No video

#chefBB

  Рет қаралды 117,344

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

#chef_bb's_kitchenবাবী বৰাই হাঁহি হাঁহি কৈ গ'ল প্ৰেম,বিবাহ আৰু যোৰহাটৰ পৰা USAলৈ জীৱন যাত্ৰাৰ কথা

Пікірлер: 252
@parismitabordoloi754
@parismitabordoloi754 Жыл бұрын
বৰ ভাল লাগে বাবী বৰাৰ কথাবোৰ । অকনো কৃত্রিমতা নাই তেখেতৰ । খুবেই ভাল লাগিল ভিডিঅ'টো চাই ❤❤
@himadas5047
@himadas5047 Жыл бұрын
মোৰ সকলোতকৈ প্ৰিয় মানুহ হৈছে বাবী বৰা ❤ । মই তেখেতৰ সকলো ৰেছিপী আৰু কথা কোৱা ধৰণ আচাৰ ব্যৱহা‌ৰ‌ বৰ ভাল লাগে 🥰I I love you Babi Bora .
@debikaborpujari6748
@debikaborpujari6748 Жыл бұрын
শ্ৰীমন্ত তোমালৈ ধন্যবাদ বাবি বৰাক আমাৰ মাজলৈ আনি। ইম্মান যে ভাল লাগিল। স্লিম ত্ৰিম বাবিক বৰ মৰম লাগিছে আৰু কোৱা ধৰণটো যে 👌
@anisaikia8348
@anisaikia8348 Жыл бұрын
বাবিক বহুত ভাল লাগে । সাহসি আৰু খোলা মনৰ ।
@n2saikia
@n2saikia 6 ай бұрын
আন্তৰিকতাৰে ধন্যবাদ..... সাদৰ আৰু সৰ্ন্মান লগতে নিজে কেনেকৈ সন্তোষ লভিব লাগে খুব সূন্দৰকৈ উপস্থাপন কৰিলে। আপোনাক লগ পাবলৈ বৰকৈ ইচ্ছা আছে পাহৰি নাযাব কিন্তু সদায় সুস্থ শৰীৰৰ লগতে সাহসী আৰু সূখী জীৱনৰ গৰাকী হৈ থাকক..... ধন্যবাদ
@DiptiSharmaBaruah
@DiptiSharmaBaruah Жыл бұрын
অকৃত্ৰিম সকলোবোৰ। ইমান যে ভাল লাগে, আপোনাৰ কথা, কৰ্ম।
@MayuriDuliajan
@MayuriDuliajan Жыл бұрын
Hosa dai
@modiB01
@modiB01 Жыл бұрын
আজি বাবীয়ে চেনেলৰ যোগেদি মনৰ ক্ষোভবোৰ উজাৰি দিছে।মানুহে ইমান অদ্ভুত প্ৰশ্ন কেনেকৈ কৰিব পাৰে ?
@minotichetia9972
@minotichetia9972 Жыл бұрын
বহুত ভাল লাগিল আজিৰ ভিডিঅ' টো। খুউব সাহসী আৰু খোলা অন্তৰৰ তেওঁ। মোৰ বহুতেই প্ৰিয় তেওঁ। আৰু ৰেচিপী বোৰ যে উফ,,,,,,,,।❤❤❤
@PurabiBoro-qv6lq
@PurabiBoro-qv6lq Жыл бұрын
বাবীবাৰ বিষয়ে জানিব পাৰি খুব ভাল লাগিল।অকনমানো অহংকাৰ নথকা এগৰাকী ধৈৰ্যশীল আৰু সাহসী মহিলা। বহুত ভাল পাওঁ ।
@puspomalaneog4362
@puspomalaneog4362 Жыл бұрын
বাবী‌ বৰাৰ পৰা বহুত কথা জানিব পাৰি লো। চাৰ আপোনাৰ বহুমূলীয়া ভিদিয়টোৰ বাবে অশেষ ধন্যবাদ জনালোঁ লগতে তেখেতলৈ শুভেচ্ছা আৰু শুভকামনা থাকিল।
@binisharma7500
@binisharma7500 Жыл бұрын
বহুত ভাল লাগিল বাবীৰ কথা বোৰ শুনি খুব ভাল লাগে বাবীক । ইয়াত কিছুমান মানুহে কি কথা ক'লে অন্তৰত আঘাত পায় বুজিবলৈ চেষ্টা নকৰে । দুখ লাগে ভাবিলে।সহজ ভাবে লয় উপায় নাই বাবে। ভালে থাকক বাবী বা । ভগৱানে সহায় আছে আপোনাৰ।
@dipabora8037
@dipabora8037 2 ай бұрын
আপুনি যে ইমান সহজ সৰল খুব ভাল লাগে। আপোনাৰ এই সৰলতাৰ বাবে ই আপোনাক সকলো ৱে ভাল পায়, এনেকৈ সদায় থাকিব।ভালে থাকক।🙏🙏❤️
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
বিদেশত থাকি এখন ভৰা সঙসাৰৰ মাজত ইমান ধুনীয়া চলাই গৈছে,অসমীয়া কথা ইমান ধুনীয়া কৈ কথাবিলাক কয় ভাল লাগে। কিছুমানেতো শিপাডালকে পাহৰি যায়।
@user-qq5fr1fv2f
@user-qq5fr1fv2f Жыл бұрын
বহোত বহোত ভাল লাগিল বাবীবা আপোনাক৷❤❤ Srimontaছাৰৰ যোগেদি আগবঢ়ােৱা আলোচনাটি চাই বহোত উপকৃত হলো৷ ধন্যবাদ🙏❤❤
@triptikalita5534
@triptikalita5534 Жыл бұрын
বৰ ভাল লাগিল। বাবীৰ কথা শুনি বৰ ভাল পাও। ভগৱানে সদায় এনেদৰে হাহি থাকিব লৈ কুশলে ৰাখক।
@parthaborah2984
@parthaborah2984 Жыл бұрын
খুব ভাল লাগিল।সদায় প্ৰিয় বা মোৰ।বহুত কথা জানিলোঁ।Last Part টো আটাইতকৈ ভাল লাগিল।সঁচাকৈ প্ৰয়োজন Mental theraphy New generation ৰ।ইমান পৰিৱৰ্ত হৈছে কিন্তু চিন্তাধাৰা কিয় 😢😢😢।আৰু এটা নতুন কথাও শিকিলোঁ আপোনাৰ পৰা।ধন্যবাদ দুয়োলৈ 🙏🙏🙏
@bharatisarma908
@bharatisarma908 Жыл бұрын
ভাল লাগিল সাক্ষাতকাৰটো চাই, শুনি।❤
@mauchumidas9212
@mauchumidas9212 Жыл бұрын
Aamerica r system bur, mati bari aibur question koratkoi Barbi r child life r pora at present journey tur oporot question huwa hoi bhal lagil hoy.
@rumisikha9837
@rumisikha9837 Жыл бұрын
বাবি বা ৰ সকলো ভিডিঅ' চাইছো , কথাবোৰ শুনি বৰ ভাল লাগে । কোনো কৃতিমতা নাই , সহজ সৰল মনৰ ।
@beautifulworld7763
@beautifulworld7763 Жыл бұрын
সুন্দৰ ভিডিঅ’..বহুত ভাল লাগিল ৷আপোনালোক দুয়োজনেই মোৰ ভাললগা মানুহ
@rebelninergaming3746
@rebelninergaming3746 Жыл бұрын
ইমান ভাল লাগিছে কথাবোৰ জানি।❤❤❤
@sehnazhamida6135
@sehnazhamida6135 Жыл бұрын
Simple & high thinking lady
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
আমেৰিকাৰ শিক্ষা সংস্থাপন, অৰ্থ ব্যৱস্থা, স্বাস্থ্য, নাগৰিকৰ ব্যৱহাৰ ইত্যাদিৰ সূচনাৰে সংপৃক্ত কথাখিনি বৰ ভাল লাগিল। ChefBBs Kitchenৰ আমি নিজেই সাবস্ক্ৰাইবাৰ। তেওঁলোকৰ চ্যেনেলটো আমাৰ খুবেই পছন্দ। কিছুমান কথা আমাৰ মানুহে সুধিব নাজানে। আচলতে বহুমানুহ অজ্ঞানী, শিষ্টাচাৰবৰ্জ্জিত। আমেৰিকাৰ সমাজ ব্যৱস্থাৰ বিষয়ে তেখেতৰ পৰা বহুকথা গম পালোঁ।
@rumisaikia1445
@rumisaikia1445 Жыл бұрын
বহুত ভাল লাগিল বাৰ্বী লগতে ছাৰকো বহুত ধন্যবাদ জনালো
@jupitarasarmah899
@jupitarasarmah899 Жыл бұрын
বহুত ভাল লাগিল ।সদায় চাওঁ
@ranjumonibora5588
@ranjumonibora5588 Жыл бұрын
মোৰ প্রিয় বাইদেউ গৰাকীলৈ বহুত বহুত মৰম আৰু শুভকামনা যাচিছোঁ, বৰ ভাল লাগিল ভিডিঅটো চাই দাদা 🙏আপোনাৰ ৰেচিপি মোৰ সদায় প্রিয়
@meenagogoiborgohain4170
@meenagogoiborgohain4170 Жыл бұрын
Very informative video. Mur priyo Babi k dekhi bhal lagil. Interviewer jonu mur priyo. Hoi dei eyat tumar life tu belege besi jane.
@hazarika5950
@hazarika5950 Жыл бұрын
বহুত বহুত ভাল লাগিল দাদা । আজি প্ৰথম চালোঁ
@diptitalukdar4372
@diptitalukdar4372 Жыл бұрын
বাবি ,তোমাৰ মন তো বৰ ভাল❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
❤🎉 Baidaw gorakie 110% Hosa kotha koise. Many many congratulations to her family. Go ahead way to your journey. Always be positive and happiness.🎉❤
@antaripakataky5833
@antaripakataky5833 Жыл бұрын
বহুত ভাল লাগিল
@Trishna80
@Trishna80 Жыл бұрын
Teur kotha bur Jani khubai impressed holu... thank you so much..for your valuable video
@jayantadutta3495
@jayantadutta3495 Жыл бұрын
বাইদেউক মই এটা দিন কাষৰ পৰা লগ পাইছো বহল অন্তৰ আৰু খোলা মনৰ মানুহ , শুভেচ্ছা থাকিল।
@meeraborah6978
@meeraborah6978 Жыл бұрын
তেখেতক লগ পাই মানে সাক্ষাৎকাৰ চাই বৰ ভাল লাগিল
@mouchumi2821
@mouchumi2821 Жыл бұрын
ভাল লাগিল বহুতো কথা জানিবলৈ পালোঁ
@papuchoudhury8177
@papuchoudhury8177 Жыл бұрын
Bor dhuniya interview tu.... questions bilak bor dhuniya hudhise...Babi bar kotha bilak eneu bor val lage huni❤
@sikhasonowal2393
@sikhasonowal2393 Жыл бұрын
Bhal lagil interview to sai .
@ANIME95Lol
@ANIME95Lol Жыл бұрын
বৰ ভাল লাগিল , সাক্ষাৎকাৰ টো ।
@barnalidutta5866
@barnalidutta5866 Жыл бұрын
বহুত ভাল লাগিল ।
@phulpahibaishya6780
@phulpahibaishya6780 Жыл бұрын
খুৱ ভাল লাগিল .....
@sampritibordoloi4579
@sampritibordoloi4579 Жыл бұрын
বৰ ভাল লাগিল সাক্ষাৎকাৰটো চাই
@user-zb1pd3uc2w
@user-zb1pd3uc2w Жыл бұрын
Moromor Babebaa apunar aru vindau kothaburor Jani vl lagil .
@rekhagogoi9098
@rekhagogoi9098 Жыл бұрын
Bohut dhunia lagil ajir videotu sir apunar video jugadi aji mur moromor barbir hokolu kotha janilu aru apunar video bohut dhunia lagil 👌👌👌🙏🔱
@daisybharali9469
@daisybharali9469 Жыл бұрын
খুউৱ ভাল লাগিল
@animatalukdar9933
@animatalukdar9933 Жыл бұрын
বা আপোনাক লগ পাব মন গৈছে❤
@santanadowarah7469
@santanadowarah7469 Жыл бұрын
বৰ ভাল লাগিল কথা খিনি শুনি
@jyotikamedhi3639
@jyotikamedhi3639 Жыл бұрын
বহুত ভাল লাগিল দেই
@bijoyabruah1721
@bijoyabruah1721 Жыл бұрын
ভাল লাগিল আপোনাক লগ পায় ।God bless you .
@diptitalukdar4372
@diptitalukdar4372 Жыл бұрын
বাবি বৰ ভাল লগা তোমাৰ কথা বোৰ❤
@sumkilifestylendvlogs
@sumkilifestylendvlogs Жыл бұрын
❤❤❤বহুতো মৰম বাইদেউলৈ❤️❤️❤️
@juridas9596
@juridas9596 Жыл бұрын
Val lagil sai
@mondakinibora7008
@mondakinibora7008 Жыл бұрын
তেখেতৰ কথা বোৰ বৰ ভাল লাগে
@manjugogoi5366
@manjugogoi5366 Жыл бұрын
Bahut val lagil baa abar log pabor mon asil 💖❤
@pallabisaikia5883
@pallabisaikia5883 Жыл бұрын
Moi tu Babi ba r hal holiya voice ture dewana. Lots of love❤
@sagarikachakravarty3067
@sagarikachakravarty3067 Жыл бұрын
Bor dhunia .....bhal lagil ....
@indukalitadas5289
@indukalitadas5289 Жыл бұрын
Bahut bhal lagil aponak dekhi ❤
@Nobulmoon__shorts
@Nobulmoon__shorts 11 ай бұрын
ভাল লাগিল এই ব্লগটো চাই। দুয়োজনৰ কথা-বতৰা যথেষ্ট অমায়িক। চাই আপ্লুত 😊
@nimishasonowal7414
@nimishasonowal7414 Жыл бұрын
আপোনাক এনেয়ো ভাল লাগে । 😊❤
@minakshigogoi2907
@minakshigogoi2907 Жыл бұрын
ভাল লাগিল ভিডিঅ টো ।
@moushumidihingia9891
@moushumidihingia9891 Жыл бұрын
Bohut bhal lagil
@rumiphukan1030
@rumiphukan1030 Жыл бұрын
Bohut bhal lagil 👌
@Sayanika438
@Sayanika438 Жыл бұрын
আপোনাক কাষৰ পৰা এবাৰ লগ পোৱাৰ আশা আছিল ।
@user-zb6ye1nn7q
@user-zb6ye1nn7q Жыл бұрын
, সুন্দৰ অনুষ্ঠান ।
@malobikagogoi8727
@malobikagogoi8727 Жыл бұрын
বহুত ভাল লাগিল ♥️
@deepagogoi392
@deepagogoi392 Жыл бұрын
Khub bhal lagil
@rosmitatalukdar8859
@rosmitatalukdar8859 Жыл бұрын
সচাকৈ আপোনাৰ কথা কমবোৰ বৰ ভাল লাগে ❤❤
@aparnagoswami2607
@aparnagoswami2607 Жыл бұрын
বৰ সুন্দৰ লাগিল
@diptidutta1058
@diptidutta1058 Жыл бұрын
ভিডিঅ'টো চাই খুব ভাল লাগিল ।
@mondirakalita4221
@mondirakalita4221 Жыл бұрын
বহুত বেছি ভাল লাগিল৷ এইটো তোমাৰ Best VDO. বাবী আহিব বুলি গম পাইছিলোঁ৷ কচু, ঢেকীয়া খাবহি বুলিও শুনিছিলোঁ৷ আটাইবোৰ প্ৰশ্ন আমিও জানিব বিচাৰিছিলোঁ৷ বাবীক মই মেছেঞ্জাৰত সুধিছিলোঁ--- Slim হোৱাৰ ৰহস্য কি? খুব ভাল লাগিল৷ মানুহে কৰিম বুলিলে নোৱৰা কাম নাথাকে৷ নিজৰ শৰীৰৰ প্ৰতি যতন লোৱা জৰুৰী৷ আমাৰ মানুহে ভাত ৰুটি বাদ দি আন খাদ্যৰে পেট ভৰোৱাৰ কথা ভাবিবই নোৱাৰে৷ মানুহে সাহস পাবলগীয়া VDO.
@ChefBBsKitchen
@ChefBBsKitchen Жыл бұрын
Mondira baideu ❤
@arunchandrachetia7764
@arunchandrachetia7764 Жыл бұрын
ধন্যবাদ ৷ ভাল লাগিল ভিডিঅ’টি ৷
@binapaniboruah1524
@binapaniboruah1524 Жыл бұрын
Babi বাক যে কিমান ভাল পাওঁ❤❤
@user-ec3qu4md6p
@user-ec3qu4md6p 11 ай бұрын
Bor bhal xikib’a logia kotha kole , axomiya manuhor monor bhab Koya karorone bahut dhanybaad
@lakhyajyotidutta2153
@lakhyajyotidutta2153 Жыл бұрын
বহুত ভাল লাগিল 👌👌👌👌
@merinabora8431
@merinabora8431 Жыл бұрын
মোৰ প্ৰিয় মানুহগৰাকী ।❤️❤️
@bbydoll5361
@bbydoll5361 Жыл бұрын
bbohut bhal lagil babi apunar kothabur akdon right god blessed you babi ba🙏😊
@archanabora5846
@archanabora5846 Жыл бұрын
বৰ ভাল লাগিল সাক্ষাৎ কাৰটো
@monalishaneogthakuria8610
@monalishaneogthakuria8610 Жыл бұрын
বাইদেউৰ ভিডিও বোৰ চাওঁ ভাল লাগে ....আজি আৰু ভাল লাগিল
@beenaborah1098
@beenaborah1098 Жыл бұрын
বহুত বহুত ভাল লাগিল। বাবি সচাঁকৈ খোলা অন্তৰৰ মানুহ। তেখেতৰ স্বামীৰ ঘৰ যোৰহাটৰ কোন ঠাইত জনা হলে আৰু ভাল লাগিল হেঁতেন।
@ChefBBsKitchen
@ChefBBsKitchen Жыл бұрын
চেউনী আলিত
@happytime960
@happytime960 Жыл бұрын
Bohut bhal lagil .❤.Katha bur janale. Dhunia recipe banai.
@alpanasharma5010
@alpanasharma5010 Жыл бұрын
ইমাম সুন্দৰ মনৰ মানুহ খুউব কম থাকে কিন্তু।
@anjalisaikia5273
@anjalisaikia5273 Жыл бұрын
Bout Val lagil
@user-ot9vk4tw7i
@user-ot9vk4tw7i Жыл бұрын
Bhut val lagil
@gitashrigogoi3556
@gitashrigogoi3556 Жыл бұрын
বৰ ভাল লাগিল
@archanakalita830
@archanakalita830 Жыл бұрын
Thank you dada Babi Baa k eman dhuniya interview babe mati ana babe.....apuni kisu Kotha thik koise Ami axomiya bore Nijor bor bad d anok anukoron Kori val paw Pai aru ai new jeneration toi ki koi thike nai ...
@purabidas436
@purabidas436 Жыл бұрын
বহুত ভাল লাগিল ❤❤
@user-eh4wf6zs4t
@user-eh4wf6zs4t 11 ай бұрын
তোমাৰ কথো-পকোথনৰ মাজেৰে সকলো জানিব পাৰি ভাল লাগিল। ভালে থাকা । ❤😢🎉
@niradanath3154
@niradanath3154 Жыл бұрын
Val lagil .
@nirupoma5935
@nirupoma5935 Жыл бұрын
কথাবোৰ বৰ ভাল লাগে
@rupaliboruah3658
@rupaliboruah3658 Жыл бұрын
খুব ভাল লাগিছে ভি ডি অ টো চাই
@nibaditagoswami3129
@nibaditagoswami3129 Жыл бұрын
Bahut bhal lagil video Sai
@gitashreebhaskar9824
@gitashreebhaskar9824 Жыл бұрын
Bohut bhal lagil, babi bak bhal lage...hiya, jia & roon k tu most lage, hihotor kothabur xunibolek video bur sau..
@karishmasaikia5279
@karishmasaikia5279 Жыл бұрын
Hundor 💕💕💕
@arpanachangmai2615
@arpanachangmai2615 Жыл бұрын
কিমান যে নিভাজ কৈ কথাবোৰ কৈছে।এই কাৰণে আপোনাক বহুত ভাল লাগে।
@karobiborahgogoi7214
@karobiborahgogoi7214 Жыл бұрын
Baidaw bouht val lagil❤️❤️
@akashibaruah8269
@akashibaruah8269 Жыл бұрын
বৰ ভাল লাগিল।
@khirodagogoi9606
@khirodagogoi9606 Жыл бұрын
Bohut bhal lagil❤️
@susiladuwara8026
@susiladuwara8026 Жыл бұрын
Bohut bohut Val lagil
@bulbulibuli1795
@bulbulibuli1795 Жыл бұрын
Nyc video.
@nilakshigudnewswelcomehaza5388
@nilakshigudnewswelcomehaza5388 Жыл бұрын
Vl lgil baa miss u n luv u
@runuborah7323
@runuborah7323 Жыл бұрын
বাবলি ৰ কথা বোৰ বৰ মৰম লগা। মোৰ লৰা ও গুৱাহাটী ৰ I H M kora. বৰ্তমান গুৱাহাটীৰ তাজভিভান্তাত কৰ্ম ৰত। বহুত ভাল লাগিল।
@kabitagogoi1385
@kabitagogoi1385 Жыл бұрын
Big fan of her❤
👨‍🔧📐
00:43
Kan Andrey
Рет қаралды 10 МЛН
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 68 МЛН
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН
👨‍🔧📐
00:43
Kan Andrey
Рет қаралды 10 МЛН