FRIENDS Telegram me dhanashribaishya buli fake youtube channel khuli apunalukor comment burot kunubai reply di ase heitu moi nohoi.. and telegram ac o khulise mur namot .. mur orginaly kunu telegram ac nai gotike apunaluke reply nidibo . And fake youtube channel tu report korok hokouwe . Logo tu mur orginal channel r logo ye logaise ..
ইমান ঘৰ দেখিলোঁ কিন্তু অনন্যা পাচানিৰ ঘৰটো শ্ৰেষ্ঠ।
@gogoipuwali35714 ай бұрын
😅
@gogoipuwali35714 ай бұрын
😅 29:01
@anjanaphukanaaimoni62059 ай бұрын
মই চোৱা Home tour বিলাকৰ ভিতৰত আটাইতকৈ ধুনীয়া Home tour এইটোৱে। planter, cute cute showpiece বিলাকে দুগুণ সৌন্দর্য বঢ়াইছে। অন্যান্য নামৰ দৰে ঘৰখনিও অন্যান্য।❤❤❤❤❤
@prabaljeetbhuyan3709 ай бұрын
বহুত ধুনীয়া লাগিছে। তিনি জনীকৈ ছোৱালী চম্ভালি ৰখাৰ লগতে ইমান সুন্দৰকৈ ঘৰতো সজাই পৰাই ৰাখিছে যে সচাকৈ অন্যনা যে অন্যনা
প্ৰথম বাৰ দেখিছো ধুনীয়া ঘৰ চালে ছাই থাকিবৰ মন যায় ৷ আচৰিত ঘৰ বুলি কলেও ভুল কোৱা নহব ৷ অনন্যা বাৰ কর্মস্পৃহা আৰু শতগুনে বঢ়াওক ৷ love You Anannya❤ love You to Dhanashree
@junmoniboruah17679 ай бұрын
অকনো skip নকৰাকৈ প্ৰথমবাৰৰ বাবে এটা Home tour video চালো ,সঁচায়ে বিৰাট ধুনীয়া ঘৰ অনন্যা বাৰ ।
Dream house, beautifully designed with proper maintenance, all areas of the house has a lively and loving touch. Ananyak agote jona nasilu, but after this video I have no doubt that she is really talented in her works.