No video

হাঁহ খাব নেকি 🤣🤣 ধামাকা Prank Call to গায়ত্ৰী মহন্ত II Gayatri Mahanta আচৰিত, Mayur Mix Assamese

  Рет қаралды 712,789

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

এটি সুন্দৰ Prank Call ভিডিঅ'আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ।।
আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে আনজনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব 😍😍🙏
A Prank Call to Actress Gayatri Mahanta by Actor Jaffy Bakshi.
Follow me on Facebook
👇🏿👇🏿
www.facebook.c...
Follow me on Instagram
👇🏿👇🏿
www.instagram....
My Second channel
👇🏿👇🏿
• Video
Thanks ❤️😊
#gayatrimahanta #prankcall

Пікірлер: 717
@MayurMixAssamese
@MayurMixAssamese 3 жыл бұрын
নমস্কাৰ আটাইলৈ..🙏 মোৰ দ্বিতীয় চেনেলটো Subscribe কৰিবচোন👇🏿👇🏿 kzfaq.info/get/bejne/qMyqgpqqstnOZJc.html
@ST-kt7sd
@ST-kt7sd 3 жыл бұрын
0
@ritadas1638
@ritadas1638 3 жыл бұрын
Humm😘😁
@jahnobiborah781
@jahnobiborah781 3 жыл бұрын
Ummmmmmm
@bindassbanditadas9723
@bindassbanditadas9723 3 жыл бұрын
নিশ্চয় কৰিম দাদা।। মোৰ চেনেলটো চাব দেই ৰাইজ ।🙏🙏
@lgcollection8262
@lgcollection8262 3 жыл бұрын
Dada mi notunkoi khulisu plz muk hohojugita koribo..moiu hokoluke korim
@chandamita303
@chandamita303 3 жыл бұрын
গায়ত্ৰী বাৰ কথা বতৰা ভাল লাগে কোনো অহংকাৰৰ সুৰ নাই❤️🤗
@user-Bray46
@user-Bray46 3 жыл бұрын
right
@barnaliduarah4532
@barnaliduarah4532 3 жыл бұрын
Hmm hosake
@maramoranajori.2144
@maramoranajori.2144 2 жыл бұрын
Right ..
@shikhasgallery2716
@shikhasgallery2716 3 жыл бұрын
সৰুৰ পৰাই মোৰ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা 😍সৰুতেই ওচৰৰ পৰা পাইছো থিয়েটাৰত, বৰ অমায়িক 😊ইমান ধুনীয়া কথা-বতৰা, মনটো পবিত্ৰ
@misingmimagajon7249
@misingmimagajon7249 3 жыл бұрын
Like u
@jituali5662
@jituali5662 3 жыл бұрын
গায়ত্ৰী বা আপোনাৰ অভিনয় চাই ভাল লাগে আপুনি আকৌ অভিনয় জগতত আহক
@jeemonigogoi3455
@jeemonigogoi3455 3 жыл бұрын
মোৰো ভাল লাগে ❤️❤️❤️🤗😚😘
@cr9ff436
@cr9ff436 3 жыл бұрын
😀😂😂😁😁😁😂😂😂
@nikhilrabha1219
@nikhilrabha1219 3 жыл бұрын
Rajsree theatre dekha paisu Gayatri baak..aru jonbai vcd khonot j an val lage taair acting boor...moro priyo gayatri baa
@pujapegu1182
@pujapegu1182 3 жыл бұрын
বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাত হাৰ শুনিলো বহুত ভাল লাগিল।মোৰ প্ৰিয় অভিনেত্ৰী।😘😘😘❤️❤️❤️🥰🥰🥰
@himaniray6654
@himaniray6654 3 жыл бұрын
বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিলোঁ বৰ ভাল লাগিল😍 ,,,,,প্রিয় অভিনেত্ৰী মোৰ❤️❤️❤️
@Cdkjhvdhjkbvskk
@Cdkjhvdhjkbvskk 3 жыл бұрын
Right muru .
@bipikadas5862
@bipikadas5862 10 ай бұрын
Muru❤😊
@anearu7448
@anearu7448 3 жыл бұрын
গায়ত্ৰী বাৰ কথা বৰ শুনি বহুত ভাল লাগিল ❤️❤️
@kirongogoi4983
@kirongogoi4983 3 жыл бұрын
বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিলো 🥰
@harjyotideka8869
@harjyotideka8869 3 жыл бұрын
The way , the gorgeous actress Gayatri Mahanta ba, responded such a sudden irritating phone call during her busy time, shows how great and '"down to earth "'personality she posses . She won my heart.❤️❤️
@funy_video_reaction6.020
@funy_video_reaction6.020 3 жыл бұрын
মজা ময়োৰ দা ধুনীয়া prenk কৰিছা....💓💓💓গোলাঘাটৰ পৰা মৰম জাছিলো .......Comment পঢ়া সকলো বন্ধু বান্ধবী জাতে সদায় সুখী হয় থাকে 💘💘 আৰু সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 💘💘🙏🙏🙏
@mylifesn4376
@mylifesn4376 3 жыл бұрын
Hasbend r Khobar kenykuwa ?
@alishasonowal4693
@alishasonowal4693 3 жыл бұрын
গায়ত্ৰী বা মোৰ খুবেই প্ৰিয় আৰু বহুত বহুত বেছি ভাল লাগে👌👌❤❤
@binitagogoi9472
@binitagogoi9472 3 жыл бұрын
গায়াত্ৰী বাৰ মাত টো শুনিবলৈ video টো চাইছোঁ ❤️❤️❤️
@manalishadas2421
@manalishadas2421 3 жыл бұрын
গায়ত্ৰী মহন্ত বা তোমাক বহুত মিছ কৰো বা ❤❤❤ ময়ূৰ দাদা গায়ত্ৰী বাৰ ইন্টাৰভিউ লবচোন 😊
@kangkankalita9933
@kangkankalita9933 3 жыл бұрын
চেষ্টা কৰিম ভন্টি।
@manalishadas2421
@manalishadas2421 3 жыл бұрын
@@kangkankalita9933 OK dada😊
@Pinkipranab_mini_vlogs_
@Pinkipranab_mini_vlogs_ 3 жыл бұрын
kzfaq.info/love/YxsvNws8RhXapY2t2c6-fw
@rekibhussain268
@rekibhussain268 3 жыл бұрын
Livu
@travelerslakhiminath9325
@travelerslakhiminath9325 3 жыл бұрын
আপোনাৰ অভিনয় খুব ভাল লাগে জেফ্ৰি দা । আৰু gayatri বা ৰ মতটো শুনি খুব ভাল লাগিছে
@bindassbanditadas9723
@bindassbanditadas9723 3 жыл бұрын
বহুত ইন্ত্ৰেষ্টিং দেই ।।। বহুত ভাল লাগিল দাদা । এদিন গায়ত্ৰী বাʼক মাতিব আপোনাৰ মঞ্চলৈ ।।
@babitasaikia7233
@babitasaikia7233 3 жыл бұрын
বহুত দিনৰ পিছত গায়ত্ৰী মহন্ত বাৰ মাততো শুনিলো.....💜💜💜
@madhusmeetaBania
@madhusmeetaBania 3 жыл бұрын
গায়ত্ৰী বা ইমান সহজ সৰল।বাৰ হাঁহিটো ufff 😍
@shimahiloidari7456
@shimahiloidari7456 3 жыл бұрын
গায়ত্ৰী বা মোৰ বহুত মৰমৰ ভাল লাগে বাক মাত টু শুনিব পাই ভাল লাগিল
@kalpunadeka2196
@kalpunadeka2196 3 жыл бұрын
জেফী দা বহুত ভাল মানুহ হয় কথা পাতিছো ইমান ভাল
@mikealpran5697
@mikealpran5697 2 жыл бұрын
Really
@abhijittamuli803
@abhijittamuli803 3 жыл бұрын
ময়ূৰ দা আগলৈ এনেধৰণৰ ভিডিও আমাৰ মাজলৈ আগবঢ়াই থাকিব বুলি আশা থাকিল😍👍
@ududoyan1804
@ududoyan1804 3 жыл бұрын
গায়ত্ৰী বা আকৌ যেন অভিনয় জগতত খোজ পেলায়।🍂 বহুত মিছ কৰোঁ তেওঁক।😢। ভিডিঅ টো ভাল লাগিল চাই।❤️❤️❤️
@madhusmitagogoi8440
@madhusmitagogoi8440 3 жыл бұрын
Hosakoi....
@dibyajyotideka8745
@dibyajyotideka8745 3 жыл бұрын
গায়ত্ৰী বা একদম সৰুৰে মোৰ খুবেই প্ৰিয়। বাকীবোৰ অভিনেত্ৰীক বহুত পিছতহে ভাল পাওঁ। I ❤️ u always Gayatri Baa.. ৰূপে, গুণে কামে-কাজে, পঢ়া-শুনাই কিহতনো পিছপৰা....!
@poojabordoloi903
@poojabordoloi903 3 жыл бұрын
ভাল লাগিল বহুত কেতিয়াবা গায়ত্ৰী বা ও ইণ্টাৰভিঅ লবাচোন💕
@montukonwar3145
@montukonwar3145 3 жыл бұрын
Gaytri a loixil kinu sai asila
@poojabordoloi903
@poojabordoloi903 3 жыл бұрын
@@montukonwar3145 prank call hey kra hoisel baa loi . interview lwa nAi tu..bujisa
@shehnazparbin6984
@shehnazparbin6984 3 жыл бұрын
Hoi plz lbo
@montukonwar3145
@montukonwar3145 3 жыл бұрын
@@poojabordoloi903 😄sry dia .
@poojabordoloi903
@poojabordoloi903 3 жыл бұрын
@@montukonwar3145 is ok😁
@Princhibharali
@Princhibharali 3 жыл бұрын
মই ঘনিষ্ঠ ভাবে লগ পোৱা মোৰ মৰমৰ অভিনেত্ৰী গৰাকী😘😘😘😘😘😘তেওঁ দৈৱকী লওঁতে মই যশোদা লৈছিলোঁ,, লগ পাই কথা পাতি বহুত ভাল লাগে,,, ফ্ৰী হয় বহুত।
@niharikaborah4843
@niharikaborah4843 3 жыл бұрын
বহুত ভাল লাগে গায়ত্ৰী মহন্ত বাক ❤️❤️🔥🤣
@juribarmanmakeupartish
@juribarmanmakeupartish 3 жыл бұрын
গায়ত্রী মহন্ত বা এটা ইণ্টারভিউ লব চোন।❤❤❤
@minakhiboruah68
@minakhiboruah68 3 жыл бұрын
মজ্জা মূয়ৰ দাদা বহু ত ভাল লাগিল ভিডিঅ'টো চাই । দাদা আপুনি গায়ত্ৰী বা লাইভ ল'ব চোন গায়ত্ৰী বাক বহু ত ভাল লাগে
@minakhidas4768
@minakhidas4768 3 жыл бұрын
One of my fvrt actress gayatri baa....all tym fvrt❤️.......jar alpo attitude nai miss kru bak bhut love uuu
@rimjimlahon239
@rimjimlahon239 3 жыл бұрын
Hosakoi gayatri baak bht vl lge ❤️
@dipshikhaentertainment3716
@dipshikhaentertainment3716 3 жыл бұрын
গায়ত্ৰী বা ইমান ভাল। বহুত সহজ ।চাই ভাল লাগিল❤️
@gitikadevi4396
@gitikadevi4396 3 жыл бұрын
Mojjaaa😂🤣🤣🔥🔥... Gayatri baa mur fevreat actres hoi..❤️❤️❤️
@parishmita1759
@parishmita1759 3 жыл бұрын
Always my fev Gayetri baa and Mayor da❤❤❤
@shayanikakalita4960
@shayanikakalita4960 3 жыл бұрын
গায়ত্ৰী বাৰ মাতটো শুনিলো ভাল লাগিল
@sanjibdas555
@sanjibdas555 3 жыл бұрын
বহুত দিনৰ মূৰত গায়ত্ৰী বাৰ মাতটো শুনিবলৈ পায় বৰ ভাল লাগিল🥰 গায়াত্ৰী বাৰ কথা বতৰা বোৰ মোৰ বহুত ভাল লাগে ❤️
@assamesecartoonchannel929
@assamesecartoonchannel929 3 жыл бұрын
Bor miss koriso baajonik .love you baa❤️
@bhagyashree_7089
@bhagyashree_7089 3 жыл бұрын
গায়ত্ৰী বা কথা কলেই জোনবাইটোলৈ মনত পৰে. মুখখন জোনবাই টো দৰেই
@tulashimoran4810
@tulashimoran4810 3 жыл бұрын
My favourite actress ❤❤❤Gayatri ba
@bhaswatientertainment1077
@bhaswatientertainment1077 3 жыл бұрын
Gayatri bak akw lge.. bht miss kro.. ru jeffy dada k theater t bht osrr pora pysu.. lv from mangaldai 😘😍
@axomattitude7164
@axomattitude7164 3 жыл бұрын
গায়ত্ৰী বা তুমি সচাই ধুনীযা।
@debasishborah8080
@debasishborah8080 3 жыл бұрын
Junbai r pora Gayatri baa r fan hoi ❤️ aji bohut dinor murot maat tu huni a vaal lagil ❤️
@user-gb9xh1fh3h
@user-gb9xh1fh3h 3 жыл бұрын
গায়ন্তি বাৰ interview লব দাদা 🙏🙏🙏🙏🙏🙏🙏
@manikadasbayan7459
@manikadasbayan7459 3 жыл бұрын
বহুত মজা লাগিল ভিডিঅ'টো চাই 😀😀। Love from Jishnu Bayan family Kokrajhar 💐💐💐💐
@paragsaikia4611
@paragsaikia4611 3 жыл бұрын
ইমান সাধাৰণভাৱে কথা পাতিছে । বৰ ভাল পাওঁ গায়ত্ৰী বাক ❤️
@assamesevlogs9115
@assamesevlogs9115 3 жыл бұрын
ইন্টাৰভিউ লৱ চোন গায়ত্ৰী মহন্ত বাৰ বহুত ভাল লাগিল হয়
@s.rcreation3492
@s.rcreation3492 2 жыл бұрын
ময়ুৰ আপুনি বহুত কষ্ট কৰে ,আপোনাৰ কথা কোৱাৰ ধৰণ বৰ ভাল লাগে ❤️, আগুৱাই যোৱা ।লাভ from Bongaigaon
@MayurMixAssamese
@MayurMixAssamese 2 жыл бұрын
Thanks 😊
@priyankusaikia472
@priyankusaikia472 3 жыл бұрын
মোৰ গায়ত্ৰী বাক বহুত বেছি ভাল পাওঁ ❤️❤️🔥
@pranatidevi9441
@pranatidevi9441 3 жыл бұрын
গায়ত্ৰী বাৰ কথা বোৰ ইমান সহজ সৰল ভাল লাগে।
@sudeshnachankikalita4684
@sudeshnachankikalita4684 3 жыл бұрын
All time favourite actress ❤️❤️❤️
@JaanBhaskar
@JaanBhaskar 3 жыл бұрын
Mojja jomoni
@MayurMixAssamese
@MayurMixAssamese 3 жыл бұрын
Akdom
@manashborah5557
@manashborah5557 3 жыл бұрын
@@MayurMixAssamese ki khbr dada
@bhaswatidas6732
@bhaswatidas6732 3 жыл бұрын
My all time favorite actress gaiotree baa keep smiling baa in such a way 👌 and that's interesting video
@asmabegum4575
@asmabegum4575 3 жыл бұрын
Mur বহুত বহুত ভাল লাগে গায়ত্ৰী বাক 🥰😍☺️😘 মোৰ প্ৰিয় অভিনেত্ৰী
@kaberidevi3861
@kaberidevi3861 3 жыл бұрын
Baak bht vall pao... Bht innocent... Love you so much baa... God bless ❤❤
@pahi_yt
@pahi_yt 3 жыл бұрын
Hosakoi Gayatri ba bohut val aru mur priyo obhinetri. Bohut val lagil video tu.❤️❤️❤️ Next interview t Gayatri bak pam buli axa thakil 🙏🤗
@hajaratali70
@hajaratali70 3 жыл бұрын
গায়ত্ৰী মহন্ত মোৰ সদায় প্ৰিয় ❤️❤️❤️ইমান মৰমিয়াল আৰু নম্ৰ ❤️❤️🤍🤍love you Ba 🤍🤍
@jurimonisenapoti6015
@jurimonisenapoti6015 3 жыл бұрын
Bahut val lagil vdo tu sai.... My favorite actress gayatri mahanta lgt prank call... Mojja👌👌👌👌 ❤❤❤
@jaysrinath2392
@jaysrinath2392 3 жыл бұрын
Mayur da tumi 🔥🔥🔥🔥
@Dipankarmedhi877
@Dipankarmedhi877 3 жыл бұрын
মজা ময়ুৰ দা
@user-sn2yc8co2w
@user-sn2yc8co2w 3 жыл бұрын
গায়ত্ৰী বায়ে ইমান সৰল ভাৱে কথা পাতে, বৰ সুন্দৰ দেই
@porimoran8512
@porimoran8512 3 жыл бұрын
Val lage apunar video bur sai ... 😍💖.... Keep it up 👍
@gargikalita5507
@gargikalita5507 3 жыл бұрын
Love from darrang, bht vl lge dada, aponar vdo bor sai..💖
@rituparnarabha3536
@rituparnarabha3536 3 жыл бұрын
গায়িত্ৰী বা বহুত মিছ কৰো আপোনাক
@parishmitapatgiri4479
@parishmitapatgiri4479 3 жыл бұрын
Dhuniya lagice dada... গায়ত্ৰী বাৰ interview loba sun dada val lagibo .
@binodkalita4583
@binodkalita4583 3 жыл бұрын
mayur tumi🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥aguai jua...
@sanjibdeka5930
@sanjibdeka5930 2 жыл бұрын
মোৰ প্ৰিয় অভিনেত্ৰ গায়তী বা সৈতে কথোকথন শুনি ভাল লাগিল । সৰু পৰাই ভাল লাগে বা অভিনয় বোৰ । কিন্তু কেৱল টিভিতে বা মাত শুনিছোঁ আৰু দেখিছোঁ ।
@nabajitnath4220
@nabajitnath4220 3 жыл бұрын
জয় আই অসম
@latikakalita2376
@latikakalita2376 3 жыл бұрын
Gayatri baak bahut vl paw ❤️❤️❤️
@utpalanath5878
@utpalanath5878 3 жыл бұрын
বহুত ভাল লাগে এইগৰাকী অভিনেত্ৰী ।
@himangshukalita3268
@himangshukalita3268 3 жыл бұрын
Dhuniya lagise dada 🔥🔥🔥🔥
@Karabikapinjal
@Karabikapinjal 3 жыл бұрын
I love you jaffy da ❤❤ bohut val laga apunak
@bijuchetri6052
@bijuchetri6052 3 жыл бұрын
দাদা আপোনাৰ গল্ডফেৰেনৰ এটা নতুন কে parnk কৰিবছোন। তাৰ মানে ব্ৰেকাপ দি ছাবুছোন কি হব next try Kori sabo apunak bohut Val lage.
@bijitsaikia1491
@bijitsaikia1491 2 жыл бұрын
গায়ত্ৰী বাইদেউক সচাকৈ ভাল লাগে। ইমান কামোৰ দিয়াৰ পিছতো কথাবোৰ সহজ সৰল ভাবেই ক'লে।
@d.p.experiment549
@d.p.experiment549 3 жыл бұрын
গায়ত্ৰী বা ৰ এটা ইনটাৰভিউ লব ময়ুৰ দা ।🥰🥰🥰🥰🥰🥰
@arentertain3655
@arentertain3655 3 жыл бұрын
Mojja video love you so much mayur mix Assamese mojja
@Creative_study276
@Creative_study276 2 жыл бұрын
I love Gayatri Mahanta 💕evergreen beautiful
@assamixcartoon8833
@assamixcartoon8833 3 жыл бұрын
বহুত ভাল লাগিল video টো চাই 👍👍👍👍👍
@RedRamdhenuaxam
@RedRamdhenuaxam 3 жыл бұрын
অতি সুন্দৰ ❤
@ZubeenGargMotorGarage
@ZubeenGargMotorGarage 3 жыл бұрын
Dadi mojaaaa lagise video to ❤️❤️ Love From Bongaigaon 🥰🥰
@MayurMixAssamese
@MayurMixAssamese 3 жыл бұрын
Lv u bro...
@jurimabora4218
@jurimabora4218 3 жыл бұрын
Bht bht vl lgile bar mat xuni eman vl amr mrmr ba jni ki dhuniyakou ktha bor koise simple love u so much ba
@beautifulwordswithbarasha7978
@beautifulwordswithbarasha7978 3 жыл бұрын
গায়ত্ৰী বাক বহুত ভাল লাগে....😍😍
@saitanyadeka4290
@saitanyadeka4290 3 жыл бұрын
বহুত ভাল লাগিল
@mamonikalita7737
@mamonikalita7737 3 жыл бұрын
Gayatri baa mor priyo ❤❤❤
@lukeesharma7501
@lukeesharma7501 3 жыл бұрын
বৰ ভাল লাগিল দে😀😃😍
@bikramkalita9237
@bikramkalita9237 3 жыл бұрын
Maa kosom kosso bohut dinr murt Baa r mat khar khuna palo 😍🤩bohut bohut bohut a besi vl lgil😍💖
@reemadas5794
@reemadas5794 3 жыл бұрын
প্ৰিয় অভিনেত্ৰী.. বহুত বহুত miss কৰো ।
@Somirchangmai4020
@Somirchangmai4020 3 жыл бұрын
Vl lagel dada moi apunar video hodai sau♥️❤️😃🙂🙂✌️❤️🧡💛💚💙💜🤎🖤🤍♥️💘💝💖💗💓💞💕❣️💟
@rekibryan4371
@rekibryan4371 3 жыл бұрын
best prank call 👍...bohut val lagil
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 3 жыл бұрын
Mayur Da first views . love from Goalpara
@MayurMixAssamese
@MayurMixAssamese 3 жыл бұрын
ধন্যবাদ
@nabajitnath4220
@nabajitnath4220 3 жыл бұрын
Moja dada tumi 🔥🔥🔥
@rulizxz9901
@rulizxz9901 3 жыл бұрын
Xosake bohut val lagil ♥️😘jefi Da mur fvrt actor
@user-Bray46
@user-Bray46 3 жыл бұрын
A moja love from kokrajhar😍😍😍😘😘😂
@ManashpratimSaikia-ct7ot
@ManashpratimSaikia-ct7ot Жыл бұрын
A Moja ❤️❤️
@jitupratimvlogs9021
@jitupratimvlogs9021 3 жыл бұрын
Jaffy dak bohut bar log palu ako log powa akhare .. ❤️ গায়ত্ৰী বা ❤️❤️
@nayanadas3598
@nayanadas3598 3 жыл бұрын
Gayatree bar Ktha bur imn VL lge....so sweet ba jni🥰🥰❤️❤️
@Dipankarmedhi877
@Dipankarmedhi877 3 жыл бұрын
Apsora Move moja lage o Gayetri bar
@himashrikalita8797
@himashrikalita8797 3 жыл бұрын
Jiu r online class hoi asil,, emn phn krise, tar pisato baa a khong Tu control krise.. Bht besi vl lgl...
@ritadas1638
@ritadas1638 3 жыл бұрын
Hum bohut val lage😝😝aru agor porai bohut val pau giote bak🤣😂😂😁😍😘
@dipshikhadeka630
@dipshikhadeka630 3 жыл бұрын
বা ইমান ধুনিয়াকে কয় কথা বোৰ😘😘
@kunilbora6649
@kunilbora6649 3 жыл бұрын
নগাঁও ৰ পৰা মৰম যাছীলো....💚💚💚
@pahichutia2262
@pahichutia2262 3 жыл бұрын
Moja lgise dada 🥰❤️
@jintudas3947
@jintudas3947 3 жыл бұрын
Nayan nilima dar interview lob sun bohut din hl ako khobr nohowa hoise abar interview lob buli akha krilu
@lokhi1587
@lokhi1587 3 жыл бұрын
Dada bht bht lagil saii❤️🥰
@bristiranichangmai719
@bristiranichangmai719 3 жыл бұрын
Emn hohoj horol koi kotha bur kole gayatri baa a bhal lagile sai...
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 14 МЛН
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 3,1 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 17 МЛН
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 14 МЛН