No video

ভোটৰ অংকতহে জনজাতিকৰণৰ বিষয়টো লাগে চৰকাৰক?

  Рет қаралды 6,187

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
পকা আম গছৰ পৰা সৰালৈ বাট চাই আছে ৬ জনগোষ্ঠীৰ প্ৰতিবাদী নেতাই! নিৰ্বাচন আহিলেহে সাৰ পায় নেকি জনজাতিকৰণ বিচৰা প্ৰতিবাদী নেতা? ভোটৰ অংকতহে জনজাতিকৰণৰ বিষয়টো লাগে চৰকাৰক? পুনৰ জনজাতিকৰণক লৈ সদিচ্ছাৰ অভাৱৰ প্ৰমাণ কেন্দ্ৰৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 23
@jadavgogoi944
@jadavgogoi944 Ай бұрын
এই মুখ্য মন্ত্ৰীৰ সমান মিছলীয়া মানুহ প্ৰায় নায়েই।
@gumragpegu4306
@gumragpegu4306 Ай бұрын
Caa বিৰোধী আন্দোলনক প্ৰশমিত কৰিবলৈ জনজাতিকৰণ বিষয়টোক‌ প্ৰসংগলৈ আনিছে।
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
কেতিয়া শুনা পাইছিলো , মনত নাই ১০০ দিনৰ ভিতৰত হ'ব বুলি ঘোষণা কৰা হৈছিল
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc Ай бұрын
ফেকূৱাৰ কথা মূৰ্খ ওনুশুনে
@GamePlay-ib2cj
@GamePlay-ib2cj Ай бұрын
Fekua bahut lamba lamba feki dia.
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
চিন্তা কৰি থকা, চেষ্টা কৰি থাকোতে শৰ্মা মন্ত্ৰীসভাৰো তিনিটা বছৰ গল। গতিকে ফলাফল কি হব বুজা গল।
@dipendrasinghadeka5608
@dipendrasinghadeka5608 Ай бұрын
Your report is really correct,so thanks for sharing the facts
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Ай бұрын
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো নিৰ্বাচন আহিলহে চৰকাৰৰ মনত পৰে নেকি? যোৱা ১০ বছৰে একো এটা নকৰিলে। এতিয়া নিৰ্বাচন অহা বাবে ভোটৰ অংকত বিজেপিয়ে অসমৰ চাৰিওফালে টোপ দি ফুৰিছে জনজাতিকৰন কৰিম বুলি।
@jagannathdas484
@jagannathdas484 Ай бұрын
কাম নাই মিচলীয়া অপদাৰ্থ
@hemchandraborah-vd6nz
@hemchandraborah-vd6nz Ай бұрын
বৰ্তমান চৰকাৰে ইংৰাজৰ শোষণ নীতি সকলো ক্ষেত্ৰত কৌশল প্ৰয়োগ কৰি আহিছে। ভোট যুদ্ধৰে প্ৰতিবাদ কৰিলেহে লাভ হব।
@sumanborah9605
@sumanborah9605 Ай бұрын
ভোটৰ কাৰণে এইবোৰ মিচলিয়া মতইব্য মুখ্য। মন্ত্ৰী একো নকৰে এইজনে
@premodharphukan1101
@premodharphukan1101 Ай бұрын
ছয় জনগোষ্ঠীৰ জনজাতিৰন কেতিয়াবা হব বুলি আমি আশা নকৰো ৷ কাৰন ই এটা ৰাজনীতি ৷ ইয়াক কেতিয়াও শেষ হওক বুলি কোনো এটা ৰাজনৈতিক দলে নিবিচাৰে ৷জনগোষ্ঠীয় সংগঠনবোৰেও আলোচনাৰ নামত আলোচনালৈ গৈ থাকে ৷ আমি ভাবো ; এই জনজাতিকৰন বিষয়টো বাদ দি জনগোষ্ঠীবোৰৰ সামগ্ৰিক বৌদ্ধিক তথা আথি’ক বিকাশৰ কথাহে চিন্তা কৰিবৰ হ’ল ৷নহলে এতিয়াৰ বিশ্বৰ পৰিবেশত আমি খাপ খাব নোৱাৰি হেৰাই যাম ৷এই জনজাতিকৰন বিষয়টো ৰাজনৈতিক নেতাবোৰৰ এটা নিবা’চন কেন্দ্ৰীক হাথিয়াৰত পৰিনত হৈছে ৷
@digantadeka7201
@digantadeka7201 Ай бұрын
জহৰা হতে ললি পপ দি দি ভোট কেইটা সামৰি লয়!
@sumanborah9605
@sumanborah9605 Ай бұрын
ভোটৰ সময়ত এইবোৰ চব ওলাব ভোট পোৱাৰ পাছত চব নিমাত হৈ নিজৰ সম্প্ৰতি পাহাৰ বনাব একো লাভ নাই
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Asomot bahiragotok bor pira pari dibor babe st karibo nibisare. Inner line permit lage asomot.
@dipuldas3249
@dipuldas3249 Ай бұрын
Misa kotharo ata sima thake
@JadukantaKonwar
@JadukantaKonwar Ай бұрын
Modi aru Himantai.ketiwao 6 janagustik janajatikoron Nidia..Aie duta netar kotha kovi bishwakht noloba. Atia hobo loga upa nirbachanor aagot janajatikoron dim buli velkibaji maribo. Proman chauk.
@RupjyotiBorah-yj7qz
@RupjyotiBorah-yj7qz Ай бұрын
Salepugu khuwa
@ujjalgogoi1709
@ujjalgogoi1709 Ай бұрын
এইবোৰ সব ভেকুভাওনা
@NP-gf7fo
@NP-gf7fo Ай бұрын
Baghey khaley o Baghey khaley o Bosaok Bosaok Kahani purona hol etia natun kahani St dibo St dibo
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Mama Kam nai go back
@manikchandradas7057
@manikchandradas7057 Ай бұрын
ঠেত মিছলীয়া ছোৰ হত। 😵😵😵😡
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 697 М.
Мы сделали гигантские сухарики!  #большаяеда
00:44