃষ্ণ🙏বাধিত হলো🙏
@pankajbora1978
@pankajbora1978 2 ай бұрын
Krishna prabhu voktivora sewa nibedilu Krishna Krishna
@r.saikia3334
@r.saikia3334 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏
@dr.lakshmikalita8857
@dr.lakshmikalita8857 2 ай бұрын
জয় শ্ৰী ৰাম কৃষ্ণ ❤❤
@bimansaikia4305
@bimansaikia4305 Ай бұрын
আপোনাক ইয়াৰ পৰাই আত্মাই সেৱা জনালো। আত্মাই সেৱা কৰিলে দৈহিক সেৱা নকৰিলে হয়।‌ আপোনাৰ দৰে বৈজ্ঞানীক ভাৱে বুজায় দিয়া গুৰু প্ৰথম মোবাইলতে লগ পাইছো । জ্ঞান,বিজ্ঞান,তদন্ত, আৰু ৰহস্য ,ৰহস্য হৈছে সত্য নিষ্ট বিজ্ঞান।ইমান সুন্দৰকে বৈজ্ঞানীক ভাৱে বুজায় দিয়াৰ বাবে পদ পংকজৰ তলত ধৰি কোটি কোটি বাৰ সেৱা আকৌ জনালো।
@Palashchutyaborah.95
@Palashchutyaborah.95 3 ай бұрын
বাসুদেৱ🙏
@jaganathsonowal2365
@jaganathsonowal2365 3 ай бұрын
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
@basisthabaishya7731
@basisthabaishya7731 2 ай бұрын
Krishna Krishna pravu eswar
@Anurag_819
@Anurag_819 3 ай бұрын
সুন্দৰ ব্যাখ্যা বাপজনাৰ। বহুত ভাল লাগিলে।
@PradipgogoiPradipgogoi-sb5yi
@PradipgogoiPradipgogoi-sb5yi 2 ай бұрын
প্ৰনাম হে জনাইছোঁ 🙏🙏🙏
@gyandeepofficial-jd8rq
@gyandeepofficial-jd8rq 3 ай бұрын
আপোনাৰ লগত আমি একমত। বহুত খাপ খাইছে আমাৰ লগত।
@dhrubathengal1115
@dhrubathengal1115 2 ай бұрын
জয় গুৰু শঙ্কৰ,,,,,,, 🙏🙏🙏🙏। কৃষ্ণ
@kalpanahazarika7631
@kalpanahazarika7631 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
@RitamoniGogoi80852
@RitamoniGogoi80852 2 ай бұрын
কৃষ্ণ দেউতা আপোনাৰ মঙলহক কৃষ্ণ কৃষ্ণ
@rahulbaruah5524
@rahulbaruah5524 2 ай бұрын
Right tolke.
@GhanshyamHazarika-wu2mt
@GhanshyamHazarika-wu2mt 2 ай бұрын
"JOI JGT GURU SRIMNT SANKARDEV"🙏
@IluBora
@IluBora Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ চনৰে কৰো প্ৰণাম।
@user-fg2jo1kr6w
@user-fg2jo1kr6w 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনালৈ শতকোটি প্ৰনাম জনালো
@punagogoi7127
@punagogoi7127 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@dilipkakoti173
@dilipkakoti173 2 ай бұрын
ভাগৱত পঢ়িছো নেমানো নেমানো। ঘুৰি ঘুৰি কুকুৰ শোৱে পোকৰতে মুখ।বাপজন আপুনি যিমানেই চিঞৰি চিঞৰি নক ওক কিয় কৰ্ম কাণ্ডিক লোক সকলে মানি নলব।কিয়নো পৰম্পৰা এৰিব নোৱাৰে দেখাক দেখি ভাগৱত পঢ়িলে কি হব অৰ্থ ভাঙনি য়েই নহয়। গতিকে সিখন ভাগৱত পাঠ হৈছে সেই হেতুকে আমাৰ গাৱতো পাতিব লাগে ভাগৱত পাঠ হৈ গল ।কবিতা আবৃত্তি ৰ দৰে পঢ়ি গল সুৰ প্ৰতিযোগীতি কিন্তু অৰ্থ ৰ কোনো ভাঙনি নহল।পাঠ সামৰিলে ভাগৱতৰ কথাও পাহৰিলে।আকৌ পৰম্পৰাগত নীতি আৰম্ভ হল।
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 3 ай бұрын
কৃষ্ণ পিতৃ দেৱ ! জয় জগত গুৰু শ্রীমন্ত শঙ্কৰ ।
@dineshhazarika6906
@dineshhazarika6906 2 ай бұрын
Krishna krishna
@LakhimiGohain
@LakhimiGohain 2 ай бұрын
Krishna Krishna Ram Ram 🙏🙏🙏🙏
@prasantakonwar4557
@prasantakonwar4557 3 ай бұрын
কৃষ্ণ ভাষা নাই কবলে ।
@kartik7818
@kartik7818 2 ай бұрын
Joygurukhangkar, baap, Krishna, Krishna, laluk, barkhundar, t, ❤❤❤
@paragbora6814
@paragbora6814 3 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা আমিও সোৱ নিবেদিলো।
@labhiramsaikia844
@labhiramsaikia844 2 ай бұрын
কৃষ্ণ কৃষ্ণ অমৃত ৰস ,সদৃশ।
@binakumarigogoiborah8407
@binakumarigogoiborah8407 2 ай бұрын
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
@bharatiboruah2430
@bharatiboruah2430 2 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
@bijumonidutta2472
@bijumonidutta2472 Ай бұрын
কৃষ্ণ 🙏🙏 সেৱা জনালোঁ
@ramcharandeka9143
@ramcharandeka9143 3 ай бұрын
Krishna. Bar dhunia bhangani hoise. Sewa baap.
@robinborah5848
@robinborah5848 2 ай бұрын
Krishna provi upanar godhur bhaykha sundar apunar bhagwan ar gun nam bhayky agbrabo ❤❤❤
@anjumalasaikia2608
@anjumalasaikia2608 3 ай бұрын
কৃষ্ণ কৃষ্ণ
@gaimingandcricket4061
@gaimingandcricket4061 Ай бұрын
কৃষ্ণ প্ৰভূ চৰণে প্ৰণাম।
@RanjanBhuyan-ht7kd
@RanjanBhuyan-ht7kd 2 ай бұрын
KRISHNA 🙏 KRISHNA KRISHNA
@purnahazarika6665
@purnahazarika6665 2 ай бұрын
Asajya ,bahut bhal loga bakhya , it is a great speach , no doubt at all. Krisha2
@GunendraBorah
@GunendraBorah 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@majanikalita6025
@majanikalita6025 2 ай бұрын
কৃষ্ণ প্ৰভু ❤🙏
@tapandutta2262
@tapandutta2262 2 ай бұрын
JOY KRISHNA NAMASTE 🙏 💖 ❤️ 😢😮😅😊
@anshumankalita7411
@anshumankalita7411 2 ай бұрын
Krishna krishan pravu
@nripendeka9800
@nripendeka9800 3 ай бұрын
sunddar explain 🕉️🙏 Krishna 🙏
@keshabbora7742
@keshabbora7742 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sanjitboruah4887
@sanjitboruah4887 2 ай бұрын
jay shree Madhab 🙏🙏🙏🙏🙏🙏🙏kali yug hekh hol atiya kalki leela start hoi ase 🙏🙏🙏🙏🙏🙏🙏 gotike kali yug hekh Madhab nam nirontor job kora hokalu manab .🙏🙏🙏🙏🙏🙏🙏
@rameshgogoi4073
@rameshgogoi4073 2 ай бұрын
Krishna
@akhilgogoi1869
@akhilgogoi1869 3 ай бұрын
Krishna Krishna
@jogendranathborah843
@jogendranathborah843 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ পৰ্ভু জনা ।
@user-qv5ze5ju1m
@user-qv5ze5ju1m 2 ай бұрын
Joy shree krishna
@Rasamit6360
@Rasamit6360 2 ай бұрын
ৰাম ৰাম...বাপ.....🙏🙏🙏🙏🙏🙏🙏🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
World’s Largest Jello Pool
01:00
Mark Rober
Рет қаралды 63 МЛН
БАБУШКИН КОМПОТ В СОЛО
00:23
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 16 МЛН
🤔Какой Орган самый длинный ? #shorts
00:42
যোৰহাট নাওঁশলীয়া গাঁও নামঘৰ @sashiborah3303
41:18
Sashi Borah আধ্যাত্মিক
Рет қаралды 383 М.
ভাগৱত পাঠব্যাখ্যা @lohithandique8735
1:02:01
অমৃতকথন(Lohit Handique)
Рет қаралды 115 М.
জগত বণিয়া ভাগৱত ব্যাখ্যা||kakojan|| part3   @sashiborah3303
41:39
Sashi Borah আধ্যাত্মিক
Рет қаралды 217 М.
World’s Largest Jello Pool
01:00
Mark Rober
Рет қаралды 63 МЛН