Documentary on Lachit Borphukan

  Рет қаралды 458,907

Sadananda Gogoi

Sadananda Gogoi

4 жыл бұрын

Lachit Borphukan is a 17th century Ahom (Assamese ) general who defeated Mughal Army at their zenith during emperor Aurnzeb. Ram Singha, Rajput Raja (King) of Amber was the Chief General of the Mughal army.

Пікірлер: 561
@varun-jaswal
@varun-jaswal 2 жыл бұрын
Lots of Love and Respect for Great Warrior Lachit Bor Phukan Ji🚩 From Himachal Pradesh, BHARAT🇮🇳
@hiranyatalukdar8001
@hiranyatalukdar8001 Жыл бұрын
প্ৰসংগ ক্ৰমে, প্ৰণাম দাদা, আহোম সকলৰ জাতীয় শ্বাভিমান নিজৰ পৰিয়াল আৰু নিজৰ দেশ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা ত্যাগ আৰু আত্মবলিদানত বীৰ লাচিতৰ বীৰত্বৰ তেজাল কাহিনী প্ৰতি জন অসমীয়াৰ দেহৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহমান। আহোম আৰু মোগলৰ মাজত " শৰাইঘাটৰ ৰণ" এইখিনিতে বীৰ লাচিতে অতি বিচক্ষণতাৰে নৰিয়া গাৰে ৰাতিৰ ভিতৰতে অতি আপোন বিশ্বাসী নিজৰ মোমায়েক লাজুক আমিনগাঁওত গড় নিৰ্মাণ কাৰ্যৰ সমাপন কৰাৰ দায়িত্ব দিছিল। কিন্তু নিজৰ কৰ্তব্যত গাফিলতি কৰি মোমায়েক লাজুই সৈন্য সামন্তৰ লগত শুই থকা দেখি খঙত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েক লাজুক শিৰচ্ছেদ কৰিছিল। তেতিয়াহে ভয়ত প্ৰতিজন অসমীয়া সৈন্যই জীৱনক মৰন দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কাৰ্য সমাপন কৰিছিল। নহলে পিছদিনা শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিব নোৱাৰিলেহেঁতেন সেই কথা লাচিতে বাৰুকৈয়ে উপলদ্ধি কৰিছিল। কিন্তু আমি আজি নিজৰ দোষ ঢাকি লোকৰ দোষ খুচুৰা কামত ব্যস্ত। নিজৰ দোষত উকীল ধৰি লোকৰ বিচাৰ কৰো। সেয়েহে ভূপেন দাই কৈ গাইছিল -- মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধোৰ্য সাহস আৰু দুবাহুত বল। শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি। সকলোৱে কৈছেহি দেশ জাতি সমাজক ঠগ প্রতাৰক বোৰ চিনাকি বুলি। এই জাতি এই দেশ হৈছে সমুলি শেষ চুকে কনে আজি দেখোন বদনৰে দল । বুকুৰে বান্ধৈ মোৰ দিও কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমন । সেৱাৰে -- হিৰণ্য তালুকদাৰ ২৪/০৪/২৩ ৰাতিপৱা:- ৪:৪৭ ফোন :- 8638774895 বি:দ্রঃ সকলোৱে লাচিতৰ কথা কয়। লাচিতৰ মোমায়েক দুজনৰ নাম নাজানে। মোমায়েক দুজন ক্ৰমে লাজু আৰু লাহন আছিল। লাচিতে লা কাটিছিল।
@user-lr4ti5me7e
@user-lr4ti5me7e 7 ай бұрын
❤❤❤
@dinabandhu9827
@dinabandhu9827 25 күн бұрын
🙏🙏♥️♥️
@tankswargohain6701
@tankswargohain6701 Жыл бұрын
বৰ নিম্ন মানৰ হৈছে ।বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইয়াতকৈ বহু উন্নত মানদণ্ডৰ হব লাগিব। বাহুু বলীৰ দৰে উচ্চ প্ৰযুক্তিৰ প্রয়োজন আছে।
@M_Blowing_shorts
@M_Blowing_shorts 3 жыл бұрын
বহুদিন ধৰি ভাবি আছিলোঁ এনে এখন বোলছবিৰ প্ৰয়োজন ৷ আজি এই ছবিখনে মন আপ্লুত কৰিল ৷ আপোনাৰ প্ৰতি অশেষ ধন্যবাদ দাদা ৷
@nijaraboro7921
@nijaraboro7921 3 жыл бұрын
সঁচাকৈ মইও আজি হে চালোঁ বৰ ভাল লাগিল আকৌ স্কুলৰ কথাবোৰ মনত পৰিছে চাৰে পঢ়োৱা
@animabarik5134
@animabarik5134 2 жыл бұрын
From Odisha , watching one of the greatest warriors of maa Bharati
@gajahmada9539
@gajahmada9539 Жыл бұрын
I am also from kalinga
@army_man_ahmed4530
@army_man_ahmed4530 Жыл бұрын
Thank you for visiting our assames warrior
@Padmanabham.
@Padmanabham. Жыл бұрын
Jai Jagannath 🕉️🙏🏼☺️
@DipakBose-bq1vv
@DipakBose-bq1vv 4 ай бұрын
He was a Chinese.
@oneclick_art
@oneclick_art 2 жыл бұрын
The king who protected north east culture from radical islamist mughal..... Jai ahom love from maharashtra
@zordanssmith1635
@zordanssmith1635 11 ай бұрын
And we love Maharashtra too! We share a history of warriors and their legends will forever be lived.
@barnojwaldeka6784
@barnojwaldeka6784 10 ай бұрын
Lachit was not a king he was the chief commander or senapati
@bollywoodscenesandudayansh5947
@bollywoodscenesandudayansh5947 9 ай бұрын
But originally they are form china
@Archana20387
@Archana20387 9 ай бұрын
​@@bollywoodscenesandudayansh5947they were from Thailand,fool
@bhargabborah4194
@bhargabborah4194 7 ай бұрын
​@@Archana20387 mongmao is in south china
@assamese....statusmacker..8979
@assamese....statusmacker..8979 3 жыл бұрын
অতি সুন্দৰ প্ৰয়াস ,,,সদায় বিছাৰিছিলো এনে দেশপ্ৰেম মূলক কাহিনী চাব লে।।।।।চাই সচাই বহুত ভাল লাগিল ।। ধন্য সেই বীৰ,,ধন্য তেওঁ ৰ জীৱন.......👍
@basantaborboruah5719
@basantaborboruah5719 3 жыл бұрын
আহোমে কেতিয়াও অপমান সহ্য নকৰে , এইটো চিৰ সত্য কথা । ভিডিওতো চাই বহুত ভাল লাগিল ।
@iamkrypton2.0
@iamkrypton2.0 2 жыл бұрын
Sorry but অসমে অপমান সহ্য নকৰে।
@chowlengdonahom1105
@chowlengdonahom1105 Жыл бұрын
Right আহোমে সেও মানিব নোৱাৰে, অপমান সহ্য কৰিব নোৱাৰে।। আহোম স্বাধীন হয়।। জয় আহোম।। তাঈ আহোম পে-অং-লে।। মৌং-দুন-ছুন-খাম অন্-তা-লে।।
@BijoyBoro-xe4om
@BijoyBoro-xe4om 4 ай бұрын
Ahom hokole nijor bhaka sangkrit Ari kiyo axomiya bhakako akuwali lole??? Ahom 600 bosor axom rajotya korar ki ortyo takil . axomiya bhaka Ari nijor ahom bhakatu uddar korak.
@basantaborboruah5719
@basantaborboruah5719 4 ай бұрын
@@BijoyBoro-xe4om আহোমে সদায় অন্য জাতি জনগোষ্ঠীৰ পৰস্পৰা , ভাষা , কলা সংস্কৃতি সন্মান কৰি আহিছে আৰু কৰে । নিজৰ ভাষা পৰম্পৰা জোৰ জৱৰদছ বা হেঁচা প্ৰয়োগ কৰি অন্য জাতি জনগোষ্ঠী ওপৰত জাপি দিয়াতো আহোম সকলে কোনো দিনে কৰা নাই , সকলো মিলি এক লগ হৈ থকা আৰু নিজৰ উদাৰতা বাবে আহোমে 600 বছৰ শাসন কৰিব পাৰিছিল । বাকী থাকি ভাষা , অসমত অকল আহোম সকলৰ নিজৰ ভাষা, লিপি আছে আৰু তাৰ পূৰ্ণ উদ্ধাৰ বাবে কাম কৰি থকা হৈছে ।
@nabanika.nature9471
@nabanika.nature9471 Жыл бұрын
ধন্যবাদ, বোলছবি খনৰ জৰিয়তে অসমীয়াক পুনৰ গৌৰৱময় ইতিহাস মনত পেলাই দিবলৈ বিচৰা বাবে ৷ আমাৰ এই মহান ইতিহাসৰ কাহিনীৰ সকলোকে আকৰ্ষণ কৰিব পৰা বাহুবলীৰ নিচিনা চিনেমা বনাবো পাৰি যাৰ দ্বাৰা সকলো দেশবাসী অসমৰ বিষয়ে জানিব পাৰিব৷ 🤗😇
@deepakshah1997
@deepakshah1997 2 жыл бұрын
Lachit borphukan Maharana pratap Shivaji maharaj Pritiviraj chauhan Great warriors of great motherland jai Aai axom
@binodbora9551
@binodbora9551 3 жыл бұрын
আচল ডায়েলগটো "দেশতকৈ মোমাই ডাঙৰনহয়" ভালদৰে উপস্থাপন হোৱা দেখা নগ'ল । যিয়েই নহওক কিয় চাই খুব ভাল লাগিল । অলপ আবেগিক হৈ গৈছিলো । এইখন ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত "বাহুবলী"ৰ দৰে মেগা চিনেমা বনাব নোৱাৰিনে ? বৰ্তমান সময়ত ৰাইজ আৰু ৰজাঘৰীয়াৰ বাবে এটা নিদৰ্শন হ'ব । সুধী আৰু বিজ্ঞ সমাজে চিন্তা কৰকচোন ।
@oft1396
@oft1396 2 жыл бұрын
লাচিত বৰফুকনৰ মোমায়েকৰ নাম কি কোনোবাই জানে নি :
@vinodjoshi676
@vinodjoshi676 3 жыл бұрын
Hamari indian army mein BEST CADET ko *LACHIT BORFUKAN TROPHY* kargil war ke baad 1999 ke bad dena start huee Jai LACHIT
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 2 жыл бұрын
Bro BorPhukan not Fukon
@aptaggi9514
@aptaggi9514 2 жыл бұрын
আমি অসমীয়া, লাচিতৰ তেজ আমাৰ ওচৰত আছে ,দেশৰ কাৰণে আমিও আগবাঢি যাম
@borgohainkrishna277
@borgohainkrishna277 2 жыл бұрын
Jai ai axom
@Vishal-mt3zf
@Vishal-mt3zf 2 жыл бұрын
এনে বীৰ লাচিতক মই বাৰ বাৰ প্ৰণাম কৰিছোঁ। লাচিত আহিল মোগল পলাল জয় লাচিত জই আই অসম।।।
@kabirdahal5362
@kabirdahal5362 2 жыл бұрын
Jai I am Jay I am Jay I am
@jugalbaishya5482
@jugalbaishya5482 2 жыл бұрын
২০২১ অক্টোবৰ মাহত ২৭ তাৰিখে চাই আছোঁ আৰু কোনে কোন চাই আছা.. 🙏🙏🙏 জয় আই অসম 🥰🥰🙏🙏
@devendrakumarshrivastava1397
@devendrakumarshrivastava1397 3 жыл бұрын
MERE BHARAT KE MAHAVEER JINHONE APNE MOTHER INDIA KE LIYE APNA SARVOCH BALIDAAN DIYA JAI LACHIT BORPHUKAN JAI MAHARANA PRATAP JAI SHIVAJI MAHARAJ JAI GURU GOVIND SINGH 🇮🇳💪💪💪
@priyanshshrivastava7006
@priyanshshrivastava7006 3 жыл бұрын
Jai HIND🇮🇳🙏🏻💪
@kushalgogoi8806
@kushalgogoi8806 2 жыл бұрын
এজন অসমীয়া হিচাপে সচাই গর্বিত অনুভব হয়। জয় আই অসম। জয় লাচিত বরফুকন।🙏🙏🙏
@rituraj1135N
@rituraj1135N 2 жыл бұрын
The #Ahoms defeated the mughals 17 times. Hatts off to Lachit. জয় আই অসম 🙏
@bastavcharaimuria8853
@bastavcharaimuria8853 Жыл бұрын
Diamond Lachit Borphukan ❤️‍🔥 Love from Sivasagar, Assam ❤️
@dipankarbanerjee608
@dipankarbanerjee608 2 жыл бұрын
Lion , Great Fighter and Military General , His life should be taught to every student of our country ,
@rajgeetjoshi3401
@rajgeetjoshi3401 3 жыл бұрын
Respect to Lachit from Uttarakhand. He inspires a lot of Indians to fight for protecting our land. Hope the present generation will be able to save and protect Assam as soon as possible. Jai Maa Kamakhya.
@aptaggi9514
@aptaggi9514 2 жыл бұрын
জয় আই অসম
@hamringdaokemprai2518
@hamringdaokemprai2518 2 жыл бұрын
P
@lightningboy906
@lightningboy906 2 жыл бұрын
Even after being out of syllabus in education system history 🤣
@bimalbora4814
@bimalbora4814 2 жыл бұрын
Joi ai Assam
@mayaenterprisevlogs6422
@mayaenterprisevlogs6422 2 жыл бұрын
বাঘ হাজৰিকাক চিনি পোৱা নাই কিন্তু.....
@kanyakumarisaikai2388
@kanyakumarisaikai2388 3 жыл бұрын
অতি সুন্দৰ ৷ পুনৰবাৰ উপভোগ কৰিব পাৰি ভাল লাগিল ৷ কাৰুকাৰ্য সুন্দৰ
@burulinavideos
@burulinavideos 3 жыл бұрын
ৰামসিংহই সেই আফুগুটিৰ টোপোলাটোত ক'লা যাদু কৰি দিছিল সেইবাবে তেওঁ নৰিয়াত পৰিছিল, কিন্তু তেওঁৰ দেশপ্ৰেম, সাহস আৰু দৃঢ় প্ৰতিগ্যৰ ওচৰত সকলোৱে সেৱ মানিলে।
@nangsengkukoi6088
@nangsengkukoi6088 Жыл бұрын
টাই আহোম হিচাপে অতন্ত্য গৌৰৱ কৰো।আজিও প্ৰতিজন টাই আহোম দেশ,মাটি,জাতি,অসমীৰ মান ৰক্ষাৰ বাবে হাঁহিমুখে প্ৰাণ ত্যাগ কৰিব পাৰে।লা-চিত বৰফুকন পে অঙ লে,মৗঙ-ডুন-চুন-খাম পে অঙ লে,স্বৰ্গদেও চাওলুং চ্যকাফা পে অঙ লে,পে অঙ লে,পে অঙ লে। চিৰদিন মই চাওফাৰ আৰু চাওফাই গঢ় দিয়া এই অসমীয়া জাতিৰ।
@localentertainment2730
@localentertainment2730 2 жыл бұрын
Proud to be an Assamese people and Ahom 😍❤️❤️
@rodtang2598
@rodtang2598 2 жыл бұрын
Ahoms are mongoloid race right?
@ME10111
@ME10111 2 жыл бұрын
@@rodtang2598 yes
@user-xm6tp6ys4y
@user-xm6tp6ys4y 2 жыл бұрын
@@rodtang2598 Ahoms are Kra-Dai people.
@user-xm6tp6ys4y
@user-xm6tp6ys4y 2 жыл бұрын
@Ans Dash umm yes Odia is closer to Assamese ❤️. Do you know we have our own language which known as Tai Ahom language.
@rodtang2598
@rodtang2598 2 жыл бұрын
@@user-xm6tp6ys4y what is kra-dai..?
@subhasishchakraborty5175
@subhasishchakraborty5175 3 жыл бұрын
Jai aai axom.... Jai Lachit Borphukan.... 🙏🙏
@ImperialIndic
@ImperialIndic 2 жыл бұрын
Tumi west Bengal theke ?
@monjulahon7712
@monjulahon7712 2 жыл бұрын
আদৰ্শ মুলক নাটক খন চাই বহুত ভাল লাগিল , কোঙা হৈ যোৱা মানসিকতা সাহসৰে ভৰি পৰিল । লাচিত বৰফুকনক আহোম যুগৰ লাচিতৰ দৰে লাগিল ।
@dpparihar123
@dpparihar123 3 жыл бұрын
Love from Rajasthan jai maa mahakali
@kundansand111
@kundansand111 3 жыл бұрын
Jay Maa Mahakali.
@1mikon
@1mikon 2 жыл бұрын
Assamese people will always be indebted to Lachit Borphukan.. Too bad Assamese people have lost their self respect.They forgot their wonderful history.
@manajitmajumder7092
@manajitmajumder7092 10 ай бұрын
Excellent depiction of Ahom Empire and great narrations about Lachit Borphukan whose resoluteness and valour remained legendary. Invader Moghuls had to bite dust in the Battle of Saraighat and run away. Lachit symbolises National Inspiration of Bharatvarsh.
@BadBoy-wy1il
@BadBoy-wy1il 3 жыл бұрын
Okol ahom raijok mughal e lobo nuwarile... Jai ai axom Joi ahom Joi axomiya
@subhadeepkarmakarBengal
@subhadeepkarmakarBengal 3 жыл бұрын
Patriots like Lachit Borfukan should be respected by all Assamese as well as all Indians. Bollywood should be made a movies about him.Govt Should be teach us about him in the syllabus.(40% Muslims also exist in Assam although it is not official information obtained from Wikipedia). You the people voted to won a nationalist government. I hope under Himant ji govt will take positive steps. But it’s very unfortunate that some of our people in West Bengal are greedy for government subsidy with 30% Muslim vote.Our future is in the dark. Plese Pray for Bengali Hindu 🙏
@mrblack7218
@mrblack7218 2 жыл бұрын
জয় শ্ৰী ৰাম
@randomshits1594
@randomshits1594 2 жыл бұрын
Lachit borphukan was himself not a hindu 🤣 what the fuck do you know about ahoms asshole!! Gaanduo humlog hindu muslim nai karte. We believe in humanity
@randomshits1594
@randomshits1594 2 жыл бұрын
We respect every religion as well as hindu that doesn't mean we belong to that religion
@mamilabhuuyan6391
@mamilabhuuyan6391 3 жыл бұрын
সুন্দৰ হৈছে ,ধন্যবাদ জ্ঞাপন কৰিছোঁ
@Xgamershorts252
@Xgamershorts252 3 жыл бұрын
Oti Khundor ❤Jai aai Axom❤
@sigmatips432
@sigmatips432 3 жыл бұрын
চাও কাও ঐ চাও নোৰো চাও কাও ঐ
@rihanmohanty2843
@rihanmohanty2843 2 жыл бұрын
Lachit Borphukan kae naam par bhi ek film aani chahiye.
@abhijitsatpathy5271
@abhijitsatpathy5271 Жыл бұрын
Jai Jagannath I'm From KALINGA, JAI LACHIT BORPOKAN the greatest warrior of world.
@gautamphadnis7629
@gautamphadnis7629 3 жыл бұрын
YAAR HAMEIN VEER AHOM KE BARE MEIN PADHAYA JANA CHAHIYE THA
@pameswarnarah1040
@pameswarnarah1040 3 жыл бұрын
I got to know from axom buranjee,in this war miri(mising,) naga boro kalita were majority in axom army.love to my brave captain miri handique,who strong fight from north side,
@sujitbaruah8688
@sujitbaruah8688 3 жыл бұрын
Exactly. Heibabe olop Bea u lage. Kalita, miri, eulukor naam Iman k nulale.
@puspanganabaruah8024
@puspanganabaruah8024 2 жыл бұрын
Actually hakolubilak jati janagusthiye ahomr netrittat mughalr biruddhe judha krisil.hakolure haman arihona asil.
@randomshits1594
@randomshits1594 2 жыл бұрын
Hoi de bhai sob tohotie koriso naga boro kalita manisu bohut orihona ase but miri je amak ketyau support kora nasil. Amak ki nijor adi logote thogrami kori ahisil burinji amiu pohisu
@randomshits1594
@randomshits1594 2 жыл бұрын
Miri handique was cocktail of handique and mising
@stynershiner1854
@stynershiner1854 Жыл бұрын
@@randomshits1594 Kintu buranji pohiso? Miri and Adis were living together for a long time before clan wars etc made some leave for Assam. The Misings gave shelter to many Ahoms during Burmese invasion of Assam. Miri-Handique, Miri-Sutiya etc formed an important part of Ahom army. We all were Assamese under the banner of the dragon. Iman k divisions bisari nethakibi.
@symphony1625
@symphony1625 2 жыл бұрын
Sabhiko Lachit Divas ki Hardik Subhkamnaye💐Jai Lachit Borphukon...Jai Aai Axom🙏
@debrajburagohain2763
@debrajburagohain2763 2 жыл бұрын
আমি অসমীয়া ই সদায় বীৰ লাচিতৰ বীৰত্বৰে আৰু আতন বুঢ়াগোহাঁইৰ বিচক্ষণতাৰ দৰে এক হৈ থাকিব লাগিব...জয় আই অসম 🙏🙏🙏
@prasantaborah5229
@prasantaborah5229 3 жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ
@hemantasaikia8383
@hemantasaikia8383 2 жыл бұрын
অতি সুন্দৰ, বৰ ভাল লাগিল । আগলৈও এনে চবি চাবলৈ পাম বুলি আশা কৰিলো।
@TheSwap2000
@TheSwap2000 2 жыл бұрын
Jai Hind Chatrapati Lachit Maharaj ki jai , Chatttrapati Shivaji Maharaj ki jai. Jai Bhavani
@jblover8658
@jblover8658 Жыл бұрын
Lachit Barphukan is not maharaja, he is the general of Ahom kingdom.
@k.zamangaduhlian8706
@k.zamangaduhlian8706 Жыл бұрын
Had Ahom Kingdom been so powerful that time, I don't think the present Assamese language and script was their original language and script
@nikhildotasara1189
@nikhildotasara1189 2 жыл бұрын
Respect from Rajasthan
@utpaldas3148
@utpaldas3148 3 жыл бұрын
Very very useful information for Assamese people,becoz they have to know about our own Lacit Borphukan! Everyone should know about him, again thanks for your valuable information!
@Gamingzone-nt2hb
@Gamingzone-nt2hb 3 жыл бұрын
Assamese people know about their own history...we get these history from our childhood...but I think you don't about this... first time you get to know about this.
@dipkhikhadas5613
@dipkhikhadas5613 3 жыл бұрын
Bhot val lagil sai ☺️🙂🙂
@JagatChMudoi
@JagatChMudoi Жыл бұрын
Lachitborphukanhasgivenusmuchstrength. Energyandloveforourbelovedassamfromtheclutchofmughal. Iamproudoflachitborphukan. Thanks.
@subhadeepkarmakarBengal
@subhadeepkarmakarBengal 3 жыл бұрын
Respect from West Bengal. India need Lachit Borphukan type Worrior who fought for mother land also save our India’s Culture. Assam Now Approx than 40% Muslim (Unofficially/ as per Wikipedia) but Assamese select a Proper Govt to save culture & identity. Unfortunately We the people of West Bengal(Some of them vote just because of govt subsidy & here 30% Muslim also exist) don’t know what will be happen in our future.Please Pray for us 🙏
@andaaregaan.5466
@andaaregaan.5466 2 жыл бұрын
Next bar bjp.. jetatei hobe.. information war ee lege poro
@HistoryEditsChannel
@HistoryEditsChannel 2 жыл бұрын
kzfaq.info/get/bejne/mdGDoLx5mrbQl5s.html Lachit barphukan hindi whatsapp status
@randomshits1594
@randomshits1594 2 жыл бұрын
Muslim is never a problem for us 🤣 and for your kind information ismail siddiqui was lachits assistant against war on mughal dude . We ahoms never do such shits dude
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar Жыл бұрын
he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch
@blusterbuilder4654
@blusterbuilder4654 Жыл бұрын
@@Rajaulmahammadtalukdar after all Delhi was under Mughal so basically he fought against the invaders
@chaoankurchetia5898
@chaoankurchetia5898 3 жыл бұрын
সুন্দৰ হৈছে৷ কিন্তু সাজ পোচাক বিলাকহে টাই আহোমৰ নহয়৷
@nilotpalsarmahsarma8344
@nilotpalsarmahsarma8344 3 жыл бұрын
Jai Lachit barfukan
@lucky_the_racer888
@lucky_the_racer888 2 жыл бұрын
Respect from Maharashtra. ⛳⛳⛳
@nabinr7361
@nabinr7361 3 жыл бұрын
It would have been "BETTER" if there was a SUBTITLE IN ENGLISH. LET, the WORLD KNOW WHO HE WAS. MANY IN INDIA ITSELF DO NOT THE GREAT GENERAL WE HAD. Proud of Oxom + Oxomiya.
@ImperialIndic
@ImperialIndic 2 жыл бұрын
if u know Bengali also then u can understand approx 90% of the documentry
@nabinr7361
@nabinr7361 2 жыл бұрын
@@ImperialIndic Yes, I do understand Bengali. However, though being Assamese by birth... I haven't been much to Assam..
@ImperialIndic
@ImperialIndic 2 жыл бұрын
@@nabinr7361 i also dont know assamese but as a Bengali i have understood approx 60% of the documentory
@biswajitboruah3716
@biswajitboruah3716 Жыл бұрын
Jotin Bara, Ravi Sharma, Nayan neelim tewlukor hero bilake jodi Aag bhag lole hoi aru vl lagile hoi😢😢😢
@napoleonbonapartelempereur9502
@napoleonbonapartelempereur9502 11 ай бұрын
JAI LACHIT BORPHUKAN🕉️🙏
@ankurjyoticreation3126
@ankurjyoticreation3126 Жыл бұрын
হে জাতীয় মহাবীৰ লাচিত আজি ৪০০ সংখ্যক পৱিত্ৰ ওপজা তিথিত প্ৰণামো তোমাক। জয় আই অসম।।
@souvikmukherjee1013
@souvikmukherjee1013 2 жыл бұрын
great sir, thanks for this video, its our real histrory, great king & warrior lachit borphukan, joy hind from an indian bengali christian paris, france.
@afternoontea974
@afternoontea974 3 жыл бұрын
Sawasdee from Thailand.
@utpalgogoi9206
@utpalgogoi9206 2 жыл бұрын
Lots of love from Assam Tai ahom
@G3new745
@G3new745 2 жыл бұрын
দেশ বুলিলে নালাগে আদেশ
@AntarikshRajkonwar
@AntarikshRajkonwar 2 жыл бұрын
Great documentary. But please change the thumbnail and put photo of some better scene where Swaargadeo Chakradhwaj Singha and Lachit Borphukan is there
@mriduldutta8000
@mriduldutta8000 5 ай бұрын
সঁচাকৈ লাচিত বৰফুকন আমাৰ অসমীয়াৰ স্বভিমান এই ছবি খন ছাই আকৌ হাজাৰ বাৰ আমাৰ পূৰ্ব পুৰুষক সকলক আৰু তেওঁ লোকৰ ত্যাগ আৰু বীৰত্বক হাজাৰ কোটি প্ৰণাম। সঁচাকৈ শৰীৰত তেজ গৰম হৈ যায় এই সমূহ দিশ্য দেখিলে।
@VOICEOFRADIO
@VOICEOFRADIO 2 жыл бұрын
সুন্দৰ।।ভাল লাগিল।।আপোনাৰ চেনেলটো চাবক্ৰাইব কৰিলোঁ দেই।।
@alankar378
@alankar378 3 жыл бұрын
True patriot of Hindustan... A great warrior.. can anyone add subtitles please.. it is a story to be told to every indian...
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar Жыл бұрын
he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch💯
@deepdeka9959
@deepdeka9959 Жыл бұрын
@@Rajaulmahammadtalukdar chup thak mughol
@Rajaulmahammadtalukdar
@Rajaulmahammadtalukdar Жыл бұрын
@@deepdeka9959 chal be nalle🦶
@Archana20387
@Archana20387 9 ай бұрын
​​@@RajaulmahammadtalukdarChuslim tere baap ko 17 baar haraya hai Lachit Borphukone
@rememberwhen7271
@rememberwhen7271 7 ай бұрын
​@@deepdeka9959wtf are you saying he's right Lasit fought for Assam Not India You should call yourself mughal instead of him because the other guy is the true lover of Assam not you
@riyabhuyan2315
@riyabhuyan2315 2 жыл бұрын
Proud to be an Assamese It should have english subtitles so that every indian should know this story...
@bunditrod2994
@bunditrod2994 Жыл бұрын
ผมคนไตฟังที่เขาพูดไม่รู้เรื่องเลย
@mrigendragogoi4728
@mrigendragogoi4728 Жыл бұрын
Ll see
@user-nv9nt2be7n
@user-nv9nt2be7n 11 ай бұрын
Certainly yes! Lachit Borpukhan is one of great Indian warrior's who defeated foreign islamic barbaric invaders and stop the spread of Islamic mughal empire to Northeast kingdom's and protected it. Lachit Borpukhan is a National Hero belongs to whole country not only for Assam.
@riyabhuyan2315
@riyabhuyan2315 11 ай бұрын
@@user-nv9nt2be7n Yeah😊.....
@zordanssmith1635
@zordanssmith1635 11 ай бұрын
Yeh comment section main asli India chupa hua hai! Love to all! Your comments makes me happy and it is a relief to know that people outside of Assam also know about the Ahom kingdom. Which is less really because even in schools it was not taught properly.
@Shortsindia40
@Shortsindia40 3 жыл бұрын
Bohut val lagil sai
@bhaskarjyabaruah1090
@bhaskarjyabaruah1090 2 жыл бұрын
Joi Aai Axom! 🚩🚩🚩
@samirgogoi7728
@samirgogoi7728 3 жыл бұрын
সাজ পোচাক সমূহ আহোম পৰম্পৰাৰ হোৱা উচিত।
@prodipkumargogoi4546
@prodipkumargogoi4546 3 жыл бұрын
হয়
@wildflower4649
@wildflower4649 3 жыл бұрын
Agree
@MultimediaTr.
@MultimediaTr. 4 ай бұрын
​@@wildflower4649তুমি বহুত ধুনীয়া আছা! বিয়াত বহা নাই যদি contact কৰিব বিচাৰোঁ! মই চৰকাৰী বিভাগত কৰ্মৰত! Please! Reply me
@dr.samadhanawane6450
@dr.samadhanawane6450 2 жыл бұрын
Love from maratha
@Abinash1234
@Abinash1234 Жыл бұрын
Video টো চাই ভাল লাগিল।
@insanegaming7939
@insanegaming7939 Жыл бұрын
😒😒Happy lachit borphukan day
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 2 жыл бұрын
A lot of thankfulness presentation this Assam(Ahom) historical documentory and good wishing to All actor , for ahead,,,
@utpaldasmusic2285
@utpaldasmusic2285 2 жыл бұрын
বৰ ভাল লাগিল Thank you too all actors actress
@chanjuhazarika9336
@chanjuhazarika9336 3 жыл бұрын
Joy ai axom. .
@PKrNeogAssameseculture
@PKrNeogAssameseculture Жыл бұрын
great creation. All are true basis of History.
@bikirabha4372
@bikirabha4372 2 жыл бұрын
এই ভিদিও টি দিয়াৰ বাবে ধন্যবাদ। জয় বীৰ লাচিত । জয় আই অসম
@indianhistoricalfacts2515
@indianhistoricalfacts2515 2 жыл бұрын
Everyone forgot atan buragohain. He deserves same respect as Lachit borphukon
@nabamyari6776
@nabamyari6776 2 жыл бұрын
Chilaray also💪
@Indic462
@Indic462 Жыл бұрын
@@nabamyari6776 Assam has many warriors. But sadly we don't know about our own history.
@shantanupandey7542
@shantanupandey7542 2 жыл бұрын
Jai hindutva jai lachit ji🙏🚩🕉️
@ankukalita8100
@ankukalita8100 Жыл бұрын
Oti xhundor
@shajurohman6334
@shajurohman6334 3 жыл бұрын
আমাৰ দেশতে ইমান ভাল এখন ইতিহাস আছে কিন্তু ভাল director -ৰ অভাৱত আমি আমাৰ নিজা পৰিচয় আন্তৰ্জাতিক পৰ্য্যায়ত স্হান দিব পৰা নাই কিয় ? আজি দক্ষিণ ভাৰতৰ ছবিবোৰৰ বহুত আগবাঢ়ি গল আমিবোৰ কেল্লা বাংলাদেশীৰ সৈতেই যুজি আছো । চাওক দক্ষিণ ভাৰতৰ ছবি bahuboli2 তকৈ ভাল এখন ছবি আমাৰ অসমতেই গঢ়িতোলা যাব ।
@mbcartoons4016
@mbcartoons4016 3 жыл бұрын
Oti hundar tumar sintadhara
@Unmoy
@Unmoy 2 жыл бұрын
Respect for Lachit borphukan ❤❤❤❤❤🔥🔥🇮🇳🇮🇳
@professorpkd3565
@professorpkd3565 2 жыл бұрын
অসমৰ প্ৰত্যেকজন অসমীয়াই লাচিত বৰফুকনৰ বিষয়ে জানিব লাগে।
@gautamphukan5079
@gautamphukan5079 2 жыл бұрын
Xundor ati xundor
@Pro9pix
@Pro9pix 2 жыл бұрын
These historic events should be adapt into flims and series... So that the young generation gets to know about it in a simpler form and carry on the great legacy left behind by our forefathers
@jitkumar122
@jitkumar122 4 ай бұрын
Jai Lachit, Jai Ahom, jai hindu ❤
@user-sx5ft1vp8e
@user-sx5ft1vp8e 3 жыл бұрын
অতি আনন্দিত হ'লো
@pallavgogoi5195
@pallavgogoi5195 3 жыл бұрын
Joi ai axom
@anitasaikia4245
@anitasaikia4245 Жыл бұрын
Lachit Barphukan : the greatest warrior of Assam.🙏🙏🙏 He is the Victory of Assam and Pride of Assam.🙏🙏🙏🙏🙏🙏
@AT-fw9zc
@AT-fw9zc 3 жыл бұрын
I did not understand the starting music but loved it ♥♥♥
@jadumonigogoi403
@jadumonigogoi403 3 жыл бұрын
song praises the king ,his kingdom who had great general lachit.
@nabaranjannath4688
@nabaranjannath4688 2 жыл бұрын
Ati uttam prayas, dhanyabad amar Ajay veer Lachit Barphukanar veeratwa darkhan karowar babe
@madhurjyagogoi6085
@madhurjyagogoi6085 2 жыл бұрын
Bhal lagil
@minakhirabha2286
@minakhirabha2286 3 жыл бұрын
Jai aai axom🙏
@upahanamix3261
@upahanamix3261 2 жыл бұрын
Great lachit borphukan. lam prod of him
@upahanamix3261
@upahanamix3261 2 жыл бұрын
Anekoi ahomor rajotro kotha dibo buli akha korisu nohole lukai jabo tetiyahe lachito atmai hantri pabo
@BinodKumar-lo9yp
@BinodKumar-lo9yp Жыл бұрын
Patliputra ki dharti se parnam aise veer yodha ko jai Assam from Bihar
@shoorvirprogramme
@shoorvirprogramme 2 жыл бұрын
Problem is this culture is not touched and because of language barrier entire country don't know them
@BhagirathTanti-jq7ed
@BhagirathTanti-jq7ed Жыл бұрын
I am giving a million of strong salute from my bottom of heart to our respecting great hero Maha mahim " Lachit Borphukan devok for dedicating for his life to our motherland of Assam
@sirannjvkheng5644
@sirannjvkheng5644 2 жыл бұрын
nice documentary ❤️❤️❤️❤️val lagil sai
@Bishalbaruah7889
@Bishalbaruah7889 2 жыл бұрын
Very good, but needed english subtitles, because some people do not understand Assamese.. So, it would have been much better if added english subtitles..
@Peripateticronofficial
@Peripateticronofficial 3 жыл бұрын
Joi aai axom 🔥🔥🔥
@Assamkibangalilardka.6877
@Assamkibangalilardka.6877 10 ай бұрын
Salute lachit borphokon. জয় আই অসম।
@sontushbhaina4304
@sontushbhaina4304 2 жыл бұрын
জই আই অসম
@herominarzary3254
@herominarzary3254 3 жыл бұрын
Jodi akhon bull sobi hole.. ki vl lagil Hoi
@dimbeswarbora873
@dimbeswarbora873 2 жыл бұрын
Jai aii axom.. ❤️❤️❤️Lashit barfukon dngoria apunak dhoniyo
Каха и суп
00:39
К-Media
Рет қаралды 5 МЛН
Heartwarming moment as priest rescues ceremony with kindness #shorts
00:33
Fabiosa Best Lifehacks
Рет қаралды 11 МЛН
WHAT’S THAT?
00:27
Natan por Aí
Рет қаралды 6 МЛН
Хотите поиграть в такую?😄
00:16
МЯТНАЯ ФАНТА
Рет қаралды 2,5 МЛН
THE MOST CONTROVERSIAL TOPIC now ARE AHOMS CHINESE|| ft. Izaaz Ahmed||
54:21
Talk unfiltered Assamese podcast
Рет қаралды 188 М.
Proof that Ashwatthama is Still Alive - Kalki 2898 Introducing Ashwatthama
13:11
RAAAZ by BigBrainco.
Рет қаралды 1,7 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 5 МЛН