Рет қаралды 2,685
🐖গাহৰি দুয়োটাই বিক্ৰী কৰি দিলোl একেবাৰে কম দামত দিব লগিয়া হ'ল। টকা দৰকাৰী আছিল উপাই নাপাই দিলো 🤦😇
#binodbasumatarivlogs
#pigpharminAssam
#pigpharmasaam
pig pharm in Assam 🐖2024
pig pharm asaam 🐖2024
Binod Basumatari vlogs
problem solution 🐖support,,,,,,,,
ঘৰ খন চলোৱাত কেতিয়াবা টকা-পইচা লাগতীয়াল হলে। গাহৰি,গৰু, ছাগলী,মোৰ্গী আদি কৰি থাকিলে। প্ৰায় পৰিয়াল বোৰত সহায় আগবঢ়ায়, এই বোৰেই টু মানুহৰ বন্ধু নহয় জানো। (দুখত সহায়) (খোষতো সহায়) তাতকৈ আৰু আনে কম কৰে সহায় ।
ধন্যবাদ