No video

অসমীয়া প্ৰাৰ্থনা || Assamese Parthona|| অসমীয়া নাম ঘোষা || Assamese Bhokti Geet || Brahma adi kori

  Рет қаралды 1,874,319

MG Assamese Tune

MG Assamese Tune

Күн бұрын

অসমীয়া প্ৰাৰ্থনা || Assamese Parthona অসমীয়া নাম ঘোষা || Assamese Bhokti Geet || Brahma adi kori 🙏🙏🕉️🕉️🙏🙏
All Songs Singing by Singer : Zublee Baruah
_______________________________________________
Assamese Prayer songs (Assamese Parthona) are a unique feature of assamese society.The Prayers ( god song)of The Nameghosha, composed by Madhavdeva, have been prevalent in Assamese Society for a long time. People from different parts of the world show their devotion to God through Song. This devotional foundation is based on prayer, which even an inexperienced devotee can feel his closeness to God.
_______________________________________________
ব্ৰহ্মা আদি কৰি
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||
হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||
তুমি চিত্ত বৃত্তি মোৰ
তুমি চিত্ত বৃত্তি মোৰ প্ৰৰ্ৱতক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া প্ৰভু ভগৱন্ত।।
তুমি মোৰ অন্তৰ্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লওঁ যি মতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ।।
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ।।
নাজানোহো আৱাহন নাজানোহো বিসৰ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত।।
-- শ্ৰী শ্ৰী মাধৱ দেৱ (নামঘোষা)
মই দুৰাচাৰ
মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ,
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি,
পশিলো হেৰা শৰণ…
হে কৃষ্ণ স্বামী তযু পাদে আমি,
কেৱল শৰণ চাওঁ…
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ,
তেৱেস প্ৰভু এৰাওঁ…
হে যদুপতি মইমূঢ়মতি
নাজানো সেৱা তোমাৰ…
কেৱলে তোমাৰ চৰণ পংকজে,
হৰণ কৰিলো সাৰ…
পুৰুষ উত্তম পৰম পুৰুষ,
পৰম আনন্দ স্বামী…
তযু পাদপদ্ম মকৰন্দ আশে,
হৰন পশিলো আমি…
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ,
প্ৰপন্ন জনতা ৰন…
তুমি প্ৰিয়তম পৰম দেৱতা,
জানিয়া লৈলো শৰণ
মুক্তিত নিস্প্ৰীহ যিটো
মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।১৷৷
যাৰ ৰাম কৃষ্ণ নাম- নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২।।
নমস্কাৰ
মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ জ্ৰীৰাম।
বুদ্ধ কন্ধি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৰে কৰোহো প্রণাম।।৩৷
উপদেশ
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত।।৪৷।৷
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত তাৰ।
অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
অৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।।৫৷৷
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰিগুণ গায়া নাচে।।৬৷৷
সকল নিগম লতা তাৰ অৱিনাশী ফল
কৃষ্ণনাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমঙ্গল অদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰে তৰে ভৱকুূপ।।৭৷৷
অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।
এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।।৮৷৷
যিটোজনে কৃষ্ণকথা বিচাৰ সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়।।৯।।
যাৰ পুত্ৰসৰে এঁত হৰিত শৰণ লৈয়া
হৰিগুণ গাৱে শুদ্ধভাৱে।
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে।।১০৷৷
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি
অনুষ্ঠান সমস্তে কৰিল।
নিৰাশা ইশ্বৰ কৃষ্ণ তাহাঙ্ক সম্মুখ ভৈল
আশাক যিজনে পিঠি দিল।।১১৷৷
অপৰৱিত্ৰ যিটো আতি পৰরিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছে পায়া।
_______________________________________________
Disclaimer: MG Assamese Tune is not
associated with any way of these Music. This video is an honest and harmless attempt at creating an entertaining video. We don't intend in any way to misuse Singer's work. If in any case Singer's team feels that this video should be removed,we will do that at the latest. We request you to not issue a Copyright strike from KZfaq as that will cause irrevocable damage to this Channel. Thank You for your support.... 🙏🙏
_______________________________________________
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.

Пікірлер: 1 000
@ranjitdutta1287
@ranjitdutta1287 2 ай бұрын
মই সদায় এই কেইটা প্ৰাৰ্থনা ৰাতিপুৱা আৰু গধূলি শুনো, মনটো বৰ ভাল লাগে।
@swagatabaruah9015
@swagatabaruah9015 8 ай бұрын
Jai krishna
@kalyaniburagohain1632
@kalyaniburagohain1632 Ай бұрын
Krishna 🙏🌺🙏🙏
@dipagogoi9673
@dipagogoi9673 24 күн бұрын
❤❤ঢ়য‌​@@kalyaniburagohain1632
@babubora1533
@babubora1533 15 күн бұрын
Muku like komen koridia😢😢😢
@BinitaGogoi-zb2pu
@BinitaGogoi-zb2pu Ай бұрын
কৃষ্ণ কৃষ্ণ
@Ridipaxom
@Ridipaxom 29 күн бұрын
কৃষ্ণ প্ৰভূ 🙏সেৱা ভাগি নিবেদিলো
@kiranbor3316
@kiranbor3316 26 күн бұрын
Krishna Krishna radhe radhe prabhu muje kripa kore prabhu bhulanath Nath
@manjudas7406
@manjudas7406 3 ай бұрын
প্ৰনম প্ৰভু । কৃষ্ণ কৃষ্ণ ।
@anitadoley3784
@anitadoley3784 2 ай бұрын
Pornam. Porbi. Kisno. Kisono
@SourabDas-ti8vd
@SourabDas-ti8vd Ай бұрын
O​@@anitadoley3784
@guloupal-xl8sm
@guloupal-xl8sm 9 ай бұрын
Jai jai 🙏🙏🙏🙏
@SumenminiVlog
@SumenminiVlog Ай бұрын
Jai shree Krishna ❤
@mohandeka5023
@mohandeka5023 5 ай бұрын
Krishna porvo shree krishna hore murari ❤
@user-gq9gi7uy3o
@user-gq9gi7uy3o 3 ай бұрын
Krishna Krishna Krishna umm Santi umm Santi umm Santi pravu narayana ❤❤❤
@GAMERAGS-rz8ku
@GAMERAGS-rz8ku 3 ай бұрын
যাৰ যাৰ এই প্ৰাৰ্থনা কেইটা ভাল লাগিছে লাইক কৰিব। 👇
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
সচা কথা, পুৱা তে সদায় এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি কবপাৰি,সেয়ে এনে ভক্তি মূলক গীত শুনি মই মনতে খুব সুখ অনুভৱ কৰো
@anjaliborgohain820
@anjaliborgohain820 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 কৌটি কৌটি প্ৰণাম প্ৰভু কৌটি কৌটি প্ৰণাম ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সুন্দৰ পুৱা এনে ভক্তি মূলক গীত শুনি খুবেই ভাল পাও সেয়ে মই বাৰে বাৰে শুনি থাকিলেও আমনি নাপাও,,,
@priyankagogoi3837
@priyankagogoi3837 Жыл бұрын
He provu mur hontanti jate vle kukhole ai prithibiloi ahe tare apunar soronot dhori parthona korilu provu 🙏🙏🙏
@user-to4dw2oc1u
@user-to4dw2oc1u 6 ай бұрын
😊
@hiyamani23
@hiyamani23 Жыл бұрын
Jai shree Krishna🙏🙏🙏
@bhubanduarah303
@bhubanduarah303 Жыл бұрын
Jan o tumar Kantha best of all.God bless you Jan.Jai jagat guru Sankardev Madhabdev,tumar kanthai Hiday prabitr kare jan
@babitakalita931
@babitakalita931 Жыл бұрын
Joy shree krishna 🙏🙏
@Rajashreedas-cl1bd
@Rajashreedas-cl1bd Жыл бұрын
Krishna Krishna 🙏🌍🙏
@RumiPhukan-ev1ri
@RumiPhukan-ev1ri 6 ай бұрын
Ram Krishna Ram Krishna Ram Krishna porbhu doya koriba..🙏🙏🙏😍❤️❤️
@minunath733
@minunath733 Жыл бұрын
বহুত ভাললাগিছে
@hemkantihazarika9531
@hemkantihazarika9531 Ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🏻🙏🏻🙏🏻🙏🏻
@bulbulgogoi4388
@bulbulgogoi4388 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤
@akashhazarika3384
@akashhazarika3384 Жыл бұрын
Krishna 🙏
@matteldevice8853
@matteldevice8853 Жыл бұрын
Krishna 🙏🙏🙏
@user-rq2te2yb3n
@user-rq2te2yb3n 9 ай бұрын
Krishna Krishna Krishna ❤❤❤
@bontidas3627
@bontidas3627 Жыл бұрын
Krishna..🙏🕉️
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
বহু ভাল লাগিল আপোনাৰ পূজা পাৰথনা শুনি,,
@ranjitthakuria3445
@ranjitthakuria3445 Жыл бұрын
🙏🙏🙏
@amalkalita5581
@amalkalita5581 Жыл бұрын
কৃষ্ণ ৰাম৷
@hiramanidas5697
@hiramanidas5697 Жыл бұрын
Krishna Krishna
@bhaba-xg4eb
@bhaba-xg4eb Ай бұрын
Jay krissna❤❤❤❤❤❤❤❤❤
@PapuDutta-mo6ht
@PapuDutta-mo6ht 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤
@gitikadowerahdutta6602
@gitikadowerahdutta6602 Жыл бұрын
Joy Sree Krishna..🙏🏻🙏🏻🙏🏻
@bijumonideuri6330
@bijumonideuri6330 Жыл бұрын
🙏🙏🙏🙏
@kirandoley711
@kirandoley711 27 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤️
@user-pl8mf5bw6t
@user-pl8mf5bw6t 10 ай бұрын
🙏🙏🙏🙏❤
@lakhimaofficial3671
@lakhimaofficial3671 Жыл бұрын
🙏
@babubora1533
@babubora1533 18 күн бұрын
Jai. Krishna❤❤❤
@manashpujari9439
@manashpujari9439 9 ай бұрын
Jai shree Radha Radha
@user-tg1mz1ql9b
@user-tg1mz1ql9b Жыл бұрын
দেহ মন জুৰ পৰি যায়।
@sonarampatgiri1634
@sonarampatgiri1634 6 ай бұрын
8:01
@PrabinBaruah-rp4rs
@PrabinBaruah-rp4rs 5 ай бұрын
lll❤❤ Dr​@@sonarampatgiri1634
@electroposee1051
@electroposee1051 4 ай бұрын
Krishan krishan 🙏🙏🙏
@arunpujari4782
@arunpujari4782 26 күн бұрын
Jai,,Brahma,,Bisnu,,Mahessar
@abhijitborah1942
@abhijitborah1942 Жыл бұрын
কৃষ্ণ প্ৰভূ
@user-tg1mz1ql9b
@user-tg1mz1ql9b Жыл бұрын
🙏🙏🙏🙏🙏
@maheshmahanta3746
@maheshmahanta3746 Ай бұрын
ওম নমো ভগৱতে বাসুদেৱায়
@niruborah6728
@niruborah6728 Жыл бұрын
Krishna❤
@karunagogoikarunagogoi8734
@karunagogoikarunagogoi8734 Жыл бұрын
krishna krishna🙏🙏🙏
@Binita-w6b
@Binita-w6b Ай бұрын
কৃষ্ণ কৃষ্ণ 🪔🪔🙏🙏
@allone2175
@allone2175 8 ай бұрын
Bhaal hoise
@naranathgogoi
@naranathgogoi 5 ай бұрын
Krishn krishn 🙏 🙏 🙏
@tanushreeborahazarikaborah1703
@tanushreeborahazarikaborah1703 Жыл бұрын
কৃষ্ণ,কৃষ্ণ,হে হৰি!
@nikitabordoloi717
@nikitabordoloi717 Жыл бұрын
কৃষ্ণ কৃষ্ণ❤️❤️🙏🙏🙏
@user-oj7sx8zf2t
@user-oj7sx8zf2t Ай бұрын
কৃষ্ণ
@user-pw6jf6rg3e
@user-pw6jf6rg3e 28 күн бұрын
কৃষ্ণ প্ৰভু কৃপা কৰিবা 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@dipakkrdasdaskrdipak4941
@dipakkrdasdaskrdipak4941 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ এনেকৈ প্ৰচাৰ হৈথাকিলে ভাল হব ।নমস্কাৰ কৃষ্ণ।
@DG1234_
@DG1234_ Жыл бұрын
Krishno guru
@dilipkumarboruah6990
@dilipkumarboruah6990 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🏼সন্ধ্যাৰ সেৱা আগবঢ়াইছোঁ।
@MGAssamesetune
@MGAssamesetune Жыл бұрын
🙏🙏
@violeenalaskar3742
@violeenalaskar3742 9 ай бұрын
কৃষ্ণ ,প্ৰাৰ্থনা ই মানুহৰ মন শুদ্ধ কৰক।ভক্তি ভাৱ জাগৰিত কৰক।সুন্দৰ ।
@pran139
@pran139 5 ай бұрын
কৃষ্ণ কৃষ্ণ
@MithupeguPegu
@MithupeguPegu 2 ай бұрын
Namu namu krishna krishna
@kalpanaborah7100
@kalpanaborah7100 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@kashmiritalukdar4909
@kashmiritalukdar4909 Жыл бұрын
🙏🙏কৃষ্ণ প্ৰভু🙏🙏
@abnomdas7878
@abnomdas7878 Жыл бұрын
কৃষ্ণ নাৰায়ণ 🙏❤️🙏
@pradiphazarika7068
@pradiphazarika7068 Жыл бұрын
J bone bone n nob tooth work o
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@MGAssamesetune
@MGAssamesetune Жыл бұрын
কৃষ্ণ....🙏🙏
@debagogoideba1844
@debagogoideba1844 Жыл бұрын
Krishno🙏🙏 krishno 🙏🙏🙏🙏
@bikashbaruah4501
@bikashbaruah4501 Ай бұрын
He Krishna provu Daya moi
@lekhan.ff75
@lekhan.ff75 Жыл бұрын
ভালো লাগি গল ❤
@susmitanath7977
@susmitanath7977 Жыл бұрын
Krishna Narayan ,🙏🙏🙏
@ShyamantaSonowal-ud8dv
@ShyamantaSonowal-ud8dv 3 ай бұрын
Hori.krishna.krishna.krishna...........
@puspadas5185
@puspadas5185 Жыл бұрын
Joy shree Krishna
@dipaliborah1592
@dipaliborah1592 Жыл бұрын
Jai Krishna 🙏🙏🙏
@dimbeswaridevi9531
@dimbeswaridevi9531 Жыл бұрын
Jai krishna
@nikitabordoloi717
@nikitabordoloi717 Жыл бұрын
Krishno krishno♥️♥️🙏🙏🙏🙏
@ranjanakalita3963
@ranjanakalita3963 2 ай бұрын
🙏 krishn krishn
@bhupenhatimuria1850
@bhupenhatimuria1850 Жыл бұрын
কৃষ্ণ প্ৰভু দয়া কৰিবা আমাক 🙏👍 সুন্দৰ কণ্ঠ বহুত ভাল লাগিল 🙏
@priyankagogoi3837
@priyankagogoi3837 11 ай бұрын
@KamalKolita
@KamalKolita 6 ай бұрын
1😮
@dipalitalukdar6627
@dipalitalukdar6627 Жыл бұрын
Krishna Krishna 🙏🙏
@DHANESWARKAKATI
@DHANESWARKAKATI 6 күн бұрын
Jay krishna
@user-ty1dm5jw7r
@user-ty1dm5jw7r Ай бұрын
🙏🙏joy Krishna
@pankajnath7488
@pankajnath7488 Жыл бұрын
কৃষ্ণ কৃষ্ণ নাৰায়ণ ❤
@user-ps8gc5qw1n
@user-ps8gc5qw1n Ай бұрын
Jai. Shree krishna joy jogot gouri seemonto shankur
@riyabora1223
@riyabora1223 Жыл бұрын
প্ৰভু 🙏❤️
@asabinashdas2.572
@asabinashdas2.572 Жыл бұрын
Krishna
@pinkumorang8582
@pinkumorang8582 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🌺🌺🌺🙏🙏🙏
@ShyamantaSonowal-ud8dv
@ShyamantaSonowal-ud8dv 3 ай бұрын
Hori.krisha.krishna.krishna.
@fatikdeka451
@fatikdeka451 Жыл бұрын
জয় গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ
@harakantatamuli1053
@harakantatamuli1053 Жыл бұрын
Bor hundar hoise . Krishna Krishna 🙏🙏🙏
@user-su8pw5rc1v
@user-su8pw5rc1v 8 ай бұрын
Krishna hori ram ram 🙏🙏🙏
@Gargi-lm4gl
@Gargi-lm4gl 4 ай бұрын
Krishno prabhu
@purobidevi9937
@purobidevi9937 Жыл бұрын
Nomo narayana
@bituponphukon3965
@bituponphukon3965 Жыл бұрын
Krishna Krishna bohut vokti ase ,apunar parthonat..........
@MGAssamesetune
@MGAssamesetune Жыл бұрын
কৃষ্ণ ...🙏🙏
@user-sl7ww3nc7q
@user-sl7ww3nc7q 9 ай бұрын
🙏🙏🙏🙏 প্ৰভু
@manasdeka6801
@manasdeka6801 Жыл бұрын
Krishna 🙏🙏🙏🙏🙏🙏🙏
@leenadas332
@leenadas332 Жыл бұрын
বহুত ভাল লাগিল🙏🙏🙏ইমান সুন্দৰ কণ্ঠ🙏🌼🌼
@RajuNath-qd9de
@RajuNath-qd9de 8 ай бұрын
Radhe krisna
@user-ss4dj1sd7n
@user-ss4dj1sd7n Ай бұрын
Krishna ❤
@dikhumahanta7369
@dikhumahanta7369 Жыл бұрын
এইবোৰ ভক্তিমূলক গান শুনিলে মনটো বহুত ভাল লাগে আৰু নিজকে ধন্য মানি লোৱা যেন লাগে।
@khagenbhuyan6727
@khagenbhuyan6727 Жыл бұрын
🙏🙏🙏 Krishna
@ilamonichutia7452
@ilamonichutia7452 Жыл бұрын
​@@khagenbhuyan6727 and ta ki akon..😂😊 //😂
@umeshchandradutta9187
@umeshchandradutta9187 8 ай бұрын
Parthona xuni bor aaplot hoiso.Extremely elated listening, Assamese religious songs.
@RakeshBoro-wj5hi
@RakeshBoro-wj5hi 5 ай бұрын
KriShn...krishn
@user-ug3vo3ki1w
@user-ug3vo3ki1w Ай бұрын
Jai shree krishna 🙏🙏🙏🌸💮🌺🌼🌸💮
@jyotishmoynath3831
@jyotishmoynath3831 3 ай бұрын
Omm om jai maa Jai sani dev ji
@sonalgamer1695
@sonalgamer1695 Жыл бұрын
Krishno krishno 🙏🙏
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 910 М.
Why Is He Unhappy…?
00:26
Alan Chikin Chow
Рет қаралды 109 МЛН
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
kimote bhakati@ zubeen & rantu
18:42
ASHWAMEDHA ASSAM
Рет қаралды 368 М.