ছাগলীৰ ঘৰ কেনে হোৱা উচিত। Sagolir ghar nirman

  Рет қаралды 1,203

Brahmaputra goat Farm

Brahmaputra goat Farm

3 жыл бұрын

ছাগলী পালন কৰিব বিচৰা সকলে ছাগলী ৰ ঘৰ কেনেকৈ নিৰ্মাণ কৰিব লাগে সেই সম্পৰ্কে এটা ধাৰণা ল‌ওক। ছাগলীৰ ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছু নিয়ম নীতি থাকে। এনেকৈ নিৰ্মাণ কৰিব লাগে যাতে বেছিকৈ বতাহ চলাচল কৰিব পাৰে। ঘৰৰ চালত যাতে ৰ'দ পৰিব পাৰে সেয়াও লক্ষ্য কৰিব লাগে।
সেয়ে ছাগলী ৰ গোহালি পূব পশ্চিম ফালে দীঘল হোৱা উচিত। গোহালিৰ দক্ষিণ ফালে কেতিয়াও বন্ধ ৰখা উচিত নহয়।
আনহাতে শীত কালত ৰাতি উত্তৰ পশ্চিম ফালে ৰাতি বন্ধ ৰখা উচিত।
সবিশেষ জানিবৰ বাবে 7002853023 অথবা 9678267931 নম্বৰত যোগাযোগ কৰিব পাৰে।

Пікірлер
WHO LAUGHS LAST LAUGHS BEST 😎 #comedy
00:18
HaHaWhat
Рет қаралды 21 МЛН
HOW DID HE WIN? 😱
00:33
Topper Guild
Рет қаралды 45 МЛН
Random stuff on the farm
6:10
Mattison Farm
Рет қаралды 2,9 М.
Grass for goat. Assam goat farm. 8638035590
4:38
SWAGATAM farm
Рет қаралды 27 М.