হিমন্ত বিশ্বক বিশ্বাসঘাটকতা কৰি কোন মন্ত্ৰীয়ে খবৰ দিয়ে কংগ্ৰেছক?

  Рет қаралды 359,286

DA News Plus

DA News Plus

Күн бұрын

Пікірлер: 404
@rubilaskar8874
@rubilaskar8874 28 күн бұрын
হিমন্ত বিশ্ব নিজেই এটা বিশ্বাস ঘাটক । এই ধোৱা তুলসীটোৰ কথাৰ বাবে ইমান চিঞৰাতকৈ কান্দি দে ।
@santanurajkonwar4093
@santanurajkonwar4093 11 ай бұрын
ইমান চিঞৰি চিঞৰি বাতৰি পঢ়িলে শুনিবলৈ ভাল হয় বুলি ভাবে নেকি? বিৰক্তি লাগে।
@afazulhoque4032
@afazulhoque4032 11 ай бұрын
এয়া বাতৰি পৰিৱেশন কৰা হোৱা নাই ডাঙৰীয়া। আমাৰ ইয়াত থিয়েটাৰ বা কোনোবা জনপ্ৰিয় শিল্পী আহিলে এনেদৰে চিঞৰি চিঞৰ মাইকত ঘোষণা কৰা শুনো।
@dr.prabinsaikia5153
@dr.prabinsaikia5153 11 ай бұрын
কণ্ঠস্বৰ নিয়ন্ত্ৰণ কৰক । আপোনাৰ অতি উত্তেজিত কণ্ঠস্বৰে শ্ৰোতাক বৰ বিৰক্ত কৰে ।
@moonhussain7180
@moonhussain7180 11 ай бұрын
Eman siori thake..kon ei grutu..
@chikonlekharu12
@chikonlekharu12 5 ай бұрын
😂​@@moonhussain7180
@user-ff8et9vx6i
@user-ff8et9vx6i 3 ай бұрын
Qq ki ni55555 ❤​
@urstatus2637
@urstatus2637 11 ай бұрын
ইমান টেটু ফালি চিঞৰিছা , এক মিনিতৰ বাতৰিটো ১১ মিনিট আটাহ পাৰি মৰিছা যে, এয়ে সাংবাদিকতা নেকি ? লাহে লাহে ভদ্ৰ ভাবে বাতৰি পৰিবেষন কৰিলেও জনসাধাৰনে বুজিব তুমি কি কবলৈ বিছাৰিছা |
@As05870
@As05870 11 ай бұрын
এই নিউজ ankor জনে ফটোৱা অৰ্ণৱ গোস্বামীৰ দৰে চিঞৰ বাখৰ কৰি হুলস্থুল কৰে কিয়। শিকিলে ভাল ankor ক অনুকৰণ কৰা ভাল। এই ফালটো talk show ভাল নালাগে আজিকালি।
@pulakkonwar5082
@pulakkonwar5082 11 ай бұрын
ডাইৰেক্ট নিউজটো দিলে আমাৰ সময় অপব্যয় নহয়
@pravachutia931
@pravachutia931 11 ай бұрын
ইমান চিঞঁৰি চিঞৰি টেতু ফালিব নালাগে ।কথাটো কৈ দিলেই হল এটা বাক্য তে ,সময় অপব্যয় ।
@anukulrabha5766
@anukulrabha5766 11 ай бұрын
হিমন্ত নিজেই মহা বিশ্বাসঘাটক । হেই মুৰ্খ কথাটো ভাল হৈছে । ঐ বাতৰি কোৱা গৰু , অন্ধভক্ত , হিমন্তৰ ভৰি চেলেকা কীট ।
@pratimasarma1737
@pratimasarma1737 11 ай бұрын
বাতৰি পঢ়িছ নে হিমন্তৰ গুৰুত্ব বঢ়াইছ?
@asharjyavlogassam
@asharjyavlogassam 11 ай бұрын
ইমান চিঞৰ কিয়? সাংবিদিকতাৰ মৰ্যদা ৰাখিবি।
@moonhussain7180
@moonhussain7180 11 ай бұрын
Hoi kela..Kan fati jabo
@bishwanathgogoi1555
@bishwanathgogoi1555 11 ай бұрын
হিমন্ত নিজেই এজন বিশ্বাস ঘাটক, তেঁওক বিশ্বাস ঘাতকতা কৰাটো কোনো দাঙৰ কথা নহয় । পিছফালৰ পৰা দেগা মৰা মানুহক পিছফালৰ পৰাই মাৰিব লাগে।
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 11 ай бұрын
Gandhi family r andho bhokto
@debakrsaikia2993
@debakrsaikia2993 11 ай бұрын
ইমান চিঞৰি বাখৰ কিয়? বাতৰি হে। নাটকটো নহয়।
@user-lq8mi6gg8c
@user-lq8mi6gg8c Ай бұрын
Moio atue bhabo kintu Kone kobo
@KorobiDevi-in7qj
@KorobiDevi-in7qj Ай бұрын
​@@user-lq8mi6gg8chu tv no jiho H8ññe2s GV FTC
@zaved2008
@zaved2008 11 ай бұрын
2 মিনিটৰ খবৰটো 11 মিনিট দিয়াটোক সাংবাদিকতা হয় জানো?
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 11 ай бұрын
Eyak dekhat gedu jen pao
@khagenJimey
@khagenJimey 4 ай бұрын
CAA যিকোনো প্ৰকাৰে অসমত অনা হৈছে আৰু BJP য়ে অসমক শেষ কৰিয়ে পেলাব আৰু অসম বাসী নিৰবে সহ্য কৰি যাব লাগিব। বুব্ʼক অসমীয়া সকলে এতিয়া পৰোচনাত পৰি BJPক ভোট দি থাক
@bipinchandraphukan1452
@bipinchandraphukan1452 11 ай бұрын
ইমান চিঞৰি শ্ৰুতাক বিৰক্ত কৰিব নালাগে। অশান্তি লাগি যায়।
@nabaduarah7507
@nabaduarah7507 11 ай бұрын
ইমান টেটো ফালি ,বা(ৰ,বা(ৰ নকলেও হব ,আচল নিউজটো কব লাগে ।
@monuramtaid7943
@monuramtaid7943 11 ай бұрын
হিমন্ত নিজেই বিশ্বাস ঘাটক।গতিকে আনে বিশ্বাস ঘাটক কৰাতো সাৰণ কথা।
@prabinmallabaruah8845
@prabinmallabaruah8845 10 ай бұрын
দিচপূৰত এতিয়া বিভীষণ হঁতৰ নাম সকলোৰে মুখে মুখে ।
@Rukmo9887
@Rukmo9887 11 ай бұрын
পিয়াজ,নহৰু আৰু আদা এই তিনি মন্ত্ৰী।
@dipenkonwar6896
@dipenkonwar6896 11 ай бұрын
পগলা টো নিচিনাকে চিঞৰিছ যে অলপ মান লাহে লাহে বাতৰিটো পঢ় চোন।
@rotikantakoch3380
@rotikantakoch3380 11 ай бұрын
চিঞৰি কলে কথাবোৰ বেলেগ ৰূপ লব নেকি? লাহেকৈ কলে শুনিবলৈ ভাল লাগে ।
@Danirojasfc6
@Danirojasfc6 11 ай бұрын
আৰ্জিলে ভল ভুগিবই..... এদিন নিজেই তেনেকুৱাই কৰিছিল। 😅😅😅 বৰা দাদাই C M SIRক সাৱধান হে কৰি দিছে।🤔 চলে বলে কৌশলে।😂😂
@colourfulllifebidyaborah5753
@colourfulllifebidyaborah5753 11 ай бұрын
বৰ চিঞৰী বাতৰি পঢ়ে ।আমনি পাও ।
@user-gw1dn7cd5f
@user-gw1dn7cd5f 11 ай бұрын
Very Good
@rintuhatibaruah2297
@rintuhatibaruah2297 11 ай бұрын
খবৰটোতকৈ বাতৰি পঢ়াজনৰ চিঞৰ বাখৰ বেছি বিৰক্তিকৰ।
@dadulali2185
@dadulali2185 4 ай бұрын
বাতৰি সুন্দৰ ভাবে সংবেদনশীল ভাবে পৰিৱেশন কৰিব লাগে।
@hiteshkalita9067
@hiteshkalita9067 11 ай бұрын
খবৰ নিদি কি কৰিব মন্ত্ৰী য়ে;এটা ফাইল চাব নোৱাৰে এনে বহি থাকিব নে?
@HemantaDasCreation
@HemantaDasCreation 11 ай бұрын
জীৱনৰ ১১ মিনিট সময় বৰ্বাদ কৰিলোঁ।unsubcribe কৰিলোঁ এইটো chanel আজিৰ পৰা।কানৰ বিষ বনাই দিলে কেলা😂
@user-yz2rj5xt5s
@user-yz2rj5xt5s 11 ай бұрын
পাগলৰ প্ৰলাপ বুকাৰ মুধা ফুটা সাংবাদিক,এটা কথা কিমান বুকা,ভূপেন বৰা ৰাজনীতিত এইবোৰ ব্যৱহাৰ কৰা শব্দ আজিৰ নহয়।আপুনি মুখ্যমন্ত্ৰী হ'লে আপোনাৰ ব্যক্তিগত সম্পত্তিৰ পৰা অসমখনক চলাব নেকি?
@kanakdas7213
@kanakdas7213 11 ай бұрын
বিশ্বাসঘাটকৰ লগত বিশ্বাসঘাটকতা একো দোষ নহয়।
@diptiboruah3671
@diptiboruah3671 5 ай бұрын
😅
@jogensaikia4686
@jogensaikia4686 9 күн бұрын
তিনি গৰাকীয়েই নহয়, আচলতে পিযুচ জয়ন্ত মল্ল আৰু দিগন্ত কলিতাৰ, বাহিৰে,সকলো মন্ত্ৰীয়েই এই কথা, এই তিনি গৰাকীয়ে হে হিমন্তক ভাল পাই।
@badandeogharia4644
@badandeogharia4644 11 ай бұрын
লাহে লাহে কথাবোৰ কোৱা হেতেন বেচি আকৰ্ষণীয় হল হেতেন ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 11 ай бұрын
বিশ্বাস ঘাটকক ভালকৈ য়ে বিশ্বাস ঘাটক কৰিব লাগে। হুলক হুলেৰেই কাঢ়িব লাগে।
@chandandeka8816
@chandandeka8816 11 ай бұрын
অলপ সৰুকৈ বাতৰি পৰিবেশন কৰিব নোৱাৰি নেকি
@lakhikrchintey5693
@lakhikrchintey5693 11 ай бұрын
লাহে লাহে কহ
@wazidali5046
@wazidali5046 11 ай бұрын
2 minute r news 10 minute kori tetu kio falisa?
@prabinmallabaruah8845
@prabinmallabaruah8845 11 ай бұрын
মুখ পিচল নাখায়, জিভাহে পিচল খাই। এইবোৰ কি ভাষা কয়, অসমীয়া ভাষাৰ শ্ৰাদ্ধ কৰি দিলে এওলোকে ।
@user-to6yi6jk6r
@user-to6yi6jk6r 11 ай бұрын
সৰ্বানন্দ জয়ী হব।
@JaykrishnaMajumdar-sr9dq
@JaykrishnaMajumdar-sr9dq 10 ай бұрын
Fri
@BijoyHandique-md7yg
@BijoyHandique-md7yg 11 ай бұрын
Good 👍
@ratulgogoi9918
@ratulgogoi9918 11 ай бұрын
ইমান চিঞৰি চিঞৰি পগলা কৰিম বুলি ভাবিছ নেকি ভাই
@muned6442
@muned6442 11 ай бұрын
লোকৰ ঘৰ ভঙা মানুহৰ এদিন নিজৰে ঘৰ ভাঙিব,
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 11 ай бұрын
Good news
@user-dc9nl4mt2b
@user-dc9nl4mt2b 5 ай бұрын
Right
@kanakdas7213
@kanakdas7213 11 ай бұрын
এটা কথাকে বাৰে বাৰে আওৰালে মূল্য হীন হৈ পৰে। হিমন্তৰ মন্ত্ৰী কোন কোন সেই বোৰৰ মই খবৰ নাৰাখো।
@BoloramTamang
@BoloramTamang 11 ай бұрын
HIMANTA BISWA ZERO HOBA.
@pinkuutpal6032
@pinkuutpal6032 10 ай бұрын
মোৰ লগৰ কেইটাই এনেকৈ হেড ফোন পিন্ধি লৈ কান তাল মাৰি যোৱাকৈ চিঞৰ মাৰে 😂😂😂 খুলি ল ঐ সেইডাল 😂😂
@khetraburagohain2501
@khetraburagohain2501 10 ай бұрын
একেবোৰ কথাকে কৈ থাকিলে সকলো মানুহে বেয়া পাই। তুমি কেতিয়া B.J.P. ত যোগদান কৰিলা ?
@digantajyotibordoloi5528
@digantajyotibordoloi5528 11 ай бұрын
বাপেৰেৰ মূৰ টু বলকিছে টেঁটু টু ইমান চিঞৰি ছ কিয়
@gutungdipakpegu2134
@gutungdipakpegu2134 5 ай бұрын
Very very good news .
@tamannamuskan3552
@tamannamuskan3552 11 ай бұрын
ইযাক নিউজ কব নিদিব আমি বেযা পাও ইযাৰ টেঁটু ফালি চিঞৰি চিঞৰি থকাৰ বাবে
@samarchandradeb8947
@samarchandradeb8947 11 ай бұрын
কিও ইমান চিঞৰি আচা ?
@sandhyashreedas9196
@sandhyashreedas9196 11 ай бұрын
বাতৰি পৰিবেশন কৰিব নাজানিলে নকৰিবি ,একেখিনি কথাকে চিঞৰি চিঞৰি বকি থকাকে বাতৰি পৰিবেশ কৰা কয় নেকি?
@rameshbaglari8876
@rameshbaglari8876 11 ай бұрын
এওঁ কোনোবা এখন নাটৰ অভিনয়ৰ ভাওঁ কৰি থকা যেন হে লাগে , যিহে বাতৰি পৰিবেশন কৰিছে , ইমানকে চিঞঁৰিব লাগে নে বাৰু ?
@dharmeswarsarmah6298
@dharmeswarsarmah6298 11 ай бұрын
ঐ পাগল । ইমান নিচিঞৰিলেও‌ হ'ব।ত ই পাগল হ। কিন্তু ৰ্দশকক‌ পাগল নকৰিবি।একো ভাল সাংবাদিক নহয়।তোৰ বাতৰি কোৱা ধৰনটও ‌‍ৰ্কটত ঔষধ বেচা‌ বেপাৰিটোৰ দৰে লাগিছে
@mukulgoswami8013
@mukulgoswami8013 11 ай бұрын
আপোনাক কোনেও ভাল নাপায়। ভালকৈ বাতৰি পঢ়িব শিকক। চিঞৰা কমাব।
@debenkonwar8367
@debenkonwar8367 6 ай бұрын
হেই এৰা নিজৰ দলৰ লগতে লেমটৌ হৈ নেজত ধৰি ফুৰা কংগ্ৰেছি এমখাই বিজেপি লৈ এই যাও এইযাও হৈ আছে সেইটো খবৰ লৈছা নে নাই সোনামুৱা ।লোকৰ দলৰ কথা কৈ কি লাভ হব ?
@julfikkarali6728
@julfikkarali6728 11 ай бұрын
লাহে লাহে কলে শ্ৰোতাই শুনি ভাল পাব
@dilipdas7489
@dilipdas7489 4 күн бұрын
Ankor জনক অনুৰোধ কৰিছো বাতৰিটো লাহে লাহে পৰিবেশন কৰিলে ভাল লগিলহেতেন l ইমান চিঞৰাৰ দৰকাৰ নাই বুলি ভাবোঁ।
@DibharaniRabha-ny9rg
@DibharaniRabha-ny9rg 11 ай бұрын
Sarbananda Sonowal is the best chief minister of Assam than Himanta Biswasharma
@Danirojasfc6
@Danirojasfc6 11 ай бұрын
It's time to raise your voice otherwise they will even take away your right to speech ....
@manigulhussain-dl9eg
@manigulhussain-dl9eg 4 ай бұрын
এই বাতৰিটো চিঞৰি চিঞৰি নকৈ লাহে লাহে কলেও সুনিম।দৰ্ষকবোৰ কলা নহয় বুজিছে।
@lakhyeswarborah614
@lakhyeswarborah614 10 ай бұрын
এইজনে চিঞৰি চিঞৰি বাতৰি পঢ়ে কিন্তু বাতৰিৰ কোনো সংগতি নাই । একেখিনি কথাকে পুনঃ পুনঃ দোহোৰাই থাকে । বিশেষ বাতৰি হলেও শুনাৰ ধৈয্য নেথাকে । তেওঁক বাতৰি পঢ়াৰ সম্পৰ্কে পৰটেলৰ মালিকে প্ৰশিক্ষণ এটি দিয়া উচিত ।
@bipinchandraphukan1452
@bipinchandraphukan1452 11 ай бұрын
সাংবাদিক নে অভিনেতা?
@user-hi1hj4ko5l
@user-hi1hj4ko5l 11 ай бұрын
এইজন সাংবদিক পাগল যেন পাইচো
@lalitpukan4197
@lalitpukan4197 11 ай бұрын
মামাই কোনো ভাগিনৰ সৎ চিন্তা কৰা উদাহৰণ নাই।
@MadhujyaboraSrimadhujyabora
@MadhujyaboraSrimadhujyabora 6 ай бұрын
Maja mja
@pronobgogoi-7876
@pronobgogoi-7876 11 ай бұрын
😮জুই লগাই দিলে নেকি ? ইমান চিঞৰি ছে মে।
@nirubora3660
@nirubora3660 11 ай бұрын
আচল কথাটো কৈ দিলেই হল অকোরা পকোরা কথা কৈ থকাতকৈ। ৰাইজৰ শুনি থাকিবলৈ সময় নাই।
@user-xb4lt8dr9t
@user-xb4lt8dr9t 6 ай бұрын
It is 110℅ correct.
@S.M.8439
@S.M.8439 11 ай бұрын
ইমান টেটু ফালি কিয় কৈছে?
@ranjitporgohain8774
@ranjitporgohain8774 11 ай бұрын
এইটোৰ মাত হোনিলে খুবেই ওঠে ,কাৰন বৰ দিনৰে, আৰু একেটা কথাকে বাৰে বাৰে কৈ মগজ বেয়া কৰি দিয়ে।
@manoranjankalita7069
@manoranjankalita7069 11 ай бұрын
পাগল নেকি এ ? কুকুৰে ভুকা দিছা দেখোন ।
@ajeetknath3062
@ajeetknath3062 2 ай бұрын
ই কথা কোৱাৰ ট্ৰেইনিংটো ভালমতে লব নোৱাৰিলে ৷ ইমান চিঞৰি কিয় কব লাগে আমাৰ কাণ বেয়া নহয়টো
@ranjansarmah4843
@ranjansarmah4843 11 ай бұрын
গু ওলাই যাব বাপা । চিঞৰি কথা নকব
@M.G.615
@M.G.615 18 күн бұрын
ভূপেন বড়া ডাঙৰীয়াৰ কথাবিলাক কোনো গ্ৰহণ যোগ্য নহয়।
@ajitborborah8523
@ajitborborah8523 4 ай бұрын
ইমান তেতু ফালি চিয়ঁৰিছে শুনিবলৈ বহুত বেয়া লাগিছে অসুবিধাও হৈছে ।
@abhipegu7202
@abhipegu7202 6 ай бұрын
Sarabanada জিন্দাবাদ 🙏👌☝️
@LegendIshan
@LegendIshan 11 ай бұрын
হিমু বাহিনী হাতাও অসম বিজেপি বাচাও লগতে অসমৰ মাটি সম্পদ সমূহ
@rtamuli8511
@rtamuli8511 4 ай бұрын
ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাই নিচিঞৰিলেও নহয়
@dipkumardas2126
@dipkumardas2126 11 ай бұрын
হেৰি মহাশয় আপুনি পাগল নেকি? এই ফালটো বাতৰি পৰিবেশন নকৰিব, ।
@pranabkhakhalary539
@pranabkhakhalary539 11 ай бұрын
সৰ্বানন্দ সোণোৱালৰ জয় নিচ্ছিত।
@manavk4088
@manavk4088 11 ай бұрын
Sarbananda best hoi..... Teuk as a CM lagei.... Only Sarbananda can save Assam BJP....
@user-xi9og8sb1h
@user-xi9og8sb1h 2 ай бұрын
মুকলি পথাৰত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল হবলা
@ronjitborah1997
@ronjitborah1997 10 ай бұрын
লাহে লাহে কোৱা
@khetraburagohain2501
@khetraburagohain2501 10 ай бұрын
পাগল মানুহেই এনেদৰে চিঞৰি চিঞৰি একেবোৰ
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 11 ай бұрын
কুকুৰে এনেয়ে চিঞৰি থাকে।
@jibongogoi6940
@jibongogoi6940 11 ай бұрын
সকলো বিধায়ক মন্ত্ৰীয়ে খবৰ দিয়ে
@rushanburagohain6803
@rushanburagohain6803 11 ай бұрын
সেইটোনো কি ডাঙৰ কথা।পলবলোচন দাসে সঙসদনতে উথাপন কৰিছে।অলপমান লাহে লাহে কবলৈ শিকক।কাৰোবাৰ পৰা টোপোলা পালে নি?
@tarunchdeka7784
@tarunchdeka7784 10 ай бұрын
Mor dharana-p.Hazarika & Malla Baruah, Cabinet Minister
@user-bc1tu6fe2d
@user-bc1tu6fe2d Ай бұрын
Himanta biswasarma is not a perfact cm in assam.go back bjp...
@RupjyotiDeka-tl3og
@RupjyotiDeka-tl3og 2 ай бұрын
ইমান উত্তেজিত বিকাৰগ্ৰস্থই হে কৰে।
@user-yk2hq3vs3u
@user-yk2hq3vs3u 4 ай бұрын
তোমাৰ বাতৰী শুনিলে মোৰ মাতা গৰম হৈ যায় ৷ গতিকে ভালকৈ বাতৰী পৰিবেষন কৰিবলৈ চেস্হা কৰিব ৷
@prabinmallabaruah8845
@prabinmallabaruah8845 11 ай бұрын
আমি ইমান দিনে শুনি থকা কথাটো তেনেহলে সত্য?
@chariyonortheastyoutube2362
@chariyonortheastyoutube2362 4 ай бұрын
ই অলপ পাগল নেকি? বাতৰি সংবাদৰ সময়ত ইমান চিঞৰে চোৱা কেইজন অশান্তি অনুভৱ কৰে।
@bulengogoi4723
@bulengogoi4723 24 күн бұрын
এটা সময়ত শুনিছিলোঁ বালিলৈ যিপাত শৰ সুগ্ৰীবলৈকো সেইপাত শৰ ৷
@bijitboro5117
@bijitboro5117 11 ай бұрын
Sorbanando Sonowal 70% and hemanto biswa sarma only 25% others 5% win by Sonowal sir 100%
@ashrafalli6976
@ashrafalli6976 13 күн бұрын
সৰ্ব দা
@Barpeta-js7jb
@Barpeta-js7jb 3 ай бұрын
ধুমুহা আহিবনে
@nabaratnachannel2823
@nabaratnachannel2823 11 ай бұрын
ইমান আতাহ পাৰিলে হে বাতৰি কব পাৰি নেকি,,,নে কিবা গলত voice box বেয়া হৈছে,,,,মিয়াই বাতৰি পৰিৱেশন কৰা যেন লাগে,,,
@kandarpabora1965
@kandarpabora1965 11 ай бұрын
কাকা লাহে লাহে কবা নেকি ।
Assam News | বঞ্চিত অসমৰ ৬ জনগোষ্ঠী
8:28
News18 Assam/Northeast
Рет қаралды 103 М.
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 97 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 50 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН