চলিবলৈ হাতত টকা নাছিল😭

  Рет қаралды 206,441

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Created by:
Mustaq ahmed
...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Пікірлер: 325
@jatnarabha9323
@jatnarabha9323 2 ай бұрын
বহুত ভাল.লাগিল
@amritbhuyan8293
@amritbhuyan8293 3 ай бұрын
Xundor
@faizuddin4401
@faizuddin4401 4 ай бұрын
Ok
@user-ki1ih9bh1z
@user-ki1ih9bh1z 4 ай бұрын
Bahut bhal lagil
@DipaSonowal-ng7tf
@DipaSonowal-ng7tf Ай бұрын
Bahut, bhal,lagit
@shemimahmedssiddiki9003
@shemimahmedssiddiki9003 9 ай бұрын
Khokoloke bohut dhonnybd,, iman morom dia babe, comments bur pohri moi bohut khahokh paisu❤❤
@nimnitamahanta7390
@nimnitamahanta7390 4 ай бұрын
Bohut bhal lagil mam
@rupaliborahrosemajuli1507
@rupaliborahrosemajuli1507 9 ай бұрын
*তথাকথিত* চেলিব্রেটী সকলৰ পিছত নদৌৰি সাধাৰণ মানুহক মনৰ কথাবোৰ কবলৈ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। সাধাৰণ মানুহ খিনিৰ কথা বোৰে হৃদয় চুই গৈছে
@lilykhanikar8323
@lilykhanikar8323 9 ай бұрын
Val u lagil dukhu lagil
@anjumoniburagohain9858
@anjumoniburagohain9858 9 ай бұрын
@monalishasaikiakakoty2049
@monalishasaikiakakoty2049 4 ай бұрын
Khub hundor ❤
@monjulahazarikadas8802
@monjulahazarikadas8802 4 ай бұрын
Thanks.
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq 17 күн бұрын
তোমালোক দুয়োজনীৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে , এই কথা খিনি শুনি ভালো লাগিছে দুখো লাগিছে 🥹হৃদয়খন চুই গল মোৰ, প্ৰত্যেকজন দেউতাকৰে ছোৱালী লৈ মৰম শ্নেহ বেছি , ছোৱালী য়েহে বুজি পায়।
@anuradhadas4156
@anuradhadas4156 4 ай бұрын
বহু ত ভাল লাগিল ❤
@AnkitaSarania
@AnkitaSarania 5 ай бұрын
Hoi baa
@madhuphukan1718
@madhuphukan1718 9 ай бұрын
আপুনি সাধাৰণ মানুহৰ খিনি সুখ দুখ প্ৰকাশ কৰিবলৈ এনেকুৱা এখন মঞ্চ দিছে ধন্যবাদ
@AnkitaSarania
@AnkitaSarania 5 ай бұрын
Xosake baa ❤
@pragyanjm
@pragyanjm 9 ай бұрын
আপোনাক বহুত ধন্যবাদ। সাধাৰণ মানুহ খিনিক এখন ধুনীয়া মঞ্চ দিয়া বাবে
@janmonis
@janmonis 4 ай бұрын
❤❤❤
@BIPULGOGOI
@BIPULGOGOI 9 ай бұрын
Very good ❤❤❤❤
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 3 ай бұрын
Verynice
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 3 ай бұрын
Nice
@dipalioja2829
@dipalioja2829 2 ай бұрын
❤❤
@anupkrdas6798
@anupkrdas6798 9 ай бұрын
দুয়োগৰাকীকে শুভেচ্ছা জনালো । দুয়োগৰাকীৰ প্ৰগ্ৰেম খিনি চাই ৰাইজে ভাল পাইছে । আৰু আগলৈ আগবাঢ়ি যোৱা সেইয়াই আমাৰ তোমালোকলৈ আৰ্শীবাদ থাকিল ।
@user-vg3pf7fj8w
@user-vg3pf7fj8w 3 ай бұрын
Tumalok duyojani video xadai saw val lage katha bur xuni.thankyou.
@arjubegum3104
@arjubegum3104 9 ай бұрын
দুইও গৰাকী মোৰ খুব প্ৰিয়। আগুৱাই যোৱা 💐💐
@BedashreeBorah-nx2hh
@BedashreeBorah-nx2hh 6 ай бұрын
❤nice
@janulahon9911
@janulahon9911 9 ай бұрын
Bohut val lagil .himashree aru semim duyu gorakiyei val Kam kori ase.❤❤
@geetuboro7716
@geetuboro7716 9 ай бұрын
Shemim baa apunakhe dekhisilu bohutor e interview lowa kintu Ulutai apunare interview dekhi val lagil. Apuni Himasree r interview lobo soon .
@bijumedhi1935
@bijumedhi1935 9 ай бұрын
খুব ভাল লাগিল চাই, এনেকৈৱে দুয়োজনী আগবাঢ়ি যোৱা
@swapnalitalukdar69
@swapnalitalukdar69 9 ай бұрын
দুয়ো গৰাকীলৈ মৰম আৰু শুভেচ্ছা যাছিলোঁ🌹🌹❤❤
@nirmalibarman3863
@nirmalibarman3863 9 ай бұрын
Ai episodto bhut val lagil chemimokto moi khub val pau
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 9 ай бұрын
Very much enjoyable interview _sincere thanks for both of u _go ahead plz with a positive mind _wish u a brighter tomorrow ........
@poliboruah3817
@poliboruah3817 9 ай бұрын
Mur dewta dhukuwa 13 years hol ajiw dewta loi mnt pore hodai mnt pore rati puwa godhuli khawate huwte hklu timet dewta loi mnt pore mur dukh hoise krne sage dewta k hopunot dekhu moi obhab puwatu nibisare ji bisaru take diy but biya huwer psr porai husband a bht dukh ksto dise ovb dise bht kandu dewta loi mnt pori ki Korim tnk thakibo lagibo suwali jibontu ai anekuwa semim ba apuni dukh nkribo God ase apuner lgt hodai .
@promilalagashu3610
@promilalagashu3610 Ай бұрын
Muru 2gorakike bohut val lage.
@SwapnaDevi-i5s
@SwapnaDevi-i5s Ай бұрын
চেমিমক বৰ ভাল পাও ।সময় পালে প্ৰায় vdo বোৰ ঢাও ।আৰু হীমাশ্ৰীকো বৰ মৰম লাগে ।আগুৱাই যোৱা ।শুভেচ্ছা থাকিল ।
@dikhowporiyagavoru9839
@dikhowporiyagavoru9839 9 ай бұрын
শ্বেমিম বা'ক কান্দা দেখা নাছিলো আজিলৈকে।।যেতিয়া বা'ৰ ইন্টাৰভিউ চাওঁ সদায় হাঁহি থাকে।।বেয়া লাগে কান্দিলে..
@KalpanaSaloi-lw9ry
@KalpanaSaloi-lw9ry 8 ай бұрын
্দুয়োজনী মোৰ মৰমৰ ❤❤❤
@pradipbezbaruah5786
@pradipbezbaruah5786 9 ай бұрын
Shemim go ahead, don't look to back. You are very talented. Nice
@FarbinSultana-sq7lg
@FarbinSultana-sq7lg 9 ай бұрын
Ata val tumaluk o bigg boss lover moi o bigg boss lover
@pranitaphukan9197
@pranitaphukan9197 9 ай бұрын
Tumalukar kathbur huni bahut bhal lagise.aguai jua . God bless you
@vestigehealthiswellth5246
@vestigehealthiswellth5246 4 ай бұрын
Bhout valgia videotu Sai thank you so much both of you Godbless ❤❤
@user-jv4qh8xs2m
@user-jv4qh8xs2m 9 ай бұрын
Semim and the interviur you go on with positive energy, god bless you
@KAVITAKUMARI-lr2ql
@KAVITAKUMARI-lr2ql 4 ай бұрын
😢
@kalpanachoudhury3973
@kalpanachoudhury3973 9 ай бұрын
বৰ সুন্দৰ লাগিল দুয়োকে ❤❤
@123janmoni
@123janmoni 9 ай бұрын
তোমাৰ video বোৰ চাই বহুত ভাল লাগে। তোমাৰ কথা বোৰ ও মোৰ খুব ভাল লাগে।
@papuboruah7406
@papuboruah7406 4 ай бұрын
ভাল লাগিল আৰু আগুৱাই যাবলৈ আশিবাদ কৰিছো
@junugogoi4458
@junugogoi4458 9 ай бұрын
দুয়ো গৰাকীলৈ বহুত শুভেচ্ছা আৰু মৰম জনালেো❤❤
@pranpratimbordoloi397
@pranpratimbordoloi397 9 ай бұрын
বৰ সুন্দৰ অনুষ্ঠান ৷ মন্ত্ৰমুগ্ধকৰ ৷ চেমিম আহমেদ চিদ্দিকিৰ সা্ক্ষাৎ গ্ৰহণ সমূহো তেখেতৰ চেনেলত প্ৰায়েই চোৱা হয় ৷ দেউতাকৰ প্ৰতি থকা তেখেতৰ আৱেগবোৰ পিতাকৰ আশীৰ্বাদ হৈ ঘুৰি আহি জীৱনত আগুৱাই নিয়ক ৷ মই জনাত চেমিম শব্দটোৰ অৰ্থ সুগন্ধি ৷ পৰিশ্ৰমেৰে কৰা তেখেতৰ সুন্দৰ কামবোৰ সুগন্ধিৰ দৰেই দুৰ- সুদুৰলৈকে বিয়পি পৰক ৷ সদায় ভালে থাকক 🙏
@pranitac2803
@pranitac2803 14 күн бұрын
22 march
@AbhigyanBaruah-hg4op
@AbhigyanBaruah-hg4op Ай бұрын
❤❤❤হিমাশ্ৰী ভণ্টি আৰু চেমিম বান্ধবী তোমালোক দুয়ু গৰাকীয়েই মোৰ বহুত প্ৰিয়
@riturajkalita2767
@riturajkalita2767 9 ай бұрын
দুয়ো গৰাকী লৈ আন্তৰিক শুভেচ্ছা তথা বহুত বহুত মৰম যাচিলোঁ। লগতেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@janulahon9911
@janulahon9911 9 ай бұрын
দুয়ো গৰাকীলৈ আন্তৰিক অভিনন্দন থাকিল ।শুভাশীষ দিলো আৰু আগবাঢ়ি যোৱা।
@user-uv8qp3tp4n
@user-uv8qp3tp4n 5 ай бұрын
Dukh. Nakriba. Sisterjanma. Mrtu. Bibah. Saorebabe 13:50
@rashiskitchen6555
@rashiskitchen6555 9 ай бұрын
Bohut bhal lagil
@bitaboruah9736
@bitaboruah9736 3 ай бұрын
বহুত ভাল লাগিল । দুই গৰাকী মোৰ বৰ প্রিয় । দুই গৰাকীৰ ভিডিও বোৰ মই চাওঁ ।
@krishnakhound6354
@krishnakhound6354 9 ай бұрын
চকুপানী ওলাই গল দেউতা মাৰ সমান কোনোৱেই হব নোৱাৰে.
@Kunja428
@Kunja428 9 ай бұрын
বহুত ভাল লাগিলে ❤❤ দুয়োকে দেখিবলৈ পাই❤❤❤
@Arzu029
@Arzu029 9 ай бұрын
Humanity is above religion ! Assamese society and culture is always rich and will remain forever ! Good presentation !
@kalyaniborah6550
@kalyaniborah6550 9 ай бұрын
বহুত ভাল লাগিল ।
@dilipchandradas2292
@dilipchandradas2292 9 ай бұрын
তোমালোক দুয়োকে জীৱনৰ বাটত আৰু আগবাঢ়ি যাবলৈ শুভকামনা আৰু আশীৰ্বাদ কৰিলোঁ। অসমীয়া ছোৱালী হিচাবে তোমালোকক লৈ গৌৰৱ অনুভৱ কৰোঁ।
@RinkiBoruah-pz3qu
@RinkiBoruah-pz3qu 9 ай бұрын
ভাল লাগিল দুয়োগৰাকীকে। আৰু ভাল ভাল কাম কৰি যোৱা।
@moviecrime3160
@moviecrime3160 9 ай бұрын
Bhut thanks 2 janik
@kiransaikia6211
@kiransaikia6211 8 ай бұрын
bohut hundor hoise.aagoloi juwa
@mayurikalita4166
@mayurikalita4166 9 ай бұрын
Dhukh lgil gl shemim ba kanda dakhi 2ma ru shemim ba interview sai bht vl lge❤
@runubarman3428
@runubarman3428 3 ай бұрын
Semim tumar personality bht vl lagil . from mukalmua
@yourvedio7293
@yourvedio7293 9 ай бұрын
Sometimes you have to pay
@manjubarman1855
@manjubarman1855 9 ай бұрын
ভাল লাগিল দুয়ো আগুৱাই যোৱা।❤
@user-hb3eu3oe6j
@user-hb3eu3oe6j 9 ай бұрын
হিমাশ্ৰী বাৰ প্ৰতেকটো ভিদিঅ ভাল লাগে।কিন্ত আজিৰ ভিদিঅ টো মোৰ আটাইতকৈ ভাল লাগিল।কাৰন আজি তুমি চেমিম আহমেদ বাৰ ইনটাৰভিও লৈছে। দুজনীয়ে একে কাম‌ কৰি আছে❤❤।
@bijayanandaneog73
@bijayanandaneog73 9 ай бұрын
Khub vall lagil semim
@BarnilAssam
@BarnilAssam 9 ай бұрын
বহুত ভাল লাগিল ❤❤❤
@kanaklatadas3088
@kanaklatadas3088 8 ай бұрын
God bless you. ❤❤❤
@jeenaskitchenandvlogs768
@jeenaskitchenandvlogs768 9 ай бұрын
Val lagil❤
@horizonx6180
@horizonx6180 9 ай бұрын
দুই গৰাকী ভিডিও চাই ভাল লাগে সাধাৰণ মানুহৰ মন কথা বিলাক জানিবলৈ চেষ্টা কৰিবা❤❤❤❤
@herambanath1697
@herambanath1697 9 ай бұрын
Bahut bhal kotha kola thanks
@kakalidas7450
@kakalidas7450 9 ай бұрын
এইটো সচাঁ কথা, ধৰ্ম ৰাজনীতিত থাকে
@KulenGogoi
@KulenGogoi 4 ай бұрын
বা নহয় বাইদেউ হে ।
@semimasiddiqua3031
@semimasiddiqua3031 9 ай бұрын
Hundor kotha kotha koisa Semim,je hindu muslim okol rajnitee t he sole
@harnathkakati4230
@harnathkakati4230 5 ай бұрын
Excellent interview❤
@monjuboruah894
@monjuboruah894 9 ай бұрын
Shemmim aru himashree tumalukoloi bohut morom pathalu . Tumalukor video hodai sau Agbarhi jua ei kamonarei ❤❤
@AsmaBegum-ql8og
@AsmaBegum-ql8og 9 ай бұрын
Loved both of you from Baihata Chariali
@biswajitsonowalbiswajitson8167
@biswajitsonowalbiswajitson8167 9 ай бұрын
😊😊😊😊
@nabamallika23
@nabamallika23 9 ай бұрын
Val lagil .
@KAVITAKUMARI-lr2ql
@KAVITAKUMARI-lr2ql 4 ай бұрын
sokupani ulai goise muru🥲
@RashmiRekha-jw2rd
@RashmiRekha-jw2rd Ай бұрын
Nijor abbar dore ako hobo nuware baity mur abba o 2019 amak ari goise 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@barnalihazorika6861
@barnalihazorika6861 9 ай бұрын
Semim bar kothabur huni imman val lage ❤❤❤
@murchanaswargiary3173
@murchanaswargiary3173 9 ай бұрын
Hosake bohut vaal lage tumar channal tu karon tumi hadharon manuh khinik monor kotha khuli koboloi ata jaga dis😍
@ronjitborah1997
@ronjitborah1997 9 ай бұрын
Duijonie simple and smart,vodro aru open herted
@NarjeeBegum-sk8vf
@NarjeeBegum-sk8vf 9 ай бұрын
Duyugarakike val lage
@manuwarahazarika3020
@manuwarahazarika3020 8 ай бұрын
Shemim,tumar intarviewe to bor val lagil.kaam Kori jua ru val hobo. khumalutona bur korok , gothan mulok hobo lage.dukh dayok hobo nalage..2gorakiloi bohut besi Duwa thakil.🤲🤲.
@jayantibg5041
@jayantibg5041 9 ай бұрын
Shemim tume val kotha kola.
@NajiraParbin-yy5vq
@NajiraParbin-yy5vq 9 ай бұрын
Bhut vl lagie video to sai 👍👌 moi semim baak bhut vl pao aro ❤
@tradingisabusines
@tradingisabusines 9 ай бұрын
Bea nupua jodi ata kotha kou 2mi hantona dibo nijana khali aku nai, nhy janu koi asa so pls olop feelings r lgt kotha milai koba
@yodas8646
@yodas8646 8 ай бұрын
5:06 5:11 😢😢🎉🎉
@ushasvlog2239
@ushasvlog2239 8 ай бұрын
Right
@mostakindian3723
@mostakindian3723 8 күн бұрын
Himashree e eku nai eku nai koi Shamim ok easy koribo bisarise.. Nohole shamim besi emotional hoi gol hoi.
@Akash-oh2hk
@Akash-oh2hk 9 ай бұрын
সুন্দৰলাগিল দুয়োগৰা কীকে❤
@mamonigogoi8199
@mamonigogoi8199 9 ай бұрын
দুই গৰাকীক একেলগে দেখি ভাল লাগিল। দুয়োগৰাকীকে আৰ্শীবাদ কৰিছো আগোৱাই যোৱা।
@user-tl7hl1mn2t
@user-tl7hl1mn2t Ай бұрын
মই মুছলিম হোৱাৰ কাৰণে এই কথা ষাৰ আপোনাৰ ষ্টেজত কোনে লিখিছিল? আপোনাক মই ভালকৈ জানো। মানুহ নামেৰে এবিধ জাতি আছে যাক জীৱ শ্ৰেষ্ঠ বোলা হয়। ইমানেই। মানুহৰ মাজত কোনো জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য নাই। এই বোৰ নৰধম এবিধ মানুহৰ কাম। মানুহৰ জীৱিত দেহাবিলাকৰ ভিতৰত জীৱ বা জীৱাত্মা বা চেতনা বা আত্মা বা ব্ৰহ্ম নামৰ চিৰস্বাশত অদূশ্য নিৰাকাৰ নিবিকাৰ অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় কল্পনা তীৰত কালৰ অতীত চৈতন্য সনাতন সবাৰোউদ্ধত সেই আত্মা টো থাকে। যাৰ জাতি ধৰ্ম বৰ্ণ লিঙ্গ বুলি কথা নাই। জীৱ বা আত্মাৰ হিন্দু মুছলমান খূষ্টান অসমীয়া বঙালী হিন্দী ইংৰাজী বঙালী ভাষাৰ মতা মাইকী আদি জীৱৰ বৈষম্য ক'ত দেখিলে। হাতীৰ আৰু মাখীৰ সমান জীৱ। জগত খনত বেছি ভাগ আত্ম বোধ আত্ম উপলব্ধি আৰু মানৱীয় প্ৰমূল্যবোধ বুজি নোপোৱা অসভ্য মানুহৰ কাম। নাম জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা একে বাৰে তলৰ খাপৰ অজ্ঞানতা আন্ধাৰত থকা মানুহ নামেৰে এক শ্ৰেণীৰ পশুৰ কাম। দুই জনী কে‌ জানো। মই ও শিল্পী অভিনেতা জীৱন নাটৰ। কান্দি কান্দি থকা মানুহক হহোৱাব জানো। কাৰণ সকলো ৰে আত্মা একেই। লিঙ্গ নাই জাতি ধৰ্ম বৰ্ণ নাই। মানে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে নিগূন নিষ্কাম স্বাৰ্থ হীন সৎ ভাৱনাৰে সকলো জীৱ কেই শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ প্ৰকাশেৰে সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৌগোলিক ঐতিহাসিক কলা সাহিত্য শিল্প বাণিজ্য সকলো বৈষম্যতাবাদ পৰিত্যাগ কৰি সত্য শৌচ ক্ষমা দয়া মহানতাৰে জগতৰ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱৰ মঙ্গল কামনাৰে আগবাঢ়ি যাবলৈ শিকিব লাগিব। হিন্দু মুছলমান খূষ্টান অসমীয়া বঙালী হিন্দী ইংৰাজী আদি জাতি ও নাই ভাষা ও নাই ম ই দেখুন ১৮টা ভাষা যেনে তেনে জানো। বাংলা দেশেৰ থেকে চিঠি আহে। মানুহৰ জীৱ সব একে সৰু বৰ মতা মাইকী নাই। প্ৰথম সকলো মানুহ হ'বলৈ শিকক। ধনী মানি জ্ঞানী পিছত হ'ব। মই অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ মানুহৰ লগত বিভিন্ন দিশত চিনি পাওঁ মোক কোনেও নাপায়।পৰিচয় দিয়াত নাই। সময়ৰ কাম সময়ে কৰি যাব। ধন্যবাদ প্ৰদীপ গগৈ গুৱাহাটী।
@DebapriyaDeb-sm8he
@DebapriyaDeb-sm8he 9 ай бұрын
Semi tumak moy full support kori su hindu muslim okol Raj niti beleg aru eku nai 100%tumaloko support korim good job keep it up go ahead
@bijumoni9485
@bijumoni9485 9 ай бұрын
Apunaluk duyugorakir video hodai sau, semimor mukhot hodai hahi thake val lage❤
@renuborah8910
@renuborah8910 9 ай бұрын
Semim bhonti tumar vidio moi regular saw bohut val lage tumi daily mekhela sador pindhiba bohut val lage aguai jua gog bless you
@shikhasgallery2716
@shikhasgallery2716 9 ай бұрын
ৰাজতিলক বা ইতিহাস থিয়েটাৰ হ'ব।
@manibankalitanath3648
@manibankalitanath3648 9 ай бұрын
খুবেই ভাল লাগিছে আজিৰ ভিডিঅ টো । খুবেই ষ্ট্ৰং দুজনী ইউটিউবাৰৰ বাৰ্তালাপ। চেমিম খুবেই মৰম লগা , কথাবোৰ কোমলকৈ কোৱা সচাকৈ মৰমলগা ছোৱালী । ঠিক তেনেদৰে হিমাশ্ৰী । দুজনী লৈ অফুৰন্ত মৰম আৰু শুভেচ্ছা সদায় আছে । দুইজনীয়ে সুন্দৰ কামেৰে আগবাঢ়িছা আগুৱাই যোৱা ।
@anjumaassameserecepie
@anjumaassameserecepie 9 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ love you so much My dear sister ❤️
@S.M.8439
@S.M.8439 Ай бұрын
বিভিন্ন ৰেঙ্কৰ মানুহক মাতি সাক্ষাৎকাৰ লবছোন।
When you discover a family secret
00:59
im_siowei
Рет қаралды 22 МЛН
HOW TO MANIFEST MONEY ABUNDANCE AND GOOD HEALTH IN 7 DAYS|| TRY THIS NOW|| SECRETS OPENED UP||
59:34
জীৱনৰ সকলো সপোন পূৰণ কৰিব পৰা এটা মেজিক😵😵
55:34
هذه الحلوى قد تقتلني 😱🍬
0:22
Cool Tool SHORTS Arabic
Рет қаралды 54 МЛН
Кошкокрад и дядя #юмор #рекомендации #приколы
0:11
Ảo ma canada
0:18
Tiểu Hòa Thượng Vô Ngã
Рет қаралды 31 МЛН
Made a mess 😂🤣 #funny #couples
0:17
Alisa dzmen
Рет қаралды 9 МЛН
【斗罗大陆】小舞为什么要假装怀孕呢? #斗罗大陆#小舞
0:47
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
0:21
Паша Осадчий
Рет қаралды 1,9 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 245 М.