Рет қаралды 11,458
ল'ৰাটো আছে ক'ত মই থাকিম ক'ত, মইটো ঘৰলৈ যাব নোৱাৰো। কিবা এটা খাবলৈ ল'লেও ল'ৰাটোলৈ মনত পৰে, আমি সদায় একেলগে ভাত খাইছিলো। ঘটনাস্থলীতে নিশা অতিবাহিত কৰিলে জ্যোতিনগৰত সন্ধানহীন হোৱা শিশুটোৰ পিতৃয়ে। পুত্ৰক নোপোৱালৈকে ঘটনাস্থলীতে অপেক্ষা কৰিব পিতৃয়ে।
#PratidinTime #assam #Jyotinagar #guwahati