No video

Gaurav Gogoi Vs Pabitra Margherita LIVE : এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা N18L

  Рет қаралды 24,750

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Gaurav Gogoi VS Pabitra Margherita | এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা | N18L
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #pabitramargherita #caa
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 26
@jogensaikia4686
@jogensaikia4686 28 күн бұрын
মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মা তেতিয়া কোন দলত আছিল।
@moshmibarman7661
@moshmibarman7661 Ай бұрын
একে জাপে তপতে তপতে এই পৱিএ মাৰ্ঘেৰিটা নামৰ ৰজাজনে নিজকে এজন ভগৱান ৰ অৱতাৰ বুলি ভাৱি লৈছে তেওঁৰ সমান ভাল মানুহ এই অসমত আৰু দ্বিতীয় জন নাই্্্্।😂😂
@user-iw7vi7ej7e
@user-iw7vi7ej7e Ай бұрын
কংগ্ৰেছে ছহিদ দিৱস উলহ-মালহেৰে উদ্‌যাপন কৰিব লাগে ৷
@samsulali4266
@samsulali4266 Ай бұрын
কোনোবা সমষ্টিৰ জিকিগৈ ডাঙৰ lecture মৰা ভাল।
@anjugogoi6536
@anjugogoi6536 27 күн бұрын
পাগল মাভেৰিটা তথা উপাধি সলোৱা গগে । যুজিব বিচৰা যদি গৌৰৱ ৰ হৈ ৰাইজৰ লগত লাগা । মাঘেৰিটা । তোমালোখৰ অকাদ নাই ' গৌৰৱ ভৰি কৃঞা আঙলি যোৰ নাই নকল উপানি হলোৱা মাঘেৰিতা । ঔ তোৰ উপাধি আছে নে ? ? ? চুৱা চেলেকা কেতা থথুথু ু কুকুৰ হেত । ❤ গৌৰৱ গগৈ অসমৰ গৌৰভ❤❤❤
@dibyagogoi7823
@dibyagogoi7823 Ай бұрын
পবিত্ৰ মাৰ্ঘেৰিটা তুমি,সমাজত কথা কোৱা সৌজন্যতা খিনি নাই।তেজাল ডেকাক গৌৰৱৰ চৰকাৰে মাৰিলে।গৌৰৱৰ ভাষ্য হজম কৰিব পৰা শক্তি তোমাৰ নিচিনা লোকৰ অনুগ্ৰহত মন্ত্ৰী হোৱাৰ মানুহৰ নাই।কলিতা আৰু ঠাকুৰীয়া দুয়োজনেই বুৰঞ্জী বিষয়ত জ্ঞানৰ জোখ মাখ কৰা দেখি আনন্দিত হৈছো।দুয়োজনে পবিত্ৰৰ সাহসতে গৌৰৱৰ বুৰঞ্জী পঢ়িবলৈ উপদেশ দিছে।
@nripenchandraray6084
@nripenchandraray6084 Ай бұрын
গৌরবর দরে, শহনশিলতা আপোনালোকর নাই।
@jibonchetia1588
@jibonchetia1588 Ай бұрын
মাৰ্ঘেৰিটা ‌অসমিয়া মানুহৰ উপাধি ক'ৰবাত শুনিছেনে।
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Ай бұрын
No no। No no
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Ай бұрын
No no no
@NripenThakuria
@NripenThakuria Ай бұрын
কংগ্ৰেছে শ্বহীদৰ কথা কোৱা মানে সাপ হৈ খুটি বেজ হৈ জৰাফুঁকা কৰাৰ দৰে কথা ৷
@pgoswami5378
@pgoswami5378 Ай бұрын
কংগ্ৰেছ চৰকাৰে সদৌ অসম ছাত্ৰ সন্হাৰ লগত ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি কৰি একপ্ৰকাৰ কৃত ভূলৰ প্ৰায়চিত্ত কৰিছিল বুলি কলেও বঢ়াই কোৱা নহয়।এই চুক্তিৰ আধাৰতেই মহামান্য চুপ্ৰীম কোৰ্টৰ নিৰ্দেশত আৰু নিৰীক্ষণত এন আৰ চি হৈছিল। কিন্তু বিজেপি চৰকাৰে এন আৰ চি ৰ কাম কাজৰ অন্তত বাদ পৰা উনৈশ লাখ লোকৰ বাবে চূড়ান্ত বিচাৰ প্ৰক্ৰিয়া কৰাৰ পৰা বিৰত থাকিল আৰু এন আৰ চি খন প্ৰকাশো নকৰাকৈ থাকিল। ঘূৰাই পকাই বিজেপিয়ে দোষ গাত লব খোজা নাই।যদি এন আৰ চি খনত বিদেশী থকাৰ সন্দেহ আছিলেই তেনেহলে লগেলগে সন্দেহযুক্ত জিলাত ২০%,বা৩০%বা৪০%,বা৫০%বা৬০%,৭০%পুণৰীক্ষণৰতো ব্যৱস্হা কৰিব পাৰিলেহেঁতেন।তেনেহলে এন আৰ চিৰ নামত অবাবত চৰকাৰী কোটি কোটি টকা অথলে যোৱাৰ নিচিনাই হৈছে। এতিয়া দোষ ঠেলাঠেলি কৰি থাকোতেই চাৰি-পাঁচ বছৰ গলেই। এতিয়া বিদেশী খেদা আৰু বিদেশী অনা বা বিদেশীক স্বদেশীৰ মৰ্যদা দিয়াৰ অৰ্থহীন ৰাজনৈতিক বাক্যবান শুনি শুনি ৰাইজ অতিষ্ঠ হৈছে।
@mofijali4108
@mofijali4108 Ай бұрын
সৈই সমত তোমি চিনেমা নাটক হে কৰিছিলা ২৬ ত দেখা জাব যোৰহাট দৰে
@paporigogoi8980
@paporigogoi8980 Ай бұрын
BJP য়ে যানে যদি CAA নেমানু বুলি কব লাগে
@bolindagogoi122
@bolindagogoi122 Ай бұрын
CAA Ami namanu Probitro
@nripenchandraray6084
@nripenchandraray6084 Ай бұрын
Apuni burbog tetia sohidor somoyot gourob nasile
@bts-hc1co
@bts-hc1co 29 күн бұрын
Lilirghotonato kone korisile ukthaghotonato papor praistha bhog korise
@charitradowarahcharitradow106
@charitradowarahcharitradow106 Ай бұрын
Probitra tumi hosai asomeya na amar..suspect hoi your quality is not compared with Gaurov So please anor depending hoi please guni gyani jonok tusya.tushyalya nokoreba he is bright future of assam assamese
@suzaulhoque7397
@suzaulhoque7397 Ай бұрын
Oti darpe hatalanka nijoke ki buli bhabi laisa he
@satyajitphukan9790
@satyajitphukan9790 Ай бұрын
Ahongkarei potonor mul
@anirudhdeori9316
@anirudhdeori9316 Ай бұрын
Kam naikiya pabitra
@nilimachangkakoty2981
@nilimachangkakoty2981 Ай бұрын
Bjp manuh faltu bjp go back
@rajenteron5896
@rajenteron5896 Ай бұрын
😢😢😢❤😢❤😢❤😢😢😢😢😢😢😢😢😅❤😢❤😢😅
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
চিৰ বৈৰী হৈ থাকিব বিদেশী ক ৰঙা দলিচা পৰা বিলাক।ঢোল টেমেকা ই
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 169 МЛН
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
Rashlila || EP- 52 || 29-08-2024 ||
20:17
Rengoni TV
Рет қаралды 168 М.
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Gaurav Gogoi
Рет қаралды 189 М.
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН