বিপদত বেহাৰবাৰী আউটপোষ্ট বন্ধ হৈ যাব পাৰে😭

  Рет қаралды 86,583

tech tips Supported

tech tips Supported

4 күн бұрын

বিপদত বেহাৰবাৰী আউটপোষ্ট বন্ধ হৈ যাব পাৰে😭#time8news #news18assamnortheast
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.

Пікірлер: 95
@GangaRamNeog
@GangaRamNeog 2 күн бұрын
বেহাৰ Bari আউট post বন্ধ হব নিদিব l কাৰণ আমাৰ বহুত অসুবিধা হব l আমাৰ সদায়ে এটা অয়ভাস হৈ গৈছে l অকণমান হাঁহি ব সুবিধা পায় আছো l
@kameswardas5808
@kameswardas5808 2 күн бұрын
😢
@janmoni-moni604
@janmoni-moni604 21 сағат бұрын
বেহাৰবাৰী শেষ নহয় সেইদিনা ৰাজেশ দা কৈছে 10000 episode target heno
@user-pr1jq4hf7f
@user-pr1jq4hf7f 2 күн бұрын
বেহাৰ বাৰী আউট পোষ্ট সঁচাকৈ প্ৰতিদিন নোচোৱাকৈ নোৱাৰি আৰু কেনেবাকৈ চাব নাপালে মনটো একেবাৰে ডেমেজ হৈ পৰিব বেহাৰ বাৰী আউট পোষ্টলৈ আন্তৰিক শুভেচ্ছাৰে দীৰ্ঘায়ু কামনা কৰিলো৷
@kp23456
@kp23456 2 күн бұрын
বেহাৰবাৰী আমাৰ জীৱ। গতিকে জীয়াই ৰাখিব
@diptirekhaborah1556
@diptirekhaborah1556 23 сағат бұрын
মিছা কথাৰ ঠেং ছুটী | ঠাৰমেলত মিছা লিখিছা|বেহাৰবাৰী কিয় বন্ধ হব আকৌ, আৰু ৩০০০ পুৰা কৰি ৬০০০ হবগৈ| চাই থাকা ভাই |হয় নে নহয় |জিন্দাবাদ বেহাৰবাৰী আউটপষ্ট|
@minudey7657
@minudey7657 2 күн бұрын
প্রীতম দা থাকিলেহে ভাল লাগে আৰু বিয়াখন হবলৈ দিব লাগে ভাল লাগিব 🙏🙏
@user-rm3fz9xm7c
@user-rm3fz9xm7c 2 күн бұрын
প্ৰিতম খাৰঘৰীয়াৰ অভিনয় আমাৰ ভাল লাগে , ৰাকেশ নহলে বেহাবাৰী বেয়া লাগিব ৷ কে কে আৰু মোহন আকৌ বেহাবাৰীলৈ আহিব নেকি ? বিউটিৰ অভিনয়ো ভাল লাগে ৷
@BijumoniBoruah-xm3ng
@BijumoniBoruah-xm3ng Күн бұрын
বহুত ভাল লাগে মানুহৰ সুখ দুখ আবেগ অনুভুতিৰ প্ৰাণ কেন্দ্ৰ বেহাবৰী ৷ আমি আৰু আগবাঢ়ি যোৱাটো বিচাৰো ৷ ❤🙏
@jagannathtalukder5803
@jagannathtalukder5803 2 күн бұрын
বেহাৰবাৰী Out Post বন্ধ হ'ব নিদিব ।
@anjelbaruah7401
@anjelbaruah7401 2 күн бұрын
প্ৰীতম বৰুৱা দেৱলৈ শুভেচ্ছা থাকিল। কহিনুৰ ৰ মঞ্চত সুন্দৰ ‌অভিনয় দেখা পাম
@sunilphukan1287
@sunilphukan1287 2 күн бұрын
Bahar Bari long live
@BinaGohain-un2ot
@BinaGohain-un2ot 2 күн бұрын
Bht vl lagil dhonyobad jonalu apunaluk k
@PradipDas-tw3dl
@PradipDas-tw3dl Күн бұрын
বেহাৰ বাৰি আউট পোছ ৰ পৰা যিখিনি দৰ্শনী চালোঁ আৰু নজনা কথা শিকিলোঁ । অনুভৱ কৰোঁ যেন মহাভাৰতৰ কাহিনী খিনি ৰ কিবা এটা কাহিনী আছে নেকি। মহাভাৰত আৰু বেহাৰ বাৰি আউট পোছ তাৰ মাজত পৰিয়ালৰ অন্তৰ্গত কিছুমান সাদৃশ্য দেখা পোৱা যায় । কাৰণ মই পঞ্চম খণ্ডৰ পৰা আজিলৈকে চাই আছোঁ
@user-yh3mf6ef1z
@user-yh3mf6ef1z 2 күн бұрын
সাদৰক নেওছা নিদিবৰ বাবে অনুৰোধ জনালোঁ ।
@DeepjyotRoy
@DeepjyotRoy 2 күн бұрын
Beharbari outpost কেতিয়াও বন্ধ নহয় এয়া মোৰ গেৰাণ্টি 👍👍
@runuchetia1658
@runuchetia1658 2 сағат бұрын
প্ৰীতম দা।কে কে দা নথকাৰ বাবে অসম্পূৰ্ণ যেন লাগিল!
@tutumonibordoloi8513
@tutumonibordoloi8513 2 күн бұрын
😢বেহাৰ বালী বন্ধ হ'লে বৰ বেয়া লাগিব ।
@bbgohain9765
@bbgohain9765 23 сағат бұрын
KK, মোহন যোৱা পাছত এইখন চিৰিয়েল হৈ থকা নাই। তেওলোক দুজন যদি নাথাকে বন্ধ হলেও বেয়া নেলাগে।
@mintumonidaskonwar2609
@mintumonidaskonwar2609 2 күн бұрын
Behorbari out post khon bondho hoi jabo nidib .behorbari khon saw vat khawte gutei sari tare hahi hahi vat khaw.behprbari khon sai montu val lage.bondho hobo nidib.❤
@martinsaikia4801
@martinsaikia4801 2 күн бұрын
বেহাৰবাৰী আউট পোষ্ট বন্ধ নকৰিব
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 Күн бұрын
পিয়তমক দেখিবলৈ খঙাল যেন লাগে কিন্ত ৰিলত দেখি গম পাইছো হিওঁ চেনি ও
@dipikadutta791
@dipikadutta791 2 күн бұрын
বন্ধ নকৰিব বেয়া লাগিব😢😢😢
@Rajdeep01995
@Rajdeep01995 2 күн бұрын
মই এদিন ভাত নোখোৱাকৈ থাকিব পাৰিম । কিন্তু বেহাবাৰী আউট পোষ্ট নোহোৱাকৈ থাকিব নোৱাৰো ।
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 Күн бұрын
মনোজ দা উওৰ দিব দেই 😮
@kamalachutia5790
@kamalachutia5790 2 күн бұрын
K k sir aru mohan k laga amak
@jugamonisaikai6317
@jugamonisaikai6317 2 күн бұрын
বেহাৰ বাৰী আউত post সদায় চাও। বেহাৰ বাৰী চালে মনৰ দুখ বেদনাবোৰ আঁতৰি যায়।অকলে অকলে হাহি থাকো।শেষ নকৰিব আৰু আগুৱাই যাওক।
@bhusanbora9958
@bhusanbora9958 2 күн бұрын
বন্ধ হ'লে সঁচাই বেয়া লাগিব
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 күн бұрын
Jindabad Beharbaree🎉❤
@heojychannelvlog6347
@heojychannelvlog6347 2 күн бұрын
Bhout val lagile 👌
@Dognedirbiope-Tulashi
@Dognedirbiope-Tulashi Күн бұрын
বেহাৰবাৰী যদি বন্ধ হয় ,তেন্তে অসমতেই নহয় বাহিৰ দেশতো বহুত হাহাকাৰ হ'ব ।বেহাৰবাৰী এক মনোৰঞ্জন ছিৰিয়েল । এই ছিৰিয়েল জৰিয়তে ৰাইজে বহুত কষ্টতো যেন কষ্ট অনুভৱ নহয় ।বেহাৰবাৰী আউটপোষ্ট অমৃত সম ঔষধি হৈ আছিল। ডাঙৰ ডাঙৰ বেমাৰীয়ে বেহাৰবাৰী ছিৰিয়েলৰ জৰিয়তে উপভোগ কৰি বেমাৰ আজাৰ পাহৰি গৈছিল। কিন্তু আজি বেহাৰবাৰী বন্ধ হ'ব বুলি জানি বহুতৰে আনবোৰ সেমেকা হৈ পৰিছে। আমি সঁচাকৈয়ে বহুত ভাল পাইছিলো হাৰ্ট,নাৰৰ্ভ,প্ৰেচাৰ, বিষ,বিশাল, মানসিক, শাৰিৰীক tension বোৰ আতৰি গৈছিল। এতিয়া দেখিছোঁ লাহে লাহে এই বেমাৰ আকৌ পুনৰ গাইন্না ল'ব যেন লাগিছে । গতিকে আমি আপোলোকক সকলোকে অনুৰোধ জনালোঁ আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনি বন্ধ নকৰিব।শেষত সকলো অভিনয়/আৰু অভিনেতা আন্তৰিক শুভেচ্ছা থাকিল।যাতে পৰবৰ্তী দিন বিলাকত আপোলোকক পাই থাকো । ধন্যবাদ।
@user-bx4yf6rm2b
@user-bx4yf6rm2b 2 күн бұрын
বহুত বহুত ভাল লাগিছে 🧡,যি কোনো কৰি থাকিলেও ভাল লাগে,প্ৰিতমে জবাক সোনকালে বিয়াটো কৰাব লাগে 🧡💜
@bantimadeka7772
@bantimadeka7772 2 күн бұрын
Khashi bahut vhal lagea
@jituvlog5365
@jituvlog5365 Күн бұрын
Bondho. Nokoribo. Aponalokok. Anurodh. Korisu.
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 Күн бұрын
মনোজ দা মই অভিনয় কৰিব পাৰিম নে বেহেৰবাৰিত বহুত আশা আছে মনোজ দা
@anilhazarika9323
@anilhazarika9323 2 күн бұрын
Honuorble Rajes bhuyak nomoskar.behor bari recordr babe nohoi sadai amar bukut thakibo. Bondho korile bhal. Kisuman episode falto kori thake. Aru soliboloi hole tita hobo. Film actor serial t nidia bhal.
@AnjulataPegu-fm4bo
@AnjulataPegu-fm4bo 2 күн бұрын
বেহাৰবাৰী আউট পোষ্ট বন্ধ হ'লে মনটো বেয়া লাগিব। Like Comment পোৱা নাই যদি দুবাৰ দুবাৰ দি দিম।বন্ধ নকৰিব।
@janmoni-moni604
@janmoni-moni604 21 сағат бұрын
ৰাজেশ দা কৈছে 10000 episode target heno bondho nhoi
@ashiniPatir-rb2mg
@ashiniPatir-rb2mg 2 күн бұрын
মিছিঙ মানুহকো chance দিব লাগে।
@user-tt4jk2yb1i
@user-tt4jk2yb1i Күн бұрын
Behorbari sai bohut Val Lage k k ARU Mohan Aku ahibo buli AXha thakil
@mamendas9348
@mamendas9348 Күн бұрын
বেহাবাৰী ধাৰাবাহিক, বন্ধ হ'ৱ নালাগে।
@LOVITAGOGOI-ze3oo
@LOVITAGOGOI-ze3oo Күн бұрын
বেহাৰ বাৰি আউট পষ্ট বন্ধ কৰি নিদিব❤🥺
@subarnahazarika2388
@subarnahazarika2388 2 күн бұрын
Beharbari out post bandha hobo nidibo
@user-wj1ul5lf2x
@user-wj1ul5lf2x 2 күн бұрын
Pritom dada nathakile beya lagibo 😢
@rupalithengal
@rupalithengal Күн бұрын
Apunar activity tu pallb dai beharbarit saritra hisape upasthaponor hidhanta lobo sage
@BharatMoran
@BharatMoran 19 сағат бұрын
এই চিয়েল খন আমাৰ ফেমেলিৰ বহুত পিয় বন্ধ হব নিদিব।
@layanhazarika4480
@layanhazarika4480 2 күн бұрын
Long live Beharbari out post. Please place a good actor in place of Pritam Barua.I like this character.This is my small request .I always enjoy this serial before sleep ,also, it carries a message to our society. I remain outside of Assam for two months in a year still I have not missed this serial.Today also I have seen 57 minutes vdo with beharbari out post actor and actress from Dubai.
@S.M.8439
@S.M.8439 Күн бұрын
আমাকো অলপ অভিনয়ৰ সুযোগ দিবছোন।
@narayangogoi291
@narayangogoi291 2 күн бұрын
Adorok.newsha.debo.napai xosakoi.bohut val paw .lov lov❤❤❤❤
@dipaliburagohain5996
@dipaliburagohain5996 2 күн бұрын
Beharbari outpost bor val pau dei joba n si siror couple logote hoklu avineta avinetrike bohut val lage solai jua amiu upovug kori jau neriba dei beya lagibo tumalukok nedekhile thank u ❤
@user-br2ny4ge8g
@user-br2ny4ge8g Күн бұрын
বেহাৰ বাৰী বন্ধ নকৰিব
@user-ig3zz8vg7w
@user-ig3zz8vg7w Күн бұрын
Beharbari all the best 👍❤
@dhrubaaxom1682
@dhrubaaxom1682 2 күн бұрын
Pritom dak jabo nedebo plzzz😢😢
@user-pm4el9uj5o
@user-pm4el9uj5o 2 күн бұрын
❤❤❤❤❤
@RinaGohain-en1pc
@RinaGohain-en1pc Күн бұрын
Thengku
@dipalidevi9536
@dipalidevi9536 2 күн бұрын
Mojja
@adityakashyap4407
@adityakashyap4407 2 күн бұрын
Toi side ot ki korie aso saduvi thamnal khon ki bl logaiso
@user-mp3qz3fz8q
@user-mp3qz3fz8q 2 күн бұрын
Please bandha nakariba.apnaluk all are live long.god be with all.
@PranamikaBaRmaN-px9mx
@PranamikaBaRmaN-px9mx 23 сағат бұрын
কেতিয়াও হব নোৱাৰে, 😂😂
@JintuBorah-eu8cy
@JintuBorah-eu8cy Күн бұрын
সদায় চাও আৰু চাম kk মোহন নাই যদিও চাম
@trailukya888
@trailukya888 Күн бұрын
Val nalage nisitak behabarit aru ase kei goraki man tar holoni muhon k k nisina beharbarik kuneu hei thai purabo nuwara karone behabari nasau aru val napau aru kunue nusuwa karone bondho nokori koribo ki
@user-dm5nq9fp7s
@user-dm5nq9fp7s 2 күн бұрын
ai serial khano aalom loi aaji kori Tirutai loi bohute mone mne kiba love kori nijor ghort problem kori ase.haito biya hoise.
@renuborah6005
@renuborah6005 2 күн бұрын
Nice❤
@bborabhubanvlogs7588
@bborabhubanvlogs7588 2 күн бұрын
Nice ❤
@RinaGohain-en1pc
@RinaGohain-en1pc Күн бұрын
Behor bari hodai chanw amee
@bijoyagogoi6248
@bijoyagogoi6248 2 күн бұрын
বেহাবাৰী আউট পোষ্ট প্ৰতিদিন নোচোৱাকৈ নোৱাৰো । প্ৰতি গৰাকী অভিনেত্ৰী অভিনয় চাই ভাল লাগে । আৰু আগুৱাই যাওক।
@bijoyagogoi6248
@bijoyagogoi6248 2 күн бұрын
অভিনেতা
@sitasmixvideos9786
@sitasmixvideos9786 2 күн бұрын
Lk dn
@nikujnjasarma9863
@nikujnjasarma9863 Күн бұрын
Baherbari longlife.....pallab dar ph no to dibason
@ratinbradas659
@ratinbradas659 2 күн бұрын
Nice
@bijayburagohain4795
@bijayburagohain4795 23 сағат бұрын
Mur kintu rakeshok besi Val lage
@mamonipator3619
@mamonipator3619 2 күн бұрын
Theatar loi sab jabo na heikarone bandho hobo na .bea lagiba bandha nokoribo
@iftikarali80
@iftikarali80 2 күн бұрын
❤❤❤❤
@simasaikia5271
@simasaikia5271 23 сағат бұрын
Kamlk val lage
@makhansarmah956
@makhansarmah956 2 күн бұрын
Behorbarir bondho habo nalage bor dukh lagiba
@user-yx9eh6wh4r
@user-yx9eh6wh4r 2 күн бұрын
Muru behorbaarit acting koriboloi mon thakil ru aase
@user-zn5fn2bz6e
@user-zn5fn2bz6e Күн бұрын
😢😢❤❤🎉
@pubgitdm9861
@pubgitdm9861 2 күн бұрын
Kk dak akow maje maje hole oliyabo lage
@user-qg7fw1lg9n
@user-qg7fw1lg9n Күн бұрын
Pritom sar thakiba
@ashiniPatir-rb2mg
@ashiniPatir-rb2mg 2 күн бұрын
Tumar Chennai tu raije anu sai. Kintu tumar photo nidile nachabneki kishuman breaking news Sab napau app soru kriba photo Khan.
@techtipssupported8958
@techtipssupported8958 2 күн бұрын
Nishoy dada tq so much🙏🙏🙏
@krishnajyotiUnofficial123
@krishnajyotiUnofficial123 Күн бұрын
Ba manu tu boni gol dakun 🙄🙄🙄
@minusaikia8438
@minusaikia8438 2 күн бұрын
😃🙂🤭👍👧🏻
@babudutta6243
@babudutta6243 22 сағат бұрын
Kune sabo
@TapanGogoi-pc7hy
@TapanGogoi-pc7hy 2 күн бұрын
Serialar, vitarat, valpia, pua, seriala, mai, val, pau, bahar, bari
@TapanGogoi-pc7hy
@TapanGogoi-pc7hy 2 күн бұрын
Manuh, abar, ganama, hay, tar, pesate, isar, a, haude, bisar, kariba
@AjitBora-l1z
@AjitBora-l1z 2 күн бұрын
Good
@jituvlog5365
@jituvlog5365 Күн бұрын
@sushilkonwar7012
@sushilkonwar7012 2 күн бұрын
নিৰাশ মন মোৰ -- অৱসা দে ভৰা -- মোৰ জীৱন যদিও -- হেঁপাহৰ বেহাৰবiৰীৰ -- সেৰিয়াল খন চাই -- সকলো পাহৰি যাওঁ -- পুনৰ জীয়াই থকাৰ -- অলপ হলেও -- সকাহ পাওঁ -- হাঁহি ধেমালি -- অভিনয়ৰ সংলাপ -- অতি বলিষ্ঠ উপস্থাপন -- অভিনেতা অভিনেত্ৰীৰ - - মুখ চাই সকলোৰে -- মন ডোলে ডলে -- লতাত লিখা -- হাতৰ আখৰ -- যেনেকৈ সকলোৱেই- চিনি নাপায় -- দেহৰ বiৰীৰ --- -- কাহিনীৰ -- লতা গৈ ৩০০০ এপিচৰ্ড -- অতিক্ৰম কৰিলে অতি চেতনা স্পৰ্শ -- কাহিনীয়ে সমাজত -- আলোৰণ সৃষ্টি কৰে -- তাৰেই নিৰ্দেশ ন - বেহাৰ বiৰী শ্ৰিয়াল -- বেহাৰৰ্বiৰী অভিনেত্ৰী হেঁপাহ আৰু অভিনেতাৰ আশা পূৰণ কেতিয়া হব -- কিয় সiচস্পেচনত ৰাখে -- হৈ যাওক না -- ৰিয়েল্যাল লাইফ -- পুনৰ নতুন চেৰিয়াল -- জন্ম দিয়ক -- তাৰেই কামনাৰে -- আশাৰে বাদ চালো
@babudutta6243
@babudutta6243 22 сағат бұрын
Kk Moho'n nai j hai babai bond
@pradipsarma1388
@pradipsarma1388 2 күн бұрын
No 😂😂
@sarmanirmal
@sarmanirmal 22 сағат бұрын
Faltu Sala 😡😡😡
@MinaDutta-ln9dj
@MinaDutta-ln9dj 2 күн бұрын
মোহনে বিউতিক পিতাটো চাই মই মাটিত বাগৰি বগৰি হাহি থাকিব পৰা নাই মানে মোৰ সৰো পানিৰকাৰনে বাট ৰোমলৈ দৌ মাৰিচো ৷😂😂
@techtipssupported8958
@techtipssupported8958 2 күн бұрын
😂😂😂😂😂tq so much🙏🙏😰
터키아이스크림🇹🇷🍦Turkish ice cream #funny #shorts
00:26
Byungari 병아리언니
Рет қаралды 28 МЛН
когда повзрослела // EVA mash
00:40
EVA mash
Рет қаралды 3,3 МЛН
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 6 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 1,7 МЛН
터키아이스크림🇹🇷🍦Turkish ice cream #funny #shorts
00:26
Byungari 병아리언니
Рет қаралды 28 МЛН