No video

অসমত মুছলমানৰ জনসংখ্যা ৪০%লৈ বৃদ্ধি হোৱাৰ তথ্য CMএ ক’ত পালে?

  Рет қаралды 6,493

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ অসমত মুছলমানৰ জনসংখ্যা ৪০%লৈ বৃদ্ধি হোৱাৰ তথ্য CMএ ক’ত পালে?
▶️ মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে TMCৰ সাংসদ সুস্মিতা দেৱে
▶️ প্ৰসংগঃ অসমত মুছলমানৰ জনসংখ্যা বিস্ফোৰণ

Пікірлер: 55
@alam8069
@alam8069 Ай бұрын
100% right
@JohirulIslam-fb1en
@JohirulIslam-fb1en Ай бұрын
Thanks for your great speech.
@EKRAM_FARHAAN
@EKRAM_FARHAAN Ай бұрын
Correct 💯✅
@user-ov6gt7wu9h
@user-ov6gt7wu9h Ай бұрын
ৰাজনীতি 2026 লৈ
@azaharulislam2800
@azaharulislam2800 Ай бұрын
Bilkul sahi bat
@gh12138.
@gh12138. Ай бұрын
Census nokora manuhe kot tothyo pale😂😂😂😂😂
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে। ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত??
@user-mo9wi4gc4m
@user-mo9wi4gc4m Ай бұрын
ki bapeor heri likhisa eman dighol.. ips kelei howa nai atiya loike.... @thepoliticalawareness1021
@jonaidhoque581
@jonaidhoque581 Ай бұрын
Kheitu matto sobote kela aitu comment diye​@@user-mo9wi4gc4m
@jonaidhoque581
@jonaidhoque581 Ай бұрын
Aitu di thka BJP samsa sob video
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
@@jonaidhoque581 হক মহাশয় এনেকৈ কিয় কৈছে। আপোনালোকক টো প্ৰসংশা কৰা হৈছে।
@kapilboro1717
@kapilboro1717 Ай бұрын
1 child policy kori bo lage
@AltafHussainBharbhuiya
@AltafHussainBharbhuiya Ай бұрын
Correct said madam
@amitavdey2346
@amitavdey2346 Ай бұрын
Sushmita, Are you a agent of Bangladeshi Muslim
@ChayankHazarika
@ChayankHazarika Ай бұрын
Whatever said by Himanta Sir is 100% true.Indigenous population of Assam is on the verge of extinction
@Randeep-kb1xh
@Randeep-kb1xh Ай бұрын
মিছা কথা কোৱা, ধৰ্মৰ নামত লেতেৰা ৰাজনীতি কৰা আমাৰ এইজনৰ এইবোৰেই কাম ।
@kapilboro1717
@kapilboro1717 Ай бұрын
মহাশয় আপুনি Google ত population of Assam by religion 2011 বুলি search কৰি চাব, তাত দেখিব 2011 ত 32% বিশেষ সম্প্ৰদায়ৰ মানুহ আছিল, এতিয়া নিশ্চয় 40-42% হৈছে, কাৰণ তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। ( বিশেষ উদ্দেশ্য) হিমন্ত‌ই কত‌ মিছা কথা কল । 1951 ত 12% আছিল। মুছলিম সকলৰ কাৰণে France, uk আৰু অন্যান্য ইউৰোপৰ দেশসমূহত কি হৈছে সকলোৱে দেখিছে ।
@Randeep-kb1xh
@Randeep-kb1xh Ай бұрын
@@kapilboro1717 হিমন্ত ভক্ত ডাঙৰীয়া মই আপোনাৰ আৰু আপোনাৰ আৰাধ্য মুখ্যমন্ত্ৰী জনৰ লেখীয়া নহয় হিন্দু মুছলিম কৰি থাকিবলৈ । মোৰ পৰিচিত মোৰ বিশ্বাসৰ সনাতন ধৰ্মই মোক হিন্দু মুছলিম ধৰ্মীয় ভেদা ভেদৰ শিক্ষা দিয়া নাই আৰু মোৰ পৰিচিত মোৰ বিশ্বাসৰ দেশৰ সংবিধানে মই জনাত ধৰ্ম নিৰপেক্ষতা আৰু সমানতা প্ৰাধান্য দিছে মই সেই খিনি জানো সন্মান কৰোঁ । সকলো মানুহ দেশৰ সমাজৰ সকলো সকলো স্তৰৰ মানুহ শান্তি বাস কৰিব লাগে । ধৰ্মৰ নামত হিংসা, বৈষম্য আৰু অশান্তি সমৰ্থন নকৰোঁ।
@subharajgogoi7316
@subharajgogoi7316 Ай бұрын
তই গেদী মনে মনে থাক।
@AryanAryan-yb5hu
@AryanAryan-yb5hu Ай бұрын
Right
@assam1537
@assam1537 Ай бұрын
Ye assam ka matter hei tum hote kon ho bolne wale...
@bishnuramrabha4714
@bishnuramrabha4714 Ай бұрын
Axomiya gaonor maanuh bilaak alehua kaam chor kaarone nijor jegat na patta hoi belegoloi dhapoli mele.
@pallibanglagramtv2925
@pallibanglagramtv2925 Ай бұрын
হিমন্তৰ ৰাজনীতি শেষ হবলৈ গৈ আছে বুলি তেওঁ হিন্দু মুছলিম আৰাম্ভ কৰিলে । এই মুখ্যমন্ত্ৰীজন দেশৰ কাৰনে বিপদজনক । ধৰ্মৰ নামত ভোট সংগ্ৰহ কৰা জনে দেশৰ উন্নতি কেতিয়া কামনা নকৰিব । তেওঁ ক্ষমতাৰ কাৰনে বহুত তলত নামিব পাৰে । বৰ্তমান অসম প্ৰেমী ৰাইজে হিমন্তৰ মন্তব্যক গুৰুত্ব নিদিয়ে।
@achikrahman8599
@achikrahman8599 Ай бұрын
faltu asaja pio laj nai
@user-dr9nb9dn3u
@user-dr9nb9dn3u Ай бұрын
Gendi sup raho....
@probirsharma3703
@probirsharma3703 Ай бұрын
A Chashma wali Aankh Khol Kar Dekh Asam ke bare mein Kyunki bolata hai Ek Bar Ghuma hai pura Sham mein❤❤ yah mobile hai Samne rahata to😅😅 tum jaise ke liye Ripu ji Asam Mein Badh Raha Hai Ham Asam Ka Ladka Ladkiyon ko other state mein jakar Dhakka khana pad raha hai😅😅 Chashma Khol Ke Dekh find the TV news Mein Aage se nahin hai Char Aankhon Se Bhi Dikhai Nahin deta hai
@Adnant732
@Adnant732 Ай бұрын
50-50 hol 40-60 Nohoi
@user-rc8zj8pg2j
@user-rc8zj8pg2j Ай бұрын
@@Adnant732 thatr Hindu manuhar nunu nai neki
@digantadeka7201
@digantadeka7201 Ай бұрын
😂😂😂😂😂😂😂😂😂😂
@jpbro9309
@jpbro9309 Ай бұрын
2040 t gom pabi
@sahidulsvlogs7862
@sahidulsvlogs7862 Ай бұрын
Madam please come back.
@helloneet321
@helloneet321 Ай бұрын
Sup thak Bengali 😂😂😂
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
40 percent say less, at least may be more than 50 persent.
@pankajnath4106
@pankajnath4106 Ай бұрын
তই বাৰেঘৰী অসমৰ কথা কি জান
@user-rc8zj8pg2j
@user-rc8zj8pg2j Ай бұрын
Judi axomat 40 parsent Muslim ase tente hindu kiman ase
@kapilboro1717
@kapilboro1717 Ай бұрын
​@@user-rc8zj8pg2j2011 ত 61%
@juggiiij
@juggiiij Ай бұрын
Assam ka cm thora sa pagal hai
@ajayb9061
@ajayb9061 Ай бұрын
😂
@akmulhussain1336
@akmulhussain1336 Ай бұрын
😂
@juggiiij
@juggiiij Ай бұрын
@@akmulhussain1336 kya hua
@user-db2mc5kd4f
@user-db2mc5kd4f Ай бұрын
Mama bosauk axomok aami aasu aapunar logot, moi kotha disu moi jot 10,000 hazar manuhor vote tot
@dipukakoti2908
@dipukakoti2908 Ай бұрын
Ek family Mai 7,8 baccha hai to.kitna population bahega bataye to
@rainmithi7165
@rainmithi7165 Ай бұрын
50 50 hol
@NP-gf7fo
@NP-gf7fo Ай бұрын
CM ka sister hai ye. Atcha hua congress ha nikal gya
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 28 МЛН
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
Men Will Be Men | Imperial Blue Music CD | Ads Collection
6:04
Ads Forum
Рет қаралды 2,2 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН