মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024

  Рет қаралды 2,734,079

Anupom Bitupon

Anupom Bitupon

5 ай бұрын

মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
কণ্ঠ = পাৰ্থজিৎ নেওগ, বিশ্বজিত সোণোৱাল, পূবালী ফুকন
কথা সুৰ = মানস জ্যোতি শইকীয়া , পুলিন মহন
সংগীত = মেজাঙ্কৰী
ঢোল = দ্বীপ গগৈ , বিশাল গগৈ

বাঁহী = মানস বৰা(ঋষি)
তাল ,পেঁপা ,গগনা = অনুৰণ বেজবৰুৱা
মেলডি = ভদ্ৰ কান্ত দাস
পৰিকল্পনা, ব্যৱস্থাপনা = অচ্যুত শইকীয়া
প্ৰযোজনা = লীনা গগৈ শইকীয়া
শব্দ গ্ৰহণ = ৰাজোত্তম বড়া(কানাই), বিতোপন গগৈ
শব্দ সংমিশ্ৰণ = ৰাজোত্তম বড়া (কানাই)
বাণীবন্ধন = ষ্টুডিও আৰ কে ডিজিটেল , বালীঘাট
দৃশ্য গ্ৰহণ আৰু সম্পাদনা = ৰাজনিশ শইকীয়া
বিশেষ কৃতজ্ঞতা = ৰাহুল ৰঞ্জন গগৈ, পূৰ্ব গগৈ, দীপাংকৰ সোণোৱাল, কস্তুৰী কাঞ্চন বৰুৱা, প্ৰহ্লাদ গগৈ, অৱনী গগৈ, বিজুমণি গগৈ
www.saavn.com/p/album/assames...
open.spotify.com/track/5zUpIg...
#anupombitupon #Bihu2024
#anupambitupon #new_assamese_song_2024
#New_assamese_bihu_song
#Mayongor_bejali
anupom bitupon
Mayongor bejali
anupombitupon
bihu 2024
New Assamese bihu song
anupambitupon bihu
mayangor bejali
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames...

Пікірлер: 2 100
@user-tg4pr5uc9n
@user-tg4pr5uc9n 19 күн бұрын
❤😮😊 moja
@BobitaBhuyan-kb6cd
@BobitaBhuyan-kb6cd 27 күн бұрын
বৰ ধুনীয়া হৈছে। আগুৱাই যোৱা👍
@aditi_345__5
@aditi_345__5 2 ай бұрын
অসমীয়া ডেকা- গাভৰু হৈ অতি সুন্দৰ উপস্থাপন কৰিছা!! 💛 আগবাঢ়ি যোৱা..
@PranabBorah-yf5gc
@PranabBorah-yf5gc 2 ай бұрын
বহুত ধুনীয়া গানটো ❤❤❤❤❤❤❤❤
@bulangogoi6864
@bulangogoi6864 5 ай бұрын
বিহু গীতটো শুনি আপ্লুত হলো। মৰম লগা ভাইটিকিটা আৰু পূবালীৰ কণ্ঠত বৰ সুন্দৰ হৈছে। তোমালোকলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো💐💐💐❤
@SantoshMohanPhukan
@SantoshMohanPhukan 5 ай бұрын
এইবোৰহে বিহুগীত। আগবাঢ়ি যোৱা ❤
@surendeka6209
@surendeka6209 Ай бұрын
বৰ ভাল গান গাইছে। ভৱিষ্যতে আৰু নতুন নতুন গান গাই থাকিব বুলি আশা কৰিলো।
@bornaliboruah2576
@bornaliboruah2576 2 ай бұрын
গীতটি শ্ৰুতি মধুৰ হৈছে। তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🌹
@bijusaikia2586
@bijusaikia2586 3 ай бұрын
খুবেই ধুনীয়া,,,,,,মই দিনটোত এবাৰ হলেও শুনো,,,,,,,,, আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ ❤❤❤❤
@bibeksaikiaofficial5500
@bibeksaikiaofficial5500 5 ай бұрын
আচলতে নিজৰ ঠাই খনিৰ ওপৰত এনেকৈ গীতৰ সুৰ তুলি দিয়া বাবে সঁচাই গৌৰৱান্বিত হৈছোঁ। আহিব দেই এবাৰ আমাৰ মায়ংখনিলৈ ভূমুকিয়াই যাব । লগতে গীতটি মনপৰসা হৈছে । শুভ কামনা থাকিল গোটেই পৰিয়ালটি লৈ। Lots of love from MAYONG
@ProvatMudoi-om2gn
@ProvatMudoi-om2gn 22 күн бұрын
প্ৰকৃত বিহু
@alpanatapanoza6657
@alpanatapanoza6657 2 ай бұрын
গানটো একদম মনপৰশা হৈছে❤ কিমান বাৰ যে শুনো হিচাপেই নাই সকলোকে শুভেচ্ছা যাচিলোঁ‌ সংস্কৃতিৰ পথাৰ খনত আৰু আগুৱাই যাওঁক
@user-bb6rj8tw6f
@user-bb6rj8tw6f 2 ай бұрын
Qqz
@user-ei1yr2fv6w
@user-ei1yr2fv6w 2 ай бұрын
😅🎉😂😉😆🤩
@paparidevi720
@paparidevi720 2 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤tuirioeroruosyk
@paparidevi720
@paparidevi720 2 ай бұрын
😢😂🎉
@BhairabDutta-gd1ok
@BhairabDutta-gd1ok 23 күн бұрын
😂😂😂😂😂😂😂
@rijubarthakur8641
@rijubarthakur8641 4 ай бұрын
ঈশ্বৰে তোমালোক দুয়োকে লগতে ভন্টি জনীক অতি সুন্দৰ কন্ঠ একোটা দিছে ভালে ৰাখিবা । বাদ্য যন্ত্ৰ সকলৰ অতি সুন্দৰ কাৰণেই গানটো সোনত সোৱগা হৈছে
@user-qz6ff3pt6u
@user-qz6ff3pt6u 4 ай бұрын
অন্তৰ চুই যোৱা এটি বিহু গীত শুনিবলৈ পাইছোঁ❤❤❤❤❤❤❤❤❤❤❤❤❤
@ritamoniboruah5038
@ritamoniboruah5038 2 ай бұрын
বৰ ধুনীয়া লাগিছে। এইয়াহে বিহুৰ মাদকতা।
@runumisaikia8077
@runumisaikia8077 Ай бұрын
ইমান সুন্দৰ হৈছে বিহু গীতটো যিমান শুনিলেও শুনি থাকিবলৈ মন যায় থাকে ।
@ArchanaBarman-mj6dy
@ArchanaBarman-mj6dy 4 ай бұрын
বহুত বাৰ সুনিলো......... কি কম আৰু ভাষা নাই কবলে.... বহুত বহুত বহুত ধুনীয়া হৈছে ♥️♥️♥️♥️
@user-dl7mm3tv8e
@user-dl7mm3tv8e 5 ай бұрын
সুন্দৰ হৈছে ❤❤
@beautihazarika6575
@beautihazarika6575 Ай бұрын
ইমান যে ধুনীয়া বিহু গীতটি শুনিলে মন দুনাই যায় শুনিবলৈ ....
@ParthaDas-dn4lk
@ParthaDas-dn4lk 12 күн бұрын
সুন্দৰ‌ ভাই সকল 👍
@jharnabarua1652
@jharnabarua1652 5 ай бұрын
ভাল লগা নামষাৰী এনেকৈ শুনিবলৈ পাই বহুত ভাল লাগিল😍😍
@debojanibora9483
@debojanibora9483 4 ай бұрын
বʼহাগ বিহুত এনেকুৱা এটি বিহু গীত আৰু উপহাৰ পাম বুলি আশা কৰিলো।
@user-co8vr5vu8d
@user-co8vr5vu8d 2 ай бұрын
বহুত ভাল লাগিছে ❤ শুনিলে শুনি থাকিব মন যায় ❤
@priyankaboruah2241
@priyankaboruah2241 5 ай бұрын
বিহু বিহু ❤❤ বহুত ভাল লাগিছে আগবাঢ়ি যোৱা সদায় ❤
@lijashree--25
@lijashree--25 5 ай бұрын
উফ্ বহুত ধুনীয়া 😍❤️🔥
@priyanshugondhia9649
@priyanshugondhia9649 22 күн бұрын
মন পৰশা গান। শুনি আমনি নালাগে চোন ❤❤
@ritudeka9796
@ritudeka9796 2 ай бұрын
বহুত বহুত সুন্দৰ ❤️👌 বিহু ধুনীয়া হৈছে
@paparidevi720
@paparidevi720 Ай бұрын
❤❤❤
@manjitkurmicreations
@manjitkurmicreations 4 ай бұрын
ধুনীয়া লাগিলে শুনি ❤
@paragdeka9602
@paragdeka9602 5 ай бұрын
এইবাৰৰ শ্ৰেষ্ঠ বিহু । পোৱালি দুটা আগবাঢ়ি যা ❤❤❤❤❤
@manash_jyoti_saikia
@manash_jyoti_saikia 5 ай бұрын
অশেষ ধন্যবাদ জনালোঁ❤
@prafullagogoi1742
@prafullagogoi1742 26 күн бұрын
সুন্দৰ ❤
@PopyKalita-qp6co
@PopyKalita-qp6co 2 ай бұрын
বহুত বহুত বহুত ধুনীয়া গানটো ❤আৰু এনেকুৱা গান পাম বুলি আশা থাকিল ❤❤❤
@rijubarthakur8641
@rijubarthakur8641 4 ай бұрын
অতি সুন্দৰ গান । কন্ঠ অতি সুন্দৰ । সযতনে ৰাখিবা । আগলৈ আৰু শুনাৰ আশাৰে
@pujagogoi158
@pujagogoi158 5 ай бұрын
শুভেচ্ছা থাকিল তহঁতলে ❤️☺️
@souravgogoi7038
@souravgogoi7038 2 ай бұрын
ভাইসত নচুৱাইহে এৰিবি মানে❤❤❤ সুন্দৰ সুন্দৰ
@saujanya2097
@saujanya2097 2 ай бұрын
বৰ ধুনীয়া
@saponjyotinath2837
@saponjyotinath2837 4 ай бұрын
সুন্দৰ..... 2000 চনৰ সময়লৈ মনত পৰি গল
@assamrider7616
@assamrider7616 Ай бұрын
বৰ ধুনীয়া লাগিছে।এইয়াহে বিহুৰ মাদকতা
@dikshitadeka7541
@dikshitadeka7541 2 ай бұрын
সুন্দৰ ❤❤😊😊
@monikasaikia2159
@monikasaikia2159 2 күн бұрын
Bohut bohut huwala kontho,huni deha hat pori gl❤
@ddvlogsofficial039
@ddvlogsofficial039 5 ай бұрын
ভাষা নাই ❤ বহুতেই সুন্দৰ 🤍😊 সকলো লৈকে শুভেচ্ছা থাকিল।👍⭐
@manshidutta2594
@manshidutta2594 5 ай бұрын
সুন্দৰ বন্ধু🤩💥💖
@borakhaburagohain8023
@borakhaburagohain8023 2 ай бұрын
অতি সুন্দৰ ❤
@deepgogoi6448
@deepgogoi6448 5 ай бұрын
Ami bondhu kitai gaan ata koribo sesta korisu kene pale jonabo dei❣️
@akkritimahanta7411
@akkritimahanta7411 5 ай бұрын
Dhuniya hoise aguai jua❤
@kaushikbordeuri265
@kaushikbordeuri265 5 ай бұрын
Dhuniya hoise🥰🥰
@MrDas_95
@MrDas_95 5 ай бұрын
Bohut dhunia hoise....Val lagil xuni....❤
@অনুপমবিতোপন
@অনুপমবিতোপন 5 ай бұрын
🙏
@apurbajyoti1584
@apurbajyoti1584 5 ай бұрын
বঢ়িয়া হৈছে দেই🎉
@himashreegohain363
@himashreegohain363 5 ай бұрын
ধুনীয়া বিশ্ব দা ❤️
@DigantaRajbongshi-go8yl
@DigantaRajbongshi-go8yl Ай бұрын
বৰ সুন্দৰ😊
@BinaDevi-vf8qr
@BinaDevi-vf8qr Ай бұрын
বৰ মনোমোহাকৈ গাইছে।
@aninditabharali9837
@aninditabharali9837 2 ай бұрын
অতি সুন্দৰ গীত সুন্দৰ কন্ঠ বহুত ভাল লাগিল শুনি❤
@prabhatdas6134
@prabhatdas6134 Ай бұрын
হৃয়স্পৰ্শী বিহুগীত ❤❤❤
@Pompigogoi-kc6mi
@Pompigogoi-kc6mi Ай бұрын
Ufff❤বিহু বুলি লে এনে হব লাগে।। শুনি শুনি আমনি নালাগে 🥰
@namitadevi4913
@namitadevi4913 22 күн бұрын
বৰ সুন্দৰ, বহুত ভাল লাগিল
@dibyadas5211
@dibyadas5211 4 ай бұрын
পুৰণি বিহু গীতৰ সংমিশ্রণ আছে,,, ভাল লাগে এনেকুৱা গীত
@StudyPoint-dj9gi
@StudyPoint-dj9gi 5 ай бұрын
ভাল লাগিল ।সকলোৱে প্ৰাণঢালি পৰিবেশন কৰিছে ।
@mridulrabha2171
@mridulrabha2171 2 ай бұрын
বহত ধুনিয়া হৈছে গান ২ অন্তৰ চুই যোবা বিহু গান ❤❤❤❤❤।
@ghanashyamgoswami3826
@ghanashyamgoswami3826 Ай бұрын
পাগল নেকি বে ? অসমত আছ অসমীয়া ভাষা উন্নতি কৰ।হাৰাম খোৰ
@user-zw4ji3bt6h
@user-zw4ji3bt6h 2 күн бұрын
Oti hundor poribekhon bohut bohut val lagise💓💓💓💓👍👌👌👌
@dharmajitbarman3289
@dharmajitbarman3289 24 күн бұрын
ধুনীয়া
@khatiaxomiyalora7631
@khatiaxomiyalora7631 5 ай бұрын
বিহু বিহু লাগিছে গাত❤
@prankuldutta1636
@prankuldutta1636 2 ай бұрын
❤❤❤❤❤ সুন্দৰ বিহু গীত সঁচা অৰ্থত
@debojithazarika6546
@debojithazarika6546 5 ай бұрын
বহুত ধুনীয়া হৈছে ❣️❣️❣️সদাই এনেকৈ আগ বাহি যোৱা তাৰে কামনা কৰিলো 👌👌👌🔥🔥🔥
@fluteprasantagogoi6528
@fluteprasantagogoi6528 5 ай бұрын
সকলোৱে ইমান সুন্দৰ হৈছে,,,❤❤❤❤❤ এনেদৰে আমাৰ বিহু জাতীয় সংস্কৃতি টো জীয়াই ৰাখিবা আগলৈ এনে গীত শুনিবলৈ পোৱা আশা থাকিল ,,,
@manash_jyoti_saikia
@manash_jyoti_saikia 5 ай бұрын
অশেষ ধন্যবাদ জনালোঁ❤
@eladutta1443
@eladutta1443 23 күн бұрын
বহুত ভাল হৈছে
@prachurjyapranbora4134
@prachurjyapranbora4134 Ай бұрын
বৰ ভাল লাগিল। এনে বিহু আৰু আশা কৰিলোঁ।
@PH-wh1qv
@PH-wh1qv 4 ай бұрын
ভাল লাগিল, ভাইহঁত । পিন্টু , জালুকনিবাৰীৰ পৰা
@MridulBordoloi-qq4se
@MridulBordoloi-qq4se 3 ай бұрын
Monumoha Assamese Bihu geet...bhut dhuniya hoise...
@pulakmedhi2079
@pulakmedhi2079 2 ай бұрын
বহুত সুন্দৰ, ভাল লাগিল 🙏🙏👌👌
@chinkumonideka2643
@chinkumonideka2643 Ай бұрын
গানটি সোণত সুৱগা হৈছে ❤❤❤❤❤❤
@BNKOLAKENDRA
@BNKOLAKENDRA 5 ай бұрын
নৱবৰ্ষ ত বৰ সুন্দৰ এফাকি বিহু ৰাইজলৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ ❤
@kalpanarabha4424
@kalpanarabha4424 7 күн бұрын
Hundor ❤❤❤
@kandarpadeka9347
@kandarpadeka9347 Ай бұрын
সুন্দৰ লাগিল দেই
@mj5392
@mj5392 5 ай бұрын
উফ্। ইমান ধুনীয়া 🥺❤️। ১০ - ১৫ বছৰ পিছলৈ ওভোটাই লৈ গ'ল মনটো। ❤️
@PutuldasPutuldas-hl5cu
@PutuldasPutuldas-hl5cu 9 күн бұрын
Bohut bhal lagil agoloie aro ane kuwa bihu git pam buli akha thakil
@bhadraborgohain5002
@bhadraborgohain5002 7 күн бұрын
Hundar bihu song🙏
@ritusmitaborgohain7478
@ritusmitaborgohain7478 5 ай бұрын
বহুত ধুনীয়া হৈছে❤সকলোলৈকে শুভেচ্ছা জনালো❤👌
@surujdas3819
@surujdas3819 Ай бұрын
Jui 🔥🔥🔥🔥
@pallavjyotikalita7633
@pallavjyotikalita7633 2 ай бұрын
ধুনীয়া হৈছে 👍👌👏👏
@satyajitpatarpatar8348
@satyajitpatarpatar8348 18 күн бұрын
Xhosakoi bohut val lagise
@borshaborah4272
@borshaborah4272 5 ай бұрын
সুন্দৰ হৈছে আগুৱাই যোৱা তোমাৰলোক ❤
@mridudutta3210
@mridudutta3210 3 ай бұрын
প্ৰথম পৰিচয়ত মই অসমীয়া বিহু বুলি ক'লে বলিয়া ❤ তাতেই আকৌ বিহু গীত...বৰ ধুনীয়া _
@PallabSaikia-mn1tc
@PallabSaikia-mn1tc 2 ай бұрын
ধূনিয়া লাগিছে দেই🎉🎉🎉🎉🎉
@gupalinath2515
@gupalinath2515 2 ай бұрын
​@@PallabSaikia-mn1tckkovvpphgop❤😂😂😂🎉
@gupalinath2515
@gupalinath2515 2 ай бұрын
❤❤❤iofdfjiffoiddoidd😮reoodxkkcfyofddlkddfddgydhkkff pordfgjofsdiyfrkdefjgffgufdddffff
@padminigogoi9533
@padminigogoi9533 8 күн бұрын
Nasu nasu lagijai mur
@rupamdoley5377
@rupamdoley5377 2 ай бұрын
বহুত ধুনীয়া হৈছে
@rueeborah8033
@rueeborah8033 2 ай бұрын
আইযৈ বিহু বিহু লাগিছে। অতি সুন্দৰ
@user-kp2hs9xn9q
@user-kp2hs9xn9q 5 ай бұрын
Mjaa ❤❤
@user-xc4qn5tm6e
@user-xc4qn5tm6e 2 ай бұрын
বিহু বিহু লাগিছে গাত, সুন্দৰ
@tarunkakati7270
@tarunkakati7270 3 ай бұрын
দৰংৰ পৰা শুভেচ্ছা জনালোঁ মজা
@nanditakalita172
@nanditakalita172 5 ай бұрын
Dhuniya lagise
@hemlotaray8262
@hemlotaray8262 2 ай бұрын
সুন্দৰ বিহু গীত ❤❤❤
@dipikadas2267
@dipikadas2267 2 ай бұрын
কেইবাবাৰো শুনিচো repeat কৰি কৰি❤🤗বৰ সুন্দৰ হৈছে 💝
@mrbairagi3666
@mrbairagi3666 5 ай бұрын
মৰমৰ ভাই - ককাই কেইটাৰ ইমান‌ সুন্দৰ কাম দেখি বৰ সুখী হৈছো ❤ খুব ধুনীয়া হৈছে ❤️‍🔥
@RinjuMonisKitchenVlogs
@RinjuMonisKitchenVlogs 5 ай бұрын
বিহু গীতটো শুনি সঁচাই বহুত ভাল লাগিল।😍😍 আগুৱাই যাওঁক।🙏
@SweetyGogoi-kq6gk
@SweetyGogoi-kq6gk Ай бұрын
Bahut bahut val lagi gol. hunile huni thakiborei mon jai.
@basantabora3327
@basantabora3327 Ай бұрын
Bhut val lagisa
@gupalkrishna3914
@gupalkrishna3914 5 ай бұрын
ধুনীয়া ❤🔥🔥🔥
@durlovsonowal1231
@durlovsonowal1231 Ай бұрын
ধুনীয়া❣️
@monujbora9254
@monujbora9254 20 күн бұрын
অতি সুন্দৰ 🤗
@sajidabegum4096
@sajidabegum4096 5 ай бұрын
বহুত ধুনীয়া🌺
@locallora126
@locallora126 5 ай бұрын
Hundor bihu sang ❤❤❤❤❤❤
@nabajyotinath5282
@nabajyotinath5282 3 ай бұрын
সুন্দৰ মনপৰশা এটি বিহু উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ আৰু আগবাঢ়ি যোৱা।
@purnimagogoimaina1078
@purnimagogoimaina1078 Ай бұрын
খুবেই সুন্দৰ 🤗🤗💓💓💓
@newassamgogoi4627
@newassamgogoi4627 5 ай бұрын
সঁচাই ইমান শুনিবলৈ সুন্দৰ হৈছে সদাই এখোজ আগুৱাই যোৱা তাকে আশীৰ্বাদ কৰিলোঁ
@biplobsaikia6264
@biplobsaikia6264 5 ай бұрын
বহুত ধুনীয়া হৈছে আগুৱাই যা ভাইহঁত ❤
@user-vc5fo6hg6w
@user-vc5fo6hg6w Ай бұрын
Bahut bhal lagil ..mon bhari gol
@prasantasaikia5271
@prasantasaikia5271 27 күн бұрын
বৰ ভাল হৈছে দেই ৷
СНЕЖКИ ЛЕТОМ?? #shorts
00:30
Паша Осадчий
Рет қаралды 4,8 МЛН
We Got Expelled From Scholl After This...
00:10
Jojo Sim
Рет қаралды 20 МЛН
Super gymnastics 😍🫣
00:15
Lexa_Merin
Рет қаралды 83 МЛН
Қанат Ерлан - Сағынамын | Lyric Video
2:13
Қанат Ерлан
Рет қаралды 789 М.
Serik Ibragimov - Сен келдің (mood video) 2024
3:19
Serik Ibragimov
Рет қаралды 55 М.
Eminem - Houdini [Official Music Video]
4:57
EminemVEVO
Рет қаралды 69 МЛН
Jaloliddin Ahmadaliyev - Yetar (Official Music Video)
8:28
NevoMusic
Рет қаралды 5 МЛН
Say Mo - LIL BIT & 1 shot 2 (Waysberg music) remix
2:43
Waysberg Music🇰🇿
Рет қаралды 56 М.
Sadraddin - Если любишь | Official Visualizer
2:14
SADRADDIN
Рет қаралды 362 М.