No video

ছাগলীৰ বাবে অতি দৰকাৰী ঘাঁহ। শীতকালীন ঘাঁহ।

  Рет қаралды 1,079

Brahmaputra goat Farm

Brahmaputra goat Farm

Күн бұрын

ছাগলী পালন কৰিবলৈ ঘাঁহ ৰ উৎপাদন কৰিবই লাগিব। ছাগলী কিনাৰ আগৰ পৰা ই ঘাঁহ উৎপাদন কৰাৰ চিন্তা কৰিব লাগে।
ছাগলীৰ ঘাঁহ বহু আছে। নেপিয়াৰ, সৰগম, গিণি, মাৰোৱা, কাউন, ব্লেক বেৰি , উট , যৱ আদি প্ৰজাতিৰ ঘাঁহ খেতি সাধাৰণতে আমাৰ ছাগলী পালক সকলে কৰি থাকে।
আজি যি বিধ ঘাঁহ ৰ কথা আলোচনা কৰা হৈছে তাৰ নাম যৱ বা পায়ৰা। ইয়াক উট ঘাঁহ ৰ সৈতে তুলনা কৰিব পাৰি।
ই এবিধ শীতকালীন ঘাঁহ। ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈ এই বিধ ঘাঁহ ৰ গুটি ছটিয়াব পাৰি।কেইবাবাৰ মাটি চহাই গুটি ছটিওয়া উচিত।
বিঘা প্ৰতি দহ কেজি বীজ দৰকাৰ হয়।
শীতকালত এই ঘাঁহ পোৱা যায়। কিন্তু এই ঘাঁহ ৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছে। এই বিধ ঘাঁহ শুকাই পৰবৰ্তী সময়ত ছাগলী বা অন্য প্ৰানীক খুৱাব পাৰি।
অসম তথা অধিক বৰষুণ বা বানপানী হোৱা ঠাইত ছাগলী পালন কৰি সফল হ'ব বিচাৰিলে ছাগলীৰ শুকান ঘাঁহ মজুত ৰাখিব‌ই লাগিব।
গতিকে এই বিধ ঘাঁহ শুকান ঘাঁহ ৰো উৎস হ'ব পাৰে।
Brahmaputra TV
#Brahmaputra_goat_farm
#goat_farming_Assam

Пікірлер: 4
@jhvlogtezpur1191
@jhvlogtezpur1191 2 жыл бұрын
Nice
@brahmaputragoatfarm3447
@brahmaputragoatfarm3447 2 жыл бұрын
Thank you brother
@pranabdutta9876
@pranabdutta9876 Жыл бұрын
Seeds.....pam neki Dada.
@brahmaputragoatfarm3447
@brahmaputragoatfarm3447 Жыл бұрын
Pabo
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 19 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,7 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 7 МЛН
Home made feed for low cost
4:38
P.S GOAT FARM.GUWAHATI
Рет қаралды 65 М.
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 19 МЛН