বামুণ ছোৱালী আৰু বেঙ্গলি ল'ৰাৰ সংগ্ৰামেৰে ভৰা প্ৰেম কাহিনী

  Рет қаралды 363,718

JSS Unscrripted

JSS Unscrripted

9 ай бұрын

Subscribe Puja Sarmah's channel:
/ @pujasarmah04
Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 600
@pinakigogoi835
@pinakigogoi835 9 ай бұрын
তোমালোক সুখী হোৱা।আনৰ কথা ভাবি নিজৰ জীৱনটো বেয়া নকৰিবা। সময় সুবিধা মিলাই বেবী এটা লবা আৰু তাকে লৈ তোমালোকৰ জীৱন টো আগুৱাই লৈ যাৱা।তাক ভাল মানুহ হ'বলৈ শিকাবা।তাক লৈ তোমালোক ব্যস্ত হৈ তোমালোকৰ সকলো দুখ পাহৰি যাবা❤ তোমালোকৰ যুগ্ম জীৱন লৈ শুভেচ্ছা থাকিল 🎉
@lakshyanath294
@lakshyanath294 9 ай бұрын
মা সদায় মায়ে,ভগবানে তোমালোকৰ মঙ্গল কৰক। তোমালোক সুখী হোৱা।
@anjalithasangma
@anjalithasangma 9 ай бұрын
বিশ্বাস কৰক ভগৱানে আপোনালোকক চকু মেলি চাব । দুখ নকৰিব দাদা, বৌ ❤❤,,, বৰ দুখ লগা কাহিনী 😢
@dipalinath3202
@dipalinath3202 9 ай бұрын
পুজা তোমালোকৰ লগত দুয়োখন ঘৰৰ মা দেউতাৰ লগতে ভগৱান ৰ আশীৰ্বাদ আছে। সেয়ে তোমালোকে বেলেগ ৰ কথাত গুৰুত্ব নিদিবা। মা কৰ মৃত্যুৰ কথা আৰম্ভ কৰোঁতে ল'ৰা জনৰ ভাঙি পৰা মনটোৰ কথা বুজিব পাৰি হাতত হাত মিলাই তুমি এজনী আদৰ্শ বান সহধৰ্মীনী ৰ পৰিচয়ৰ দাঙি ধৰিলা সচাকৈ তুমি এজনী লখিমী নাৰী। বেলেগৰ কথা বাদ দি ভগৱান ৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব। ।
@dipanjaligogoi8851
@dipanjaligogoi8851 9 ай бұрын
সাহসেৰে আগবাঢ়া দুয়ো এদিন বহুত সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবা মোৰ বিশ্বাস। কৰিবলগীয়া বহুত কাম আছে শিকিবা ,টকাও আছে সন্মানো আছে। ঈশ্বৰ সহায় হ‌ওক ।
@BanashreeBaruah-pc6ti
@BanashreeBaruah-pc6ti 9 ай бұрын
বা মই এজনী অসমীয়া চোৱালী ।মই য়ো bengali লৰাৰ লগত বিয়া হৈচো।আমাৰো love marrage hoi.আমাৰ বিয়াখ্ন জে ইমান ধুনিয়াকৈ bengali আৰু assamese r মাজত হৈচে কি কম।আমাৰ সমাজ খ্নে আমাক ইমান ধুনিয়াকৈ আকোৱালি লৈচে সচাকে প্ৰশংসনিয়।মইও গাৱৰে চোৱালী।আমাৰ গাৱৰ মানুহ খিনি সচাকৈ বহুত ভাল।
@sahnazbegum1299
@sahnazbegum1299 9 ай бұрын
দুই জনৰ মা আৰু দেউতাকৰ আশীৰ্বাদ আছে ।আল্লাহ তুমালোকক ভালে ৰাখক আমিন 🤲
@ruma_s
@ruma_s 9 ай бұрын
ভাল লাগিল ভগৱানে দুই কে ভালে ৰাখক তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🥰🥰🥰
@gopaldutta4115
@gopaldutta4115 9 ай бұрын
সকলোৰে কপাল একে নহয় তোমালোকৰ যোৰাটো ঈশ্বৰে পাতি থৈছে । আগবাঢ়ি যোৱা ।
@nirmalikakatisharmah8417
@nirmalikakatisharmah8417 9 ай бұрын
মা আৰু দেউতাৰ আশীৰ্বাদ আছে যেতিয়া তোমলোকে আক্ষেপ নকৰিব। কৰ্ম কৰি যোৱা ... ভগৱান তোমালোকৰ লগত।
@banishasarmah8043
@banishasarmah8043 9 ай бұрын
ইমান এনেকুৱা মানুহ কেনেকৈ থাকে..মই আচৰিত পালো..ওচৰ-পাজৰৰ মানুহ বোৰ যে অলপ বেছিয়ে সচাঁই..বহুত দুখ লাগিল চাই video টো🥺🥺🥺
@ytaxom
@ytaxom 9 ай бұрын
Maa nai mane anor kotha hunibo lga hoi,, maa abihone jibon adhoruwa,, love you maa ❤😘🤟
@HiyaRabha-bx8du
@HiyaRabha-bx8du 9 ай бұрын
মই নাজানো দেই কেনেকৈ ইমান কাহানি খিনি মিলি গৈছে।।। মোৰ বৰ্তমান একেই কাহনি কিন্তু আমি এতিয়া লৈকে বিয়া নাই হোৱা।।। কিন্তু ইটো চোৱাৰ পিছত মনত অলপ সাহস আৰু বিশ্বাস টো বাঢ়িল TQ 💕
@junumanichoudhury3636
@junumanichoudhury3636 9 ай бұрын
Mro...but vl lgil
@Suprabhakalita
@Suprabhakalita 9 ай бұрын
Moro same😢
@FoodieloversExpress
@FoodieloversExpress 9 ай бұрын
Aiii jj Subhanko Da a Maak dhukuwar ktha koi thakute Puja Baa a Teur hatkhnot dhorile 🥰 Wow that's Real Heartconnect❤‍🔥
@himadriboruah4849
@himadriboruah4849 9 ай бұрын
ভগৱানে মংগল কৰক 🙏🙏🙏যিবিলাক মানুহে আপোনালোকক এই অৱস্থা কৰিছে সেই বিলাক মানুহক এৰাই চলক! এদিন সুখ হ'ব, মাত্ৰ নেদেখা জনৰ ওপৰত ভৰসা ৰাখক ❤❤❤
@rinkumanidas8050
@rinkumanidas8050 9 ай бұрын
তাকে কৈ সচা প্ৰেম।
@romenjit7549
@romenjit7549 7 ай бұрын
God bless both of you 🎉
@pompyhazoary7520
@pompyhazoary7520 7 ай бұрын
Zibur mnuh a atya hahisa khai bur mnuh ok aidin vogoban a punishment dibo .. Ru apunalukor zibonoloi bhut vl din ahibo dhoizo dhorok matro .
@mallikabegum9008
@mallikabegum9008 9 ай бұрын
বহুত সুখী হ'বা ভৱিষ্যতে।নিজৰ সচেতনতাই তোমালোকৰ বহুত আগবঢ়াই নিব।সমাজ সলনি হ'ব।এখন সুখৰ সংসাৰ হ ওক। সন্তান লাগিব অলপ পলমকৈ। ধন্যবাদ।
@priyankasaikia5302
@priyankasaikia5302 9 ай бұрын
😢😢,,,,,but ending 🥰🥰🥰,,,,, আত্মসন্তুষ্টি পৃথিৱীৰ আটাইতকৈ মুল্যবান সম্পদ বা,,,,সুখি হোৱা
@InuDutta-xn3cf
@InuDutta-xn3cf 9 ай бұрын
তোমালোকৰ লগত ভগবান আছে এটা দিনত তোমাৰ উচৰলৈ সকলো আহিব । তোমালোকৰ সত্য প্ৰেম কাৰো বাধা নামানে লগত ভগৱান আছে বিশ্বাস ৰাখা ।🙏
@bobynath4148
@bobynath4148 9 ай бұрын
এসময়ত তোমালোকৰ বহুত ভাল হ'ব ভগৱানে সহায় কৰিব।দুখ হ'লে সুখ হব‌ই
@marjinabegum7807
@marjinabegum7807 9 ай бұрын
তোমালোকৰ সুখৰ জীৱন হক তাৰে কামনা কৰিছে।।। ❤❤❤❤❤❤
@jahnabigogoi-uy6rx
@jahnabigogoi-uy6rx 9 ай бұрын
প্ৰেম এনে কোৱা হ'ব লাগে সদায় 🙏🏼❤️💯
@sdngaming312
@sdngaming312 9 ай бұрын
O ba katha bur xuni bahut beya lagil😢😢
@barashadas856
@barashadas856 9 ай бұрын
Pooja ba bht khahoki swali...I really appreciate her..god bless both of you..go ahead!❤
@user-ps1rp5og5e
@user-ps1rp5og5e 9 ай бұрын
দুয়োজনৰে ভাল পোৱা আৰু সাহসক সন্মান জনাইছো। খুব কম আছে আজিৰ সময়ত যি নিজৰ ভালপোৱা জনক পাবলৈ ইমান কষ্ট আৰু ত্যাগ কৰিব পাৰে। সচাঁকৈ প্ৰকৃত ভালপোৱা কি এখেতসকলৰ পৰা শিকিব লাগে। শেষত দুয়োজনৰে মঙ্গল আৰু উজ্জ্বল ভবিষ্যৎ ভগৱানৰ ওচৰত কামনা কৰিছোঁ।
@abhijitbharali8733
@abhijitbharali8733 4 ай бұрын
This is one of the most matured love stories I've come across in recent times. God Bless you both
@nabanitavlogs5277
@nabanitavlogs5277 9 ай бұрын
আপোনালোকৰ কথাবোৰ শুনি বহুত বেয়া লাগিল সঁচাক😢.সদায় ভালকৈ থাকা দুয়ো ❤
@surabhidas533
@surabhidas533 9 ай бұрын
তোমালোক সুখী হোৱা,ভগৱানে তোমালোকক সহায় কৰিব।
@deepankarbasak4029
@deepankarbasak4029 9 ай бұрын
ভগৱানে আপোনালোকক সদাই ভালে ৰাখক... এনেকুৱা ঘটনা আৰু যাতে কাৰো লগতে নহয়। সেয়ে ভগবানৰ ওচৰত পাৰ্থনা। বেংগলী হক বা অসমীয়া হক আমাৰ এটাই পৰিচয় অমি সব হিন্দু ধন্যবাদ..
@pompikalita3260
@pompikalita3260 9 ай бұрын
Puja bht hahokhi suali bor val lagil story tu duiu hodai hukhi hua manuhor ktha huni thakile agubo nuariba manuhe kua tu koi a thakibo
@NJTV-gt7yf
@NJTV-gt7yf 9 ай бұрын
Nagaon by pass t dhabat mal khai pori thake
@104no.ougurimissinggaonkal9
@104no.ougurimissinggaonkal9 8 ай бұрын
Toket,manuh,airu,vaipuy,anakuya,hoy,
@saurabhhazarika5778
@saurabhhazarika5778 8 ай бұрын
​@NJTV-gt7yf ❤❤❤❤❤❤❤❤❤❤❤❤❤❤ ki
@user-wq2tv2zr5z
@user-wq2tv2zr5z 9 ай бұрын
তুমি ইমান খিনি কৰিছা সাহসীয়াল কৰি আগবাঢি যোৱা তুমি ভয় নাখাবা লৰা ছোৱালী হব দিয়া আমি আছো তোমালোকৰ লগত
@archanaboro2639
@archanaboro2639 9 ай бұрын
Ajir zugotu enekuwa manuh asene...?? Can't imagine !!! Anyway, Puja u r brave girl, stay always happy...may God bless u abandantly...
@hemenkalita2466
@hemenkalita2466 9 ай бұрын
সত্যৰ সদায় জয়... ভগৱানে কুশলে ৰাখিব আপোনালোক দ দুয়োজনক.. আগুৱাই যোৱা
@dipankarjyotibora3395
@dipankarjyotibora3395 9 ай бұрын
Suvankar and Puja... both of your life are so struggling, heartbreaking.Dont be upset. We wish...God will bless you...The good days are waiting for you both...
@champakdas6915
@champakdas6915 9 ай бұрын
এনেকুৱা সমাজ ব্যৱস্থা দেখি অভিভূত। সময় বহুত আগুৱাই গল। মনুহৰ মনোভাৱ সলনি কৰিব সময় হল । সমাজ বহুত আগুৱাই গল
@nadeemyasir_69
@nadeemyasir_69 9 ай бұрын
You're the strongest couple I've ever seen. Keep it up. We are with you. Allah will bless you always ❤️
@alexnew1009
@alexnew1009 9 ай бұрын
জীৱনটো সুখেৰে থাকিব পাৰিব God bless your family
@abcefg4278
@abcefg4278 8 ай бұрын
প্ৰেম এনেকুৱা হ'ব লাগে ❤❤
@dipangkardas6957
@dipangkardas6957 9 ай бұрын
Outstanding love story ❤🥰👌👌Apunaluk bht bht happy hok.... Dada Bow...
@pradumidas8896
@pradumidas8896 9 ай бұрын
তোমালোকৰ মৰম সদায় এনেকুৱা হওক । আৰু সুখী হোবা ❤❤❤
@rejinaray
@rejinaray 9 ай бұрын
সচাকে সময় সলনি হ'ল কিন্তু মানুহৰ মন সলনি নহ'ল এতিয়াও এনে মানুহ আছে জাতি ধৰ্ম বিচাৰ কৰে মোৰো একে
@linakalita3142
@linakalita3142 9 ай бұрын
, it is called real love. May God bless you in your happy journey
@bhabajyotisarkar1623
@bhabajyotisarkar1623 9 ай бұрын
সন্তান অমূল্য ৰতন ।সন্তান অবশ্যেই লোৱা।দুয়োহাতে অলেখ আশীৰ্বাদ।
@animakapathak1790
@animakapathak1790 9 ай бұрын
তুমি বৰ সাহসী ভগবান সহায়কৰিবতুমাক
@Sscgdwithhimangshu
@Sscgdwithhimangshu 7 ай бұрын
This is happening all over the world.... U r the leader of ur voice....so u decide what is good what is bad
@Maini_maini
@Maini_maini 9 ай бұрын
সদায় একেলগে থাকিবা এনেকৈ ❤️... ভগৱান আছে তোমালোকৰ লগত😊....সুখী আছা সেইবাবে কিছুমান মানুহে সহ্য কৰিব নোৱাৰি পিছফালৰ পৰা যি তি কৈ থাকে.... আৰু সদায় সুখী হৈ থাকিবা😍God bless you ❤
@gauriskitchen8130
@gauriskitchen8130 9 ай бұрын
Brave girl.... Excellent life... May God bless both
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 9 ай бұрын
Bhout dukh lagise karu logt tankuwa nhuk aru..... Apunaluke happy ase atiya hodai happy thkok bhout val lagil xuni kahinitu aru dukh lagil... hodai enkoi ekelge thkok 2jone❤
@punyahazarika645
@punyahazarika645 9 ай бұрын
সাহসী ছোৱালী ।তোমালোকৰ ভাল হওক ।সময় সলনি হব ।
@kalamandirdigitalarchieveu6059
@kalamandirdigitalarchieveu6059 9 ай бұрын
Suspance bora kahini, suni bhal lagil 💘
@priyankasarania5244
@priyankasarania5244 9 ай бұрын
Aanor kotha t mon nidi xodai aaguwai jua ba ❤️🤗 love from Tamulpur ❤️
@madhujyanath8095
@madhujyanath8095 9 ай бұрын
তোমালোক দুয়ো সুখী হোৱা ❤️
@jayashreedas7622
@jayashreedas7622 9 ай бұрын
Puja ba apunar ktha bilak khuni bhut beya lagise apunak 2jnke vgbane vl a rakhk ❤
@upamaneog9336
@upamaneog9336 9 ай бұрын
Lok
@malobikamahanta7453
@malobikamahanta7453 9 ай бұрын
Bhal lagil ..Aponalokor Bujabuji dekhi monto bhori gol ...anekoie thakok dei sadai ..🙏🙏
@jutikadeka6506
@jutikadeka6506 9 ай бұрын
Xasai Val lagil thank God 🙏 for your wishes and blessings
@tutumoni8688
@tutumoni8688 9 ай бұрын
সন্তান এটা লয় দেখাই দিয়া মানুহক তোমালোক কিমান সুখি
@snigdha-uq1fp
@snigdha-uq1fp 9 ай бұрын
Vl lage couple tu lots of love from nagaon,,,,,,
@jayantajitu307
@jayantajitu307 9 ай бұрын
ভাল লাগিল বহুত, আৰু আগবাঢ়ি যাওক
@linadevi2238
@linadevi2238 4 ай бұрын
God sent her to him as an angel....you both are enough for each other.. Stay blessed
@monobora5243
@monobora5243 9 ай бұрын
Puja tumr ontorkhon bhut dasi safa hoi manuhjonok katyau okolhoriya nokoriba dujon hukhi hoi thaka vogobanor usorot hodai parthona koru❤❤❤
@manjilkrnath3394
@manjilkrnath3394 9 ай бұрын
Aarambhoni jie nhok, finishing vl hbo lge. God bless you ❤️😘 frm Nagaon ( Raha)
@bipulkalita9684
@bipulkalita9684 8 ай бұрын
Dear Bamun Girl and Bengali Boy, On listening the actual fact i am highly happy and it proved love is divine.. No barrier can stop if both of you are in the same motto. I wish your conjugal life be happy and request you to think for your coming generation. The new generation will break all this narrow thinking. We should always be broad thinking and avoid narrow thinking. Go ahead on keeping faith on GOD . God will help you. WITH BEST WISHES.
@RenuGogoi-db3hk
@RenuGogoi-db3hk 7 ай бұрын
❤❤😊
@northeastassamesefoddie9664
@northeastassamesefoddie9664 6 ай бұрын
Ooh hello bamun extra jati kot ase??? Bengali t Brahmin nai?? bengali Brahmin hole ki kola hoi pagol sob
@bablidandachetry525
@bablidandachetry525 9 ай бұрын
Bohut dukh lagil story tu xuni .ajir dinot ane mantailiti manuh thkei nei jatik loi eman kotha kua. Manuhor cinta dhara change koribo lagi. Junai jar logt happy thkei tar logt beah hobo lagi . Manuh vl hobo lagi. Puja ba aru dada tumaluk duelai xuvesha thkil jibon batot agbarhi jua. Bhogbanr uport bisakh rakha sob vl hobo. Beautiful couple ❤❤
@ajoysaloi9834
@ajoysaloi9834 9 ай бұрын
dhuniya lagise story 2 from rangia station ❤
@chimikalita5777
@chimikalita5777 9 ай бұрын
Manisu dei puja baa bahut xahokhi tmi . vagobane val rakhokh duitake .
@user-qs8ro9vg8v
@user-qs8ro9vg8v 9 ай бұрын
Bhal lagise.. Xodai happy thaka❤
@bijoyagogoi6248
@bijoyagogoi6248 9 ай бұрын
ভগৱানে তোমালোকৰ মঙ্গল কৰিব। তোমালোক সুখী হোৱা।
@rumkighosh2065
@rumkighosh2065 9 ай бұрын
Such a lovely couple ❤
@subhanggoswami2545
@subhanggoswami2545 9 ай бұрын
Bhoni joni kajol r nisina , God bless you
@sikhadevi8447
@sikhadevi8447 4 ай бұрын
আমাৰো ঘৰ নগাঁও তে মোৰ মামা ছোৱালী জনিও বেংগলী লৰা লগত বিয়া হৈছে কলিকতাৰ আমাৰ কিন্তু এনেকুৱা অসুবিধা হোৱা নাই। সকলো মানুহে। এনেকুৱা সমাজ হোৱাতকৈ নোহোৱাকৈ থকা ভাল। তোমালোক সুখী হোৱা ❤
@user-sc4kq9dz3r
@user-sc4kq9dz3r 9 ай бұрын
এই বিশ্বত মানৱৰ কথা বিলাক আচৰিত লাগে। মানুহ এবিধ জীৱ হয়। তাকে লৈ ইমানেই আলোচনা কিয়। লাজ লাগে। এই উন্নত পূথিৱীৰ বুকুত ইমান গন্দগূল। জাতি ধৰ্ম বৰ্ণ পুৰুষ মহিলা আদি সকলো বোৰত মাএ জীৱ বা চেতনা শক্তি থাকে। জীৱ বা চেতনা consciousness and body meaning materials. দেহটো প্ৰকূতিৰ পঞ্চ মহাভূতৰ ভৌতিক দেহ বা মায়া।24তত্ত্বৰপ্ৰাকূতিক শৰীৰটো লৈ ইমানেই আলোচনা কিয়। নাৰী পুৰুষৰ মিলনটো দুই মিনিটতৰ বাসনা। দৈহিক বৈশিষ্ট ই আত্মীয় পাৰ্থক্য নোবুজাই। জীৱ বা চেতনা দেহ বাপ্ৰকূতি দৈহিক চিন্তা চৰ্চা আলোচনা বিলোচনা অতি ভাল নালাগে। জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাজৰ কথা বিলাক নিৰ্ভৰ শীল কথা নহয়। কথা হ'ল শ্ৰদ্ধা ভক্তি প্ৰেম আৰু বিশ্বাস সৎভাৱনা আদি হে গুৰুত্বপূৰ্ণ ভূমিকা। বিয়া বাৰু দৈহিক বৈশিষ্ট আৰু প্ৰাথিব কথা বতৰা ত বেছি সময় খৰচ কৰা মানুহ ভাল নহয়। প্ৰদীপ গগৈ।
@madhusmitadas4541
@madhusmitadas4541 9 ай бұрын
Bohut VL lagise ..aaguwai jowa❤❤❤❤
@rimashri2.0
@rimashri2.0 9 ай бұрын
Bhut val lagil love story tu xuni....val puwat kuno poisa,ghor aibilak nahe....duiotai xodai xukhot thakok...❤
@lachitgogoi5082
@lachitgogoi5082 9 ай бұрын
so much struggle, sufferings , even then both are standing strong, i congratulate you. keep going , God is there, may God bless you.
@sobitabora232
@sobitabora232 9 ай бұрын
Love story tu Bohut basi vl lgile..Xodai Happy thakok...
@jharnadutta8366
@jharnadutta8366 9 ай бұрын
জীৱনত আগবাঢ়িব হ'লে আনৰ কথা লৈ গুৰুত্ব দিব নালাগে। কৰ্ম কৰক ফল পাব।নিজে কৰ্ম নকৰিলে আনে নোখোৱাই সেইবাবে আনৰ কথা নুশুনিব।
@VibewithBangtan
@VibewithBangtan 7 ай бұрын
This was the same story as my parents. They(my parents )have fought a lot to get accepted by their parents too. It's amazing to see such strong lovers like u guys .....wish for the best. 🩷
@kankanabarman8553
@kankanabarman8553 9 ай бұрын
Tumalukor jugmo jeevan sukhi houk. Amiu axirwad korisu
@Mr.Abhivlogs78
@Mr.Abhivlogs78 9 ай бұрын
First time moi apunar video non cut kori salu vonty Jss. ❤❤❤❤
@AnupDas-qu1pf
@AnupDas-qu1pf 8 ай бұрын
Mur dore lorae puja r dre suali deserve nokoru.. Subhankar Tumi lucky aru Val lora .. God bless u both..
@runurajbongshi8927
@runurajbongshi8927 9 ай бұрын
সুখী হোৱা দুয়ো তাকে কামনা কৰিলো
@sangitakalita9293
@sangitakalita9293 9 ай бұрын
Vogobanr Lila Opar 🙏🙏🙏 MAA kor jagat tumar nicina agoraki jibon sangi dise.God bless you.❤️❤️❤️
@gitanjalilifestylevlog1287
@gitanjalilifestylevlog1287 9 ай бұрын
Guwahati ahi jua eyat aibur aku prblm nupua 👍👍
@RojotDas-sv2qd
@RojotDas-sv2qd 9 ай бұрын
Bhonti amar Zubeen Dai koise nohoi "GHENTA KAKU KHATIR NOKORU" buli tumalukeu nokoriba... Best of luck agbarhi jua ❤
@hiyadaxyoutubechannel2440
@hiyadaxyoutubechannel2440 9 ай бұрын
ভগৱান আছে সকলো থিক হব ❤
@munmeesvlogkitchen8712
@munmeesvlogkitchen8712 9 ай бұрын
Dukh lagil huni...., vogobane mongol korok tumalukor.....
@AsomiyabuwariMainaborahv-tr7ky
@AsomiyabuwariMainaborahv-tr7ky 9 ай бұрын
তোমালোক সদায় সুখী হোৱা❤❤❤❤
@AfrijaBegum
@AfrijaBegum 8 ай бұрын
At first we are human being..... after that cast.... so your decision is very good.God bless you.🙏🙏
@anujajyshmin7611
@anujajyshmin7611 9 ай бұрын
May the Almighty always bless both of you....❤
@haradhan60030
@haradhan60030 9 ай бұрын
What a love story ❤❤❤#salute🙏🙏
@ayeshaahmed5543
@ayeshaahmed5543 9 ай бұрын
Xsakoi bohut vl lgil video tu sai❤❤
@swapnadogra4680
@swapnadogra4680 9 ай бұрын
Moiu Assamese Bengali lorar logot biya hoisu aru bohut besi happy asu
@pkpatar9930
@pkpatar9930 9 ай бұрын
Ending is very nice.all is.well.
@karnakamaldutta
@karnakamaldutta 9 ай бұрын
Aguai tmluk dekhi Huni bhl lgl.. Muru last gf bamun suwalie asl bsr dn bhl pai kiba kibi karnt eri thoi atia tai bamun Lora atak bhl pai.. Dyok ru sbre bhl houk hukhi thakok.. Ji ki nhouk bamun suwali sob akai buli ji Mindset asl aji eik dekhi change hl vle thka duio ❣️
@travellingexperiences1519
@travellingexperiences1519 7 ай бұрын
Great and amazing mindset of the girl..
@momikalita6467
@momikalita6467 9 ай бұрын
Adin bhut bse xukhi hba dada bou💐💐💐💐
@rin3268
@rin3268 9 ай бұрын
May God bless both of you ❤
@kalpanarai77M
@kalpanarai77M 9 ай бұрын
manuhar katha kam nidiba ajir dinatu jat pat bisare😟☹️hadai val koi thaka happy thaka ❤god bless both of u ❤️love from, nepal ❤️
@RijuMoni-zv2sx
@RijuMoni-zv2sx 9 ай бұрын
Bhut besi vl lgil video to ❤❤❤duyu jone xdai hpy thaka, eyake koi xosa pram
@deepsikhagogoi7572
@deepsikhagogoi7572 9 ай бұрын
Aguwai juwa❤❤❤
@Mr.Abhivlogs78
@Mr.Abhivlogs78 9 ай бұрын
Bohut val loga video Pooja Sharma and subhankar sarkar r ❤ Goalpara keep going on vonty heart' touching video hoi love them all of you best of luck 🤞
@dasrajib3387
@dasrajib3387 9 ай бұрын
Val lagila sai ❤
Does size matter? BEACH EDITION
00:32
Mini Katana
Рет қаралды 18 МЛН
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 119 МЛН
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 15 МЛН
Archana Borthakur Opens Up About Life, Struggles, Relationship || Assamese Podcast || Ep.14
1:08:31
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 68 М.
Эта ведьма поедает детишек #фильм #кино
0:53
МеткийДик
Рет қаралды 4,2 МЛН
Кот Оказался В ЗАПАДНЕ🙀☠️
0:38
ИССЛЕДОВАТЕЛЬ
Рет қаралды 3,9 МЛН