No video

বিচনাত শোৱাৰ সময়ত এই ৫ টা কথা পৰমাত্মাৰ সৈতে পাতক || তাৰ পিচৰ চমৎকাৰ চাওঁক || law of attraction ||

  Рет қаралды 356,979

Be positive

Be positive

9 ай бұрын

বিচনাত শোৱাৰ সময়ত এই ৫ টা কথা পৰমাত্মাৰ সৈতে পাতক || তাৰ পিচৰ চমৎকাৰ চাওঁক || law of attraction ||
#motivational #assamese #god
About This Video
৫টা কথা শোৱাৰ সময়ত সদায় ভগৱানৰ সৈতে পাতক।তেতিয়া আপুনি যি বিচাৰে তাকেই পাব। এই ৫টা কথাত এনেকুৱা অদ্ভুত শক্তি আছে আপুনি জানিলে আচৰিত হৈ পৰিব। এই ৫টা কথাৰ মাজেৰে আপুনি ভগৱানৰো দৰ্শন লাভ কৰিব। কোন ৫টা কথা প্ৰতি নিশা ভগৱানৰ সৈতে পাতিব লাগে সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো।
Your Queries :-
পৰমাত্মাৰ সৈতে পাতক ৫টা কথা
ভগৱানৰ সৈতে পাতক ৫টা কথা
শোৱাৰ পূৰ্বে ভগৱানক কি কব
যি বিচাৰে তাকেই পাব
প্ৰাৰ্থনা কিয় কৰিব লাগে
অসমীয়া প্ৰাৰ্থনা জুবিন
geeta path assamese
parthona assamese video
parthona assamese zubeen
পৰমাত্মা কি
অসমীয়া ভিদিও
assamese video new
assamese motivational video
assamese amrit bani
morning night prayer
morning evening prayer
ভগৱানৰ কাহিনী
দুখ কষ্ট দূৰ কৰাৰ উপায়
#motivation #krishna #krishnavani #krishnabhuyan #motivationalspeech #motivationalvideo #motivationalquotes #motivationalstatus #motivationalspeaker #motivationalvideos #inspiration #bhagwan #bhagwankrishna #prayer #pray #prayers #morningprayer #eveningprayer #nightprayer

Пікірлер: 2 500
@rumiborahlekharu7707
@rumiborahlekharu7707 15 күн бұрын
বহুত ভাল কথা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা সকলো সুখেৰে থাকক । কৃষ্ণ ।
@deepalideka6509
@deepalideka6509 2 ай бұрын
বহুত সুখী হলো নিয়মটো জানি লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো কৃষ্ণ🙏🙏
@rinusaikia153
@rinusaikia153 8 күн бұрын
বহু ত ভাল কথা কৈছেআপুণি। ভগবাণক সত কুস্তি প্ৰণাম যণাইচু
@sabitasarma1546
@sabitasarma1546 25 күн бұрын
হে‌ প্ৰভু কৃষ্ণ নাৰায়ণ এই প্ৰাথনাই যেন আমি বোৰ সকলোকে কৃপা দৃষ্টি ৰাখা । যিজনে মানে সেই জন কৃষ্ণ ভূঞাই ভগৱানৰ প্ৰাথনা বোৰ ইমান সুন্দৰ ভাৱে ভিদিও দৰ্শন কৰালে সচাকৈয়ে অতি প্ৰসন্ন হলো। আপোনাৰ ভিদিও সদায় চাও। আপোনাৰ বুজনি অতি সুন্দৰ, সৰল, কথা কোৱাৰ ৰস, কণ্ঠ এই ‌গুণবোৰ প্ৰদান কৰাৰ বাবে ভগৱানক শতকৌটি ধন্যবাদ জনাইছো। আকৌ ‌ভাল ভিদিও দৰ্শন পাবলৈ আশা ৰাখি অশেষ ধন্যবাদ জনাইছো। আপোনাক কুশলে ৰাখক
@UttamKhanikar
@UttamKhanikar 4 ай бұрын
কৃষ্ণ গুৰু প্ৰভূত ভগৱান মোক এই ৰোগত ভূগী থকা দেখি অনেকেই ঘিন কৰে তেওঁলোকক মই মোৰ হাতেৰে একো নকৰো সকলোকে আপোনাৰ হাতত গতাই দিছো প্ৰভূত তেও লোকক আপুনি আশীৰ্বাদ কৰক কৃষ্ণ কৃষ্ণ কৃষ্ণ
@putulsaikia9244
@putulsaikia9244 9 ай бұрын
অতি সুন্দৰ। শুনি উপকৃত হ'লো। পৰমপিতা পৰমেশ্বৰে সকলোকে কৃপা কৰক।
@dipikasaikia9626
@dipikasaikia9626 9 күн бұрын
বহুত ভাল লাগিল ভিদিওটোৰ কথা খিনি শুনি কৃষ্ণ কৃষ্ণ
@Malasaikia-cs9og
@Malasaikia-cs9og 12 күн бұрын
হে প্ৰভু কৃষ্ণ তোমাৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰিছোঁ প্ৰভু দয়া কৰিবা তুমি 🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 9 ай бұрын
Jai shree krishna
@Barnali12
@Barnali12 2 ай бұрын
অতি সুন্দৰ ❤❤হৰ হৰ মহাদেৱ❤ দয়া কৰিবা বাবা🙏
@user-tx5fk6df1w
@user-tx5fk6df1w Күн бұрын
Bhatt val lagil krishna kridhna
@deepjyotirajbongshi803
@deepjyotirajbongshi803 10 күн бұрын
কৃষ্ণ প্ৰভু সদাই জাতে মোক আৰু মোৰ পৰিয়াল তোক কুশল মঙ্গলে ৰাখা আৰু সকলো মানুহক জাতে আহিব লগীয়া দিন বোৰ কুশলে পাৰ কৰা প্ৰভু 🙏
@user-zq8pi8nb7l
@user-zq8pi8nb7l 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-sj9su8ro5e
@user-sj9su8ro5e 2 ай бұрын
মই সদায় ৰাতি পুৱা ৫/৬বজাত টোপনিৰ পৰা ওঠো।প্ৰথমে বিছনা তে প্ৰভু ক সেৱা কৰি বিচনা একো। তাৰ পিছত মাটিত ভৰিখন দিয়াৰ আগতে আই বসুউমতিক সেৱা কৰি লও।তাৰ পিছত গা ধুই গোঁসাই ঘৰত মুচি চাকি ধুপ দি নাম লও প্ৰাথনা কৰো।তাৰ পিছত গোতেই দিনতো কিষনগোৰোৰ নাম লৈ থকো।ৰাতি শোৱাৰ আগতে ৫ মিনিত নাম ওল। দিনতো হৈয় যোৱা কামবোৰ ভগৱানে ওচৰত ক ও। মোৰ গধুলি সময়ত হে চাকি দিয়া নহয়। কাৰন মই বেৱসায় কৰো সময়তো নিমিলে।জয় krishno guru
@user-kn8lu5nd6r
@user-kn8lu5nd6r 2 ай бұрын
Thunku o God
@anjansaikia9035
@anjansaikia9035 Ай бұрын
Jai shree Krishna
@ranjandas1158
@ranjandas1158 9 ай бұрын
অতি সুন্দৰ ।উপকৃত হ'লো ।ভগৱানে আপোনাকো কুশলে ৰাখক ।
@golapimedhi5539
@golapimedhi5539 Ай бұрын
জয় শ্ৰী কৃষ্ণ
@ujjibitatamuli8348
@ujjibitatamuli8348 14 күн бұрын
জগতৰ কৈল্যানৰ বাবে প্ৰভু ভগৱন্তৰ চৰণত ভক্তিভাৱেৰে প্ৰাথনা জনালোঁ কৃষ্ণ
@technicalkrishna4597
@technicalkrishna4597 2 күн бұрын
হে দয়াময় তিনি তাপৰ পৰা উদ্ধাৰ কৰা । সকলোকে সু মতি দিয়া কৃষ্ণ
@prachikashyap5866
@prachikashyap5866 2 ай бұрын
অতি সুন্দৰ। বহুত ভাল লাগিল। ভগৱানে সকলোকে ভালে ৰাখক🙏🙏
@bishnupriya7262
@bishnupriya7262 9 ай бұрын
কৃষ্ণ কৃষ্ণ । সকলোকে কৃপা কৰা প্ৰভূ ।
@DhunuGogoi-ek7dr
@DhunuGogoi-ek7dr 22 минут бұрын
Om namah shivaya 🙏🙏 mur আহিবলগীয়া খবৰ বোৰ ভাল আহিলে হয় প্ৰভূ 🙏🙏 হৰ হৰ মহাদেৱ
@rintumonisaikia4009
@rintumonisaikia4009 Ай бұрын
Bohut val lagil
@dharmenhajong8594
@dharmenhajong8594 9 ай бұрын
Joy Shree Krishna
@karabisaikia8378
@karabisaikia8378 9 ай бұрын
Jai Shree Krishna🙏
@kalpanadas2237
@kalpanadas2237 4 ай бұрын
বৰ ভাল লাগিল শুনি ধন্যবাদ আপোনালৈ 🙏
@tarulatapegu9803
@tarulatapegu9803 13 күн бұрын
কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ দৈৱকী নন্দন পূৰাইয়ো মনৰে কাম।
@user-vn3kh3kx3p
@user-vn3kh3kx3p 15 күн бұрын
কৃষ্ণ অতি সুন্দৰ হৈ
@riturajdutta2997
@riturajdutta2997 9 ай бұрын
Om namah shivaya 🕉️🔱🙏
@porishmitarajkhowa-fn9mv
@porishmitarajkhowa-fn9mv 24 күн бұрын
হৰ হৰ মহাদেৱ 🙏🙏 মোৰ আহিবলগীয়া সন্তানতিক ভালে ৰাখিবা মহাদেৱ 🙏🙏
@nibeditachutia2796
@nibeditachutia2796 7 күн бұрын
ওঁম নমো ভগৱতে বাসুদেৱায়।।
@trishnaphukon6686
@trishnaphukon6686 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
@himalayanwolf6461
@himalayanwolf6461 8 ай бұрын
বৰ সুন্দৰ ভক্তিমূলক প্রেৰনা। ধন্যবাদ।
@premiumhacks6345
@premiumhacks6345 2 ай бұрын
অতি সুন্দৰ শুনি বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@upamamazumdar9301
@upamamazumdar9301 Ай бұрын
ভাল লাগিল ।
@unmilon2401
@unmilon2401 9 ай бұрын
Jai shree krishna🙏🙏🙏
@bornalikonwar9670
@bornalikonwar9670 9 ай бұрын
Krishna
@anjansaikia9035
@anjansaikia9035 2 ай бұрын
Jai shree Krishna
@simakalita2234
@simakalita2234 8 ай бұрын
হে প্ৰভু মোৰ ঘৰখনক সদায় ভালে ৰাখিবা প্ৰভু সকলো বেমাৰ আজাৰ ৰ পৰা ৰক্ষা কৰিবা .আহি থকা দিন কেইটা ভাল হয় তাৰে কামনাৰে.. হৰে কৃষ্ণা ❤❤🙏🙏
@NirupomaBorah-y6p
@NirupomaBorah-y6p 11 күн бұрын
Krishno krishno provu 🙏🙏🙏🙏
@navanitabhattacharyya5202
@navanitabhattacharyya5202 2 ай бұрын
hei prabhu..karunamii tumi daya koriba🙏🙏🙏❤❤❤
@musicvideostatus5016
@musicvideostatus5016 9 ай бұрын
মোৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলোৰে কৃপা কৰা প্ৰভূ।সকলোকে সুমতি দিয়া সু-স্বাস্থ্য দিয়া। 🙏🏽 কৃষ্ণ শুভ ৰাত্ৰী
@hunmonilahonhunmonilahon5475
@hunmonilahonhunmonilahon5475 7 ай бұрын
jay sree krishna
@utjolphukon3221
@utjolphukon3221 9 ай бұрын
হে কৃষ্ণ সকলোৰে কৃপা কৰা 🙏❤️🥰
@kamalkumarideori7968
@kamalkumarideori7968 9 ай бұрын
he krishna hokoluke kipa korok
@purnimadevi2563
@purnimadevi2563 4 ай бұрын
Zzউগzz৺zউউউউউউউzzzz1উউzzz1z11z11z1zzzzzzzzzউউউউউউ৺zzউzzzzzzzzউউউউউzzzz11zzzzz1zzzzউউ৺zউউউউউzzzzz11zz111zzউউউউউউউউউ11❤
@pompiroy3575
@pompiroy3575 4 ай бұрын
Krishna krishna
@riturj8824
@riturj8824 2 ай бұрын
Joi shree krishna
@GitumoniKoch
@GitumoniKoch 14 күн бұрын
ভাল লাগিল ধন্যবাদ
@DilipRaj-nc5vw
@DilipRaj-nc5vw 9 ай бұрын
জয় কৃষ্ণ
@pinkuborah1317
@pinkuborah1317 9 ай бұрын
Uh
@rajudoimari1155
@rajudoimari1155 9 ай бұрын
🙏
@binabaishya4923
@binabaishya4923 Ай бұрын
অতি সুন্দৰ ভগৱানে সকলোকে ভালে ৰাখক ধন্যবাদ
@kadambagogoi8689
@kadambagogoi8689 2 ай бұрын
Very good, I always thanks to God for his kindness towards our family members Thanks
@user-zc3xl5zx8m
@user-zc3xl5zx8m 9 ай бұрын
কৃষ্ণ কৃষ্ণ
@jamunadas5797
@jamunadas5797 9 ай бұрын
Krisnna krishnna
@nirudutta8620
@nirudutta8620 9 ай бұрын
Joi sri krishna
@user-ed8lq5hi7y
@user-ed8lq5hi7y 9 ай бұрын
😅😅
@padmakumari3274
@padmakumari3274 9 ай бұрын
​@@user-ed8lq5hi7yKrishna Krishna
@PranitaTalukdar-jy7cm
@PranitaTalukdar-jy7cm 8 ай бұрын
​@@jamunadas5797পপ😮পপপপপপপপ😮পপপপপ😮পপপপপপ😮😮তৰতমতৰ😮বত
@bhumitakalita1474
@bhumitakalita1474 9 ай бұрын
ভগৱানে সকলোৰে ভাল কৰক🙏🙏🙏
@user-bu6zt5ud4y
@user-bu6zt5ud4y 7 ай бұрын
@fboro6875
@fboro6875 5 ай бұрын
Oti xundor
@fboro6875
@fboro6875 5 ай бұрын
Kripa kora prabhu kurunamoy nmho nmho.
@dulumoniburagohain7110
@dulumoniburagohain7110 Ай бұрын
Sundar atiya sundur
@Anita-dq4fh
@Anita-dq4fh 2 ай бұрын
Oti sundor lotha koise
@DipankarSonowal-rc5eh
@DipankarSonowal-rc5eh 9 ай бұрын
Har har mahadab
@chintubaruah9838
@chintubaruah9838 26 күн бұрын
Birat a val lagile
@nibeditasaikia6019
@nibeditasaikia6019 2 ай бұрын
Sundar bani.
@gautambora6564
@gautambora6564 Ай бұрын
Oti xundor 🙏
@RubiKalita-qr8jc
@RubiKalita-qr8jc 3 ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤❤
@MITALIDAS-er1hl
@MITALIDAS-er1hl 2 ай бұрын
Joi Sriram
@dipikakumar8290
@dipikakumar8290 2 ай бұрын
হে পৰম পিতা , তোমাৰ সকলো সন্তানক মঙ্গল আৰু কুশলে ৰাখা ।🙏🙏🙏
@bobybora8488
@bobybora8488 8 күн бұрын
কৃষ্ণ 🙏🏻🙏🏻 ধন্যবাদ জনালোঁ 🙏🏻
@karabitalukdar419
@karabitalukdar419 2 ай бұрын
বহুত ভাল লাগিল। কৃষ্ণ🙏🏻🙏🏻🙏🏻
@chayanikaa02
@chayanikaa02 9 күн бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
@himaborah4554
@himaborah4554 2 ай бұрын
হে প্ৰভু দয়াময়🙏 কৃপা কৰিবা কৃষ্ণ 🙏
@KarabiDas-gt8op
@KarabiDas-gt8op 2 ай бұрын
Bohut val lagile xuni
@bhupendas6810
@bhupendas6810 2 ай бұрын
Krisno krisno Pravu ❤❤❤❤
@sujatakalita8966
@sujatakalita8966 2 ай бұрын
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ
@Aditribailung__0_8
@Aditribailung__0_8 16 күн бұрын
Om namu bhagwate basu devaya
@padumpathak7
@padumpathak7 2 ай бұрын
Bohut xundor. Krishna
@sangeetadas7267
@sangeetadas7267 2 ай бұрын
Oti xundor
@rekhasarmah460
@rekhasarmah460 Ай бұрын
অতি সুন্দৰ 🙏🏿
@champagogoi3913
@champagogoi3913 30 минут бұрын
ঔঁম নমঃ শিৱাই 🙏
@krishnaharedas
@krishnaharedas 2 ай бұрын
কৃষ্ণ কৃষ্ণ ,সকলোকে পৰমপিতা পৰমেশ্বৰে কৃপা কৰক ৷
@sabitadss9705
@sabitadss9705 2 ай бұрын
Oti xundor,dhanyabad
@kbollywood3040
@kbollywood3040 2 ай бұрын
Krishna krishna🙏🙏
@rikubiswa897
@rikubiswa897 3 ай бұрын
Jai shree Krishna
@rupjytigogoi1855
@rupjytigogoi1855 Ай бұрын
Joy sri krishna
@PritomDihingia-tb4si
@PritomDihingia-tb4si Ай бұрын
🙏🙏🙏 কৃষ্ণ প্ৰভো কৃপা কৰা
@RitaChutiaRitaChutia
@RitaChutiaRitaChutia 2 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ
@SontiSaikia-i2q
@SontiSaikia-i2q Ай бұрын
কৃষ্ণ দয়াৰ সাগৰ দৈৱকীৰ নন্দন।
@Jyotishman_borah_869
@Jyotishman_borah_869 18 күн бұрын
বহুত ভাল লাগিলে 🙏🙏🙏
@junusmitabharali8628
@junusmitabharali8628 Ай бұрын
Jai Shree Krishna 🙏🙏
@dulumaninath8881
@dulumaninath8881 2 ай бұрын
কৃষ্ণ
@SewaliMahanta-kg5sv
@SewaliMahanta-kg5sv 12 күн бұрын
খুউৱ ভাল পালো🙏
@pinkuphukon
@pinkuphukon Ай бұрын
হৰ হৰ মহাদেৱ
@punyadevi8180
@punyadevi8180 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম
@BinitaSaikia-tc3kh
@BinitaSaikia-tc3kh 2 ай бұрын
Krisno krisno
@user-mu6ic9ex7r
@user-mu6ic9ex7r Ай бұрын
😊 Val lagil....thnxxxx
@LabhitatamulitongpeLabhitatamu
@LabhitatamulitongpeLabhitatamu Ай бұрын
Krisno vogoban
@nirmalkoch737
@nirmalkoch737 3 ай бұрын
Joii Sri krshana
@RajibDas-fd2mk
@RajibDas-fd2mk 2 ай бұрын
কৃষ্ণ কৃষ্ণ গুৰু শংকৰ হৰিৰাম
@user-ov4zn4qq3r
@user-ov4zn4qq3r 9 күн бұрын
কৃষ্ণ প্ৰভো দয়াময় 🙏🙏
@jadavnath4360
@jadavnath4360 6 күн бұрын
হে পৰম‌আত্মা কৃপা কৰা।
@dhanyagogoi-z7t
@dhanyagogoi-z7t 14 күн бұрын
Krishno krishno
@user-zy8yo4zf8f
@user-zy8yo4zf8f 3 ай бұрын
Joy shree Krishna
@user-bb7go3yd4h
@user-bb7go3yd4h 2 ай бұрын
Joy Sri krishna
@barnalidas7784
@barnalidas7784 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@BuddhajitRongpe
@BuddhajitRongpe 3 ай бұрын
Krisno krismo
@RuliDutta-py7tb
@RuliDutta-py7tb 2 ай бұрын
Har Har mahadive
@MohitSonowal
@MohitSonowal 2 ай бұрын
অতি সুন্দৰ পৰামৰ্শ
@couplevlogs-ni4wl
@couplevlogs-ni4wl 3 ай бұрын
Jai shree Krishna ❤🙏
@sukleswarmali1450
@sukleswarmali1450 Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু পৰমেশ্বৰ
@user-it2qo5zz8m
@user-it2qo5zz8m Ай бұрын
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@Miki...12345arjina
@Miki...12345arjina 2 ай бұрын
Krishan krishan😊
@user-iz1yc7gl6l
@user-iz1yc7gl6l Ай бұрын
ভগৱানে সকলোকে ভালে ৰাখক
@abhispadas4320
@abhispadas4320 2 ай бұрын
Krishno krishno 🙏🙏
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 37 МЛН
Алексей Щербаков разнес ВДВшников
00:47
World’s Largest Jello Pool
01:00
Mark Rober
Рет қаралды 128 МЛН
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 879 М.
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН