অসমত আকৌ ফ্ৰী চাউল নাপাব কিছু দিনৰ কাৰণে ।। Best Earning App 2024 ।। Aapun News

  Рет қаралды 166,616

Aapun News

Aapun News

15 күн бұрын

👇contact me for advertisement👇-
newsaapun@gmail.com
tech - / tkmind
news - / aapunnews
vines - / aapunvideos
#dailyassamesetechnews,#technews1288, #09thJulytrending,#assamesetechnews,#assamesetechnicalvideo,#latesttechnews,#assamdaily,#dailynews,#news,#techinformation,#technology,#technologyvideo,#dailytechnews,#morningdaily
newsupdate,#topnews,#dailytopnews,#topimportantnews,#latestnews,#assam,#todayassamesenews,#dailyassamesenews,#todaynews,#dailyimportantinformations,#bignewstoday,#todaysnews, #earnmoneyonline, #earnmoney, #howtoearnmoneyonline, #forex #forextrader, #demataccount

Пікірлер: 176
@brojendas4637
@brojendas4637 13 күн бұрын
সূলভ মূল্যৰ দোকানীয়ে দৰমহা নাপায়।মাত্ৰ সামান্য কমিচন হে পায়। ১০ কুইন্টল চাউল পোৱা এজন দোকানীয়ে এমাহত মাত্ৰ ১৮০০/টকাহে (এহেজাৰ আঠ শ ) কমিচন পায়। সেই কেই টকাও নিয়মিয়া নহয়। আজি ছয় মাহে এটকাও দিয়া নাই চৰকাৰে।বৰ্তমান অসমত ৩৩,১৬৭ জন দোকানী আছে।ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ।।
@SatishSharma-oy7re
@SatishSharma-oy7re 10 күн бұрын
ধন্যবাদ জনাইছো তোমাক । আমাৰ দুখ খিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰনে । চৰকাৰে সুলভ মুল্যৰ দোকানী বিলাকক সদায় মাহীআই চকুৰে ছাই আহিছে । ধন্যবাদ ।
@mainadas2303
@mainadas2303 13 күн бұрын
দাদা দোকানী সকলক কোনো দৰমহা নিদিয়ে আমাক মাএ ১ কুইন্টলত ১৮০ টকা কমিচন দিয়ে কিন্তু চৰকাৰে সময় মতে নিদিয়ে ,দিলেও ৫০,, ৬০ শতাংশ কমিচন দিয়ে বাকী টো থাকি যায়। দুখৰ বিষয় ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে এটকা পইচা ও দিয়া নাই । দোকানী সকলে পেটত গামোচা মাৰিব লগীয়া অৱস্হা হৈছে।
@rbeditzone6938
@rbeditzone6938 11 күн бұрын
180 nhoi 143 deye amer eat
@Krishna-rc2ws
@Krishna-rc2ws 11 күн бұрын
Yes
@sabitadas8159
@sabitadas8159 13 күн бұрын
বহুত বহুত ধন্যবাদ দাদা আমাৰ কষ্টখিনি বুজি পোৱাৰ বাবে।
@badanpathak4986
@badanpathak4986 13 күн бұрын
apunak ases dhonoybad je bohu bhalkhobor jonai kintu ... sarkare kebol asoni ...apona kam mangta bharme jay jonota ok
@MunsurAli-dc2do
@MunsurAli-dc2do 13 күн бұрын
আপোনি সুলভ মূল্যৰ দোকানীক ইমান ধুনিয়া কথা কোৱাৰ বাবে ধন্যবাদ থািকিল
@MohimPhukan
@MohimPhukan 13 күн бұрын
ধন্যবাদ ভাইটি আমাৰ দুখ বোৰ ৰাইজৰ মাজলৈ লৈ যোৱা বাবে
@ramendutta5792
@ramendutta5792 13 күн бұрын
আপুনি এটা ভুল তথা দিছে , দুকানি সকলক চৰকাৰে মাহে কোনো আঠ হাজাৰ কৈ দিয়া নাই , আমাৰ দুখ ,আমাৰ কষ্ট চৰকাৰে অনুভৱ নকৰে , আমিও জীয়াই থাকিব খোজোঁ , এটা কথা চৰকাৰে অনুভৱ কৰক , আমি ৰাইজৰ সেৱক মাত্ৰ । ধন্যবাদ থাকিল আপোনালৈ , সুন্দৰ কথা ব্যক্ত কৰাৰ বাবে ।
@user-ev7wm1ir7g
@user-ev7wm1ir7g 12 күн бұрын
মই জনা মতে অসমৰ কোনো সূলভ মূল্যৰ দোকানিয়ে দৰমহা পোৱা নাই। কমিছন টো ৱে পোৱা নাই 6মাহ হল।৮০০০/ দৰমহা আপুনি কত শুনিলে। ভালকৈ প্ৰথমে বুজি লওঁক। ধন্যবাদ🙏
@tuhinduarah9936
@tuhinduarah9936 13 күн бұрын
এজেন্ট সকলৰ পাবলগীয়া টকা কেইটা সোনকালে দিব লাগে
@user-xm5rq2ns5o
@user-xm5rq2ns5o 13 күн бұрын
কোনে কৈছে তোমাক আঠ হেজাৰ টকা দৰমহা দিয়ে বুলি ? অসমত এতিয়ালৈ দিয়া নাই ৷ ভালদৰে জানি বুজি ভিডিঅ বনাবা ৷
@TuhinaPeguTaye
@TuhinaPeguTaye 12 күн бұрын
দোকানীসকলৰ সমস্যাবোৰ সুন্দকৈ ব্যৰ্ত কৰাৰ বাবে ধন্যবাদ৷ কিন্ত দৰমহাৰ কথাটো 8000 হাজাৰ বাদ দিয়ক 1 টকাও নিদিয়ে৷
@emachanel2249
@emachanel2249 13 күн бұрын
ভাইটি বহুত ধন্যবাদ জ্ঞাপন কৰিলো। কিন্তু দূখৰ বিষয় যে আমাক 8000 নহয় দৰমহাৰ নামত 1টকাও নিদিয়ে ।
@anserali9396
@anserali9396 11 күн бұрын
সুন্দৰ পৰামৰ্শ
@Gameing_With_Bis
@Gameing_With_Bis 13 күн бұрын
যদি চৰকাৰৰ সাহস আছে ৰাজ্যৰ সকলো চৰকাৰী আমোলা, কৰ্ম চাৰীৰ ছয় মাহৰ বেতন নিদিয়াকৈ চাওকচোন ।
@joydevsaikia5020
@joydevsaikia5020 13 күн бұрын
Aapunar jariote batoribur paou, aapuni khub gurutta purna bikhay to uthapon koril a, khub bhal lagil, Thank you very much
@jayanali1042
@jayanali1042 13 күн бұрын
Good news আমি একজন কন্ট্রোল দুকানি
@ffboy8796
@ffboy8796 10 күн бұрын
সঁচাকৈ অ তেওঁ লোকৰ কিন্তু একো লাভ হোৱা নাই। চৰকাৰে অকল কামত লগাইছে। মই কিন্তু খবৰ ৰাখোঁ তেওঁ লোকে কভিডৰ সময়ত কৰা আমাৰ বাবে যি কষ্ট সেয়া কিন্তু আমাৰ বাবে চিৰনমস্য।
@user-cp8wl2oy2n
@user-cp8wl2oy2n 10 күн бұрын
ধন্যবাদ ভাইটি আমাৰ আজিৰ লৈকে দমহা নাই দিয়া বহুত বহুত ধন্যবাদ
@bikashnath2885
@bikashnath2885 11 күн бұрын
দাদা মই এজন দোকানী আপোনাৰক ধন্যবাদ আমাৰ সমস্যাৰ বিশেষ যে ভিডিও বনাইছে। কিন্ত আপুনি কোৱাৰ দৰে অসমৰ দোকানী সকলে কোনো ফিক্স দৰমহা নিদিয়ে কেবল কমিচন দিয়ে 1.80 টকা প্ৰতি কেজি চাউলত ৷সেই কমিচনৰ টকাৰে পৰিয়ালৰ নচলে আৰু সময় মতে কমিচনত নপোৱাতে আৰু সমস্যা হৈছে ।
@RameshBori
@RameshBori 13 күн бұрын
Very nice video
@BhabaniDas-uu3cx
@BhabaniDas-uu3cx 13 күн бұрын
Moro ration card ase
@mallikaswargiary8928
@mallikaswargiary8928 13 күн бұрын
এজেণ্ট সকলক মই দৰমহা দিয়া আজিলৈকে শুনি পোৱা নাই আৰু নাপায়ো আঠ হাজাৰ টকা। মিছা কথা।
@user-sy7oe8eb3l
@user-sy7oe8eb3l 13 күн бұрын
ধেত তেৰি চৰকাৰে পইচা খিনি অলপ অলপ কৈ হলেও টকা খিনি দি দিব লাগে,নহলে চলিব কেনেকৈ বাৰু ।
@aimonibora9758
@aimonibora9758 12 күн бұрын
Amar krne sinta Korar babe thank you
@user-ol3sr5iw1c
@user-ol3sr5iw1c 13 күн бұрын
Ase de Amar retion card,agotia koi gom Palu vaity ,news 2 diyar babe thank you so much.
@lolitdas894
@lolitdas894 13 күн бұрын
ধন্যবাদ দাদা আপুনি আমাৰ দূখবোৰ বুজি পাইছে 🙏😔
@dilipgoswami4475
@dilipgoswami4475 13 күн бұрын
সুন্দৰ ভাষন আগবঢ়াই দিলে
@user-cp8wl2oy2n
@user-cp8wl2oy2n 10 күн бұрын
ধন্যবাদ ভাইটি তুমি এপাক দোকান কেইখনমান চাই লোৱা দুকানিৰ অৱস্থা দয়া কৰি আৰু দিবা বুলি আসা কৰিলো
@sabitakalita5805
@sabitakalita5805 13 күн бұрын
Val lagile dada aamiu okol khoriya deutai bohut kosto kori aamak solai thake Mur deutau ajon ajent aamaku okon man khohai lage sorkaror pora komkoi holau kiba olap pale val lage ...... Thank you news tu khuni val lagise news tu sorkaroloi jai je 🙏🙏🙏
@user-ei7rn9cb5j
@user-ei7rn9cb5j 13 күн бұрын
অসমৰ কোন খন জিলাত ৮০০০ হাজাৰ টকা দিয়ে, ভালকৈ খবৰটো লৈ জনাব। আন্দোলন কৰি লাভ নাই, দোকানীবোৰে কেজিত ‌৫ টকাকৈ ল'ব লাগে।
@tolokynath2444
@tolokynath2444 13 күн бұрын
Very,good,news
@AbulSarkar-zw7js
@AbulSarkar-zw7js 13 күн бұрын
এটা কথা জানিব যি জন আপোনাৰ বাতৰি পৰিবেশন ভাল পায় সেই জন চাব শুনিব লগতে লাইক ছাচক্ৰাইব কৰিব ই বিচাৰিলে নিজৰকে সৰু যেন লাগে।
@RekhaKanu
@RekhaKanu 12 күн бұрын
🙋🏼‍♂️very nice information 🙏
@ritabora3981
@ritabora3981 13 күн бұрын
Tumar video sai moi bohut val paw. Eman dhuniyake kothabur bujai diya.
@babulray-vy1de
@babulray-vy1de 13 күн бұрын
Very Very good newws Thank
@abdussamad4461
@abdussamad4461 13 күн бұрын
Apuni Val kotha koise❤❤❤❤
@podumisarma3014
@podumisarma3014 12 күн бұрын
Dhoynobad.
@SanjibNeog-bc9et
@SanjibNeog-bc9et 13 күн бұрын
Good..
@BikramUpadhyaya
@BikramUpadhyaya 13 күн бұрын
Reson card ase
@nriugogoi6134
@nriugogoi6134 13 күн бұрын
আছে❤
@rajadewan4032
@rajadewan4032 13 күн бұрын
Thnk u
@JOHNKACHHOP
@JOHNKACHHOP 7 күн бұрын
Like your point
@user-lq8sb3lu6d
@user-lq8sb3lu6d 9 күн бұрын
Thanks
@arunghosh4378
@arunghosh4378 13 күн бұрын
Dhonobad
@nurulislam560
@nurulislam560 13 күн бұрын
নাই ৷
@KhadiSwargiary
@KhadiSwargiary 7 күн бұрын
Good voice bro,
@jahamanbasumatary763
@jahamanbasumatary763 13 күн бұрын
2015 sonor Porai Kunudin commission poyanai sir,
@dineshmoran1114
@dineshmoran1114 13 күн бұрын
আটছা চাউল চাউল । Thankyou .
@user-jq7mm9fw5l
@user-jq7mm9fw5l 13 күн бұрын
Good news❤
@prajitboro1020
@prajitboro1020 6 күн бұрын
Good news.
@anjalighoshdastider3258
@anjalighoshdastider3258 13 күн бұрын
Amar o vaity ache. But akebarey new. Only 6 month hol ration pai achilu.
@pujadas690
@pujadas690 13 күн бұрын
Ase Dada
@DulalChandraNath-hh6hh
@DulalChandraNath-hh6hh 13 күн бұрын
Apunar kotha khini xuni bhut val lgel kran apuni xulov mulyr dukani khinir kotha vabar babe
@kamalpadun2969
@kamalpadun2969 9 күн бұрын
I have a ration card
@abinashabinash5272
@abinashabinash5272 10 күн бұрын
Right
@nimakumariy4860
@nimakumariy4860 13 күн бұрын
👍👍👍
@user-ru5bv8do1n
@user-ru5bv8do1n 13 күн бұрын
Sorkari kormasarir mainota dibolage logote 35000 rs selari mahot dibolage.
@nilutpalll669
@nilutpalll669 13 күн бұрын
Ase 😮
@pramadaray3805
@pramadaray3805 13 күн бұрын
👌
@entertaint7753
@entertaint7753 10 күн бұрын
40 month comission pending 😢
@nayanjyotibora21
@nayanjyotibora21 12 күн бұрын
সকলো ভালে আছে ৪০ মাহৰ বেতন দিয়া নাই আকৌ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ বেতন দিয়া নাই। কিন্তু চৰকাৰে মাহেলী ৮০০০ কৈ কোনো দৰমহা নিদিয়ে । প্ৰতি কুইন্টলত ১৭৫ কৈ এটা কমিছন দিয়ে তাকো এতিয়া ৪৬ মাহ দিয়া নাই ।
@RajikulIshlam-fu2to
@RajikulIshlam-fu2to 7 күн бұрын
❤❤
@pritisaikia6019
@pritisaikia6019 13 күн бұрын
Atia ৰাইজে ki koi je Agent hokole চাউল sur kore moi Lakhimpur bihpuria pora koisu mur দেউতা এজন এজেন্ট হয় l commission kiman din nidia ke thoi kebol ami he janu. 3jon amar ঘৰত lora suwali asu abar vabi sau akhon ghrt kiman lage bohut nalage kebol মাত্ৰ জোখৰ poisa কেইটা lage.
@smitabaishya8122
@smitabaishya8122 12 күн бұрын
Dormoha tu nideye atya commission tu imn din hl dea nai
@jadabdas
@jadabdas 13 күн бұрын
Good
@AjaminaBegum-z8r
@AjaminaBegum-z8r Күн бұрын
Yes
@deandax6744
@deandax6744 13 күн бұрын
Super
@user-kz9px8bf9q
@user-kz9px8bf9q 13 күн бұрын
Asa
@dipakchetry110
@dipakchetry110 13 күн бұрын
Ham log Ko sab control dukaan ko resign Dena chahie
@RajeshPaul-nw1sl
@RajeshPaul-nw1sl 8 күн бұрын
Ase.
@user-fn9wt8pt7x
@user-fn9wt8pt7x 13 күн бұрын
Asha
@user-gb3pe7xb8i
@user-gb3pe7xb8i 13 күн бұрын
Controlr dokani keinekai baru chalib
@nanigogoi3183
@nanigogoi3183 13 күн бұрын
আছে
@SwapnaBorah-cx9in
@SwapnaBorah-cx9in 13 күн бұрын
Amar card nai,nutun koi apply krilu kintu puwa nai,plz help me.bhut juri card tu .
@ArunHazarika-xi9ep
@ArunHazarika-xi9ep 12 күн бұрын
আকৌ এবাৰ বি জে পি চৰকাৰ
@AbulSarkar-zw7js
@AbulSarkar-zw7js 13 күн бұрын
ভাল পাইছে লাইক আৰু ছাচক্ৰাইবটো আগে বিচাৰিবলৈ নাপাহৰাৰ বাবে।
@jyotiprasad-lw9gy
@jyotiprasad-lw9gy 7 күн бұрын
সুলভ মূল্য দোকানীয়ে 8000/টকাকৈ দৰমহা পায় বুলি উল্লেখ কৰিছা তুমি কত পালা এইটো তথ্য, অসমত 8000/বাদ দিয়া নিজৰ পাবলগীয়া কমিশ্যন খিনী আজি লৈকে পোবা নাই।
@user-mi1pc5bz4q
@user-mi1pc5bz4q 13 күн бұрын
reson dukanik 08 hajar toka diyatu gukat michakotha
@mahimahmed5483
@mahimahmed5483 12 күн бұрын
এটা ভুল তথ্য প্ৰকাশ কৰিছে। সুলভ মূল্যৰ দোকানী বিলাকক দৰমহাৰ নামত এটকাও প্ৰদান নকৰে। কুইন্টল প্ৰতি কমিছন দিয়ে 179 কৈ, তথাপিও নিয়মিত ভাবে নিদিয়ে।
@bhagyashreeandkabyashree5977
@bhagyashreeandkabyashree5977 13 күн бұрын
সুন্দৰ কিন্তু প্ৰতি খন জিলাতে যদি তোমাৰ দৰে ইউটিউবাৰ থাকিলেহেতেন।
@rajendrabaruah9719
@rajendrabaruah9719 11 күн бұрын
Good newsthyankypu
@DilipGogoi-tw9vd
@DilipGogoi-tw9vd 12 күн бұрын
Thanks.aji.protham..hunisu.
@hussinali4086
@hussinali4086 13 күн бұрын
Acha
@suradevimoranassam4597
@suradevimoranassam4597 13 күн бұрын
অকল ৰেচনৰ 5কেজি চাউলে ঘৰ নচলে দেই ভাইটি। অলপ সকাহ পোৱা যায় আৰু।
@RajikulIshlam-fu2to
@RajikulIshlam-fu2to 7 күн бұрын
Ami ki khaibo
@user-tt7pr2ms6l
@user-tt7pr2ms6l 13 күн бұрын
Dormoha diye bli nkbo dada dormaha 1 tokau dia nai ajiloike ajent burok . Comission disil but atia haitu u nai mur lgt ajnor ase moi gm paw
@reetagogoi396
@reetagogoi396 13 күн бұрын
Amak Saul lagibo .sarkare darmaha diyak Ami anurud karisu
@komarali2275
@komarali2275 11 күн бұрын
Kebol guwahatite nohoy september t delhi to hobo.
@user-fo9td1ms7l
@user-fo9td1ms7l 12 күн бұрын
Ase
@JAenprise
@JAenprise 13 күн бұрын
ভাল লাগিলে সূনদৰ সৈছ
@goneshboy5469
@goneshboy5469 13 күн бұрын
Mur nai ration card 😢😢
@hiramotinag1161
@hiramotinag1161 13 күн бұрын
Komicon katiyaw tikmota nidiya
@SaifulIslam-nd1qw
@SaifulIslam-nd1qw 13 күн бұрын
Amak kono dormaha nidiye Misa kotha .only camition
@MoinulHoque-um5gd
@MoinulHoque-um5gd 10 күн бұрын
হকাৰ আছিল এতিয়া হকাৰ বিলাকৰ কত আপুনি নিউজ নিদিয়াকৈ
@jayantamazumdar1524
@jayantamazumdar1524 13 күн бұрын
dormoha kot diya dekhilahe , tako aru 8000 toka koi
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 13 күн бұрын
একেবাৰে দুখীয়াসকলক দোয়ক
@smitabaishya8122
@smitabaishya8122 12 күн бұрын
Wrong information dese aapuni kotu dea nai kunu district te dea ni 8000toka dormoha
@user-mh3ql6wz7l
@user-mh3ql6wz7l 13 күн бұрын
এই চাউল খিনি পোৱাৰ পাছত মানুহ বোৰ এলেহুৱা হৈছে। লগতে আঁচনি ৰ ধন।
@user-io2lv2rr4p
@user-io2lv2rr4p 13 күн бұрын
I view kakopathar Tangona pora.upuni kr hoi?
@entertaint7753
@entertaint7753 10 күн бұрын
sakor buli bhabi loise retail burr agentk blr sarkar
@user-ie2nw3jj1l
@user-ie2nw3jj1l 13 күн бұрын
Apun niws mur resnkad ase Amar priyal pach Jan ase tate ajan hepay adharcad duijn nar hease kikri bo Lage gatike iyar bikhy janabo
@hamidulali7436
@hamidulali7436 13 күн бұрын
ৰেচন কাদ হৈছে বিপদ নিদিলেও হয়
Does size matter? BEACH EDITION
00:32
Mini Katana
Рет қаралды 20 МЛН
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 160 МЛН
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 57 МЛН
Смартфон УЛУЧШАЕТ ЗРЕНИЕ!?
0:41
ÉЖИ АКСЁНОВ
Рет қаралды 1,1 МЛН
Samsung Galaxy 🔥 #shorts  #trending #youtubeshorts  #shortvideo ujjawal4u
0:10
Ujjawal4u. 120k Views . 4 hours ago
Рет қаралды 8 МЛН
Какой ноутбук взять для учёбы? #msi #rtx4090 #laptop #юмор #игровой #apple #shorts
0:18
КРУТОЙ ТЕЛЕФОН
0:16
KINO KAIF
Рет қаралды 6 МЛН