Fight with mother father - দুপৰীয়াৰ আহাৰ কত পাম এতিয়া - Dimpu Baruah

  Рет қаралды 2,068,531

Dimpu Baruah

Dimpu Baruah

5 жыл бұрын

In this video I talk about job mind-set in assam .
for duporiyar ahar ( nalbari only )
call - 8761057582 or 8761057583

Пікірлер: 6 200
@ushabarman6698
@ushabarman6698 4 жыл бұрын
দিম্পু,তুমি সৰু ল'ৰা যদিও বহুত জ্ঞানী আৰু উচ্চ চিন্তা ধাৰাৰ।ধন্যবাদ থাকিল, তোমালৈ।তুমি আগুৱাই যোৱা ।
@s.b.6447
@s.b.6447 3 жыл бұрын
ঠিক কৈছে আপুনি
@chitragogoi2478
@chitragogoi2478 3 жыл бұрын
The@@Radhikakiduniya0066 ggfg
@Bhargab_Saikia
@Bhargab_Saikia 3 жыл бұрын
@@chitragogoi2478 🤣
@nakulupadhaya3443
@nakulupadhaya3443 3 жыл бұрын
Innit
@manishakalita3362
@manishakalita3362 2 жыл бұрын
Val lagil Dimpu da
@la2screationsgardening713
@la2screationsgardening713 3 жыл бұрын
সত্য কথা। এই মনোভাৱ সলনি হলেহে আমাৰ সমাজ সলনি হব।
@anujdutta6330
@anujdutta6330 2 жыл бұрын
Right bro
@tinkuassam8782
@tinkuassam8782 2 жыл бұрын
I like this topic. দিম্পু দা বহুত গুৰুত্বপূৰ্ণ কথা কেইটামান কলা। আশা কৰোঁ এই video টোৰ যোগেদি বহু অসমীয়া ল'ৰাই জীৱন নিৰ্বাহৰ সঠিক পথ বিচাৰি পায়।
@rupandeb9949
@rupandeb9949 3 жыл бұрын
Bahut bhal speech disa Tumi dimpu ,god bless you bro.
@merijabegum5185
@merijabegum5185 3 жыл бұрын
দিম্পু তুমি একেবাৰে সঁ‌চা কথা কৈছা। তোমাৰ ভিডিঅবোৰ চাই ভাল লাগে। তোমাৰ উপস্থাপন খুবেই ভাল লাগে।
@Mainamou
@Mainamou 3 жыл бұрын
সচাই বৰ ভাল লাগিল । সকলো ল'ৰা ছোৱালী এনেদৰে ভাবিলে বহুত উন্নতি হ'ব আমাৰ অসমৰ । মই নিজেই ব্যৱসায়ৰ লগত জৰিত । মই গৌৰৱ কৰোঁ আমাৰ পৰিয়ালৰ সকলো মানে মোৰ মানুহ জন , দাদা আৰু ভিনদেউ একোজন সফল । আমি সকলোৱে শিক্ষিত ।
@sherryburagohain1472
@sherryburagohain1472 2 жыл бұрын
বহুত সঁচা কথা৷মাক দেউতাকবোৰৰ এনে মানসিকতা সলনি কৰাৰ সময় হ’ল৷
@arpitadutta6019
@arpitadutta6019 3 жыл бұрын
আপোনাৰ কথাবোৰ বৰ গঠনমূলক। বৰ সুন্দৰকৈ বুজাই কৈছে। কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰাতকৈ হাতে কামে লাগিলেহে নিবনুৱা সমস্যা কিছু পৰিমাণে সমাধান হ'ব।
@pranjaldutta6163
@pranjaldutta6163 4 жыл бұрын
সচাকৈ বহুত অনুপ্ৰাণিত হলো। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খোৱা এটা সুন্দৰ বাৰ্তা আগবঢ়ালা।❣️
@runnerboy3240
@runnerboy3240 4 жыл бұрын
দিম্পু দাৰ বাবে সকলোৱে Like এটা কৰা ধন্যবাদ।
@dhrubajyotinath3937
@dhrubajyotinath3937 3 жыл бұрын
সঁচা কথা... সেইবাবে অসমৰ মানুহক অকামিলা কয় যে নিজে একো নকৰে ,যেনেকৈ ষ্টেচনৰ কুলি বা ঠেলাআলা বা চাউলৰ বেপাৰী বা নাপিত বা মচি বা ধবি এইবিলাক বিহাৰৰ পৰা বা অইন ৰাজ্যৰ পৰা আহি অসমত কাম কৰে আৰু আমিবোৰ হাত বান্ধি বহি থাকো. (কামৰ সৰুবৰ নাই,সকলো কামেই ভাল মাত্ৰ চোৱাৰ প্ৰকৃতি বেলেগ বেলেগ)।👍
@mamonidutta2510
@mamonidutta2510 3 жыл бұрын
Dimpu xosai xundar kotha koisa .. God bless you always...
@jashimahmedlaskar4344
@jashimahmedlaskar4344 3 жыл бұрын
Dimpu Dada good talent good talking so much better
@user-rl2sg1ev6z
@user-rl2sg1ev6z 5 жыл бұрын
আলু বেপাৰী আৰু কেৰাণী ৰ উদাহৰণটো বহুত ধুনীয়া লাগিছে দিম্পু দা ।😂😂😂😂😂
@devzeroww8431
@devzeroww8431 5 жыл бұрын
chirstano vugliows thik koisa bro
@user-rl2sg1ev6z
@user-rl2sg1ev6z 5 жыл бұрын
@@devzeroww8431 😂😂😂😂😂
@aartimalkar9605
@aartimalkar9605 5 жыл бұрын
b. a. al.
@tutubodo1078
@tutubodo1078 5 жыл бұрын
😂😂😂😂😂
@inasarma2746
@inasarma2746 5 жыл бұрын
vkhoskbkwgga igoaganhisfigo 👍
@jadabbharali1843
@jadabbharali1843 Жыл бұрын
দুপৰীয়াৰ আহাৰৰ লৰা সকলক আশীৰ্বাদ কৰিছোঁ তেওঁলোকৰ ব্যৱসায় উন্নতিৰ পথত দৌৰি যাওক । লগতে দিম্পুকো ধন্যবাদ এনেধৰণৰ কৰ্মস্পৃহা থকা লৰাবোৰক উচ্চাহিত কৰা বাবে 🙏🙏🙏
@Sanjayprofootball
@Sanjayprofootball Жыл бұрын
Dimpu da অতি সোন্দৰ ভিডিঅ অপুনি নৱযুগৰ লৰাৰ পেৰনা হয়! এই মনোভাৱ সলনি কৰিব লাগিব । তেতিয়াই আমাৰ দেশৰ নিবনুৱাৰ সমস্যা দুৰ হব । জই আই অসম 🙏
@pradakshinakalita5080
@pradakshinakalita5080 3 жыл бұрын
সঁচাকৈ আমাৰ মানুহবোৰৰ চিকিৎসক , অভিযন্তা এইবিলাকে । প্ৰতিযোগিতাৰ দৌৰত নমাই দিছে নিজৰ লৰা ছোৱালীক কিন্তু সন্তানৰ ও যে কিছুমান নিজা সপোন আছে এইবিলাক তেনেই নগণ্য তেওঁলোকৰ আশা বোৰৰ ওচৰত । তেওঁলোকৰ মতে কৰিলে সন্তানে কষ্ট নাপাই ভবিষ্যতে সেই ভাবি কয় কিন্তু সন্তানে মনৰ শান্তিৰ বাবে কৰিব নোৱাৰে আনৰ শান্তিৰ বাবে হে কৰিব লগা হয়। প্ৰত্যেকেই নিজৰ মা দেউতাক ভাল পায় সেইকাৰণে মা দেউতা ৰ সুখৰ বাবে নিজৰ সুখ বিষৰ্জন দিয়া লৰা ছোৱালী বহুত আছে।। দাদা আপোনাৰ video সমূহ সঁচাই বহুত শিকিবলগীয়া।। আমাৰ নৱপ্ৰজন্ম ৰ সকলোৱে এনেকৈ আপোনাৰ দৰে কাম কৰি গলে দেশৰ উন্নতি সঁচাকৈয়ে হব।। ধন্যবাদ দাদা🙏🙏 আপুনি আগবাঢ়ি যাওক।।
@epshitasvlogs7186
@epshitasvlogs7186 4 жыл бұрын
ডিম্পু মোৰ মা এইধৰণৰ কথা মোক কৈ থাকে কাজিয়া লাগি থাকে সেয়ে
@user-yz1yh4bi7q
@user-yz1yh4bi7q 3 жыл бұрын
100% right dimpu dada🇮🇳🇮🇳
@tutumonichetia5827
@tutumonichetia5827 2 жыл бұрын
দিম্পু তোমাৰ কথা বিলাক বৰ ভাল লাগে । তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক মঙ্গল কৰক ।
@bvlogs6482
@bvlogs6482 2 жыл бұрын
Nijor lora suwaliku aneke bhalke Kobo😌
@mintumishra4548
@mintumishra4548 4 жыл бұрын
Dimpu, 100% true. Thanks to give such as video in your blog. Salute
@a.cgowala82
@a.cgowala82 5 жыл бұрын
বহুত বহুত ধন্যবাদ ,,এনেকুৱা চিন্তা কৰা মানুহ সমাজত লাগে ...
@inasarma2746
@inasarma2746 5 жыл бұрын
A. C Gowala 👌
@parbinbegum8355
@parbinbegum8355 4 жыл бұрын
A. C Gowala yes AK do right
@muhikantanath6591
@muhikantanath6591 2 жыл бұрын
Dear Dimpu , I hope this will be a good message to our society and the young generation will realize what they are actually doing .
@parimalroy4688
@parimalroy4688 Жыл бұрын
Dimpu da you are a motivational speaker
@bulbulsaikia9313
@bulbulsaikia9313 4 жыл бұрын
সচায় দেই তুমি খুব ভাল কথা কইচা। বতমান চলি থকা সচা কথাৰ ওপৰত তুমি ভিডিওটো বনাইছা । 👍
@ajitdeka3128
@ajitdeka3128 3 жыл бұрын
Dimpu baruah is the of best KZfaq's in assam
@itzkangkan12
@itzkangkan12 3 жыл бұрын
Right
@pratyushchetry4224
@pratyushchetry4224 3 жыл бұрын
Improve your english
@tonmoyeebijon
@tonmoyeebijon 2 жыл бұрын
হয়
@nitugamer9555
@nitugamer9555 2 жыл бұрын
Dimpu Da tumar mother
@user-tk7wf9kp5j
@user-tk7wf9kp5j 3 жыл бұрын
Dimpu dada k kone kone Val pai (mane like) kore eaat ata ata like kariboa
@jiturabha4944
@jiturabha4944 2 жыл бұрын
Legend Watching after 3 years 🤣🤣👌👌😍😍
@X-nur-editz
@X-nur-editz Жыл бұрын
you are also watching after three years😂
@himjyotimahanta8531
@himjyotimahanta8531 4 жыл бұрын
Absolutely right about the mindset of our society. We should separate education and career. People should understand first and foremost mission or vision of education is learning or gathering knowledge..
@hasenbasir314
@hasenbasir314 5 жыл бұрын
Thanks a lot for this message. Thank you so much dimpu da
@papumahalia7385
@papumahalia7385 3 жыл бұрын
😭😭😪😥EKDOOM RIGHT DIMPU DA
@user-ju2fu1go7i
@user-ju2fu1go7i 3 жыл бұрын
It's really motivational video
@sangitashappybox5467
@sangitashappybox5467 5 жыл бұрын
Dimpuda apunak salute dilu dei.. Mojja kotha koise.. Bohut vl lagil
@pushpadhartamul6495
@pushpadhartamul6495 5 жыл бұрын
Dimpu Daa J Eman Mozzah Video Bur Bonua...Bohut Val lage...June June Dimpu Daak Val Pua Like Kora🖒🖒🖒
@dhritimankalita
@dhritimankalita 5 жыл бұрын
Bro mor channel to please ebar soa,aru channel to subcribe koriba mor channelot technical aru blog video paba axomiat please koa
@dhritimankalita
@dhritimankalita 5 жыл бұрын
Soa bro
@gitikaborah4199
@gitikaborah4199 5 жыл бұрын
Im the one
@jimmyuso8946
@jimmyuso8946 5 жыл бұрын
Aitu ki vedio bonai . bekar .
@inasarma2746
@inasarma2746 5 жыл бұрын
Deba Pratim 👍👌
@diliphaloipathak5592
@diliphaloipathak5592 2 жыл бұрын
দিম্পু,সচাকৈ বহুত গুৰূত্ত্বপূৰ্ণ কথা কৈছা ।আজিৰ সময়ত বেলেগ ধৰণৰ কথা চিন্তা কৰিবৰ সময় হল ।কিছুমান মানুহে বুজি পোৱা নাই যে ব্যাবসায়ৰ জৰিয়তে হাজাৰ জনক চাকৰি দিব পাৰি ।বহুত ভাল লাগিল তুমাৰ চিন্তা ধাৰা ।
@kalpanakalita2749
@kalpanakalita2749 2 жыл бұрын
খুব সুন্দৰ ভিডিঅ' । দিম্পুৱে মাক-দেউতাকৰ লগত কৰা কাজিয়াৰ লগত সংগতি ৰাখি খুব সুন্দৰ বাৰ্তা বাহক ভিডিঅ'এটা আগবঢ়ালে। হয়, মাক-দেউতাক বোৰে নিজৰ নিজৰ ল'ৰা-ছোৱালী বোৰক কেৱল চাকৰিৰ উদ্দেশ্যৰে আৰু বহুত টকা ঘটি ডাঙৰ মানুহ হোৱাটোৱেই উদ্দেশ্য বুলি পঢ়াব নালাগে। শিক্ষাৰ উদ্দেশ্য অকল সেইটো নহয়। ল'ৰা ছোৱালী য়ে সেই শিক্ষাৰে সংস্কাৰী, দয়াশীল এজন ভাল মানুহ, আৰু নিজকে স্বাৱলম্বিতাৰে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আন দহজনক বা হাজাৰ জনক জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে এটা শুদ্ধ ৰাস্তা দেখুৱাব পাৰে। জীৱনত কৰিবলৈ বিভিন্ন কাম আছে। শিক্ষা অনুযায়ী যিয়ে যেনেকৈ পাৰে বিভিন্ন কামত আত্মনিয়োগ কৰি জীৱন টো উদযাপন কৰিব পাৰে। মাথোঁ লাগিব নিজৰ প্ৰতি আত্মবিশ্বাস,ধৈৰ্য্য শক্তি, আৰু প্ৰেৰণা। তেনেকৈও সন্তানে ডাঙৰ মানুহ হ'ব পাৰে । এই কথা খিনি আমাৰ সকলোৰে মৰমৰ দিম্পুৱে খুব সুন্দৰ কৈ বুজাই দিছে।
@MrJoybora
@MrJoybora 4 жыл бұрын
Moy tumar videobur maje make saw, I think this is the best video you have ever made, great thinking & great advice for youth. Thanks
@18robiul
@18robiul 4 жыл бұрын
Motivational speaker of Assam 🙏
@rahulmalakar999
@rahulmalakar999 3 жыл бұрын
Dimpu sir ekdom right kotha koise apuni thank you Joy aai assom
@Pritom____king07
@Pritom____king07 2 жыл бұрын
দিম্পু দাদা তুমাৰ ভিডিঅ বোৰ চাই বহোত ভাল লাগে তোমাক বহোত বহোত শুভেছা থাকিল ।তুমি যাতে আৰু আগ বাহি যোৱা তাৰে পাৰ্থনা যনাইছো ।
@vivekrajput6175
@vivekrajput6175 3 жыл бұрын
Its happens with me also You are right bro Love from Guwahati Assam
@prodipgondofficial2078
@prodipgondofficial2078 4 жыл бұрын
সকলোৱে যদি মালিক হৈ চাকৰি কোনে কৰিব।হয় বিপৰীত চিন্তাধাৰাৰ প্ৰয়োজন। কিন্তু,চাকৰিৰ লগতে ব্যৱসায়কো ইমানেই গুৰুত্ব দিয়া উচিত যিমান এটা চাকৰিক।
@bandanarabha6668
@bandanarabha6668 3 жыл бұрын
Dimpu tomi kowa kthaa bor xosai diya👍👍
@barashadeka6759
@barashadeka6759 2 жыл бұрын
Dimpu da akdm xosa ktha koise right💯🙌vidio tu dhuniya lgile👍
@letslivelife93
@letslivelife93 3 жыл бұрын
অলপ দিনৰ আগতে মই আৰু মোৰ বন্ধু দুজন মানে এই টো Topic'ৰ উপৰতে কথা পাতি আছিলো, আৰু আপুনি বহুত ধুনিয়াকে গোটেই কথাখিনি বুজাই দিছে। আপোনাৰ চিন্তুাধাৰাক Hats off! 👍🏻👍🏻 NO. 1 KZfaqr Of Assam For a Reason ❤️❤️❤️
@amitroyar7107
@amitroyar7107 4 жыл бұрын
Right Dimpu. I have been facing this since my graduation. Its ok we will change this concept.
@lalitakalita3701
@lalitakalita3701 2 жыл бұрын
বৰ সুন্দৰ পদক্ষেপ 👌🏽👌🏽👌🏽 অসমত এনে ধৰণৰ ব্যবসায়ৰ বৰ দৰকাৰ
@dayaramrabha5696
@dayaramrabha5696 Жыл бұрын
Dimpu da apuni eman val kotha koi dili tar baba. Apunaloi dhoinobad
@anandgowala8662
@anandgowala8662 4 жыл бұрын
You are right bro. I suport your valuable speech. I m aslo facing this situation.
@ainuscreativity6304
@ainuscreativity6304 4 жыл бұрын
Great idea, 🤟
@nbsvideohub6819
@nbsvideohub6819 3 жыл бұрын
Really great
@iftishasvoice958
@iftishasvoice958 3 жыл бұрын
Bohriya dada jegat dise eisat I like a business man ..
@dcexp1993
@dcexp1993 5 жыл бұрын
আগৰ দিনৰ মানুহ বোৰৰ এনেকুৱা মানসিকতাৰ বাবে আমাৰ অসমত বাহিৰা মানুহে ব্যৱসায়ৰ কৰিবলৈ সুবিধা পালে আৰু এটা কথা মই নিজে চাকৰি কৰো আৰু 100% কব পাৰো যে চাকৰি কৰা বোৰ চাকৰ হয় ।
@mdnavi3943
@mdnavi3943 Жыл бұрын
বহুত ভাল কনতেন্ট, এতিয়া আহিব জেচিবি আৰু ৰিয়েলিস্টিক অসম নামৰ দুটা গাধ, লাগি যাব দিম্পুক সমালোচনা কৰিবলৈ।
@jerryhairart446
@jerryhairart446 2 жыл бұрын
Bahut bhal information......,, Man sui gol 🙏🙏🙏
@binodboro5660
@binodboro5660 3 жыл бұрын
My favorite KZfaqr is Dimpu Baruah in Assam 😉
@snd5541
@snd5541 5 жыл бұрын
The quotes of a.p.j abdul kalam was a great.and you too nicely explained that in assamese or own language.thqnks bro
@shankarjyotibhuyan8709
@shankarjyotibhuyan8709 Жыл бұрын
বেলেগ দিছা এই চাট । আৰু আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা মৰম ভালপোৱা আশীৰ্বাদ থাকিল।
@amitamarak639
@amitamarak639 2 жыл бұрын
Very good idea Dimpuda sai bhut mind lagise
@baidurjyakalita799
@baidurjyakalita799 5 жыл бұрын
Dimpu da akdom mur Mon r vdo bonaisa...moio sakori t k business besi vll pau aru business a korim future t....akdom mjhhh topic t vdo 2 dsa... thanks thanks thanks again and again🙏🙏🙏
@indianwanderess18
@indianwanderess18 4 жыл бұрын
Good videos and specially good thoughts.
@axomorpowali3044
@axomorpowali3044 2 жыл бұрын
Dimpu daa bohut telentor kotha koisa dei so very beautiful your talent ❤️👍👍
@jyotiprakashsarma4333
@jyotiprakashsarma4333 2 жыл бұрын
সুন্দৰ। ভাল লাগিল। ধন্যবাদ।❤❤❤
@deepjyotidas5082
@deepjyotidas5082 4 жыл бұрын
I honestly appreciating you for this wonderful video, muru same sakorir problem aasil but atiya moi business Kori satisfied myself and my parents too
@paragkalita4888
@paragkalita4888 4 жыл бұрын
U r legend bro..u alwys speaks d true facts
@anjanamutsuddi638
@anjanamutsuddi638 3 жыл бұрын
You're right. You are so good
@amyrashvlogs566
@amyrashvlogs566 2 жыл бұрын
Dimpuda apunar kotha huni bht bhal lagil❤️
@pranjalpathak4566
@pranjalpathak4566 5 жыл бұрын
Mojjja dimpu da. Mind-blowing vedio
@bolenrahangbolenrahang1414
@bolenrahangbolenrahang1414 5 жыл бұрын
your concept is also right Dimpu da..
@ShahidulIslam-lx5xs
@ShahidulIslam-lx5xs 2 жыл бұрын
Khub vhal lagise kotha khini huni, Thank you.
@axomtraditionalsongs6093
@axomtraditionalsongs6093 3 жыл бұрын
Moojjjaaa da dimpu daaa... Tomar video to sai bohut bhal lagil
@amitkumardas4543
@amitkumardas4543 4 жыл бұрын
Iman young age ot Iman mature apuni.. thank you so much for raising this topic..
@sofikulhoque8862
@sofikulhoque8862 5 жыл бұрын
ATA new mind set thanks jonuwar babe,,,aru last r example tu khub vl lgil,,,aru anekua video bonaba plz
@XYZBHASKAR
@XYZBHASKAR 5 жыл бұрын
Ji koisa Mur lagot pura milise vaiti
@Simplelifes20
@Simplelifes20 2 жыл бұрын
Bhut right কথা kole apuni । চিন্তাধাৰা বোৰ holoni korilehe hb 👍
@roficarishiahmed2011
@roficarishiahmed2011 3 жыл бұрын
Wow....mind blowing video
@s.kchennel.5760
@s.kchennel.5760 3 жыл бұрын
দিম্পু দা আপোনাৰ ভিডিওবোৰ বহুত ভাল লাগে ।
@MofidCreations17
@MofidCreations17 4 жыл бұрын
Yes I want this way too
@rozgaarpaow
@rozgaarpaow 2 жыл бұрын
Great fantastic dimpi.u understand and filling.
@rashmirekhadawofficial9078
@rashmirekhadawofficial9078 3 жыл бұрын
100% right kotha koise dimpu da.
@djboys2442
@djboys2442 4 жыл бұрын
Dimpu bro.. your all vedio so fantastic and mind fresh vedio so thank you...
@goneshtanti2008
@goneshtanti2008 2 жыл бұрын
Thank you dimpu daa khub vl lge apunar video kiba kibi bhut hikibo pua jai ..... love you ❤️
@mosharofmusic1239
@mosharofmusic1239 2 жыл бұрын
Very good dimpu da bohut beshi bhal lagil
@wonder6694
@wonder6694 4 жыл бұрын
I think this is the best video.. And true video of my life... I have already shared this video to my all friends... Thanks you so much for this wonderful video... 💝
@ashimsarma2179
@ashimsarma2179 2 жыл бұрын
আজিলৈকে চাকৰিৰ পাছত দৌৰা নাই স্বাধীন ভাবে ব্যৱসায় কোৰি আছো নাজানো জীৱনটো কিমান দূৰ আগুৱাই যাব পাৰো
@technologykumar4815
@technologykumar4815 4 жыл бұрын
Woww dimpu ki disa dei complement it's really nice
@jannatulferdausjannat5180
@jannatulferdausjannat5180 2 жыл бұрын
Dimpu da tumi jikhini kotha koisa thikei koisa.. asolte amar homaj khonot enkuwai soliase.. bohut bhal lagil tumar kotha keita xuni..
@moon.basumatari
@moon.basumatari 3 жыл бұрын
Wow Dimpu da really koisu bohot bhal ata vedio bonale apuni hosake mind change hobo lage assambkhi moi support korisu 🙏🙏🙏🙏🙏
@rahulborah9188
@rahulborah9188 3 жыл бұрын
Hats off brother.....a great opinion from you....Thanks
@thewowclips2871
@thewowclips2871 4 жыл бұрын
9:16 best motivating line for today's youth. Actually I didn't subscribe to your channel but after this video I'm doing it. Love you bro ❤
@raofficialvideo120
@raofficialvideo120 2 жыл бұрын
🤣🤣🤣🤣
@junominibegum7729
@junominibegum7729 Жыл бұрын
🥺🥺😒😊😊
@Gaurabshorts02
@Gaurabshorts02 Жыл бұрын
Ai video Tu dia deri hol kintu bohut ogyani maak bapeke buji pabo 🥰🥰👍👍👍👍val bohut video Tu sai 🥰🥰👍👍thanks🌹🌹🙏
@jilmildekachoudhury2174
@jilmildekachoudhury2174 Жыл бұрын
অতি সুন্দৰ তোমাৰ চিন্তা ধাৰা দিম্পু ।
@kpatar3702
@kpatar3702 3 жыл бұрын
Moja dimpu da I love you ❤️❤️❤️
@paranjyotimrg
@paranjyotimrg 4 жыл бұрын
Very nice video.I appreciate your theme and anchoring delivery style
@bickypaswan07
@bickypaswan07 3 жыл бұрын
Thanks sobor a obostha
@sudipadhikary8005
@sudipadhikary8005 3 жыл бұрын
Khup dhuniya hoiche videota❤️👍👌
@suhelhassan136
@suhelhassan136 5 жыл бұрын
Dimpu da u r great👍 i support you 😊
@gajiur7868
@gajiur7868 4 жыл бұрын
বহুত ভাল কথা এটা কৈছা, ধন্যবাদ তোমাক
@babulocalvideoupldr4649
@babulocalvideoupldr4649 2 жыл бұрын
ভাল লাগিল ভিডিঅ টো....লাভ ইও দিম্পু দা..❤
@nirmaladas7085
@nirmaladas7085 Жыл бұрын
Very impressive vdo, thanks Dimpu.
@sharmisthadas3932
@sharmisthadas3932 4 жыл бұрын
His partner would be the luckiest. From Assam. Watching it from Delhi since one year.
@dishapegu8388
@dishapegu8388 3 жыл бұрын
However, the wealthiest and most influential in the world are business persons not sakori kora manuh! Jar sakori (9-5) koribo mon korok, but jar mon nai hihoteu equal respect deserve kore. Love from Barcelona!
@rofiquzzaman2439
@rofiquzzaman2439 2 жыл бұрын
Very nice dimpu video dimpu da aru lastor khini funny 🤣🤣 tipeor
@sabita3055
@sabita3055 Жыл бұрын
বহুত দেৰিকৈ চালো ভাল লাগিল
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 52 МЛН
THE POLICE TAKES ME! feat @PANDAGIRLOFFICIAL #shorts
00:31
PANDA BOI
Рет қаралды 24 МЛН