Рет қаралды 24,769
📌বন্যাৰ্তৰ দুখ-দুৰ্গতি দেখি মন সেমেকি উঠিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। পুৱা ৯ বজাতে ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বেদনাসিক্ত মন লৈ নিশা ১১ বজাত মহানগৰীলৈ উভতিল মুখ্যমন্ত্ৰী। ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিলে নিজৰ মনৰ কথা।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/