এগৰাকী অৱসৰী শিক্ষকে মুখ্যমন্ত্ৰীৰ কথাত জাঙুৰ খাই উঠিছে|A Retired Teacher On CM HimantaBiswa Sarma

  Рет қаралды 90,018

F And S Media

F And S Media

Ай бұрын

A Retired Teacher On CM Himanta Biswa Sarma
Retired teachers
Venture teachers
non provincial teachers
cm assam
Teachers association
এগৰাকী অৱসৰী শিক্ষকে মুখ্যমন্ত্ৰীৰ কথাত জাঙুৰ খাই উঠিছে|A Retired Teacher On CM HimantaBiswa Sarma
#ablive24 #cmassam #retiredteacherd

Пікірлер: 283
@usharanisaikia6912
@usharanisaikia6912 Ай бұрын
একেবাৰে সত্য আৰু শুদ্ধ কথা কৈছে তেখেতে। শিক্ষকে সদায় সচা কথাই কয়।
@fsc446
@fsc446 Ай бұрын
Yes 🙏
@lulalu6707
@lulalu6707 Ай бұрын
শিক্ষা গুৰুক শ্ৰদ্ধা জনাও 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@fsc446
@fsc446 Ай бұрын
Right 🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
সম্পূৰ্ণ সচা কথাই কৈছে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু গৰাকীয়ে।
@fsc446
@fsc446 Ай бұрын
Right 👍
@kamaleswarswargiary4499
@kamaleswarswargiary4499 Ай бұрын
যি ৰাজ্যত শিক্ষকক , শিক্ষা গুৰুক অপমান কৰে তাত শান্তি উন্নতি নহয় ।
@fsc446
@fsc446 Ай бұрын
Right 👍
@manabjyotigogoi1806
@manabjyotigogoi1806 Ай бұрын
তেওঁ শিক্ষক সমাজৰ ওচৰত মাফ খুজিব লাগে।
@fsc446
@fsc446 Ай бұрын
Right 👍
@mukulsarma1173
@mukulsarma1173 Ай бұрын
এক চিন্তানীয় বিষয়, শিক্ষকক অপমান কৰা কোনো ৰাজনৈতিক নেতা সময়ৰ সোঁতত হেৰাই গৈছে। এনে উদাহৰণ বহুত আছে। ই অধঃপতনৰ আগজাননী।সময়ে নিশ্চয় জনাব। চাৰ আপোনাক ধন্যবাদ।
@fsc446
@fsc446 Ай бұрын
Right 👍
@minatibora5717
@minatibora5717 23 күн бұрын
শিক্ষক সকলক মানুহ বুলিয়ে গণৈ নকৰে । তেওৰ ঘৰৰ হাজিৰা মানুহ বুলিহে ভাবে ।
@fsc446
@fsc446 22 күн бұрын
Right 👍
@bandanagayan1929
@bandanagayan1929 Ай бұрын
বৰ ভাল লাগিল আপোনাৰ কথাখিনি সচা কথা কৈছে ধন্যবাদ জনালো
@fsc446
@fsc446 Ай бұрын
হয়
@kiranmedak1516
@kiranmedak1516 Ай бұрын
You are absolutely right...
@fsc446
@fsc446 Ай бұрын
Yes
@user-rw3pv9dw1j
@user-rw3pv9dw1j Ай бұрын
তৰুণ গগৈ আৰু সৰ্বানন্দ ভৰিৰ ধুলিৰ যোগ্য নহয় হিমন্ত ৷
@fsc446
@fsc446 Ай бұрын
ঠিক
@usharanisaikia6912
@usharanisaikia6912 Ай бұрын
শিক্ষকৰ প্রধান শতৰু মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা।
@fsc446
@fsc446 Ай бұрын
Right 🙏
@abdulhekim5770
@abdulhekim5770 Ай бұрын
Sir, আপোনাক বহুতো ধন্যবাদ।
@fsc446
@fsc446 Ай бұрын
🙏🙏
@akbarhossain2179
@akbarhossain2179 25 күн бұрын
A lot of thanks to you for exposing the truth
@fsc446
@fsc446 22 күн бұрын
Thank you
@JayantaChangmai-bs3py
@JayantaChangmai-bs3py 21 күн бұрын
ঠিকেই কৈছে আপুনি
@fsc446
@fsc446 5 күн бұрын
Thanks 🙏
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
প্ৰণাম গুৰুদেৱ
@fsc446
@fsc446 Ай бұрын
Yes pronam gurudev, Thank you 👍
@ramcharanthakuria928
@ramcharanthakuria928 Ай бұрын
মহাশয় আপুনি একেবাৰে সত্য কথা কৈছে, আপুনি আমাৰ শিক্ষক সমাজৰে এজন, ন্যায় কথা মাত মাতিছে, তাৰবাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
@fsc446
@fsc446 Ай бұрын
🙏🙏
@jayadass2681
@jayadass2681 Ай бұрын
শিক্ষকক অপমান মানে গুৰু সমাজক অপমান কৰা।ইয়াৰ ফল অতি সোণকালে তেওঁ ভোগ কৰিব লগীয়া হ'ব।
@fsc446
@fsc446 Ай бұрын
Right 🙏
@user-cp8wl2oy2n
@user-cp8wl2oy2n Ай бұрын
আমাৰ মুখ্য মন্ত্ৰীয়ে, শিক্ষক সকলক কলে আৰু সুল্যভ মুল্যৰ দুকানি সকলক শগুণ বুলি কলে আকৈ কিহৰ কাৰণে ভুত দিম বিধান সভাত উওৰ দিয়া হব ধন্যবাদ
@fsc446
@fsc446 Ай бұрын
Right 👍
@user-fz1fp7oj3u
@user-fz1fp7oj3u 29 күн бұрын
অৱসৰ শিক্ষক জনলৈ মোৰ অশেষ ধন্যবাদ থাকিল।
@fsc446
@fsc446 29 күн бұрын
👍💙
@kanchanmoydas6118
@kanchanmoydas6118 Ай бұрын
Yes very good speach you R having courage Thanks a lot Sir ji ,Thanks
@fsc446
@fsc446 Ай бұрын
Yes I salute him 🙏
@mnfilmproductionassamese6105
@mnfilmproductionassamese6105 28 күн бұрын
Very good comment.
@fsc446
@fsc446 28 күн бұрын
👍💙
@wazidali5046
@wazidali5046 28 күн бұрын
Absolutely right
@fsc446
@fsc446 28 күн бұрын
Yes 🙏
@BinudaDihingia-rl6we
@BinudaDihingia-rl6we Ай бұрын
আপোনাক মোৰ ফালৰ অশেষ ধন্যবাদ
@fsc446
@fsc446 Ай бұрын
🙏🙏
@ambikakrishna5793
@ambikakrishna5793 Ай бұрын
শিক্ষক সকলৰ কোনো ৰাজনৈতিক নেতাৰ গোলাপ নহয়। মূখ্য মন্ত্ৰীয়ে ই ভি এম বস্ক কেনেকৈ চাবলৈ পালে।
@fsc446
@fsc446 Ай бұрын
Evm ৰ ভিতৰত সোমাই চাই আছিল
@gitanjalibaishya12
@gitanjalibaishya12 Ай бұрын
থিক কথা কৈছে sir 🙏
@fsc446
@fsc446 Ай бұрын
Right 👍
@SorifurRahman-mc2te
@SorifurRahman-mc2te 25 күн бұрын
Excellent statement
@fsc446
@fsc446 22 күн бұрын
Right 👍
@jatinroy9135
@jatinroy9135 Ай бұрын
Apunar kotabur huni borval lagcha sir
@fsc446
@fsc446 Ай бұрын
Yes
@hiranmoyeepathak3992
@hiranmoyeepathak3992 29 күн бұрын
প্ৰতিজন মানুহৰে ক্ষেত্ৰত এই সুত্ৰ প্ৰয়োগ কৰে ,,। মন্ত্ৰী য়ে হক , শিক্ষকে হক আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় । কোনেও ধোৱা তুলসীৰ পাত নহয়, নিজৰ দোষৰ টোপোলাটো পিছফালে থাকে । আৰু আনৰ দোষৰ টোপোলাটো সদায় আগফালে ওলমি থকা দেখা যায় ,
@fsc446
@fsc446 29 күн бұрын
অৱশ্যে
@birendoley4583
@birendoley4583 28 күн бұрын
সঁচা।
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
মুখ্যমন্ৰীয়ে শিক্ষকৰ মৰ্যদা নুবুজে । মুখ্যমন্ৰীৰ মতে তেখেতেই ভগবান ।
@fsc446
@fsc446 Ай бұрын
Right 👍
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
মূখ্য মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ অতি আপোন অ গ পৰ আগৰ মূখ্য মন্ত্ৰী মহন্তক এতিয়া সাধাৰণ মানুহে চাৰতো নকয় সন্মান সহকাৰেও কথা নকয় , কাৰণ মিছলিয়া , আৰু দগবাজ, চোৰ আছিল। কিন্তু আপুনি মহন্ততকৈ বহু ওপৰৰ "দগবাজ ,চোৰ,দকাইট,কমিচন খোৱা , মিছলিয়াৰ" শিৰোনাম দখল কৰা এজন নহয়নে ? আপোনাৰ ৫ বছৰীয়া থিকা শেষ হোৱাৰ পাছত আপোনাক কি বুলি মাতিব অনুমান কৰিব পাৰেনে ? কিন্তু এজন শিক্ষকক মৰা দিনলৈকে সদায় "চাৰ বা মহাশয়ে" বুলি কব ।
@fsc446
@fsc446 Ай бұрын
একেবাৰে ঠিক কৈছে আপুনি
@hanseali1924
@hanseali1924 Ай бұрын
একেবাৰে সত্য কথা ।
@tarundas8552
@tarundas8552 Ай бұрын
ভাল কথা কৈছে।
@fsc446
@fsc446 Ай бұрын
Yes 👍
@dipalidoleydipalidoleypegu
@dipalidoleydipalidoleypegu 16 күн бұрын
Nice sir
@fsc446
@fsc446 5 күн бұрын
Thanks 👍
@user-tc7ke1io8k
@user-tc7ke1io8k Ай бұрын
Good news
@fsc446
@fsc446 Ай бұрын
Yes thanks 🙏
@kameswarrabha2803
@kameswarrabha2803 29 күн бұрын
Your reply is very good
@fsc446
@fsc446 29 күн бұрын
🙏🙏
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
মুখ্যমন্ৰী ডাঙৰীয়াই যি পায় তাকে তাকে কয় । মুখখন থাকিলেও সকলো কথা কব নাপায় ।
@fsc446
@fsc446 Ай бұрын
হয় দিয়ক
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my Ай бұрын
Hundor
@fsc446
@fsc446 Ай бұрын
Tq
@MainulHoque-rx7jo
@MainulHoque-rx7jo Ай бұрын
শিক্ষক সকল সমাজৰ বন্তি ৷ শ্ৰদ্ধাৰ পাত্ৰ ৷ অপমানৰ তুল্য নহয় ৷
@fsc446
@fsc446 Ай бұрын
হয়
@hanseali1924
@hanseali1924 Ай бұрын
আপুনি কোৱা কথাবোৰ থিকেই কৈছে।শিক্ষক সকলে মূখ্য মন্ত্ৰীক ভোট নিদিয়ে বুলি কৱা কথাতো চাবলৈ গলে দৰমাহা দিলে বুলি মূখ্য মন্ত্ৰীক ভোট দিবই লাগিব বুলিতো কথা নাই।কথা হল জিটো দলে বা মূখ্য মন্ত্ৰীএ ভালকৈ চৰকাৰ চলাব তেখেতক ৰাইজৰ পছন্দ হলে ভোট দিব বা নেদিব ইয়াত দৰমাহা লৈ তো কোনো কথা নাই কিন্তু কিছুমান শিক্ষকে হয়তো দৰমাহা নেদিব বুলি ভয়তে বা চাকৰি খোৱাৰ ভয়ত প্ৰতিবাদ নকৰি আমাৰদৰে ৰাইজক এটা ভুল শিক্ষা দি আহিছে।আমি বা ৰাইজে জিহেতুকে শিক্ষক সমাজক শ্ৰদ্ধা কৰো,মানো তাৰ বাবে কিছুমান ভুল শিক্ষা লবলৈ বাধ্য হৈছে।কিবা ভুল হলে ক্ষমাহ কৰিব।
@fsc446
@fsc446 Ай бұрын
Right 👍
@SeEn.anything
@SeEn.anything Ай бұрын
Thank you binu deka
@fsc446
@fsc446 Ай бұрын
🙏🙏
@bapanrajbongshi6637
@bapanrajbongshi6637 Ай бұрын
পৈত্ৰিক সম্পত্তি বিক্ৰি কৰি শিক্ষকক দৰমহা দি থকা নাই । Private school খুলিবলৈ চৰকাৰী স্কুল বন্ধ কৰি আছে । পৰীক্ষাৰ Paper leak কৰি পইচা লৈ আছে। বিদায় দিবৰ সময় হল ।
@fsc446
@fsc446 Ай бұрын
তাকেই তো
@mahendranathchaliha9853
@mahendranathchaliha9853 Ай бұрын
শিক্ষকে কাক ভোট দিছে তেও কেনেকৈ জানে। তেও সৰবজান নেকি? মই ও এজন অৱসৰপ্ৰাপ্ত শিক্ষক। পেঞ্চন নাই। NPS পাও১৬৯৮ টকা। আমি কেনেকৈ চলিম। আকৌ বঢ়াব বিদ্যুৎ মাছুল, মবাইল ৰিচাৰ্জ আদি। NPS টো নাবাঢ়ে। বাৰে বাৰে শিক্ষক ক অপমান কৰি আহিছে। তেওক শিক্ষকে পঢ়োৱা নাছিল নেকি? ২০২৬ ত আমি ও সিদ্ধান্ত লম যদি OPS নিদিয়ে । মহাশয় আপোনাৰ বক্তব্য ক ধন্যবাদ জানাইছো।
@fsc446
@fsc446 Ай бұрын
Right 👍
@mdtahirahmed1152
@mdtahirahmed1152 28 күн бұрын
Bjp hotaw
@risongnrisong9366
@risongnrisong9366 20 күн бұрын
Right sir 👍👍👍👍👍👍
@fsc446
@fsc446 5 күн бұрын
💙🙏
@MujiburRahman-qg7pe
@MujiburRahman-qg7pe 29 күн бұрын
👍Right kota koisa sir kota khini huni bhal lagil 🙏🙏🙏
@fsc446
@fsc446 29 күн бұрын
💙👍
@AnilBarman-gx9dh
@AnilBarman-gx9dh Ай бұрын
Right 👍
@fsc446
@fsc446 Ай бұрын
Yes
@NiranandaKamsena
@NiranandaKamsena Ай бұрын
সুন্দৰ বক্তব্য ৷
@fsc446
@fsc446 Ай бұрын
Yes
@SirajuddinAhmed-dw1qe
@SirajuddinAhmed-dw1qe 29 күн бұрын
Thanks for your valuable video .
@fsc446
@fsc446 29 күн бұрын
Thank you 🙏
@pinkisarmah8400
@pinkisarmah8400 29 күн бұрын
U r right i meen rieal hero
@fsc446
@fsc446 28 күн бұрын
💙👍
@anawarlaskar2933
@anawarlaskar2933 Ай бұрын
Good job
@fsc446
@fsc446 Ай бұрын
Yes
@kiransaikia6211
@kiransaikia6211 25 күн бұрын
Of course.
@fsc446
@fsc446 22 күн бұрын
Yes
@baharali8785
@baharali8785 Ай бұрын
Right.
@fsc446
@fsc446 Ай бұрын
Thank you 🙏
@user-ss6wz8ec7s
@user-ss6wz8ec7s Ай бұрын
সুন্দৰ বক্তব্য
@fsc446
@fsc446 Ай бұрын
ধন্যবাদ
@nripenborgohain201
@nripenborgohain201 17 күн бұрын
ঠিক ছাৰ আমি আছোঁ
@fsc446
@fsc446 5 күн бұрын
👍🙏🙏
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
What a daring retired teacher !.
@fsc446
@fsc446 Ай бұрын
Yes he is very brave
@bipulborah2193
@bipulborah2193 Ай бұрын
Excellent
@fsc446
@fsc446 Ай бұрын
Yes
@rehenarabegum2919
@rehenarabegum2919 27 күн бұрын
Thanks
@fsc446
@fsc446 27 күн бұрын
👍💙
@dipakrajbongshi3137
@dipakrajbongshi3137 14 күн бұрын
Val kotha koise sir
@fsc446
@fsc446 5 күн бұрын
🙏🙏
@jhoondeka8568
@jhoondeka8568 24 күн бұрын
Vote খুজি লোৱা নহয়। ভাল কাম কৰা নাই বাবে ভোট দিয়া নাই। Cm মহাসয়। Sir আপোনাক thanks দিলো।
@fsc446
@fsc446 22 күн бұрын
Yes
@user-mt1bc4cv7h
@user-mt1bc4cv7h Ай бұрын
Right statement of Honourable sir
@fsc446
@fsc446 Ай бұрын
Right 👍
@CXOSNEKXZ
@CXOSNEKXZ Ай бұрын
Super sir
@fsc446
@fsc446 Ай бұрын
Right 👍
@abdurroshid4282
@abdurroshid4282 9 күн бұрын
Thank you.
@fsc446
@fsc446 5 күн бұрын
🙏🙏
@abdulmonnaf3555
@abdulmonnaf3555 Ай бұрын
O.k Thank Sir
@fsc446
@fsc446 Ай бұрын
Yes thanks 👍
@user-gw7xl1ph1d
@user-gw7xl1ph1d Ай бұрын
Bhal dile dei sir
@fsc446
@fsc446 Ай бұрын
Yes
@swadeshghose8086
@swadeshghose8086 27 күн бұрын
It is xcellent speech bhaijaan also showing ur braveness.Overall Outstanding.
@fsc446
@fsc446 27 күн бұрын
Yes right
@BonomaliDas-be3cg
@BonomaliDas-be3cg Ай бұрын
Good ❤
@fsc446
@fsc446 Ай бұрын
Thank you 🙏
@puspadhardowarah1932
@puspadhardowarah1932 26 күн бұрын
অবসৰ প্ৰাপ্ত শিক্ষক চাৰলৈ অশেষ অশেষ ধন্যবাদ।মাহেকত ১১০০০/= দৰমহা এজন শিক্ষকে কেনেকৈ পৰিয়াল পোহপালদি লৰা-ছোৱালী কেনেকৈ পঢ়াব?এইজনে ভাবি চাইছেনে? শিক্ষক সকল মোৰ অতিশ্ৰদ্ধাৰ।তেওলোকৰ পৰাই আমাৰ"চকু মেল খালে।শিক্ষকে যদি কিবা ভুল কৰিছে;সেই দোষ শিক্ষকৰ নহয়; চৰকাৰৰ হে।শিক্ষকক কোনোবাই কিবা কলে প্ৰত্যুত্তৰ দিমেই।
@fsc446
@fsc446 26 күн бұрын
👍🙏
@bandanakonwar664
@bandanakonwar664 Ай бұрын
Right🙏🙏👍
@fsc446
@fsc446 Ай бұрын
Yes
@MainuddinAli-x5i
@MainuddinAli-x5i 27 күн бұрын
Right
@fsc446
@fsc446 27 күн бұрын
Yes 🙏
@gulukmudoi3275
@gulukmudoi3275 Ай бұрын
Right sir
@fsc446
@fsc446 Ай бұрын
Yes
@mahammedhussain141
@mahammedhussain141 25 күн бұрын
Tit for tat excellent reply we respect teacher only teachers can building nation❤❤❤
@fsc446
@fsc446 22 күн бұрын
Right 👍
@sashibhatta5198
@sashibhatta5198 Ай бұрын
যুক্তি আছে কথাত ৷
@fsc446
@fsc446 Ай бұрын
হয় 👍
@aslam_fun_video_blog
@aslam_fun_video_blog Ай бұрын
Nice ❤❤❤ video
@fsc446
@fsc446 Ай бұрын
Thank you 👍
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
ক্ষমতালিপ্সু লোকৰ মান-সন্মান, লাজ-অপমান একোৱে নাথাকে । কৈ লাভ আছে জানো ?
@fsc446
@fsc446 Ай бұрын
Right 👍
@amiyabaruah3534
@amiyabaruah3534 Ай бұрын
শিক্ষক সকল মৰা মানুহ নকি একো নামাতে । মতক দেশ খন বচাওক ।
@fsc446
@fsc446 Ай бұрын
হয় শিক্ষক সকল ঐক্যতাৰে মাতিব লাগে
@hanseali1924
@hanseali1924 Ай бұрын
আপুনি কৱা কথাতো থিকেই।শিক্ষক সকলে বহুসময়ত ভয়তে cm ৰ কথাত প্ৰতিবাদ নকৰি ৰাইজক এটা বেয়া শিক্ষাহে দি গৈছে।
@ganeshtalukdar721
@ganeshtalukdar721 Ай бұрын
Allrightoksir,thankyou,yes,
@fsc446
@fsc446 Ай бұрын
👍🙏
@sadagorbaruah2237
@sadagorbaruah2237 15 күн бұрын
আজি কালি কিয় জানো এই মূৰ্খ মন্ত্ৰী জনৰ কথাই শুনিবলৈ মন নেযায়। প্ৰতিটো কথাই অবিশ্বাস যোগ্য যেন লাগে ।
@fsc446
@fsc446 5 күн бұрын
মতলবি মন্ত্ৰী
@minatibora5717
@minatibora5717 23 күн бұрын
এমালগেমেশ্বন কৰি আমাৰ পদময্যদা হানি কৰিছে লগতে ৩০০ টকাৰে লেবেল মাৰি আমাক নিম্ন ময্যদা প্ৰদান কৰিঅপমান কৰিছে । আৰু সেই ময্যদা পাব লৈ কিয় কঠোৰ সংগ্ৰাম কৰিব লাগে ।আমাৰ শিক্ষাৰ ময্যশদা নাই নেকি ।
@fsc446
@fsc446 22 күн бұрын
Right 👍
@atulhazarika4227
@atulhazarika4227 26 күн бұрын
বৰাক ভেলীৰ জিলা কেইখনত চাকৰি কৰা সময়ত দেখিছিলো বহু শিক্ষকে স্কুললৈ নগৈ নিজে সামান্য ধন দি বেলেগ ব্যক্তি তেওঁৰ ঠাইত স্কুলত ক্লাছ কৰিব দিয়ে ।
@fsc446
@fsc446 22 күн бұрын
হয় এনেকুৱা শিক্ষক আছে
@sashibhatta5198
@sashibhatta5198 Ай бұрын
কিছু অংশতহে যুক্তি বিচাৰি পোৱা যায় ৷
@fsc446
@fsc446 Ай бұрын
👍
@PunyeswarMili-b4x
@PunyeswarMili-b4x Ай бұрын
Very good sir
@fsc446
@fsc446 Ай бұрын
Yes
@abulkashem5478
@abulkashem5478 18 күн бұрын
SirAponakDhannabad
@fsc446
@fsc446 5 күн бұрын
👍👍🙏
@MadhurjyaSaud
@MadhurjyaSaud Ай бұрын
Apuni thikei koise.
@fsc446
@fsc446 Ай бұрын
Yes sir
@tglegentgamer1278
@tglegentgamer1278 28 күн бұрын
Khoub vaal kotha koise
@fsc446
@fsc446 28 күн бұрын
🙏
@santaramdeka3015
@santaramdeka3015 Ай бұрын
Ops nakarile 2026 t ehatak out Kariba lagiba raij
@fsc446
@fsc446 Ай бұрын
Right 👍
@ganeshtalukdar721
@ganeshtalukdar721 Ай бұрын
Ok,soir,oksir,oksir,yhanks
@fsc446
@fsc446 Ай бұрын
🙏🙏
@user-gl8ic1zw7u
@user-gl8ic1zw7u Ай бұрын
aro eman Val keita man sakri dise fixed payr sakri ghar tu sluya tan .
@fsc446
@fsc446 Ай бұрын
তিল তিলকৈ মাৰি আছে
@seemaborah101
@seemaborah101 Ай бұрын
কিছু কিছু ৰাজহুৱা স্থান লিখা থাকে যে == "আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় "" খাপে খাপে কথাষাৰ মিলি আছে ।😊
@fsc446
@fsc446 Ай бұрын
হয় দিয়ক
@khargeswarbaruah8139
@khargeswarbaruah8139 Ай бұрын
Good.
@fsc446
@fsc446 Ай бұрын
Yes
@MHB61
@MHB61 28 күн бұрын
Good
@fsc446
@fsc446 27 күн бұрын
Thanks 🙏
@MHB61
@MHB61 28 күн бұрын
Old pension চালু করার জন্য আবেদন
@fsc446
@fsc446 27 күн бұрын
👍💙
@hdbbjail2003
@hdbbjail2003 21 күн бұрын
Rifht
@fsc446
@fsc446 5 күн бұрын
👍👍
@dilipkumarmech2084
@dilipkumarmech2084 Ай бұрын
গুৰুক অপমানকৰা দেশত অশান্তি অনিবাৰ্য ।
@fsc446
@fsc446 Ай бұрын
ঠিকেই 👍
@kirtichandrasinha1918
@kirtichandrasinha1918 21 күн бұрын
Keno Sikkhoker Pention Dishen Na Valo Kam Korlen Na Doinnybad JoySri Krishna
@fsc446
@fsc446 5 күн бұрын
👍🙏🙏
@mridulkumarborah4181
@mridulkumarborah4181 Ай бұрын
Mamata gyanar sima nai seyehe mukhya mantrir Padat ami raije patiso. Aya Assamiar gyanar parisoy. Thanks.
@fsc446
@fsc446 Ай бұрын
👍
@sewalibordoloiphukan288
@sewalibordoloiphukan288 18 күн бұрын
Actually meeting policy destroying all deptt, education, child future, home environment. Skillness of deptt, and many more
@fsc446
@fsc446 5 күн бұрын
Right 👍
@arabindadeka5896
@arabindadeka5896 28 күн бұрын
Ei Jan c m k aji kali bahut manuhe beya pai ,apunio ajo retired teacher hisabe uchit katha koise
@fsc446
@fsc446 28 күн бұрын
ভিন্ন মন ভিন্ন মত
@Kunjayray-l8c
@Kunjayray-l8c 21 күн бұрын
Venture school khale
@fsc446
@fsc446 5 күн бұрын
খালে
@RinaGohain-en1pc
@RinaGohain-en1pc Ай бұрын
Hoi ,hikhyok hokol agosi2 bonti
@fsc446
@fsc446 Ай бұрын
🙏🙏
@ckdas4912
@ckdas4912 Ай бұрын
Riight
@fsc446
@fsc446 Ай бұрын
Yes
@nirugogoi4576
@nirugogoi4576 Ай бұрын
মুখ্যমন্ত্ৰী ‌য়ে বগা ক'লা বাবে কাম নাই
@fsc446
@fsc446 Ай бұрын
😄😄
@laksheswarbaruah4494
@laksheswarbaruah4494 3 күн бұрын
শিক্ষকে পঢ়ুৱাই ডাক্তৰ ইঞ্জিনিয়াৰ মন্ত্ৰী সজায়।মন্ত্ৰীয়ে শিক্ষক নসজায়
@fsc446
@fsc446 3 күн бұрын
Right 👍
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 9 МЛН
Дарю Самокат Скейтеру !
00:42
Vlad Samokatchik
Рет қаралды 8 МЛН
50 YouTubers Fight For $1,000,000
41:27
MrBeast
Рет қаралды 201 МЛН
ജൂതനെ അറിയുക | ABC MALAYALAM | ABC TALK | ISRAEL JEWS
21:46
The cat chose the right one 🥰🥳😸
0:32
Ben Meryem
Рет қаралды 34 МЛН
Мыла наелся
0:21
Pavlov_family_
Рет қаралды 2 МЛН
НИЧЕГО СЛОЖНОГО
0:21
KINO KAIF
Рет қаралды 4,2 МЛН
Why Is He Unhappy…?
0:26
Alan Chikin Chow
Рет қаралды 13 МЛН
Waka Waka 😁 #funnyshorts #rianashow
0:14
RianaShow
Рет қаралды 25 МЛН
БАТЯ И ТЁЩА😂#shorts
0:58
BATEK_OFFICIAL
Рет қаралды 4,1 МЛН