No video

হিজৰাসকল ল'ৰাৰ প্ৰতি নে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়? আৰু নজনা বহুতো কথা।

  Рет қаралды 1,817,013

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 3 400
@bornalidihingia2169
@bornalidihingia2169 4 ай бұрын
হিমাশ্ৰী তোমাৰ এই সাক্ষাৎকাৰটো বহুত বেছি ভাল লাগিল। কিন্নৰসকলৰ প্ৰতি মোৰ বহুত সন্মান আছে আৰু ভাল পাঁও তেঁওলোকক। বাইদেউদুগৰাকীলৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালো।
@LipikaBorah-un2ub
@LipikaBorah-un2ub 10 күн бұрын
❤❤❤❤❤❤❤❤❤
@anantaswargiary5754
@anantaswargiary5754 4 ай бұрын
আজিৰ পৰা তেওঁলোকক অসমত সন্মান কৰিব। এই অনুষ্ঠান যি সকলে চাইছে। মোৰ ফালৰ বহুত বহুত ধন্যবাদ বাইদেউ।
@JitenModi-ue1xb
@JitenModi-ue1xb 4 ай бұрын
BHALLAGILE
@user-kn5po9mq7f
@user-kn5po9mq7f 4 ай бұрын
​@@JitenModi-ue1xbon
@renugohainkonwar4614
@renugohainkonwar4614 4 ай бұрын
​@@JitenModi-ue1xbçb
@ratulmedhi3126
@ratulmedhi3126 4 ай бұрын
​@@JitenModi-ue1xbl
@arabjanbegum5596
@arabjanbegum5596 4 ай бұрын
,
@dipankarbhuyan7004
@dipankarbhuyan7004 6 күн бұрын
অতি সুন্দৰ অনুষ্ঠান, এনে অনুষ্ঠান মাজে মাজে চলি থাকিব লাগে, যাতে মানুহৰ মাজত তেওঁলোকৰ প্ৰতি সন্মান ওপজে 🙏
@aradhanasarmah4487
@aradhanasarmah4487 4 ай бұрын
আজিৰ এই অনুষ্ঠানতো চাই প্ৰকৃত হিজৰা সকলৰ প্ৰতি মোৰ মনত সন্মান বাহি গৈছে ৷ জীৱন যুঁজত আগবাঢ়িবৰ বাবে ইমান কষ্ট কৰিব লাগে বুলি ভবাই নাছিলো ৷ দুয়োগৰাকীৰে কথাবোৰ শুনি বহুত ভাল লাগিছে ৷ নিতু নামৰ গৰাকীয়ে ইমান সুন্দৰকৈ কথাবোৰ কলে, তেখেতৰ সংস্কাৰী মনৰে প্ৰকাশ পোৱা কথাবোৰে মন চুই গৈছে ৷ এবাৰ লগ পাবলৈহে মন গৈছে ৷দুয়োগৰাকীলৈ মৰম শ্ৰদ্ধা যাচিলোঁ ৷ তেওঁলোকক ভগৱানে কুশলে ৰাখক ৷
@bandanadeka4898
@bandanadeka4898 4 ай бұрын
এখেত সকলৰ বিষয়ে জানিবলে চেষ্টা কৰি আছো। বাইদেউ দুগৰাকী কথাই হৃদয় চুই গ'ল। দুগুণ শ্ৰদ্ধা বাঢ়িল। সেৱা যাচিলোঁ 🙏🏿🙏🏿🙏🏿
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 4 ай бұрын
🙏🙏
@bhupentalukdar5823
@bhupentalukdar5823 4 ай бұрын
Qqq. In​@@korobiskitchenvlogs8029
@ahidurrahman1616
@ahidurrahman1616 3 ай бұрын
Me I'm qw0 no noA@@korobiskitchenvlogs8029my
@gogoikrish21gogoikrish29
@gogoikrish21gogoikrish29 2 ай бұрын
Prothom kotha anchor voice hoisay hi he Zera. . tie Z Suli key proman deok
@PeuspaKanto
@PeuspaKanto 2 ай бұрын
😅 my😅​@@gogoikrish21gogoikrish29
@user-uq1eo1kt9b
@user-uq1eo1kt9b 4 ай бұрын
"হিজৰা "বুলি সম্বোধন কৰিলে অকণমান বেয়া শুনি। এওঁলোক হ'ল তৃতীয় লিংগৰ ব্যক্তি। পৌৰাণিক ধৰ্ম গ্ৰন্থ সমুহত এওঁলোকৰ স্থান আছে। এওঁলোকৰ কথা হৃদয়ৰ পৰা ভালকৈ অনুভৱ কৰিলে বৰ দুখ লাগে। তথাপিও ধুনীয়াকৈ সাজি কাচি জীৱনৰ প্ৰতিটো ক্ষণ পল সুন্দৰকৈ উপভোগ কৰিছে। কিন্তু ভিতৰত কি আছে কোনেও নাজানে। এওঁলোকৰ সন্মান কৰা উচিত। ভাল লাগিল অনুষ্ঠানটো, ধন্যবাদ।
@RupsD319
@RupsD319 4 ай бұрын
Yes, Hijira buli kole olp hunat kiba eta bea jen pai. Third gender buli kole hoi.
@MANASH4590
@MANASH4590 4 ай бұрын
Hoi Ardhanari
@harakantaborah6818
@harakantaborah6818 4 ай бұрын
হিজৰা শব্দটোৰ অৰ্থ বেয়া নহয়,,,, শিৱ আৰু পাৰ্বতীৰ দ্বী ৰূপটোক কোৱা হয়
@user-uq1eo1kt9b
@user-uq1eo1kt9b 4 ай бұрын
মই বেয়া শব্দ বুলি উল্লেখ কৰা নাই কেৱল কৈছোঁ যে এই শব্দটো কলে বেয়া শুনি কিন্তু একে অৰ্থ যদিও কিন্নৰ বুলি উল্লেখ কৰিলে ভাল লাগে। এওঁলোকৰ সম্পৰ্কে মোৰ জ্ঞান আছে কিয়নো সমাজৰ প্ৰতিটো বিষয়ত নজনাটো জানিবলৈ বৰ আগ্ৰহী মই।
@user-uq1eo1kt9b
@user-uq1eo1kt9b 4 ай бұрын
বিশেষকৈ এই শব্দটো শুনিবলৈ এই কাৰণেই বেয়া লাগিছে যে সমাজৰ এক শ্ৰেণীৰ লোকে নজনাকৈ কাৰোবাক বেয়া লাগিলে গালি দিয়া শুনিবলৈ পাওঁ "হিজৰা" বুলি। কিছুমান দুৰ্বল পুৰুষক আঘাত হানিবলৈ ও এই শব্দটো ব্যৱহাৰ কৰে।
@Arun_wie
@Arun_wie 4 ай бұрын
আজিহে গম পালো কিন্নৰ ইমান সংস্কাৰী ।।শিৱ পাৰ্বতীয়ে আপোনালোকক সদায়ে কুশলে ৰাখকক🙏🙏 n ধন্যবাদ হিমাশ্ৰী বা
@dipabora8037
@dipabora8037 2 ай бұрын
হিমাশ্ৰী তুমি interview টো ইমান ধুনীয়া কৈ লৈছা বহুত ভাল লাগিল আৰু তেওঁ লোকৰ বিষয়ে জানিব পাৰি ভাল লাগিল। আমি তেওঁলোকক সন্মান কৰিব লাগে। তেওঁ লোকক আমি হেয় কৰিব নেলাগে।🙏🙏❤️❤️
@prasantadas5120
@prasantadas5120 4 ай бұрын
বাইদেউ দুই গৰাকীলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিলো।।। স্পষ্টবাদি , সংগ্ৰামী , জ্ঞানী‌🙏
@dipalimazumdar3607
@dipalimazumdar3607 4 ай бұрын
ভগৱানে কাকো তেনেকৈ জন্ম নিদিয়ক। মই হিজৰাক বহুত সন্মান কৰো। যতেই লগ পাও তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ।
@popibora2324
@popibora2324 4 ай бұрын
🙏🙏🙏🙏
@Tanmay_dutta
@Tanmay_dutta 4 ай бұрын
🙏🙏
@avneesh295
@avneesh295 4 ай бұрын
​@@popibora232413:30 13:30
@user-ze1rr7kg3f
@user-ze1rr7kg3f 3 ай бұрын
@RohitKhanikar
@RohitKhanikar 3 ай бұрын
❤❤❤❤❤i liked the programe
@ridipbaruah8678
@ridipbaruah8678 3 ай бұрын
এইয়াও এক জীৱন । জীৱনটো নিজৰ তাক সজাব পৰাটো আচল কথা । তেওঁলোকে নিজৰ জীৱনটোক সজাব পাৰিছে। বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়োগৰাকী বৰ স্পষ্ট বাদী ,কথাবোৰ সুন্দৰ , তেওঁলোকৰ ব্যক্তিত্বত প্ৰমাণ হয় সঁচাকৈ তেওঁলোক সংস্কাৰী। তেওঁলোকে আনক আশীৰ্বাদ দিয়ে , কেতিয়াও নিজৰ বাবে একো নিবিচাৰে। নেদেখা জনে সদায় তেওঁলোকক আশীৰ্বাদ দিয়ক ।
@realhero5657
@realhero5657 4 ай бұрын
এইটো video য়ে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিছে । ধন্যবাদ থাকিল ।
@nijorapatangia7797
@nijorapatangia7797 4 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চায় । এই লোকসকলক সকলোৱে সন্মান দিব লাগে । সসন্মানে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে ।
@riyasarma6112
@riyasarma6112 4 ай бұрын
কথা বোৰ শুনি মন চুই গ'ল । অতি সুন্দৰ ভজন । বাইদেউ দুয়োজনীলৈ সেৱা জনালো । তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ।
@joyrambaruah8067
@joyrambaruah8067 2 ай бұрын
বহুত ভাল লাগিল। নজনা কথা বহুত জানিলো। এখেতসকল বহুত সংস্কাৰী। আমি সকলোৱে সন্মান দিয়াতো উচিত বুলি ভাবো। সসন্মানে জীয়াই থকাতো এওলোকৰো অধীকাৰ আছে।
@NorenLama
@NorenLama 4 ай бұрын
বহুত কথাই বুজিব পৰা গল ।আগলৈও আৰু বহুত কথাই বুজিব লৈ আশা থাকিল ।অনুস্থান টো বৰ ভাল লাগিল শেষত তিনিও গৰকীকে ধন্যবাদ।
@Anikha133
@Anikha133 4 ай бұрын
কথাবোৰ বহুত ভাল লাগিছে।আৰ্শীবাদ কৰিব যাতে সদাই ভালে থাকো শিৱ-পাৰ্বতী যুক্ত শক্তিধাৰী।ইমান সুন্দৰকৈ কথাবোৰ কয়।শব্দ সম্ভাৰো অপাৰ।তেওঁলোকৰ প্ৰতি থকা সকলো বেয়া ভাৱ আজি আঁতৰি গ'ল।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 4 ай бұрын
হয় ঠিকেই কৈছে।
@kamalchandradeka9353
@kamalchandradeka9353 4 ай бұрын
মোৰো মনোভাৱ শুদ্ধ হ'ল। ইমান সংস্কাৰী বুলি ভবাই নাছিলো।
@malobikabora7814
@malobikabora7814 4 ай бұрын
হিমাশ্ৰী বৰ সুন্দৰ সাক্ষাৎকাৰ এটা চালোঁ।ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ।সঁচা কথা ক'বলৈ গ'লে সৎ আৰু সংস্কাৰী তেওঁলোক।বৰ ভাল লাগিল তেওঁলোকৰ কথাখিনি।
@mr.kshitindramohanroy7638
@mr.kshitindramohanroy7638 3 ай бұрын
Bor Val lagi.please always respect them
@chimpisaikia958
@chimpisaikia958 3 ай бұрын
দুয়ো গৰাকী লৈকে বহুত বহুত প্ৰণাম।
@NilkamalRabha
@NilkamalRabha Ай бұрын
ভদ্ৰতা দেখি বৰ মৰম লাগি গৈছে। অভদ্ৰমী ব্যৱহাৰ পালে অৱশ্যে বেয়া লাগে। এওঁলোকৰ বিশ্লেষণ মই আপ্লুত 🙏🙏🙏
@BiruRabha-qj7pm
@BiruRabha-qj7pm 4 ай бұрын
এওঁলোকৰ মাজটো ইমান সুন্দৰ মনৰ মানুহ আৰু ভদ্ৰ লোক আছে আজিহে বুজি পালো । ঈশ্বৰে এওঁলোকক আশীৰ্বাদ কৰক
@bdrocks8035
@bdrocks8035 4 ай бұрын
অৰ্ধনৰেশ্বৰ!শিৱ-পাৱৰ্তীৰ ৰূপান্তৰ! অতি সাৱলীলভাৱে কথাবোৰ কৈ যোৱা দেখি ভাল লাগিল।তাতোকৈয়ো ভাল লাগিল ইমান সংস্কাৰী,জীৱনৰ দৰ্শন,মানৱীয় প্ৰমূল্যবোধ আৰু ঈশ্বৰৰ মাৰ্গ দৰ্শন।অসমতো যে ইমান সংস্কাৰী তথা "ঘাৰানা"(সমূহীয়াভাৱে 'কিন্নৰ' থকা স্থান বা একপ্ৰকাৰ বিদ্যালয়)ত থকা তৃতীয় লিংগৰ মনোগ্ৰাহী দৰ্শন থকা তত্ববোৰে জীৱনক আকৌ এবাৰ বুজি চাবলৈকে যেন সুযোগ দিলে।ধন্যবাদ হিমাশ্ৰী,এনে এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে🙏
@harakumardas7646
@harakumardas7646 4 ай бұрын
Bahut bhal lagil,najana katha janilo,bhagabane mangal karak
@ramenbaishya5919
@ramenbaishya5919 4 ай бұрын
Dukh Buji nepai aamar saba khadharan raije
@sannatmazumdar7861
@sannatmazumdar7861 4 ай бұрын
Bhaut bhal lagil bido najana katha janilo manhor bhol atorb teolokor pati
@BNC_boy
@BNC_boy 4 ай бұрын
Bahut bhal lagil.
@rejiasultana3168
@rejiasultana3168 27 күн бұрын
ইমান গুৰু-গম্ভীৰ আৰু জ্ঞানগৰ্ভ কথাৰে সাক্ষাৎকাৰটি আগবঢ়ালে !বৰ ভাল লাগিল !! হিমাশ্ৰী বাইদেৱে বহুতো মানুহৰ মনত কৌতুহল সৃষ্টি কৰি থকা প্ৰশ্নবোৰৰ উত্তৰহে যেন যুগুতাই দিলে---। বাইদেঊ দুগৰাকীলৈ অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো ।
@himashridekahimashreedeka8596
@himashridekahimashreedeka8596 4 ай бұрын
ইমান ধুনীয়া কথা কৈছে। ইমান সংস্কাৰি কথাবোৰ ইমান ভাল লগাকৈ কৈ। ভগৱানে তেওঁলোকক মংগল কৰক 😊❤
@sandhyadevi9094
@sandhyadevi9094 4 ай бұрын
প্ৰধান বক্তা গৰাকীৰ কথা শুনি তেওঁলোকৰোযে সংস্কাৰ আছে বুজি পালো আৰু ভাল পালো ৷আপোনাক ধন্যবাদ ৷
@hiteshdas3298
@hiteshdas3298 3 ай бұрын
Akdom xosa
@lakhi1269
@lakhi1269 4 ай бұрын
তেওঁলোকৰ জীৱনৰ কথাখিনি শুনি সচাই ভাল লাগিল। দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ কথাখিনি কলে।মাৰ্জিত ভাষাৰে শুদ্ধকৈ কথাখিনি কলে। হিমাশ্ৰী ৰ প্ৰশ্নখিনিও ভাল লাগিল।
@user-bh9hh1wq7c
@user-bh9hh1wq7c 4 ай бұрын
It is a heart rending interview which has given me a clear insight into their unique life, their feelings, philosophy and of course their tough yet courageous set of mind. Now I feel so intensely for them. The interview has roused love and respect in me for them. Thanks a lot.
@kamalofdeka
@kamalofdeka 19 күн бұрын
হাঁহিৰ উৰণিৰে ঢাকি পেলালা দুখবোৰ! চেপি চেপি শুৱাই থ'লা অশ্ৰুকণা চকুৰ পতাত... ইমান সংস্কাৰ ! কিমান জ্ঞানী হ'লে নিজৰ মনক এনেদৰে বুজনি দিব পাৰে ! Honestly , নিজকে বহুত সৰু যেন লাগিছে !! Thousand salutes 🙏🙏🙏🙏
@neherupegu1842
@neherupegu1842 4 ай бұрын
অতি গভীৰ আৰু সুন্দৰ কথোপকথন গুৰু গৰাকীৰ॥ বহু নজনা দিশ মুকলিকৈ কৈ জ্ঞান দিলে আমাক। ধন্যবাদ।
@pilygoswami9414
@pilygoswami9414 4 ай бұрын
ভগৱান আপোনালোকৰ প্ৰতি সদয় হওক ।দুয়োগৰাকীয়ে কথোপ কথন অতি সুন্দৰ ।ভগৱানক এটাই প্ৰাৰ্থনা অহা জনমত যাতে আপোনালোকৰ জীৱন অতি সুন্দৰ হয় ।❤❤❤❤❤
@LijaPatowary
@LijaPatowary 4 ай бұрын
বহুত বেছি ভাল লাগে তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা কৰো আৰু সদায় কৰি থাকিম । তেওঁলোকৰ বিষয়ে বহুত কথাই জানিলো । বহুত আগৰ পৰা ইচ্ছা আছিল তেওঁলোকৰ বিষয়ে জানিব । বহুত বহুত ধন্যবাদ হিমাশ্ৰী বা তোমাৰ এই মূল্যবান ৪৮:০১ মিনিট সময়ে বহুত কথা শিকালে। সকলো অৰ্ধ নাৰী ক ভগবানে কুশলে ৰাখক তাৰে কামনা কৰিলো।😊💗
@PurnimaBora580
@PurnimaBora580 13 күн бұрын
আগৰ পৰাই সন্মান কৰো, এতিয়া আৰো বাহিল , আপোনালোক সুখেৰে থাকক আমাৰ মৰম আৰু সহাঁৰি সদায়েই আছে ❤
@bhubonbijoysinha1949
@bhubonbijoysinha1949 4 ай бұрын
ইমান সুন্দৰকৈ কথাবোৰ কৈছে sister-জনীয়ে। অত্যন্ত অমায়িক, ভদ্ৰ ও cultured. তেওঁ‌লোকৰ সুস্বাস্থ, নিৰাপত্তা, আত্মসন্মান, দীৰ্ঘায়ু ও অলেখ অলেখ শুভকামনাৰ্থে-- "God bless them." 🙏
@jitulnarah371
@jitulnarah371 4 ай бұрын
Tike koise
@user-rl1mo1xz6f
@user-rl1mo1xz6f 4 ай бұрын
Ekdom
@user-tu2sw4ob5h
@user-tu2sw4ob5h 4 ай бұрын
কথাখিনি ইমান সাৱলিল ভাৱে কৈছে শুনি সঁচাই আপ্লুত হলো। দুয়োকে আগতিয়াকৈ বিহুৰ শুভেচ্ছা জনালো লগতে মহাৰাষ্ট্ৰৰ পৰা মৰম যাচিলো❤️❤️❤️
@payalbhuyan9409
@payalbhuyan9409 4 ай бұрын
Both of them are so sweet n the pain they went through its not measurable... lots of respect
@kamalchandradeka9353
@kamalchandradeka9353 4 ай бұрын
কথাখিনি বহুতো ভাল লাগিল।মন ভৰি গ'ল। সঁচাকৈ এই অনুষ্ঠান চোৱা সকলোৰে চাগৈ ভূল ভাগিল।আপোনালোক কুশলে থাকক।
@dollygoswami5080
@dollygoswami5080 4 ай бұрын
দোয়ো গৰাকী কিন্নৰলৈ শ্ৰদ্ধা নিবেদিছো,আপোনালোক সদায় সুখত থাকক , ভালেই থাকক, ঈশ্বৰে কুশলে ৰাখক ।
@madhabasvlog3041
@madhabasvlog3041 4 ай бұрын
বাইদেউজনী বহুত জ্ঞানী । ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে । A lot of respect to her🙏❤️ । আমি সকলোৱে ইহঁতক ভাল দৃষ্টিৰে চাব লাগে ।
@rajurajrahman2730
@rajurajrahman2730 4 ай бұрын
ভাল লাগিল এওলোক ভগবানৰ এটা অংশ বুলি কলেও ভূল নহয়
@ramalaray6872
@ramalaray6872 6 күн бұрын
খুউব ভাল লাগিল। তেওঁ লোকৰ মনৰ কথা জানিব পাৰিলো ।অতি সুন্দৰ
@PrasantaHazarika-zm4vb
@PrasantaHazarika-zm4vb 4 ай бұрын
এটা অজ্ঞাত জীৱন। দেখা নেদেখা, সুখ দুখৰ, হাঁহি কান্দোনেৰে পাৰ কৰি অহা দিন বোৰৰ মধুৰ বৰ্ণনা ৰে দুগৰাকী কিন্নৰৰ জীৱন গাথা পৰিবেশন কৰা অনুষ্ঠান টি খুউব ভাল লাগিল। কিছু নজনা কথা জানিব পাৰি ভাল লাগিল। তিনিয়ো গৰাকী লৈকে বহুত বহুত ধন্যবাদ জনালোঁ।
@PhuloniBagisa
@PhuloniBagisa 4 ай бұрын
বহুত নজনা কথা জানিব পাৰিলো। তেখেতসকলৰ দুখৰ সৈতে একাত্ম হ'লো। সকলো ঈশ্বৰৰ দান। তেওঁলোকৰ মনবোৰ ইমান বহল। সাধাৰণ মানুহৰ বাবে তেওঁলোকে পূজা পাঠ কৰে। কিমান যে ভাল লগা কথা। তেওঁলোকো আবেগ অনুভূতিৰে পৰিপুষ্ট মানুহ। সাধাৰণ মানুহখিনিয়ে তেওঁলোকক কষ্ট দিব নাপায়।
@jugeswarsaikia7885
@jugeswarsaikia7885 4 ай бұрын
​@@PhuloniBagisaàa⅗
@pratibhabaruah7780
@pratibhabaruah7780 4 ай бұрын
বৰ ভাল লাগিল।গুৰু‌ গৰাকীক বৰ ভাল লাগিল,ভগৱানৰ প্ৰতি বিশ্বাস থকা বাবে।
@pranabhazarika3926
@pranabhazarika3926 4 ай бұрын
Nitubaar. Contec. Nom. Tu. Diwasun
@user-oz2oz1cp3i
@user-oz2oz1cp3i 4 ай бұрын
বহুত ভাল লাগিছে কথাবোৰ।।। ভগৱান মঙ্গল কৰক তেখেতসখলক।।। ধন্যবাদ ❤❤❤❤
@AKTARALIAHMED-pt7pr
@AKTARALIAHMED-pt7pr 3 ай бұрын
A very beautiful conversation,thank you Himasri for giving the information about them
@SPORTSZONE-kj6go
@SPORTSZONE-kj6go 4 ай бұрын
তেওঁ লোকক ঈশ্বৰে মঙ্গল কৰক।ইমান সংস্কাৰী বুলি আজিহে গম পালো।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 4 ай бұрын
Hoi dei
@pokpokkokok8033
@pokpokkokok8033 4 ай бұрын
𝙐𝙢𝙢​@@korobiskitchenvlogs8029
@minasarma9119
@minasarma9119 Ай бұрын
​@@korobiskitchenvlogs8029chitraranjannathhealthtips😊😊
@user-ro7yz1wm6r
@user-ro7yz1wm6r 4 ай бұрын
কিন্নৰ বাইদেউ দুয়োজনীলৈ সেৱা জনালো, আমাক যেন আশীৰ্বাদ দিয়ে।🙏🙏🙏
@upamanath1431
@upamanath1431 3 ай бұрын
Bhut val lagil anusthan to sai....teolokr monor kahini bor janibo sosai bhut mon jai.... agoloi aru akha thakil ....bhagowane teolok r mongol korok 🙏🙏🙏
@dadulali2185
@dadulali2185 2 ай бұрын
বহুত সুন্দৰ লাগিল, তেওঁ লোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।সকলো ৰাইজে তেওঁ লোকক আমাৰ সমাজৰে এজন বা এগৰাকী বুলি ধৰি লব বুলি বিনম্ৰ আবেদন জনালোঁ।
@user-cx5ie4bh2l
@user-cx5ie4bh2l 4 ай бұрын
কথাবোৰ ইমান ধুনীয়াকে কৈছে ভাল লাগিল দুয়োগৰাকী বাইদেউ ভগৱানে ভালে ৰাখক ❤
@ParomitaKumar
@ParomitaKumar 4 ай бұрын
ইমান সাৱলীলভাৱে কথাবোৰ উপস্থাপন কৰিছে এওঁলোকে সঁচাই মন ভৰি গল। বহুত নজনা কথা জানিব পৰিলোঁ। তথাকথিত ভদ্ৰ বহুত মানুহতকৈ এওঁলোকৰ চিন্তাধাৰা আৰু মানসিকতা বহুত ওপৰত। দুয়োগৰাকী বাইদেউলৈ অশেষ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। ভগৱানে এওঁলোকক সদায় কুশলে ৰাখক 🙏🙏 এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাক দেখুওৱাৰ বাবে হিমাশ্ৰী তোমালৈও ধন্যবাদ থাকিল।
@abdulhaqueahmed9930
@abdulhaqueahmed9930 3 ай бұрын
বৰ ভাল প্ৰোগ্ৰেম। ভাল লাগিল। বহুত নজনা কথা জানিলো। ধন্যবাদ।
@rahmataliahmed8100
@rahmataliahmed8100 2 ай бұрын
হিমাশৰী তোমাৰ সাক্ষাৎ কাৰটো বহুত ভাল লাগিছে হিজিৰা সকলৰ বিষয়ে বহুত কথা জানিব পাৰিলো । আকৌ এনেকুৱা সাক্ষাৎ কাৰ পামবুলি আশা ৰাখিলোঁ। ধন্যবাদ।
@user-xq8ob6ee1y
@user-xq8ob6ee1y 4 ай бұрын
জয় শিৱ চন্ডী বাইদেউ দুগৰাকী কথাবোৰ শুনি দুখ লগা জিৱন।❤❤❤❤❤
@sabitrisvlog721
@sabitrisvlog721 4 ай бұрын
গাড়ীত পোৱা কৃন্ন , আৰু এওঁলোকৰ মাজত বহুত প্ৰাঠ্যক । অতি ভদ্ৰ,নম্ৰ, ব্যৱহাৰ। এই পৃথিৱীত সকলো ভগৱানৰে সন্তান। তেওঁলোকৰ ঈশ্বৰে মঙ্গল কৰক 🙏🙏🙏❤️❤️❤️। ভিডিঅ'টো চাই ভাল লাগিছে 👍👍👍❤️❤️❤️
@khadasabegum4877
@khadasabegum4877 2 ай бұрын
বহুত ভাল লাগিল ভগৱানে তেওঁলোকক সুখৰে ৰাখক আশীৰ্বাদ থাকিল
@BichitraDas-kh9zn
@BichitraDas-kh9zn 4 ай бұрын
আপোনালকৰ কথাখিনি বহুত ভাল লাগিল, আৰু আপোনালোকক হিজৰা বুলি কব নোৱাৰি , লগতে হিমাশ্ৰী বাইদেউ অনুষ্ঠান চাই বহুত ভাল লাগিছে
@dilipgoswami7547
@dilipgoswami7547 4 ай бұрын
🙏🙏🙏🙏🙏 সুন্দৰ অনুষ্ঠান। মুকলি ভাৱে মনৰ ভাৱ প্ৰকাশ কৰিছে তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ
@anjugogoi6536
@anjugogoi6536 4 ай бұрын
ভগৱানে এওলোকক ভালে ' কুশলে ৰাখক " আৰু সকলো ৰাইজকে অনুৰুধ কৰিছো ' পাৰিলে সহায় কৰিব ' নোৱাৰিলে এওলোকক নাহাহিব বা বেয়াকৈ নকব ।🙏🙏🙏
@Sun-lw6wf
@Sun-lw6wf Ай бұрын
Nitu baar kotha khini bor vaal lagil, ভগৱানে ভালে ৰাখক
@himadriborah9198
@himadriborah9198 3 ай бұрын
বাইদেউ সকলক ভাল লাগিল। ইমান সুন্দৰকৈ কথাবিলাক কৈছে। ভগৱানে মংগল কৰক। 🙏❤🙏
@anuradhabharali
@anuradhabharali 4 ай бұрын
আচলতে এনেকুৱা অনুষ্ঠানহে ৰাইজৰ মাজলৈ আগবঢ়ায় দিব লাগে ।বৰ ভাল লাগিল অনুষ্ঠানটো ।ইমান ধুনীয়াকৈ কথাখিনি কৈছে ।তেওঁলোক সদায়ে ভালে থাকক ❤❤❤❤❤❤❤❤
@rameswardeka123
@rameswardeka123 4 ай бұрын
হিমা...... তোমাৰ আজিৰ হিজৰা অনুষ্ঠানটোৱে বহুত নজনা কথাৰ সম্ভেদ দিলে, হিজৰাকেইগৰাকীৰ মনৱতা,মহানুভাৱতা, ঈশ্বৰানুভূতি তথা বহুতো যৌৱনৰ আবেগ আৰু জীৱন-সংগামৰ সম্ভেদ পালোঁ ।তাৰ বাবে তোমাক ধন্যবাদ লগতে দুয়ো গৰাকী হিজৰা তথা সকলো হিজৰাৰে শুভ কামনাৰে ...Thanks
@eshandutta7126
@eshandutta7126 2 ай бұрын
দুইগৰাকী লৈ মৰম থাকিল নিতু বা বহুত জ্ঞানী হয় ইমান সুন্দৰ সুন্দৰ কথা কৈছে গহিন গম্ভিৰ ভাল লাগিল 🙏
@anjanasaikia9609
@anjanasaikia9609 4 ай бұрын
এনে ধৰণৰ কথা বিলাক জনাতো বহুত দৰকাৰ । বা তোমাৰ কাৰণে জানিব পালিলো । ধন্যবাদ বা 💗💗 সঁচাকৈ জীয়াই থকাটো ইমান সহজ ন হ য়।
@prahladsharma1506
@prahladsharma1506 4 ай бұрын
কিছুমান নজনা কথা জানিলু। এই সাক্ষাৎকাৰটো সচাই ভাল লাগিল। ভন্তী দুগৰাকী সদাই সুখী থাকক আৰু আনন্দৰ জীৱন পাওঁক ইয়াকেই ভগনাৰ ওচৰত কামনা কৰিলো।❤❤
@lakhimi789
@lakhimi789 4 ай бұрын
চকুপানী ৰাখিব নোৱাৰিলো😢, আপোনালোকক ভগৱানে কুশলে ৰাখক । মনুষ্য জন্ম লৈ আপোনালোকেও ভাল কাম কৰি দেখুৱাই যাওক যে তৃতীয় লিংগৰ মানুহেও সমাজৰ আদৰ্শ হ'ব পাৰে ।
@nirajkumardas9931
@nirajkumardas9931 4 ай бұрын
বৰ ভদ্ৰ আৰু জ্ঞানী তেওলোক ভাল লাগিল । আগতে আমি তেখেতসকলৰ পৰা আঁতৰত আছিলো । এতিয়া তোমাৰ ভিডিওবোৰ চাই তেওঁলোকৰ লগত কথা পাতিবৰ মন যায় । এতিয়া তেওঁলোকক দেখিলে উচৰ চাপি কথা পাতিব চেষ্টা কৰিম❤❤❤
@user-kv7kw3mb8y
@user-kv7kw3mb8y 2 ай бұрын
Bhut dhunia video ata salo bhut val lgil..teolokar proti bhut xnman ahi gol..vgabane vale rakhok teolokok
@PrativaRaniDas-my2uy
@PrativaRaniDas-my2uy 4 ай бұрын
ভগৱানে তেওঁ লোকক‌ ভালে‌ ৰাখক। ইমন নীতি বাচক‌ কথা বুলি ‌‌ভাল লাগিল
@user-tx5kj4ir9x
@user-tx5kj4ir9x 4 ай бұрын
তৃতীয় লিংগ বুলি কোনো কথা নাই তেওঁ লোকো ঈশ্বৰৰ বৰদান তেওঁ লোকৰো মন মগজু আছে সেয়ে সকলোৱে সন্মান কৰিব লাগে
@elabora518
@elabora518 4 ай бұрын
অনুষ্ঠানটো বৰ ভাল লাগিল, নজনা কথাবোৰ জানিলো। দুয়োগৰাকীয়ে বৰ ধুনীয়াকৈ কথাবোৰ কৈছে ।
@milankalita1517
@milankalita1517 4 ай бұрын
বহুত ভাল লাগিল। আগলৈকো এনেদৰে তেওঁ লোকৰ মাজত এজন নিজৰ মানুহৰ ভাৱ উদয় হওঁক।
@anjuranjana3847
@anjuranjana3847 4 ай бұрын
কথাবিলাক ইমান ধুনীয়াকৈ কৈছে শুনি বহত ভাল লাগিল কিন্তু সিহঁতৰ ৰুপ লৈ কিছুমানে অসৎ উদ্দেশ্যৰে মানুহক ঠগে আৰু দোষবোৰ সিহতে পায় সেইবাবে বহুত বেয়া লাগে ।❤
@parbatidas8365
@parbatidas8365 4 ай бұрын
@jugamayadutta7272
@jugamayadutta7272 Ай бұрын
বহু ত ভাল লাগিল। সেৱা জনাইছো।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 4 ай бұрын
বাইদেউ দুগৰাকীৰ কথাই আজি অন্তৰ স্পৰ্শ কৰি গল। ভগৱানে মঙ্গল কৰক আপোনালোকক। ইমান ভদ্ৰ ইমান মৰমিয়াল প্ৰকৃতিৰ আজি গম পালো, সঁচাকৈ অৰ্ধনৰেশ্বৰ তেওঁলোক 🙏🙏
@KabitaDeka-gh6wj
@KabitaDeka-gh6wj 3 ай бұрын
সঁচাকৈয়ে আপোনালোকৰ কথা বতৰা খিনি শুনি বহুত ভাল লাগিল ❤❤❤
@journeytogether6449
@journeytogether6449 3 ай бұрын
Nitu Ba aru Sweety Ba r kotha khini huni khub bhal lgil.Very Heart touching story.Bhogowane teu lukok shakti diuk🙏
@user-pk3un2rx5h
@user-pk3un2rx5h 4 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়ো গৰাকীলৈ আন্তৰিক মৰম থাকিল । ভগৱানে মংগল কৰক ।
@kobitakalita7689
@kobitakalita7689 4 ай бұрын
নিতু বাইদেউৰ কথা কেইটা বৰ ভাল লাগিল। বহুত মন আছিল এওঁলোকৰ বিষয়ে জানিবলৈ।এওঁলোকৰ জীৱন, আচাৰ ব্যৱহাৰ, কথা বতৰা আদিৰ বিষয়ে অলপ হলেও আভাস পাই বৰ ভাল লাগিল। হিমাশ্ৰী তথা jumping studio লৈ অশেষ ধন্যবাদ
@pradeepdaimary2657
@pradeepdaimary2657 4 ай бұрын
তোমাৰ এই অনুস্থানটি খুবেই ভাল লাগিল আৰু খুউব ভাল হৈছে। ইয়াৰ দ্বাৰা আমাৰ মাজত বা সমাজত থকা কিছুমান ভুল বুজাবুজিৰ কিছু পৰিমাণে হলেও দূৰ হৈছে বুলি মই ভাবিছোঁ। তেওঁলোকেও মানুহেই ন !!! একে ঈশ্বৰৰে সৃষ্টি। বৰং আমি তেওঁলোকৰ প্ৰতি বেছি সহানুভূতিশীল হবহে লাগে। মনোবল বঢ়াব লাগে। কাৰণ তেওঁলোক আমাতকৈ বহুত বেছি মনোকষ্টেৰে জীৱন নিৰ্বাহ কৰে। এই অনুষ্ঠানৰ কাৰণে হিমাশ্ৰী তোমালৈ বহুত বহুত ধন্যবাদ যাচিলোঁ।
@brisavjyotiborahkg-b399
@brisavjyotiborahkg-b399 3 күн бұрын
Bohut bhal lagil,eman sundor kay kotha bur kousay.
@assamblog7393
@assamblog7393 4 ай бұрын
এটা অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ বাৰ্তালাপ। সমাজে নজনা বহু কথা মুকলিকৈ জনোৱা বাবে অশেষ ধন্যবাদ দুয়োলৈ।
@lbmusiccompany4467
@lbmusiccompany4467 4 ай бұрын
এটা অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ বাতালাপ । সমাজে নজনা বহু কথা মকুলিকৈ জনোৱাৰ বাবে অক্ষেক ধৰ্নবাদ
@sudiptanayandas8324
@sudiptanayandas8324 4 ай бұрын
ভগৱানৰ সৃষ্টিক আমি কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ। ভালে থাকক সকলো তৃতীয় লিংগৰ মানুহ।
@user-ep2ht5im5h
@user-ep2ht5im5h 4 ай бұрын
❤😂
@anjaligoswami6451
@anjaligoswami6451 4 ай бұрын
বহুত ভাল লাগিছে, ইমান সুন্দৰকৈ কথাবোৰ কৈছে। বহুত জানিব পাৰিলো ভাল লাগিছে।
@shilpishikhanath8697
@shilpishikhanath8697 4 ай бұрын
এওলোকৰ সংগীত অনুষ্ঠানবোৰ চাই বহুত ভাল লাগে🥰। তাৰ উপৰি গুজৰাটতত থাকোতে মই বহুত আৰ্শীবাদ পাইছিলো কিন্তু সফল কি হৈছো কি হোৱা নাই সকলো ভগবানৰ ওপৰত🙏
@chitrabatihazarika8907
@chitrabatihazarika8907 4 ай бұрын
কি সুন্দৰ কথোপকথন ,শুনি বৰ ভাল লাগিল ।হিমাশ্ৰী তথা তেখেত সকললৈ অশেষ ধন্যবাদ ।
@dilipkumarbharali2843
@dilipkumarbharali2843 4 ай бұрын
প্ৰথম বাৰৰ বাবে এনে এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ । কৈ ভাষাৰে বুজাব নোৱাৰো । তিনিও গৰাকীলৈ শ্ৰদ্ধা জনালোঁ
@mukutpathak8414
@mukutpathak8414 4 ай бұрын
ইমান সুন্দৰ কথা বতৰা বোৰ বহুত ভাল লাগিছে। ❤❤
@user-vl4df3mq9n
@user-vl4df3mq9n 2 ай бұрын
Eman val lagile video tu Sai. Baa 2 Joni eman decent, ki duniya k kotha koise
@user-vf7rb7ks9q
@user-vf7rb7ks9q 4 ай бұрын
আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিল । জীৱনত এবাৰ হ'লেও লগ কৰিম ।
@rupasvlogs527
@rupasvlogs527 4 ай бұрын
ইমান সুন্দৰ এটা সাক্ষাৎকাৰত বাবে বহুত বহুত ধন্যবাদ জনালো। তেওঁ লোকৰ বিষয়ে আজিহে ভাল দৰে জানিছিলো।
@bijoyagogoi6248
@bijoyagogoi6248 4 ай бұрын
সুন্দৰ আলোচনা ।তেখেত সকলৰ বিষয়ে জানি ভাল লাগিল। ভগৱানে তেখেত সকলক মঙ্গলে ৰাখক।
@AbojitBorah
@AbojitBorah 4 ай бұрын
বহুত বেছি ভাল লাগিল সঁচাকৈ মন টো চুই গল তেওঁলোকৰ কথাত ❤
@jonalidas412
@jonalidas412 4 ай бұрын
এওঁলোকৰ বিষয়ে নজনা কথাবোৰ জানি সচাঁকৈয়ে বৰ ভাল লাগিল। বহুত দিনৰ ইচ্ছা এটা জানিবলৈ এওঁলোকৰ বিষয়ে জানিবলৈ। ধন্যবাদ জনালোঁ তোমাক, লগতে তেওঁলোকলৈ মোৰ শুভেচ্ছা জনালোঁ।
@jonalidas412
@jonalidas412 4 ай бұрын
আছিল
@deepalidaspathak9335
@deepalidaspathak9335 4 ай бұрын
বৰ সুন্দৰ সাক্ষাৎকাৰ এটা উপহাৰ দিলা হিমাক্ষী।নীতুৰ কথাবোৰ ইমান ভাল লাগিল। দুয়োজনীকে ভাল লাগিল।
@happychetia9097
@happychetia9097 4 ай бұрын
Eman dhunia eta onusthan,himashri bohut dhonyobad.eibur kotha manuhe hosakoi janibo lage
@priyampoppyvlogs2497
@priyampoppyvlogs2497 4 ай бұрын
তেওঁ লোকৰ কথা বিলাক শুনি ইমান ভাল লাগিল। সঁচাকৈ বহুত নম্ৰ ভদ্ৰ দুয়ো জনি❤❤❤❤❤❤। Love form লখিমপুৰ
@rumimahanta1744
@rumimahanta1744 4 ай бұрын
অতি সুন্দৰ ভজন। ভগৱানে কুশলে ৰাখিব
@ankitadeka-sb6xz
@ankitadeka-sb6xz 2 ай бұрын
বৰ সংস্কাৰী কথা বোৰ যিমান ভাল লাগিল দুখ সিমানেই লাগিছে। ভগৱানে মংগল কৰক 🙏
@anandadas6174
@anandadas6174 4 ай бұрын
Bohut val lagil vid to sai. eman easy aru openly details ot kotha bor koise bhal lagil. Very wise , heart touching and informative vid. May God help them
@tulonmohan9583
@tulonmohan9583 4 ай бұрын
*** অতি সুন্দৰ সাক্ষাৎ । তুমি ইমান খোলাকৈ, মৰমেৰে আৰু আত্মীয়তা ৰাখি সাক্ষাৎটো লৈছা - বহুত ধন্যবাদ তোমালৈ , তোমাৰ সৰলতা খিনিও ইমান মৰম লগা। কিন্নৰ দুয়োগৰাকীলৈকো ধন্যবাদ - তেওঁলোকেও ইমান মুকলিকৈ কথাবোৰ কৈ আছে।
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 85 МЛН
Bornali Baishya About her Life, Dr*g Addiction, Recovery | JSS Unscripted
1:18:21
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН