গডমেন ভোলে বাবাৰ সম্পত্তিৰ পৰিমাণ কিমান জানে নে?

  Рет қаралды 16,219

NorthEast Now

NorthEast Now

4 күн бұрын

⏩চৰ্চাত ভোলে বাবাৰ সম্পত্তিৰ পৰিমাণ!
⏩হাথৰছৰ ভোলে বাবাৰ সম্পত্তি দেখি চকু থৰ আৰক্ষীৰ!
⏩স্ব-ঘোষিত গডমেন ভোলে বাবাৰ সম্পত্তিৰ পৰিমাণ কিমান জানে নে?
⏩চাৰি কোটিৰ বিলাসী আশ্ৰমত গোপন কোঠা-কেফে!________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 21
@user-xg8lg8xm9h
@user-xg8lg8xm9h 2 күн бұрын
অন্ধ দেশত অন্ধ ভক্ত। এনেকোৱা‌‌ বাবা আৰু বহু ওলাব কাৰণ আমাৰ দেশৰ প্ৰধান মন্ত্ৰীজনে‌ মাকৰ গভৰ পৰা জন্ম লাভ কৰা নাই।পৰিমাপৰ বিষয!
@Abdulrazak-so2jq
@Abdulrazak-so2jq 2 күн бұрын
অন্ধ ভক্তই কৰা দান বৰঙণি লৈ সম্পদ আহৰণ কৰিছে। ভক্তই চকু মেলাৰ প্ৰয়োজন।
@informativeknowledge4104
@informativeknowledge4104 2 күн бұрын
ইয়াত সন্ত্ৰাসবাদী সকলৰ কি কাম।
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 күн бұрын
ভাৰতৰ বিপদ মাতি আনিছে অন্ধ ভক্তই আৰু ভণ্ড বাবাই
@inglishvlogs1015
@inglishvlogs1015 2 күн бұрын
বিশেষ সমপ্রদায়ৰ লোক হয়,
@user-ln1cz7xy9d
@user-ln1cz7xy9d 3 күн бұрын
ছিঃ ছিঃ এইজনক সেৱা কৰিবলৈ গৈ মানুহৰ মৃত্যু হৈছে ।বাবাবোৰ ধৰ্ষণকাৰী কিয়?
@informativeknowledge4104
@informativeknowledge4104 2 күн бұрын
Maulana ই madrsa ত যে হালালা কৰে সেইটো ত কি কবি
@jitendrarabha4660
@jitendrarabha4660 2 күн бұрын
গৰু চোৰ,ধৰ্ষণকাৰী আদি প্ৰায়বোৰ বাবা,ভক্তই ভগৱানৰ ব্যৱসায় কৰি আমাক ৰাম ঠগন দি আহিছে৷তেওঁলোকৰ ভক্তিৰ কথাত ভুল গৈ আমি বিশ্বাস কৰো যে তেওঁলোকৰ দৰে ভগৱানৰ বিশ্বাসী কোনো নাই,তেওঁলোকে দিয়া পন্থাহে প্ৰকৃত শুদ্ধ৷পৰৰ ভগৱানটোকহে আমি শক্তিশালী বুলি ভাৱি আমি আশীৰ্বাদ বিচাৰি দৌৰ মাৰো,দানবৰঙনি দিও,কিন্তু নিজৰ খেলৰ নামঘৰটো বা উপাসনা গৃহটোৰ বাবে দহ টকা এটা দিবলৈয়ো সক্ষম নহওঁ, আমি গুৰুত্বই নিদিওঁ৷৷
@user-ec4rt8ij6k
@user-ec4rt8ij6k 2 күн бұрын
God men are necessary for some politicians, this is our india.....
@Bhubaneswar...
@Bhubaneswar... Күн бұрын
Anekuwa babak akoa z plus sikurity
@user-nw5ol5ek7v
@user-nw5ol5ek7v 2 күн бұрын
Lewa noradhom kulangar mohapapi lompot better to encounter but commission raj ?? Lewra vule baba
@SL-fy6iz
@SL-fy6iz 59 минут бұрын
বিশ্বাসৰ পৰাই অন্ধবিশ্বাসৰ জন্ম হয়। এই বেমাৰত প্ৰতিটো ধৰ্মাৱলম্বী লোক আক্ৰান্ত।
@jatinlaujary9147
@jatinlaujary9147 Күн бұрын
Asolota.manubara.andho.
@swapansarkar1120
@swapansarkar1120 Күн бұрын
Taka newa sab darmiya anustan guluke sarkar tadanter awtai ana darkar
@intajulzaman4393
@intajulzaman4393 14 минут бұрын
Oo Dada ehatok sarkare kio die Khubidha kari
@intajulzaman4393
@intajulzaman4393 16 минут бұрын
Beya koi nakaba,Teo Bhagwan ,Ram Ram
@nitugogoi8133
@nitugogoi8133 2 күн бұрын
1.25 lakh manuh nohoi 15000 man hoi news valkoi koribi
Always be more smart #shorts
00:32
Jin and Hattie
Рет қаралды 45 МЛН
버블티로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 105 МЛН
1❤️
00:17
Nonomen ノノメン
Рет қаралды 13 МЛН
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,6 МЛН
atanu bhuyan"s  video
5:53
atanubhuyan"s news video
Рет қаралды 57 М.
Always be more smart #shorts
00:32
Jin and Hattie
Рет қаралды 45 МЛН