Рет қаралды 73,143
ধ্ৰুৱজ্যোতি বৰাৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী BORA BAZAR
UPARJAN: 9101735732
এসময়ত তেওঁ খৰি বিক্ৰী কৰিছিল পথৰ কাষত। আৰু এতিয়া তেওঁ এখন বিশাল বজাৰৰ মালিক ৷
হয় টিয়কৰ এই “বৰা বজাৰ” বহুজনৰে চিনাকী ৷ অসমীয়া ব্যৱসায়ী ধ্ৰুৱজ্যোতি বৰাৰ কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই বৰা বজাৰ ৷
অসম হাৰ্ডৱেৰ নামৰ এখন দোকানৰ পৰা উপাৰ্জন কৰা টকাৰেই টিয়কৰ সু সন্তান ধ্ৰুৱজ্যোতি বৰাই ২০১৫ চনত গঢ় দিলে বিশাল বজাৰখনৰ ৷
UPARJAN.IN