No video

চকুৰ সন্মুখত মৃত্যু ৫ বছৰীয়া দেৱকন্যাৰ 😥😥 কাৰ ভুলৰ বাবে মৃত্যু ইশ্বানী কাশ্যপৰ..?? চাওঁক সবিশেষ

  Рет қаралды 881,051

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

নলবাৰী জিলাৰ তন্ত্ৰ শংকৰা গাঁৱৰ মৰমলগা দেৱকন্যা ইশ্বানী কাশ্যপৰ সৰ্পদংশনৰ ফলত মৃত্যু।
পৰিয়ালৰ দাবী ভুল চিকিৎসাৰ বাবে মৃত্যু ইশ্বানী কাশ্যপৰ।
এক হৃদয়বিদাৰক কাহিনী 🥺🥺
ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
ধন্যবাদ।
#assamesevideo #news

Пікірлер: 1 200
@jitulthakuria5021
@jitulthakuria5021 10 ай бұрын
ময়ুৰ দা আপোনালৈ ধন্যবাদ এই দুখি পিতৃ আৰু মাতৃৰ মনৰ কথা বোৰ প্রছাৰ কৰাৰ বাবে
@paporirajkhowa1649
@paporirajkhowa1649 10 ай бұрын
বহুত দুখ লগা ঘটনা😢😢😢। যিকেইটা ডক্তৰ নাৰ্ছ এই ঘটনাৰ দায়ী সেই কেইটাক অতি সোনকালে উচিত শাস্তি প্ৰদান কৰিব লাগে।
@manmeetkaur9402
@manmeetkaur9402 10 ай бұрын
কথাখিনি শুনি বহুত দুখ লাগিল, চৰম অৱহেলাত কণমানিজনী চিৰদিনৰ বাবে হেৰাই গ'ল, উচিত বিচাৰ হব লাগে...
@gunamonideka6813
@gunamonideka6813 10 ай бұрын
😅
@rajuborah3744
@rajuborah3744 10 ай бұрын
শুনি বহুত দুখ লাগিল ৷এই মুহুত্তত তেওঁ আত্মা চিৰ শান্তি কামনা কৰিলোঁ ৷যদি চিকিৎসালয়ৰ অৱহেলা বাবে শিশু গৰাকীৰ মৃত্যু হৈছে তেন্তে ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷
@bhrigukalita6479
@bhrigukalita6479 10 ай бұрын
বহুত দুখ লাগিল কথাখিনি শুনি বেয়া লাগিল নিয়তিৰ লিখন যাৰ কপালত জি আছে মাইনা জনি যতে আছে তাতেই আতমাই সানতিত থাকক 🙏🙏
@ushadas1841
@ushadas1841 10 ай бұрын
❤❤❤ তুমি আকৌ আহিবা মাজনী
@hiranlahkar1534
@hiranlahkar1534 10 ай бұрын
ডাক্তৰৰ ওচৰলৈ লৰা লৰিকৈ লৈ যাব লাগে বুলি কয়।কিন্তু কাক বিশ্বাস কৰিব।যাক ভগৱান বুলি ভাবি হাতত তুলি দিয়া হয় তেওঁলোকেই যদি এনেকুৱা কৰে ।ইমান মৰম লগা মাইনাজনী।য’তেই আছা সোনজনী শান্তিত থাকিবা
@digantajyotibordoloi5528
@digantajyotibordoloi5528 10 ай бұрын
ডাক্তৰৰ ভুলৰ বাবে মৃত্যু হল সকলো কৰ্মচাৰী মাৰ পিত কৰিব লাগিছিল ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বৰ বেয়া চোতালত লাইটৰ ব্যৱস্থ নাই নেকি হাতত ডাঙৰ ট্ৰছ এটা লৈ যোৱা হেতেন কেতিয়াও ঘটনা নহল হয় বাপেকক তামোল খন দি এই পৃথিৱীৰ পৰা বিদায় মাগিলে তাই ৰ আত্মাই চিৰ শান্তি লাভ কৰক পুনৰ জন্ম লওক আপোনা লোকৰ ঘৰত তাৰেই আশা কৰিলোঁ
@hemasarma4844
@hemasarma4844 10 ай бұрын
চিকিৎসক আৰু নাৰ্চক উচিত শাস্তি দিয়া উচিত ৷
@nirmalborgohain9735
@nirmalborgohain9735 3 ай бұрын
hosa 🤬😡
@RupakBorah-sg8kq
@RupakBorah-sg8kq Ай бұрын
প্ৰত্যেক চিকিৎসালয়ত এন্টিভেনম থকা উচিত।😢
@user-bh2fh4fg7s
@user-bh2fh4fg7s 10 ай бұрын
এনেকুৱা ডাক্তৰক উচিত শাস্তি দিব লাগে।
@ujjal5414
@ujjal5414 10 ай бұрын
Aru nas kejonik o di dibo lage
@user-we5hi1yc3g
@user-we5hi1yc3g 5 ай бұрын
​Mi CV ki l ok to vi vo mp n 😅@@ujjal5414
@SaratHaloi-ty6sq
@SaratHaloi-ty6sq 4 ай бұрын
​@@ujjal5414⁰pppppppppppp0p0 pl ppp❤❤❤😊🎉😢😮😅😊❤ Hi ❤
@user-di2sp8wu5t
@user-di2sp8wu5t 4 ай бұрын
Q😊qa GM CR. Mg.​@@ujjal5414
@nayanmonidutta9768
@nayanmonidutta9768 10 ай бұрын
কিছুমান ডাক্টৰ নাৰ্চ দেবতুল্য কিন্তু কিছুমান তেজপিয়া নৰপিশাচ । সিহঁতৰ ব্যৱহাৰ অতিশয় ঘৃণনীয়।
@bimalbiswas4029
@bimalbiswas4029 10 ай бұрын
Right
@susmitaboro7521
@susmitaboro7521 10 ай бұрын
Thik koise
@dipalidas6310
@dipalidas6310 4 ай бұрын
Medikel manuh bor val nahay,
@RashmiKonwar
@RashmiKonwar 10 ай бұрын
ডাক্তৰ নাৰ্চৰ এই নৰ্তনগী কেতিয়া শেষ হব ???Plz বৰ মুৰীয়া সকলে কিবা এটা কৰক 🙏🙏🙏। সহ্য হোৱা নাই 😭😭😭
@dipakgogoi5255
@dipakgogoi5255 10 ай бұрын
Hoy naki
@monjitaneog801
@monjitaneog801 10 ай бұрын
চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্যু হ'ল।বৰ দুখদায়ক ঘটনা।
@rupambarman2494
@rupambarman2494 10 ай бұрын
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাক হে জানে বহুত দুখ লগা কথা৷😢😢😢
@sobiphukan2279
@sobiphukan2279 10 ай бұрын
Bohut dukh lagil 😢😢tai jote thake vale thake jen .aaru dukhiye hasti pab lage
@banashrideka3101
@banashrideka3101 10 ай бұрын
Anekoa ghrt news 1ta kori ghr khn Kosta dia Jen pao moi. Konu a beya comment nkrib Mur mon r vab to he koiso moi
@mcpushpa1105
@mcpushpa1105 10 ай бұрын
​@@banashrideka3101 . . mo ni ko 7 ni hu Hu hu Dr
@ManojHaloi-vs5gz
@ManojHaloi-vs5gz 9 ай бұрын
Bahut beya lagise eman nisthur ne vogoban
@parhanabegum9534
@parhanabegum9534 10 ай бұрын
বৰ বেয়া লাগিল।অবহেলা কৰিব নালাগে নিদিষ্ট সময়ত চিকিৎসা কৰাহলে তাই মৃত্যু নহলহেতেঁন।
@Jubigogoi
@Jubigogoi 10 ай бұрын
চিকিৎসা অবহেলা বাবে কণমানি জনি হেৰুৱাব লগা হল । বহুত দুখ লাগিছে কথাবোৰ শুনি 😭😭😭
@Himakshriboraa
@Himakshriboraa 10 ай бұрын
Sakorir pora khadibo lage ana kua.doctorl
@hirondoley8025
@hirondoley8025 10 ай бұрын
বহুত বেয়া লাগিল কথা টো শুনি 😭😭😭 কণমানি জনিৰ আত্মাই শান্তি পাই যেন।
@monisaikia769
@monisaikia769 10 ай бұрын
এনে ঘটনা বহুত শৃনিছো । ভূল চিকিৎসাৰ বাবে বহূ লোকে প্ৰান ত্যাগ কৰিব লগা হৈছে। এইসকলে উচিত শাস্তি পোৱা উচিত।
@Mr.sourav312
@Mr.sourav312 10 ай бұрын
সছাকৈ বহুত দুখ লাগিল 😢😢🥹 হে প্ৰভু .. .! ❤❤
@ranjurajbongshi3721
@ranjurajbongshi3721 10 ай бұрын
সেই নাৰ্চ কেইটাক শাস্তি দিব লাগে আৰু সিহতক চাকৰিৰ পৰা বহিস্কাৰ কৰিব লাগে।
@QueenChutia-eu3sg
@QueenChutia-eu3sg 10 ай бұрын
বৰ দুখ লাগিছে, এটা উচিত বিচাৰ হওক
@ashwanjayalukachi
@ashwanjayalukachi 10 ай бұрын
টকাৰে ডিগ্ৰী কিনা ডাক্টৰ নাৰ্ছে মানৱতা কি সেয়া কেনেকৈ বুজিব।😢
@opbolte6969
@opbolte6969 10 ай бұрын
Hoy
@MainaBarman-ui2hs
@MainaBarman-ui2hs 10 ай бұрын
প্ৰভু দয়াময় আপোনাৰ চৰনত ধৰিছো কোনো পিতৃ মাতৃকে এনেকুৱা‌ শোক নিদিব প্ৰভু,হৰ হৰ মহাদেৱ ,জয় সত্য নাৰায়ন প্ৰভু, বুঢ়া বাসুদেৱ, জয় মা মহাকালী,জয় শ্ৰী কৃষ্ণ
@JintuDas-gb6hj
@JintuDas-gb6hj 10 ай бұрын
কিছুমান আছে এনেকুৱা ডক্তৰ সিহতৰ বহুত বেয়া ব্যৱহাৰ😢। এইবিলাক ডক্তৰে এনেকুৱা কাম বিলাক কৰে ।এই মৰম লগা ছোৱালী জনীৰ আত্মাই চিৰ-শান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।🙏
@user-lq8li6vx4v
@user-lq8li6vx4v 10 ай бұрын
বহুত দুখ লাগিল কথাতো হুনি। দুখীয়ে শাস্তি পাব লাগে, যাতে আৰু এনে ভূল নকৰে। 😢😢
@hiyamedhi3718
@hiyamedhi3718 10 ай бұрын
বহুত দূখ লাগিছে এনেকুৱা ডক্টৰক উচিত শাস্তি দিব লাগে ,
@businessvlogs3779
@businessvlogs3779 10 ай бұрын
বৰ দুখ লাগিল। কণমানিজনীৰ আত্মাই চিৰশান্তি লাভ কৰক।
@ssassam_1.5Million.
@ssassam_1.5Million. 10 ай бұрын
এইবোৰক চাকৰি পৰা খেদিব লাগে।😭 বহুত দুখ লাগিল অ সহ্য কৰিব পৰা নাই অ কীয় এনেকুৱা কৰে অ।😭 তুমি যত আছা ভালে থাকা মাইনা।😭
@EmolG444
@EmolG444 10 ай бұрын
Iman morom lga suwali jni 🥺🥺❤❤❤❤
@TaraliHazarika-bu2vw
@TaraliHazarika-bu2vw 2 ай бұрын
Thank you mayur dada❤❤❤❤ moina jnir ktha khini janib bhut mn asile
@user-uf8eb1im5e
@user-uf8eb1im5e 10 ай бұрын
বহুত দুখ লাগিল দেই.....তাইৰ আত্ম ই শান্তি পাওক।
@wrestlingboy2791
@wrestlingboy2791 10 ай бұрын
বহুত বহুত বেয়া লাগিল কথা টো শুনি😢😢। আচলতে এইবিলাক মানুহ নহই এটা এটা জন্ত্ৰো 😡 কণমানি জনিৰ আত্মাই শান্তি পাই যেন 😢
@BLASTER6300
@BLASTER6300 10 ай бұрын
*_Buku fati jai mor enekuwa ghotona dekhile, Om Shanti moina❤❤❤❤❤_*
@mrmajuli8736
@mrmajuli8736 10 ай бұрын
সেইবোৰ টকাৰ বলত ডক্টৰ ডিগ্ৰীৰ লোৱা ডাক্তৰ । সিহঁতৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে ।
@PwArjuna-si9rj
@PwArjuna-si9rj 10 ай бұрын
একদম সত্য
@rangrajib.1486
@rangrajib.1486 10 ай бұрын
100% Right
@user-mh4zz2eb5s
@user-mh4zz2eb5s 4 ай бұрын
মৰিয়াই মাৰিব লাগে 😊
@pranjitchoudhury523
@pranjitchoudhury523 10 ай бұрын
অসম চৰকাৰক এটাই অনুৰোধ সেই দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনীক উচিত শাস্তি প্ৰদান কৰিব লাগে😠😠😠😠😠😠😠😠😠
@anjugogoi6536
@anjugogoi6536 10 ай бұрын
একো নকৰে ' জালি দৰবৰ কাৰবাৰ কৰে মামায়ে । ৰাইজ বুছিব হল এতিয়া । জাগক ৰাইজ জাগক ।
@user-jy4fg1xm7w
@user-jy4fg1xm7w 10 ай бұрын
hoi hoi 😡😡😡😡
@Himanshukakati9954
@Himanshukakati9954 10 ай бұрын
Kisuman doctor ,,nara s bilakor bebohar khub beya
@RekhaDeka-il5ez
@RekhaDeka-il5ez 10 ай бұрын
ጥሩ
@user-dh4yu6ot1s
@user-dh4yu6ot1s 10 ай бұрын
Right bhai 😠😠😠😠
@manashhazarika6769
@manashhazarika6769 10 ай бұрын
কেৱল ডক্টৰৰ ভুলৰ বাবে পৰিয়ালটোৱে কনমানি জনীক হেৰুৱালে । দুৰ্ভগীয়া পৰিয়ালটোক সমবেদন যাচিছোঁ আৰু কণমানি জনী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।
@ruprekhaborah7657
@ruprekhaborah7657 10 ай бұрын
মোৰ লৰা ক্ষেত্ৰতো একেই হল । সিহঁত চিকিৎসক নহয় মাকৰ বুকু উদঙ কৰা এজন এজন দানব । মোৰ লৰা বয়স ১৯ বছৰ ৫মাহ সিহঁতৰ ভূল উপদেশ বাবে জুন ১৬ তাৰিখে সি মোক এৰি বহুত দুৰলৈ গুচি গল । 😢😢😢😢
@pradipgogoi3182
@pradipgogoi3182 10 ай бұрын
বহুতো দুখ লাগিল। উচিত বিচাৰ হোৱা ভাল।
@kamalkalita338
@kamalkalita338 10 ай бұрын
ইশ্বানী কাশ্যবৰ আত্মাৰ শান্তি কামনা কৰিলো । ভগৱানে ইশ্বানীক তেওঁৰ চৰনত স্থান দিয়ক তাকে কামনা কৰিলো ।😭😭😭
@PrasantaChangmai-lx6wd
@PrasantaChangmai-lx6wd 9 ай бұрын
2:31 2:33
@umasankarchuri1905
@umasankarchuri1905 10 ай бұрын
চৰকাৰে উচ্চিত ব্যৱস্থা কৰে যেন তাকে অনুৰোধ কৰিছোঁ। বহুত দুখ লাগিলছে তাই আত্মাই স্বৰ্গ গামী হওঁক তাকে কামনা কৰিছোঁ
@binitaborgohain5688
@binitaborgohain5688 10 ай бұрын
Doctork ami vogoban buli bhabu teoluk tene nohoi 😂
@hemangasukia907
@hemangasukia907 10 ай бұрын
​@@binitaborgohain5688😅😢😢😅😅😅😅😢😢😅😅😅😊😅😅😅😅😅😅😅😅😅😢😅😅😅😅
@bnjn5135
@bnjn5135 10 ай бұрын
Bhagwanok nijor jagaat thakpa d dactorok danov buli koya
@bonitachetia5627
@bonitachetia5627 10 ай бұрын
বহুত দুখ লগা পৰিস্থিতি, কণমানি জনি হয়টো আজি জীয়াই থাকিল হয় যদি চিকিৎসক ভাল হ'ল হয়, চিকিৎসক সকলক আমি ভগৱান বুলি ভাবোঁ কিন্তু তেওঁ লোকে কিয় ইমান অৱহেলা কৰে,যদি তেওঁ লোকে সময়মতে মেডিচিন দিলে হয় কণমানি জনি আজি মাক দেউতাকৰ বুকুৰ মাজত থাকিল হয়, তুমি যতে আছা কুশলে থাকা মাইনা তোমাৰ আত্মাই চিৰশান্তি লাভ কৰে যেন 🙏🙏🙏🙏🙏😭😭😭
@himashreedeka8052
@himashreedeka8052 10 ай бұрын
Bhut dukh Lgise xoru suwali jni 🥺
@asthadutta9310
@asthadutta9310 2 ай бұрын
একমাত্ৰ চিকিৎসকৰ অসাৱধানৰ বাবে ছোৱালী জনীৰ মৃত্যু হল।। তাইৰ আত্মাই চিৰ শান্তি লাভ কৰক।সৰ্পদংশনৰ চিকিৎসক হিচাপে ডাঃসুৰজিত গিৰি sir ৰ নাম লব লাগিব।তেওঁৰ প্ৰচেষ্টা টেই বহুত সৰ্পদংশন কৰা ৰোগী সুস্থ হৈছে।।🙏🏼🙏🏼
@ArchanaBorah-vm7ed
@ArchanaBorah-vm7ed 4 ай бұрын
কথাখিনি শুনি বহুত দুখ লাগিল চৰম অবহেলাত কনমানী জনক হেৰুৱাই লগা হল ।। nurse aru doct 19:18 19:18 19:18 19:18 or উচিত শাস্তি 19:18
@pubalisaikia5352
@pubalisaikia5352 10 ай бұрын
এনেকুৱা Nurse ru doctor থকাতকৈ নথকাই ভাল সিহঁতৰ নিজৰ সন্তানৰ লগত হ'ব লাগে তেতিয়া গম পাব। কিমান অসহনীয়। ভগৱানৰ ওপৰত এৰি দিয়ক সময়ৰ লগে লগে সিহতিও পাব।
@aamarjibonbhumika8075
@aamarjibonbhumika8075 10 ай бұрын
বৰ দুখৰ বিষয় 😢😢😢ডাক্তৰ আৰু নাৰ্ছ বোৰৰ বাবে আজি ঈশানী হেৰুৱাই পেলালে 😢😢😢 ৰং চিকিৎসা কৰি ময়ো লৰা হেৰুৱাই পেলাইছো জন্মৰ ১৮ ঘন্টাৰ পিছত। কাপোৰে বান্ধি দিয়ে বেজি দিব লাগে। বান্ধ খোলা বাবে বিষে তাৰ প্ৰাণ ললে। উচিত বিচাৰ কৰক।
@fandisfooo7079
@fandisfooo7079 2 ай бұрын
Kapur bandhi rakhile beya bhari katibo loga habo pare....
@bitupachani9256
@bitupachani9256 10 ай бұрын
সিহতৰ বিহিত ব্যৱস্থা কৰিব লাগে😢😢🙏এনেকুৱা ডাক্টৰ ৰ্নাচ দৰকাৰ নাই সিহতি অকল পইছা হে চিনি পাই
@rehenabegum2190
@rehenabegum2190 10 ай бұрын
Bohut dukh lagil. Aallai dhorjyo diyok.
@nayandutta2495
@nayandutta2495 10 ай бұрын
বহুত এনেকুৱা ডক্তৰ নাৰ্ছ আছে এইবোৰক উচিত শাস্তি দিব লাগে
@nijamonikamanofficialvideo09
@nijamonikamanofficialvideo09 10 ай бұрын
বহুত দুখ লাগিল কথাটো শুনি😢 হয় দেই সন্তান হেৰুওৱা জনে বুজে যেন কিমান দুখ লাগে মাক - দেউতাক ৰ 😢
@shweta8056
@shweta8056 10 ай бұрын
নাৰ্চ আৰু ডক্তৰে নিজেই চিৰিয়াচলি নাচাই, ঘৰৰ মানুহে উত্তেজিত হৈ পৰি তেওঁ লোকক মাতি থকাটো স্বাভাবিক, কিন্তু তেতিয়া বিৰক্ত হৈ দেখুৱাই সিহঁতে। এইখিনি সচৰাচৰ দেখা দৃশ্য। এতিয়া এইখিনি দোষী ক শাস্তি দিয়ক এনেকৈ যাতে বাকীবোৰ চিধা হৈ যায়। হেৰ্' কাম কৰি প ইছা লৈছা, মানুহৰ জীৱন বচোৱাৰ দায়িত্ব লৈছা, তাতে আকৌ কিহৰ বিৰক্ত দেখুওৱা।আজি এই পৰিয়ালটোৱে এজনী সন্তান হেৰুৱালে, এইয়া কাৰ হেমাহিত। শাস্তি পাব ই লাগিব দোষী য়ে
@user-ws9gi5br3y
@user-ws9gi5br3y 10 ай бұрын
বহুত বহুত বহুত দুখ লাগিল মৰমলগা কণমানি জণীৰ অকাল মৃত্যুত ।।
@gameofgamer4058
@gameofgamer4058 10 ай бұрын
দানৱৰূপী ডাক্তৰ আৰু নাৰ্চ কেইজনক উচিত শাস্তি দিব লাগে। 😰🙏
@user-mh4zz2eb5s
@user-mh4zz2eb5s 4 ай бұрын
এনেকুৱা ডাক্তৰ আৰু নাৰ্চক মৰিয়াই মাৰিব লাগে এজনী কনমানিৰ জীৱন শেষ হয় গল সিহতৰ কাৰনে ইমান মৰম লগা ছোৱালীজনী বহুত দুখ লাগিল 😥😔😔😢
@ChandbanuBegum-sh3ky
@ChandbanuBegum-sh3ky Ай бұрын
Aàa
@niromaboruah143
@niromaboruah143 10 ай бұрын
বহুত দুখ লগা ঘটনা ভবিষ্যত এনেকুৱা নহওঁক আৰু 😢🙏
@nijudowarah7610
@nijudowarah7610 10 ай бұрын
বহুত দুখ লাগিল তেওঁৰ আত্মাই শান্তি পাওক
@user-ms3wq2cu1w
@user-ms3wq2cu1w 10 ай бұрын
সচাঁকৈ বহুত দুখ লগা কাঁহিনী 🥺God🙏
@YAA8818
@YAA8818 10 ай бұрын
বহুত দুখ পালো ডাক্তৰৰ ভুলৰ বাবে আজি দেৱশিখোতি হেৰাব লগা হ'ল
@fileb4327
@fileb4327 10 ай бұрын
Bht dukh lga ktha oooo vgbn 🙏🙏🙏
@saniabarman1600
@saniabarman1600 10 ай бұрын
বহুত দুখ লাগিল ঘটনাটো শুনি 😢
@user-bf7bk4uy5t
@user-bf7bk4uy5t 10 ай бұрын
বহুত দুখ লাগিল ডাক্তৰৰ কাৰণে মৰিল
@debajitrajkonwar1339
@debajitrajkonwar1339 10 ай бұрын
চৰকাৰে তেওঁলোকক উচিত শাস্তি দিব লাগে যাতে তাইৰ আত্মাই চিৰ শান্তি পায় 😭😭😭🙏🙏
@loficave-g9t
@loficave-g9t 10 ай бұрын
Full support korim ami apuna r lgt asu... Justice loi he arim... Jay shree ram🚩
@bitopankalita1102
@bitopankalita1102 6 ай бұрын
বৰ দুখ লাগিল 😭😭
@palashpratim2809
@palashpratim2809 10 ай бұрын
মোৰ সন্তানটিৰ ডাক্তৰ হোৱাৰ হেঁপাহ বৰ আছে , ম‌ই মোৰ ল'ৰাটোৰ এই হেঁপাহ নিশ্চয় পুৰণ কৰিম যি কোনো ত্যাগৰ বিনিময়ত , কিয় যানে? যাতে সি এজন সৎ, নিস্তাবান আৰু কঠোৰ পৰিশ্ৰমিক মানৱ হৈ দুখীয়া, নিচলা মানুহ বোৰক সি বিনামূলীয়া, সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ , নিজে দায়িত্বসহকাৰে নিজৰ দায়িত্ব লৈ ৰোগীৰ জীৱন বচোৱাৰ যাতে অপ্ৰাণ চেষ্টাৰ ক্ৰুতি যাতে নকৰে, ম‌ই এজন পিতৃ হিচাপে মোৰ মনৰ একমাত্ৰ ইচ্ছা আৰু আশা ইমানেই।মোৰ লক্ষ্য এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে থাকিব তাৰ ওপৰত ।
@Pratim_2024
@Pratim_2024 10 ай бұрын
বহুত ভাল ভাবিছে, মনোবল ৰাখিব সদায় ৷ ❤
@user-jm6ly8ip6k
@user-jm6ly8ip6k 10 ай бұрын
Tumar hepah vagabane Purna karakoram.
@kunjalatakalita4174
@kunjalatakalita4174 10 ай бұрын
বহুত দুখ লাগিল কণমানি জনীলৈ কবলৈ ভাষা নাই দোষীয়ে উচিত শাস্তি পাব লাগে।
@pallabivlogs426
@pallabivlogs426 10 ай бұрын
Bor dukh lagil 😢 vogoban ne bor kom dinor karone pithibi loi pothale 😢 আত্মাৰ শান্তিৰ কামনা কৰিলোঁ 🙏
@user-cl7xh8xv3h
@user-cl7xh8xv3h 10 ай бұрын
Bhut baya lagil ane korib nlagisill😢
@dipalisonowal2432
@dipalisonowal2432 10 ай бұрын
বহুত দুখ লাগিল ।
@nayanchannayaofficial7604
@nayanchannayaofficial7604 10 ай бұрын
বহুত দুখ লাগিল।চেয়াৰ কৰিছো।
@Mridula-pathak
@Mridula-pathak 10 ай бұрын
শুনিয়েই অস্থিৰ হৈ গৈছো,সিহঁতেও কেতিয়াবা এনে অৱস্থাৰ সন্মুখীন হ'লে গম পালে হয় সন্তানৰ এনে অৱস্থা হ'লে কেনে লাগে!!ভগৱানে সিহঁতক কেতিয়াও ক্ষমা নকৰে।
@bhairabideka2023
@bhairabideka2023 10 ай бұрын
কিছুমান নাৰ্ছ ডক্তৰৰ অবহেলাৰ কাৰণে আপোন মানুহ বিলাকক হেৰুৱাব লগা হয় 🥲🥲
@mukundaboruah4365
@mukundaboruah4365 10 ай бұрын
Dada bhut dukh lagil dei 😢😢😢😢😔😔😭
@paridevi6850
@paridevi6850 10 ай бұрын
Xuni bohut dokh lagil
@muzamilali7537
@muzamilali7537 10 ай бұрын
বৰ দুখ লাগিল from Tamil Nadu 😭😭😭😭
@SabitaThakuria-jz1px
@SabitaThakuria-jz1px Ай бұрын
বহুত বহুত দুখ লাগিল সেই সকল ডক্টৰ নাৰ্চৰ ব্যৱস্থা লব লাগে অতি সোনকালে বহুত মৰম লগা ছোৱালী আছিল বহুত দুখ লাগিল ভিডিও টো চাই
@monichakrobarty9776
@monichakrobarty9776 10 ай бұрын
ডাকতৰ নাৰ্চৰ অৱহেলাৰ বাবে কনমানি জনী হেৰাই লগা গ'ল 😢😢সিহঁতক শাস্তি দিব লাগে । ছোৱালী জনীক কৃষ্ণচুড়া সাপে খুটিছিল, কৃষ্ণচূড়া সাপে খুটিলে দুইঘণটা মান পিছত হে অৱস্থা বেয়া হয় ,তাৰ আগতে যদি ভাল চিকিৎসা কৰিলে হয় ,ভাল হ'ল হয় ।
@bornalibora2507
@bornalibora2507 10 ай бұрын
Dekhibole knkua baru sap dal ...
@RatulGayon
@RatulGayon Ай бұрын
ঘটনাটো শুনি বৰ দূখ লাগিল। এনেবোৰ ঘটনা পুণৰ নঘটিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
@dhrubajyoti3903
@dhrubajyoti3903 10 ай бұрын
Doctor nurse ক অলপ মানৱতাৰ শিক্ষা দিয়া উচিত
@Monumaina
@Monumaina 10 ай бұрын
Bor dukh lagil kandi pelalu dada😢😢😢karu nhouk enekua😢😢
@kandarpasarma7929
@kandarpasarma7929 10 ай бұрын
সাম্প্ৰতিক সময়ত কেৱল চিকিৎসা বিভাগতে নহয় বহু এনে বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ গাফিলতি দেখা পৰিলক্ষিত হৈছে | এনেকুৱা গাফিলতিৰ বাবে এনেকুৱা কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বাবে বেলেল বিকল্প নাই |
@ridipbora946
@ridipbora946 10 ай бұрын
ঘটনাটো শুনি বৰ দূখ লাগিল 😭😭😭
@UtpalRabha4T5
@UtpalRabha4T5 10 ай бұрын
❤️যোন ডাক্তৰ এ সেনেকুৱা কৰিছে তাহতক চাকৰিৰ পৰা ওলাই দিব লাগে মানে এনেকুৱা ডাক্তৰ ভাল কি কাম নকৰে tahar চoik সেনেকোৱা korile কেনেকুৱা লাগিব বা Next dactor কেইটাক বোহোত বিহুত dhnyabat জনাই চু দেই 👍 ভাল কি চোৱাৰ বাবে❤❤
@himajyotimazumdar1408
@himajyotimazumdar1408 Ай бұрын
ঠিকে আছে বুলি কোৱা নাৰ্ছ কেইজনীক উচিত শাস্তি দিব লাগে। ছোৱালী জেনীৰ আত্মাই স্বৰ্গত শান্তিৰে থাকক‌
@AssameseMaker1
@AssameseMaker1 10 ай бұрын
আপোনালোকে যদি গুৱাহাটী ৰাতিয়ে লৈ আহিলে হৈ খুব ভাল হল হয় তাত যিহেতু একো কৰাই নাছিল লৈ আহিব লাগিছিল 😢
@manashhazarika6769
@manashhazarika6769 10 ай бұрын
বৰ দুখ লাগিল দেই ।
@puspadhardowarah1932
@puspadhardowarah1932 10 ай бұрын
ডক্তৰৰ দোষতে মৰিল।
@bornaliborah7644
@bornaliborah7644 10 ай бұрын
বৰ দুখৰ লাগিল শুনি
@rupalichutia9534
@rupalichutia9534 10 ай бұрын
বহুত দুখলগা ঘটনা । দানৱৰূপী চিকিৎসকৰ সুচিকিৎসাৰ অভাৱতে কণমানিজনীৰ মৃত্যু হ'ল । চৰকাৰলৈ আমাৰ অনুৰুধ যাতে সকলো চিকিৎসালয়তে সকলো সময়তে প্ৰত্যেকে ভালদৰে চিকিৎসা পোৱাৰ বাবে গুৰুতৃ দিয়ে । শোকসন্তপ্ত পৰিয়ালটিলৈ আন্তৰিক সমবেদনা জনোৱাৰ লগতে উচিত ন্যায় পাওক তাৰেই কামনা কৰিলোঁ ।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 10 ай бұрын
বৰ দুখ জনক ঘটনা, উচিত তদন্ত কৰি দুখিক শাস্তি দিয়ক, সিহঁতৰ ওচৰত বেজী টো নাছিলে আচলতে,সাপে খোঁটা লোকক কি বেজী দিব লাগে সিহঁতে নাজানে নেকি
@mondirachangmai-xj6de
@mondirachangmai-xj6de 10 ай бұрын
সন্তান হেৰুৱাৰ বেদনা কেৱল মাক দেউতাকে হে জানে বহুত দুখ লগা কথা। কিছুমান নাছ ডাকতৰে ৰুগিক বহুত অবহেলা কৰে 😢😢😢😢
@MomiNath-t5j
@MomiNath-t5j 26 күн бұрын
Bor dukh lagil kothakhini huni. Doctor nars burok usit hasti dibo lage. Esani majoni tumi amar majoloi ako ahiba. Moyur da thank you. Hokolu kotha puhoroloi ona babe .
@_yummy_pie_
@_yummy_pie_ 10 ай бұрын
Taking the title doctor doesn't make you a doctor but treating people with or without this title is a real hero
@saratdas5193
@saratdas5193 10 ай бұрын
Paisa theek hai koi sa
@user-dw9xm6lu9l
@user-dw9xm6lu9l 10 ай бұрын
Bohut Dukh lagil swalijoni jote ase khukhole thakok
@arunimalahon-ld8rs
@arunimalahon-ld8rs 10 ай бұрын
বৰ দোষ লগা ঘটনা দোষীয় শাস্তি পায় যেন
@axomsudarshan5251
@axomsudarshan5251 10 ай бұрын
Anekua doctor nurse bur manuhor haritei pore ne dhikkar anekua doctork anekua doctork jiai jiai jolai dibo lage.. Bohut dukh lagil akonmani jonir karone bhogoban uddhar kora hokoluke🙏🙏 haye manobota
@user-ek4jg5nj8q
@user-ek4jg5nj8q 10 ай бұрын
Justice must be given for the family
@user-fz8my2cg6j
@user-fz8my2cg6j 17 күн бұрын
বহুত দুখ লাগিল উচিত বিচাৰ হব লগে
@anjuranjana3847
@anjuranjana3847 10 ай бұрын
ডক্টৰ জনক উচিত শাস্তি দিব লাগে , সেই বোৰ নকল কৰি পাছ কৰা ডক্টৰ
@kuldeephandique8527
@kuldeephandique8527 10 ай бұрын
Dewtake সত্য কথা কৈছে , কিন্তু ভগৱানে বহু সময় ও দিছিলে কিন্তু ডক্তৰ আৰু নাৰ্চ অৰ হেমাহিতে কণমানি জনি হেৰুৱাব লগীয়া হল যদি তেওঁ লোকে নোৱাৰে কিয় ৰেফাৰ, নকৰিলে , গতিকে হেই নাৰ্চ আৰু ডক্তৰ সকলে জীৱনক এটা খেলা বস্তু বুলি vabise নেকি , যদি নিজৰ সন্তান হোৱা হলে কি কৰিলে হেঁতেন গতিকে সন্তান নিজৰ আৰু লোকৰ বুলি কথা নাই সকলো জীৱৰ প্ৰতি মানৱতা বুধ জ্ঞান হব লগে
@user-jb7gf3tt3h
@user-jb7gf3tt3h 10 ай бұрын
বৰ দুখ লাগিল
@azaharahmed8663
@azaharahmed8663 10 ай бұрын
Bht baya lagil.... Usit xasti dib lage
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 21 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 6 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 41 МЛН
Rashlila || EP- 52 || 29-08-2024 ||
20:17
Rengoni TV
Рет қаралды 58 М.
আশা
24:40
DD ASSAM
Рет қаралды 446 М.
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 21 МЛН