No video

বহাগৰ জানমণি ♥️, Assamese new short film by Black And White 2023

  Рет қаралды 1,295,279

Black And White

Black And White

Күн бұрын

An Assamese Short Film Comedy / Tragedy / Romantic Drama
Story & Direction: Bikash Das
singer: Mr. Ramen & Jyotishman Raj
Music+background score: Chandan sarmah
Flute: Gunindra Kalita
Gitar: Dhruva
Dubbibg: STUDIO ROCKLAND
Video editor: Hemen Baishya
Choreographer: jugal deka
ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।

Пікірлер: 3 200
@arupbarman5189
@arupbarman5189 4 ай бұрын
Nice lagise video tu 😍😍😍😍😍😍😍😍😍😍
@satyaram6439
@satyaram6439 Жыл бұрын
Bikash da এনেকুৱা short film আগলৈকে পাই থাকিম বুলি আশা থাকিল।❤❤❤
@jyotimadeka8454
@jyotimadeka8454 8 ай бұрын
,👍
@user-io2ud9zr2q
@user-io2ud9zr2q 6 ай бұрын
ভিদিওতো চায় ভাল লাগিল বহুত কচট হৈছে চাগে। Black and white ভিদিও বোৰ চায় বৰ ভাল লাগে
@Legal_weapon295
@Legal_weapon295 Жыл бұрын
কিবা এটা ভাল লাগিল ভিডিঅ'টিত সেইবাবে কমেন্ট নকৰাকৈ থাকিব নোৱাৰিলো। ঘগ্ৰাপাৰৰ পৰা বহুত মৰম যাঁচিলো ❤❤❤❤
@kamalkalita4720
@kamalkalita4720 Жыл бұрын
কবলৈ ভাষা নাই বিকাশ দা ❤❤❤❤ ধুনীয়া কাহিনী ❤ সুন্দৰ অভিনয় ❤ আশা কৰোঁ আগলৈ আৰু এনেকুৱা ভিদিঅ পাম বুলি ❤
@abdulmojid318
@abdulmojid318 10 ай бұрын
​@Riyajulart😂🎉🎉😢😢😅😅❤❤❤❤❤😂❤❤
@user-ib8vs8jm2l
@user-ib8vs8jm2l 10 ай бұрын
🎉🎉🎉🎉
@paporipathak3897
@paporipathak3897 Жыл бұрын
হহুৱাই হহুৱাই কন্দুৱাই দিলে আপোনালোকে । আগুৱাই যাওক এয়াই কামনা কৰিলো । সুন্দৰ অভিনয়ৰ লগতে এক সুন্দৰ কাহিনীৰ সংযোগ । আগলৈ শুভেচ্ছা থাকিল ।
@jitenbarhoi5584
@jitenbarhoi5584 9 ай бұрын
বহুত সুন্দৰ কাহিনী লগতে তোমালোকৰ অভিনয় খুব সুন্দৰ হৈছে,, ভিদেও টো চাই বুকুখন হুকে খুন্দা মাৰি ধৰিল অ'' সঁচাকৈ খুব সুন্দৰ হৈছে❤❤ আগলৈও এনেকুৱা, ধুনীয়া ধুনীয়া ভিডেও পাই থাকিম বুলি আশা ৰাখিলোঁ,, l
@munindranath3167
@munindranath3167 11 ай бұрын
বিকাশ আৰু জানৰ অভিনয় খুব সুন্দৰ হৈছে। সছাকৈ বৰ ভাল লাগিল । আপোনালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।❤❤❤
@chandanrajbongshi5093
@chandanrajbongshi5093 8 ай бұрын
So sweet 💓💓💓💓💓💓.ki buli dhannyabad dim kaboloi vakha nai bikash da ........
@Dreamlife-assam
@Dreamlife-assam Жыл бұрын
N k production ৰ জানমণিতকৈ black and white ৰ জানমণি কোনো গুণে কম নহয়। ❤❤
@mrinaldeka3063
@mrinaldeka3063 Жыл бұрын
বহুত বেছি ভাল লাগিল বিকাশ দা। সকলোৰে সুন্দৰ অভিনয় হৈছে। আগলৈকে আৰু এনেকুৱা ধৰনৰ ছুটি ছবি পাম বুলি আশা থাকিল। ধন্যবাদ।❤❤❤❤❤❤
@hellomovies8015
@hellomovies8015 Жыл бұрын
চকুপানি উলিয়াই দিলা ❤ আগুৱাই যোৱা , শুভকামনা থাকিল।❤
@s.ppatowary5247
@s.ppatowary5247 Жыл бұрын
বহুত বহুত ভাল লাগিছে আৰু দোষ ও লাগিছে...আৰু এনেকুৱা video আগলৈ দিব বুলি আশা থাকিল বিকাশ দা
@gitikanath8945
@gitikanath8945 Жыл бұрын
ভাল লাগিল বহুতেই. ..সদায়েই কমেদী ভিডিঅ চাই চাই আজিৰ এই বহাগৰ জানমনি চাই বুকুত কান্দোনৰ ৰোল এটা উঠিছে. .
@h.dnalbari5607
@h.dnalbari5607 Жыл бұрын
একে একে দুই ব’হাগৰ জানমণি হৈছে জুই❤
@sanjoybaruah5282
@sanjoybaruah5282 Жыл бұрын
kzfaq.info/get/bejne/ptFxhttol9WVdmg.html
@rijumininath2690
@rijumininath2690 Жыл бұрын
Bhut dhukh lagil
@minakhidas2182
@minakhidas2182 Жыл бұрын
একে একে দুই ব’হাগৰ জানমণি হৈছে জুই love From Barpeta ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bekarxonthar776
@bekarxonthar776 Жыл бұрын
dhuniya lagil video tu sai
@faridalam9847
@faridalam9847 Жыл бұрын
@@minakhidas2182 8
@Pallabparkastion
@Pallabparkastion 9 ай бұрын
বাস্তৱ জগতৰ বিকাশ দাদা thanks sowe mast dada 🥰🥰🥰🥰💞💞💞💞💞💞❤❤❤❤❤❤❤ bihu savisa thakel dada 🥰💞🥰🥰💞❤❤❤❤❤
@maneswardas8711
@maneswardas8711 10 ай бұрын
ধুনীয়া কাহিনী ❤ সুন্দৰ অভিনয় ❤
@bonojitDas-nl8wc
@bonojitDas-nl8wc Жыл бұрын
বহুত ধুনীয়া 🥰হৈছে বিকাশ দা আৰু যাতে এনে দৰে আগ বাঁহৰি💓 জুৱা তাকে কামনা কৰিলো 🙏
@hirakjyotiarts893
@hirakjyotiarts893 Жыл бұрын
অতি সুন্দৰ হৈছে বিকাশ দা ।এনেকুৱা ধৰণৰ video আকৌ পাম বুলি আশা থাকিল।❤❤❤❤
@sgogoi459
@sgogoi459 Жыл бұрын
ধুনীয়া হৈছে👌👌 শুভেচ্ছা থাকিল....
@krishnaslifestyle2890
@krishnaslifestyle2890 Жыл бұрын
সঁচাকৈ বৰ ভাল লাগিল ❤❤ আগুৱাই যোৱা 🥰🥰short film খনৰ লগত জড়িত সকলোলৈ অলেখ মৰম আৰু ভালপোৱা যাছিলো💞
@dvlog5456
@dvlog5456 Жыл бұрын
ইতিহাস ৰচিবলৈ জন্ম পাইছে এই মানুহজন❤
@user-yh5rr7yf2m
@user-yh5rr7yf2m Жыл бұрын
@jbcreations4100
@jbcreations4100 10 ай бұрын
😮😮😮
@BappiRay-zm3sb
@BappiRay-zm3sb 4 ай бұрын
Yess😊
@ayushmandas8031
@ayushmandas8031 Жыл бұрын
সুন্দৰ, পুনৰ বহাগৰ শুভেচ্ছা জনালোঁ 💮
@ritumoninath8563
@ritumoninath8563 Жыл бұрын
Bahute val lagil dada God bless you & go ahead to our family.
@parthapratim1573
@parthapratim1573 Жыл бұрын
ধুনীয়া ❤❤❤❤❤,,, বিকাশ দা আৰু সমূহ কৰ্মীকৰ্তা লৈ love you আৰু এনেকুৱা ফিল্ম লাগে ❤❤
@rajibvlog4832
@rajibvlog4832 Жыл бұрын
কাহিনী আৰু অভিনয় অতি সুন্দৰ,♥️♥️🙏
@utpalkaibarta8486
@utpalkaibarta8486 Жыл бұрын
বহাগৰ জানমণি দ্বিতীয় খণ্ড অতি সোনকালে লাগে বিকাশ দা❤️
@kaushiklifestyle
@kaushiklifestyle Жыл бұрын
"জানমণি" সকলো কৰ্ম কৰ্তা লৈ বহুত বেছি মৰম জনালোঁ । এনেকুৱা sort flim আৰু লাগে ❤🎉
@user-zv1yo3js5z
@user-zv1yo3js5z Жыл бұрын
Maja😅😮😢😂🎉❤ dikaa dada
@manashdas8452
@manashdas8452 Жыл бұрын
একে একে দুই বহাগৰ জানমণি হৈছে জুই । অতি‌ সুন্দৰ অভিনয় হৈছে বিকাশ দা।
@rahulali1518
@rahulali1518 Жыл бұрын
বিকাশ দা এনেকুৱা short film মই জীৱনত নাপাহৰো প্ৰথমতে বহুত ভাল লাগিল তাৰ পিছত বহুত দুখ লাগিল যি নিকি মোৰ চকুত পানী ওলাই গৈছে ❤🎉 তুমি যিমান বোৰ video বনাইছা তাৰ ভিতৰত a number 1 video aitu lv u black and white team তোমালোকে আৰু আগুৱাই যোৱা তাৰ a কামনা কৰিলোঁ ❤❤❤
@anamikabarman1332
@anamikabarman1332 Жыл бұрын
Z
@pranabsgaming6397
@pranabsgaming6397 8 ай бұрын
ভিদিও তু ছাই চকুৰ পানি অলে গেল ........❤❤❤❤❤❤❤💛💛💛💛💛💛
@user-by1vz9uq5i
@user-by1vz9uq5i 7 ай бұрын
111 ​@@anamikabarman1332
@manabbaba328
@manabbaba328 Жыл бұрын
dhuniya hoose bikash daa ❤❤❤
@pranabjyotikalita4584
@pranabjyotikalita4584 Жыл бұрын
সচাকৈ মনত সাঁচ বহুৱায় যোৱা কাহিনী। আগলৈকে এনেধৰণৰ সামাজিক কাহিনী পাম বুলি আশাবাদী।।।।।।
@assameseboy2264
@assameseboy2264 Жыл бұрын
একে একে দুই বিকাশ দা তুমি🔥🔥, আগলৈও মাজে মাজে এনেকুৱা Album পাম বুলি আশা থাকিল।
@sunilrabha5912
@sunilrabha5912 Жыл бұрын
বহাগৰ জানমণি চাই ভাল লাগিল, অভিনয় সকলোৰে ভাল হৈছে। আশাকৰোঁ black and white পৰিয়ালতো ভালে কুশলে থাকোক।❤❤❤❤
@debajitzgVlog
@debajitzgVlog Жыл бұрын
হৃদয় চুই যোৱা কাহিনী বিকাশ দা ❤️
@viralvideo4848
@viralvideo4848 11 ай бұрын
সচাকৈ বহুত ভাল লাগিছে ❤❤ শেষৰ খিনিত চকু পানী ওলায় গ'ল অ বিকাশ দা🥺 পিছলৈ আৰু পাম বুলি আশা ৰাখিলোঁ এনেকুৱা ভিদিও ❤❤❤
@anupkalita074
@anupkalita074 Жыл бұрын
অতি সুন্দৰ, মনোমোহা কাহিনী ! ❤❤❤❤❤❤❤❤❤❤❤❤ বহুত ভাল লগিল, videoটো চাই মন চুই গৈছে। আকৌ এনেকুৱা ধৰণৰ কাহিনী চাব পাম বুলি আশা থাকিল।
@sahilojah4112
@sahilojah4112 Жыл бұрын
Salute all team members of Black and white আকৌ এনেকুৱা short film lage bikash daa love from barpeta ❤❤
@bhargabsarmavreegu4874
@bhargabsarmavreegu4874 Жыл бұрын
Uncommon bikash da❤.. comedy r lgt a anekua bor o sai ketiaba vl lage ..stroyr logote acting xokolore val hoise..❤❤❤❤❤
@SajidAhmed-rz4mq
@SajidAhmed-rz4mq 6 ай бұрын
dhuniya Bikash da Aru jan baa tumaru val hoise❤️❤️❤️😻🥰😘😍
@EshanRajbongshi
@EshanRajbongshi Жыл бұрын
Joni Joni Bikash dak vl pai 1ta like
@dimpalnext4102
@dimpalnext4102 Жыл бұрын
Hoi
@Assassination_gaming7559
@Assassination_gaming7559 Жыл бұрын
Yee bhi koi bhikh mangne ka tarika hai😂❤
@tcgxspraygod6405
@tcgxspraygod6405 Жыл бұрын
Tor xtt dal
@ilovezubeenda4435
@ilovezubeenda4435 Жыл бұрын
😂😂😂😂 bikash dak aneo vl paw😅
@rodaliaxom4627
@rodaliaxom4627 Жыл бұрын
Bikash dada jui 🔥🔥🔥
@princerahul0144
@princerahul0144 Жыл бұрын
বহুত ভাল লাগিছে বিকাশ দা মন চুই গ'ল ❤❤
@artistparameswardeka9092
@artistparameswardeka9092 Жыл бұрын
বঢ়িয়া হৈছে মহন্ত ভাই ।।। ৰাব্বানী ছয়মৰ 13 ৰ পিছত আজি আকৌ এনেকুৱা এখন চুটি ফিল্ম চাব পালোঁ,,, Black & White ৰঙীন হৈ আগবাঢ়ক,,, শুভেচ্ছা জনাইছোঁ,,, শ্বেৰ কৰিম whatsapp ফেচবুক ত
@nitumonisarma156
@nitumonisarma156 Жыл бұрын
বিকাশ ভাই শেষৰ ফালৰ দুৰ্ঘটনাৰ চিনতো নিদিলে বহুত ভাল লাগিল হয়নিকি,,,,কাহিনীটো বৰ ধুনীয়া বনাইছিলা মোৰ ভাল লাগিল কিন্তু মই ভাবো মানুহ বিলাকে এই অঘটনতোৰ বাবে বেয়া পাইহে দিচলাইক কৰিছে।
@rahulali1518
@rahulali1518 Жыл бұрын
এই video টোৰ জৰিয়তে সঁচা নিভাজ প্ৰেম কেনেকুৱা হব পাৰে বুজিলো ❤
@kiranray881
@kiranray881 Жыл бұрын
Bikash Da বহাগৰ জানমণি Sai bohut bohut vl lagse aru lage amak anekuwa short film ❤️❤️❤️❤️ love from Bijni
@bhuyashisarma4766
@bhuyashisarma4766 Жыл бұрын
মজা লাগিছে বিকাশ আৰু লাগে নতুন কাহিনী❤❤
@bantinath4296
@bantinath4296 9 ай бұрын
ভাল লািগল❤❤❤বহাগৰ জানমিন❤❤
@Mr.nov48
@Mr.nov48 Жыл бұрын
Story editing acting every thing is perfect ❤️
@upangshu____143
@upangshu____143 Жыл бұрын
Whaaa beteee
@Mr.nov48
@Mr.nov48 Жыл бұрын
@@upangshu____143 toi he babu 😂
@upangshu____143
@upangshu____143 Жыл бұрын
@@Mr.nov48 ooo klaaa 😅🙌
@Mr.nov48
@Mr.nov48 Жыл бұрын
@@upangshu____143 napai dei 😆😂
@upangshu____143
@upangshu____143 Жыл бұрын
@@Mr.nov48 emn video nasabii hui thakk
@dhanjit_
@dhanjit_ Жыл бұрын
শেষত অলপ দুখ লাগিল 😔❤❤❤
@dibijbaishya7449
@dibijbaishya7449 9 ай бұрын
All time favourite🤝❤️🤝beautifull👍🙏♥️
@jumanajcomedy4991
@jumanajcomedy4991 Жыл бұрын
মহন্ত দাদাৰ কাৰণে এটা লাইক 👍
@rishamonibaishya4298
@rishamonibaishya4298 Жыл бұрын
Xosake bohut val lagil sai ❤
@dipankardas612
@dipankardas612 Жыл бұрын
বহুত ভাল লাগিল দ্বিতীয় খন্দতো চাবলৈ আশাৰে বাত চাই ৰলো।
@pompisaud274
@pompisaud274 Жыл бұрын
বহুত ভাল লাগিল লগতে আটাইবোৰে অতি সুন্দৰ অভিনয় কৰিছে❤
@educationhubassam9106
@educationhubassam9106 Жыл бұрын
Background music bht dhuniya lagise💕
@manjitsaikia2737
@manjitsaikia2737 Жыл бұрын
ভাল লাগিল ❤️❤️বহাগৰ জানমনি ❤
@khisiriassamese2442
@khisiriassamese2442 Жыл бұрын
চকু খেমেকি গৈছে বিকাশ দা। বহুত ধুনীয়া অভিনয় কৰিছে সকলোৱে ❤
@bikukalita2061
@bikukalita2061 Жыл бұрын
Very nice
@anantajoshi03
@anantajoshi03 Жыл бұрын
next level bikash daa ❤❤❤
@jyoutismitatalukdar3812
@jyoutismitatalukdar3812 Жыл бұрын
waiting for next episode......
@subhajitkarmakar76
@subhajitkarmakar76 Жыл бұрын
We need next part
@surujdas4006
@surujdas4006 Жыл бұрын
বহুতে ধুনীয়া হৈছে বিকাশ দা❤️🔥। আৰু নতুন ভিদিও লাগে❤️
@bidyutdeka1603
@bidyutdeka1603 Жыл бұрын
Gtei blck and white family loi bht mrm jaisisu...bht bht val hoise kahini tu❤✨lot's of love blck nd white family ✨❤🌝
@buddies644
@buddies644 Жыл бұрын
ইমান ধুনীয়া concept ❤❤সচাঁই অতুলনীয় ❤❤😢end খিনি হে বহুত বেয়া লাগিলে🥺🥺😖😖কান্দিব লগা হল❤❤❤😢
@champakdasassamindia5221
@champakdasassamindia5221 Жыл бұрын
সুন্দৰ কাহিনী ! সুন্দৰ অভিনয়!
@dhrubafilms5576
@dhrubafilms5576 Жыл бұрын
Nice ❤
@mrinmoytalukdar3595
@mrinmoytalukdar3595 Жыл бұрын
Outstanding 😍
@dhanjittalukdar5969
@dhanjittalukdar5969 Жыл бұрын
The story is really good as well as the acting.
@gourabbarman7531
@gourabbarman7531 Жыл бұрын
Good story & nice concept 👍 Excellent acting, all the actors & actresses are good 👍 Music is also good ☺️ All the best & keep growing 💗
@priyasarma7902
@priyasarma7902 Жыл бұрын
সঁচাকৈ বহুত ধুনীয়া হৈছে seriel খন
@kaushikdas9997
@kaushikdas9997 11 күн бұрын
ভাল লাগিছে তোমাৰ ভিডিঅ বহুত বেছি ভাল লাগে এনেকুৱা ভিডিঅ আৰু দিব লাগে ❤😂😂😊
@abinashtalukdar6603
@abinashtalukdar6603 Жыл бұрын
এনেকুৱা প্ৰেম লাগে❤😊
@jayantakumarnath4588
@jayantakumarnath4588 Жыл бұрын
Mind blowing Bhai. Salute to your entire team.
@sikharanidas21
@sikharanidas21 Жыл бұрын
সঁচাকৈ বহুত ভাল লাগিলে চাই, madhumita- acting mojja korisa 😊
@archananath22
@archananath22 Ай бұрын
ধুনিয়া
@ganeshdas6223
@ganeshdas6223 Жыл бұрын
Mojja ❤
@nirmaltalukdar6481
@nirmaltalukdar6481 Жыл бұрын
বিকাশ দাদাই বহুত ভাল কৰিছে । 🥰🥰❤️
@arupgoswami2297
@arupgoswami2297 Жыл бұрын
মৰি কিনে নেকি ?
@champaksarma1300
@champaksarma1300 Жыл бұрын
Superb concept and acting also❤
@sanjitnath3372
@sanjitnath3372 Жыл бұрын
সুন্দৰ অভিনয় ❤️
@abdulhakim5919
@abdulhakim5919 Жыл бұрын
কি ভিদিও বনাইছা এ ভাই মোৰ চকুৰ পানি ওলাই গৈছে ❤
@karandas3140
@karandas3140 Жыл бұрын
ধন্যবাদ Black And Whiteৰ সকলো সদচ্ছলৈ এনেকুৱা এটা ভিডিও দেখুৱাৰ বাবে🙏🙏🙏
@nextlevel3217
@nextlevel3217 Жыл бұрын
আপোনালোকৰ ভিদিও বহুত আগৰ পৰাই চাও❤ কিন্তু এই ভিদিওতো চোৱাত পলম হল । যদিও ভিদিওতো চাই ইমান ভাল লাগিছে, যাক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো । ভিদিওতোৰ শেষত এক বুজাব নোৱাৰা বিষাদ অনুভৱ কৰিলো অনাগত দিনলৈ এনেকুৱা ভিদিও পাম বুলি আশা থাকিল ।Love from sarthebari❤
@tirthajitkalita678
@tirthajitkalita678 Жыл бұрын
Really outstanding this video never give up we support you 💯
@kaushikgamer1366
@kaushikgamer1366 Жыл бұрын
Mind blowing performance❤
@bipuldas2416
@bipuldas2416 Жыл бұрын
Moja❤
@SangitaBarman-eo1tj
@SangitaBarman-eo1tj 5 ай бұрын
হৃদয় চুই গৈছে কাহিনীটোৱে ❤
@banjitkashyap3289
@banjitkashyap3289 Жыл бұрын
Love from tamulpur ❤️🔥
@allcreation5846
@allcreation5846 Жыл бұрын
আগৰ দিনৰ অসমীয়া চিনেমা চোৱা যেন লাগিছে , বুকু ফাটি গৈছে ও দাদা 🥺🥺🥺🥺
@gopalrajbongshi3196
@gopalrajbongshi3196 Жыл бұрын
বহুত ভাল লাগিল .sad love stories
@rubl9048
@rubl9048 Жыл бұрын
Borhiya❤❤❤
@rjxassam1564
@rjxassam1564 Жыл бұрын
best of the best black and white team ❤
@prakashpathak6985
@prakashpathak6985 Жыл бұрын
Such a great story guys 😢❤❤❤ love from nalbari
@sanirajbanshi3594
@sanirajbanshi3594 Жыл бұрын
Acting, camera dariacting editing all most so good keep it up for janmoni tim
@bikashdas600
@bikashdas600 Жыл бұрын
Nice short film 👌🏻
@hridaysaikia9455
@hridaysaikia9455 Жыл бұрын
Dhuniya lagise xsakoi❤ Acting dhuniya hoise🥰❤️
@awaralife0096
@awaralife0096 Жыл бұрын
Vl lagil vedio to sai
@paragpratimnath7237
@paragpratimnath7237 Жыл бұрын
Mojja❤❤
@jintukalita396
@jintukalita396 Жыл бұрын
Mindblowing fantastic historic...❤❤❤❤❤
@desiboybubul4478
@desiboybubul4478 Жыл бұрын
Bah bahut Val lagil true lovestory
@harjyotirajbongshi1537
@harjyotirajbongshi1537 Жыл бұрын
Dhunia hoise🎉🎉❤
@hirakjyotikashyap3508
@hirakjyotikashyap3508 Жыл бұрын
New swuali tor karana ata like 😘
@manytypes4750
@manytypes4750 10 ай бұрын
Bhai Amar bar atu log nam hol madhusmita ❤
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 42 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 739 М.
মদাহী ঘৰ সংসাৰ// Assamese short film//
31:52
Dream(সপোন)
Рет қаралды 539 М.
B.A পাছ ✌, Assamese Comedy Video by Black And White 2022
15:30
Black And White
Рет қаралды 476 М.
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 42 МЛН