No video

বিদায়! News Liveত বিহু গীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ অন্তিম SHOWৰে সুকণ্ঠী গায়িকা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি

  Рет қаралды 297,375

News Live

News Live

Күн бұрын

বিদায় ভিতালী! News Liveত বিহু গীতৰ সম্ৰাজ্ঞী ভিতালী দাসৰ অন্তিম SHOWৰে সুকণ্ঠী গায়িকা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 216
@jintudas2280
@jintudas2280 4 ай бұрын
এতিয়াহে বুজিলো কমলিকাৰ সুন্দৰ সংস্কাৰৰ কাৰন.... ! ❤ জোনবাইৰ দেশত সদায় জিলিকি থাকক.....কমলিকাক আশিৰ্বাদ কৰি থাকিবদেই...😢❤
@deepjyotipathak9975
@deepjyotipathak9975 3 жыл бұрын
জোনবাইৰ দেশত সুখত থাকা বাইদেউ । আপোনাৰ চিৰযুগমীয়া বিহুবোৰ সৰুৰ পৰাই শুনি আহিছিলো আৰো সেইবোৰকে শুনি থাকিম কিয়নো সেইবোৰৰ ঠাই কোনেও লব নোৱাৰে।
@antarikha5904
@antarikha5904 3 жыл бұрын
সচাকৈ দেই তেওঁৰ স্থান কোনেও পুৰাব নোৱাৰে।
@bobyborah28
@bobyborah28 3 жыл бұрын
সঁচাকে ।বৰ দুখ লাগিল ।
@nivapegu5400
@nivapegu5400 3 жыл бұрын
@Pk Entertainment cheinck
@sadhanasarma8589
@sadhanasarma8589 3 ай бұрын
Lu Drs in. Ko ko Dr ko, se ko okk ftvfiinmmmkk na hu a​
@techingzone7927
@techingzone7927 3 жыл бұрын
অনুষ্ঠান টো চাই বহুত বেয়া লাগিল , কাৰন আমাৰ মৰমৰ নাগিনী জনি আমাৰ ওচৰৰ পৰা বহুত দূৰলৈ গুচি আঁতৰি গল । 🙏🙏🙏😭😭♥️♥️
@SkytubeAssam
@SkytubeAssam 3 жыл бұрын
😓😓😓😓😓
@priyankasaikia5302
@priyankasaikia5302 3 жыл бұрын
🙏🙏🙏 বিহু গীতৰ ৰাণী আপুনি অমৰ হৈ ৰলা,,,,জোনৰ দেশত কুশলে থাকক আপুনি😭😭😭
@amardeka1099
@amardeka1099 3 жыл бұрын
ভিতালী বা আপোনাক কেতিয়াও পাহৰিব নােৱাৰিম৷আপোনাৰ যুগমীয়া বিহু গীতবােৰে বাৰে বাৰে আপোনালৈ মনত পেলাই দিয়ে বাৰে বাৰে৷জােনবাইৰ দেশত সুখত থাকক৷
@sarmaji92
@sarmaji92 3 жыл бұрын
সঁচাকৈ দে, কি ধুনীয়া কণ্ঠ আছিলে ভিতলি বাৰ। বিহু বুলি কলেই যেন বাৰ কথা মনলৈ আহে।😭😭
@ANILDAS-pi5es
@ANILDAS-pi5es 3 жыл бұрын
অনুস্থানটো চাই এনে লাগিল যেন বুকুত এটি শিহৰণ, আমাৰ সকলোৰে অতি মৰমৰ বিহ গীতৰ ৰাণী গৰাকীৰ কায়া নাথাকিলেও বিহু গীতৰ সুৰে সুৰে ছায়া হৈ অসমৰ প্ৰতি ঘৰে ঘৰে ঘুৰি আছে, থাকিব। তেওঁ যতেই আছে ততেই শান্তিৰে থাকক। ওম শান্তি ।
@daisyahmed4732
@daisyahmed4732 3 жыл бұрын
ভিতালী আমাৰ মাজত নাই কেতিয়াও মানি লব নোৱাৰো, সাদায়ে থাকিব গীতৰে আমাৰ মাজত। যতেই আছা তুমি চিৰশান্তিত থাকিবা। মোৰ অশ্রু অঞ্জলিৰে শ্রদ্ধাঞ্জলি যাচিলোঁ।
@jamunaray7869
@jamunaray7869 3 жыл бұрын
ভিতালী জোনৰ দেশত কুশনে থাকা তুমি অমৰ হোৱা বিহু গীতৰ সম্ৰাজ্ঞী হৈয়ে থাকা সদায়
@kartick1957
@kartick1957 3 жыл бұрын
বহুত মিচ কৰিলো আপোনাক। আপোনাৰ সুন্দৰ গীত বোৰৰ মাজতেই সদায় বিচাৰি পাম।
@ranujdoley7238
@ranujdoley7238 3 жыл бұрын
মৰ্মাহত হলোঁ বাৰ গানটো শুনি, bhitalee বা যতেই আছা তাতেই চিৰশান্তিত থাকক সেয়াই কামনা কৰিলোঁ৷ ওঁম শান্তি৷
@allassamesemanindra4176
@allassamesemanindra4176 3 жыл бұрын
সদায় জোনবাইৰ দেশত সুখী হৈ থাকা বা ৷ আমাৰ অন্তৰত সদায় জীয়াই থাকিব ৷
@bulbulisarmah1530
@bulbulisarmah1530 4 ай бұрын
❤ভিতালি বা আপুনি আকৌ আহিল আমাৰ মাজলৈ বা এনেকুৱা লাগিছে আপুনি যেন আমাক অভিমান কৰি আতৰি আছিল মোৰ গা শিযৰি যোৱাৰ লগতে চকুলো বৈ গ'ল মোৰ❤❤❤❤❤❤❤❤
@bhrigu8009
@bhrigu8009 3 жыл бұрын
সপোন নে বাস্তব বিশ্বাস কৰিব পৰা নাই ?? 😭😭😭😭😭😭
@pranjaltamulimusical3617
@pranjaltamulimusical3617 3 жыл бұрын
Hoi
@SkytubeAssam
@SkytubeAssam 3 жыл бұрын
😢😢😢😢
@preronabaruah3436
@preronabaruah3436 3 жыл бұрын
Hoi oo 😭
@SankarDeka58
@SankarDeka58 5 ай бұрын
I miss you ভিতালী বাইদেউ ❤❤❤❤🎉🎉🎉
@lukudutta9962
@lukudutta9962 3 ай бұрын
ভিতালী বাৰ বিহু সুৰীয়া মাত কেতিয়াও পাহৰিব নোৱাৰি 😭😭🙏🙏❤️❤️
@janardannath5044
@janardannath5044 3 жыл бұрын
ভিতালী বাইদেউৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। 🙏🏼🙏🏼🙏🏼🙏🏼ঔম শান্তি🙏🏼🙏🏼🙏🏼🙏🏼
@binasaikia2212
@binasaikia2212 7 ай бұрын
ভিতালী বা তুমি আকৌ এবাৰ জন্ম লোৱা বহু ত ভাল লাগে,
@drunaaxom3223
@drunaaxom3223 3 жыл бұрын
Dukh lagile kotha khini huni miss you😭😭😭😭😭😭😭
@rukminiborah1363
@rukminiborah1363 3 жыл бұрын
এটি চিৰসেউজ গীত ।
@nivalaskar5993
@nivalaskar5993 3 жыл бұрын
Bohut miss KOrim vitali Baak bhogobane vlke rakhok jote asa
@DSqrtda
@DSqrtda 3 жыл бұрын
আপোনাৰ সৃষ্টিয়ে আপোনাক সদায় আমাৰ মাজত জীয়াই ৰাখিব ।
@antarikha5904
@antarikha5904 3 жыл бұрын
ব'হাগৰ কুলিজনী ব'হাগতে গুচি গ'ল। বৰ দুখ পালো।
@jagatgogoi3281
@jagatgogoi3281 3 жыл бұрын
বাইদেউ আমাৰ মাজত অমৰ হৈ থাকিব।
@ramenkalita546
@ramenkalita546 3 жыл бұрын
Vitali ..u r .......no word !! Gd byyyyy
@jeevantikasarma2418
@jeevantikasarma2418 3 жыл бұрын
ভিতালী বা তোমাৰ গান আমাৰ মাজত সদায় চিৰস্মৰনিয় হয় থাকিব
@kabyashreemahanta885_
@kabyashreemahanta885_ 3 жыл бұрын
সচাঁকৈ বাইদেউৰ অনুপষ্ঠিক বিশ্বাস কৰিব পৰা। আপুনি সদায় অমৰ হৈ ৰওক বা।
@anjananath9703
@anjananath9703 3 жыл бұрын
আপোনাৰ চিৰযুগমীয়া গানবোৰে আপোনাক আমাৰ মাজত সদায় জীয়াই ৰাখিব। আপোনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
@susmitasaikia7529
@susmitasaikia7529 3 жыл бұрын
বাইদেউ আপোনাৰ আত্মাই যেন সদগতি লাভ কৰে তাৰে কামনা কৰিলোঁ।আপুনি যতে আছে সুখী থাকে যেন
@Jk70000
@Jk70000 3 жыл бұрын
😓😓😓😓🙏R.I.P বিহু ৰাণী গৰাকীক হেৰোৱালো 😢😢😢
@moromiborthakur3619
@moromiborthakur3619 3 жыл бұрын
আৰু শুনিবলৈ নাপাওঁ তোমাৰ গীত ।নিঠৰুৱা হ'ল অসমবাসী
@angeltasmin3297
@angeltasmin3297 3 жыл бұрын
RIP 🙏🙏🙏😥😰😢😢😢😢Vitali baidew vogobane apunak sorgo gami korok
@pobitrogogoi3077
@pobitrogogoi3077 3 жыл бұрын
মৰ্মাহত নহৈ থাকিব নোৱাৰিলোঁ । 😢😥😓😓😭
@SkytubeAssam
@SkytubeAssam 3 жыл бұрын
Buhut dukh anuvob korisu!!
@prafulladas7224
@prafulladas7224 3 жыл бұрын
মই যেতিয়া বুজি পোৱা হৈছিলোঁ প্ৰথম বিহু গীতৰ প্ৰেমত পৰিছিলো আৰু সেই বিহু গীত বোৰ অন্য কাৰো নাছিল সেইবোৰ আছিল জুবিন গাৰ্গ আৰু ভিতালী দাসৰ । ভি চি ডি ওলোৱাৰ পিছৰ পৰাই এইবোৰ বিহু গীত চাই চাই আজি বাইদেউৰ স্মৃতি ত আকৌ সেই তাহানিৰ দিনলৈ মনটো ঘূৰি গল । বাইদেউ যতে আছে ভালে থাকক।🙏🙏
@moinasarma8649
@moinasarma8649 3 ай бұрын
ভিতালীবালৈ বহুত মনত পৰে
@nabajyoti9117
@nabajyoti9117 3 жыл бұрын
বিশ্বাসেই কৰিব নোৱাৰা হৈছো। কাৰণ আপোনাৰ গীতৰ কণ্ঠত মই প্ৰেমত পৰিছিলো। আপোনাৰ গানবোৰ আৰু হয়তো শুনিব নোৱাৰিম আপোনাৰ অবিহনে।
@anudevi6963
@anudevi6963 3 ай бұрын
ভিতালী বাইদেউ সদায় ছোৱালীয়েও জীয়াই ৰাখিব ❤❤
@rashmiborah1103
@rashmiborah1103 4 ай бұрын
অমৰ হৈ থাকিব আৰু থাকিব প্ৰতিজন শ্ৰোতাৰাইজৰ অন্তৰে অন্তৰে এই সকল প্রিয় শিল্পী আৰু প্ৰতি জন গীতিকাৰ, সুৰকাৰ শ্ৰদ্ধা আৰু মৰম থাকিল ভিটালী বাইদেউয়ে থৈ গল আমাৰ শ্ৰোতা ৰাইজৰ বাবে কন্যাক পুনৰ লাইফ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏❤️🙏🚗
@jahnavigogoi84
@jahnavigogoi84 Жыл бұрын
Bhitali baa, love ❤ and miss you always.
@korinathakuriya9166
@korinathakuriya9166 3 жыл бұрын
mor priyo konthosilpi asil bhitali das baideu ..love you ..miss you .🙏🙏.😭😭😭😭😭
@user-dq1tb1fr1m
@user-dq1tb1fr1m 4 ай бұрын
ভিতালী বাইদেউ আপুনি যতেই আছা সদায় শান্তিৰে থাকা ৷
@jontikalita4055
@jontikalita4055 3 жыл бұрын
আপুনি আমাৰ অন্তৰত চিৰযুগমীয়া হৈ থাকিব😭😭😭😭😭
@monjugogoi6107
@monjugogoi6107 3 жыл бұрын
মোৰত য়েন সৰগ ভাগি পৰিল ভিতালী তোমাৰগলা কঃ বিচাৰি পোৱা কঠিন হব য়তেআছা সুখেৰে থাকা
@shibanigohain8331
@shibanigohain8331 3 жыл бұрын
শুনিলে শুনি থাকিব মন যোৱা গান বহুত ভাল লাগিল। বা আমাৰ মাজত সদায় থাকিব।
@bantibora750
@bantibora750 3 жыл бұрын
ভাবিলেই বৰ কষ্ট হয়😭
@kameswarsarania8550
@kameswarsarania8550 3 жыл бұрын
বহুত মিছ কৰিছোঁ বা আপোনাক মই। আপোনাৰ এই ইমান সুন্দৰ ভৈইচৰ গান শুনি। বহুত কষ্ট পাইছোঁ বা মই। আপোনাক সদায় মিছ কৰিম।
@manjulpathak4182
@manjulpathak4182 3 жыл бұрын
ভিতালী ,বিহুকে উৰুঙা কৰি এনেকৈ যায়নে ? কাক বেয়া পাম তোমাকনে ভগৱানক ? যোৱা বিহু নেৰো মৰাৰ পিছতো তোমাক খেদি ফুৰিম শুনিবলৈ
@manjulpathak4182
@manjulpathak4182 3 жыл бұрын
Siperb Anamika ... Superb singing "suhuri mari nematibi "... Will always play this song in my car...
@rinkusultana6167
@rinkusultana6167 3 жыл бұрын
Vitalee Baa r gan tu xunar loge loge mur gar nom bor vobari uthise.... Bohut miss korim baa apunak
@padmashome8229
@padmashome8229 3 жыл бұрын
joy ai asom . super super baa . we miss you
@jugabratsaikia9562
@jugabratsaikia9562 3 жыл бұрын
miss uu Baa..Tumak buhut mis krisu..!!!
@gourisaikia939
@gourisaikia939 3 жыл бұрын
মোৰ বিহু গানৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈ যোৱা দৰে লাগিঢ়ে
@user-ql5mk4qb2x
@user-ql5mk4qb2x 3 ай бұрын
ভিতালী বাইদেউলৈ সেমেকা মনেৰে শ্ৰদ্ধাঞ্জলি যাচিছো।
@manjulpathak4182
@manjulpathak4182 3 жыл бұрын
Wow "kinamere matim fagun tumak" ! Anamika , what a song and Melody! Really impressed!!
@rupadutta512
@rupadutta512 3 жыл бұрын
Bhut miss you baa😢😢😢
@trilochanborah1219
@trilochanborah1219 3 жыл бұрын
The legend of bihu songs in Assam has die forever. So sad.
@bulbulisarmah1530
@bulbulisarmah1530 4 ай бұрын
বা আপুনি আকাশৰ তৰা হৈ জিলিকি থাকা লগতে আপোনৰ সুন্দৰ কন্ঠ দি কমলিকাক আশীৰ্বাদ কৰিবা তাকেই আশা কৰিলো ❤❤❤❤❤❤
@jollyroy4671
@jollyroy4671 3 жыл бұрын
Apunar atmai khanti pauk😭🙏🏻
@krishnapegu3954
@krishnapegu3954 3 жыл бұрын
Very nice Vitali baa... Apunak Bahut bahut dahnaybad ganaisu.....
@user-vq7zh4ps5u
@user-vq7zh4ps5u 4 ай бұрын
Miss karishu❤❤😂😂😂
@sumisarma5419
@sumisarma5419 3 жыл бұрын
Baa tmk xosai bohute val pau...tmk bohut miss korisu..♥️♥️😭😭😭
@Mlarmy00
@Mlarmy00 3 жыл бұрын
মই এতিয়াও বিশ্বাস কৰিব পৰা নাই।😭😭😭😭😭😭🥺🥺🥺😭😭😭😭
@uttambhuyan6635
@uttambhuyan6635 3 жыл бұрын
সছাকৈ সত্য সংগীত যি সকলে গাই আমাক মনোৰঞ্জন আৰু আনন্দ শান্তি দিয়ে ( সদায় যাতে জীয়াই ৰখায় অদৃশ্য শক্তি য়ে ( শিল্পী সকল মৃত্যু হোৱাৰ পাছতো ( অজৰ অমৰ হৈ থাকে আৰু মনত পৰিলেই ( সংগীত শুনিলে ই সকলো গুণ প্ৰতিভা * পৃথিৱীৰ চাৰিওফালে প্ৰকাশ পায় * ৰাজনীতি নেতাত কৈ * বিধায়ক সং সদ আৰু মন্ত্ৰীত কৈ (* বহুতো ওপৰত ) শিল্পী সকলৰ সংগীত মাজেদি য়েই সময়ৰ সময়ত মহা পৰিবৰ্তন আহে পৃথিৱীৰ বুকুলৈ ( বিশেষ কৈ অসমৰ অসমীয়া মাতৃভাষাৰ সংগীত শিল্পী সকলৰ গান বাদ্যযন্ত্ৰ সুৰ সঞ্চাৰ ( পৃথিৱীৰ ভিতৰত প্ৰথম আৰু প্ৰধান ) জয় আই অসম *শিল্পী সকলৰ *
@monibarman3349
@monibarman3349 3 жыл бұрын
Bhut Miss korim 😭😭😭
@shivalihazarika7664
@shivalihazarika7664 3 жыл бұрын
MAY UR SOUL REST IN PEACE😭😭🙏
@gautomtamuly3972
@gautomtamuly3972 3 жыл бұрын
Love you Vitali Baa.. You will be missed..
@jesminchowdhory6233
@jesminchowdhory6233 3 жыл бұрын
তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকক
@Mridusmita89Vlogs
@Mridusmita89Vlogs 3 жыл бұрын
Bor dukh lagile...iman asha asile.ki j hoi jai biswash koriboi noari😭😭
@mrsourav7729
@mrsourav7729 2 жыл бұрын
Vitali baa tumi amar majot xodai asa.nistur vogobana tumak kahi nila ❤🙏🙏🙏🙏🙏🙏
@kaushik10das87
@kaushik10das87 3 жыл бұрын
Miss u ba😭😭😭😭😭😭
@simudeka4010
@simudeka4010 3 жыл бұрын
Bohot monot porise...ajon lora hai mor sakopani olai gaise baideor khbr pai...xoror porai baar gan xuni dangor haiso...😭😭😭😭
@dishamoni481
@dishamoni481 Жыл бұрын
Ontarot khodair babe thaki gol apuni❤️joonbair dekhot vle rakhok aponak vgbane🙏🙏🙏🙏
@biplobibhorali510
@biplobibhorali510 7 ай бұрын
Anushanti bar bhal lagil. Bohut dhanyabad
@tonmoyeegogoi3341
@tonmoyeegogoi3341 3 жыл бұрын
Vitali baa dore bihu huriya kontho aru karu a hbo nuare. 😭😭eman j bhal lagisil Vitali baa aru Zubeen daar bihu agor gaanbur😭😭😭😭😭😭😭😭😭😭😭😭😭
@parinitasarmah6477
@parinitasarmah6477 3 ай бұрын
Ba apuni eman xonkale amar para atari jabo buli vaba nasilu miss you ba 😂😂
@nilmhiranyamusicantolks9808
@nilmhiranyamusicantolks9808 3 жыл бұрын
Baa amaar maajot xodaai thakibo 🎶🎶🎶🎶🎶🙏🙏🙏🙏🙏
@dipankarnath1746
@dipankarnath1746 3 жыл бұрын
Miss u ba
@deepjyotikumar7418
@deepjyotikumar7418 3 жыл бұрын
Vitali ba bohagote gosi gol ktha khini mili goise😭😭😭😭😭
@naniborah2089
@naniborah2089 3 ай бұрын
খৱ সুন্দৰ
@abhijitdutta9682
@abhijitdutta9682 3 жыл бұрын
Rest in peace
@pranjaltamulimusical3617
@pranjaltamulimusical3617 3 жыл бұрын
Rest in peace 🙏🙏🙏🙏🙏🙏
@dhrubajyotikalita5887
@dhrubajyotikalita5887 3 жыл бұрын
জোনবাইৰ দেশত কুশলে থাককগৈ বা
@boishaliankita3525
@boishaliankita3525 3 жыл бұрын
Rest in peace Bhitali ma'am 😓🙏🥺
@bhargabmedhi1032
@bhargabmedhi1032 2 ай бұрын
We miss you ba❤
@manabrider4529
@manabrider4529 3 жыл бұрын
😭😭😭 miss you baa 😭😭😭🙏🙏🙏🙏
@karabihandique998
@karabihandique998 7 ай бұрын
Ba miss you❤❤❤
@enamulahmed1181
@enamulahmed1181 3 жыл бұрын
So sad
@subhashrigogoi5388
@subhashrigogoi5388 3 жыл бұрын
Miss u Vitali baa😭😭😭
@Jadav_Borah_NLP
@Jadav_Borah_NLP 3 жыл бұрын
বিদায়😢😢😢💐💐💐
@vaskarbubu3069
@vaskarbubu3069 3 жыл бұрын
Miss u bhtali ba..love u...
@paribritadutta3554
@paribritadutta3554 3 жыл бұрын
🙏Rest in Peace Ma'am🙏Om Shanti🙏..
@monuranjantaye2194
@monuranjantaye2194 3 жыл бұрын
apuni jate ase vale take tare kamona korilu love you bitali baa .
@Pol786-g6d
@Pol786-g6d 2 ай бұрын
ভিতালী বা 😭😭😭😭😭
@medinimohan3332
@medinimohan3332 2 жыл бұрын
Ba mis you..
@mrinalidas4213
@mrinalidas4213 2 ай бұрын
❤❤❤❤
@divya-hd4he
@divya-hd4he 3 жыл бұрын
Rip ...legend bhitali baa
@manjitborah1547
@manjitborah1547 3 жыл бұрын
Ba Apuni jotei ase hantit thakok....Om Shanti, Om Shanti, Om Shanti
@bidyutbaruah1531
@bidyutbaruah1531 3 жыл бұрын
Bahut dukh lge amar major pora loi gol jonbai desoli amar mrmr bihu samrat Vitali baa jonik 😭 apunar bidehi atami siro Santi lav korok 😭😭😭😭😭
@prasantabaruah1728
@prasantabaruah1728 3 ай бұрын
❤❤❤❤❤❤❤
@annishaphukan3015
@annishaphukan3015 3 жыл бұрын
Vitali ba rest in eternal peace..Eneke apunak heruabo lagibo buli kahaniu bhoba nasilu..Bohut besi dukh paisu..Bhogobaane jaate apunak hukhot raakhe taare kamona korisu..
@sohrabali5638
@sohrabali5638 3 жыл бұрын
Bihu rani bihur btrt heruwalo.,miss you ba
@sanjibkashyap5646
@sanjibkashyap5646 3 жыл бұрын
Xsa bhut miss korim vitali ba k,,, RIP ba
English or Spanish 🤣
00:16
GL Show
Рет қаралды 8 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 19 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 333 М.
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 15 МЛН
Bhitali Das And Zubeen Garg | Bihu Songs | Audio Jukebox |
52:57
Regional Music Centre
Рет қаралды 769 М.
English or Spanish 🤣
00:16
GL Show
Рет қаралды 8 МЛН