No video

চৰকাৰী কূটা এডালো নালাগে, লিখি দিলে পঞ্চায়তত ! কিন্তু কিয়?

  Рет қаралды 456,420

Asom Live 24 Digital

Asom Live 24 Digital

Күн бұрын

চৰকাৰী কূটা এডালো নালাগে
লিখি দিলে পঞ্চায়তত
কিন্তু কিয়?
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews

Пікірлер: 1 100
@davidgamer1133
@davidgamer1133 2 жыл бұрын
ইউটিউবাৰ ডিম্পু বৰুৱাইহে এই পৰিয়ালটোক‌ প্ৰথম বিচাৰি উলিয়াইছিল । সেয়েহে তেওঁলৈ শত শত ধন্যবাদ ।
@mridusmitagogoi5903
@mridusmitagogoi5903 2 жыл бұрын
Nohoi taar agote news channel atai dekhaisile.moi channel naam tu pahorisu.
@JIRI138
@JIRI138 2 жыл бұрын
ঠিক... নিউজ চেনেল এটাই আগতে দেখাইছিল
@davidgamer1133
@davidgamer1133 2 жыл бұрын
হয় নেকি । তেতিয়া হ'লে সেই চেনেলটো ধন্যবাদৰ পাত্ৰ । জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ ।
@jaansaikia9308
@jaansaikia9308 2 жыл бұрын
Nahoi Broo Ayar Agoteo vedio paisu news cnl atar Atiya Dimpu juwa dekhi gol....Aru jabo...sai thakaaa
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@moinabora3452
@moinabora3452 2 жыл бұрын
আপোনালোক আগত জাব লাগিছিলে।মন্ত্ৰী বিধায়কৰ আগত জাব পাৰে। আপোনালোকক ধন্যবাদ নিদো ধন্যবাদ দিম দিম্পো দাদাক।I love dimpu dada
@akhilsarma4070
@akhilsarma4070 2 жыл бұрын
বানান ভুল
@abhijit9387
@abhijit9387 2 жыл бұрын
banan vul hoise kintu kotha tu thik koisa
@chandramili1607
@chandramili1607 2 жыл бұрын
Oy
@cjcreations9037
@cjcreations9037 2 жыл бұрын
@@akhilsarma4070 thote banan r pisote lagi thak
@debajitzgVlog
@debajitzgVlog 2 жыл бұрын
মন্ত্ৰী বিধায়ক কাৰো সাহাৰ্য়্য নলয় তেওঁ
@satyendradeka6343
@satyendradeka6343 2 жыл бұрын
সহানুভুতি নিবিচৰা আত্ম সন্মান থকা মানুহ! চৰকাৰে কিবা সংস্থাপনৰ দিহা কৰক। ছোৱালীজনীৰ ভৱিয্যতৰ কথা চিন্তা কৰি! দিম্পু ধন্যবাদৰ পাত্ৰ পৰিয়ালটোৰ কথা অসমবাসীৰ লগতে ৰজা ঘৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে
@puronpayeng7151
@puronpayeng7151 2 жыл бұрын
তেখেতৰ মন শান্তি , পৰিয়াল শান্তি আৰু যি আছে তাকে লৈ সুখী । সুন্দৰ ,অতি সুন্দৰ ।
@harichandraboro8527
@harichandraboro8527 2 жыл бұрын
হয় ।
@assamesefilmfactory1452
@assamesefilmfactory1452 2 жыл бұрын
But he Spoil his Daughter life . Jetia Teu edin mitru hbo ne tetia swli Joni ki kri khbo
@terimeri3487
@terimeri3487 2 жыл бұрын
বাল সুখী
@puronpayeng7151
@puronpayeng7151 2 жыл бұрын
শৰ্মা চাৰ এ নিজে কৈছে ছোৱালীজনীক কিয় নপঢ়ালো ; তাইৰ কিছু হাতৰ বিদ্যা আছে আৰু মহাত্মা গান্ধীৰ দৰে নিজেই কাপোৰ বই , নিজে চিলা ই পিন্ধিছে , তথাপিও তাইক স্কুল কলেজ লৈকে পঢ়া ব লাগিছিল , কাৰণ কিছু G.K / O.K পালেহেতেন , বীৰবল এ ঠিকেই কৈছিল ভগৱানে যি কৰিলে ভালেই কৰিলে ।
@assamesefilmfactory1452
@assamesefilmfactory1452 2 жыл бұрын
@@puronpayeng7151 thts the matter bro . আজি কালি মহাত্মা গান্ধী দিন নাই আৰু। বৰ্তমান সময়ৰ লগত মিলিবলে Education tu bhut important... Maaa bapaek dhukua past Tai eitu kam kri kmn din khbo .
@seemashree7812
@seemashree7812 2 жыл бұрын
এইবোৰ যোগ্য মানু্হ যে এখেত সকলে নাপাই ।। Grace mark লৈ competative exam পাছ কৰা বোৰেহে চাকৰি পায় । লাজেই লাগে। কিন্তু ছোৱালী জনীক অলপ শিক্ষা দিব লাগিছিল । অন্ততঃ তাইৰ নিজৰ কাৰণে
@khabriman18
@khabriman18 2 жыл бұрын
Grace mark Matric ba High secondary exam t thke taku jar extra curricular activities thake xhihoti pai. Nojana k aku ulta fulta kotha nokobo sun. Aji kali grace mark gol. Xhuni e hahi uthise j competitive exam t grace mark
@jyotirmoyraychaudhary122
@jyotirmoyraychaudhary122 2 жыл бұрын
Aponaloke agote jabo lagesele. Dimpu vedio bonar pist goi ki hbo
@Cricketlover-ge1zq
@Cricketlover-ge1zq 2 жыл бұрын
Right
@Jbbflute
@Jbbflute 2 жыл бұрын
Taketu
@ankurchamuachannel9512
@ankurchamuachannel9512 2 жыл бұрын
Right
@summancreation9257
@summancreation9257 2 жыл бұрын
Xosa kotha
@kabitamoran6158
@kabitamoran6158 2 жыл бұрын
Hoi diyok
@vijayjulius668
@vijayjulius668 2 жыл бұрын
Dimpu bhai is always super 👌
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@Rizzxxxx_X_.j
@Rizzxxxx_X_.j 2 жыл бұрын
Dimpu Da always legend 💓
@nibeditahazarika4888
@nibeditahazarika4888 2 жыл бұрын
God bless you
@bishwajitdas4290
@bishwajitdas4290 2 жыл бұрын
😂
@babulkalita7522
@babulkalita7522 2 жыл бұрын
দিমপু এ এই বিষয়ে সকলোলৈ এটি সুন্দৰ উপস্থাপন কৰিলে ।
@basisthaacharya6590
@basisthaacharya6590 2 жыл бұрын
এক ভয়ংকৰ বৈষম্যৰ বলি হৈছে শৰ্মাৰ পৰিয়ালটো। এজন মেধা সম্পন্ন ব্যক্তি হোৱা স্বত্বেও তেখেতে সেই সময়ত আৰ্থিক দৈন্যতাৰ বাবে চাকৰিৰ দালালৰ ওচৰ চাপিব নোৱাৰি আজিও দৈন্যতাকেই বন্ধু বুলি সাবটি দিনবোৰ পাৰ কৰিছে। ইমান দেৰিকৈ হ'লেও কোনোবা জনৰ চকুৰ বান্ধোন খোল খাইছে যদিও তেখেতে প্ৰতিবাদ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।
@kokobhai3811
@kokobhai3811 2 жыл бұрын
Dimpu dai video nobonale kuneo gom napale hoi
@basisthaacharya6590
@basisthaacharya6590 2 жыл бұрын
@@kokobhai3811 দুবছৰ মান আগতে কোনোবা এটা অসমীয়া নিউজ চেনেলত শৰ্মা ডাঙৰীয়াৰ ঘৰ খনৰ লগতে তেখেতৰ এই ক্ষোভৰ কথা প্ৰচাৰ কৰিছিল। সি যি নহ‌ওক এই প্ৰতিভা সম্পন্ন পৰিয়ালটিক চৰকাৰে অলপ হ'লেও সকাহ দিবলৈ যত্ন কৰক। তেখেতৰ ওচৰ চুবুৰীয়া সকলোৱে একেলগে তেখেতক বুজাই মেলি চৰকাৰী সাহাৰ্য্য গ্ৰহণ কৰিবলৈ অনুৰোধ কৰি চাওক।
@lukudas1209
@lukudas1209 2 жыл бұрын
ধন্যবাদ অসমীয়া,,সততা বজাই ৰাখি প্ৰগতিশীল হৈ থাকক,,কংগ্ৰেছৰ দিনত শিক্ষামন্ত্ৰীৰ দায়িত্ব থকা জন ডিঙিত চিপ জৰী চিলাই লওক
@dimpicreation4856
@dimpicreation4856 2 жыл бұрын
সেইজন আকৌ বর্তমানৰ মামা 🤭
@bhaskartamuli5603
@bhaskartamuli5603 2 жыл бұрын
Manuh zon simple hoi Toka poisa loi muh maya nai eman horalata bhal nohoi azir zugat👍
@indianfacts5968
@indianfacts5968 2 жыл бұрын
Hai jon hol mama 🤣
@ankursinghakp9068
@ankursinghakp9068 2 жыл бұрын
সুখৰ মূল আধাৰ হল সন্তুষ্টি।
@pikusclass2008
@pikusclass2008 2 жыл бұрын
I want 90% people of Assam has this mentality . Because self independent mentality help our next generation .
@prasannakalita5323
@prasannakalita5323 2 жыл бұрын
পৰিয়াল টি লৈ চেলুত জনাইছোঁ,লগতে চৰকাৰ নামৰ ব্যৱস্থা টোক ধিক্কাৰ দিছোঁ।
@pneog8534
@pneog8534 2 жыл бұрын
He is a great man. Salute him.God bless his family.
@rahulrajahmed8358
@rahulrajahmed8358 2 жыл бұрын
ঠিক কাম কৰিছে কাৰণ চৰকাৰে আমাক দি আছে যদি 2 টকা নি আছে আকৌ 10 টকা।
@pulinsharma8826
@pulinsharma8826 2 жыл бұрын
পঞ্চায়ত বিলাকক চৰকাৰে ভালদৰে চকু নিদিয়াৰ ফলশ্ৰুতিত বহু মানুহৰ এইদৰে এতিয়া এনে এটা অৱস্থা
@tenniscricket1173
@tenniscricket1173 2 жыл бұрын
পঞ্চায়ত ৰ হাতত আচলতে একো এই নাথাকে।পঞ্চায়ত নিজাববীয়াকৈ একো দিব নোৱৰে।ঘৰ পঞ্চায়ত দিম বুলি দিব নোৱাৰে যদি হে দিল্লীৰ পৰা selection হৈ নাহে।
@davidgogoi
@davidgogoi 2 жыл бұрын
Ekuwe dibo nuware hihote
@tenniscricket1173
@tenniscricket1173 2 жыл бұрын
@@davidgogoi সচা কথা।কিন্তু আমাৰ নিউজ চেনেল বোৰে কিবা এটা হলে ই direct পঞ্চয়তক কয়। Ai2 বুজাই যে নিউজ ৰেপৰ্টাৰ বোৰৰ জ্ঞানৰ অভাব।
@kankana8552
@kankana8552 2 жыл бұрын
Teolok alop belg sintar manuh gvntr dox nohoi manuh jon belg , teor sintq dharai pahrile ako kam ni typ
@air33-ias53
@air33-ias53 2 жыл бұрын
চৰকাৰী অন্যায় ব্যবস্থা বোৰৰ কাৰণে পৰিয়াল টোৱে ইমান ভুগিব লগা হৈ আছে। কোনে নো কাৰ দুখ দেখিব। কোনে নো কাৰ দুখত কান্দিব? জীয়াই থকা জনে জানে সেই অনুভৱ কন। হায় জীৱন।
@pabitrabaruah9734
@pabitrabaruah9734 2 жыл бұрын
এক মাত্র সুখি মানুহ তেওঁ
@hariprasadrabha3708
@hariprasadrabha3708 2 жыл бұрын
সচা কথা কৈছে কিন্তু ইমান পঢ়ি শুনি যদি চাকৰি নেপাই পঢ়ি কি লাভ। বহুত দুখ লাগিছে কথাষাৰ শুনি তোমালোকক ভগৱানে চুকু মেলি একদিন হলেও চাব তোমালোকে এনেকৈ চুলি যোৱা আৰু যি কৰে ভগৱানে কৰিব। জয় আই অসম 🇮🇳🇮🇳🇮🇳🇮🇳 🙏🙏🙏
@deepray8577
@deepray8577 2 жыл бұрын
Dimpu Baruah always rock🔥💖
@anitadeka3652
@anitadeka3652 2 жыл бұрын
ইমান দিনে গমে পোৱা nasiline দিম্পো দা যোৱাৰ পাছত আহিছ নিউজ কৰি বলৈ 🙏🙏🙏🤦🤦🤦🙏🙏🙏🙏🙏🙏
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@kimxu_rip
@kimxu_rip 2 жыл бұрын
@@Jintu555 🤣🥲
@bhaskarjyotimahanta1597
@bhaskarjyotimahanta1597 2 жыл бұрын
এই সকলোখিনি বাবে ডিম্পু ধন্যবাদৰ পাত্ৰ। সস্তীয়া জনপ্ৰিয়তাৰ পৰা ডিম্মু সদায় পৃথক। Dimpu always @dimpu boruah
@harikantahukai7589
@harikantahukai7589 2 жыл бұрын
Dimpu da is always legend🤘🤘😏🤘
@pradipborah2256
@pradipborah2256 2 жыл бұрын
Very happily he is accepting his life. Tons of thanks to his wife and his daughter as they are in full tune of their guardian. He is unique. Salute to you Sir...
@ParagJyoti99
@ParagJyoti99 2 жыл бұрын
দিম্পু বৰুৱাই video বনুৱাই দেখা পালে newse চেনেলে কেইটাই
@anubhadas3565
@anubhadas3565 2 жыл бұрын
Real credit goes to his family for bearing with him
@khabriman18
@khabriman18 2 жыл бұрын
No. He just destroyed the future of his daughter due to his ego and commitment
@durlavkrhazarika
@durlavkrhazarika 2 жыл бұрын
Dimpu da is always legend , Love for Dimpu da ❤️
@sumu1532
@sumu1532 2 жыл бұрын
Dimpu da a ai video tu diute kune kune saisila plzz like ata kori diba♥♥ dimpu da jindabad
@thirdkz_xx5648
@thirdkz_xx5648 2 жыл бұрын
চৰকাৰৰ সহায় অবিহনে জীয়াই থকাৰ সংকল্প এয়া। আজি পৰ্যন্ত সেইখন ঘৰে চৰকাৰী সাহায্য নোপোৱাটো দূৰ্ভাগ্যজনক। বৰ দুখ পালো।
@viralchannel3093
@viralchannel3093 2 жыл бұрын
This is called HONESTY💖
@acty6067
@acty6067 2 жыл бұрын
yes
@rupjyotibora5839
@rupjyotibora5839 2 жыл бұрын
Dimpu Vlog t apunalukor agote saisu...So ejon Bhal KZfaqr r speed apunalukot koi boht boht besi..tar karon Digholiya aru boht ase
@tulikaray785
@tulikaray785 2 жыл бұрын
Hy a চাৰকাৰে কি কৰি আছিল
@mihirkumar3159
@mihirkumar3159 2 жыл бұрын
East and West DIMPU IS THE BEST..
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@kimxu_rip
@kimxu_rip 2 жыл бұрын
@@Jintu555 toi soboke ai kotha tu k kobo ahiso?
@moonbora4638
@moonbora4638 2 жыл бұрын
অতি সুন্দৰ ঠিক সিদ্ধান্ত লৈছে তেওঁ লোকে
@sandhyaborah9175
@sandhyaborah9175 2 жыл бұрын
নিউজ টোৰ জৰিয়তে আপোনালোকে এবাৰ দিম্পু দাক ধন্যবাদ দিব লাগিছিল....বা তেওঁৰ নাম টো উল্লেখ কৰিব লাগিছিল যে তোমাৰ video ৰ যোগেদি এ অসমৰ ৰাইজে এই পৰিয়াল তোৰ কথা জানিবলৈ সক্ষম হৈছিল...(মই নিশ্চয় মিছা কোৱা নাই, আপোনালোকে দিম্পো দাৰ video চাই হে গৈছে)
@dkgaming904.
@dkgaming904. 2 жыл бұрын
Copy wright news channel 😂😂😂
@PrasenjitShyamvlogs
@PrasenjitShyamvlogs 2 жыл бұрын
Right
@anjuborah6479
@anjuborah6479 2 жыл бұрын
Fatua Chanel,Dimpur vori selekibi ja.
@shaktidey2804
@shaktidey2804 2 жыл бұрын
Dimpu dar ata video t massage ot reporter govt aagh Bari aahil. Thank you dimpu da
@deltanmirchadeori694
@deltanmirchadeori694 2 жыл бұрын
এইবোৰ হে মাষ্টৰৰ যোগ্য
@champakkalita5209
@champakkalita5209 2 жыл бұрын
right 💯
@nayanjyothazarika9682
@nayanjyothazarika9682 2 жыл бұрын
Best of luck
@rajeshroy9432
@rajeshroy9432 2 жыл бұрын
Dimpu tumi gread.
@milonjyotibora568
@milonjyotibora568 2 жыл бұрын
Dimpu 🔥❤️
@champakkalita5209
@champakkalita5209 2 жыл бұрын
Um
@ganeshkoch561
@ganeshkoch561 2 жыл бұрын
Good maina God bless you 🙏🙏🙏
@harichandraboro8527
@harichandraboro8527 2 жыл бұрын
অতি সুন্দৰ পৰিয়াল।।
@pankajtamuli8970
@pankajtamuli8970 2 жыл бұрын
আপোনাক হাজাৰ বাৰ সেলুত চাৰ , আপোনাক অসমীয়া বুলি আৰু মই নিজকে অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিছো
@indianmixture7520
@indianmixture7520 2 жыл бұрын
Dimpu Da you are superstar.
@dipankargogoi4301
@dipankargogoi4301 2 жыл бұрын
Dhonyobad dimpu daa k❤❣
@mantukalita4915
@mantukalita4915 2 жыл бұрын
যেতিয়া বিচাৰিছিল তেতিয়া নাপালে এতিয়া পালেও নোলোৱাকৈ থাকা স্বাভিমানক শত কোটি প্ৰনাম জনালেও কম হ'ব । আমিও চুবুৰীয়া গাঁ‌ও এখনৰ বাসিন্দা হিচাপে গৌৰৱ কৰোঁ । ইয়াৰোপৰি এখেতৰ এই পদক্ষেপৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকাৰ পাহাৰ সাজিও সন্তুষ্ট হ'ব নোৱাৰা মুখ্যমন্ত্ৰীকে আদি কৰি প্ৰতিজন ৰাজনৈতিক নেতাতকৈও এখেত মনৰ জোখাৰে ধনী , গতিকে ভৱিষ্যতে তেখেতকলৈ যাতে কোনেও ৰাজনীতি কৰি অপমান নকৰে তাৰ বাবে সকলোলৈ আহ্বান জনালোঁ ।
@bidyut9588
@bidyut9588 2 жыл бұрын
Dimpu dar vdo sai goise 😅😅agote besari nepai
@kailasrabha907
@kailasrabha907 2 жыл бұрын
Agote kot lukai asil? Okol neta mantrir pase pase ghuri asil. Atiya Dimpu dar vedio to Pai he har pale neki mediya bor
@rajazone666
@rajazone666 2 жыл бұрын
Atu Jegat Poril😂😂
@kokobhai3811
@kokobhai3811 2 жыл бұрын
Vai thik kotha koisa
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@bipsmusic7947
@bipsmusic7947 2 жыл бұрын
চেল্যুট দিছো তেওঁক..দিম্পুলৈ মৰম দিলো..
@MADHAB_Creation
@MADHAB_Creation 2 жыл бұрын
ডিম্পু দা আপুনি মহান ❤️আপোনাৰ video sai এতিয়া media bure video bonai ase
@jetuki
@jetuki 2 жыл бұрын
Eibilak xati oxomia manuh . ❤️
@bikashdas7865
@bikashdas7865 2 жыл бұрын
Dimpu Da r video sai kine goise apunaloke ...agote jabo lagisil
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@bikashdas7865
@bikashdas7865 2 жыл бұрын
Ohh....I didnot know ...I thought this was the first to make video by Dimpu da
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
CASTE SYSTEM উঠাব নোৱাৰা মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা ক'লে ভাল নেদেখি 🤮🤮🤮
@deijeedas7547
@deijeedas7547 2 жыл бұрын
Dimpu❤️❤️❤️❤️❤️
@pranabborpatragohain9111
@pranabborpatragohain9111 2 жыл бұрын
dimpoo ye diok... video..ba .... journelist bilake..deok video. main kothatu hol.... government usarat hakaluye teur porialor babe kiba eta karibo babe government'k dabi kora. kotha himane. sarkare porialtuk saku meli saok. bikhekoi suali jani loi beya lagise. taitu bahut hapun ase...pohi huni dangor manuh huar. lord bless you all.
@zubeenmunu2783
@zubeenmunu2783 2 жыл бұрын
Ys
@diptighosh1679
@diptighosh1679 2 жыл бұрын
Why people are going for voting same people only time to time changing their colours by switching to different political parties .If we don't change ourselves nobody will do anything .It is the time to standup and rethink.I am from Assam.Assam is my Heart and Soul
@riyankhan6022
@riyankhan6022 2 жыл бұрын
Love you moja family love you dimpu da bonty jonik mur pora bohut morom jasilu hodai bhal thakiba from morigaon
@rumanvlogs2981
@rumanvlogs2981 Жыл бұрын
Dimpu power🔥☝🏻love u Dimpu bhai ..
@sasankamoon7201
@sasankamoon7201 2 жыл бұрын
যি কৰিছা বহুতে ভাল কৰিছা,, বাবা ই চাব,। ধৈৰ্য ধিৰিজা , পিছৰ খিনি বাবৰ কৃপাত ভাল হব
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 2 жыл бұрын
I LOVE YOU DADA, YOU & YOUR FAMILY IS THE GREAT 👏
@kashmirisonowal1574
@kashmirisonowal1574 2 жыл бұрын
Dimpu da ❤️ apunar karne emnkhini homvob hoi uthil j ajir dino2 manuh anekoi jibon japon kri ase hei2 dekhi asorit holu ..sorkare jate ai poriltiloi hohai r hat agbohai tare kamona kori
@parthakakoti2459
@parthakakoti2459 2 жыл бұрын
এতিয়াও আত্ম সন্মান থকা মানুহ, আছে ,ইফালে বামুণ, simple living high thinking মাঠাত মাল থকা টো আচল ,বাকী মালটো ৰানদি,বিলাকৰ
@ankurchamuachannel9512
@ankurchamuachannel9512 2 жыл бұрын
Dimpu dai video bonai juwa pasot goisa apunaluk agotai jabo lage 🥰
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@swadhinmusic8209
@swadhinmusic8209 2 жыл бұрын
@@Jintu555 bhai agote jabo pare news chanel kontu kiman jonor no jane ai kotha , jodi dimpu jowar pisot kisumane gom paise & coment tot ai bikhoy likhise tate tumi ...ai ake khar kotha ke kobo lage ne ... aketa message nu aru kiman copy koriba, amoni nelage na
@Jintu555
@Jintu555 2 жыл бұрын
@@swadhinmusic8209 Hosa kotha kobo mor akdom amoni nalage... Bad dya he manuh e jana,kimn din mnt rkhibo, kisu din pisot sobei pahori jbo...
@nishthasteptowardslight7521
@nishthasteptowardslight7521 2 жыл бұрын
General caste hole akue npai lagile morie jok. Kintu ST SC hole sakori pua pisotu sorkari hubidhae hubidha. Kotha bur vanibo hol
@nosimahmed8803
@nosimahmed8803 2 жыл бұрын
Muru akon gor ni my u kasa goror taku gor ni sorkara da na gor
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 2 жыл бұрын
এইয়াই হৈছে জীয়াই থকাৰ মৌলিক অধিকাৰ আৰু এখন দেশৰ সাধাৰণ নাগৰিক।
@astrologernayanjyotisarma8497
@astrologernayanjyotisarma8497 2 жыл бұрын
এজন আত্মনিৰ্ভৰশীল ব্যক্তি। সমাজৰ আদৰ্শ ব্যক্তি,,, তেখেতক প্ৰণাম জনাইছো।।
@debompegu8847
@debompegu8847 2 жыл бұрын
Apunalukor bohut deri hoi gol... Dimphu dai aji dekhai diyar babe aji sini pale.. Apunaluke bekar news bilak dibole time thake.. Aibur dekha napi no... Apuni aji kiba dibo parisene..
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@pranjitdas5113
@pranjitdas5113 2 жыл бұрын
Dimpu Daa main...🤘🤘🤘
@dilipgogoi3682
@dilipgogoi3682 2 жыл бұрын
এই পৰিয়াল টো পকৃততে নিচলা জানো? চালাম জনালোঁ। তেখেত সকলেই অসমৰ সাভিমানী আৰু ধনী পৰিয়াল। ভগৱান তেওঁ লোকৰ সহায় হওক।
@jorhatialora77
@jorhatialora77 2 жыл бұрын
Val lagil ❤️❤️❤️
@lakhichutianew447
@lakhichutianew447 2 жыл бұрын
Dimpu pra nkol Krisa 😀😀😀😀
@summancreation9257
@summancreation9257 2 жыл бұрын
হোৱা অঞ্জাত নিমখ দি লাভ নাই
@tinkuborah9843
@tinkuborah9843 2 жыл бұрын
Dimpu Da juwar pasot he apunaluk jaboloi dekhile agot jabo lagisel apunaluk
@amarjyotigoswami8307
@amarjyotigoswami8307 2 жыл бұрын
Power of Dimpu baruah. Power of social media.
@itsgogoi_9129
@itsgogoi_9129 2 жыл бұрын
Beseri voni joniloi bea lagil 😭...ketiaba jodi jao heifale......nissoi toka keitaman di hohai korim poriyal tuk
@jyotismanhazarika3524
@jyotismanhazarika3524 2 жыл бұрын
Moi oin kothat bea puwa nii but swali jnik pohabo lagisil haituthae bea paisu ...hosakae manuh jonae monot bhut dukh paisae karon aji kali school bilakot teacher bilak agor dinor B.A pass jonor homanu hobo nuwarae ..moi likhi dibi parim 😒
@sadhibaro167
@sadhibaro167 28 күн бұрын
Great.god bless you
@kashilalagarwala1726
@kashilalagarwala1726 Жыл бұрын
Award should be given to such a great individual. Government should not bow his arrogance and seeing the family members should be given government aids.
@davittom7609
@davittom7609 2 жыл бұрын
Credit goes to diimpu and his frd,, who tell dimpu. Sryy to say I forgot his name, his a KZfaq channel
@Jintu555
@Jintu555 2 жыл бұрын
His name is Papu
@Jintu555
@Jintu555 2 жыл бұрын
Dimpu e 1st nahoi, last year 2020 tv news channel ata o goisil,dimpu t ke bsi details t telecast korisil... Mor ghar khura hotor pora 300meter mn durot,ami aaji 10-12years dhori taulokok dekhi ahisu. Dimpu ghar o nalbarit,hisap korile dimpu ahute bsi h late korise..
@Manoooojjjj
@Manoooojjjj 2 жыл бұрын
Dimpu aa Video bnuwa pstt atiya News burr Dhapoli melibo 😂🤣
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
2020 t Dimputkoi agot News channel atai telecast korisil .
@barunbarman4965
@barunbarman4965 2 жыл бұрын
তেখেতৰ সাহস মনবল আৰু বিবেকক সন্মান জনাই মই নিজকে শাৰিৰীক অক্ষম আৰু ভিক্ষাৰী যেন অনুভৱ কৰিছো এয়াই হৈছে আমাৰ দেশৰ নীতি এনেকুৱাই নেকিন সমাজ বেৱসতা
@Hirak_JT
@Hirak_JT 2 жыл бұрын
১৪-১৫ বছৰ আগত যিখন চৰকাৰ আছিল, সেই চৰকাৰ খনে লুঙী আৰু জালিদাৰ তুপিৰ বাহিৰে একো চিনি নাপালে। কিন্তু আজিৰ এইখন চৰকাৰে দেশৰ সকলো মানুহক একেলগে লগত লৈ বিকাশৰ দিশে যোৱাৰ বাবে ঐক্যবদ্ধ। তেখেত এজন শিক্ষিত লোক, পৰিস্থিতি বুজি, নিজৰ লগতে নিজৰ পৰিয়ালৰ তথা ছোৱালী জনীৰ কথা ভাৱি এটা শুদ্ধ সিদ্ধান্ত লোৱা দৰকাৰ।
@arupaxom2852
@arupaxom2852 2 жыл бұрын
বহুত দেৰিকৈ সাৰ পালে
@northeastcreator2846
@northeastcreator2846 2 жыл бұрын
Dimpu da video bonua pisot house,😅
@ridieepxnwl692
@ridieepxnwl692 2 жыл бұрын
প্ৰথম দিম্পু দা গৈছিল তেখেতক হে ধন্যবাদ জনাইছোঁ
@bhaskarborah7873
@bhaskarborah7873 2 жыл бұрын
আপোনালোকলৈ ধন্যবাদ দিম্পু দাদা ক অনুকৰণ কৰা বাবে।
@ayanrajbongshi4161
@ayanrajbongshi4161 2 жыл бұрын
Dimpu dar video sai news kore 😂
@prabeenassam3087
@prabeenassam3087 2 жыл бұрын
Mla MP আৰু cmৰ সকলো থাকিও লাগে লাগে বুলি মৰে আমাৰ মন্ত্রীৰ মূৰত কেৱল ধন । লাজ থাকিলে চৰকাৰী মতাবোৰে বৰ বৰ কথা কবলৈ এৰিব বুলি আশা ৰাখিছো। চৰকাৰী মতা go back
@panjalpratim
@panjalpratim 2 жыл бұрын
ডিম্পু দা ৰ ভিডিও চাই আপোনালোকে গম পাইছে।
@abdulkhandakar5741
@abdulkhandakar5741 Ай бұрын
Thanks you shri ranendra nath sharma you are great
@sulochanaverghese1164
@sulochanaverghese1164 2 жыл бұрын
Dimpu is faster in broadcasting some news than some Assamese Channels 😅
@M.K.B3373
@M.K.B3373 2 жыл бұрын
Aapunar baki kotha thikei kole kintu ata kotha bhal napalu..sarkari sakori pabole je porhibo lage heitu nohoi nijor giyan bridhi borhaboloi u porhibo lage manuhe
@jaansaikia9308
@jaansaikia9308 2 жыл бұрын
yes Broo....moi nokoro sakori....dileow nokoro...Aru aji loike apply kori puwai nai😀😀😀Bt Bindas life soli...moi mur fmly...
@anupdas8423
@anupdas8423 2 жыл бұрын
Mojja
@villagelifestylevlogs7572
@villagelifestylevlogs7572 2 жыл бұрын
Dimpu daa xosake Mohan.... I love you dimpu dada❤
@SENAPATI_COMMANDO
@SENAPATI_COMMANDO 2 жыл бұрын
Faltu News Channel...Emn din ki kori aseli...Dimpua Video Bonuwa Pisot soku porile
@iftarulhaque
@iftarulhaque 2 жыл бұрын
Dimpu Video Sai Goisa
@trandanborahkhuachutia611
@trandanborahkhuachutia611 2 жыл бұрын
লাজ লাগক পঞ্চায়ত প্ৰতিনিধিৰ । নিৰ্বাচনত জিকা মানেই মূৰত মাল থকাটো নিশ্চিত নকৰে । নিশ্চিত কৰে শ্ৰেষ্ঠত্ব দুদিনীয়া জীৱন পৰিক্ৰমাত আনৰ উপকাৰৰ বাবে দি যোৱা ত্যাগে ॥
@user-vc6sq3ek9p
@user-vc6sq3ek9p 2 жыл бұрын
কিনো কম.... কবলৈ ভাষা নাই.... তথাপিও কৈছো... ভগবানে আপোনালোকৰ পৰিয়ালটোৰ মংগল কৰক... হিয়াভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো...
@itsgogoi_9129
@itsgogoi_9129 2 жыл бұрын
Dimpu pora copy kora news..... 😂...ankua news channel ki lav..nije jodi aku koribo nuware
@miriboy5074
@miriboy5074 2 жыл бұрын
Xoday newsbur dimpu dar past
@khisiriassamese2442
@khisiriassamese2442 2 жыл бұрын
মানসিক বিকাৰগ্ৰস্ত মানুহ নিজৰ পৰিয়ালতোক ধ্বংস কৰিছে।
@moinagaming9862
@moinagaming9862 2 жыл бұрын
দিম্পু দাৰ তাত আগতে চালো❤️
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 27 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 77 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 27 МЛН