No video

চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী সুজাতা কাৰ্তিক

  Рет қаралды 104,896

BAARTA LAAP

BAARTA LAAP

Күн бұрын

চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী সুজাতা কাৰ্তিক
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 196
@lakhyanath1313
@lakhyanath1313 2 жыл бұрын
বহুত ধুনীয়া কণ্ঠ আপোনাৰ ..কিন্ত আপোনাক মই এটা কথা অণুৰোধ কৰো যে সকলো জাতি গীত গাব লাগে কাৰণ আপোনাৰ কণ্ঠ বহুত ধুনীয়া
@sonatonlogun1536
@sonatonlogun1536 2 жыл бұрын
আদিবাসী হিচাপে নিজকে গৌৰৱ কৰো। ভাল লাগিল ।ধন্যবাদ জনাইছো আপোনালৈ
@manujrgaur3586
@manujrgaur3586 2 жыл бұрын
অসমত আটাইতকৈ অৱহেলিত আৰু অপমানিত জাতি টো হৈছে 'আদিবাসী জাতি' সকলো ঠাইতে অসন্মান কৰা হয়। I'm proud to be Adivasi.
@diputanti7107
@diputanti7107 2 жыл бұрын
বহুত ধুনীয়া হৈছে ভন্তী তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ।
@akashnayanmusical251
@akashnayanmusical251 2 жыл бұрын
খুব সুন্দৰ কথাবোৰ শুনি ভাল লাগিল 😘😚🥰☺️ jai adivasi 🔥 love from Lakhimpur জয় আই অসম
@gobinchandrakonwar6268
@gobinchandrakonwar6268 Жыл бұрын
সুজাতা কাৰ্তিক এগৰাকী হাঁহিৰ মুখিয়া গায়িকা । তেওঁৰ কথা বতৰা বিলাকতো এটা মাদকতা আছে । কণ্ঠও সুন্দৰ ! সুজাতা কাৰ্তিক তুমি আনৰ ককৰ্থনা আৰু বঞ্চনা বিলাকৰ প্ৰতি গুৰুত্ব নিদি তুমি তোমাৰ যাত্ৰাৰ পথট আগুৱাই যোৱা । কথাতে কয় নহয় :---- " ধৈৰ্যৰ ফল সদায় মিঠা হয় " ! তোমাৰ যাত্ৰাৰ সফলতাৰ কামনা কৰিলো !
@renurajbongshi5180
@renurajbongshi5180 5 ай бұрын
😊
@kostablog490
@kostablog490 2 жыл бұрын
বাৰ কথা খিনি ইমান ধুনীয়া লাগিল আৰু কিছু দুঃখ তথা বেয়া লাগিল ৷বা আপুনি ,আপোনাৰ কাম কৰি যাওঁক ৷আপোনাৰ ভগৱানে সহায় কৰিব ৷লগতে ধন্যবাদ দিছো বাৰ্তালাপ অনুষ্ঠানক ❤️৷
@moitreedas6496
@moitreedas6496 Жыл бұрын
মাতটো ইমান ধুনীয়া।কথাবিলাকো বৰ সুন্দৰকৈ কৈছে।
@girishphukan4335
@girishphukan4335 5 ай бұрын
ভন্তি , সুজাতা কাৰ্তিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
@nitulkalita8522
@nitulkalita8522 2 жыл бұрын
বহুত বহুত শুভেচ্ছা থাকিল। সুন্দৰ কন্ঠ
@babitahazarika4075
@babitahazarika4075 Жыл бұрын
বহুতো ভাল লাগিল ।নিচুকনি গীতৰ কেচেট এটা আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।এই ভাষাৰ গীত মাতে মোক বহুতো আকৰ্ষিত কৰে । আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@UNIQUE-lv3vh
@UNIQUE-lv3vh 2 жыл бұрын
নামটো যেনেকৈ ধুনীয়া, দেখদেখিবলৈ কো খুব ধুনীয়া, তাতোকৈ ধুনীয়া আৰু মধুৰ হয়.... আপোনাৰ কণ্ঠ । সুখী হওঁক, আগবাঢ়ি যাওক লগতে ঈশ্বৰে সহায় কৰক... শুভ কামনা কৰিলোঁ ।
@00009810
@00009810 2 жыл бұрын
সুন্দৰ । তেখেতৰ সংগ্ৰাম সফল হ‌ওক ।
@pranabdas7014
@pranabdas7014 2 жыл бұрын
Namrata priyam 2mr voice 2 xub ay dhuniya
@justthings9450
@justthings9450 2 жыл бұрын
Thank you 😊
@b.r.t.deka.youtubechannel6136
@b.r.t.deka.youtubechannel6136 2 жыл бұрын
ধুনীয়া লাগিছে ধন্যবাদ
@nabanitarabha4982
@nabanitarabha4982 2 жыл бұрын
Such a beautiful and soothing voice. Even without background music, it's so soulful. Wishing you absolute success, may you go places. ❤️
@geetanjalibasumatari7479
@geetanjalibasumatari7479 Жыл бұрын
Bohut val lagil....aji kiba eta khikibo parilu tumar pora...kori goi thaka👍👍🥰
@momipanging3846
@momipanging3846 Жыл бұрын
সুজাতা তোমাৰ এই প্ৰতিভাক আৰু অধিক ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰা
@ushagogoi9470
@ushagogoi9470 2 жыл бұрын
Tumr udeshay tu bohut mohan, hahokhere proshetha solai juwa, adin hophol hoba.
@saytomkassari5191
@saytomkassari5191 2 жыл бұрын
বহুত ভাল লাগ'ল । অনুষ্ঠান টা দেখে কৰে।❤
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
বহুত ভাল লাগিল সুন্দৰ কণ্ঠ আগ বাঢ়ি যাওক ।
@sourovsagar2797
@sourovsagar2797 2 жыл бұрын
বহুত সুন্দৰ সুজাতা বা আগবাঢ়ি যোৱা ।
@nilakshigudnewswelcomehaza5388
@nilakshigudnewswelcomehaza5388 2 жыл бұрын
Vl lgil thnx
@sajidzamal3206
@sajidzamal3206 Жыл бұрын
ভাল লাগিল। আগ বাহি যোৱা
@maniaminj8683
@maniaminj8683 2 жыл бұрын
ভাল লাগিল বা সুন্দৰ অনুষ্ঠান 🙏🙏
@dindayalray5775
@dindayalray5775 2 жыл бұрын
Bahut Bhal Lagil , Nijor Comunity R babe Kam korar babe , I proud her, Thanks.
@socialforum8753
@socialforum8753 2 жыл бұрын
নিজৰ সমাজখনৰ বাবে সাৱলীলভাৱে কোৱা কথা বোৰ খুব ভাল লাগিল। আমাৰ সমাজখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত কৰিবলগীয়া বহুতো আছে। সংগীত জগতত আপোনাৰ কাম কৰাৰ ধৰণ অন্যন্য। কেতিয়াও পিছলৈ চাব নালাগে, আমি আছোঁ, সমাজখন লগত আছে...!
@probinborah9775
@probinborah9775 Жыл бұрын
ড°@
@riyanrabha76
@riyanrabha76 2 жыл бұрын
বহুত ভাল লাগিল। সম্পূৰ্ণ video টো চালো।
@bobitagogoi4985
@bobitagogoi4985 Жыл бұрын
Very nice👍👏🥰
@prakashnarzary4007
@prakashnarzary4007 2 жыл бұрын
বাৰ্তালাপ টো চায় বহুত ভাল লাগিল।
@kirangogoi4748
@kirangogoi4748 2 жыл бұрын
সুন্দৰ ।
@momasvlog6238
@momasvlog6238 2 жыл бұрын
চাহ জনজাতি গীত শুনি বৰ ভাল লাগে মাতটো বৰ মধুৰ ভাল লাগিল
@sarbanandarajkumar6356
@sarbanandarajkumar6356 2 жыл бұрын
God gifted voice. Go on. You are admirable for New born of Axom. Wishing you all the best Never back always be strong. Thanks allot 👌💥💥
@mnmusicproduction9977
@mnmusicproduction9977 Жыл бұрын
সুজাতা তোমাৰ কথাবোৰ ভাল লাগিল।MN music production .ত মই ঝুমুৰ গীত এটিগাইছো শুনিবা আৰু কমেণত দিবাচোন। মদন নেওগ। অৱসৰ প্ৰাপ্ত এই শিক্ষক।ৰাজগড়।Dibrugarh.
@satishchdas6757
@satishchdas6757 2 жыл бұрын
ধুনীয়া বাৰ্তা লাপ । ভাল লাগিছে
@ranjitahazarika2383
@ranjitahazarika2383 2 жыл бұрын
আৰু আগুৱাই যোৱা তাৰ কামনা ৰে আশীৰ্বাদ থাকিল
@bhaskarborah4254
@bhaskarborah4254 Жыл бұрын
সঙঘাতে আনেমোৰ প্ৰশান্ত সাগৰৰ, প্ৰগতিৰ নতুন দিগন্ত।। ধন্যবাদ
@phonidharnayak3916
@phonidharnayak3916 2 жыл бұрын
ভাল লাগিল সুজাতাৰ কথাবোৰ শুনি
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
সুন্দৰ কণ্ঠ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।
@ramtanti8009
@ramtanti8009 2 жыл бұрын
Ajiker Bartalap anusthan mee aaloosona huwa kotha gila khoob bhal laglo dii. Aro aaguwai jaa dii aashirbad sobdin thakbek.
@dilipgogoi3682
@dilipgogoi3682 Жыл бұрын
সুন্দৰ প্ৰচেষ্টা। কিন্তু অসমীয়া গীত গালে ভাল পাম।
@pinkukurmy8616
@pinkukurmy8616 Жыл бұрын
সুন্দৰ কণ্ঠ বা আপোনাৰ
@gobindadeka627
@gobindadeka627 5 ай бұрын
উৎসাহজনক অনুষ্ঠান ।
@amulyasarma4057
@amulyasarma4057 4 ай бұрын
Her thoughts are right. she has a a bold mind Wish her all success
@bulensonowal9023
@bulensonowal9023 2 жыл бұрын
Bohut val lagil dei sujata ba r kotha bur huni, eman val k bujai dise
@jamunadeori7352
@jamunadeori7352 Жыл бұрын
আমি বহুত বেছি ভাল পাইছো।আচল অসমীয়া ছোৱালী আৰু বোৱাৰী তাৰোপৰি আচল শিল্পী বুলি কয়।
@GK-bj6fh
@GK-bj6fh 2 жыл бұрын
Bangali ,karbi , Sonowal,kasari ahom,Mising ,boro barua,katita Bora buli asomor kisuman asomiyai beyake gaai thake kintu teou pahori Jai je aami hindu Jaat bisar kori thakile asomok khonok aami unnat korib noarim Jaat bisar nokori asomor babe kam karok nissoy aami unnot hob parim Very nice ba Apunak bhagwane enekuai Shakti diyak Radhe Radhe 🙏🙏🙏 Jai aai axom
@volgmonjytoi2871
@volgmonjytoi2871 Жыл бұрын
Akdom monr ktha kole
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
Very nice performance. Go ahead way to your journey of music. All the best wishes to you and your family. ❤🎉❤.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
Sujata i 💯 hosa kotha koise. Bohut bohut xuvokamona jonaloo. Very simple and intellectual folks singer.with thankful regards
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 2 жыл бұрын
God bless you Sujata ba & your voice is a very demanding ❤ lots of love Sister ❤
@gitumonisarmah3415
@gitumonisarmah3415 Жыл бұрын
ৰাঘুৱা তাঁতীৰ bisya মিতিং খন যে পাতিছিল হাতিগৰ বাগানত ওদালগুৰি সাহিত্য সভাৰ সহযোগত তাৰ পিচত তোমাৰ লগত কথা patisiu ভাল লাগিছিল মোৰ husband pabitra sarmai কৈছিল তোমাৰ ককা ৰঘুৱা তাতিৰ কথা
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 5 ай бұрын
চাহ জনগোষ্ঠীৰ লোকসকল বৰ্তমান সম্পূৰ্ণ অসমীয়া জাতিৰ এটা অংশ সেই সুত্ৰে তেখেত সকলৰ গিত মাতো আমাৰ অসমী‌য়া সমাজৰ অংশবিশেষ।।
@jogeswaridevi5544
@jogeswaridevi5544 2 жыл бұрын
আগবাঢ়ি যোৱা
@ratnadutta1414
@ratnadutta1414 2 жыл бұрын
তোমাৰ কথা বাৰ্তা। খুব ভাল। লাগিল । ঘৰ কত। তোমাৰ। ভিতৰত। অনুতাপ। অনুভব। বিলাক বূজি। পাইছো। ভবিশত। আশীৰ্বাদ। কৰিছো। তোমাৰ। মনো। কামনা। পূৰন। হক
@ShyamKrNag
@ShyamKrNag 2 жыл бұрын
Very nice movement keep up good work sister Sujata and love 💘you Arun Garg Bhai
@ManikaDas1969
@ManikaDas1969 2 жыл бұрын
বৰ ভাল লাগিল । তোমাৰ ভবিষ্যত উজ্জ্বল হ ওক ।
@abstravel9614
@abstravel9614 2 жыл бұрын
Birat vall lagil ajir anusthan tu ..
@nilimadas9435
@nilimadas9435 Жыл бұрын
বৰ ভাল লাগিল!
@debojyotihazarika81
@debojyotihazarika81 2 жыл бұрын
সুজাতাৰ, মাত খুব ধুনীয়া।
@himashreeboruah772
@himashreeboruah772 6 ай бұрын
আপোনাৰ চেষ্টা সফল হওক
@bobitagogoi4422
@bobitagogoi4422 2 жыл бұрын
বহ্ণত।ভাল।লাগিল বা।তুমি আগ বাহি।য়োবা।ভৰ্গবাণে।তোমাক সহায় হক।
@punimalabunyan4770
@punimalabunyan4770 Жыл бұрын
Val lagil ba
@lokeswarkon341
@lokeswarkon341 Жыл бұрын
Bahut vall lagela
@bbfmmusicassam2371
@bbfmmusicassam2371 2 жыл бұрын
Xundor mat..
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 2 жыл бұрын
Very good sound & tune same Latamongesker . Go Ahead . Thanks.
@binamurari2411
@binamurari2411 2 жыл бұрын
Bohut val lagise sai. Akha korisu apuni aru aga barhi juwok.
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
Khub dhuniya koi anusthan Tu start korila aje namratai tumi , Jenekoi namro kotha botora kothonhoili bor val loga hoi suwalijoni tumi hosakoi agbahi jua aru bohut uporoloike Takei kamona korisu Namrata tumak 🥰 kintu Sakur sawonire namratai bohutu nukua kothai koi jai bujai diye, dusokuloi salei dekha pau obuj hobdobihin bohu kotha G bur usharito hua nai Duti uthor majere...Jen Hokti thakiu Hatot power thakiu order loi roi thoka responsible person dore... Moi pratitu episode saisu aru sau mur khub priyo hoi anusthan Tu, aru eyar poti jon manuhe hundor kothonhoili kintu tar majot Number one buli kobo pari Namrota Priyam 👍 Chakrapani da pisote aitu anusthanot Namratai Best 👍
@justthings9450
@justthings9450 2 жыл бұрын
অশেষ ধন্যবাদ আপোনালৈ😊 মই শিকিহে আছোঁ আচলতে... আৰু বহু বাকী । আপোনালোকৰ মৰম, আশীৰ্বাদ পাই থাকিলে আৰু ভালকৈ কাম কৰি যাবলৈ উৎসাহ পাওঁ।
@aalphulchetia5382
@aalphulchetia5382 Жыл бұрын
Ba tumk train t log pai...bartalaap sabo ahisu...kotha pati bht vl lgil...apuni aguwai jauk...bht dangor udesya loi agbarhisa,aguwai jua...trp pisot nadaoura gayika
@sankumizar829
@sankumizar829 2 жыл бұрын
We are all Assamese proud of you.
@pradipkumarnath6888
@pradipkumarnath6888 2 жыл бұрын
Bohut Bohut Dhainyabad . Bohut Bhal Lagile
@Crystal___pearls
@Crystal___pearls 2 жыл бұрын
Bhal lagil apunar programe tu sai apunar monubansa purna houk thank you
@moyurirajowar2666
@moyurirajowar2666 2 жыл бұрын
Vl lagill sai baa sujata Kartik baar konthot git homuh huni vl lage ru moi huniahisu ru hiki ahisu....
@ranukonwarchetia1054
@ranukonwarchetia1054 2 жыл бұрын
Very nice . God bless you .
@monujsaikia9184
@monujsaikia9184 2 жыл бұрын
কোনোবাই কাৰোবাক অসমীয়া বুলি ক'লে হে যে অসমীয়া হব বা নক'লেই যে অসমীয়া নহ'ব তেনে কি আছে আপুনি যদি নিজকে অসমীয়া বুলি ভাবে বা অসমক ভাল পায় আৰু অসমীয়া ভাষা সংস্কৃতিক নিজৰ বুলি আকোঁৱালি লৈছে তেনেহলে আপুনি অসমীয়া কোনোবাই অসমীয়া বুলি স্বীকৃতি পাবলৈ কাৰো প্ৰয়োজন নাই কিন্তু বহুতো জাতি জনগোষ্ঠীৰ লোকে এইখন অসমতে তেওঁলোকৰ কেইবাপুৰুষ জোৱাৰ স্বত্তেও তেওঁলোকে নিজকে অসমীয়া বুলি নকৈ নিজৰ জাতিৰ নাম কয় সেইটোহে ডাঙৰ কথা । মই অসমৰ সকলো জাতি-জনগোষ্ঠীৰেই গান ভাল পাওঁ
@ChristMahanOfficial
@ChristMahanOfficial 2 жыл бұрын
Bhut vl lagil kotha huni sujata sis..jai adivasi
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Many many congratulations to sujata.Always be positive. Go ahead way to your journey
@pushpadhardeka6071
@pushpadhardeka6071 Жыл бұрын
Bhanti aaji Kali tenekuwa akonai. Assamat asb jangostir gaan gaba pare aamar kono problem nai. Kono dusta lok ketiaba ulta pulta bake hei bilak man Kariba nalage. Tumi aagbarhi joowa .thanks.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Good step and good achievement.Always be happy and be positive
@borsharobidas920
@borsharobidas920 2 жыл бұрын
Hundor
@lizaborthakur8432
@lizaborthakur8432 Жыл бұрын
Oti bhal lagil anusthanti .
@parthasbora3122
@parthasbora3122 2 жыл бұрын
সুন্দৰ অনুষ্ঠান ❤️❤️
@sarbeswarkardong2642
@sarbeswarkardong2642 2 жыл бұрын
Sujata i love you and i like you so much
@bipuldusad3125
@bipuldusad3125 2 жыл бұрын
Val lagil sai Baa❤️
@pranitaorang7065
@pranitaorang7065 2 жыл бұрын
Val lagil ☺️Johar🙏
@pranjalsaikia3689
@pranjalsaikia3689 2 жыл бұрын
Vaal lagill baak agoloi matibo baak interview
@rakeshdergaon3726
@rakeshdergaon3726 2 жыл бұрын
সাক্ষাৎকাৰ লোৱা ভনী জনী আগলৈ কিন্তু চেলিবেটি হবৈ সেইয়া খাটাং
@justthings9450
@justthings9450 2 жыл бұрын
নতুনকৈ শিকিছোঁহে মই... মৰম দি থাকিব☺️
@sanjaykrishnatanti9138
@sanjaykrishnatanti9138 2 жыл бұрын
Caption মই শুদ্ধ কৰি দিছো। অসমৰ এগৰাকী কন্ঠশিল্পী সুজাতা কাৰ্তিক।
@AtulGogoi-sd1qq
@AtulGogoi-sd1qq 2 ай бұрын
Very good bar
@dutta22
@dutta22 2 жыл бұрын
Mjh
@spsfamily1779
@spsfamily1779 2 жыл бұрын
Nice,Proud for this woman
@mainaborah6443
@mainaborah6443 Жыл бұрын
Bixex vabe xfl huwar kamanre dhanyabad.
@r.rajputentertainment1589
@r.rajputentertainment1589 2 жыл бұрын
apunar thinking tu bht val apuni bht agole jabo buli akha thakil.
@haricharan3057
@haricharan3057 2 жыл бұрын
Better
@user-hp1qj2vd4h
@user-hp1qj2vd4h 2 жыл бұрын
Your voice is so sweet 👍👍👍. God bless you.
@BIPULGOGOI
@BIPULGOGOI Жыл бұрын
Congratulations
@harinathphukan6847
@harinathphukan6847 3 ай бұрын
Time is available .Go ahead .
@ruraladventure5501
@ruraladventure5501 2 жыл бұрын
Tumar hahi tu ..dhunia lov u ..namrata
@prativacreations3488
@prativacreations3488 2 жыл бұрын
Congratulations sujata. 🌹🌹🌹
@sanjaykrishnatanti9138
@sanjaykrishnatanti9138 2 жыл бұрын
Hundor. God bless you
@subhalaxmisharma1429
@subhalaxmisharma1429 2 жыл бұрын
Bimu bhal lagile dei interview tu sai
@godfreykaitha6628
@godfreykaitha6628 2 жыл бұрын
Video tu bohut val lagil👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Кадр сыртындағы қызықтар | Келінжан
00:16
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,7 МЛН
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 54 МЛН
Assam Child Singer Anurag Kalita EXCLUSIVE At ND24
29:01
Кадр сыртындағы қызықтар | Келінжан
00:16