No video

Assam Congress News: লোকসভা নিৰ্বাচনৰ পাছতেই অসমত শেষ বিৰোধীৰ ঐক্য!

  Рет қаралды 11,688

ND24

ND24

Күн бұрын

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে যুঁজ দিয়াৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে আৰু ইয়াৰ পাছতেই বিপদৰ সময়ত কংগ্ৰেছক সংগ দিয়া সহযোগী দলসমূহে প্ৰকাশ কৰিছে অসন্তুষ্টি।
#assam #nd24news #livenews #nd24assamese #assamesenews #nd24live
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZfaq channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 50
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
বিৰোধী ঐক়্যমঞ্চ একলগ হৈ থাকিলেহে জিকিব নহলে কংগ্রেছ হাৰিব খাটাং |
@rahil8680
@rahil8680 Ай бұрын
ভূপেন বৰাৰ লেবেল হৈছে যেন লাগিছে
@jamunaray4032
@jamunaray4032 Ай бұрын
অলপ ভাল দিন আহিছিল হে অহংকাৰ হ'ব ধৰিলেই
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অবান্তৰ কিছুমান"যুক্তি দি বৰা ডাঙৰীয়াই মিত্ৰজোটত ফাট নেমেলাব!মই এই ক্ষেত্ৰত গৰিহণা দিছো।আলোচনা কৰা হলে হয়তো গোটেই কেইখন আসন কিজানি কংগ্ৰেছকে এৰি দিয়ে! বৰা ডাঙৰীয়া অহংভাব এৰক।অহংকাৰৰ"বাবেই এদিন কংগ্ৰেছৰ পতন হৈছিল/হৈছে।এতিয়িও শেষ হৈছে বুলি নাভাবিব;জয়যুক্ত হবলৈ হলে এতিয়াও বহু কষ্ট ও ত্যাগ স্বীকাৰ কৰিব লাগিব!
@SimilarAhmed
@SimilarAhmed Ай бұрын
অখিল গগৈয়ে সছা কথা কৈছে। নহ'লে অসমৰ আইজে বুজিব ভূপেন বৰাই।বি জে পি ৰ পৰা কিবা এটা পালে।
@shahzamalsikder9680
@shahzamalsikder9680 Ай бұрын
ক্ষমতা হেৰুৱাৰ যন্ত্ৰণা পাহৰিব নালাগে। দম্ভ আৰু অহংকাৰ নেৰিলে আগৰ দৰে পতন হোৱাটো নিশ্চিত। গঠবন্দনৰ লগত মিলি আগবাঢ়িলে ১০০% জয় হোৱা খাটাং।
@manoranjandeka393
@manoranjandeka393 Ай бұрын
ক ্গ্ৰেছ পাৰ্তিয়ে বাস্তৱক অনুধাৱন কৰিব পৰা নাই ,সেয়েহে আত্মঘাতী সিদ্ধান্ত লবলৈ ওলাইছে ।
@7gc970
@7gc970 Ай бұрын
কংগেছ দলে বিৰোধীৰ কাকো আখন এৰি নিদিয়ে । বাকীবোৰ দলক কংগেছ দলে সন্মান নকৰে । বিৰোধীৰে ভাবে বি জে পিক অসমৰ ৰাইজে ভোট দিয়া নাই । অসমৰ খিলঞ্জীয়াৰ বিৰোধীৰ দলক দলীয়া দিলে সেই কথা বুজি নেপাই খংখ্যলঘুৰ ৰাইজৰ মাজত জয় জয় বিৰোধীৰ দলৰ ভোট ।
@mohanboruah9962
@mohanboruah9962 Ай бұрын
Akhil Gogoi is right.or else Bhupen will lose.
@pikusaikia5953
@pikusaikia5953 Ай бұрын
লুৰিণ ককাইক দেখিলে Ajp কম কংগ্ৰেছী বেছি যেন লাগে....
@mahimuddinlaskar4939
@mahimuddinlaskar4939 Ай бұрын
বেশি বেশি দাদাগিরি নো করিব নীজের দেলের সঙ্গে এবং ঐক্যমঞ্চের সঙ্গে আলোচনা করিব লাগে। সভাপতির কথা বিলাক অহঙ্কারী হয়েছে।
@NilutpolKhound
@NilutpolKhound Ай бұрын
অহংকাৰেই পতন নিশ্বিত
@kishoridas6447
@kishoridas6447 Ай бұрын
Congressৰ সভাপতিয়ে স্পষ্ট কৰক - মিত্ৰ দলৰ নে অকলে খেলিব?
@bakulboruah2026
@bakulboruah2026 Ай бұрын
সময়ত সকলো ঠিক হৈ যাব।গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।
@equityresearch1995.
@equityresearch1995. Ай бұрын
Bhupen borah thoka loike nohobo,kam nai tar
@jamunaray4032
@jamunaray4032 Ай бұрын
বৰাৰ অহমিকা ভাৱে শেষ কৰিব দলটোক
@tapanbaruah6255
@tapanbaruah6255 Ай бұрын
ভূপেন বৰা বিজেপি ৰ এজেণ্ট যেন হে লগে । কথা বতৰাত।
@dulendoley4043
@dulendoley4043 Ай бұрын
বিৰোধীৰ একতা থাকিব লাগিব । কাৰণ 2026 আছে।
@monalishachetri2348
@monalishachetri2348 Ай бұрын
Akhil Gogoi jindabad
@purnanandagogoi3739
@purnanandagogoi3739 Ай бұрын
Akaei.haba.saga..Log.arila.Beya.habo.
@mukundahazarika9455
@mukundahazarika9455 Ай бұрын
লুৰিণৰ কথা শুনক ভুপেনে ৷
@abdulmannaf5519
@abdulmannaf5519 Ай бұрын
Be care don't be mistake.APCC.
@AnantaSaikia-zy2ne
@AnantaSaikia-zy2ne Ай бұрын
Ami ahoa election ot vote nidiu
@anserali9396
@anserali9396 Ай бұрын
লোগলাগী খেল
@umeshkardong6116
@umeshkardong6116 Ай бұрын
কংগ্ৰেছৰ নেজত ধৰা এজেপি,ৰাইজৰ দলক নেজ জোকাৰি কংগ্ৰেছে ওফৰাই দিব লৈছে ।ঠিকেই হৈছে । 3:52
@user-fp6ud8ym5k
@user-fp6ud8ym5k Ай бұрын
Congress should understand the political scenario of Assam and should unite all opposition leader for next election to defeat BJP.
@mukundahazarika9455
@mukundahazarika9455 Ай бұрын
বেচিকৈ নাচিছে ভুপেনে ৷ ৷
@sornalipegu960
@sornalipegu960 Ай бұрын
Congres kam nai
@JarsinaHussain-fu8po
@JarsinaHussain-fu8po Ай бұрын
Akhil dai thikei koise
@equityresearch1995.
@equityresearch1995. Ай бұрын
Congress r kam nai😮
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
মিছা কথা
@aroonabhabharali5593
@aroonabhabharali5593 Ай бұрын
Bhupen Bora abara punar bebasana korok nohole ....
@anupkrdas6798
@anupkrdas6798 Ай бұрын
মিত্ৰদলে হওক বা বিৰোধীয়ে হওক যিয়ে আজি স্বাধীনতাৰ পাচৰ পৰাই শাসন কৰি অসমৰ খিলঞ্জীয়াৰ হৈ মাত মাতে নে । বৰ্তমান অসমত যিবোৰ ধৰ্ষন কান্দ , অপহৰন কান্দ, ডকাইটী বোৰ হৈ আছে সেইবোৰৰ ওপৰত মাত মাতে নে । নেমাতে কাৰন সেইবোৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ নামবো সংবাদ মাধ্যমত পাও। যত মাত মাতিলে এখেত সকলৰ ইলেকচনত এটা বিৰাত ডাঙৰ শূণ্য পাব ।
@SekhorBorah-ry9mj
@SekhorBorah-ry9mj Ай бұрын
Right
@darsanagogoi2231
@darsanagogoi2231 Ай бұрын
Bhupen Borah ahankar nakariba
@minakumarigogoi-ev9wc
@minakumarigogoi-ev9wc Ай бұрын
Hole Consult. koribo Lagisil Birodhir Lagat
@utpalboraa9484
@utpalboraa9484 Ай бұрын
bhupen bora bjp loi jab jen paisu
@ImranKhan-rg1yw
@ImranKhan-rg1yw Ай бұрын
Bhupen r bhul hob
@nabasahariah4991
@nabasahariah4991 Ай бұрын
Tahatr nisina murkhar hatat ai janamr Sarkar nhy para Janamar katha sinta kar.akhil .lorin.bhupan bapa h as t
@ramnathborah7356
@ramnathborah7356 Ай бұрын
বিৰোধী ঐক্য শক্তিশালী হৈ থাকক
@koshiroddidsk6014
@koshiroddidsk6014 Ай бұрын
Lurindar kothakhosa
@mahimuddinlaskar4939
@mahimuddinlaskar4939 Ай бұрын
Bhupen Bora besi Ahonkari na hobo
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 29 МЛН
Central Jail | Guwahati | Assam | Inmate | Runaway
2:27
DY365
Рет қаралды 145 М.
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН