Рет қаралды 91,662
⭕ 'বহুতে অনুৰোধ জনাইছে আগন্তুক গ্ৰেড ৩-৪ পৰীক্ষা পুৰণা পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে'
⭕ তেওঁলোকৰ পৰামৰ্শ বিবেচনা কৰি ২-৩ দিনত এটা সিদ্ধান্ত লৈ অৱগত কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
⭕ ৩০ নৱেম্বৰৰ ভিতৰত স্কুটী দিয়াৰ প্ৰয়াস কৰা হৈছে: মুখ্যমন্ত্ৰী
⭕ Facebook Liveৰ জৰিয়তে PRC বিতৰ্ক সন্দৰ্ভতো আকৌ এবাৰ নিজৰ স্থিতি স্পষ্ট মুখ্যমন্ত্ৰীৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/