No video

দম্ভ-অহংকাৰ ভেদি Gaurav ৰ বিজয়, বিজেপি+ৰ ১১, আজমল বিদায়|| অসমৰ ফলাফলৰ পোষ্টমোৰ্টেম ||

  Рет қаралды 45,252

Tridib Bhagabati

Tridib Bhagabati

Күн бұрын

Пікірлер: 165
@tiluburagohain6786
@tiluburagohain6786 2 ай бұрын
তুমি ভাল কথা কোৱা বেতা আগবাঢ়ি যোৱা
@prodipkatani978
@prodipkatani978 2 ай бұрын
Go ahead.
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 2 ай бұрын
কোৱা হৈছিল সৰু লৰা কি দাল কৰিব, কোৱা হৈছিল আটাইতকৈ বেছি ভোটত যোৰহাট সমষ্টিত বিজেপি জিকিব, কোনোবাই আকৌ বোলে সৰু গগৈ জিকিলে হেনো ৰাজনীতি ও পৰিহাৰ কৰিব , ঘণ্টাই ঘন্টাই meeting পাতিছিল, ধনবলৰ প্ৰদৰ্শন কৰিছিল দামী দামী বাহন লৈ , কিন্তু সকলোবোৰ চেৰ পেলাই গৌৰৱ গগৈ জিন্দাবাদ,কাৰণ সেই ব্যক্তি সত্তাৰ সততা আছে ,আৰু সেই সততা ক যোৰহাট বাসীয়ে জয়ী কৰিলে।❤
@mausamraj0000
@mausamraj0000 2 ай бұрын
Gaurav gogoi r education r agot kono netai tikibo noware.... congratulations gaurav gogoi sir❤
@lipikabhuyan6979
@lipikabhuyan6979 2 ай бұрын
সময় সাপেক্ষ প্ৰয়োজনীয় বিশ্লেষণ। ভাল লাগিল।
@TanmayDeka-ld1ff
@TanmayDeka-ld1ff 2 ай бұрын
আপোনাৰ কথাখিনিয়ে ঠিকেই কৈছে
@user-pt3vb3ul8n
@user-pt3vb3ul8n 2 ай бұрын
বৰ্তমান আমাৰ অসমৰ মানুহ ৰাজনৈতিক ভাৱে সচেতন হোৱা পৰিলক্ষিত হৈছে। MGVK Bhanu sir ৰাজনীতিত পুনৰ অহা অনুৰোধ জনালোঁ।
@achyutbora7746
@achyutbora7746 2 ай бұрын
সম্পূৰ্ণ একমত। সহজ ভাৱে সুন্দৰ বিশ্লেষণ।❤
@user-dv5oo8zv5u
@user-dv5oo8zv5u 2 ай бұрын
গৌৰৱ গগৈৰ নিজৰ অশেষ কষ্ট কৰি জয়ী হৈছে। তেওঁৰ অমায়িক কথা বৰ্তাই যোৰহাটৰ ৰাইজৰ লগতে নতুন প্ৰজন্মই আকোঁৱালি লৈছে। কথাতে কয় নহয় গুণীয়ে গুণীৰ মূল বুজে । যোৰহাট লোকসভা সমষ্টিৰ মানুহ এনেকুৱা ই ..........
@tanbeerariz892
@tanbeerariz892 2 ай бұрын
"বহু আশা কৰি আছিলোঁ গৌৰৱ গগৈ বিপুল ভোটত জিকিব বুলি ,, কিন্তু সঁচাকৈ আকৰ্ষণীয় হল গৌৰৱ গগৈৰ এই বিজয়ৰ ছবিখন ! ভাল লাগিল ! বহুজন বিৰোধী নেতাই বহু কিবা কিবি কলে গৌৰৱ গগৈ ক ,,কিন্তু গৌৰৱ গগৈক সমালোচনা কৰা কাইজনে হয়তো নাজানে যে -"সূৰ্যক বেছিদিন ঢাকি ৰাখিব নোৱাৰে "! গৌৰৱ গগৈ💝🔥
@sudarshansarma07
@sudarshansarma07 2 ай бұрын
যোৰহাট সমষ্টিত মানুহে গৌৰৱ গগৈকহে ভোট দিছে কংগ্ৰেছক দিয়া নাই ।
@putuldutta3803
@putuldutta3803 2 ай бұрын
Absolutely right
@bhaskarjyotinath9875
@bhaskarjyotinath9875 2 ай бұрын
Akha korisu agontuk dinot gourav gogoi a leadership loi congress k aguai loi jbo
@keteki99
@keteki99 2 ай бұрын
নগাঁৱত আক’ মিঞাই কংগ্ৰেছক ভোট দিছে প্ৰদ্যুত বৰদলৈক দিয়া নাই বুজিলা নহয় ৷
@Axomlalapodcast
@Axomlalapodcast 2 ай бұрын
অসমত বৰ্তমান কংগ্ৰেছ মানেই গৌৰৱ গগৈ বুলি ৰাইজে গম পাই
@dowarahsanab8230
@dowarahsanab8230 2 ай бұрын
মাংস খোৱা নাই। মাংস জুল খাইছে
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 2 ай бұрын
গুৱাহাটীতকৈ যোৰহাটত শিক্ষিত মানুহ বেছি সেয়া এইবাৰ নিৰ্বাচনত প্ৰমাণ হল।
@jalaluddinahmed9888
@jalaluddinahmed9888 2 ай бұрын
গুৱাহাটী হল বনিয়াৰ সমস্তি।
@partharoy8473
@partharoy8473 2 ай бұрын
Gele jabor
@Real12976
@Real12976 2 ай бұрын
Balor kotha koiso.kot kot jikil sobei jane ru kiyo jikil😂😂😂😂
@KD-dj1iq
@KD-dj1iq 2 ай бұрын
​@@Real12976 BJPu Bengali vote Marwari vote loi jikisea
@axcelcore3208
@axcelcore3208 2 ай бұрын
Guwahati mixed manuh.. bihari Nepali Bengali Miya d vorti hei karone iat BJP jike
@khalilurrahman847
@khalilurrahman847 2 ай бұрын
Tridib ভৱিষ্যতে এজন ভাল ৰাজনৈতিক বিশ্লেষক হবা। Congratulations.
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
সুন্দৰ কথা।
@sudiptaranan7402
@sudiptaranan7402 2 ай бұрын
দাদা, আপোনাৰ ভিডিঅ'বোৰ চাই যথেষ্ট ভাল লাগে। বহুত সুন্দৰকৈ কথাবোৰ সজাই পৰাই আপুনি কয়। আপোনাৰ ভিডিঅ'বোৰৰ যোগেদি আমাৰ দৰে নতুন প্ৰজন্মই ৰাজনীতিৰ বহু কথা জানিবলৈ সক্ষম হৈছো। নিৰপেক্ষভাৱে আপুনি কথাবোৰ সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ভিডিঅ'টো চাই আমাৰ যথেষ্ট ভাল লাগিছে।
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 2 ай бұрын
তোমাৰ বিশ্লেষণ ঠিকেই আছে ।কিন্তু শোণিত কুমাৰ ভূঞা ৰ লগত তুমি, ৰাহুল গৌতম,আৰু অবয়ব ভূঞা ই বিশ্লেষণ কৰোতে গৌৰব গগৈ জয়ী হব বুলি ভবা নাছিলা যেন লাগিছিল ।গৌৰব গগৈ ৰ জয়ে অসমবাসী বহুত কে সুখী আৰু আনন্দিত কৰিলে ।
@pinkugoswami7448
@pinkugoswami7448 2 ай бұрын
Specifically lower assam r miya bure toh Gaurav jika karone xoru xoru iftar patise
@aliciadawns8535
@aliciadawns8535 2 ай бұрын
Tenekoi hoitu bhabisil .
@parthapratimhazarika3906
@parthapratimhazarika3906 2 ай бұрын
এক সুন্দৰ নিৰপেক্ষ আৰু নিৰ্মোহ বিশ্লেষণ।
@bikashsarmah2684
@bikashsarmah2684 2 ай бұрын
দৰৎ - ওদালগুৰিত কংগ্ৰেছে বিজেপিক Walkover দিছে । এটা দিন মাধব ৰাজবংশীক প্ৰচাৰ কৰা নেদেখিলোঁ । ওলোতাই বিজেপিক সহায় কৰিছে। মাধব ৰাজবংশীৰ দৰে ব্যক্তিক কংগ্ৰেছে বিদায় দিব লাগিব। মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ বুজা বুজিৰ কথা শুনিব পালোঁ
@janardanbora2803
@janardanbora2803 2 ай бұрын
তোমাৰ দৰে যুৱ নেতা ৰাজনীতিলৈ আহিব লাগে
@abdulmalik7142
@abdulmalik7142 2 ай бұрын
ভাল লাগিল যে ৰাইজে এই ৰজা ❤
@ArupDas-mb6wn
@ArupDas-mb6wn 2 ай бұрын
অতি সুন্দৰ বিশ্লেষণ।
@prabitachutia448
@prabitachutia448 2 ай бұрын
বৰ ভাল কথা বেটা , একেবাৰে সময়োপযোগী হৈছে , ধন্যবাদ আগলৈ
@radaliassame3397
@radaliassame3397 2 ай бұрын
অসমত আঞ্চলিক শক্তি যদি ৰাষ্ট্ৰীয় ৰাজনৈতিৰ বুকুচাত উঠে কত ভাল হৱ।
@Rakesh6199
@Rakesh6199 2 ай бұрын
অতি সুন্দৰ উপস্থাপন 👏👏👏
@rajusarma9691
@rajusarma9691 2 ай бұрын
মোৰ মতে গৌৰৱ কংগ্রেস নেতা হিসেবে জিকা নাই। গৌৰৱ গগৈ নিজৰ গুনৰ বাবে। congratulations to Gorab gogoi.
@rajennarah4928
@rajennarah4928 2 ай бұрын
Good Messages Bai
@debasishgogoi6094
@debasishgogoi6094 2 ай бұрын
বিশ্লেষণৰ প্ৰয়োজন আছিল। সামগ্ৰিক ভাৱে BJP সৱল হৈ আছে অসমত। পৰিবৰ্তন কৰাৰ বাবে গৌৰৱ গগৈ ৰ দৰে ব্যক্তিত্বৰ প্ৰয়োজন আছে বুলি মই ভাৱো। সেই জন কংগ্ৰেছৰে হওক বা অন্য কোনো আঞ্চলিক দলৰে হওক।
@nurboxalinur7218
@nurboxalinur7218 2 ай бұрын
সুন্দৰ বিশ্লেষণ
@bulengogoi4723
@bulengogoi4723 Ай бұрын
কংগ্ৰেছ দলৰ লগত থকা অখিল/লুৰিণজ্যোতি সকলোৱে পয্যালোচনা কৰা দৰকাৰ ৷
@abulhashem9077
@abulhashem9077 2 ай бұрын
Very good
@ranjumoniborah2952
@ranjumoniborah2952 2 ай бұрын
দল হিচাপে নহয় প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ উচ্চ শিক্ষিত, অতি সৎ মানুহ হিচাপে সকলোৰে অন্তৰ জয় কৰিব পাৰিলে।
@jalaluddinahmed9888
@jalaluddinahmed9888 2 ай бұрын
সেইকাৰণে দল বিলাকে প্ৰাৰ্থী দিওতে গৌৰৱ গগৈ ৰ দৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে।
@GamePlay-ib2cj
@GamePlay-ib2cj 2 ай бұрын
​@@jalaluddinahmed9888abkibar900000000000000par.
@user-yl4no2gz3k
@user-yl4no2gz3k Ай бұрын
Thanks
@luchonneog
@luchonneog 2 ай бұрын
Bhaiti tumi RAJNITI T AHA.. TUMALOKR NISINA MANUHK ASOMOR FUTURE R KARONE BAHT DORKAR.. PRASHANT KISHOR TUMI AMAR
@jitenkonwar3091
@jitenkonwar3091 2 ай бұрын
সুন্দৰ বিশ্লেষণ।
@kingcobragaming7689
@kingcobragaming7689 2 ай бұрын
Thank you aito ata xampurna nirmoh bislashan
@TanmayDeka-ld1ff
@TanmayDeka-ld1ff 2 ай бұрын
দাদা আপুনি বহুত ভাল কথা কৈছে আৰু ভাল ভাল কাম কৰি যাওক মই আপোনাৰ কথাত একমত হয়
@dewanyashinali9077
@dewanyashinali9077 2 ай бұрын
বৰপেটাৰ পৰা সদায় আপোনাক ভাল পা‌ও!❤
@nakulbanikya6653
@nakulbanikya6653 2 ай бұрын
শুদ্ধ বিশ্লেষণ
@khargeswarbaruah8139
@khargeswarbaruah8139 2 ай бұрын
গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী বিজেপীৰ প্ৰাৰ্থী গৰাকীতকৈ বেছি শক্তিশালী আছিল। কিন্তু যোৰহাট বাসী ভোটাৰৰ দৰে গুৱাহাটী বাসী ভোটাৰে চিন্তা কৰিব নোৱাৰিলে।
@joonjonali
@joonjonali 2 ай бұрын
Sundar
@ratusarkar5671
@ratusarkar5671 2 ай бұрын
Mozza ❤❤❤
@kusumsarma6702
@kusumsarma6702 2 ай бұрын
অপেক্ষা কৰি আছিলোঁ আপোনালৈ❤❤❤
@sininapaba2373
@sininapaba2373 2 ай бұрын
আজি কাজিৰঙা সমষ্টিৰ কথা কওঁ:- Election ৰ দুদিন আগত পদূলি মুখৰ লাইটৰ খুটাটোত যেতিয়া poster লগাবলৈ আহিছে তেতিয়াহে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ নামটো গম পাইছো আৰু মুখ খন দেখিছোঁ। BJP ৰ প্ৰাৰ্থীজনেও যিকেইটা ৱাৰ্ডত BJP member আছে তাত campaign কৰি গুচি গ'ল। ৰ'জলিনাই বাগানিয়া মানুহৰ Vote কেইটাক বেছি গুৰুত্ব দিলে। Voter list ত প্ৰথম নাম আহিছিল এইবাৰ। জীৱনৰ প্ৰথমটো vote। কাক দিম? কামাখ্যাৰ record ভাল নহয় আৰু ৰ'জলিনা প্ৰতিদ্বন্দিতাৰ যোগ্যই নাছিল। সেইকাৰণে উপায় নাপায় NOTA ত মাৰি থৈ আহিলোঁ। অপ্ৰিয় হ'লেও সত্য।🙏
@MindharVlogs
@MindharVlogs 2 ай бұрын
Good analysis
@NayanDeka-ft1bw
@NayanDeka-ft1bw 2 ай бұрын
Its a very beautiful way to express things
@anilneog3769
@anilneog3769 2 ай бұрын
ভৱিষ্যতে তুমি ভাল নিৰ্বাচনী বিশ্লেষক হোৱাৰ উমান পাইছো।
@mayuribaruah571
@mayuribaruah571 2 ай бұрын
মই একমত ৷
@simantagogoi8358
@simantagogoi8358 2 ай бұрын
তোমাৰ যিবিলাক বিষয়বস্তু লোৱা খুব ভাল লগা আৰু এনে বিষয় অনাগত দিনত পাম বুলি আশাবাদী।
@gupensaikia
@gupensaikia 2 ай бұрын
ভাল লাগিল ।
@assameseserial2458
@assameseserial2458 2 ай бұрын
অতি সুন্দৰ ।
@Sacr3dGhost_Is_Haunting_You
@Sacr3dGhost_Is_Haunting_You 2 ай бұрын
good analysis DHRUV RATHEE of Assam, Wish you good luck
@perth8245
@perth8245 2 ай бұрын
Dhruv Rathee is a resident of Germany.😂😂😂
@kalki9924
@kalki9924 2 ай бұрын
​@@perth8245Dhruv Rathee is a citizen of the democratic republic of India
@perth8245
@perth8245 2 ай бұрын
@@kalki9924 Search on Google, who is true?
@perth8245
@perth8245 2 ай бұрын
@@kalki9924 he did not even cast his vote in recent lok sabha election😏😏😏😏
@kalki9924
@kalki9924 2 ай бұрын
@@perth8245 well even if this is true, he has enlightened crores of voters through his factual contents and irrefutable arguments.
@bhaskarbaruah7802
@bhaskarbaruah7802 2 ай бұрын
Khub val kotha koisa
@sabita3055
@sabita3055 2 ай бұрын
অতি সুন্দৰ
@user-et5tq1em6o
@user-et5tq1em6o 2 ай бұрын
ত্ৰিদীপ তোমাৰ কথাত একমত
@kalpanakataky9092
@kalpanakataky9092 2 ай бұрын
কংগ্ৰেছ বুলি গৌৰৱ জিকা নাই।নিজ গুণেৰে জিলিকি উঠিল তেওঁ।এটা আলোচনাত তোমালোক এ গৌৰৱ গগৈ জিকিব বুলি ভৱা নাছিলা নেকি ?যি হওঁক তোমাৰ বিশ্লেষণ খিনি ভাল লাগিল
@user-ul9kn6yj8p
@user-ul9kn6yj8p 2 ай бұрын
Tumer val future ase
@dipon789
@dipon789 2 ай бұрын
জনা বুজা মানুহে কেতিয়াও BJP ক ভোট নিদিয়ে
@narensarmah2233
@narensarmah2233 2 ай бұрын
জয় আই অসম
@apurbadas2580
@apurbadas2580 2 ай бұрын
হয় দৰং-ওডালগুৰি ত বিৰোধী শক্তিশালী নোহোৱাৰ বাবে দিলীপ শইকীয়া বিজয় নিশ্বিত হৈছে নহ'লে পৰাজিত হোৱাটো নিশ্চিত আছিল ।
@swarnaphukan8915
@swarnaphukan8915 2 ай бұрын
Tumi bohut dhunia kotha koise
@KIRANSAIKI
@KIRANSAIKI 2 ай бұрын
Good
@manoranjandutta997
@manoranjandutta997 2 ай бұрын
Nice sir
@jiaunnaher6318
@jiaunnaher6318 2 ай бұрын
Upper Assam তো জিকিল Congress Middle Assam তো জিকিল Congress Lower Assam তো জিকিল Congress Congress secular party হয় কৰিমগঞ্জ লোকসভা সমষ্টিত ১.৫ লাখ মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল তাত জিকিল BJP Congress অকল মুছলমান সকলৰ দল হলে কৰিমগঞ্জতো‌ জিকিলে হয়। অলপ কষ্টৰ বিনিময়তত ২০২৬ চনত যে Congress ৰ BJP তকৈ ভাল ফলাফল হব সেইটো খাটাং কিয়নো আদৰ্শ নথকা মানুহ এতিয়া BJPত Congress ৰ দালাল এতিয়া BJP ত ।।
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 2 ай бұрын
Aapuni miya neki
@jiaunnaher6318
@jiaunnaher6318 2 ай бұрын
Moi Tridib Bhagabati ৰ KZfaq video regular viewers... Miya মানসিকতা থকা মানুহে বা মুছলমান মানেই Miya ... এই বেয়া মানসিকতা থকা মানুহে Tridib video হজম কৰিব নোৱাৰে।
@jiaunnaher6318
@jiaunnaher6318 2 ай бұрын
Congress য়ে অলপ কষ্ট বিনিময়ত জিকিব কোৱাৰ কাৰণ হ'ল - Ideology follow BJP ৰ গুৰুত্ব নিদিয়ে ..AGP কৰ্মীৰ গুৰুত্ব নাই অকল নতুনকে join কৰা সুবিধাবাদী, দালাল ,BJP ৰ গুৰুত্ব এইবোৰৰ উতপাত বেছি যিবোৰ বহুত অহংকাৰী.. Ideological follow কৰা BJP Upper Assam -Minal Saikia, AGP .. গুৰুত্ব নাই Middle Assam - rajen gohain, rupok sharma... Lower Assam - siddhartha bhattacharya, Atul Bora ..
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 2 ай бұрын
@@jiaunnaher6318 miya buli kobao to alp sahos lagivo....
@BabuHazarij66
@BabuHazarij66 2 ай бұрын
Agree
@rubiphukan3811
@rubiphukan3811 2 ай бұрын
একমত
@InjamamulHussain
@InjamamulHussain 2 ай бұрын
Aponar juktti bor bhut besi Val lage Mr
@user-il3dz9qd1e
@user-il3dz9qd1e 2 ай бұрын
আপোনাৰ স্থিতি মই বহুত ভাল পাওঁ।
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 2 ай бұрын
1St view❤
@mofijali4108
@mofijali4108 2 ай бұрын
শেষত মূখ্যমনতী হিচাবে লাগে গৌৰব গৈগৈ ক
@thebeast9210
@thebeast9210 2 ай бұрын
Namo again
@ratusarkar5671
@ratusarkar5671 2 ай бұрын
Good bro
@babysaikia7520
@babysaikia7520 2 ай бұрын
👍
@Riki_EditZ
@Riki_EditZ 2 ай бұрын
Tridip da will you play 2026 election if you wants to play so please come to our demow assembly 😢 we want a strong leader
@Bikram70350
@Bikram70350 2 ай бұрын
পিয়াজ হাজৰিকা এটা পাগল কেতিয়া কি কয় নিজেই নাজানে।😂
@user-qq6lu4tp8t
@user-qq6lu4tp8t 2 ай бұрын
কাজিৰঙা ত INC ৰ পৰা কোন উঠিছিল গমে নাপালোঁ
@Grownglow123
@Grownglow123 2 ай бұрын
Dhruv Rathee of Assam
@masoomsaikia9659
@masoomsaikia9659 2 ай бұрын
ভাইটি তুমি আমাৰ গৌৰৱ!!
@prabinsakia18
@prabinsakia18 2 ай бұрын
kATidip da val lagil ami sadharon ajon voter Ba axomor ajon jubok hisape spostovabe buji paisu opposition r leader hokole apunar kothabur ki dore gohon kore teulooke bujibo val lagil niropekhyo vabe alusona korar babe apunaloi dhonybad thakil
@jonaknixasor8258
@jonaknixasor8258 2 ай бұрын
❤❤❤
@ujjwalgogoi4620
@ujjwalgogoi4620 2 ай бұрын
@khagendas5012
@khagendas5012 2 ай бұрын
গৌৰৱ‌গগৈ জিকিলেও বিজেপিয়েহে অসমখন উন্নতি পথত নিব পাৰিব। কংগ্ৰেছৰ শাসনত আমাৰ উন্নতি নহয়। কাৰণ‌ সিহত ভ্ৰস্তাচাৰী।যোৰহাটৰ উন্নতি হিমন্তৰ বাহিৰে আনে কৰিব নোৱাৰে ।
@user-mc7rq6gf7d
@user-mc7rq6gf7d 2 ай бұрын
I hope you will make a video regarding NEET exam results.
@hamimsikdar3651
@hamimsikdar3651 2 ай бұрын
U should make a video regarding NEET exam results.
@hamimsikdar3651
@hamimsikdar3651 2 ай бұрын
I hope you will make a video regarding NEET exam results
@deborajgogoi1017
@deborajgogoi1017 2 ай бұрын
Moi tumr ajon hubhakankhi 🥰
@arnabdutta5049
@arnabdutta5049 2 ай бұрын
AIUDF বিজেপিৰ B Team আছিল
@Simanta_679
@Simanta_679 2 ай бұрын
Tridip da❤
@user-mc7rq6gf7d
@user-mc7rq6gf7d 2 ай бұрын
Please make a vedio regarding NEET exam results.
@sumayaDM
@sumayaDM 2 ай бұрын
শোণিতপুৰত ভাল প্ৰাৰ্থী নাই বাবেই বিজেপি গ'ল
@kandarpa2622
@kandarpa2622 2 ай бұрын
The spokes man is perhaps belongs to BJP. He should know well that in Kajiranga Hojai and Lumding constituencies are maximum full of Bengali people and they support BJP. So Mr Mama has included these two assembly seats.
@kuldipgoutamsharma3432
@kuldipgoutamsharma3432 2 ай бұрын
🎉🎉🎉🎉
@HIMAANNNTO
@HIMAANNNTO 2 ай бұрын
Gaurav Gogoi k meeting t mic use kribo dia nasile BJP e amr nazirat ru kimn poisa uraisile sob panit ...😂
@ajayaxom2693
@ajayaxom2693 2 ай бұрын
We gave a mandate of 11 seats with a voter turnout of 80%...and what wd we get?
@kingcobragaming7689
@kingcobragaming7689 2 ай бұрын
Tridip tumi rajnitiloi ahiba neki. Ahile bhal
@manash2131
@manash2131 2 ай бұрын
Regional alliance tu besi Val BJP r beleg eku nai .Lakhimpur t gana Shakti r lgt alliance nkrake jiki saok !! Btc t alliance nkrake himmat ase ne khelibole ? Game changer Assam t AGP,Gana Shakti aru uppl ,nhole bjp a 5 khon man pale hoi .
@user-ni5jk3xp1m
@user-ni5jk3xp1m 2 ай бұрын
ভা জ পা যোৰহাটত হৰাৰ অন্য এটা ডাঙৰ কাৰণ হ'ল তেওঁলোকৰ প্ৰয়োজনাধিক সভা সমূহ। হি বি শৰ্মা সাপেখাতী অহাৰ কথা দুদিনৰ আগলৈকে কোনেও গম নাপাই। শুনা মতে ডিব্ৰুগড়ত সভা বাতিল হোৱাত দুদিনৰ ভিতৰত সভা পাতিলে। আদৰণি জনাবলৈ স্থানীয় সকলো সাংস্কৃতিক দলৰ লগতে আমাৰ বিহু দলটোও আছিল । ইচ্ছা নাছিল যদিও গলো।চ'ত মহিয়া ৰ'দত ১ ঘণ্টা মান থিয় হোৱাৰ পিছত আদৰণি জনালো। খাবলৈ অকল পানী , বাহিৰলৈ যোৱা গে'ত বন্ধ কৰি দিলে ।যাবলৈ নাপাই শ শ মানুহ গে'তৰ সন্মুখত আহি তৰ্ক কৰিব লাগিল । মামা যোৱাৰ পিছত হে সকলোকে আহিব দিছে ।😢
@jintuupadhaya7988
@jintuupadhaya7988 2 ай бұрын
NTA, NEET r uporot video laage
@nocomment476
@nocomment476 2 ай бұрын
1.2
@MeghaliBaruah-lh8ni
@MeghaliBaruah-lh8ni 2 ай бұрын
Haítyokotha
@KnowledgeVerse.420
@KnowledgeVerse.420 2 ай бұрын
Gaurav Gogoi tumar logor ba khomo boyokhiya niki ? "Gaurav" buli address korila j so vabilu tumar logor ba khomo boyokhiyai hobo 🙂
@ankur6797
@ankur6797 2 ай бұрын
Apunar dept ki asila dada
@user-cb3nn7lm8o
@user-cb3nn7lm8o 2 ай бұрын
Pol sc
@GT-dm8pw
@GT-dm8pw 2 ай бұрын
Pisfalor ghortur bikhor duwakhar koba ketiaba Gumor fak ata ase jen pao 😊
@amritgogoi2288
@amritgogoi2288 2 ай бұрын
Jure jure kapur di aru dhon di bhutar raijok akorkhn koribo nwarile.
@nocomment476
@nocomment476 2 ай бұрын
1:2
This Dumbbell Is Impossible To Lift!
01:00
Stokes Twins
Рет қаралды 37 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 17 МЛН
This Dumbbell Is Impossible To Lift!
01:00
Stokes Twins
Рет қаралды 37 МЛН