No video

গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লেই জে'ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা!

  Рет қаралды 78,038

NE TALKS

NE TALKS

Күн бұрын

হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিবলৈ ধৰিছে,কাৰণ গৌৰৱ গগৈ আহি আছে!২০২৬ত অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ! গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লেই জে'ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা!গৌৰৱ গগৈক লৈ টেনচন বাঢ়িছে উত্তৰ-পূবৰ চাণক্য খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Пікірлер: 255
@manjubarman1855
@manjubarman1855 Ай бұрын
গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা দিনটোলৈ অপেক্ষা মাথোন।
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@manjubarman1855 female fish 🐠 CM hbo 2090,t
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr Ай бұрын
আহি আছে গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ৰূপে❤❤❤
@PranjalHazarika-nx7vo
@PranjalHazarika-nx7vo Ай бұрын
অসম আৰু অসমীয়াৰ স্বাৰ্থত গৌৰৱ গগৈ 2026' ত মুখ্যমন্ত্ৰী হোৱাটো নিতান্তই প্ৰয়োজন। প্ৰতিজন অসমীয়াই কথাটো অনুধাৱন কৰক। যোৰহাটৰ জনগণে ৰুই দিয়া পুলিটো 2026'ত এজোপা বৃক্ষলৈ পৰিণত কৰক সমগ্ৰ অসমৰ জনগণে অসম আৰু অসমীয়াৰ স্বাৰ্থত।
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
অকল HBS ই জেলত গ'লে নহ'ব, কিছুমান অন্ধভক্তকো জেলৰ ভাত খুৱাব লাগিব, কাৰণ অন্ধভক্তই যথেষ্ট বাধা প্ৰদান কৰিছে ।
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।
@DipDas-vi8ki
@DipDas-vi8ki Ай бұрын
​BJP ahi ki ghotitu korile nu
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
@@thepoliticalawareness1021silapatharot gamosa kune gosokisil uttar diyok andho bandhu
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
​@@thepoliticalawareness1021ডাঙৰীয়া আপুনি News Live ৰ লগত যোগাযোগ কৰিলে ভাল ফল পাৱ যেন লাগিছে ! আপোনাৰ স্থান ইয়াতে নহয় যেন লাগিছে, আপুনিও অলপ ওপৰৰ মাল যেন লাগিছে।
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
@@PrajenBorman-ud9ih অসমিঞাৰ analyzing capacity? Wow
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
গৌৰৱ গগৈ আহি আছে 2026 চনত মুখ্যমন্ত্রী হৈ 🙏🙏🙏🙏
@dipjyotibora9405
@dipjyotibora9405 Ай бұрын
গৌৰৱ অসম আৰু অসমীয়াৰ গৌৰৱ ৷
@user-re5ut5tr2d
@user-re5ut5tr2d Ай бұрын
Good news
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@dipjyotibora9405 female fish 🐠🐠🐠🐠
@GolapborpatraGohain677
@GolapborpatraGohain677 Ай бұрын
Gowrab Gogoi long live.
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
Kon gourab kor manuh
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@user-ql1qt3gn5d toi Saroda live feku live saa bakor putak dee ase
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@yogeshborpatragohain6775 ow female fish 🐠😂😂😂😂😂😂😂😂😂😂😂😂
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@user-ql1qt3gn5d Saroda mama jail jatra haju hoisa aru 26 ot toi u jabi naki lgt pokor dhuwabole
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@yogeshborpatragohain6775 mor pukor khabi neki ....
@hafijursikder9104
@hafijursikder9104 Ай бұрын
গৌৰব গগৈৰ সন্মুখত হিমন্ত বিশ্ব শর্মা এখন তাচপাতৰ ঘৰ ।
@SimilarAhmed
@SimilarAhmed Ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@khagenkakati6380
@khagenkakati6380 Ай бұрын
Mama ৰ জেল জোৰোযাত্ৰা আৰম্ভ হবলৈ বেছি দিন নাই
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
Kon gourab kor manuh female fish
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Ай бұрын
পাগলে নকয় কি ।
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
@@HappyKnittingYarn-wx1pw ow female fish 🐠 CM hbo 2090,t
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
@@user-ql1qt3gn5d 1500 tokiya vikhare atai seyore aku krebo nuwaro modi nija Jorhat ot aahi a horuwabo nuwarela
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Good news🎉
@kulenchpathak
@kulenchpathak Ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়াক আদৰনি ৷
@dowarahsanab8230
@dowarahsanab8230 Ай бұрын
মুখ্যমন্ত্রীক অসমৰ ৰাজনীতি পৰা বিদায় দিৱ লাগে।
@user-pr1jq4hf7f
@user-pr1jq4hf7f Ай бұрын
শুভ বাৰ্তা
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr Ай бұрын
Gaurav Gogoi zindabad zindabad
@user-fz1fp7oj3u
@user-fz1fp7oj3u Ай бұрын
কোনো কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী নিবিচাৰোঁ।
@pravegzeguar
@pravegzeguar Ай бұрын
Mama go back ❤
@user-lm6ih9lk9p
@user-lm6ih9lk9p Ай бұрын
Good news
@birhangnarzary3699
@birhangnarzary3699 Ай бұрын
100/ Hobo Gourob Gogoi Chief Minister .Raij Wait Kori Ase Bogoban Sohai koribo Taij.
@DebanandaKaman
@DebanandaKaman Ай бұрын
অসমৰ অৰ্থনীতি ধংশ কৰা হিমন্তক বিদায় নিদিলে অসম ৰসাতালৈ যাব
@user-cp8wl2oy2n
@user-cp8wl2oy2n Ай бұрын
এতিয়া হেজাৰ হিমন্ত বিশ্ব শৰ্মা আহিলেও অসমৰ ৰাইজে দেলাল বিজেপিক ভুট নিদিয়ে আমাৰ জনসাধাৰণৰ তেজ খাই দিলে, দুখিয়াৰ চৰকাৰ নহয় ধনিৰ চৰকাৰ পঞ্চায়ত নিৰ্বাচনত বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ কংগ্ৰেছ
@rajenborah6629
@rajenborah6629 Ай бұрын
2026 ত আহিবনেকি দুমূহা কি হব 😅😅😅
@Bnb717
@Bnb717 Ай бұрын
Congress govt. 2026
@kumuddas9578
@kumuddas9578 Ай бұрын
Right. Koise
@dakwamrongphar2729
@dakwamrongphar2729 Ай бұрын
Honourable Sir Gourav Gogoi Long Live.🔥👍❤
@Hirub1996
@Hirub1996 Ай бұрын
😭Himanto Jail jabo... Good News📰
@ktamuli6
@ktamuli6 Ай бұрын
Jail juwatu khang hoi goise .
@santanusaikia1127
@santanusaikia1127 Ай бұрын
Gaurav gogoi is a real person , history repeat itself. Tarun gogoi dangoria or lora jihetu.
@ZakirHussain-uz9os
@ZakirHussain-uz9os 6 күн бұрын
অকল উজনিত নহয় নামনিতো গৌৰৱ গগৈৰ নাম সকলোৰে মুখত, গৌৰৱ গগৈ জিন্দাবাদ ।
@sivarajdeepgogoi3432
@sivarajdeepgogoi3432 Ай бұрын
Good news ❤
@ujjalnandi4157
@ujjalnandi4157 Ай бұрын
Yess
@nripenborgohain201
@nripenborgohain201 Ай бұрын
অসমৰ ৰাইজে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ গৈ আছে ৷
@bimanrajkonwar7948
@bimanrajkonwar7948 Ай бұрын
Gourav Gogoi zindabad
@user-ql1qt3gn5d
@user-ql1qt3gn5d Ай бұрын
Kon gourab kor manuh female fish
@NajidAli-we4px
@NajidAli-we4px 9 күн бұрын
Gurav. Go-go. Jindabaad🇮🇳✔️✔️✔️🌹🌹🌹🌹🤚🤚🤚🤚
@Bora_Traveling_vlog
@Bora_Traveling_vlog 7 күн бұрын
গৌৰব গগৈক ভগৱানে কৃপা কৰেযেন ।
@user-bt1cx3pv1c
@user-bt1cx3pv1c Ай бұрын
Coming up 2026 on gaurov gogoi😮😮😮
@TridipSaikia-od3ko
@TridipSaikia-od3ko Ай бұрын
চাব গৌৰব গগৈ ডাঙৰিয়া আপোনা লোকৰ অহংকাৰ হৈছে ..
@BisheswrGogoi
@BisheswrGogoi Ай бұрын
Very good news .....
@user-tw8io4pn7p
@user-tw8io4pn7p 9 күн бұрын
Gourab gogoi sir jindabad
@user-iu9yo6oq2u
@user-iu9yo6oq2u Ай бұрын
Gaurav gogoi is great leader 👏
@himashreepegu1868
@himashreepegu1868 9 күн бұрын
Gourav gogoi zindabad
@BorahDa-xd1bh
@BorahDa-xd1bh Ай бұрын
হিমন্তই জেল গলে মুখবেকা আৰু ওপৰৰ মালে ভৰি মালিচ কৰিবলে যাব।
@ParamanandaBora-l2w
@ParamanandaBora-l2w Ай бұрын
Gourav gogoi next cm
@pkvlogs1406
@pkvlogs1406 17 күн бұрын
Gourav gogoi jindabaad 🙏👍🙏🙏💯💯💯💯💯💯💯💯
@anilmissong8018
@anilmissong8018 27 күн бұрын
Yes yes gourav Gogoi
@SomaDutta-rx6lz
@SomaDutta-rx6lz Ай бұрын
Yes next cm gaourav
@user-dv2mi3no3f
@user-dv2mi3no3f Ай бұрын
Next c m Gourav gogoi conform
@shoburuddin4804
@shoburuddin4804 Ай бұрын
Right
@MaxShort-o4d
@MaxShort-o4d 20 күн бұрын
Gourav gouoi ❤❤❤❤❤❤❤ nice
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Next CM Gaurav Gogoi zindabad 💯🙏💪 Hemanta Biswas Sharma Jalore thakibo maja bhumika alankari mama
@pranborah1469
@pranborah1469 Ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ। চবৰে হুৰ তুলিব লাগে
@user-rv5zc7vj4b
@user-rv5zc7vj4b 16 күн бұрын
Gaurav Gogoi zindabad
@muned6442
@muned6442 Ай бұрын
কি হ'ব ওপৰৰ মালবোৰৰ 😂😂😂😂😂😂
@balendas2049
@balendas2049 Ай бұрын
অসমবাসী ৰাইজে সু ৰাজনৈতিৰ আশ্ৰয় লৱ। আৰু মেৰুদণ্ড হিন ৰাজনৈতিক কবৰ দিৱ
@BorahDa-xd1bh
@BorahDa-xd1bh Ай бұрын
এইবাৰ বামুণ চেটেপ!!!!
@kakoligayan2065
@kakoligayan2065 Ай бұрын
হিমন্তক যাবত জীবন জেল দিব লাগিব
@NaliniDeka-mq1rf
@NaliniDeka-mq1rf 24 күн бұрын
অসমৰ ৰাইজে এতিয়া গৌৰৱক বিচৰাতো অতি প্ৰয়োজনীয় হৈ পৰিছে অসম বচাবলৈ হলে অসমীয়া সচেতন হবৰ হল
@plabitabora-nt4op
@plabitabora-nt4op Ай бұрын
হিমন্ত বিশ্ব শৰ্মাইহে উপযুক্ত ষাসন দণ্ড ছলাইছে । যদিহে যোৱা দশকটো হিমন্ত বাহিনীয়ে দেশৰ শাসন ভাৰ নললে হেতেন ডঃ ভূপেন হাজৰিকাই গানত গোৱাৰ দৰে অসমত আসমীয়া "ভগনীয়া হোৱাৰ উপক্ৰম হ'ল হেতেন "।অপ্ৰিয় হলেও খাঁছ গাঁৱলীয়া নাগৰীক হিছাপে মই এই কথা বুকুত হাতথৈ কৈছো । ইমান দিনে অসমীয়া জাতিক সুৰক্ষা দিয়াতো অসমৰ এচাম সংবাদ সেৱীকে আদি কৰি বহু গুণী জ্ঞানী ব্যক্তিয়ে ব্যক্তিগত কাৰণত এই ভয়ানক সমষ্যাতো হিমন্তক বেয়া পোৱাৰ কাৰণে টুলুঙা কথা মূখ্য মন্ত্ৰীয়ে কৈ আছে বুলি ক'ব বিছাৰে । ই জাতিৰ বাবে দুভাগ্যৰ কথা । এচাম বহু গুণী জ্ঞাণী দেশৰ আগ শাঁৰিৰ নাগৰীকে বুজি লৈ মূখ্য মন্ত্ৰীৰ এই কথা বোৰক সমৰ্থন কৰি জাতিৰ হ'কে থিয় দিয়া হ'লে জাতিৰ বাবে শক্তি হ'ল হেতেন । চকুৰ আগতে সেই সকলে গুৱা হাটীৰ নগৰীক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী ডেকা বুঢ়া বুঢ়ীক ঘৰৰ ভিতৰত আহি সোমাই কি নিৰ্মম আত্যাছাৰ কৰিছে সেই বোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাঁও ধৰি ছাই আছে । এই বোৰ সছা কথা যদি মুখ্য মন্ত্ৰীয়ে ক'ব খোজে জাঙুৰ খাই উঠে গুৱা হাটীৰ বিশেষ এছাম নাগৰীক আৰু মিডীয়া মেন সকল । দেখা গ'ল যি দিনাই অসমত ৩ বিৰোধীৰ সাংসদ বিজয় হৈছিল তাৰ পাছৰে পৰাই এটা বশেষ জাতিয়ে অসমীয়া জাতিটোক পদে -পদে নিঃশেষ কৰাৰ চেষ্টা কৰি আহিছে । এই লৈ মিডীয়া ই সছা কথা নে মিছা কথা টক চ' পাতি আনক হে সোধে । মোৰ মতে প্ৰত্যেক টো চেনেলৰ এংকৰ জনে ভাল কৰিছেনে বেয়া কৰিছে টক চ' টোৰ সবিশেষ বক্তব্য শুনাৰ লগে লগে অন্যায়ৰ পক্ষে সজোৰে মাত মাতিব পাৰিব লাগে । দুটা চেনেলৰ কেইজন মান এং কৰে কিন্তু উচিৎ কৰে ।ধন্য বাদ তেঁখেত সকলক । শেষত কঁও মই এজন দেশৰ সাধাৰণ সছেতন নাগৰীক হে ।কোনো ৰাজ নৈতীক নেতা কিন্তু নহও ।
@nivasaikia2249
@nivasaikia2249 Ай бұрын
Next cm G.gogoi hoga❤❤❤
@karabibaruah2135
@karabibaruah2135 Ай бұрын
Yesssssss❤
@ZakirHussain-uz9os
@ZakirHussain-uz9os 6 күн бұрын
ইয়াত কোনো সন্দেহ নাই যে ২০২৬ চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহ'ব।
@user-wv1ev5dp1h
@user-wv1ev5dp1h Ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ
@mukutsaikia6302
@mukutsaikia6302 Ай бұрын
Congress❤❤❤❤❤❤❤❤
@kantanarzary7884
@kantanarzary7884 Ай бұрын
Next CM Gaurob Gogoi.
@pgoswami5378
@pgoswami5378 Ай бұрын
কথাটো যেনেদৰে আৰু যিমান আশা কৰি ভবা হৈছে আচলতে ইমান সহজো নহয়। এতিয়াও তৃণমূল পৰ্যায়ত কংগ্ৰেছে সৰ্বসাধাৰণ ৰাইজৰ মাজত আশানুৰূপ ভাবে শিপাব পৰা নাই। বিজেপি শাসনৰ থিক আগৰ পোন্ধৰ বছৰীয়া কংগ্ৰেছী শাসনৰ পৰা জনতাই পাই থোৱা বহুতো জনবিৰোধী তিক্ততাপূৰ্ণ অভিজ্ঞতা এতিয়াও পাহৰিব পৰা নাই বাবেই জনপ্ৰিয় হৈ উঠা নাই। অহা দুবছৰত কংগ্ৰেছ দলে সদ্ভাৱেৰে জনতাৰ ওচৰলৈ গৈ কথাই কামে সম্পূৰ্ণ বিশ্বাস জন্মাব পাৰিলেহে হয়তো ৰাইজে পুণৰ্বাৰ দলটিৰ কাষ চাপি ভাল ফলাফল দেখুৱাই দিব পাৰে।কিন্তু ৰাইজে দলৰ মাজত শৃঙ্খলাহীনতা আৰু নানান খামখেয়ালি দেখিলে দলটিক আঁকোৱালি নলবও পাৰে।
@সেইপুৰণিবিহুবোৰ196cd
@সেইপুৰণিবিহুবোৰ196cd Ай бұрын
Gourav Gogoi Salute HBS Go Back
@pkvlogs1406
@pkvlogs1406 17 күн бұрын
Good news 🔥🔥🔥👍👍👍👍🙏🙏🙏🙏
@prabinsarma7499
@prabinsarma7499 Ай бұрын
Hbs go back
@chittunrabharabha605
@chittunrabharabha605 Ай бұрын
Yes gaurav sir ❤❤❤
@ratanbaishya4565
@ratanbaishya4565 Ай бұрын
Cm gourab gogoi k lage
@nijamuddin-228
@nijamuddin-228 Ай бұрын
Gourav gogoi zindabad tupamari
@PhilosopherAssam
@PhilosopherAssam Ай бұрын
Super Hero Gaurav Gogoi 😎
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Ай бұрын
Good
@dipak7876
@dipak7876 Ай бұрын
Gourav Gogoi
@kamaltalukdar46
@kamaltalukdar46 9 күн бұрын
Nex CM g gourov gogoi sei2 Fainel a hoise ak Prokar .
@arindamcreation6571
@arindamcreation6571 Ай бұрын
অভিনন্দন গৌৰৱ দা
@bokulkarmakar7784
@bokulkarmakar7784 Ай бұрын
Good News.... Gaurav Gogoi Zindabaad.
@jyoshreegogoi7958
@jyoshreegogoi7958 Ай бұрын
Gourav Gogoi ❤❤❤
@thaneswarkagyung2463
@thaneswarkagyung2463 27 күн бұрын
Good News
@MunnaShobdokor
@MunnaShobdokor 28 күн бұрын
Himonto MAma jindabad
@mriduldas7259
@mriduldas7259 Ай бұрын
Gaurav Gogoi ✍️ 🙏 💐 ✊..
@dipduttathakuria8147
@dipduttathakuria8147 Ай бұрын
👍👍👍
@jahirulislam4311
@jahirulislam4311 Ай бұрын
২০২৬ ত গৌৰৱ গগৈ মূখ্যমন্ত্রী হলে মামা হব বিধান সভাৰ অধ্যক্ষ নাইবা ৰাজ্যসভাৰ সাংসদ এয়া হৈছে ৰাজনীতিৰ সূত্র।
@gh12138.
@gh12138. Ай бұрын
Bjp go back😠
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
Gaurav Gogoi welcome and longlive forever in india and Assam .
@sumanborah9605
@sumanborah9605 Ай бұрын
যাব লাগে
@ParamagogoiParamagogoi
@ParamagogoiParamagogoi 25 күн бұрын
Thanks
@VolaNath-jb6ys
@VolaNath-jb6ys Ай бұрын
Wel come gourav gogoi
@jagannathdas484
@jagannathdas484 Ай бұрын
জেললৈ কিয় বিচাৰ ৰাইজেহে কৰিব
@AfjalKhan-yi7ey
@AfjalKhan-yi7ey Ай бұрын
Congratulations
@ramen5972
@ramen5972 Ай бұрын
2026 nhoi atiyai hb l lage jindabad
@fotikdas2264
@fotikdas2264 7 күн бұрын
Mojjaaaa
@myway3433
@myway3433 Ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে আতৰি দিয়ক মামা ।
@mohendradohutia-dj5km
@mohendradohutia-dj5km Ай бұрын
Gaurav Gogoi jindabad.
@rubilaskar8874
@rubilaskar8874 7 күн бұрын
তাকেই কামনা কৰোঁ ।
@pranborah1469
@pranborah1469 Ай бұрын
Mojja
@user-fz1fp7oj3u
@user-fz1fp7oj3u Ай бұрын
হিমন্ত ই বজাৰত টেঙা আম বহুত বেছিলে আৰু আমি আৰু টেঙা আম নাখাও।
@user-zw1sl3zs1s
@user-zw1sl3zs1s Ай бұрын
বিজেপি মুক্ত হ'ব নেকি অসম?
@himanshudutta609
@himanshudutta609 Ай бұрын
gaurav da zindabad ami apunar logot aso
@abdulkaiyum7897
@abdulkaiyum7897 6 күн бұрын
Gaurav gogoi Subway surfers mukhymantri Assamese
@bipulsonowalbipulsonowal5129
@bipulsonowalbipulsonowal5129 Ай бұрын
Good 👍👍
@pabitradas3785
@pabitradas3785 Ай бұрын
মই কোনো দলৰে নহয়। কিন্তু অসম আন্দোলনৰ পৰা যি দেখা পাইছোঁ বৰ্তমানৰ চৰকাৰে ই উৎকৃষ্ট চৰকাৰ। এখন চৰকাৰ পালো সোণৰ অসম বনোৱা। পিছে সোণৰ ঠাইত পীতলো কৰিব নোৱাৰিলে ।ৰাইজ সাৱধান! ভুল নকৰিব।
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 539 М.
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 19 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 50 МЛН
а ты любишь париться?
00:41
KATYA KLON LIFE
Рет қаралды 3,6 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 539 М.