No video

Assam Assembly Budget Session ত Akhil Gogoi ৰ প্ৰশ্নত বাৰে বাৰে থমকিল Atul Bora | N18V

  Рет қаралды 798,834

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Assam Assembly Budget Session ত Akhil Gogoi ৰ প্ৰশ্নত বাৰে বাৰে থমকিল Atul Bora |
#atulbora #assamassembly #assamassemblybudgetsession #akhilgogoi #pijushhazarika
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 858
@pabindas6525
@pabindas6525 6 ай бұрын
সঁচা কথা কোৱা বাবে বেয়া পাই বাবে আখিলক হুল স্তুল কৰে বুলি কয়,বাকী বিলাকে যে মনে মনে থাকে তেওঁ লোকে কিবা কিবি পাই নেকি
@robeendas3623
@robeendas3623 6 ай бұрын
Ako napaleo Ako Najane sage jibur bixoye alusona kore.😊😊
@birenbarman9338
@birenbarman9338 2 ай бұрын
Atul bara ajan fatiya mNuh
@jugendersaikia4176
@jugendersaikia4176 6 ай бұрын
অখিল ককাইদেউ 🔥🔥🔥 সেই বাবে অন্তৰৰ পৰা ভাল পাওঁ ।
@birenbarman9338
@birenbarman9338 2 ай бұрын
E ata faltu adhyakhy
@Toys-uo4px
@Toys-uo4px 6 ай бұрын
শিয়াঁলৰ জাক জাক, সিংহৰ এটাই যঠেষ্ট😂😂
@lulalu6707
@lulalu6707 6 ай бұрын
☝️💪👍🔥😀 মজা মজা আকৌ এবাৰ নাহে বিজেপি
@ProbinTiwar
@ProbinTiwar 4 ай бұрын
​0❤0) p
@humensaikia7914
@humensaikia7914 6 ай бұрын
Akhil Gogoi ৰ লগ দিবলৈ Lurinjyoti গগৈ ক বহুত দৰকাৰ হৈছে সদনৰ মজিয়াত।
@pratimasarma1737
@pratimasarma1737 6 ай бұрын
অসমৰ মাটিহে দিছে নেকি অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ সহজেই দিব পাৰে। মেঘালয়ৰ কোন ৰাজহ চক্ৰৰ মাটি অসমৰ মানুহে পালে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে। সেই টো কথাকে শাসকসকলে কিয় ক'ব নোৱাৰে?
@jitupatar6116
@jitupatar6116 6 ай бұрын
nice
@googlekalita7228
@googlekalita7228 6 ай бұрын
Axome mati poai nii kijani xeikarane uttar dibo para nii.....
@sahinbarbhuiya4881
@sahinbarbhuiya4881 6 ай бұрын
Right
@hobiburrahman2376
@hobiburrahman2376 6 ай бұрын
Mati pale he uttor tu dibo
@ripansaikia4108
@ripansaikia4108 6 ай бұрын
Nice
@biplukumardas6891
@biplukumardas6891 6 ай бұрын
Akhil gogoi constructive criticised the ministers 😂😂😂. Tiger of sivsagar, roars alone.
@lakhiburagohain9649
@lakhiburagohain9649 6 ай бұрын
আৰু দুজন মান অখিল গগৈ দৰে লাগে সদনত ❤❤
@srdtechassam7129
@srdtechassam7129 6 ай бұрын
Akhil akhil kori lav nai...akhil ako nejane
@AbyanNafi567
@AbyanNafi567 6 ай бұрын
Yes Right ❤❤❤
@tahimabegum5896
@tahimabegum5896 6 ай бұрын
অখিল গগৈলৈ ধন্যবাদ।অখিল গগৈর নিচিনা কণ্ঠ আমাক লাগে।অখিল গগৈ জিন্দাবাদ।
@bikashdeka60
@bikashdeka60 6 ай бұрын
Akhil gogoi zindabad
@gamerflight
@gamerflight 6 ай бұрын
Akhil gogoi a protito topic r pra bahir olai jai 😂
@maheswarborah5387
@maheswarborah5387 6 ай бұрын
বাকী ভওজখোৱা বিধায়ক সকল টোপনি গলনএ কি? মেঘালয়ৰ পৰা মাটি কিমান অসমে পাইছে? অখিল ৰ লগত মাত নিদিয়াৰ অৰ্থ কি?অসমে কিমান দিলে দাতা হৈ ভোজ-ভাত খাওক।
@munindrasaikia9201
@munindrasaikia9201 Ай бұрын
Baki bur xagunardare
@RajumoniRajumonidas
@RajumoniRajumonidas 6 ай бұрын
অখিল গগৈৰ দেৱে সচা কথা কৈছে বাবে সকলোৱেই বেয়া পাই । অখিল গগৈ জিন্দাবাদ ।
@lulalu6707
@lulalu6707 6 ай бұрын
অসমত এতিয় অসমীয়াৰ হকে মাত মাতিবলৈ এজন এই আছে শিৱসাগৰৰ নব নিৰ্বাচিত অখিল গগৈ ডাঙৰিয়া জিন্দাবাদ জয় আই অসম 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏💪💪💪💪💪💪💪💪💪 ☝️☝️☝️☝️☝️☝️☝️☝️☝️
@user-qq5fr1fv2f
@user-qq5fr1fv2f 6 ай бұрын
অখিল গগৈ দৰে আৰু দুই তিনি জন যদি দায়িত্ব আৰু নিষ্ঠাবান হোৱা হলে অসম সোনালী হল হয়৷
@maheshvlogs4651
@maheshvlogs4651 6 ай бұрын
অখিল ❤❤❤
@SanuBoro-df8uy
@SanuBoro-df8uy 6 ай бұрын
Akhil gogoi zindabad
@bishnuabhay350
@bishnuabhay350 6 ай бұрын
Akhil gogoi moja .....😊 questions hudhise.... achorit iman phaltu answer tu dise
@user-sh1bs5kn1q
@user-sh1bs5kn1q 6 ай бұрын
অসম চৰকাৰে সীমামূৰীয়া ৰাইজক মাটি দিয়াতহে আছে, আন ৰাজ্যৰ পৰা মাটি লব পৰা ক্ষমতা নাই৷
@jyoti4632
@jyoti4632 6 ай бұрын
আমাকো বিক্রিব
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 6 ай бұрын
ৰূপজ্যেতিৰ মাতটো ছাগলীৰ চিঞৰ যেন লাগে।
@sunayansaikia8006
@sunayansaikia8006 6 ай бұрын
ছাগলীত কৈও বেয়া
@faruktalukdar4268
@faruktalukdar4268 6 ай бұрын
😅😅😅
@ritupammali2376
@ritupammali2376 6 ай бұрын
😂😂😮😮
@lulalu6707
@lulalu6707 6 ай бұрын
মজা আকৌ এবাৰ 😅
@user-rf9jd8jm3s
@user-rf9jd8jm3s 6 ай бұрын
😅
@subhashsut2215
@subhashsut2215 6 ай бұрын
অখিল গগৈয় জিনদাবাদ।
@humensaikia7914
@humensaikia7914 6 ай бұрын
Tiger of Assam Mr Akhil Gogoi also future'of Assam 🎉
@Amiyaaxom
@Amiyaaxom 6 ай бұрын
সদনৰ মজিয়া ওলাইছে কথা ধাকিছে কথা কথাৰ কথাৰে পাক কিন্তু সদনত শুনিছোঁ সৌৱা কিহৰ মাটিৰ ভাগ আমাৰ অখিলৰ পোনপটীয়া প্ৰশ্ন উত্তৰ নাই নিশ্চিত মিত্ৰ যুতক যুটি ৰাখিবলৈ সকলো প্ৰকাৰৰ যত্ন।❤
@nagendutta9629
@nagendutta9629 6 ай бұрын
সচা কথা কলে ,অখিলে চিঞৰা ঽয় , শিয়াল ঽত আৰু কিমান হোৱা নিদিয়
@krishnagogoi1657
@krishnagogoi1657 6 ай бұрын
অখিল গগৈ জিন্দাবাদ | অখিল গগৈ জিন্দাবাদ |
@monjulahon7712
@monjulahon7712 6 ай бұрын
অখিল গগৈ জিন্দাবাদ , অধ্যক্ষ ৰ কাম নাই ।
@utpaldeka6306
@utpaldeka6306 6 ай бұрын
Apasi sakot ata jolokiya ki kam.
@monjulahon7712
@monjulahon7712 6 ай бұрын
@@utpaldeka6306 জ্ঞানী মানুহৰ অভাৱ হোৱা নাই অসমত , সঙসদত কোনে কি বক্তব্য ৰাখিছে সকলোৱে দেখি আছে , শুনি আছে । হিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে ঘোঁৰা ঘাচ কাটি সদনৰ মূল্য বান সময় নষ্ট নকৰে ।
@monjulahon7712
@monjulahon7712 6 ай бұрын
@@utpaldeka6306 গ্যানী মানুহৰ অভাৱ হোৱা নাই অসমত , সদনত কোনে কি বক্তব্য ৰাখিছে সকলোৱে দেখি আছে , শুনি আছে । হিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে ঘোঁৰা ঘাচ কাটি সদনৰ মূল্য বান সময় নষ্ট নকৰে ।
@himangshubharali7074
@himangshubharali7074 6 ай бұрын
Anke thaki Jai main topic tu
@monjulahon7712
@monjulahon7712 6 ай бұрын
@@himangshubharali7074 সিঙঘয় ভূকত থাকিলেও ঘাঁহ নাখায় , অখিল গগৈয়ে বিধানসভাত ঘোঁৰা ঘাচ কাটি মূল্য বান সময় নষ্ট নকৰে । সকলোৱে দেখি আছে , শুনি আছে বিধানসভাত কিছুমানে টুলুঙা মন্তব্য আগবঢ়ায় গা সাৰি থাকে ।
@parthaprotimborah7441
@parthaprotimborah7441 6 ай бұрын
অখিলক তথ্যৰে নোৱাৰি বিজেপিয়ে চিঞৰ বাখৰ কৰিছে
@NabajitDas-eo5wz
@NabajitDas-eo5wz 6 ай бұрын
B j p maat nohowa hoise...akhil daa zindabad
@haimantadawar
@haimantadawar 6 ай бұрын
Right question
@mandeepkalita4826
@mandeepkalita4826 6 ай бұрын
Apunar hatat answer nai Atul daa
@romeshdas5575
@romeshdas5575 6 ай бұрын
Good question Akhil Gogoi ❤
@sahilahmed3353
@sahilahmed3353 6 ай бұрын
Akhil Gogoi is playing significant role as opponent
@mainaneog4262
@mainaneog4262 6 ай бұрын
তথ্যৰে দিব নোৱাৰে কিন্তু মুখেৰে বহুত কিবা কিবি পোৱা বুলি ক’ব পাৰে…..
@tapanbaruah6255
@tapanbaruah6255 6 ай бұрын
Akhil da zindabad
@minudey7657
@minudey7657 6 ай бұрын
অখিল গগৈ ডাঙৰীয়া সদায় সদনত সচা কথাকে কয় অখিল গগৈ জিন্দাবাদ জিন্দাবাদ 👍👍👍🙏
@JasimBarbhuiya-nj7ef
@JasimBarbhuiya-nj7ef 6 ай бұрын
Akhil gogai constructive criticized the minister.Tiger abhi zinda hai ❤❤❤❤
@Bindasslifejadab
@Bindasslifejadab 6 ай бұрын
Akhil gogoi right kotha sudhise
@ujjalchaliha2793
@ujjalchaliha2793 6 ай бұрын
😊বিজেপিয়ে সকলোকে আভুৱা ভাৰি আছে,অসম খনেই শেষ কৰিলে কি দাল আছেগৈ?
@user-jd3cm1qm6t
@user-jd3cm1qm6t 6 ай бұрын
Aru 10 jon akhil gogoi lage assamot
@mientertainment5187
@mientertainment5187 6 ай бұрын
Wright akhil da
@mrmrsassam1070
@mrmrsassam1070 6 ай бұрын
Rupjyoti ako enai fal2 aku gomai npaai
@ritupammali2376
@ritupammali2376 6 ай бұрын
ৰূপজ্যোতি এতিয়া কংগ্ৰেছ নহয়, বিজেপিৰ সোপা ........
@jayantahazarika6024
@jayantahazarika6024 6 ай бұрын
অখিল❤❤❤
@digantadeka7201
@digantadeka7201 6 ай бұрын
Ji question korise tar answer nai😂😂😂ভোবোৰাই কি বেবাই আছে 😂😂😂????
@NabajitDas-eo5wz
@NabajitDas-eo5wz 6 ай бұрын
Akhil daa zindabad
@huntusingingstar781
@huntusingingstar781 6 ай бұрын
অখিল গগৈ এ disturb দিয়া নাই তেওঁ সাহস কৰি সকলো সত্য উদঙাই দিছে যাৰ বাবে আপোনালোকৰ দৰে মানু্হ কিছুমানৰ ভয় হৈছে
@durgeswardutta3313
@durgeswardutta3313 6 ай бұрын
Akhil Gogoi jindabad
@Pankaj_priyam
@Pankaj_priyam 6 ай бұрын
BJP ৰ মুখাবোৰ খুলিবলৈ সদনত মাত্ৰ এজনমান অখিল গগৈ ডাঙৰীয়াৰ দৰে মন্ত্ৰী লাগে😀
@bijoychangmai1472
@bijoychangmai1472 6 ай бұрын
অখিল ♥♥♥♥
@ChinendraBoro-pl5du
@ChinendraBoro-pl5du 3 ай бұрын
JH
@pronaygogoi8382
@pronaygogoi8382 6 ай бұрын
Akhil Gogoi zindabad
@ruhitdihingia8210
@ruhitdihingia8210 6 ай бұрын
Akhil Gogoi' s demand is cleared that what was or what is received from Meghalaya, with datas or respective informations of land received from Meghalaya is necessary to apprise as demand as Akhil Gogoi. It was very easy to enter , reflect what are received fr. Meghalaya in the paper for necessary appraisal. Few rulling party MLAs are seen to Control Akhil Gogoi jointly, are they entitled to do so in stead of Chairman???
@omprakashgogoi1225
@omprakashgogoi1225 6 ай бұрын
Akhil da jindabad 🙏
@jonbirchetry1316
@jonbirchetry1316 6 ай бұрын
gogoi zindabad ❤❤❤❤
@AffectionateBeignets-kk4xe
@AffectionateBeignets-kk4xe 6 ай бұрын
Akhil sir.. Love you❤
@sallimmomin
@sallimmomin 6 ай бұрын
Akhil Gogoi jindabad,,,,tik ase,,,👍👍
@MRohmanofficial24
@MRohmanofficial24 6 ай бұрын
Akhil gogoi is always right 👍
@baharlaskar887
@baharlaskar887 6 ай бұрын
Assam needs more MLA like Akhil Gogoi
@monajboro6797
@monajboro6797 6 ай бұрын
Akhil sir is bullet..
@qqshorts1661
@qqshorts1661 6 ай бұрын
Akhil da brave man
@pradipkalita7223
@pradipkalita7223 6 ай бұрын
এতিয়া সকলো বিধায়কে খানা খাওক আৰু শোৱাৰ বাবে ভাবক ।
@momikochvlogs4231
@momikochvlogs4231 6 ай бұрын
Akhil gogoi is a real hero.
@thaneswarbrahma1966
@thaneswarbrahma1966 6 ай бұрын
Respected Gogoi,I support your argument.
@Suraj-CR36
@Suraj-CR36 6 ай бұрын
Great 👍👍👍
@user-ju3re6xg2j
@user-ju3re6xg2j 6 ай бұрын
Val nologa manuhjon pijush
@user-fx2rn4nh9s
@user-fx2rn4nh9s 6 ай бұрын
Atul sir u have no answer for this question
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 6 ай бұрын
বাকী বিৰোধীয়ে বোন্দাপৰ দি এনেয়ে জাগা বন্দি কৰি বহি আছে। আপোনালোকৰ তাত এইবোৰ নলেজ নাই নেকি।
@khanindradas4044
@khanindradas4044 6 ай бұрын
Good question akhil da
@RituMoniMalakar
@RituMoniMalakar 6 ай бұрын
অখিল গগৈ 🔥🔥
@AnjanAsom
@AnjanAsom 2 ай бұрын
বিধান সভা নহয় এইখন ,বৰ অসমৰ ৰাইজৰ কেচাঁ তেজ খোৱা ভাৰতীয় শিয়াল বোৰৰ সভা
@user-xl2nt1nw3q
@user-xl2nt1nw3q 6 ай бұрын
Akil is very good ❤
@prasantaprasanta4503
@prasantaprasanta4503 6 ай бұрын
ৰাইজে চাই আছে । অখিল গগৈয়ে সোধা প্ৰশ্নটো মেঘালয়ৰ কোনটো ৰাজ চক্ৰৰ মাটি অসমে পাইছে ! সেই উত্তৰটো আমিও শুনিবলৈ আশা কৰিছিলো !! নপালো ।
@ruhitdihingia8210
@ruhitdihingia8210 6 ай бұрын
" Ism " is reflected in the floor of the House.কাগজত লিখি নিদিয়া দিশটোহে গগৈৱে দাবী কৰিছে। মাটি দিয়াটো লিখিছে, সেইদৰে মাটি লাভ কৰাটো লিখি নিদিয়াটো হে কৈ আছে গগৈয়ে। ভূমি পোৱাটো লিখি দিয়াত চৰকাৰৰ আনন্দ আছে, তাকে লিখি দিয়া নাই, কথাটো কি???
@asmigomgaming7960
@asmigomgaming7960 6 ай бұрын
Gogoi Right 👍
@janvlogs9379
@janvlogs9379 6 ай бұрын
Good Akhil Da....
@mousumkonwar4973
@mousumkonwar4973 6 ай бұрын
Respected Minister Sir, Please reply the questions directly.
@anantanath6453
@anantanath6453 6 ай бұрын
Akhil gogoi zindabaad
@bakulboruah2026
@bakulboruah2026 6 ай бұрын
অখিল গগৈয়ে অকলেই সমগ্ৰ বিৰোধীৰ কাম কৰে।সেইকাৰণেই অখিল গগৈক ভাল লাগে।
@pabinsarma2989
@pabinsarma2989 6 ай бұрын
অসমৰ মাটি দি থাকক,,, আৰু মেঘালয় আৰু অৰুণাচলে অসমৰ মানুহ মাৰি থাকক
@bishwadeepgogoi5436
@bishwadeepgogoi5436 6 ай бұрын
এই নিউজটোত যি সকলে অখিল গগৈৰ বিৰুদ্ধে কথা কৈ আছে, তেখেত সকলে এবাৰ মানুহজনক ইতিবাচক চিন্তাৰে কথাবোৰ চালি জাৰি চাব। কাৰণ ক'ব লগীয়া কথাবোৰ পোনপটীয়াকৈ ৰহণ নলগোৱাকৈ কৈ দিয়ে কাৰণে তেখেতক অধৈৰ্য, আন্দোলনকাৰী, হুলস্থুলকাৰী, কাজিয়াখোৰ আদি বিশেষণ দি থাকে। আৰু অসমৰ বাকী মন্ত্ৰী সকলে অলপ ৰহণ সানি সঁচাক মিছাকৈ কথাবোৰ মিঠাকৈ কয় বাবে তেখেত সকল ভাল। কিন্তু কি জানেনে....সঁচা কথাবোৰ শুনিবলৈ এ.জি.পি, বিজেপি, কংগ্ৰেছ হ'ব নালাগে। লাগে মাথো শুনি হজম কৰিব পৰা অলপ শক্তি। অসমত বৰ্তমান প্ৰায় সকলোৱে বিজেপিৰ ছোলা পিন্ধি আছে। গতিকে বিজেপি নদীৰ পানী মিঠা পাবই। আকৌ কংগ্ৰেছ আহিলে, কংগ্ৰেছৰ ছোলা পিন্ধিব আৰু সেগ নদীৰ পানী মিঠা পাব। কিন্তু সঁচা কথাবোৰ ফল বোৰ ৰাইজে ভূগিবই লাগিব আমাৰ দৰে সাধাৰণ ৰাইজে। গতিকে ৰাইজ, সকলোৱে নিজৰ ছোলা পিন্ধি চিন্তা কৰিব। কাৰণ এই ছোলা বোৰ স্থায়ী নহয়। মনত ৰাখিব। 'কা' আইনৰ অধীনত বিদেশী হিন্দু সকলক সমগ্ৰ ভাৰতবৰ্ষই সমানে ভগাই নলয়, কেৱল অসমে বোজা সহিব লাগিব। সেই কথা এশ শতাংশ সত্য। ইয়াত যিমানেই যিয়েই যুক্তি নিদিয়ক এই কথা অপ্ৰিয় সত্য। ( বিঃ দ্ৰঃ ....মই কোনো হিন্দু বিৰোধী নহওঁ আৰু কোনো ৰাজনৈতিক দলৰ মানুহ নহওঁ। মই এজন গৰ্বিত অসমীয়া, হিন্দু।)
@mahadevpeguvlogs5815
@mahadevpeguvlogs5815 6 ай бұрын
অখিল গগৈয়ক লাগিব আমাৰ কাৰণে❤❤
@surajitdas3301
@surajitdas3301 6 ай бұрын
Akil gogoi very good.
@Babu_2353
@Babu_2353 6 ай бұрын
Akhil gogoi zindabad ❤
@borahbhaskarxyz1822
@borahbhaskarxyz1822 6 ай бұрын
অখিল গগৈ মজ্জা।
@jaijawanagrifarm2416
@jaijawanagrifarm2416 6 ай бұрын
Akhil da Love you kip your josh high
@bijoyagogoi6248
@bijoyagogoi6248 6 ай бұрын
গগৈয়ে সঠিক প্ৰশ্ন ই সুধিছে ।
@dsnaturelover
@dsnaturelover 6 ай бұрын
অখিল sir দৰে আৰু দুজন মান থাকিলে অসম বহুত উপৰত থাকিল হৈ
@APHLC-xu7ih
@APHLC-xu7ih 6 ай бұрын
Akhil Gogoi jindabad Akhil Gogoi long life✊✊
@jayantadas3028
@jayantadas3028 6 ай бұрын
Mza dise akhil dai ❤❤❤❤❤❤❤❤
@lakhyanath1313
@lakhyanath1313 6 ай бұрын
অখিল দাদা জিন্দবাদ👍👍👍👍
@hirakjyotidehingia7372
@hirakjyotidehingia7372 6 ай бұрын
Akhil Gogoi is 🔥
@GogoiRanjitgogoi
@GogoiRanjitgogoi 6 ай бұрын
Akhil da only
@surajtaid5558
@surajtaid5558 6 ай бұрын
Joi Akhil
@NurIslam-mq6ws
@NurIslam-mq6ws 6 ай бұрын
Akhil gogoi jinda bad ❤
@AmarjyotiRabha4657
@AmarjyotiRabha4657 6 ай бұрын
Best point Akhil gogoi....
@user-hu3qy9si2o
@user-hu3qy9si2o 14 сағат бұрын
মিছা কথা কলে অখিল গগৈয়ে হুলস্থূল কৰিবই। অখিল গগৈ জিন্দাবাদ দেই
@tggaming0019
@tggaming0019 6 ай бұрын
Good job gogoi assam or mati sob di asa
@amazingnature5823
@amazingnature5823 6 ай бұрын
Akhil Gogoi Sir is the best ❤️. Actual leader of the people ❤.
@ansaimochahari9486
@ansaimochahari9486 6 ай бұрын
Akhil Gogoi Zindabad.....
@user-kk7ly8th4g
@user-kk7ly8th4g 6 ай бұрын
I like you Akhil Gogoi
@ThaneswarChutia-jl2tr
@ThaneswarChutia-jl2tr 6 ай бұрын
Akhil gogoi zindabad, tew ejon bagh hoi🙏🙏🙏
@brothersglobe5706
@brothersglobe5706 6 ай бұрын
দেশৰ আটাইতকৈ ডাঙৰ বেপাৰী আৰু মিছলীয়া সোপাৰ কাজিয়া কৰা সংযোগস্থলত পৰিণত হৈছে বিধানসভা। সঁচা কথা ঢাকিবলৈ আৰু কিমান চিঞৰ মাৰিব।আমাক আৰু দহজন অখিল গগৈৰ দৰকাৰ আছে।
@ssvlog8562
@ssvlog8562 6 ай бұрын
অখিল গগৈ জুই 🔥 🔥 🔥!
@m-jenghanse4193
@m-jenghanse4193 6 ай бұрын
Akhil Gogoi good G .tion Akhil gogoi zindabat
@ranjitgogoi7431
@ranjitgogoi7431 6 ай бұрын
ok Akhil da
@amrulhussain6352
@amrulhussain6352 6 ай бұрын
তেওঁ যে direct ধৰি লৈ।
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 12 МЛН
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 3,6 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 29 МЛН
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 12 МЛН