No video

আধৰুৱা এটি প্ৰণয় || REDFM LOVE STORY BY RJ PAHI

  Рет қаралды 570,661

Red FM Assamese

Red FM Assamese

Күн бұрын

Presenting another love story by RJ Pahi.
Subscribe to the channel for more of such videos.
Send us your love story at the following address in the form of letters.
Address : Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
WE DO NOT ACCEPT IT ON OUR WHATSAPP NO. OR MAIL
এতিয়াৰ পৰা Love story mail অথবা WhatsApp যোগে গ্ৰহণ কৰা নহয়। Love story পঠিয়াবলৈ আপুনি চিঠি লিখি তলত উল্লেখিত ঠিকনাত পোষ্ট কৰক ।
Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
#LoveStoryWithRJPahi
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
KZfaq: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse....
Follow your favorite RJ's at: www.redfmindia...
Regional Red FM KZfaq Channels -
/ bauaaredfmindia
Follow RJ Pahi :
rjpahi
redfmrjpahi
Follow RJ Mandy :
rjmandys
RedfmRJMandy
Follow RJ Kuldeep :
redfm_rjkuldeep
redfmrjkuldeep

Пікірлер: 1 200
@dibyajyotineog796
@dibyajyotineog796 2 жыл бұрын
সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত ❤
@bhagyasreehazarika122
@bhagyasreehazarika122 2 жыл бұрын
Bohut dukh lagil sokurpani ulai gol muru same asolote mur religion problem nohoi beleg problem jiai jiai mori jua jen lage o heikhini muhurtot
@gunadadas8529
@gunadadas8529 2 жыл бұрын
Bohut dukh lagil sskurpani ulai gal
@mrbabu.rosting1865
@mrbabu.rosting1865 Жыл бұрын
😚❤️
@banashrikashyap7528
@banashrikashyap7528 Жыл бұрын
@@bhagyasreehazarika122 !d9
@sununath5794
@sununath5794 Жыл бұрын
Yes ❤❤❤❤❤❤
@jonjyoti-Nath08
@jonjyoti-Nath08 2 жыл бұрын
দুচকুৰে চকুলো বৈ গ'ল story টো শুনি 😥 সঁচাই বহুত ভাল লাগিল ❤🌸💛 1st jito love story mor bhut vl lgisil xeitu hoise "মৰম ভালপোৱা " aru aibr aito love story mor favorite hoi raba💖
@aalizzwell438
@aalizzwell438 2 жыл бұрын
মৰম ভালপোৱাৰ story tur লিংক comments dibo parile dba sun please
@janmoni-sani4879
@janmoni-sani4879 2 жыл бұрын
@@aalizzwell438 a2 chanel r play list jowa tate ase
@MriduPaban.
@MriduPaban. 2 жыл бұрын
Link tu diba sn মৰম ভালপোৱা story tor
@nikitatalukdar4921
@nikitatalukdar4921 2 жыл бұрын
বহু দিনৰ অন্তত love story শুনিলো। চকুলো নিগৰি পৰিছে। আপোনাৰ voice ত যেন জিপাল হৈ পৰিছে story টো আৰু এবাৰ ৷ প্রেম মানেই বিবাহ নহয় , এইটো সঁচা ৷ কিন্তু প্রতিটো প্রেমৰ সম্পৰ্কত যদি ইমান বিশ্বাস, মৰম, ভাল পোৱা , শ্ৰদ্ধা থাকে ৷ তেনেহলে আধৰুৱা হৈও ই সফল ৷ শেষত ভালে থাকক সকলো সম্পর্ক ৷ ভালে থাকক ৰিহান ৷
@matrix9pro
@matrix9pro 2 жыл бұрын
ভালপোৱা মানে অকল বিবাহ নহয়। ভালপোৱা আন অৰ্থত ত্যাগ । ভাল লাগিল এটা সুন্দৰ love story.
@Nikigogoi8821
@Nikigogoi8821 2 жыл бұрын
So much you
@straightword3562
@straightword3562 2 жыл бұрын
……………陆…
@straightword3562
@straightword3562 2 жыл бұрын
7 。 好姐妹
@straightword3562
@straightword3562 2 жыл бұрын
@@Nikigogoi8821 睛
@pranabbarman3914
@pranabbarman3914 2 жыл бұрын
P
@Sumpisvlog
@Sumpisvlog 2 жыл бұрын
হাঁহিৰে আৰাম্ভ হোৱা এটা মৰম লগা কাহিনী 😊 যাৰ শেষ চকুপানী আৰু বুজাবুজি 😣 সচাই আচৰিত ।। হৃদয় চুই যোৱা এটি কাহিনী 😊 তেওঁলোকৰ ভালপোৱাৰ মাজত ত্যাগ আছে ।। সচাই মহান তেওঁলোক ।। সদায় ভালে থাকক তেওঁলোক নিজৰ নিজৰ ঠাইত তাকে কামনা 😊...
@saddamhussen2955
@saddamhussen2955 2 жыл бұрын
Thike koisa
@parthaprotim6824
@parthaprotim6824 2 жыл бұрын
সঁচাই দুৰ্দান্ত প্ৰেমিক । দুখ লাগিল যদিও আপোনালোকৰ বুজাবুজিখিনি দেখি আপোনালোক ব্যতিক্ৰম হৈ ৰ'ল । 😍😍পাহি বা always love you 😍❤
@AtikurRahman-vu2du
@AtikurRahman-vu2du 4 ай бұрын
True love never end
@trishna5775
@trishna5775 2 жыл бұрын
আধৰুৱা এটি প্ৰণয়। শুনি শুব দুখ লাগিল। RJ পাহি বা আপোনাৰ love story বোৰ ইমান সুন্দৰকৈ কয় ধৰিবই নোৱাৰি যে ফোনটোত শুনি আছোঁ নে কথা বোৰ দেখি আছোঁ নিজ চকুৰে🤔সঁচাকৈ যাদু আছে আপোনাৰ মাতত। আগলৈও এনেকুৱা সুন্দৰ জীয়া কাহিনী শুনিব পাম বুলি আশাবাদী❤️love frm gauhati..☺️☺️☺️
@barpetaraapa6993
@barpetaraapa6993 2 жыл бұрын
hoi kintu
@sangitaroy9494
@sangitaroy9494 2 жыл бұрын
প্ৰেম মানে প্ৰাপ্তি নহয়, প্ৰেমৰ অন্য এটি নাম ত্যাগ ❤️
@user-jt4vr2wt4f
@user-jt4vr2wt4f 2 жыл бұрын
জীবন বৰ অনুপম তুমি সদায় জয়ী হোৱা ।আজিৰ দিনত প্ৰকৃত প্ৰেমৰ বৰ অভাব ।সকলো যন্ত্ৰ হৈ গৈছে ।ভাল লাগিল যে এই যান্ত্ৰিকতাৰ দিনতো পৃথিৱীত এতিয়াও জীয়াই আছে প্ৰকৃত প্ৰেম ।প্ৰেম অমৰ ........... ।
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
❣️
@polashphukon7880
@polashphukon7880 2 жыл бұрын
❤️❤️❤️
@rosokavlogs9197
@rosokavlogs9197 2 жыл бұрын
কিমান story শুনি চুকলো বৈ আহে☺️ কিমান কাহিনী নিজৰ লগত মিলে বা তাইৰ লগত মিলে🙂 এদিন মই ও আগবঢ়াম মোৰ প্ৰেম কাহিনীৰ টুটৰা এটি🌱🌱
@user-mj6hk8lk1v
@user-mj6hk8lk1v Жыл бұрын
Moi o
@brotherscreation1264
@brotherscreation1264 2 жыл бұрын
বহুত কষ্ট হয় যেতিয়া নিজৰ ভাল পোৱা নিজে বিদায় দিব লগা হয় । কিন্তু কি কৰিম নিজৰ মা দেউতা ফালে চাই সেইখিনি কৰিব বাধ্য যত কনো ভৱিষ্যত নাই তাত জানো থাকি কিবা লাভ হব ? অনুভৱ কৰিব পাৰিছো ৰিহান এ কেনেকৈ বিদায় দিছে নিজৰ প্ৰিয় জনক । কিমান কষ্টকৰ এই কাম সেয়া কেৱল সেইজন মানুহে গম পাই 😑 Well done Rihan ☺️ তুমি যি কৰিছা বহুত ভাল কৰিছা । যতে থকা ভালে থকা । পাহি বা এনেকুৱা story এটা পুনৰ আপোনাৰ মুখত শুনিবৰ বাবে মাত্ৰ কেইটামান দিন অপেক্ষা । মইও মোৰ আধৰুৱা কাহিনী আপোনাৰ লে লিখি আছো
@Believe.786
@Believe.786 2 жыл бұрын
Yea it's so sad when you don't want to say bye someone instead you have to say bye .
@bulilahon2328
@bulilahon2328 2 жыл бұрын
Oooopo 9o9opio9pokkppplooo99oopo
@ninjahansel2854
@ninjahansel2854 2 жыл бұрын
কাহিনিতু শুনি ৰব নোৱাৰিলি(😭🙏🙏🙏🙏🙏
@NDR_LIZA
@NDR_LIZA Жыл бұрын
Xaskoi হৃদয় চুই গ'ল।।।। ভালে থাকা দুয়ো,,,, ❤❤❤,,,, ৰিহান তুমি যত থাকা সুখত থাকা,,, সচাঁকৈয়ে You Are The Great...👍👍👍🙏🙏🙏
@sra6464
@sra6464 2 жыл бұрын
জীৱনত প্ৰথম বাৰৰ বাৰে youtube ত comment কৰিছো, বহুত ভাল লাগিল, এতিয়ালৈকে আধা শুনিছো, শেষৰ ফালে কি হব হয়তো গম পাইছে, সেইবাবে শুনিব ভয় লাগিছে !
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
জীৱনত যদি জাতি, ধৰ্মৰ কোনো বিভাজন নাথাকিল হয় আজি বহুতে দুখৰ মাজৰ পৰা মুৰ তুলি চাব পাৰিল হয়.....😔😔 " মন যায় জানা কেতিয়াবা ভাগৰুৱা কলিজাতি তোমাৰ কোলাত থৈ জিৰণি ল'বলৈ কিন্তু কি হ'ব নিৱটিয়ে দি যোৱা সেই শপত বানি ত আজি মই আবদ্ধ." মন গ'লে ও নোৱাৰো জানা....😥😢😟😟
@jitumajhi2795
@jitumajhi2795 2 жыл бұрын
Bohut val lagil pahi baa......love Mur life ot ni but Val lage Ane kisuman story...tq ba Ane story Diya karone.....
@Trading-Tiger-01
@Trading-Tiger-01 2 жыл бұрын
কিয় সমাজে বনোৱা নিয়মবোৰৰ জাল খনত সঁচা ভালপোৱাবোৰ বাজি ৰয় ! হৃদয়পৰশা আছিল 💝
@ritupansaikiaofficial2761
@ritupansaikiaofficial2761 2 жыл бұрын
বহুত বেছি ভাল লাগিল love story টো আশা কৰোঁ তুমি বহুত ভাল এগৰাকী life partner পোৱা 🤗
@rumakalita3510
@rumakalita3510 2 жыл бұрын
গতিময় জীৱনৰ আঁৰডাল হেৰায় গ'ল এই বাক্যশাৰী য়ে হৃদয় চুই গ'ল!😊✨❤️
@Pranjal_M_Baruah
@Pranjal_M_Baruah 2 жыл бұрын
হাঁহিৰ আঁৰৰ চকুপানীখিনি লুকুৱাই থবলৈ বহুত বেছি কষ্ট হয়। যি কি নহওঁক পৰি সদায় সুখী হোৱা আৰু ৰিহান বহুত বেছি চেকৰিফাইছ কৰি জীৱনত আগবাঢ়িলা । সঁচা ভালপোৱাক বুকুৰ মাজত লৈ ফুৰা জীৱনটো বহুত সুন্দৰ হব ।। ধন্যবাদ পাহি বা 😊😍🙏
@nksdo
@nksdo 2 жыл бұрын
দুখ লাগিল, তেওঁলোক যদি দুয়োটাই Celebrity হ'লে হয় তেন্তে তেওঁলোকৰ প্ৰেম সফল হ'লহেতেন, সমাজেও মানি ল'লেহেতেন, আমি যে সাধাৰণ মানুহ, সেয়ে মানি নলয়।
@tffnpc8453
@tffnpc8453 2 жыл бұрын
right ❤️
@himashridevi4301
@himashridevi4301 2 жыл бұрын
Absolutely right ❤️
@sehnajyasmin7180
@sehnajyasmin7180 2 жыл бұрын
Khsa kotha
@juriatozvlogs1258
@juriatozvlogs1258 2 жыл бұрын
ইমানেই মন চুই যোৱা কাহিনীটো... নিলিখাকৈ নোৱাৰিলোঁ..কিনো ক'ম শব্দৰ অভাৱ... আপোনাৰ ব্যক্তিত্বক শলাগিৱই লাগিৱ.. কিয়নো আপোনাৰ দৰে ব্যক্তি আজিৰ সমাজৰ আদৰ্শ... আপুনি কৈছিল লিখিৱ নাজানো কিন্তু আপোনাৰ লিখনি উপস্থাপন বহুত বেচি উত্তম.. আৰু পাহি বাৰ সুমধুৰ কণ্ঠত জীপাল হৈছে ইয়াৰ প্ৰতিটো পৃষ্ঠা...ৰিহান আহমেদ আগন্তুক জীৱনত আপুনি আৰু বেছি সুখী হওঁক.. 👍
@tribenibora6051
@tribenibora6051 2 жыл бұрын
ৰিহান আৰু পৰি তোমালোকৰ কাহিনীটোৱে সচাকৈ হৃদয় চুই গ'ল 🥺♥️।চকুলো বৈ গ'ল।
@gayatrinath9223
@gayatrinath9223 2 жыл бұрын
কাহিনী টো শুনি এনে লাগিল তাত ঘটা ঘটনাৰ কিছু অংশ মোৰ লগত মিলে আৰু এনে লাগিল মোৰ হৃদয়ৰ কোনোবা অংশত খুণ্ডিয়াই হৃদয় কপাঁই দিলে,,,nice
@Utpal_official231
@Utpal_official231 2 жыл бұрын
বহু দিনৰ মূৰত শুনিলোঁ আৰু বহুত ভাল লাগিল কিন্তু এটা কথা সঁচাকৈ চকুলোঁ বাগৰি গৈছে😭😭 তোমাৰ মুখেৰে love story শুনিলে মোৰ তাই লৈ বৰ কৈ মনত পৰিল আৰু বহুত দুখি হৈ পৰিলোঁ
@jayantasharma1326
@jayantasharma1326 2 жыл бұрын
This love story is really full respect and sweet...But not fulfilled because of Religion....Really Very Heart Touching Love Story....The way he Tell Good bye to her is very emotional 😢😞
@shyamolikagogoi438
@shyamolikagogoi438 2 жыл бұрын
ইমান পবিত্ৰ!ইমান ভালপোৱা...!দুয়ো সদায় এই ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকক
@ananyasaikia6241
@ananyasaikia6241 2 жыл бұрын
2016 তে শুনিছিলোঁ, আজি ঘপকে link টো পাই শুনিলোঁ,ভাল লাগিল বহুত💗
@samsulvlogs1512
@samsulvlogs1512 2 жыл бұрын
Nice
@DHIRAJ_AXOM
@DHIRAJ_AXOM 2 жыл бұрын
😹
@trishnalaskar23
@trishnalaskar23 2 жыл бұрын
নাকান্দি নোৱাৰিলো পাহি বা। ইমান মৰম,ইমান ভালপোৱা আৰু ইমান সন্মান থকা এটা প্ৰেমৰ সম্পৰ্কৰ পৰিণতি বৰ দুখৰ 😢😢😢😢😢 ইশ্বৰে কুশলে ৰাখক দুয়োকে 🙏
@Cartoontvha
@Cartoontvha 2 жыл бұрын
সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত । Very heartoching Love story...❤️❤️💞 Nice VOICE PAHI baa💓#RJPAHI
@njvideos5209
@njvideos5209 2 жыл бұрын
kotha khini thikei koisa aber sesta korib parile hoi😔
@Enthusiast_V
@Enthusiast_V 2 жыл бұрын
Although l personally feel that "LOVE IS NOT ONLY ABOUT GETTING MARRIED or BEING TOGETHER FOREVER"... Literally heads off to the most sensible & dignified man Mr. RIHAN & sweet & delicate lady Miss PARI. Uh both temporarily came like a ray of happiness in each other life & made some impeccable permanent moments of love in ur life, which will give uh some instant smile on ur face🌟❤️
@chayanikakalita7994
@chayanikakalita7994 2 жыл бұрын
বহুত বহুত ভাল লাগিল ❣️ তুমি ভালে থাকা যেন এইয়াই ভগৱানৰ ওচৰত পাৰ্থনা 🌼
@shyamalchandraroy1826
@shyamalchandraroy1826 2 жыл бұрын
যিয়ে কাৰোবাক সঁচা অন্তৰ দি ভাল পাইছে তেওঁ এই কাহিনীটো শুনি চকু পানী ধৰি ৰাখিব পৰা নাই ..... যেতিয়া কাহিনীটো শুনি আছিলোঁ ভবাই যে এইটো কেৱল পৰি আৰু ৰিহানৰ কাহিনী , প্ৰতি to কথাই অন্তৰ চুই গল। দুয়োৰে নতুন জীৱনৰ শুভ কামান জনালোঁ। সঁচা প্ৰেম সদায় অন্তৰত থাকে।
@Bandana1800
@Bandana1800 2 жыл бұрын
Respect for both.. Jetia "Niyoti" koisil hosake sokupani rokhaboloi pora nasilu.. eman bujabuji eman bhal pua.. ❤️
@debashisd1b24
@debashisd1b24 2 жыл бұрын
বহুত সন্মানেৰে তেওঁ প্রেমক আগুৱাই নিলে।প্ৰেম মনেই যে প্ৰাপ্তি তাৰ কোনো কথা নাই।প্ৰেম মানেই সন্মান আৰু তেওঁ সেই সন্মান প্ৰেমক দিছে।বহুত দুখ লাগিল শুনি।
@mriduladas5521
@mriduladas5521 2 жыл бұрын
বহুঁত ষ্টোৰী শুনিলোঁ‌ পাহি বা,,, কিন্তু আজি এই ষ্টোৰী তু শুনি চকু পানী বৈ আহিল।😢😢 তাৰ নহওঁ বুলি জানিও ভাল পাইছিলোঁ তাক। প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম। আৰু যেতিয়া সপোনবোৰ দিঠক কৰা সময় আহিল। সকলোৰে সুখঁৰ বাবে তাক ত্যাগ কৰিব লগা হয়। একমাত্ৰ ধৰ্মৰ কাৰণে 🥺😓😓 নিস্বাৰ্থ প্ৰেম আছিল আমাৰ মাজত। তাৰ লগত থকা ম্মৃতি বোৰ চাই আজিও কান্দো। এবছৰ হ'ল কিন্তু তাক পাহৰিব পৰা নাই। নাজানো ভবিষ্যতে কাৰ লগত বিয়া হ'ম কিন্তু যাৰ লগত নহওঁ কিয় মোৰ যদি ল'ৰা সন্তান হৈ মই তাক মতা নামাটো এ ৰাখিম।(জোন)🙂💓💓 ইয়াৰ যোগেদি এইটো এ কম তুমাক।যতে আছা ভগবানে ভালে ৰাখক তুমাক।মনৰ সকলো আশা যেন পুণৰ হৈ। তাৰে কামণা কৰিলোঁ।🙂🥰🥰 শেষত ক'ব বিচাৰোঁ ভাল পোৱাৰ আন এটি নাম ত্যাগ 🙂🙂
@rejibahmedofficial1381
@rejibahmedofficial1381 Жыл бұрын
Xei pori joni apuni a asil neki?
@mahindridas1311
@mahindridas1311 Жыл бұрын
Sex karisila
@mriduladas5521
@mriduladas5521 Жыл бұрын
@@rejibahmedofficial1381 সেইজনি মই নহয়
@rejibahmedofficial1381
@rejibahmedofficial1381 Жыл бұрын
কিন্তু আপোনাৰ কমেন্টটো কিয় তেনেকুৱা লাগিছে তেন্তে?
@mriduladas5521
@mriduladas5521 Жыл бұрын
@@rejibahmedofficial1381 কিয় তেনেকুৱা লাগিছে নাজানো। মই মোৰ লগত যি হৈছিল তাকে হে কৈছোঁ 🙂🙂
@sayanikabonia2847
@sayanikabonia2847 Жыл бұрын
কাহিনী ভাগ কৰবাত নহয়...... কৰবাত মোৰ জীবন ৰ লগতো মিলি গল ...... 🥺 নিৰ্জন নিশা এই কাহিনী ভাগৰ ভিতৰলৈ সোমাই পৰিছিলো 🥺 বহুত দুখ লাগিল কাহিনী ভাগ শুনি.. উপায় নাই ঔ এইয়া য়ে নিয়তীৰে লিখনি
@dipankarhazarika5354
@dipankarhazarika5354 2 жыл бұрын
কাহিনীটো কোনো কোনো ক্ষেত্ৰত নিজৰ লগত মিলি গ'লে শুনিবলৈ আৰু ভাল লাগে💕🥺
@deijydas8553
@deijydas8553 2 жыл бұрын
Really
@dipankarhazarika5354
@dipankarhazarika5354 2 жыл бұрын
@@deijydas8553 yeh😌✌️
@arfinhassan1227
@arfinhassan1227 Жыл бұрын
নকান্দি নোৱাৰিলোঁ।।ঘৰত এবাৰ কৈ চাব লাগিছিল, হয়টো আজি একেলগে থাকিলে হয়।।ইমান ভাল পোৱা,ইমান সন্মান।। Truly touched 💕💕
@AllINONE-ru3qu
@AllINONE-ru3qu 2 жыл бұрын
মৰমবোৰ সদায় এনেকৈয়ে বৈ যায় কেতিয়াবা ভালপোৱাৰ অনাবিল সুখ- বোৰলৈ আৰু কেতিয়াবা ভালপোৱাৰ নীৰৱতাৰ আন্ধাৰে আৱৰি ৰখা দুখৰ পৰা সুখৰ মাজলৈ।🥲🙃
@manjuladoley7821
@manjuladoley7821 2 жыл бұрын
বৰ ভাল লাগিল পঢ়ি । আশা কৰো ৰিহান আৰু পৰী সদায়ে সুখী হওঁক ।
@pikuchowdhury6975
@pikuchowdhury6975 2 жыл бұрын
After 4/5 years I m listening ur story n somewhere I can relate.bcz I m in the same position. Caste, religion, status all these r like sharp knives who cut out hears into pieces. We r living but not alive from inside
@mituborah8891
@mituborah8891 2 жыл бұрын
ভগৱানে যাতে দুয়োকে কুশলে ৰাখে, তাৰে কামনা কৰিলো, ইমান পৱিত্ৰ ভাল পোৱা সচাকৈ ।।
@nobita8841
@nobita8841 2 жыл бұрын
Story টো শুনি থাকোঁতে এনে লাগিলে যে কিছু সময়ৰ বাবে মোৰ বুকুৰ ধপধপনি নোহোৱা হৈ গ'ল। 🥺❤️
@MRP081
@MRP081 2 жыл бұрын
Respect both... Really চকুপানী ওলাই গ'ল । ইমান সুন্দৰকৈ আগবঢ়াই নিছে প্রেম,এনেকৈয়ে সুখী হওক দুয়ো দুয়ো জাগাত হ'লেও,
@smritibora1558
@smritibora1558 2 жыл бұрын
Story টো শুনি থাকোঁতেই চকুপানী ওলায় গ'ল। ৰিহান তুমি সুখী হোৱা ।I wish সকলোৰে প্ৰেমিক তোমাৰ দলে হয়
@dimpalbora5573
@dimpalbora5573 2 жыл бұрын
সচাঁই অন্তৰ চুই যোৱা কাহিনী ❤️❤️❤️ always lv u pahi baa
@mrinmoydas4191
@mrinmoydas4191 2 жыл бұрын
Bohut dhuniya ata Story... Xosa premor kunu xekh nathake... Hei proof palu.... ❣️love you pahi baa
@chetry452
@chetry452 Жыл бұрын
Strong love 💕 ত্যাগ মানেই ভালপোৱা। এই ভালপোৱাত এক্সট্ৰা energy asil ।
@dharitritalukdar03
@dharitritalukdar03 2 жыл бұрын
This love story will be one of my most respected love story till date and of course heart touching story❤️
@nijarakalita141
@nijarakalita141 Жыл бұрын
এনেকুৱা প্ৰেম সঁচাই সন্মানিত 🙏।কিয় জানো দুয়োজনে ঘৰত কথাটো কোৱা হলে 😞
@career-Growth-ms9vl
@career-Growth-ms9vl 2 жыл бұрын
Story of the decade....❣️..such a great work by the whole team..hats off ....
@pulakeditzzz9658
@pulakeditzzz9658 Жыл бұрын
প্ৰেমিকা নহয় বন্ধুত্বৰ প্ৰয়োজন 🫂🫂🫂 ধুনীয়া story 😍😍😍😍
@bhupalidas5989
@bhupalidas5989 2 жыл бұрын
অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী❤️
@jagyasenigogoi5750
@jagyasenigogoi5750 2 жыл бұрын
Such a brave and honest person you are Rihan.. God bless you🤍
@user-yb1jl3pd4l
@user-yb1jl3pd4l 2 жыл бұрын
প্ৰেম এনেকুৱাই কাৰোবৰ হৃদয় হাহে কাৰোৱাৰ কান্দে
@monstargamar3614
@monstargamar3614 2 жыл бұрын
I love this story 👌 Thank you RJ pahi 😔
@nosto69
@nosto69 2 жыл бұрын
সঁচাই অন্তৰ চুই গল, বহুত বেছি ভাল লাগিল❣️🥀
@mrinalkumarbaruah6138
@mrinalkumarbaruah6138 2 жыл бұрын
Aji bohu dinor murt eta bhutei bhal love story hunibo palu tar babe thankyou pahi baa. Riyan daa and pari baa tumaluk duyu hukhi hua ....eikhinite pahi bai kua dore moiu kolu hoi jiholeu jdi abr apunaluk duyu a ghrt kole hoi tetia hoitu kunu khinite question mark natakil hoi. Apuna lukor duyu love story huni moi u dukh prokakh korisu. And at last a request to both of you eya pixr homoi xuwat Riyan daa lifet kunuba /karubak apuni grohan korile /parile ne? ruu Pari baa life kunuba ahil ne /grohan korile ne ? Hei pisor homoi khini kothau apuna luke akou abr ame hunibo krone hubidha kan kore diye jen heyai mur request. Love you apunaluk duyu loi 🥀🥲
@suvhamverma6908
@suvhamverma6908 2 жыл бұрын
Ameu akmot ❤️
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
❣️
@user-hl5cd7xu5p
@user-hl5cd7xu5p 2 жыл бұрын
Hoi ameu bisaru pixor homoi bur kotha ki hol 🥰
@upcoming2444
@upcoming2444 2 жыл бұрын
ৰিহান বাই তোমাক বহুত মিছ কৰিছোঁ। বাই তোমাৰ নিশানা মানুহ নাইকীয়া কিযান।আৰু প্ৰিয়া তোমাক কো বহুত মিছ কৰিছোঁ বহুত ভাল love story তোমালোকৰ কাহিনী শুনি চকু দি পানী উলাল ।টোমালো ক গৰত পৰা এটা sanch লবো পৰিলা হেঁতেন please sanch লোৱা☺️☺️☺️☺️
@barashasarma2793
@barashasarma2793 2 жыл бұрын
তোমাৰ ভালপোৱা খিনি সচা আছিল বাবেই পৰীয়েও শেষত তোমাৰ ভালপোৱাক আদৰি লৈছিল আৰু তোমাৰ আগত তাইৰ মনোভাৱ তথা ভালপোৱা খিনি দাঙি ধৰিছিল __সেইফালৰ পৰা তুমি তোমাৰ ভালপোৱাত সফল ৰিহান্‌-............ তুমি দুখ নকৰিবা , নতুনকৈ জীৱনতো আৰম্ভ কৰা আৰু আগন্তুক পৰীক্ষাৰ বাবে নিজকে সাজু কৰা __All the very best for you upcoming exam & life __i don't know you but today's this heartouching story ,i know that you are a very great person __You are Real Hero ........ i am also from Nalbari and i wish to meet you in my entire life .................
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
Nalbarir babe reply korisu.. Kor hoi apuni?
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
Thnk u 🙂
@barashasarma2793
@barashasarma2793 2 жыл бұрын
@@RejaulIslam7x moii Tihu r
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
@@barashasarma2793 pori actually pathsalar hoi
@barashasarma2793
@barashasarma2793 2 жыл бұрын
@@RejaulIslam7x atcha atcha tihur osrot a pathsala
@jitualicomedystar7154
@jitualicomedystar7154 2 жыл бұрын
খুব সুন্দৰ লাগিল love ❤ story তো।
@ibtiiistxdz
@ibtiiistxdz 2 жыл бұрын
Finally যিদিনা খন মনৰ মানুহজনক বিচাৰি পাম, নিশ্চয় সিদিনা মোৰ কাহিনীটোও ইয়ালৈ পঠিয়াম❤️
@kaushikdutta8629
@kaushikdutta8629 2 жыл бұрын
😍
@chandrimadeka1677
@chandrimadeka1677 2 жыл бұрын
Moi bishari ple dim
@pranjaldutta3706
@pranjaldutta3706 2 жыл бұрын
How nkiiiii... Mur u sem
@probincreation1767
@probincreation1767 2 жыл бұрын
Are you comitted
@manashpratimhazarika2442
@manashpratimhazarika2442 Жыл бұрын
Nice
@shehnazsultana5692
@shehnazsultana5692 2 жыл бұрын
প্ৰাপ্তিয়েই প্ৰেমৰ শেষ নহয় ৰিহান,আচলতে প্ৰেমৰ শেষেই নাই,আমাৰ হৃদয়ৰ কোনোবা এটা কোনত সেই প্ৰেমৰ অনুভৱ গোটেই জীৱন ৰৈ যায়.....so....all the best......best wishes thakil tumaloi.......hukhi hoa jibonot....and I really respect your decision...Pari loio xubhokamona thakil...hukhi hoa duyota jibonot......🙏
@darshanabaruah6901
@darshanabaruah6901 2 жыл бұрын
You really proved that Love is not about getting married or being together forever..Its an emotion.. Lots of love to both of u Rihan da nd ur beloved one..Nd thank you so much @RJ PAHI Baa for sharing this story..❤
@niharikadeka1077
@niharikadeka1077 2 жыл бұрын
Kune koi hosa prem ni..prem r oniyo ata nam tiyag jak hokolua kreb nuare..jiya kreb pare buja bujire..tewlukok hosai ata big salute..prem kore thoka obostat vabiboi nuaru aibur jiya kore desa kore ahsa aiya hosai honmaniyo..amr vabiboleke dukh lge tewluke koreb loga hl.huniya kandu tewluke dinbur par kore ase..jibn hohoj janu?njanu kintu hosa prem ru ru vaigo jn akbrai blg.jdi akai hl hoi hokolure success thkil hoi..prem hosai sorgio onubhuti.ai tiyagor past hoitu kostote par hb tewlukor jibn, kintu ear past akhn notun odhiyai vgobne Rosi thoise tewlukor babe.jt tewluke aresa tat hekh nihua tat kosto ru dukh hoise kintu strat kw hb ak notunotore khub dhuniya hbo..best wishes thakib duire babe.dujone emn vl mnor mnuh je kunaw beyakoi kbloi aku vakhai nthkb. 🙏
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
❣️
@mintucreative1791
@mintucreative1791 2 жыл бұрын
বাইদেউ মোৰ ও এনেকুৱা হেছিল । তাইৰ নাম টো নকও দিওক বহুত ভাল পাইছিলো তাইক 😭
@mamonroy6134
@mamonroy6134 2 жыл бұрын
এটি ইমান ধুনীয়া Love story❤।তোমাৰ জীৱনৰ কাহিনীটো মোৰ লগত প্ৰায় মিলিত ৰিহান।তোমাৰ Love storyটো শুনি বহুতে ভাল লাগিল। আশা কৰো তুমি জীৱনত আগুৱাই গৈ থাকা আৰু তোমাৰ carrier এটি তৰাৰ যেন জিলিকি গৈ থাকে তাকে আশা কৰিলো..my god bless you✨💕
@prahladdas5061
@prahladdas5061 2 жыл бұрын
ৰিহান তুমি এজন প্ৰেমৰ নিদৰ্শন ❤️👍😭
@dishabayan1767
@dishabayan1767 2 жыл бұрын
অন্তৰ্ চুই যোৱা কাহিনী ❣️
@SiNGleBiRd-1998
@SiNGleBiRd-1998 2 жыл бұрын
ৰাতি নিৰ্জনতাত বৈ আহিছে আবেগপ্লাবিত দুধাৰি অশ্ৰুমালা ।।। আস্ কি যন্ত্ৰণা !
@pratikshabaishyababi3271
@pratikshabaishyababi3271 2 жыл бұрын
Really, Heart touching love story ❣ Love from Nalbari ❤
@lifestyle1467
@lifestyle1467 2 жыл бұрын
অন্তৰ চুই যোৱা এটা সঁচা প্ৰেমৰ কাহিনী।। যতে আছা ভালে থকা তুমিও আৰু 2মাৰ পৰি ও।🥺
@sonjay9830
@sonjay9830 2 жыл бұрын
পাহি বা ধুণীয়া লাগিলে 🥰🥰 শুনি আপোনাৰ love story
@bidiscreation7377
@bidiscreation7377 2 жыл бұрын
কান্দি পেলালো ... বুকু বিষাই গ'ল অ' ৰিহান... You are great 👍 Always be happy 😊
@a.k.jamaal
@a.k.jamaal 2 жыл бұрын
You re great always be happy 😊
@yfslalganeshbranch4667
@yfslalganeshbranch4667 2 жыл бұрын
This love story will be one of my most respected love story .
@minalgogoiminalgogoi3456
@minalgogoiminalgogoi3456 2 жыл бұрын
ভাল লাগিল শুনি story টো ।।ভাল পোৱা বোৰ এনেকুৱাই ।।কিছুমান সফল হয় কিছুমান নহয়।।
@mousamborah2482
@mousamborah2482 2 жыл бұрын
অন্তৰ চুই যোৱা প্ৰেম কাহিনী🥰
@Mahidul1M
@Mahidul1M 2 жыл бұрын
প্ৰেম মানেই ত্যাগ। সচাই অন্তৰখন চুই গল। দুয়োজনেই সুখী হওক তাৰেই কামনা
@parikalita4776
@parikalita4776 2 жыл бұрын
Moi xokolo love story xunisu kintu aitu story akebre Mon sui goise , xuni thakute sokupani ulai ahise , bhut Val lagise , anekua jate karo lgt nhoi ❤️🌼
@azminsultana9061
@azminsultana9061 2 жыл бұрын
অন্তৰ চুই গ'ল ..... Soku pani a ulai gol😔😔 story tur lgt nijok a relate korisu 😭😭 Rihan tmr karone allah usrt khodai dua korim tmi jate life bhut happy hua... Aru aku notun pori ajonik bisari lua.. best of luck brother ☺️☺️
@azminsultana9061
@azminsultana9061 2 жыл бұрын
@Sahabuddin Ahmed sua ajon manhu ba ajoni manhu amr jibonr pa naikea hoi gole life incomplete hoi najai... O aitu Khosa je tar ba tair jega kunu a katew lobo nuwari but.... Amr life tu khai manhu jon ba manhu jonir karone rokhi u nathake.... Khomoi karu babe noroi.... Notun manhu r majot ami khai harai jua manhu jonk ba manhu jonik baesri lbo lagibo.......... I know is not possible but try koribo a lgibo..... Ami amr jibon tu ajon manhu ba ajoni manhu r upst depend kori solibo nuwaru.... Amr life r aru manhu jar amk loi bhut khopun ase akha ase khai bur tu ami puron koribo a lagibo nohhhh.......🙂🙂
@azminsultana9061
@azminsultana9061 2 жыл бұрын
@Sahabuddin Ahmed ysss .... But khihote nije decision loisel nohh bhut sage vabi simti a loisil🙂
@azminsultana9061
@azminsultana9061 2 жыл бұрын
@Sahabuddin Ahmed tmr lgt u anakua hoise ne
@ridiplahon26
@ridiplahon26 2 жыл бұрын
বহুত ধুনীয়া এটা Heart touching love story... শুনি ভাল লাগিল।
@dipshikhabora5338
@dipshikhabora5338 2 жыл бұрын
অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী। সচাঁ ভালপোৱা এনেকুৱাই য'ত মৰম , সন্মান, বিশ্বাস , আদৰ সকলো থাকে কিন্তু প্ৰাপ্তি নাথাকে।
@aninesamamoi8040
@aninesamamoi8040 2 жыл бұрын
তেওঁলোকৰ এই পবিত্ৰ ভাল পোৱা এই জনমত সফল নহলেও আহিব লগীয়া জনমত যেন সফল হওঁক এয়াই মোৰ ভগবান ৰ ওচৰত প্ৰাৰ্থনা
@lazzy._.kaku.1441
@lazzy._.kaku.1441 2 жыл бұрын
Ai story tu xuni soku Pani rakhab nowarilu 🥺🥺..... Rihan dada tumi xodai vale thaka.....And congratulations 💫💫...... Stay happy ♥️
@sajnaahmed1033
@sajnaahmed1033 2 жыл бұрын
অন্তৰ চুই গল পাহি বা🥺 প্ৰেম হৈ যায় পাহি বা কিন্তু ,,,,,, কেতিয়াবা এনেকৈয়ে শেষ কৰিব লগা হয় বাস্তৱ জগতৰ লগত মিলি যাবলৈ😞বহুত বহুত মৰম নলবাৰীৰ পৰা♥ দুয়োজনকে ভালে ৰাখক 🥺♥🥰
@Akah337
@Akah337 2 жыл бұрын
সঁচাই তোমালোকৰ ভালপোৱা kahani বুলিব নোৱাৰি আৰু😀 💕 love,,,,,,,,,,,,,,,,, ❤️ ❤️❤️❤️❤️❤️❤️❤️❤️❤️,,,, পাহি বা tmr বাবে ! মই তেজপুৰ ৰ পৰা মৰমৰ জাচিলো 🙏🙏🙏
@dipshikhabora5338
@dipshikhabora5338 2 жыл бұрын
অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী। সচাঁ ভালপোৱা এনেকুৱাই য'ত মৰম , সন্মান, বিশ্বাস , আদৰ সকলো থাকে কিন্তু প্ৰাপ্তি নাথাকে। সেইকাৰণে কোৱা হয় ভালপোৱা আন এটা নাম ত্যাগ।❤️
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
Aji tair birthday 🍃
@pranjalhazarika1121
@pranjalhazarika1121 2 жыл бұрын
Same thing happened with me Cast prblm 😔😔 Hasakoi bht miss krisu bey 😢 story huna pist aji 😔 Miss u 😔
@kakaliroy3398
@kakaliroy3398 2 жыл бұрын
চকু পানী ৰে ধুই গৈছে দুগাল। মই ইমান বুজা হোৱা নাই হলে ও ইমান কষ্ট কেনেকৈ সহিছে । নিয়তিৰ কি যে লিখনি 🥺❤️ আশা কৰোঁ আগন্তক দিন বোৰ ভাল হক। Lot's of love 😘❤️
@samsulvlogs1512
@samsulvlogs1512 2 жыл бұрын
Nice
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
Thank u 🙂
@kakaliroy3398
@kakaliroy3398 2 жыл бұрын
@@RejaulIslam7x apunar asil love story tu
@RejaulIslam7x
@RejaulIslam7x 2 жыл бұрын
@@kakaliroy3398 mor frnd ejonor 😇
@sumiunicorn1628
@sumiunicorn1628 2 жыл бұрын
Aajir dinot enekua prem khub komei... Prem hole enekua hbo lge Na eyt kunu prapti bisarisl na kamona.... Prem mne to prapti nhoi prem nije ek prapti!!♥️ Aajikli xokolue prem k loi g bya koi prem mne protorona ru j koto ki..xei xokol luke ei lovestory to xuna usit.... Prem enekua hbo lage preronar utsa!
@amritsonowal3655
@amritsonowal3655 2 жыл бұрын
Pahi ba story majot ads nidibo , first ba end ot dibo .karona story ata huni thoka val muhuto majot ads ahila bohut khong uthi jai .plz pahi ba majot ads nidibo
@atkiyacreation4640
@atkiyacreation4640 2 жыл бұрын
I proud of you brother ❤️😑 respect frm golaghat nd I wish you will be happy one day sure 🤲🏻❤️ allah bls uh 🤲🏻❤️
@DhruvaJyoti112
@DhruvaJyoti112 2 жыл бұрын
বা মোৰ লগত এনেকুৱা হৈছে 😭😭 মোৰ প্রেয়সী জনীক তাইৰ ঘৰৰ মানুহ বিয়া দিলে 😭
@jajabor7211
@jajabor7211 2 жыл бұрын
Aitu mur u hol....
@DhruvaJyoti112
@DhruvaJyoti112 2 жыл бұрын
@@jajabor7211 😭
@deepraajdunia229
@deepraajdunia229 2 жыл бұрын
সঁচাকৈ,সঁচা প্ৰেমৰ আনন্দই সুকী়য়া,কিন্তু যিমান ডাঙৰ হৈ আহিছোঁ সেই আনন্দৰ পৰা বঞ্চিত হৈ আহিছোঁ,প্ৰেমত দুখ মইও পাইছোঁ কিন্তু সময় আহিলে পাহি বা তোমাৰ জৰিয়তে share কৰিম,love from dibrugarh
@songeetaboruah5608
@songeetaboruah5608 2 жыл бұрын
Best love Story I have ever listened 🥰
@kaushiksfriendsvlogs
@kaushiksfriendsvlogs 2 жыл бұрын
Comment nkori nuarilu..Story of the year ❤️ and Congratulations for Clearing UPSC 👏
@resmafoodvlog5450
@resmafoodvlog5450 2 жыл бұрын
ভালপোৱা এনে কোৱা অনুভূতি যাৰ বাখ্যা দিয়া বৰ কঠিন ।
@shyamalimagogoi5021
@shyamalimagogoi5021 Жыл бұрын
Aji story 2 mur logt aji bohu bosor agot hoisil.ghoror kotha vabi m tak ari dilu. Ru hosakoi aji jijonk m mur husband hisape palu teu logote bohut happy
@crazygirl-jg8de
@crazygirl-jg8de 2 жыл бұрын
🥺🥺🥺😭😭 hei vogoban tme hindu muslim kio bonala...... Xokolu k akei manuh nobonala kio 😭😭😭😭......... ..... Dada .... Ba apuna lok jotei ase vle thakok xukht thakok
@pkparag2688
@pkparag2688 2 жыл бұрын
জাতি ধৰ্ম ভগৱানে বনোৱা নাই মানুহে বনাইছে
@Anusmita804
@Anusmita804 2 жыл бұрын
চুই গৈছে অন্তৰ খন চকলো বৈ গৈছে😢❤️
@deepjyotymech9836
@deepjyotymech9836 2 жыл бұрын
🤣🤣bel
@amritswargiary4600
@amritswargiary4600 2 жыл бұрын
Bhut vall lagil apunar love story
@bijoyaborgohain7132
@bijoyaborgohain7132 2 жыл бұрын
বহুত দুষ লাগিল ইমানেই ভাল কাহিনী
@pranjaldutta3706
@pranjaldutta3706 2 жыл бұрын
Really
@_____ONDHOKAR
@_____ONDHOKAR 2 жыл бұрын
Pahi ba I'm form nogau I bohut dinor murot ako ata lv story bohut val lagil 🥰
BUS JOURNEY  | RJ PAHI | RED FM LOVESTORY
21:13
Red FM Assamese
Рет қаралды 214 М.
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 86 МЛН
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 539 М.
Rj pahi// sad love story 😫
28:21
Technical Boy Assam
Рет қаралды 114 М.
Exclusive Interview with popular Assamese actress Preety Kongana
26:34
Mirchi Guwahati
Рет қаралды 1,2 М.
RED FM_ASSAMESE || LOVE STORY_//_CHANGING PHASES OF LOVE || BY_RJ PAHI
36:08
RED FM ASSAMESE RJ PAHI
Рет қаралды 136 М.
আধৰুৱা হৈ ৰল || RED FM ASSAMESE LOVE STORY BY RJ PAHI
22:36
RED FM ASSAMESE RJ PAHI
Рет қаралды 103 М.
I AM YOURS FOR EVER | Love Story by RJ Pahi
24:13
Red FM India
Рет қаралды 559 М.
অভিমানী মৰমবোৰ || REDFM LOVE STORY BY RJ PAHI
21:17
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 86 МЛН