Рет қаралды 263,411
Assam Type House Design And Cost / 1,170 / Assam Type House Design / Assam Type House Mistri Guruji
About this video- নমস্কাৰ বন্ধু সকল স্বাগতম জনাইছো মোৰ আন এটা video লৈ। বন্ধু সকল এই টো videoত 1,170 Sqft Assam type house design ৰ বিষয়ত হ'ব মানে 1,170 Sqft ঘৰত Material কিমান লাগিব আৰু লগতে ঘৰ খনৰ Total cost কিমান হ'ব এইটো videoত সম্পূৰ্ণ Details দিয়া হৈছে। তথাপিও আপোনালোকৰ কিবা প্ৰশ্ন বা সুধিব লগিয়া কথা থাকে মোক Comment sectionত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।
My social media links
Instagram- mistriguruji
Facebook- profile.php?...
#mistriguruji #Assamese #Assamtypehouse