Рет қаралды 112,810
#বিজ্ঞানসন্মত_ছাগলীপালন: #এক_লাভজনক_ব্যৱসায়
উন্নত প্ৰজাতিৰ ছাগলী ফাৰ্ম গুৱাহাটীত | ছাগলী ফাৰ্মৰ বাবেই Loan কেনেকৈ লব | বিজ্ঞানসন্মত ছাগলীপালন
ইক’ভেলী এগ্ৰ’টেক এণ্ড ফাৰ্মৰ বিষয়ে
যোৱা তিনি বছৰে আমাৰ ইক’ভেলী এগ্ৰ’টেক এণ্ড ফাৰ্মে ছাগলী পালন তথা সংযোগী (allied) ক্ৰিয়া-কলাপৰে জড়িত হৈ আহিছে। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ মাননীয় অধ্যক্ষ #মনোজ_শইকীয়া ডাঙৰীয়া আৰু নিগমটোৰ সন্মানীয় বিষয়া-বৰ্গৰ সু দিহা-পৰামৰ্শক সাৰোগত কৰি আমাৰ ফাৰ্মখনে কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ফাৰ্মখনত উৎপাদিত পোৱালী সমূহ ছাগলীপালক আৰু আত্ম-সহায়ক গোটসমূহে ক্ৰয় কৰি আহিছে। এই পালকসকলৰ লাভা-লাভ সুনিশ্চিত কৰিবলৈ আমাৰ আছে ‘#BuyBack_Policy’। যাৰ জৰিয়তে মধ্যভোগীৰ হাঁতোৰা নোহোৱা কৰি পালকসকলে পালন কৰা ছাগলীসমূহ ফাৰ্মখনেই ক্ৰয় কৰে। ইয়াৰ বিনিময়ত পালকসকলক উচিত মূল্য প্ৰদান কৰি অহা হৈছে। উল্লেখযোগ্য যে যোৰহাটত আমাৰ #বিজ্ঞানসন্মত_আধুনিক_কচাইখানা থকাৰ পৰিপ্ৰেক্ষিততে প্ৰতিদিনে ৮০ ৰ পৰা ১০০ টা ছাগলী আমাৰ প্ৰয়োজন। বৰ্ধিত পৰিমাণৰ ছাগলীৰ চাহিদা পূৰণ কৰিবলৈকে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰদ্বাৰা পালকসকলেও সফলতাৰ মুখ দেখাৰ লগতে মধ্যভোগীৰ দৌৰাত্ম্য ৰোধ হোৱাত তেওঁলোকৰ অধিক সুবিধা হৈছে।
➡️ উন্নত জাতৰ ছাগলীৰ বাবে যোগাযোগ কৰিব পাৰে :
📲 9864207123 📲 9435090515
আমাৰ সেৱা সমূহ :
--------------------------
👉 অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা বিজ্ঞানসন্মত ছাগলী পালনৰ বিনামুলীয়া প্ৰশিক্ষণ সেৱা উপলব্ধ।
👉 বিভিন্ন চৰকাৰী আঁচনিৰ তথ্য উপলব্ধ ।
👉 বেংক লোণৰ কাৰণে প্ৰয়োজনীয় প্ৰজেক্ট প্ৰস্তুতকৰণ।
👉 বিজ্ঞানসন্মত ফাৰ্ম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উচ্চিত মূল্যত যোগান ধৰা হয়।
👉 ছাগলীৰ বাবে উপযোগী ঘাঁহৰ সঁচ, ছাগলীৰ সুষম আহাৰ আৰু Herbal Food Supplements উপলব্ধ।
👉 ৰাজ্যৰ ভিন্ন স্থানলৈ ছাগলী সৰবৰাহৰ সূচল ব্যৱস্থা উপলব্ধ।
ঠিকনা ১: পাঞ্জাবাৰী, গুৱাহাটী। শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সমীপত।
ঠিকনা ২: কৰঙা হাতিবৰুৱা টোল, যোৰহাট - ৮
Assam farmer whats app group
chat.whatsapp.com/LT2vFXvy71j...
#goatfarmingloaninassam
#howtoapplygoatfarmingloan
#agricultureloan
#Atul Bora #অতুল বৰা
#assamlivestock
#ManojSaikia #মনোজ শইকীয়া
#DipaleeDevi
#PurnanandaKonwar
#NilambarThakuria
#EcoValleyAgrotechFarms
#Axomsarathiকৃষকৰ বন্ধু
#AlpcoGuwahati
#AnimalHusbandryandVeterinaryDepartment, #Assam #FarmLife
#Goat #Beetal #Sirohi #BlackBengal #Gujri
#Barbari #Totapari #AHG #GoatFarm #GoatFeed #NABARD
#NABARDloansubsidy