Рет қаралды 157,606
চৰাইদেউৰ সাপেখাতিৰ দেবেন কাকতি আৰু তেওঁৰ পত্নীৰ জীৱন সংগ্ৰামৰ কাহিনী Uparjan
uparjan: 9101735732
জীৱন তেওঁলোকৰ বাবে সহজ নাছিল ৷
এজনে যদি পথত শ্ৰমিক হিচাবে কাম কৰিছিল , তেন্তে এগৰাকীয়ে ঘৰে ঘৰে কৰিছিল হাজিৰা
বিয়াত বহাৰ পাছৰে পৰা এই দম্পতীয়ে নিজৰ ভাগ্য সলনি কৰিবলৈ দিন ৰাতি কষ্ট কৰিছিল
আৰু এতিয়া এওঁলোক কোটি টকাৰ ব্যৱসায়ৰ গৰাকী