No video

GUNAMALA # গুণমালা

  Рет қаралды 87,599

Dynasty concert

Dynasty concert

Күн бұрын

একশৰন ভাগৱতী সমাজৰ আধাৰত নিৰ্মিত

Пікірлер: 160
@dibyadas8645
@dibyadas8645 3 жыл бұрын
কৃষ্ণ শংকৰ গুৰু🙏 গুণমালা ভাগ youtube ত শুনি আপ্লুত হৈ পৰিছো। কিয়নো এই গুণমালা ভাগ আমাৰ নিজা D.J.D production ৰ প্ৰথম নিবেদন আছিল। একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা পূজ্যপাদ বাপঈশ্বৰৰ দ্বিতীয় পুত্ৰ ৰ্বতমান ভাগৱতী সমাজৰ প্ৰধান সচিব শ্ৰীযুত জ্যোতিপ্ৰসাদ দাস দেৱে কণ্ঠদান কৰিছিল। পৰিচালনা আৰু প্ৰযোজনা আছিল,শ্ৰীযুত জিতেন দাস দেৱৰ,২০০১ চনত। সেৱাৰে দিব্যজ্যোতি দাস🙏
@Dynastyconcert
@Dynastyconcert 3 жыл бұрын
গুণমালা ভাগৰ সবিশেষ জানি ভাল পালো। আপোনাৰ সৈতে দুৱাষাৰ পাতিব পৰা হলে আনন্দিত হলো হয় ।8876640521
@utpaldas8756
@utpaldas8756 3 жыл бұрын
পিছৰ খিনি পোৱা যাব নেকি
@majhicreation413
@majhicreation413 2 жыл бұрын
Mur lgt cassate khn asile sur korile moi moi hodai khub puaai padhar agote aber hunisilu etya aku hunibo pai bht hukh palu
@debodharnath8952
@debodharnath8952 2 жыл бұрын
N uhbby b Bbu
@utpaldas8756
@utpaldas8756 2 жыл бұрын
পিছৰখিনি ক'ত পাম বাৰু
@anilbarua-wj1or
@anilbarua-wj1or 4 ай бұрын
Krishna
@sarbanandasaikia702
@sarbanandasaikia702 Күн бұрын
কৃষ্ণ বাপ আপোনালৈ অশেষ ধন্যবাদ থাকিল পুৰনি
@sumvlogs7557
@sumvlogs7557 Ай бұрын
গৌৰৱ কৰো আমি একশৰণ ভাগৱতীয় হিচাপে ❤️ জয় ইলাৰাম দাস বাপ‌ ঈশ্বৰ জয় দেহেশ্বৰ বৰা বাপ ঈশ্বৰ
@theblackcat7514
@theblackcat7514 5 ай бұрын
Bohut bhai lagil Hey Krishna
@RubulGogoi-yv7gl
@RubulGogoi-yv7gl 2 ай бұрын
🕉🙏🏻🙏✨️ Krishno Ram Narayon
@jyotimonibhuyan132
@jyotimonibhuyan132 7 ай бұрын
Krishna Krishna 🙏🙏
@sarbanandasaikia702
@sarbanandasaikia702 4 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনালৈ সেৱা থাকিল কৃষ্ণ
@abantihazarika6508
@abantihazarika6508 11 ай бұрын
🙏🙏❤
@dibyajyotideka974
@dibyajyotideka974 2 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏
@gardeningmaniac7926
@gardeningmaniac7926 2 ай бұрын
কৃষ্ণ কৃষ্ণ
@jyatiblogs8589
@jyatiblogs8589 Ай бұрын
Krishna 🙏🙏🙏🙏🙏
@lakhi1269
@lakhi1269 4 ай бұрын
কৃষ্ণ কৃষ্ণ,, কত ভাগ্যে এই হেৰাই যোৱা কেছেট ৰূপী সম্পদ গুণমালা কীৰ্ত্তন ভাগ শ্ৰৱন কৰাৰ সুবিধাকন পালো। পুনৰ উদ্ধাৰ কৰি এই মাধ্যমত দিয়াৰ বাবে দিওঁতা জনলৈ হৃদয়ৰ পৰা সেৱা ধৰিলো। আৰু প্ৰভু,, কৃষ্ণ,, 🙏
@narendra.saikia.narendrasaikia
@narendra.saikia.narendrasaikia 11 ай бұрын
❤❤❤❤.. .
@user-ml2of5bc7b
@user-ml2of5bc7b 5 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ জয়।একশৰণ ভাগৱতী সমাজ অসম। কৃষ্ণ কৃষ্ণ
@NipuDas-nj4hi
@NipuDas-nj4hi Ай бұрын
❤❤❤Ram ram ram🙏🙏🙏
@utpaldas8756
@utpaldas8756 3 жыл бұрын
পিছৰখিনি পালে বেছি সুখী হ'ম.. জয় একশৰণ ভাগৱতী সমাজ অসম...কৃষ্ণ
@theblackcat7514
@theblackcat7514 4 ай бұрын
Jay aksoran bhagwati samaj
@basantidas1486
@basantidas1486 Жыл бұрын
গুণমালা ভাগ ‌শুনিলে মনপান জুৰ পৰি যায়। ইমান সুন্দৰকৈ পৰিবেশন কৰিছে হে বাপ আপোনাৰ মংগল হ ওক।
@ramendas4292
@ramendas4292 Жыл бұрын
কৃষ্ণ 🙏🏿এইভাগ গুণমালা শুনিবলৈ পায় পৰম সূভাগ্যৱান বুলি ভাবিছো নিজকে।জয় একশৰণ ভাগৱতী সমাজৰ,জয় আচাৰ্য ইলাৰাম দাস বাপৰ
@narendra.saikia.narendrasaikia
@narendra.saikia.narendrasaikia 11 ай бұрын
R... R.. ❤
@nilakantahazarika5502
@nilakantahazarika5502 9 ай бұрын
Good
@anibalabarman706
@anibalabarman706 Жыл бұрын
কৃষ্ণ
@sumondasvlog4478
@sumondasvlog4478 6 ай бұрын
Krishna Krishna.... Joi guru Sankar...🙏❤️
@ashimhazarika2798
@ashimhazarika2798 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সমস্ত আপোনাৰ বৈকুণ্ঠ নাম ভাগ শুনি আমাৰ জীৱনটো কিছু হলেও সাৰ্থক হৈছে।🙏🙏🙏🙏🙏মাজুলী গড়মূৰ।
@munindradas6586
@munindradas6586 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ একশৰণ ভাগৱতী সমাজৰ সম্পদ ,জয় একশৰণ ভাগৱতী সমাজ জয়🙏🙏🙏🙏🙏
@phuleningtikathar.ingtikat6236
@phuleningtikathar.ingtikat6236 Жыл бұрын
সুমধুৰ কণ্ঠত আৰু সুৰেৰে বাপ ঈশ্বৰে যি বিশ্বাসেৰে আৰু ইচ্ছা ৰে এই গুণমালা ভাগৱতী সমাজ বৃন্দ লৈ যি অৱদান দি গ'ল*# চিৰযুগমীয়া হৈ থাকিল ।🙏🙏🙏🌹💞 কৃষ্ণ কৃষ্ণ বৰি ৰাম । জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ জয়
@phuleningtikathar.ingtikat6236
@phuleningtikathar.ingtikat6236 Жыл бұрын
গুণমালা আমাৰ জীৱনৰ হিয়া ৰ আমঠু এই গুণমালা পুথিখন নিতান্তই আমাৰ গুৰু জনাই কুসুমালাৰ ছন্দত সৃষ্টি কৰি জীৱাত্মা আৰু পৰমাত্মা ৰ মধুৰ সম্পৰ্ক গঢ়ি তোলে।🙏🙏🌹
@anjanadas5377
@anjanadas5377 4 ай бұрын
Krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna বহু ত‌ দিনৰ‌ মোৰত‍‌শুনি বৰ ভাল লাগিছে ❤❤🎉🎉🎉🎉
@jakepoul7797
@jakepoul7797 3 жыл бұрын
এই আপুৰুগীয়া সম্পদ গুনমালাৰ কীৰ্ত্তন শুনি নিজকে ধৈন মানিলো । অন্তৰ শাত পৰি গ'ল । কৃষ্ণ কৃষ্ণ......
@dibyadas8645
@dibyadas8645 3 жыл бұрын
২০ বছৰৰ পিছত গুণমালা ভাগ পুনৰ সম্প্ৰচাৰ কৰাৰ বাবে Dynesty concert ৰ ক ৰ্মকৰ্তাসকললৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালো। দিব্যজ্যোতি দাস🙏🙏
@nitulmedhi5206
@nitulmedhi5206 3 жыл бұрын
হৰি হৰি হৰি ৰাম হৰি হৰি হৰি ৰাম |কৃষ্ণ
@BhagyajyotiDas-pk1nl
@BhagyajyotiDas-pk1nl 9 ай бұрын
Xosa vl lage xuni ane lage xokolu muh pahori jaw
@lakhi1269
@lakhi1269 Жыл бұрын
এই শ্ৰুতিমধুৰ গুণমালা ভাগ ক'ত যে হেৰাই গৈছিল! পুনৰ উদ্ধাৰ কৰা জনলৈ প্ৰণাম জনালো। সকলোতকৈ ডাঙৰ আৰু ভাল লগা কথাষাৰ হ' ল যে এই ভাগ গুণমালা কীৰ্ত্তনত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধান সচিব জ্যোতি প্ৰসাদ দাস বাপৰ শ্ৰুতিমধুৰ কণ্ঠ নিগৰিছে,, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম,, 🙏🙏
@ramanandachamua5803
@ramanandachamua5803 2 жыл бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Hori Ram Krishna
@anupdas9138
@anupdas9138 2 жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু এই গুণমালা ভাগ শুনি বাপ ঈশ্বৰ ইলাৰাম দাস বাপৰ দৰ্শন পালো,সহশ্ৰ সেৱা আগবঢ়ালোঁ।পূনৰ দেখা পোৱাৰ আশাৰে বাট চাই ৰলো..… কৃষ্ণ শঙ্কৰ গুৰু
@nabanitabora175
@nabanitabora175 10 ай бұрын
জয় গুৰু শ্ৰীমন্ত শংকৰ 🙏🏻🙏🏻
@jagadishrajbongshi4880
@jagadishrajbongshi4880 2 жыл бұрын
কৃষ্ণ কৃষ্ণ গুণমালা শুনি বহুত আনন্দ পালো আগলৈ কেও শুনিব পাম বুলি আশা কৰিছোঁ
@pujadutto5890
@pujadutto5890 Жыл бұрын
🙏🙏🙏🙏🙏
@parashantabordoloi-fw7ls
@parashantabordoloi-fw7ls Жыл бұрын
জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ।
@rishabjyotidas9339
@rishabjyotidas9339 Жыл бұрын
জয় গুৰু শংকৰ🙏🙏🙏
@MonjitYom
@MonjitYom 3 ай бұрын
Kishan Kishan ❤❤❤❤
@abmonty7274
@abmonty7274 3 жыл бұрын
মন প্ৰান ভৰি গৈছে পিচৰখিনিও দিবচোন ।👋👋👋কৃষ্ণ কৃষ্ণ ।
@user-ob1iq1qc1b
@user-ob1iq1qc1b Жыл бұрын
কৃষ্ণ কৃষ্ণ শুনি বহুত ভাল লাগিল 🙏🙏🙏
@dulaldeka6815
@dulaldeka6815 Жыл бұрын
Krishna krishna
@arjundas7468
@arjundas7468 3 жыл бұрын
Thank you for publishing gunamala God bless you
@muninbhuyan269
@muninbhuyan269 2 жыл бұрын
সকলো পাপৰ পৰা মুক্ত হলো |ৰাম কৃষ্ণ 🙏
@saratmedhi994
@saratmedhi994 3 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম ।
@rekhasaikia7336
@rekhasaikia7336 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@munindradas6586
@munindradas6586 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
@parashantabordoloi-fw7ls
@parashantabordoloi-fw7ls Жыл бұрын
জয় শ্রী কৃষ্ণ।
@munindraborgohain6054
@munindraborgohain6054 5 ай бұрын
Akhara.vagobti.hamajar.babe.nahay.gunmala.vag.hokluy.babe.àeneke.likhile.mAnat.dUkh.lage.jne..amiutu.parhu..ami.bahmaniy.panth.🙏🏼🙏🏼💥💥💥
@user-xo3mu7re7x
@user-xo3mu7re7x 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@hemantadasdas7790
@hemantadasdas7790 3 жыл бұрын
Krishna krishna hori hori ram
@krishnak9947
@krishnak9947 2 жыл бұрын
KRISHNA GURU HONGKORO🌷🌷🌷🙏🙏🙏
@babulmurah2044
@babulmurah2044 3 жыл бұрын
ওঁ নমঃ ভাগৱতে বাসুদেৱায়
@babuldas3464
@babuldas3464 Жыл бұрын
আপোনালোকৰ ও সম্পদ হয় গুণমালা ভাগ শৰ্মা আই গৰাকী কিন্তু এই সুমধুৰ সুৰ আপোনালোকৰ নহয়।
@sarbajanisaikia6573
@sarbajanisaikia6573 3 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম বহু বছৰৰ মুৰত পুনৰ শুনাৰ সু ভাগ্য হʼল
@jadabdasdas796
@jadabdasdas796 2 жыл бұрын
কৃষ্ণ হৰি হৰি ৰাম
@ramdas6954
@ramdas6954 2 жыл бұрын
কৃষ্ণ ভাল পদক্ষেপ বাহনয় বাণিবদ্ধ আছে যদি পতাৰ কযৰিব কৃষ্ণ ।
@ramdas6954
@ramdas6954 2 жыл бұрын
কৃষ্ণ ভাল পদক্ষেপ ভাসনৰ বাণিবদ‌ধ আছে যদি পতাৰ কৰিব কৃষ্ণ
@debalakhmikashyap68
@debalakhmikashyap68 2 жыл бұрын
🙏🙏🙏
@hiranyaborah4083
@hiranyaborah4083 2 жыл бұрын
কৃষ্ণ ভাবনামৃত অতি সুমধুৰ।
@pranitasharma8516
@pranitasharma8516 3 жыл бұрын
জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী 🙏🙏🙏🙏🙏🙏👌👌👌
@DIPAKKRBORA
@DIPAKKRBORA 3 жыл бұрын
কৃষ্ণ কৃষ্ণ ,হৰি হৰি ৰাম ...
@pallabinath4684
@pallabinath4684 3 жыл бұрын
Krishna Krishna val lagil Bohut dinor pora bisari asilu aivag.. Dhanyabad
@archanadas5899
@archanadas5899 Жыл бұрын
Very nice 🙏🙏🙏
@putulkumarpathshala8604
@putulkumarpathshala8604 2 жыл бұрын
জয় কৃষ্ণ শঙ্কৰ গুৰু
@akhilburagohain381
@akhilburagohain381 3 жыл бұрын
Krishna Krishna bapjan 🙏🙏🙏
@padmadutta3158
@padmadutta3158 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,
@puspabora3002
@puspabora3002 Жыл бұрын
গুনমালা ভাগ একশৰণ ভাগৱতী সমাজৰ সম্পদ বুলি এতিয়া নতুনকৈ গমপালো৷
@Jk70000
@Jk70000 4 ай бұрын
গুণমালা সুৰ ভাগ আচাৰ্য গৰাকীক সূক্ষ্ম ৰূপে নাৰদে গুৰু গৃহত দি গৈছিল। আৰু আন কতো গুণমালা নাগাই।।।।সেইবাবে এক শৰণ ভাগৱতী সমাজৰ সম্পদ বুলি কোৱা হৈছে আই।।।🙏
@ranuhazarikanayak9601
@ranuhazarikanayak9601 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 👏👏
@ranjumoniborahsaikia1684
@ranjumoniborahsaikia1684 2 жыл бұрын
Krishna🙏🙏🙏
@sarbananda7407
@sarbananda7407 2 жыл бұрын
এই কেছেটতুত music ত মই দবা বজাছিলো
@kulendas8586
@kulendas8586 2 жыл бұрын
আপোনাৰ লগত সম্পূৰ্ণ audio2 পাম নেকি
@sarbeswardoley2388
@sarbeswardoley2388 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@ushamonikolita4543
@ushamonikolita4543 3 жыл бұрын
কৃষ্ণ কৃষ্ণ, শুনি বৰ ভাল পালোঁ।🙏🙏🙏🙏🙏🙏
@junubora9075
@junubora9075 2 жыл бұрын
🤚🤚🤚👌👌👌
@arjundas7468
@arjundas7468 3 жыл бұрын
Krisna krisna
@gitalikakoti3316
@gitalikakoti3316 3 жыл бұрын
Jai shree Krishna
@pranitasharma8516
@pranitasharma8516 3 жыл бұрын
কেৱল একশৰণ ভাগৱতী সমাজৰ বাবে গুণমালা নহয়, আমাৰ বাবেও সম্পদ হয় | এই লাইনটো উঠাই দিয়ক অনুগ্ৰহ কৰি | 😭😭😭
@conmaisaikia8468
@conmaisaikia8468 3 жыл бұрын
T55
@nivaborah5274
@nivaborah5274 3 жыл бұрын
, 🙏🙏
@manmirabha7185
@manmirabha7185 Жыл бұрын
Ai gunumalar xor tu amar bapeshwar a de thoi goise krishna
@jugalkalita619
@jugalkalita619 Жыл бұрын
Thik koise ....
@harenchandradas9329
@harenchandradas9329 3 жыл бұрын
Krishna BAB ISWAROK apunaloke Amor kori rakhise. Dhonya bad.
@dwipendas9781
@dwipendas9781 2 жыл бұрын
So good, কৃষ্ণ
@debajanideka9263
@debajanideka9263 3 жыл бұрын
কৃষ্ণ বহুত বছৰৰ পিছত ভাল কৈ শুনিলোঁ ।ধন্যবাদ
@gitalikakoti3316
@gitalikakoti3316 3 жыл бұрын
Jai shree Krishna 🙏🙏🙏
@champawatidekadeka336
@champawatidekadeka336 3 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@deepshikhabonia7025
@deepshikhabonia7025 2 жыл бұрын
🙏🙏🙏🙏🙏🙏
@bhaktimalahazarika421
@bhaktimalahazarika421 2 жыл бұрын
কৃষ্ণ কৃষ্ণ শুনি বৰ ভাল লাগিছে
@nitulbora374
@nitulbora374 2 жыл бұрын
কৃষ্ণ ।
@binitamudoi8597
@binitamudoi8597 3 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সহস্ৰ প্ৰনাম জনাইছো ।
@putulborah8624
@putulborah8624 3 жыл бұрын
Bahut bhal lagil
@kirtikamaldas7049
@kirtikamaldas7049 3 жыл бұрын
সচাকৈ এটি বৃহৎ আপুৰুগীয়া সম্পদ গুণমালা কীৰ্ত্তন, ভাবিছিলোঁ ৰিল থকা কেছেটতেই হেৰাই যাব, ধন্যবাদ থাকিল আপোনালৈ,কৃষ্ণ
@ramanandachamua5803
@ramanandachamua5803 Жыл бұрын
KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna KrishnaKrishna Krishna Krishna Krishna Krishna Krishna
@dipanjalibailung1180
@dipanjalibailung1180 3 жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনাইছো
@sukhamtamuli5759
@sukhamtamuli5759 3 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@dipalidutta7540
@dipalidutta7540 3 жыл бұрын
Iman Hundar.,
@RunuDas-kp6bl
@RunuDas-kp6bl 4 күн бұрын
Pisor khini pale borkoi khukh pam
@hemantadasdas7790
@hemantadasdas7790 3 жыл бұрын
Hasai bahut val lagil montu
@user-sl5iz3il8d
@user-sl5iz3il8d 3 жыл бұрын
বহুত ভাল লাগিল youtubt পাই । কিন্তু thumbnail2 ?
@pranabjyotidas2847
@pranabjyotidas2847 3 жыл бұрын
Thumbnail 2t ki problem ase
@sikatiramdas3027
@sikatiramdas3027 3 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@himantagogoi6953
@himantagogoi6953 Жыл бұрын
Kisne n kis
@jitenhazarika1076
@jitenhazarika1076 3 жыл бұрын
Gunmala Amar Pran
@rajubalakalita9310
@rajubalakalita9310 Жыл бұрын
We are Hindu💗💗🌄🌄🌄🌄🌄🕉️🕉️🕉️🕉️🕉️🕉️🌎🌎🌎🌎🌎🌎🙏🙏🙏🙏🧠🧠🧠🧠🧠🧠 use your brain no comments me
@priyadoleypegu597
@priyadoleypegu597 3 жыл бұрын
Jai sri Manta sankar guru❤🙏🙏🙏🙏, jai Sri krishna ❤🙏🙏🙏🙏🙏🙏
মহা ভাগৱত পাঠ # জুবিন গাৰ্গ
40:14
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 131 МЛН
а ты любишь париться?
00:41
KATYA KLON LIFE
Рет қаралды 2,9 МЛН
NAMGHOSA * DR. ANIMA CHOWDHURY.
42:29
Dynasty concert
Рет қаралды 846 М.
Gunendra Chaliha ll Hari Bhakti Katha ll
40:54
Mantu Swargiary
Рет қаралды 48 М.
নাৰায়ণ কৱচ # মৃগাঙ্ক মৌচম
13:53
ভাগৱত পাঠ | Bhagawat Paath | Pradyut Bora| Sutradhaar
1:07:40
B - CREATIVE Production
Рет қаралды 558 М.