Рет қаралды 487,912
ভোগ-বিলাসিতাৰে জীৱন পাত কৰিব পৰা সকলো সুযোগ-সুবিধা পায়ো তেওঁ হৈ আছে বিৰল ব্যতিক্ৰম। ৭ বাৰকৈ বঙাইগাওঁ সমষ্টিৰ পৰা বিধান সভালৈ তেওঁ নিৰ্বাচিত হৈছে। অগপৰ আমোলত তেওঁ আছিল কেবিনেট মন্ত্ৰী আৰু এইবাৰো শেহতীয়াকৈ অন্তৰ্ভূক্ত হৈছে কেবিনেটত। কিন্তু সলনি হোৱা নাই তেওঁৰ প্ৰাত্যহিক জীৱন যাত্ৰা।