Guwahati Traffic News: বাহনত ছাইৰেন লগাই ৰাজপথত ঘূৰে উদণ্ড যুৱক

  Рет қаралды 64,054

ND24

ND24

5 ай бұрын

বাহনত ছাইৰেন লগাই ৰাজপথত ঘূৰে উদণ্ড যুৱক। অবৈধভাৱে ছাইৰেন লগোৱা কেইবাখনো বাহন জব্দ। আৰক্ষীৰ চকুত ধূলি দি একাংশ তথাকথিত অভিজাত পৰিয়ালৰ সন্তানে বেআইনীভাৱে ব্যৱহাৰ কৰি আছিল বাহনসমূহ।
#guwahati #traffic
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZfaq channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...

Пікірлер: 120
@user-kd9rh8mf7h
@user-kd9rh8mf7h
টকাৰ গৰমত এই ব্যক্তি সকলে ৰেহাই পাব। সাহস আছে যদি নিৰেপেক্ষ তদন্ত কৰি ভাৰতীয় সংবিধানৰ দফা অনুসৰি শাস্তি প্ৰদান কৰি দেখুৱাওক। সেই দম খিনি আছেনে অসম পুলিচৰ,
@realhero5657
@realhero5657
ভাৰতৰ ন্যায় ব্যৱস্থা ধনী মানুহৰ ৰক্ষক আৰু দুখীয়া মানুহৰ ভক্ষক ।
@bhaskarsharma2300
@bhaskarsharma2300
পুলিচে ধৰি দিয়ক ক'ৰ্টে এৰি দিয়ক, এয়াই আমাৰ আইন
@hemalatachetia3765
@hemalatachetia3765
আইন ,,আমাৰ দুখীয়াৰ বাবে,,আইন ধনী,,,নেতাৰ বাবে নিশেষ,,,,টকা ,,,ধন থাকিলে একোৱেই চিন্তাৰ কাৰণ নাই। ।এৰাই অসম।
@sanjaysingha4261
@sanjaysingha4261
Excellent Duty done by our Pride... The great Assam Police. Congratulations
@NRabha.
@NRabha.
এইবিলাক বহুত দিন আগৰ পৰাই চলি আছে আৰক্ষী এতিয়া হে গম পাই 😂
@lborah9223
@lborah9223
এই ধনী বোৰৰ পৰা এতিয়া চৰকাৰে ফাইন লৱ পাৰিৱ নে,,, সাধাৰণ জনতাক দেখোন ৰাস্তা বহুত ফাইন লয়,, এখন গাড়ী কাগজ নাথাকিলে
@autozone999
@autozone999
Systumm haii bhaii🏁
@bipulborah2193
@bipulborah2193
আইনী ব্যৱস্থা ল'ব লাগে ।
@BipuljyotiDas-ul7yw
@BipuljyotiDas-ul7yw
পৰিবহণ বিভাগ কত গল? সৰু সৰু খাটি খোৱা মানুহক হাজাৰ হাজাৰ টকাৰ ফাইন কাতিব পাৰে ! এওঁ লোকক কিয় ৰেহাই দিয়ে? THAR, SCORPION, INNOVA BOLERO আদি গাড়ীত কলা পেপাৰ লগোৱাৰ অনুমতি পৰিবহণ বিভাগে দি থৈ ছে নেকি?
@gitarthabarman7970
@gitarthabarman7970
Supreme court ৰ আদেশ কোনো এ নামানে আনকি এজন oc থানা ৰ si জনে ও নোৱাৰে
@TarunChDeka-cb4go
@TarunChDeka-cb4go
সচেতন হয় বা স‌্‌ৎ সাহসেৰে উৎখাত হ'ব লাগিব, স্মাৰ্ট পুলিচ অসম, চৰকাৰী বিযয়াৰ পুত্ৰ চাৰ্চ ছিট জামিন পোৱা কে দিবলৈ বাধ্য নহব
@manashjyotiray5648
@manashjyotiray5648
Porimolor DL ase ne nai mor suspect hoise 😂😂
@BodoAssam-2057
@BodoAssam-2057
Good
@saddamhussein7298
@saddamhussein7298
Jai Hind
@kd1000_
@kd1000_ 21 күн бұрын
Ahaa haa
@prasanta68
@prasanta68
This is Govt of Assam & Transport department of Assam👎👍
@romen55555
@romen55555
Ah ha ha. Aaa ha ha mama jindabad
@nibirjonak6978
@nibirjonak6978
Amr usrt pvt business kora ajn o same korise ...govt of assam likhise n siren logai driver bure utbondhali kori thake...kot kbr dibo parim
@gaganborah8907
@gaganborah8907
🤔🤔🤔
Gym belt !! 😂😂  @kauermotta
00:10
Tibo InShape
Рет қаралды 18 МЛН
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 20 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН
Why did the Budget ruffle Rahul Gandhi?
4:26
Brut India
Рет қаралды 1,6 МЛН
Gym belt !! 😂😂  @kauermotta
00:10
Tibo InShape
Рет қаралды 18 МЛН