No video

Gaurav Gogoi News: শাসকপক্ষৰ প্ৰতি মোহভংগ হৈছে একাংশ বিধায়কৰ

  Рет қаралды 79,636

ND24

ND24

Күн бұрын

২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছক সমুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। সেই উপলক্ষ্যে গৌৰৱ গগৈয়ে ৰূপৰেখা তৈয়াৰ কৰিছে ’২৬ৰ টীম গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ সম্ভাব্য টীমত থাকিব পাৰে বৰ্তমানৰ শাসকীয় দলৰ ৮ৰ পৰা ৯ গৰাকী বিধায়ক তথা প্ৰাক্তন বিধায়ক।
#gauravgogoi #assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZfaq channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 96
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr Ай бұрын
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
@bakulboruah2026
@bakulboruah2026 Ай бұрын
গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ‍্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ‍্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ‍্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ‍্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Ekmot aponar logot. Xiyal mamar ki hobo. Gujratot jabo nki
@bishaldas3964
@bishaldas3964 Ай бұрын
Right...
@pgoswami5378
@pgoswami5378 Ай бұрын
সেইটো আশা পূৰ্ণ কৰিবলৈ তেখেতৰ লগতে কমেও আন ষাঠিজন দলীয় বিধায়ক জিকাব লাগিব। পাৰিলেতো ভালেই। কিন্তু অসমৰ ৰাজনীতি জটিল। সময়েহে সকলো নিৰূপণ কৰিব। এতিয়াই কোৱা টান।
@minahazarika7578
@minahazarika7578 Ай бұрын
অসম গৌৰৱ
@Aditygogoi123
@Aditygogoi123 Ай бұрын
গগৈ ডাঙৰীয়া,, আপোনাক বিপদৰ সময়ত যি কেইজনে এৰি থৈ গৈছিল,,, সেই কেইজনক যাতে ভুলতো সোমাব নিদিয়ে,,, অনুৰোধ থাকিল
@Rahul-xu6oq
@Rahul-xu6oq Ай бұрын
Gaurav Gogoi Jindabaad...❤❤❤
@user-hw6ul5ut2j
@user-hw6ul5ut2j Ай бұрын
মুঠতে গৌৰৱ গগৈ Cm ২০২৬ ত ৷ কংগ্ৰেছৰ পৰা ওলায় যোৱা সকল হিমন্ত , ফিউজ বাল্ব আৰু জয়ন্ত মলোৱা , দিগন্ত কলিতা , ৰুপজোতি কুৰ্মী ক কংগ্ৰেছত যাতে আকৌ সোমাব নিদিয়ে accept ৰিপুন বৰা ৷ ৰিপুন বৰাৰ কেৰিয়াৰ বৰ্বাদৰ আৰঁত মামা মেইন আছিল ৷ ৰিপুন বৰাক লওঁক ৷ মুঠতে দল বগৰা চতুৰ শিয়াল বোৰ যাতে কংগ্ৰেচত আকৌ দেখা নাপাওঁ ৷ Cc to গৌৰৱ গগৈ ৷
@mkumar9658
@mkumar9658 Ай бұрын
পিয়াজৰ নাম লোৱা নাই
@nabajyotibora124
@nabajyotibora124 Ай бұрын
ফিউজ বাপ্ল​ ও তেওঁৰ সোঁৱৰণী t দিয়া নামেই😂@@mkumar9658
@Bnb717
@Bnb717 Ай бұрын
Congress❤ 2026 govt.
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge Ай бұрын
AGP দল ধ্বংস কৰা main মানুহ জন হৈছে অতুল বৰা
@nilutpalsaikia8615
@nilutpalsaikia8615 Ай бұрын
খাপলাং কাই😊
@user-vq6ly9ud7z
@user-vq6ly9ud7z Ай бұрын
😂😂agp 😂😂
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
বৃন্দাবন গোস্বামী ডাঙৰীয়া ভাল আছিল। আপোন পেটিয়া নাছিল ।কথা ত অহা; কাৰ নাছিল।
@pgoswami5378
@pgoswami5378 Ай бұрын
লাহে লাহে বিলুপ্তও হৈ যাব পাৰে,কোনো থিক নাই। কৰ্মী সকল হুৰহুৰাই অন্য দললৈ নগলেই হ'ল। সময়ে সকলো নিৰূপণ কৰিব।
@pronabjyotigogoi6901
@pronabjyotigogoi6901 Ай бұрын
Bandor2
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
বামুণৰ ভৌতিক মেজিকত অসম শেষ।
@pgoswami5378
@pgoswami5378 Ай бұрын
এই মেজিকৰ মূল্য সময়ত হয়তো সকলোৱে বুজি উঠিব পাৰে।
@jogenkalita4268
@jogenkalita4268 Ай бұрын
তই আজমলৰ পানীজৰা খালেহে সুমতি আহিব।
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Congress🎉❤
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
We want Gaurabh Gogoi as CM of Assam.
@monikaphukon9051
@monikaphukon9051 Ай бұрын
Good🎉🎉
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff Ай бұрын
অহংকাৰে পতনৰ মুল। দিল্লীত মোডী, শ্বাহৰ আৰু অসমত মামা, ওপৰৰ মালৰ ।
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc Ай бұрын
অতুল বৰা অগপ ধঙস কৰা নেতাহে
@gunjalkalita7187
@gunjalkalita7187 Ай бұрын
Gourav Gogoi ❤️❤️❤️
@bolingoswami6490
@bolingoswami6490 Ай бұрын
কৰ্ম হবনে কেৱল সংসদ উত্তাল কার্যহে হব। আছলতে কথা বহুত হল, ৰাইজে কিন্তু উন্নয়নহে বিচাৰে।
@anantamazumdar133
@anantamazumdar133 Ай бұрын
Before Assembly Election to Assam State for 2026, Dr. H.V.Sarma & Atul Bora are also joining Congress.
@gopalchetri4866
@gopalchetri4866 Ай бұрын
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে তেখেত সকলে,,
@success2089
@success2089 Ай бұрын
Jai congress bijay congress❤
@umeshkardong6116
@umeshkardong6116 Ай бұрын
মূৰ্খ ৰাজনৈতিক নেতা সকলে কংগ্ৰেছত যোগ দিয়াত কৈ মজবুত আঞ্চলিক দল এটা গঠন কৰি কংগ্ৰেছৰ নেজত নধৰাকৈ আগবাঢ়িলে ভাল হব ।
@tanmaybarman478
@tanmaybarman478 Ай бұрын
Na congress na bjp ata শক্তিশালী আঞ্চলিক দল লাগে অসমত ❤ আৰু gaurav Gogoi o joint korok
@mofijali4108
@mofijali4108 Ай бұрын
🎉এই বাৰ গৌৰব গৈগৈ ২৬ c.m হবয়ে আৰো হব লৈ গৈ আছে ..য়োৰহাত. অসম
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn Ай бұрын
এ জি পিলৈ কোনোবা যাব বোলি এতিয়াও আশা কৰা নাই এইজনে ,
@jogenkalita4268
@jogenkalita4268 Ай бұрын
সপোন দেখিবলৈ এৰ ।৮৫৫ জন শ্বহীদৰ কেচা তেজ শুহি খোৱা নিলাজহত । তহতে কেৱল বাংলাদেশীৰ ভোটৰ কথাহে ভাৱ।
@rajassam1822
@rajassam1822 Ай бұрын
AGP BJP HATAO Axom bachao
@bkdthsolution9550
@bkdthsolution9550 Ай бұрын
আহক আমি সকলোৱে মিলি কংগ্ৰেছৰ হাত শক্তিশালী কৰোঁ।
@TaraliMedhi-f3l
@TaraliMedhi-f3l Ай бұрын
Ki hoi ase acomot? Akebur manuhei Congress pra bjp akou bjp pra Congress. Anekua hoi thakile election pati ki lav misa poisa khoros. Bjp mla ahi Congress or mla hbo. Aibur nijr karone krise. Hsa jati prem thkile bjp mla hoiu caa birudhita krilehtn. Ji2 atul borai krisil(dispur)
@tilakphukan7728
@tilakphukan7728 Ай бұрын
Jorhat demonstrated .... Follow the Educated Tiger Gaurav Gogoiji and make a beautiful Assam..❤
@AdvAltafhussain
@AdvAltafhussain Ай бұрын
❤গৌৰৱ
@Gogoi8790
@Gogoi8790 Ай бұрын
Gaurav❤
@kishoridas6447
@kishoridas6447 Ай бұрын
Ripun Bora well come but immediately.
@user-yo9hn4md4j
@user-yo9hn4md4j Ай бұрын
দলৰ কম্মী সকলে ভেনা মাখি বুলিহে ভাবে নেকি ?
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
জয় গৌৰৱ।
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr Ай бұрын
Gaurav Gogoi zindabad zindabad
@pgoswami5378
@pgoswami5378 Ай бұрын
জানোছা এইসকল আহি দলটো গেলায়েই নেকি!এই চিন্তাও কৰা ভাল। আপদ চপাই ললে বিপদ আহে নেকি সেয়াও বিচাৰ্য বিষয়।
@WoonMilon
@WoonMilon Ай бұрын
Etia manuh nanibo. Dolar bogori amak nalage. Raij apunalukor logot ase. Raijor major pora nutrel natun manuhok anok.AGP pahori jaok. Caa k ajp e clear korok.
@videomediaindia6177
@videomediaindia6177 Ай бұрын
Bohut Val kobor
@user-rj5nq1zi7n
@user-rj5nq1zi7n Ай бұрын
Very good
@shivkahar5813
@shivkahar5813 Ай бұрын
Gourav Gogoi zindabad ❤
@Jackson609india
@Jackson609india Ай бұрын
Gourav Gogoi jindabad congresh
@ranobasumatary7206
@ranobasumatary7206 Ай бұрын
c m r babe ai doha
@durgeswarlohar5313
@durgeswarlohar5313 Ай бұрын
দাইল নিসিজিলে চৰু বেলেগকৈ পাতে ।
@bhishmaramnath2711
@bhishmaramnath2711 Ай бұрын
Hgurabgogoi jindabad
@user-ks1uc4pl7q
@user-ks1uc4pl7q Ай бұрын
Mojja hobo...ki koribo lage...
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
Nice
@mintudas1018
@mintudas1018 Ай бұрын
Vote for #OPS 2026🙏
@risanali6897
@risanali6897 Ай бұрын
Congress zindabad 🎉❤
@roondas8962
@roondas8962 Ай бұрын
Bhal din t sobei ahibo beya dinot he atori jabo
@bakulborah8941
@bakulborah8941 Ай бұрын
দালাল সকলৰ স্বভাৱ দালালি । তেওঁলোকে দালালি সুযোগহে বিছাৰে ।
@bkdthsolution9550
@bkdthsolution9550 Ай бұрын
অতুল বৰা ডাঙৰীয়াৰ চকীখন থাকিলে হ'ল।
@bishaldas3964
@bishaldas3964 Ай бұрын
Himanta mukto assam huwatu bisaru
@gh12138.
@gh12138. Ай бұрын
Bjp aneo aiudf dore obosta hobo🙏
@TaraliMedhi-f3l
@TaraliMedhi-f3l Ай бұрын
AGP bli aku nai asolote. Muslim mnh bjp t direct lobo nuare babe ai2 option rakhise mamai
@papuborgohain8156
@papuborgohain8156 Ай бұрын
গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হব লাগে
@villagekitchengl3372
@villagekitchengl3372 Ай бұрын
Jabo
@rekiburzaman2909
@rekiburzaman2909 Ай бұрын
AGP ki dol
@TaraliMedhi-f3l
@TaraliMedhi-f3l Ай бұрын
Congress ot aibur luar proyojon nai. Aibur dol bagora manuh loi ki lav. Bidhanhovat axomr jati birudhi kamburt mat mota mla ajonu nrdekhilu
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Gaurav gogoi r nichinakoi kio direct kobo noware dolor jabor ulai gole val buli.
@rajibbaruah3058
@rajibbaruah3058 Ай бұрын
ধান খেৰৰ জুই বেছি দিন নাথাকে
@rajanewar3634
@rajanewar3634 Ай бұрын
Ari thoi juwa keitak punor ahile ami congress vote nidiu, aru raije u nidiye.
@jibankarmakar8575
@jibankarmakar8575 Ай бұрын
Dol kinto hekh, moromor asil AGP
@AnupDas-vn7ru
@AnupDas-vn7ru Ай бұрын
Dear Atul bora beleg State r Anchalik party a Modir lagat takkar dise aru apunaloke kuntu samastir pra election khelibo bisare seituke kobo sahakh karibi nuware volkoi..laj puwa nalage ne sob bad d ghart jirani louk Apuna louk dol tu thaka nathaka t loi ako ahe najay 😂😂
@anupambaruah7484
@anupambaruah7484 Ай бұрын
Atleast AGP loi kunu najai
@user-gr1uy4hv8u
@user-gr1uy4hv8u Ай бұрын
Gourav Gogoi will bring dhumuha 26, good bye BJP.
@jakirhussain6264
@jakirhussain6264 Ай бұрын
জাব,নাহিব
@jitusaikia331
@jitusaikia331 Ай бұрын
এই হেতা মাৰনা হতৰ বেপাৰ বুতি বাহনি দি কোবাব লাগে
@papuborgohain8156
@papuborgohain8156 Ай бұрын
অতুল ফটুৱাৰ আৰু কেশৱৰ কাৰনে শেষ
@user-hu3qy9si2o
@user-hu3qy9si2o Ай бұрын
এখেতটো চিটেই নাই,কত যা‌ বা!
@manabbaishya9877
@manabbaishya9877 Ай бұрын
প্ৰাক্তন কিয় হৈছে। ইহঁতৰ কাম নাই কাৰণে টিকত দিয়া নাই
@sonalisenguota176
@sonalisenguota176 Ай бұрын
Congress zindabaad
@tilakmazumdar8273
@tilakmazumdar8273 Ай бұрын
Aai tour. Kam nai gahori tour bjpr samsa
@mithuahmed7578
@mithuahmed7578 Ай бұрын
Ripun borah ata ki tak g kunbai contact krib lage congress r manuhe lebel saw su tar kela bal nalge tar dore neta ahiba gesi jate r jaba a dili hol ghuri ahiba nalge
@user-mo9wi4gc4m
@user-mo9wi4gc4m Ай бұрын
26 khotom bjp
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 Ай бұрын
এইদাল ঘোৰাচোৱাৰ চাওক কথা খিনি😂
@rajanewar3634
@rajanewar3634 Ай бұрын
No1hiyal 😂😂
@jyotishpanging1371
@jyotishpanging1371 Ай бұрын
Murko keitai ki jane sarmadai bhal disae.
@ronjitborah1997
@ronjitborah1997 Ай бұрын
Ki nu oha juar khel.o
@nawanitapator3572
@nawanitapator3572 Ай бұрын
সৰ্মথন নথকা কেইজনে হল প্রাকতন. গতিকে তেনে নেতা দল এৰিলে দলৰ ক্ষতি নহয়.
@Gfd3535
@Gfd3535 Ай бұрын
1200 pai ase ne
@madanchandrakarjee2283
@madanchandrakarjee2283 Ай бұрын
এইবোৰ চলি থাকে । যত সুবিধা দেখে ,তালৈ যায় । একো ডাঙৰ কথা নহয় ।
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
JABOI JENEKE CONGR PORA BJP GOI MONTRI HOL AGP PORA BJP GOI MONTRI HOL
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 47 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 27 МЛН