No video

EKHON MAJULIR DORE /এখন মাজুলীৰ দৰে/ Pulak Banerjee/ Mallika Goswami Borkotoky

  Рет қаралды 3,036

Mallika Goswami Borkotoky

Mallika Goswami Borkotoky

Ай бұрын

Title of the Song : EKHON MAJULIR DORE (এখন মাজুলীৰ দৰে)
Audio Credits :
Singer(কণ্ঠ) : Pulak Banerjee (পুলক বেনাৰ্জী)
Lyricist (গীতিকাৰ) : Mallika Goswami Borkotoky (মল্লিকা গোস্বামী বৰকটকী)
Composer(সুৰকাৰ): Chandan Bezbaruah (চন্দন বেজবৰুৱা)
Music (সঙ্গীত) : Tapan Das (তপন দাস)
Mix & Master (শব্দ সংমিশ্ৰণ) : Ibson Lal Baruah (ইবছন লাল বৰুৱা)
Studio(ষ্টুডিঅ' :) : Auditek,Ghy (অডিটেক,গুৱাহাটী)
Recordist(শব্দ-যন্ত্ৰী) : Iboso Lal Baruah (ইবছন লাল বৰুৱা)
Voice over : Chandan Bezbaruah
Acoustic Guitar : Tapan Das
Flute : Pranjal Borah
Video Credits :
Videography : Mohan Teron (মোহন টেৰণ) / Lengdon Handique (লেংদন সন্দিকৈ)
Editing(সম্পাদনা) : Lengdon Handique (লেংদন সন্দিকৈ)
PRODUCER(প্ৰযোজক) : MALLIKA GOSWAMI BORKOTOKY
Special Thanks(বিশেষ কৃতজ্ঞতা) : Mitali Goswami (মিতালী গোস্বামী)
Mala Panging (মালা পাংগিং) & Santa Uzir (শান্তা উজীৰ)

Пікірлер: 58
@devadeepkalita4409
@devadeepkalita4409 Ай бұрын
সৰ্বাংগসুন্দৰ।
@abinashkalita9242
@abinashkalita9242 28 күн бұрын
অন্তৰা সুন্দৰ !
@himleenagautam8995
@himleenagautam8995 28 күн бұрын
Bor sundar gaantu. Bhal lagise. Congratulations
@musicwithjun689
@musicwithjun689 Ай бұрын
👌👌👌👌💐💐💐💐 nice song
@jimeetanvi7045
@jimeetanvi7045 Ай бұрын
খূব সুন্দৰ গীত । পুলক বেনাৰ্জী দেৱৰ কণ্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে ।
@suddipta
@suddipta 24 күн бұрын
Bohut bhal lagile huni
@daisyranidevi3475
@daisyranidevi3475 Ай бұрын
বঢ়িয়া🙏🙏
@karunakalita8034
@karunakalita8034 Ай бұрын
বৰ সুন্দৰ হৈছে
@prathanahandique2488
@prathanahandique2488 Ай бұрын
❤বৰ ধুনীয়া
@akashiduttabhuyan2723
@akashiduttabhuyan2723 Ай бұрын
বৰ ভাল লাগিল গীতটো♥️♥️🤟👌
@spbora
@spbora Ай бұрын
Oti xundor Pulakda ,my lovely voice
@kalyaniphukan5984
@kalyaniphukan5984 Ай бұрын
Bor dhuniya lagil
@dollysvlog2097
@dollysvlog2097 Ай бұрын
বৰ ভাল লাগিল দেই ❤👌💐 , সুন্দৰ কথা আৰু সুৰ সংগীত 👍
@anchitgowala9908
@anchitgowala9908 Ай бұрын
Hundor hoise baideo 👍👍
@dinasarmah8193
@dinasarmah8193 27 күн бұрын
বৰ ভাল লাগিছে ❤
@gojensaikia552
@gojensaikia552 Ай бұрын
অতি সুন্দৰ। অভিনয় সুন্দৰ হৈছে।বা: কি শব্দৰ গভিৰতা।
@binitaborah7850
@binitaborah7850 Ай бұрын
অতি সুন্দৰ হৈছে ❤️
@DipaliChelleng
@DipaliChelleng Ай бұрын
Bohut val lagise
@trinayanhandique7459
@trinayanhandique7459 Ай бұрын
এটি সুন্দৰ গীত উপহাৰ দিলে। গীতৰ কথা বৰ শক্তিশালী। পুলক দাৰ গায়কীৰ কথা বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। Outstanding. ইবছন তুমি চাউণ্ডৰ কাম বৰ সুন্দৰ কৰিছা।
@sabitasaikia93
@sabitasaikia93 Ай бұрын
সুন্দৰ❤
@cosmicqueen1999
@cosmicqueen1999 Ай бұрын
much love.
@dipmitadas2392
@dipmitadas2392 Ай бұрын
ভাল লাগিল। অভিনন্দন ❤❤
@shrisanjibkumargogoi27
@shrisanjibkumargogoi27 29 күн бұрын
সুন্দৰ
@user-vk1vv6kp9g
@user-vk1vv6kp9g Ай бұрын
অতি সুন্দৰ কথা,সুৰ, কণ্ঠ আৰু অভিনয়। অভিনন্দন জনাইছো মিলু আৰু আগবাঢ়ি যা🎉🎉🎉
@hiranyaprabhadihingia13
@hiranyaprabhadihingia13 Ай бұрын
বৰ ধুনীয়া। মন পৰশা ❤
@sens3i_music
@sens3i_music 11 күн бұрын
Loved it Mallika Ba. Congratulations!!!
@bhadrakantadas6101
@bhadrakantadas6101 10 күн бұрын
দীর্ঘ জীবি হোৱা।
@kaushikbaruah5080
@kaushikbaruah5080 Ай бұрын
Awesome
@niyorkashyap-biki8868
@niyorkashyap-biki8868 Ай бұрын
❤❤❤ বৰ ভাল লাগিল ।
@sikhamonibhattacharjya6311
@sikhamonibhattacharjya6311 Ай бұрын
Bor dhuniya hoise ❤❤
@maithilibordoloi546
@maithilibordoloi546 Ай бұрын
Bor bhal lagil baidew❤
@Lovacurious2
@Lovacurious2 Ай бұрын
⚘️🌿Bor bhaal lagil..
@malobikamahanta1262
@malobikamahanta1262 Ай бұрын
Bor dhuniya hoise 👌👌
@mrvitmusic
@mrvitmusic Ай бұрын
ভাল লাগিল দেই 👌- ৰুপু
@alekhyachakravorty3834
@alekhyachakravorty3834 Ай бұрын
কথা আৰু সুৰৰ অপূৰ্ব মিলন ঘটিছে। পুলকদাৰ গায়কীৰ কথা কিনো ক'ম....সদায় ভাল পাওঁ, তেখেতৰ গায়কী। সংগীত ব্যৱস্থাপনাও খুব ভাল হৈছে।
@ritahazarika123
@ritahazarika123 Ай бұрын
গীতিকাৰ ৰ মনৰ সুন্দৰ অনুভৱ, লগতে পূলক বেনাৰ্জী দেৱৰ কন্ঠ ত বৰ সুন্দৰ হৈছে, বহুত ভাল লাগিল।
@swapnaneogi693
@swapnaneogi693 Ай бұрын
বহুত ভাল আৰু এই গানটোৰ🙏🙏
@PurnimaBorthakur-wo8oo
@PurnimaBorthakur-wo8oo Ай бұрын
বৰ সুন্দৰ হৈছে গীতটো। অভিনন্দন
@user-oy6ys3iw1w
@user-oy6ys3iw1w Ай бұрын
ইমান সুন্দৰ ্্্ সঁচাকৈয়ে অপূৰ্ব। যোগ্য স্থান ত, যোগ্য ব্যক্তিৰ কণ্ঠদানে অপৰুপ সুৰৰ মূৰ্চনা তুলিছে। ইয়াৰ পৰাই গীতটোৰ লেখিকা আৰু শ্ৰদ্ধাৰ পুলক বেনাৰ্জী দেৱলৈ শতকোটি প্ৰণিপাত জনালোঁ।❤️🙏🌹
@UrbashiSunar
@UrbashiSunar Ай бұрын
Have got goosebumps dear .....kudos!!! Keep going ❤❤
@bsubhram3378
@bsubhram3378 Ай бұрын
সুন্দৰ গীত, সুন্দৰ composition. অভিনন্দন!!
@krishavraktimgogoi5706
@krishavraktimgogoi5706 Ай бұрын
পুলক বেনাৰ্জীদেৱৰ কণ্ঠত সুন্দৰ কথা আৰু সুৰৰ গীতটি বৰ শ্ৰুতিমধুৰ হৈছে।আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ💐...
@shreemoyeesvlog9657
@shreemoyeesvlog9657 Ай бұрын
বৰ সুন্দৰ হৈছে গীতটি। অভিনন্দন জনালোঁ।
@akashiduttabhuyan2723
@akashiduttabhuyan2723 Ай бұрын
শুনি থাকিলেও আমনি নলগা ♥️
@nilakshichangkakati3354
@nilakshichangkakati3354 Ай бұрын
কি যে সুন্দৰ হৈছে গীতটি। পুলক দাই প্ৰাণঢালি গাইছে। Composition খুব সুন্দৰ হৈছে। অভিনন্দন জনালো
@subhrabaruah7310
@subhrabaruah7310 Ай бұрын
সৰ্বাংগসুন্দৰ গীত।মন ভৰি গল।সকলোলৈ অভিনন্দন
@jigyashasvlogs7477
@jigyashasvlogs7477 24 күн бұрын
Bhaut bar xunilo
@bandanaoswami7715
@bandanaoswami7715 Ай бұрын
Xundor 👌
@hirujdutta2251
@hirujdutta2251 Ай бұрын
❤❤❤❤❤ অপূৰ্ব সৃষ্টি❤❤❤
@dancepartnerkurcika908
@dancepartnerkurcika908 Ай бұрын
সুন্দৰ গীত।বৰ ভাল লাগিল
@malatibhuyan7929
@malatibhuyan7929 Ай бұрын
বৰ সুন্দৰ হৈছে ❤ শুভ কামনা জনালো 💖
@dreamsofdushmanta9469
@dreamsofdushmanta9469 Ай бұрын
বৰ সুন্দৰ গীত। শুনি ভাল লাগিল।❤
@mamoniborah6845
@mamoniborah6845 Ай бұрын
Bor Dhunia hoise ❤
@aswiniborthakur4721
@aswiniborthakur4721 Ай бұрын
সুন্দৰ, বৰ অৰ্থপূৰ্ণ গীত লেখিছে। ভাল লাগিল বাইদেউ।
@nikhileshbarua3658
@nikhileshbarua3658 Ай бұрын
Very nice 🎉🎉🎉
@arunhazarikamusical6162
@arunhazarikamusical6162 Ай бұрын
প্ৰিয় শিল্পীগৰাকীৰ এটি ৰুচিসন্মত গীত
@JC-os7kx
@JC-os7kx Ай бұрын
Mallika Baidew. Borhiya
@tumonchangkakoti272
@tumonchangkakoti272 Ай бұрын
টুমন চা্ংকাকতি পৰিবেশৰ লগত মিলি যোৱা কথা আৰু সুৰ বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে তাতে পুলক বেনাৰ্জীৰ কন্ঠত গীতটোৰ সুৰটো বৰ শ্ৰুতি মধুৰ হৈছে
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 39 МЛН
I'm Excited To see If Kelly Can Meet This Challenge!
00:16
Mini Katana
Рет қаралды 34 МЛН
♥️♥️♥️
00:20
Татьяна Дука
Рет қаралды 10 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 12 МЛН
Puwa Suruje By Pulak Banerjee
4:57
I K
Рет қаралды 24 М.
Assam Child Singer Anurag Kalita EXCLUSIVE At ND24
29:01
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 39 МЛН