No video

এহাল মদাহি দম্পতিয়ে নাকত ধৰি চাকত ঘূৰালে পৰিবহণ বিষয়া আৰু সাংবাদিকক

  Рет қаралды 1,120,834

News Live

News Live

Күн бұрын

এহাল মদাহি দম্পতিয়ে নাকত ধৰি চাকত ঘূৰালে পৰিবহণ বিষয়া আৰু সাংবাদিকক
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1 600
@ambitiousedutech
@ambitiousedutech Жыл бұрын
I love this couple 🤩 Cheers 🥂
@Navedhussain786
@Navedhussain786 6 ай бұрын
Uneducated spotted😂
@Amrit_YT999
@Amrit_YT999 2 жыл бұрын
বাৰ বন্ধ নকৰিলে এনেবোৰ ঘটনা হোৱা সাধাৰণ কথা । ৰাতি ২টা বজা লৈকে বাৰ খোলি থোৱা পাৰমিচন আছে যদি গ্ৰাহকক দুঃখ দি লাভ নাই । কাৰণ দুকান খুলা থাকিলে গ্ৰাহক আহিবই ।
@robisingh2673
@robisingh2673 Жыл бұрын
Right
@jogenduari9798
@jogenduari9798 2 ай бұрын
11111¹11¹⁸​@@robisingh2673
@BiswajitDas-iz9ip
@BiswajitDas-iz9ip 2 жыл бұрын
আমাৰ নিচিনা সৰু মানুহ হোৱা হলে পুলিচ কেইটাই এৰেষ্ট কৰি নি লকাপত ভৰাই থলেগে হেঁতেন । সিহঁতি English অত কথা কৈছে ডাঙৰ মানুহ টকা আছে সেইকাৰণে পুলিচৰ মুখৰ মাত হেৰাল
@mickelrunda8916
@mickelrunda8916 2 жыл бұрын
Right
@bishnukharia4202
@bishnukharia4202 2 жыл бұрын
Right
@sanjivnimbiswas9805
@sanjivnimbiswas9805 2 жыл бұрын
Xosa kotha
@murphy6647
@murphy6647 Жыл бұрын
Right 👍
@rejiyasultana1229
@rejiyasultana1229 Жыл бұрын
100% right kihor krne police a ekui react kra ny
@dhrubajyotigogoi518
@dhrubajyotigogoi518 Жыл бұрын
প্ৰথম কথা , মদ খালেও তেওঁ লোকৰ কথাখিনিত যুক্তি আছে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ লোকৰ কৰ্ম কান্দ শুদ্ধ । দ্বিতীয় কথা সাংবাদিক জনে অলপ বেছি কৰিছে । কিয়নো তেওঁলোক ক'ৰ পৰা আহিছে বা কোন বাৰৰ পৰা আহিছে বুলি সোধাতো যুক্তিসংগত বুলি ম‌ই নাভাবো । সাংবাদিক জনৰ কথা বতৰা খিনিৰ পৰা জানিব পাৰি যে তেওঁৰ গাত এজন সাংবাদিকৰ যিখিনি গুন থাকিব লাগে , সেইখিনি নাই ।
@samirsaikia174
@samirsaikia174 2 жыл бұрын
Good reply by the husband and wife 🔥
@joydeepborpatra2769
@joydeepborpatra2769 Жыл бұрын
I support this couple 🤗
@Navedhussain786
@Navedhussain786 6 ай бұрын
Sure toi uneducated😂
@probinkumarkakati6151
@probinkumarkakati6151 2 жыл бұрын
ৰাতি বাৰ কেইখন বন্ধ কৰক ৰাতি দুটা বজালৈ সব ঠিক হৈ যাব।!তেখেত দুজনে ঠিকেই কৈছে ।
@rupjyotirabha7799
@rupjyotirabha7799 2 жыл бұрын
Burbok toi
@chickenlovers906
@chickenlovers906 2 жыл бұрын
Hoi dada vall kotha koi se apuni
@jotingogoisk7459
@jotingogoisk7459 3 ай бұрын
By😊❤​@@chickenlovers906
@birajphukan1362
@birajphukan1362 Ай бұрын
Baror logot ki kotha baror malik bilake ki rati barot khai rajpothot hala koribi buli koi naki barot kio jai ru baror pora sidha ghor nahae kio kar bhul ... Mod moiu khao kintu manuhae mod khabolagae modae manuhok nohoi... 🙏
@bhabenrajbongshi486
@bhabenrajbongshi486 Жыл бұрын
তিলটোকে তালটো কৰিবলৈ চেষ্টা সাংবাদিক জনৰ ! বুজিবলৈ আৰু বাকী নাথাকিল ।
@pinkusaikia637
@pinkusaikia637 Жыл бұрын
Newe Live je
@rtkohuwadmajicaleye3274
@rtkohuwadmajicaleye3274 2 жыл бұрын
সাংবাদিকজনৰ মটিভ কি? পৰিৱেশটো উত্তপ্ত কৰাত সাংবিদকজনে অৰিহণা জগাইছে।
@apsaraassam548
@apsaraassam548 2 жыл бұрын
হয়।
@ktkrb.3798
@ktkrb.3798 2 жыл бұрын
এতিয়া সাংবাদিক আৰু পুলিচেই মেইন
@musictodeepsleep414
@musictodeepsleep414 2 жыл бұрын
Poket khorcha kor pora uliyabo......
@Konwarjahnavee
@Konwarjahnavee 2 жыл бұрын
Ekdom hosaa ... Because ajikali journalism pohi kuneu reporting nkore
@davedavid5989
@davedavid5989 Жыл бұрын
পৰিৱেশ জতিল কৰাত ইহত ওস্তাদ
@utpalpatowary5721
@utpalpatowary5721 2 жыл бұрын
সাংবাদিকজনে বহুত বেছি কৰিছে ৷ মদ খোৱা মানুহৰ পিছত দৌৰাতকৈ মদৰ দোকান বিলাক বন্ধ কৰিবলৈ video বনালে হৈ যায় ৷ কিন্তু TRP ৰ কাৰণে আনক আমনি কৰিবলৈ মৰসাহ কৰে ৷
@riyaneog120
@riyaneog120 Жыл бұрын
Right
@mkr123
@mkr123 Жыл бұрын
Yes kla sudurvaai hot kla manuhok jodi eman valdore thoka2 bisaro ru val hoi thoka2 bisaro ru jodi xomajot val poribex onatu bisaro tenehole dhaba ru wine shoap bondho kor tetiahe hobo abur bondho, karon ankua koribole wine shoap ru bar bur khulibole sorkare permission dise,eyat sorkaru jorito ase anebur oxoivali arot eyar babe sorkaru dayi,moi vabu ,sorkare jidore anke arrest kore tenkoi company bur off korok ru malik burok arrest korok dom sau sorkaror r,dhur kla hahi uthe ,sorkarei xubidha diye
@haluakhelebgmi5565
@haluakhelebgmi5565 Жыл бұрын
হ'য় হে চকু উলিয়াই দিম বুলি বেয়াকৈ কোৱাৰ পাছতু লাজ নাপায়
@manashjgogoi7904
@manashjgogoi7904 Жыл бұрын
সাহস লাগিব মদৰ দোকানত গৈ এনেকৈ প্ৰশ্ন কৰিবলে কাৰণ দোকানৰ পৰাও বাকী খিনি বুজি পাইছে
@madhabmedhi7310
@madhabmedhi7310 Жыл бұрын
অলপৰ কাৰণে মাইৰ নাখলাক সাংঘাটিক জনে😂
@martialartstraining1271
@martialartstraining1271 2 жыл бұрын
প্ৰথমতে বাৰ বিলাক বন্ধ কৰক। তেতিয়া ৰাতি খোৱাটো বন্ধ হ'ব। তেখেতলোকে কোৱা কথাৰ মাজতো বহুতো যুক্তিসংগত।
@sonamtapan1361
@sonamtapan1361 2 жыл бұрын
yes
@pradipchangmai8154
@pradipchangmai8154 2 жыл бұрын
Hoi kothatu
@KRISHAFARMHOUSE
@KRISHAFARMHOUSE Жыл бұрын
Bar Bondho hole somadhan hobo janu...bar khula thkile buli khaboi lagibo neki...I don't think so..
@lizabordoloi9262
@lizabordoloi9262 6 ай бұрын
​@@KRISHAFARMHOUSEApuni kuwa kothatu tu jukti ase
@PiyomNarah
@PiyomNarah 3 ай бұрын
Mental
@dulvai1463
@dulvai1463 Жыл бұрын
mojja dise dada baido good 👍😁
@nainamedhi360
@nainamedhi360 2 жыл бұрын
মানুহ দুগৰাকীৰ কথা যুক্তিসংগত, যদিওবা তেওঁলোক নিচাত আছে। কিয়নো ৰাতি কিহৰ বাবে wine shp খুলি ৰাখিব লাগে? যদি ৰাতি এইবোৰ খোৱা বন্ধ তেনে দোকানবোৰো বন্ধ ৰাখক। কিহৰ বাবে খুলি ৰখা হয়? যদি কোনেও খাবই নালাগে বা খোৱাটো অপৰাধ হয় তেনে খুলি ৰখাটো দুগুণ অপৰাধ। কাৰণ খুলি ৰখা বাবেহে খাইছে। বন্ধ থাকিলে ক'ৰ পৰা খালেহৈ? আৰু খালেতো নিচা হ'বই, গতিকে তেওঁলোকক এনেকৈ বাটত ধৰি প্ৰশ্ন কৰিলে এইখিনি কথা শুনিবই লাগিব। সাধাৰণ জনতাই খালে অপৰাধ বা এনেকৈ বাটত ধৰি লঘুলাঞ্ছনা কৰে, news বনাই কিন্তু ৰজা বোৰে খালে সেয়া অমৃত হয়। তেতিয়া news chnl বোৰ ক'ত যায়? নে নাকত তেল দি শুই থাকোতেই যায়, গম নাপায় যে? কাকো sprt কৰি কথাবোৰ কোৱা নাই। তেওঁলোকৰ কথাত যুক্তি আছে বাবে কৈছোঁ। আগতে ৰাতিৰ এই wn shp বোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। তেতিয়া খোৱা মানুহৰ সংখ্যা কমিব। আপোনালোকৰো কষ্ট কমিব।
@Ryt993
@Ryt993 5 ай бұрын
Avadra madaahi aixakal
@Jonmoniray-rf6hw
@Jonmoniray-rf6hw 4 ай бұрын
❤❤
@bijubelbari000
@bijubelbari000 2 жыл бұрын
সাংবাদিক জনক jail দিব লাগে
@thepantherislive7867
@thepantherislive7867 3 ай бұрын
কিঅ
@maramidas5220
@maramidas5220 2 жыл бұрын
মানুহে মদ খালে ইমান যদি জগৰ লাগে। বাৰ কেইখন কিয় খুলিব দিছে
@__________Alone
@__________Alone 2 жыл бұрын
Boka choda sorkarak TeX lage ,,,,,lowa tex ,,,,sob jepot jai kla
@JyotiDas001
@JyotiDas001 2 жыл бұрын
Bar bondho korile sorkaror loksan hoi... Sei karone nokre😅
@cristiano545-m2e
@cristiano545-m2e Жыл бұрын
Baideu bar bilakot likha ase nki khai boi rastat ovodrami kriba buli
@__________Alone
@__________Alone Жыл бұрын
@@cristiano545-m2e লাল টো বেচা নে বগা টো‌ কুট্টে ভক ভক্
@Foodlover01373
@Foodlover01373 Жыл бұрын
Apunar garikhonot accident kri dile gom pale heten
@digantaboro4290
@digantaboro4290 Жыл бұрын
Day by day reporters are going jadge 😂🤣🤣 They are making their own rule in some situation.
@Nature580lover
@Nature580lover 2 жыл бұрын
😂অসমত মানুহৰ মাজত এটাই problem বেলেগক নিজতকৈ বেছি গুৰুত্ব দিয়ে ।😂 বেলেগে ক'ত কি কৰি আহে,কি খাই আহে সকলো জানিব বিচাৰি থাকে।😂
@indrapatarvlogs9869
@indrapatarvlogs9869 2 жыл бұрын
Hoi dei
@Nature580lover
@Nature580lover 2 жыл бұрын
@@paradisevlogs3754 what your account ?
@indrapatarvlogs9869
@indrapatarvlogs9869 2 жыл бұрын
Pagol media j
@anantamedhi1271
@anantamedhi1271 2 жыл бұрын
Hoi de bhai hare xosa kothai koisade
@moksham674
@moksham674 2 жыл бұрын
This is a human tendency...
@Zzzzz-g9k
@Zzzzz-g9k Жыл бұрын
সাংবাদিকজনে থাপৰ ‌যেন ভাল নাখালে‌ । দিন ভাল আছিল
@robisingh2673
@robisingh2673 Жыл бұрын
Reporter bhal din nohoi baya din asil, jundina bhal din ahibo dugal phuli juakoi khabo
@Zzzzz-g9k
@Zzzzz-g9k Жыл бұрын
@@robisingh2673 বেয়া দিন হোৱা হলে খালেই হেতেন চোন নাখালে বাবে ভাল দিন আছিল।
@maramidas5220
@maramidas5220 2 жыл бұрын
মদ খালেও তেওঁ লোকৰ কথা কেইটা মিছা নহয়
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
Right ai bambo del loi thoka jona balag news bisari napi ru 😀😀😀😀😀
@rahuldeuri3906
@rahuldeuri3906 Жыл бұрын
Yasss that’s true
@hitenndas9664
@hitenndas9664 Жыл бұрын
Amazing couple , Respect. Also this reporter needs rigours training.
@Navedhussain786
@Navedhussain786 6 ай бұрын
Educate drink nokore😂
@kishulalung5784
@kishulalung5784 2 жыл бұрын
অসমৰ কিছুমান সাংবাদিক, উদাহৰণস্বৰূপে এইজনা, মূৰত knowledge নোহোৱাকৈ সাংবাদিকতা কৰি আছে। কত কেতিয়া কি কেনেকৈ News কৰিব লাগে বা প্ৰকাশ কৰিব লাগে সেইটোও নাজানে। Just নিজৰ popularity কাৰনে যিতি news প্ৰকাশ কৰি থাকে।
@dodare2dream
@dodare2dream 2 жыл бұрын
Agreed
@rbbasumatary2969
@rbbasumatary2969 2 жыл бұрын
Thik kotha
@satyajitbordoloi4328
@satyajitbordoloi4328 2 жыл бұрын
Mur mote eyak kanfali dilu hoi bohut khangbadikota Kora manuh paisu bohut dhajiya ase aru nijor respond rakhi kotha khudhe tew dexun ulotai question Kore bule baror Logot ki khamporka ase buli khi nekhai neki ne ati vokto suror lokhon 😂😂😂😂
@moniofficial81
@moniofficial81 2 жыл бұрын
Right
@VikashTamang4440
@VikashTamang4440 2 жыл бұрын
Ultimate …but ata kotha Both husband & wife are very supportive👍
@stranger5780
@stranger5780 2 жыл бұрын
মানুহৰ নিজৰ ব্যক্তিগত বুলি কিছুমান কথা থাকে ! ৰাতি 2 বজালৈকে বাৰ বোৰ বন্ধ নকৰিলে তাত মানুহ যাবই ! সাংবাদিক জনক মোৰ মতে দুই চৰ লগাই দিব লাগিছিল কিয়নো এজন সাংবাদিকৰ গাত যিমান সিনি ধৈৰ্য্য আৰু জ্ঞান থাকিব লাগে সিমান খিনি জ্ঞান হয়তো তাৰ নাই ! শিক্ষিত মানুহে মদ খাব নোৱাৰে বুলি কৰবাত লিখা আছে নেকি ? আৰু এটা কথা সকলোৰে সমান অধিকাৰ আছে গতিকে যি কোনো ঘটনাতেই মতা মানুহৰ মুখ খন দেখাই আৰু মহিলাৰ মুখ খন কিয় নেদেখা কৰি দিয়ে ! মহিলাৰ আত্মসন্মান আছে আৰু পুৰুষৰ নাই নেকি ? বালৰ সাংবাদিক বুলি কলো মই !
@XXX-kl4zw
@XXX-kl4zw 2 жыл бұрын
Beya dila dai
@rabi9545
@rabi9545 2 жыл бұрын
Beya disa dai
@manashipriya8120
@manashipriya8120 2 жыл бұрын
Right 👍
@deeptanshugogoi221
@deeptanshugogoi221 2 жыл бұрын
একদম সত্য কথা
@stranger5780
@stranger5780 2 жыл бұрын
@@classx1401 কথা এটা প্ৰথমে ভালকৈ পঢ়ি বুজি লবি তাৰ পিছত হে প্ৰশ্ন কৰিবি ।
@nilpabandas5047
@nilpabandas5047 2 жыл бұрын
সাংবাদিক টুক উচিত ব্যৱহাৰ কৰিচে।
@ratulpatar5836
@ratulpatar5836 2 жыл бұрын
পুলিচত কৈ সাংবাদিকজনহে বেছি আইন জনা কম লাগিছে
@chandanchoudhury4268
@chandanchoudhury4268 Жыл бұрын
মহৎ লোকৰ বাণী: শিক্ষাই মানুহৰ চকু মুকলি কৰে, চিন্তা ধাৰা উচ্চ হয় ইত্যাদি। কিন্তু আধুনিক যুগত উচ্চ শিক্ষিতৰ আচৰণ এয়া।
@Abinash935
@Abinash935 Жыл бұрын
❤1
@JeutiRabha-np1es
@JeutiRabha-np1es 6 ай бұрын
Right
@user-nq8uo7kn2s
@user-nq8uo7kn2s 4 ай бұрын
Rith
@ujjalnath5039
@ujjalnath5039 2 жыл бұрын
একো ভূল কৰা নাই এওঁলোকে , এই সাংবাদিক জনহে কথাটো ডাঙৰ কৰি আছে । Maximum এ Drinks কৰে....মই ও তো কৰো । Government এ খাবৰ বাবে এ তো Bar & Wine Shop খুলিছে 🍺🍺🍺🍻
@mitubora2835
@mitubora2835 2 жыл бұрын
Right
@mousamkumarigupta9744
@mousamkumarigupta9744 Жыл бұрын
😂😂😂😂
@bholaramboro2771
@bholaramboro2771 Жыл бұрын
ANEKUA reporter bilakol P-----,G----R---, BULI KOY, mining t nije2 bjilok,
@user-cb4qj1ow1m
@user-cb4qj1ow1m 9 ай бұрын
​@@mitubora2835up 🔥
@sanjubhuyan3911
@sanjubhuyan3911 7 ай бұрын
Right
@swadhinchutia___4771
@swadhinchutia___4771 Жыл бұрын
এইবোৰ মানুহৰ বাবেই আমাৰ অসমখন বেয়াৰ ফালে গতি কৰিছে 😡
@prasantahazarika7398
@prasantahazarika7398 2 жыл бұрын
ৰাতি 2 তা বজালৈকে বাৰ খোলা থাকে তাত গৈ মানুহে সুৰাপান কৰে আৰু বাৰ ৰ পৰা ওলাই নিজে গাড়ী চলাই ঘৰলৈ গৈ থাকিলে পুলিচে ৰাস্তাত ফাইন কাটে তাত কব লগা একো নাই Main কথা টো হল আপোনালোক কৰ পৰা আহিছে কিয় আহিছে মদ কিয় খাইছে এইবিলাক প্ৰশ্ন পুলিচে কৰিলে ভাল দেখি বেলেগে কৰিলে ভাল নালাগে
@n.t.nabojyoti5046
@n.t.nabojyoti5046 2 жыл бұрын
বহুত ভাল কমেণ্ট 🤣
@girindrasharma3561
@girindrasharma3561 2 жыл бұрын
Totally agree ❤️❤️❤️👍👍
@indrapatarvlogs9869
@indrapatarvlogs9869 2 жыл бұрын
Khosa kotha Tat sudur vai media ki problem
@saratboruah3232
@saratboruah3232 2 жыл бұрын
তেওঁলোকে কিবা ভুল কৰিছে যদি পুলিচ প্ৰশাসন আছে নহয়।সেই জহৰা টো কোন প্ৰশ্ন কৰি হৰাশস্তি কৰা
@ariniborah3330
@ariniborah3330 Жыл бұрын
Polich pokhakhon ase kinto tekhet lukr musiakka hahi mari rokhi asw
@nilotpalsarma8659
@nilotpalsarma8659 2 жыл бұрын
সাংবাদিক বিলাকৰ লাজ এ নাই সাংবাদিক জন বেছি অভদ্ৰ হয় 😂
@jitukakati3973
@jitukakati3973 2 жыл бұрын
Ako freedom e nai and manuh r duble punish nohoi...midia r blg kam nai nki...poisa o dibo nd viral o koribo... problem r main kalprit to e midia
@aim3607
@aim3607 2 жыл бұрын
Thik e koise...
@EnjoyyoursLife1133
@EnjoyyoursLife1133 2 жыл бұрын
Reporteru g bur asol avodra heibur dib nuare
@prabindas5025
@prabindas5025 2 жыл бұрын
Akdam sasa katha
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
Ai bambo loi thoka jon olp basi
@mukundaroy6106
@mukundaroy6106 Жыл бұрын
অনুগ্ৰহ কৰি বাৰ কেইখন ৰাতি খোলা বন্ধ কৰক।তেতিয়া তালৈ কোনো নাযায়। সংবাদিক দাদা আপুনি এইবোৰত নালাগি বেলেগ ভাল বাতৰি পৰিবেশন কৰক।
@jondekadeka7778
@jondekadeka7778 7 ай бұрын
Goob
@jondekadeka7778
@jondekadeka7778 7 ай бұрын
Goob
@himangshubarman2135
@himangshubarman2135 2 жыл бұрын
শ্ৰেষ্ঠ সংলাপ "চকু উলিয়াই দিম"(মোৰ শ্ৰীমতীক স্পৰ্শ কৰিলে).....!! নাৰীয়ে সম অধিকাৰৰ বাবে প্ৰায়েই আন্দোলন কৰা দেখা যায় আৰু সেয়েহে সাংবাদিক সকলে নাৰীৰ মুখমণ্ডল ঢাকি ৰখাটো কিমান যুক্তিসংগত.....?
@anantamedhi1271
@anantamedhi1271 2 жыл бұрын
😍😇🤗
@bhagyasreehazarika122
@bhagyasreehazarika122 Жыл бұрын
Hanbadikjonetu kua nasil tar wifek sui sau sui sau buli hei hikhito advocatjone drinks kori drive korise tar uport iman tetu falise je ohovyali kori bar khula ase hi logot driver loi jauk nohole ani ghrt khauk teneke gari solai karubak khundiale
@abhinashdas2025
@abhinashdas2025 7 ай бұрын
Encouraging couple.... Keep going 🔥🔥
@om6083
@om6083 2 жыл бұрын
সাংবাদিকতা জন অভদ্ৰ।। কাম নাই কিয়া ফকতিয়া চাল্লা যি কোনো মানুহক সাংবাদিকতা কৰিব দিব নেলাগে
@mjofanclub6470
@mjofanclub6470 Жыл бұрын
সাংবাদিক ভাইটি ৰ অলপ বেছি নিকি 😀
@bhabopegu3835
@bhabopegu3835 2 жыл бұрын
পুলিচৰ আগত দুজনে বৰ ঊৎপাত হৈছে৷
@nayanikadeka1155
@nayanikadeka1155 2 жыл бұрын
Police keitai avadrami sai ase jadi sadharan manoh hale garo pitan dile hoi
@rajudrivinglover2109
@rajudrivinglover2109 2 жыл бұрын
Uporo mal ehot
@jonalidutta9886
@jonalidutta9886 2 жыл бұрын
Wow wonderful life....Educated family.... 🙏🙏🙏🙏
@sumanpator188
@sumanpator188 Жыл бұрын
It's right
@gogoistatus4k345
@gogoistatus4k345 2 жыл бұрын
আপোনালোকৰ সাংবাদিক কে যে ইমান অপমান কৰিলে , আপোনালোকে লাজ পাইছে নাই news টো uplode কৰোতে 😂😂
@arunray6129
@arunray6129 2 жыл бұрын
Hoi ........
@nightridingking847
@nightridingking847 2 жыл бұрын
hoi emn tololoi nami goise nijoke opoman kori hle o publicity korile
@amusnasbasu9376
@amusnasbasu9376 2 жыл бұрын
🤣🤣
@sbsaxom2.043
@sbsaxom2.043 2 жыл бұрын
Aibilakor laj naii
@dibyahazarikaofficial259
@dibyahazarikaofficial259 2 жыл бұрын
Hosa ktha
@rashmirekhaborah7834
@rashmirekhaborah7834 7 ай бұрын
I support this couple ❤👍👍👌👌
@jkfactory8882
@jkfactory8882 2 жыл бұрын
Police ye kam kori ye ase.... এওঁলোক সাংবাদিক সকল অলপ বেছি সব কথাতে ।
@lakshya9715
@lakshya9715 2 жыл бұрын
Kene dise midia k 🤣🤣🤣
@rbbasumatary2969
@rbbasumatary2969 2 жыл бұрын
Moja dise val pysuuu besi dekhuwai hangbadik bilake
@rajkumarrawtela1042
@rajkumarrawtela1042 2 жыл бұрын
Media bikakor aru notun topic nai je ki koribo
@pinklong
@pinklong 2 жыл бұрын
Great couple, see how calm they're. kio amoni dise hihotok. Beleg kunuba hua hole kiman sior bakhor logale hoi. Hihototke reporter jonehe besi halla korise.
@pradeepsanga9212
@pradeepsanga9212 2 жыл бұрын
Educated drunker couple... Amazing
@knowledgeforyouths789
@knowledgeforyouths789 2 жыл бұрын
😂
@jackline5831
@jackline5831 2 жыл бұрын
Right
@moonmeeborgohain1541
@moonmeeborgohain1541 2 жыл бұрын
মূখখন লুকুৱাই ৰখা ৰ কি দৰকাৰ, পুৰুষ হওঁক বা মহিলা , ভুল কৰিলে সমানে দেখাই দিব লাগে বাকী মানুহেও চিনি পোৱাকৈ।
@dharitreekonwar8364
@dharitreekonwar8364 2 жыл бұрын
Vl kotha kole wine shop khuli thole manuh humaboi,,,
@kukigogoi216
@kukigogoi216 2 жыл бұрын
Yes. Also with the bars. Bar khula thakile rastat mod khua manuh Tu pabo e🤒
@riktimchowdhury5337
@riktimchowdhury5337 2 жыл бұрын
Mod khuat problem nai. Apunaluke bostu bur buji napai nki . Mod khai rastat gari bike solai ghuri furibo kio lage..ghrr vitrt moda khai belta mari thakok karu apotti nai
@dhirajkrnath1800
@dhirajkrnath1800 2 жыл бұрын
Akdm xsa, mad khaote tax pai aku garit jai thakote dharote tax pai...muthate sarkar r lav xeikarne bandha nkre wine shop bor
@EnjoyyoursLife1133
@EnjoyyoursLife1133 2 жыл бұрын
Reporterburu bohot besi dekhai
@pntrz9993
@pntrz9993 2 жыл бұрын
Kotha koisa dei baite 👍👍👍
@aghoninanda5357
@aghoninanda5357 Жыл бұрын
Happy couple i like it
@sumitrabek8399
@sumitrabek8399 2 жыл бұрын
Jiki nohok kio.. ai dujon husband aru wife or major prem kintu bohut👩‍❤️‍👨 ....soku uliyai dim😂😂😂
@XXX-kl4zw
@XXX-kl4zw 2 жыл бұрын
👌👌
@jrajmix8473
@jrajmix8473 2 жыл бұрын
Hoi দেই
@n.o.o.bgaming7899
@n.o.o.bgaming7899 2 жыл бұрын
🤣🤣🤣🤣
@bonditabaruah1529
@bonditabaruah1529 2 жыл бұрын
Hoi dai...pream kintu kobo lagibo
@ultra8142
@ultra8142 2 жыл бұрын
মদ খালেও প্ৰেম কমা নাই
@bishnugurung9408
@bishnugurung9408 Жыл бұрын
Sandal r mala haji thoisu reporter vaiti. ..tur dormoha mur fota juta Homan...boria jharile dada bou❤️❤️❤️
@nurbhai1116
@nurbhai1116 2 жыл бұрын
Very good মদাহী 👍👍👍👍
@saratdeka2257
@saratdeka2257 6 ай бұрын
Yes I support....10:00 pm all bar& wineshop bondha hobo lage....
@soshikantakalita7776
@soshikantakalita7776 2 жыл бұрын
মই এটা কথাই জানো সাংবাদিক বোৰ ইমান লাগি থাকিব লাগে কিয় মদ খোৱা মানুহৰ লগত,
@devidk7991
@devidk7991 2 жыл бұрын
Nije nekhai j.
@soshikantakalita7776
@soshikantakalita7776 2 жыл бұрын
@@devidk7991 যি দৰে পশ্ন কৰিছে তেওঁ যেন ধোঁৱা তুলসীৰ পাত হে
@bhawajitdas9701
@bhawajitdas9701 Жыл бұрын
আজি এওঁলোক শিক্ষিত কাৰণে এনেকৈ কব পৰিছে ।।। যদি শিক্ষিত নহলে হৈ সাংবাদিক জন হিৰো হৈ থাকিলে হয়।। মদ খুৱাটো বেয়া কথা হেটোহ হয় কিন্তু বেলেগে প্ৰশ্ন কৰাৰ ও খালে অধিকাৰ নাই ।।।
@rumikalita5987
@rumikalita5987 2 жыл бұрын
যিগিতা সাংবাদীকে বেছি মদ্যপান কৰা কথা কৈ থাকে সেয়কেইতা ঘৰত গলে গম পাৱা কি ধুনীয়া মদৰ গোন্ধ 😀😁
@EnjoyyoursLife1133
@EnjoyyoursLife1133 2 жыл бұрын
Misa nhy kothatu
@pankudas00
@pankudas00 2 жыл бұрын
সাংবাদিক জনৰ একেবাৰে লাজ নাই । বেচেৰা সাংবাদিক টোৱে ভাবিছে-আৰে বাপ্পা,কি মানুহৰ News কৰিব আহিলোঁ ।
@satyajitsvlogs1435
@satyajitsvlogs1435 2 жыл бұрын
সি সাংবাদিক নহয় যেন উচ্চতম ন্যায়ালয়ৰ ন্যায়ালয় হে।
@deeptanshugogoi221
@deeptanshugogoi221 2 жыл бұрын
এ কি কোৱাহে ইমান ভদ্ৰ দম্পতি তেওঁলোক ।। ইমান ধুনীয়াকৈ বুজাইছে অ। 🤣🤣🤣🤣🤣
@bhaskardeka9568
@bhaskardeka9568 6 ай бұрын
খাংবাদি টোৰ অলপো সন্মান নাই নেকি
@manakhchutia5563
@manakhchutia5563 2 жыл бұрын
"এই পৃথিৱীত সংঘাত শৃষ্টি কৰা একমাত্ৰ দৰৱ হৈছে, "মদ" ইয়াৰ পৰা আতৰি থকাটো ভাল।
@lachitsaikia6
@lachitsaikia6 2 жыл бұрын
Atori thakile anekuwa hbo nuwara...dangr manuh ...bujila nhoi
@durlavbora3867
@durlavbora3867 7 ай бұрын
সাংবাদিকে সংবাদ সংগ্ৰহ কৰিব পাৰে, কিন্তু কোনো সংবাদৰ ওপৰত অধিক অদৰকাৰী কথা কৈ জতিল কৰিব নালাগে, তেওঁ নিচাত আছ,আইনে কৰিব,,,,,
@achetry666
@achetry666 2 жыл бұрын
সাংবাদিকৰ কাৰনেই হুলস্থুল হৈছিল....
@user-lo7ip6jd7j
@user-lo7ip6jd7j 7 ай бұрын
অভদ্ৰ সাংবাদিকজনক সাংঘাতিক ভাৱে্্্্্্্্দিব লাগিছিল ।
@mohanboruah3956
@mohanboruah3956 2 жыл бұрын
মানুহে যেতিয়া দমত আৰু ইংৰাজীত কথা কয় তেতিয়া পুলিচৰো দম হেৰাই যায়
@manishapathak73
@manishapathak73 2 жыл бұрын
🤣🤣🤣🤣🤣🤣
@jaychankarborolegalforum7822
@jaychankarborolegalforum7822 Жыл бұрын
I know the boy he is Advocate. Good Advocate.What he has done is taken up by police. But why the reporter is questioning.
@rons-topic1067
@rons-topic1067 Жыл бұрын
Do you often drink with him??
@apsaraassam548
@apsaraassam548 2 жыл бұрын
এইটো বহুত দিনৰ । কিবা অংক নিমিলিল সেয়ে দি দিলে।
@EnjoyyoursLife1133
@EnjoyyoursLife1133 2 жыл бұрын
Ooo aatsa ghus khur
@rabi9545
@rabi9545 2 жыл бұрын
Hahaha aitu Kotha tar mane😃
@kalpa1508
@kalpa1508 2 жыл бұрын
Thik koise apuni,,,aitu bht din holl,,onko nimilil
@nayanjyotikonwar591
@nayanjyotikonwar591 Жыл бұрын
কোনো মহিলা আৰক্ষী নথকাকৈ এনেকুৱা পৰিৱেশ কেতিয়াও সৃষ্টি কৰিব নোৱাৰে।
@surenboruah3241
@surenboruah3241 2 жыл бұрын
এই বিলাক আদৰ্শ বান শিক্ষিত মানুহ 🙏
@gswallah9560
@gswallah9560 Жыл бұрын
Yes...
@hitendashd3304
@hitendashd3304 Жыл бұрын
Hoy. We really proud of this as Assamese
@rubidevitalukdar6209
@rubidevitalukdar6209 7 ай бұрын
😂
@india1157
@india1157 Жыл бұрын
The REPORTER was over ruling,, Reporter has no sense about his limits and Rights... The Couple are ECCETLY RIGHT ..... Reporter must under the Bar for harassing The Couple .....
@user-rx9qc2gl8w
@user-rx9qc2gl8w 2 жыл бұрын
মাইকীজনীৰ ‌চেহেৰাটো নেদেখুৱালে । এইয়া আধুনিকতাৰ প্ৰভাৱ ।
@rakeshgogoi5095
@rakeshgogoi5095 2 жыл бұрын
baki brt equality ...bt news t face 2 dekhuwa tymt kt jai buji npuu
@angtongteronlangneh5131
@angtongteronlangneh5131 6 ай бұрын
Perfect couple ❤
@rajugogoi7883
@rajugogoi7883 2 жыл бұрын
Mal khle tu English ulaboi aru mukhor pora 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@Biswa-jit-0222
@Biswa-jit-0222 2 жыл бұрын
তথাপিও সাংবাদিক বোৰে নিউজ বিছাৰি নাপাই নি 😀,, বাৰু,, কোনে মদ খালে কোন কালে পলাই গল, আৰু কিবা,,,
@pikurava8522
@pikurava8522 2 жыл бұрын
👍
@Abinash935
@Abinash935 2 жыл бұрын
Well educated husband wife .
@kakolivlog4745
@kakolivlog4745 Жыл бұрын
Alop val news dilai val hoi.njor level tu val hoi thakai🙏
@dipulaxom
@dipulaxom 2 жыл бұрын
সঁচা কথা কবলৈ গলে যি সকল গুৱাহাটীৰে মানুহ তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰে ।। বাকী বুজাই বুজিব😊
@Updatepoint95
@Updatepoint95 Жыл бұрын
প্ৰ্থমতে বাৰ বন্ধ কৰক আৰু তাৰ পাছত ৰাতি ১২ বজাত জনতাই ৰাস্তালৈ কিয় ওলাই আহে বুলি প্ৰশ্ন কৰক
@lakshmibasumatary8834
@lakshmibasumatary8834 2 жыл бұрын
Educated lady.........Educated gentleman........
@rinkigogoi7455
@rinkigogoi7455 2 жыл бұрын
সাংবাদিক জনে police interview কিয় নিদিলে ,sure পালে হেঁতেন পাই।
@7gc970
@7gc970 2 жыл бұрын
মদবৃকী কৰিলে খাবই কাকো তেওঁৰ লোকে অসুবিধাৰ কৰা নাই তেওঁৰ লোকৰ জিহেটু ডাইভাৰ লগত আছে ।সাংবাদিক জনক দুটামান ছযদিবৰ লাগে ।
@palashsingha4184
@palashsingha4184 7 ай бұрын
I'm so happy to see your video from dhubri. This type of video made very much heart broken. I'm so happy that the couple is right. I also take every day. Alcohol should be take at least in secure place 😥😥😥😥😥😥
@rajotphukon3403
@rajotphukon3403 2 жыл бұрын
এই বিলাক শিক্ষিত মানুহ
@tridibinluv
@tridibinluv 3 ай бұрын
আমাৰ মদাহী দাদাই ভাল দিছে দেই, Salute
@mr.nath644
@mr.nath644 2 жыл бұрын
Ji koise bohut bhal kothai koise...logic ase kotha keikharot...moi pura suport korisu...
@kamalbasumatary4041
@kamalbasumatary4041 Жыл бұрын
সাংবাদিকজনক আৰু অলপ গিয়ান দিব লাগিব যেন পাইছো
@jeetclasses7519
@jeetclasses7519 2 жыл бұрын
Point।।why the bars are allowed to remain open।। drinking is not allowed।।।drink n drive is illegal n that is a matter of policing।। doesn't fall under jounalists' jurisdiction।। Do journalism properly।।
@aruhan6453
@aruhan6453 Жыл бұрын
ফিৰিঙতি পৰা খাণ্ডৱ দাহ কৰাবলৈ এই সাংবাদিক জনৰ পৰা শিকক
@foodeating7486
@foodeating7486 2 жыл бұрын
Mjaaa lagile 🤣🤣😂😂😂🙏🙏hvy dixe pai 🙏🙏🙏
@pokhiligogoi2158
@pokhiligogoi2158 2 жыл бұрын
এই হালৰ ল'ৰা ছোৱালী আছে নে নাই যদি আছে তেনেহলে কি শিক্ষা দিয়া হৈছে
@JEET25055
@JEET25055 2 жыл бұрын
Chalia disey Dada, mediak val phali disey
@Randeep-kb1xh
@Randeep-kb1xh 7 ай бұрын
সাংবাদিক জনে যি দৰে প্ৰশ্ন কৰিছে তেওঁ যেন কোনো উচ্চপদস্থ চৰকাৰী বিষয়া কিম্বা মদ খোৱা দম্পতি হালৰ অভিভাৱক হে । সাংবাদিক ডাঙৰীয়া চৰকাৰে মদৰ দোকান খুলিবলৈ লাইচেন্স দিছে,মানুহক মদ খাব সুবিধা দিছে ,লাইচেন্স দিছে বাৰ খুলিব দিছে ইমান ৰাতি মানুহে খাই / তেওঁলোকে খাইছে খাই যদি কিবা আইন ভংগ কৰিছে আৰক্ষী প্ৰশাসন আছে ব্যৱস্থা লব - আপুনি হয় কোন তেনেকৈ প্ৰশ্ন কৰিব ? ইমান যদি সাহস আছে চৰকাৰ, মন্ত্ৰী, মুখ্যমন্ত্ৰী ক এইদৰে প্ৰশ্ন কৰক তেতিয়া মানিম । সাংবাদিক কোনো ব্যক্তি অথবা ৰাইজৰ নহয় ।
@nishthasteptowardslight7521
@nishthasteptowardslight7521 2 жыл бұрын
Mota tuk dekhaise, maiki jonir mukh Khon dekhua nai kio? Maikir honman ase kintu motar nai ne ki? Gender equility kot?
@pankajburagohain8048
@pankajburagohain8048 Жыл бұрын
সাংবাদিকৰ কাম নাই নেকি ‌সিহতৰ‌ কথা ‌সিহতক সুধিব একো প্ৰয়োজন নাই ন
@Akash-oh2hk
@Akash-oh2hk 2 жыл бұрын
ফতো খন ভালদৰে 'দেখুৱাই দিয়ক
@dwikota75
@dwikota75 6 ай бұрын
কেইজনমান মহাপুৰুষ হৈ কৈ আছে যে বাৰ খোলা থকা কাৰণে গ্ৰাহক আহিবই। মহাপুৰুষ সকল আপোনালোকক কোনে ধৰি ধৰি নি খুৱালে বাৰু?? মদৰ দোকান খোলা কাৰণে মদ খাব। বাৰু ঠিক আছে। বেলেগ খোৱা বস্তুৰ দকানো খোলা আছে। কিয় নোখোৱা সেইবোৰ??
@rakhadas5841
@rakhadas5841 2 жыл бұрын
চোৰৰ বৰ বল চোৰে খুজে দৈ কল। এনেকুৱা হৈছে।
@ratulborah5991
@ratulborah5991 Жыл бұрын
লক আপত এদিন থৈ দিলে হাওবা ওলাই যাব।
@gungun7910
@gungun7910 2 жыл бұрын
এইজন সাংবাদিক নেকি এইজন সোণ কাজিয়া হে কৰিব গৈছে আৰু aneo এইবোৰ aa বিচাৰি পাই যিটো বিচাৰ কৰিব লাগে তাকে নকৰে তেওঁলোক নিচাহঃ কৰিছে তেওঁ লোক অকৰ লগত যুক্তি তৰ্ক কৰি কিবা লাভ আছে নেকি
@rikhavjyotigogoi6169
@rikhavjyotigogoi6169 6 ай бұрын
News✖️ Rosting Reporter✅
@dhrubajyotiborah5060
@dhrubajyotiborah5060 2 жыл бұрын
এইবিলাক আদর্শ বান শিক্ষিত মানুহ
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 ай бұрын
গিদাখোৱা পুলিছ একে কুঠাৰে মাৰি পেলাম
@manashbaishya7424
@manashbaishya7424 2 жыл бұрын
Khub val paisu reporter2 k dhui dise😂kam nai rti 2ta bjat byte lbo jai
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 3,9 МЛН
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 96 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 31 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 3,9 МЛН