ছাগলী পালনেৰে স্বাৱলম্বী নলবাৰী জিলাৰ শিক্ষীত যুৱক | Goat farm in Assam |

  Рет қаралды 17,730

ASSAM FARMER

ASSAM FARMER

Жыл бұрын

নলবাৰী জিলাৰ এজন যুৱকে আত্মসংস্থাপনৰ ক্ষেত্ৰত নিজাকৈ এক উদ্যোগ গ্রহণ কৰি এক অনন্য আদর্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। ছাগলী পালনেৰে স্বাৱলম্বী হৈছে নলবাৰীৰ‌ টিকু শৰ্মাই। তেওঁ সম্প্রতি ঘৰতে উন্নত জাতৰ ছাগলী পালন কৰি বছৰী তিনি-চাৰি লাখ টকা পর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে।
ছাগলী পালনক কিয় লাভজনক ব্যৱসায় গণ্য কৰা হয়?
১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷
২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷
৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷
৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷
৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷
৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷
CONTACT DETAILS
TIKU SARMA
9678706962
Assam Farmer
Priyanku Choudhury
8638968646

Пікірлер: 23
@Pranjalgogoi
@Pranjalgogoi Жыл бұрын
Mojaaa
@jhvlogtezpur1191
@jhvlogtezpur1191 Жыл бұрын
Mozza
@litonkhan5620
@litonkhan5620 Жыл бұрын
Nice good work
@Pritam_choudhury
@Pritam_choudhury Жыл бұрын
👍
@moijoyshree6921
@moijoyshree6921 Жыл бұрын
1St like,helpful vedio dei
@hemontagogoi6349
@hemontagogoi6349 Жыл бұрын
মজা।
@kashobkachari7176
@kashobkachari7176 Жыл бұрын
Borhiaa deii👌
@nazmabegum6274
@nazmabegum6274 Жыл бұрын
উজনি অসম লৈ আনি পালন কৰাৰ ইচ্ছা আছে মোৰ কিন্তু অনাৰ সুবিধা কণ হলে হে পাৰিম
@assamfarmer
@assamfarmer Жыл бұрын
Pariba .. night super bust
@_mrinmoy__official_
@_mrinmoy__official_ 10 күн бұрын
KZfaqr videot he vl lge beleg jator sagolit pohile lv hoi but realt bepari e dam e nidiye.... Local 2 e best hoi
@brar-bathindewala
@brar-bathindewala Жыл бұрын
Live deal punjab bathinda
@derhasardoimary6554
@derhasardoimary6554 Жыл бұрын
F1 Breeder Pam nkk
@manojdas4928
@manojdas4928 Жыл бұрын
ছাগলি দানা ঘাহ খাবৰ মন নো কৰিলে কি ঔষধ খুৱাব লাগে জনাব নেকি ?
@assamfarmer
@assamfarmer Жыл бұрын
Liver r medicine dibo para ...aru nahola jivat gur loga diba alp
@nayantalukdar.6939
@nayantalukdar.6939 11 ай бұрын
৮মাহ ডাঙৰ পোৱালী এটাৰ কীমান দাম কৱ নেকী
@hjaved7334
@hjaved7334 Жыл бұрын
Price tu jonabo lge videot a
@assamfarmer
@assamfarmer Жыл бұрын
Price tu kobo nukhuja
@arupxrma34
@arupxrma34 Жыл бұрын
Betal sagali mk o lagisil keneke cont krim baru
@assamfarmer
@assamfarmer Жыл бұрын
8638968646
@BxhxhShhshs-rq7ow
@BxhxhShhshs-rq7ow 11 ай бұрын
Maat to a nahe
@sanjeebdeka5244
@sanjeebdeka5244 Жыл бұрын
2year t 6 lakh hol ae mane
@bikashgogoi3460
@bikashgogoi3460 Жыл бұрын
👍
你们会选择哪一辆呢#short #angel #clown
00:20
Super Beauty team
Рет қаралды 14 МЛН
Children deceived dad #comedy
00:19
yuzvikii_family
Рет қаралды 8 МЛН
Sigma Girl Past #funny #sigma #viral
00:20
CRAZY GREAPA
Рет қаралды 33 МЛН
Rekord darajada siloslar qancha daromad beradi,1g 120tonna hosil
23:52
VulqonUz drobilkalari Rasmiy Kanali
Рет қаралды 23 М.
penyuntikan vitamin pada lembu galak
0:18
Mantri Hewan Togos
Рет қаралды 101 МЛН
ОСКАР ИСПОРТИЛ ДЖОНИ ЖИЗНЬ 😢 @lenta_com
1:01
Magician turns his Hair into Animal 😳
0:37
Xavier Mortimer
Рет қаралды 22 МЛН
Герои среди нас - парень спас лебедят ❤️
0:42
Что Если ТЕБЯ Проглотит КИТ? #shorts
0:54
Bubble™
Рет қаралды 3,7 МЛН
Самый милый крокодил
0:17
Up Your Brains
Рет қаралды 775 М.